No video

"হিমন্ত বিশ্বৰ ভয়ানক বিপদ" নিতুমনিৰ জৰিয়তে চাওঁক🤔

  Рет қаралды 87,037

tech tips Supported

tech tips Supported

Күн бұрын

"হিমন্ত বিশ্বৰ ভয়ানক বিপদ" নিতুমনিৰ জৰিয়তে চাওঁক🤔#time8news #news18assamnortheast

Пікірлер: 104
@sibanathburagohain7573
@sibanathburagohain7573 2 ай бұрын
এওলোকে অতি মিছা কয় মুখেৰে কয় এটা আৰু কৰে এটা অসমীয়া ৰাইজ অতি সচেতন হওক ধন্যবাদ
@tazulislam4745
@tazulislam4745 2 ай бұрын
So PM should be well educated.
@ranjitbora734
@ranjitbora734 2 ай бұрын
যেতিয়া বিচাৰ প্ৰক্ৰিয়া গৈ কোনো চৰকাৰে ব্যক্তিৰ ওচৰ পাবগৈ তেতিয়া সকলো ফুতুকাৰ ফেন হবগৈ।
@mandirabordoloi5708
@mandirabordoloi5708 Ай бұрын
সুবত তালুকদাৰ কথাখিনি শুনি ভাল লাগিল নিতুমনিলৈ ধন্যবাদ
@ArifaKhatun-mn2gw
@ArifaKhatun-mn2gw 2 ай бұрын
দোষী ব্যক্তি জন BJP ৰ মানুহ হয় তেতিয়া কি কৰিব?
@tulensonowal695
@tulensonowal695 2 ай бұрын
B j p , hataw,....
@Babulal_23
@Babulal_23 2 ай бұрын
Bjp hatao desh bachao ✊🏻✊🏻✊🏻
@user-er9se1md5x
@user-er9se1md5x 2 ай бұрын
জয়ন্ত গোস্বামিৰ কথা সিনি ভাল লাগিচিল। কিন্তুু বিজেপিৰ এতা বহুত বেয়া গুন আচে সেইতো হল আগৰ চৰকাৰে কি কৰিচিল আগৰ বিলাকে জি কৰিচিল তেওলোকৰ অনুসৰন কৰিচা নেকি তেওলোক বেয়া কাৰনে তোমালোকক আনিচিল নেকি। এয়াই তোমালোকৰ চৰিত্ৰ
@RomaBora-pj6pu
@RomaBora-pj6pu 2 ай бұрын
বিজেপিৰ আইন দেখা পাইছো, ফোটুকাৰ ফেন।
@user-vc6sq3ek9p
@user-vc6sq3ek9p 2 ай бұрын
গোস্বামী শুনকচোন ডাঙৰীয়া... কংগ্ৰেছে বেয়া কাম কৰিছিল বাবেই দেখোন ১৫ লাখৰ লোভত পৰি মোডীক আনিলো.. ... কংগ্ৰেছ বেয়া বাবেই তৰুণ গগৈক আঁতৰাই সোণোৱাল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ আনিলো... তেন্তে কংগ্ৰেছে কৰি যোৱা বেয়া কাম বোৰ দেখোন বিজেপিয়ে দুগুণ বৃদ্ধি কৰি দেখুৱাইছে.. সেইটো দেখা নাই নেকি... নিজৰ দোষ জাপিবলৈ আনক গালি পাৰি লাভ নাই ডাঙৰীয়া... নিজে কি কৰিছে তাৰ উত্তৰ দিয়ক.. সমাজত অন্ধ ভক্ত আছেই বুলিয়েই সকলো অন্ধ নহয়
@anjalighoshdastider3258
@anjalighoshdastider3258 2 ай бұрын
It has been proved that PM should be well educated..
