এইবাৰ সাংবাদিকক এঘৰীয়া কৰিলে সমাজে, ববিতা ভৰালীৰ পৰিয়ালক কিয় এঘৰীয়া কৰিলে?

  Рет қаралды 100,490

NKTV PLUS

NKTV PLUS

Жыл бұрын

▶️এইবাৰ সাংবাদিকক এঘৰীয়া কৰিলে সমাজে। তোমালোকক আমি এৰিলোৱে, তোমালোকৰ ঘৰত খোৱাৰ কথা ক'ৰ পৰা আহিলে? দৰঙৰ ঘটনাক আপুনি ধিক্কাৰ জনাইছিল, পিছে জাত-পাতৰ চিন্তাই শিৱসাগৰকো নেৰিলে। শিৱসাগৰৰ অৰ্জুনগুৰি কুমাৰ গাঁৱৰ ববিতা ভৰালীৰ পৰিয়ালক কিয় এঘৰীয়া কৰিলে?

Пікірлер: 310
@lpdas639
@lpdas639 Жыл бұрын
কি কম অসমীয়া মানুহৰ কথা ।Tension নলব।অকলে থাকক । ভূপেন দাৰ এটা গীত আছে-নেলাগে সমাজ,নেলাগে নেলাগে সময় দেখুৱা ঘড়ী, সময় এবাৰ থমকি ৰওকচোন নিজকে সাক্ষী কৰি----শুনিবচোন মনটো ভাল লাগিব ।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 Жыл бұрын
আপুনি কোন গাওঁ ৰ বোৱাৰী আপোনালোকৰ ঘৰ কত আপোনা লোকৰ গাওঁ ৰ নাম ঘৰ পৰিচালনা সভাপতি সম্পাদক আঁঠু মূৰত চুৰিয়া পিন্ধা অৰ্ধ শিক্ষা থকা মানুহ চৰকাৰে চোকা দৃষ্টি ৰাখক সকলো অনুদান বন্ধ কৰক তেনেকুৱা trd মানো বৃত্তি পৰিচালনা কৰা নামঘৰত কোনো অনুদানৰ পৰা বঞ্চিত কৰক চৰকাৰে পৰিচালনকাৰ সভাপতি সম্পাদকক কৈফিৎ বিচাৰক
@umang47
@umang47 Жыл бұрын
আমাৰ tribal সমাজ খন কিন্তু ইমান অমানৱীয় নহয় দে। আমাৰ সমাজত সকলো ৱে আহি উঠা বহা কৰিব পাৰে, খোৱা বোৱা কৰিব পাৰে ,তাৰ বাবে কোনোৱে বাচন বৰ্তন ধুই যাব নালাগে, বা খোৱা ঠাই খিনি মচিকাচি যাব নেলাগে, আমাৰ সমাজে সেই কণ আলহী আপায়ান কৰিব যানে দে, মই জনাত সেই কণ সংস্কাৰ আমাৰ tribel সমাজত আছে।
@informativeknowledge4104
@informativeknowledge4104 Жыл бұрын
গাওঁ খনৰ সভাপতি আৰু সম্পাদক ক অতি সোনকালে arrest কৰক ।
@monujmanoshborah9388
@monujmanoshborah9388 Жыл бұрын
"এই সমাজখনৰ সকলোকে চৰকাৰী চাকৰিৰ পৰা খেদিব লাগে আৰু সকলোবোৰ চৰকাৰী আঁচনিৰ পৰা এই সকলক বঞ্চিত কৰিব লাগে ।। এনেকুৱা সমাজক একাষৰীয়া কৰিব লাগে ।।"
@bhupendas3078
@bhupendas3078 Жыл бұрын
যেতিয়া লৈকে হিন্দু ধৰ্ম/ হিন্দু সমাজ থাকিব তেতিয়া লৈকে ,এইবোৰ জাত পাতৰ নিচ মনোবৃত্তি ভাব ধাৰা বিলাক থাকিব, কাৰণ হিন্দু ধৰ্ম পকৃত অৰ্থ হল বিভিন্ন বিভাজন, অতি গভীৰ ভাৱে অধ্যয়ন নকৰাকৈ/ নকৰিলে বুজি নাপায়, নাপাবও।আপুনি কৈছে ভকত বৈষ্ণৱক মাতিছো নামৰ বাবে, জলপানৰ বাবে, প্ৰকৃততে আপুনি ভুল কৈছে, প্ৰকৃততে আপুনি চুৰ,ডকাইত,ডগবাইছ, মূৰ্খ, বিভেছাৰ গৰু এজাক মাতিছিল,সেই হে আপোনালোকৰ এনে অৱস্থা হল। সচাঁ ভকত বৈষ্ণৱে কোনো মানুহক, কোনো সমাজত বিভেদ অনাৰ ব্যৱস্থা নকৰে।Madam, very constrictive work support & salute,Thanks 🙏.
@jantihira9223
@jantihira9223 Жыл бұрын
মুখ্যমন্ত্রী ডাঙৰীয়াক অনুৰোধ অসমৰ যিমান নিজকে বহুত জানো বুলি ভবা সএাধিকাৰ হওক আৰু কীতন ভাগৱত গীতা জনা যিমান ব্যক্তি আছে প্ৰতিযোগিতা মুলক ভাবে সকলোকে মাতক খানাপাৰাত শেষ বাৰৰ বাবে তাতে বহুত ধম আৰু মানব ধমৰ প্ৰতি প্ৰশ্ন কৰা হব ।তেতিয়াহে সমাজ ব্যৱস্থা ঘটি থকা আকোৰগোজ মনত ভাবি থকা হিংসা বোৰ দুৰ হব।
@assamese2384
@assamese2384 Жыл бұрын
আইনৰ ওচৰ চাপক।।আইনৰ উৰ্ধত কোনো নহয়।।সংকিৰ্নতাৰ ঠেক পৰিশৰৰ পৰা ওলাই আহি বহল চিন্তা ভাৱনা কৰক।। ৰাজহুৱা জনমত গঢ়াৰ সময় আহি পৰিছে এই বিষয় টোৰ ওপৰত।।
@monuranjangogoi6276
@monuranjangogoi6276 Жыл бұрын
বহুত সুন্দৰ কৈ কথা বোৰ ৰাখিলে ভাল লাগিল.
@lulalu6707
@lulalu6707 Жыл бұрын
🙏 আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনি আপোনাৰ মটে কাম কৰি থাকক 🌹🌹🌹🌹🌹পিছলে নেছাব আগুৱাই জাঊক 💪💪 বীৰসিংহ কনকলতা 💪💪💪
@flyingbird131
@flyingbird131 Жыл бұрын
অসম এনেদৰেই শেষ আৰু এদিন!!এটা কথা সঁচা যে যেতিয়ালৈকে গোড়ামিৰে ভৰপূৰ পুৰণি কেইটামান প্ৰজন্ম একেবাৰে শেষ হৈ নাযায় তেতিয়ালিকে মাইকী মানুহৰ শান্তি নাই!
@dipokgogoi202
@dipokgogoi202 Жыл бұрын
সেই খন সমাজ র সভাপতি সম্পাদক প্র মূখ্য মানুহ বোৰক বলিয়া কুকুৰে কামুৰিছে নেকি? চিকিৎসা