@khagenkakati6380
@khagenkakati6380 2 ай бұрын
Bjp এই দেশখন খালে ও দেওতি
@user-eq9fu2qj3n
@user-eq9fu2qj3n 2 ай бұрын
বিজেপি ৰ মূৰব্বী জনেই শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত সন্দেহ ৰ আবতত আছে গতিকে নীটৰ নিচিনা গুৰুত্ব পূৰ্ণ পৰীক্ষা ৰ কথা কি বুজিব
@sibanathburagohain7573
@sibanathburagohain7573 2 ай бұрын
শইকিয়া দেৱ ধন্যবাদ
@sibanathburagohain7573
@sibanathburagohain7573 2 ай бұрын
এখেতৰ কথা শুনিছেনে অসমৰ ৰাইজ সজাগ সচেতন হওক এখেতে কিমান সছা কিমান মিছা কৈছে সময়ত সকলো গম পাব। ধন্যবাদ
@TarunKumar-oo8nc
@TarunKumar-oo8nc 2 ай бұрын
বিজেপিয়ে ইচ্ছুক ভাৱেই কেলেংকাৰ বোৰ কৰিছে।
@SuheliLaskar-qj2du
@SuheliLaskar-qj2du Ай бұрын
Thanks for organizing the Program... very much Relevant n Informative
@abdulhekim5770
@abdulhekim5770 2 ай бұрын
সুব্ৰত তালুকদাৰ তোমাক ধন্যবাদ। সঁচা কথা কৈছে । সুব্ৰত ৰ সন্মুখত জয়ন্ত গোস্বামী শূন্য হৈ গৈছে। জয়ন্ত গোস্বামী এইয়া প্ৰথম বাৰৰ বাবে শুনিবলৈ পালোঁ যে কোনো পৰীক্ষাত গেছ মাৰ্ক দি topar কৰা ।এয়া কোনটো নিয়মত পৰে ।
@binapanitalukdarbinapanita2559
@binapanitalukdarbinapanita2559 2 ай бұрын
বি জে পি চৰকাৰখনক গো বেক দিব লাগে নহলে দেশখন দেশ হৈ নাথাকিব আৰু মানুহ বোৰ মানুহ হৈ নাথাকিব।আমাৰ মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ চাওক কেলেংকাৰিৰে পাহাৰ বনাইছে।গতিকে সকলো লগ হৈ ইহতক উচিত শাক্ষা দিব লাগিব।
@mansidash78
@mansidash78 Ай бұрын
অতি সুন্দৰ কথোপকথন। আমাৰ অসমীয়া youth যে ইমান সতৰ্ক হব ধৰিছে এইটো এটা শুভ লক্ষণ। আৰু শক্তিশালি হোৱা এইয়াই মোৰ আকাংক্ষা। Right thought, right expression, right words, এইকেইটাই development ৰ মুল মন্ত্ৰ। নিতুমনি শইকীয়াক ধন্যবাদ জনাইছোঁ প্ৰতিটো কথোপকথন বিশেষ ভাৱে সাঙুৰি লোৱাৰ বাবে। । দুঃখিত যে এইখন চৰকাৰে সকলো agency ক নিজৰ হাতত লৈ মুখৰ মাত বন্ধ কৰি থৈছে। মাননীয় supreme court ও আনকি হাত ভৰি বন্ধা। Very very sad for Indians.
@Mr_ninja324
@Mr_ninja324 2 ай бұрын
১০বছৰত BJP য়ে দুৰনিতি কমাব নোৱাৰিলে আৰু এইবাৰ কি কৰিব?
@abadullah3503
@abadullah3503 Ай бұрын
COMITIT CONGRESS MANUH THAKIBOLOI DIBO. LAGIBO
@ashadeoriranideori2864
@ashadeoriranideori2864 2 ай бұрын
কংগ্ৰেছ বেয়া কাম কৰিছিল। কিন্ত বিজেপি ভাল কৰিব লাগেআকৌ ।
@deepabaishya223
@deepabaishya223 2 ай бұрын
গৰুয়ে বাঘৰ ছাল পিন্ধিলে বাঘ নহয়
@hndekari8011
@hndekari8011 Ай бұрын
NTA ব্যৱস্থাটো সম্পূৰ্ণৰূপে উঠাই দেশৰ বিশ্ববিদ্যালয়ৰ ওপৰত পৰীক্ষাসমূহ পাতিবলৈ ভাৰ ন্যস্ত কৰিব লাগে ৷৷
@sunilbarkataki1657
@sunilbarkataki1657 Ай бұрын
Quality education ৰ সলনি quantity education প্ৰবৰ্তনে voters সৃষ্টি কৰা সকলক বহিষ্কাৰ কৰাৰ লগতে জনজাগৰণৰ প্ৰয়োজন আছে।
@wiliumsonmagor
@wiliumsonmagor Ай бұрын
🗽🙏এজন সাইৱালৰ পৰা ইয়াতকৈ বেছি কি আৰু আশা কৰিব পাৰে.....🗽🙏
@kakoligayan2065
@kakoligayan2065 2 ай бұрын
বিজেজি 420
@nripenborgohain201
@nripenborgohain201 2 ай бұрын
চৰকাৰ খন ৰুগীয়া হৈ গ’ল ৷ treatment কৰিব লাগিব ৷
@user-wx4pu7mp7q
@user-wx4pu7mp7q Ай бұрын
তথাপিটো বিজেপিৰ ৰেষ্টোৰেন্তত আহাৰ কৰে অধিকাংশ মানুহে !
@sibanathburagohain7573
@sibanathburagohain7573 2 ай бұрын
আৰু বহুতো আহিব নিশ্চয় ৰাইজে ক্ষিয়াল ৰাখক ধন্যবাদ
@probindas5464
@probindas5464 2 ай бұрын
B j. P. Go. Back
@sahedalisahedali5273
@sahedalisahedali5273 2 ай бұрын
CBI, ED suprem court high court etc য়ে একো ইয়াত কাম্ নাই যদিহে চৰকাৰৰ সদভাব নাথাকে।
@bhupendrachaliha2902
@bhupendrachaliha2902 2 ай бұрын
🎉❤ P.M, OVÈŔ public SÙPORRRTT
@saratdeka3948
@saratdeka3948 2 ай бұрын
গোস্বামীদাই একো নাজানেহে
@tutumonidoley9008
@tutumonidoley9008 Ай бұрын
Verygoodsistemofi
@abadullah3503
@abadullah3503 Ай бұрын
L N O R MARKITING KORILE
@ganeshtalukdar721
@ganeshtalukdar721 2 ай бұрын
Bjpisnotgoodgovernmentforindia,yes
@surenboro5541
@surenboro5541 2 ай бұрын
Joyonto gosyamir Kotha misha
@motinuddinahmed6623
@motinuddinahmed6623 2 ай бұрын
Exactly
@KulenGogoi
@KulenGogoi Ай бұрын
মগজুতো আঠুৰপৰা মোৰলৈ আনা
@user-wn1mc3qy3p
@user-wn1mc3qy3p Ай бұрын
চুবৰত নহয় দেই সুব্রত হে হ'ব।
@Lalit-ug3yn
@Lalit-ug3yn Ай бұрын
এই ধৰ্মেন্দ্ৰ প্ৰধান বোলাটো কোন হয় কেনা?
@anjalighoshdastider3258
@anjalighoshdastider3258 2 ай бұрын
Bohuti val lagil.
@PabitraRajkhowa-un7dk
@PabitraRajkhowa-un7dk 2 ай бұрын
As a Prime Minister He should have the courage to say the truth
@wiliumsonmagor
@wiliumsonmagor Ай бұрын
2024 চনৰ September নহলে October অত মোদী ডাঙৰীয়াই সম্পেই গম পোৱা নাই যে চেণ্ট্ৰেল গৱৰ্ণমেণ্ট অন্তিম কালৰ বাবে শেষ হৈ যাব।
@nirupomachetia327
@nirupomachetia327 Ай бұрын
আমাৰ দেশ খনৰ নিৰ্বাচিত প্ৰথম আৰু প্ৰধান ব্যক্তি গৰাকীয়ে এনেকুৱা বিষয় বোৰক লৈ নিৰ্বিকাৰ হৈ থকাটো ৱে সকলোকে স্তম্ভিত কৰিছে ।
@abadullah3503
@abadullah3503 Ай бұрын
NITU MONI JINDA BAD
@Mr_ninja324
@Mr_ninja324 2 ай бұрын
BJP go back
@NarayanBora-bs8eq
@NarayanBora-bs8eq 2 ай бұрын
Jai maa lokhsmi Narayan. Om shibai nomh.jai Shri Ram nomh
@skb9541
@skb9541 Ай бұрын
Why PM is not speaking on the on-going NEET Scam issue - is it necessary to ask at this juncture? His Govt is taking action, Education Minister Pradhanji already explained elaborately. Moreover part of the matter is sub judice. We now badly need speedy action, apprehending the culprits, quick conduction of pending exams under strict vigilance & starting the academic session as early as possible with our successful students. No politics please. Ruling party must ensure complete transparency & opposition parties must not do fishing in troubled water.
@prahladdas2789
@prahladdas2789 2 ай бұрын
BJP xekh karile oi sob 😢😢
@user-eq9fu2qj3n
@user-eq9fu2qj3n 2 ай бұрын
গোস্বামী ৰ কাম নাই
@lidzillalove2482
@lidzillalove2482 2 ай бұрын
Job service school hospital ghar educations sob dise but atiya bjp ye hek korile aibur
@bikramdeka4406
@bikramdeka4406 2 ай бұрын
Yes
@user-eq9fu2qj3n
@user-eq9fu2qj3n Ай бұрын
কঙগেছে বিহ খালে বিজেপিয়ে ও খাব তাৰ মানে
@user-of5gy3te4s
@user-of5gy3te4s 2 ай бұрын
Himantar gulam bilake himantator urote koi thake .kunu artanay
@jaliluddin4887
@jaliluddin4887 Ай бұрын
NTA is established mainly for collection of funds otherwise it must be taken a bench mark for application eligible in marks of 12th standard may be minimum 60 percent to keep it in standard and reduce the marketing of NEET and stop the sterio type mentality of common student. Responsibility of NEET might be given to NMC and necessary resources to be provided to NMC SOON
@lidzillalove2482
@lidzillalove2482 2 ай бұрын
Bjp hodai paap kam kori ahise
@lidzillalove2482
@lidzillalove2482 2 ай бұрын
Job Khale educations hospile roojgar sob hek
@user-of5gy3te4s
@user-of5gy3te4s 2 ай бұрын
Nijor dolor duinomber choritrotu basibor babe hojay poray kothatu koi ache
@gayatridevi6960
@gayatridevi6960 2 ай бұрын
অসম বা ভাৰতখন এনে ৰাজ্য আৰু দেশ যত দিনে দিনে আইন তৈয়াৰ হয় কিন্তু এই আইন চৰকাৰৰ পক্ষৰ মানুহে ভাঙিলে তাৰ কোনো বিচাৰ নহয়।এটা কথা আছে where there is law there is crime.চৰকাৰে সকলো বিভাগকে নিজ পকেটট ভৰাই ৰাখিছে।অসম চৰকাৰৰ এই বেমাৰটো সৰ্বভাৰতীয় পৰীক্ষাতো লাগিল। কংগ্ৰেছ চৰকাৰে অসমৰ বিদ্যালয় বন্ধ কৰা নাছিল কিন্তু আজি সাত বছৰৰ ভিতৰত হেজাৰ হেজাৰ স্কুল বন্ধ হল।এয়া বিজেপিৰ কৃতিত্ব নেকি?
@ganeshtalukdar721
@ganeshtalukdar721 2 ай бұрын
Bjpisnotgoodgovernmentinindiaa,sobjphotaw,yes
@gh12138.
@gh12138. 2 ай бұрын
Bhrast jutha party😠
@KulenGogoi
@KulenGogoi Ай бұрын
খাৰখোৱা তোৰ মগজু নিচেই কম। কংগ্ৰেছৰ হাতলৈ যোৱা মানে তোৰ ভৱিষ্যতৰ পো , নাতি সকলৰ কি দশা হ'ব ধাৰনা কৰিব পাৰিছা নে ? নাইপৰা কাৰণ সিমান ভাবিব পৰা শক্তি তোৰ নাই। সেয়া জানিবলৈ হ'লে পাকিস্তান আৰু বাংলা দেশত স্বাধীনতা দিনৰেপৰা আজিৰ দিনলৈ হিন্দু সকলৰ কি বিলৈ আৰু হিন্দু সকলৰ সংখ্যা ঘটি গৈ এতিয়া কিমান থাকিলগৈ ? ঠিক সেইদৰে লেবানন আৰু সোমালিয়াৰ ইতিসাহৰ বিষয়ে পঢ়ি চোৱা । এসময়ত সেই দুয়োখন দেশেই ১০০% খৃষ্টান লোকৰ দেশ আছিল । আৰু আজি ৯৫% মুছলমান জনসংখ্যা দোয়ুখন দেশ । আজি ত্ৰিপুৰী সকলৰ ৰাজ্য, ডিমাছা কছাৰী সকলৰ ৰাজ্য ,কুচ ৰাজবংশীৰ ৰাজ্যত কোনে বসবাস কৰিছে ? এই দেশ বা ৰাজ্য বিলাকত তোৰ দৰে মুৰ্খৰ সংখ্যা বেছি আছিল যিয়ে দুদিনৰ আগলৈ ভাবিব নোৱাৰে। যাৰ ফলত নিজৰ দেশ আন জাতি, ধৰ্মীয়ৰ হাতলৈ । গʼল ।
@rohinimalakar9240
@rohinimalakar9240 2 ай бұрын
Sklo misa jonmi r udahrn
@user-uh3ns3ft8l
@user-uh3ns3ft8l 2 ай бұрын
Ami special exam disilu. Age over. Bohut request korio AK mark grace Dia nai
@pranabgoswami-om8hg
@pranabgoswami-om8hg 2 ай бұрын
Aain khone tenehole Pal Babuk kiba action lobone?
@user-of5gy3te4s
@user-of5gy3te4s 2 ай бұрын
Aoii durnititu BJPir 2014 chonor porai choli ahiche .noholejanu BJPir bidhayok Montribilakor bhitorot kiyo membership koriche koriche. Ter karon tekhet jokolor nijor dolor hombandiya bilakok hongsta dibor babehe gutei dikbilak nijor dolor bhitorot adhikar bilak rakhibo bichare
@JanobiPanging-ld9pm
@JanobiPanging-ld9pm 2 ай бұрын
Himanta Hatau piyaj molua bachau😅😅😅
@lidzillalove2482
@lidzillalove2482 2 ай бұрын
Bjp jiman head ase hi hotor gharat paap lagi moribo sobe jana hol mandir jai jai pray kore jana moio koru bohut
@rabinpathak8715
@rabinpathak8715 Ай бұрын
BJP mukhot Ram vokto
@bibekroy5098
@bibekroy5098 Ай бұрын
Eat kon jorito raije val ke buji paise.......
@GoraimariTilaparaLPSchool
@GoraimariTilaparaLPSchool 2 ай бұрын
Ajmalor nam nolole BJP netai Eko kobo noware.
@JeetaGogoi-fd2so
@JeetaGogoi-fd2so 2 ай бұрын
Atiau BJPk manuhe saport kari bane?
@arunchdutta7079
@arunchdutta7079 Ай бұрын
Who iis behinð papers leak
@jugeswarphukan9726
@jugeswarphukan9726 2 ай бұрын
Aijane.missakatha.kaiseneki.bjp.sarkare.akal.gujarati.compani.hakalehe.preneki.aije.hakalute.filarhai.tarmaneki
@jugeswarphukan9726
@jugeswarphukan9726 2 ай бұрын
Aitu.kikaribale.goiase.bjp.sarkare.hikhita.giani.manuh.bjpt.naineki.kia.anekua.ata.parikha.pati.takaghatiba.tarmane.bjp.dekhar.darita.nai.bjpirr
@jugeswarphukan9726
@jugeswarphukan9726 2 ай бұрын
Sabake.bjp.conges.aibur.rajniti.ane.jiti.juktidi.labh.nai.ar.irbur.alagatial.kayha.kai.labhnai.kiabjp.manuhbure.mat.nemate.sarkare.bhulkare.tar.pisat.kia .satarahantha.bharit.paribalaha.hai.lajlagene.kirajnitikarise.karkarane.rajniti.karise.aibure.dekhar.karane.rajniti.karanai.nijsartha.karane.kare.ainure
@sarbanandarajkumar6356
@sarbanandarajkumar6356 2 ай бұрын
N. Mudijir Ane dharanor Ache din Aamak Nalage. NEET Aaru NET Exam Business Chala bondha karile val hobo
@sibanathburagohain7573
@sibanathburagohain7573 2 ай бұрын
😂এওলোকেই অসমখন খালে।
@jugeswarphukan9726
@jugeswarphukan9726 2 ай бұрын
Aitu.kathathik.kaise.ajan.doctarak.bhagab
@jugeswarphukan9726
@jugeswarphukan9726 2 ай бұрын
Bjp.dekhat.akunahe.haitu.hakaluea.bidaidiba.lage.akal.mudiea.sinipai.adani.ambani.taane.thikadar.adani.ambani.dekhar.hihatar.para.parsentij.thik.tenedare.assamat.himatar.kisuman.thikadar.ase.tarmane.parsentig.kiman.parsen.aidare.jadi.dekh.salai.tetia.hale.dekh.unati.habane.talale.gai.nathakibane.kiahil.jibure.adin.bibhinadharane.andulan.karisil.haibure.kia.mat.namate.jailak.aponi.mai.jiai.thakibale.bhabibalagiba.bastur.dam.akakh.langhi.manuh.jiai.thakibale.sinta.karibalagiba.haitu.kia.haise.karan.sindiket.aibur.dhuranda.manuhe.bhariparise.bhal.kam.kara.manuh.nai.bahute.kai.amar.rasta.banale.agate.hua.nasil.are.kisinta.krise.aponar.raster.karane.bjpk.bhot.diba.kintu.bakikam.bur.kihal.gaorar.rasta.keita.banale.kot.banale.kiabhabisuanai.akhan.gaou.bule.adarkha.gaou.adarkha.gaout.kiki.habalage.haisene.tarmane.ki.gian.nathaka.manuhe.ane.mantaiba.diba.jen.bjp.ahil.hakalu.nuhua.kam.kariba.kidal.karile.akal.atai.janile.sindiket.sindiket.kari.dakahak.kari.malghati.raj.hukh.laba.lage.nabhabiba.hadai.aketa.dolthakiba.rajniti.beleg.haitu.nijarbisar.
Nurse's Mission: Bringing Joy to Young Lives #shorts
00:17
Fabiosa Stories
Рет қаралды 3,3 МЛН
Schoolboy Runaway в реальной жизни🤣@onLI_gAmeS
00:31
МишАня
Рет қаралды 3,9 МЛН
КАКУЮ ДВЕРЬ ВЫБРАТЬ? 😂 #Shorts
00:45
НУБАСТЕР
Рет қаралды 3,4 МЛН
Nurse's Mission: Bringing Joy to Young Lives #shorts
00:17
Fabiosa Stories
Рет қаралды 3,3 МЛН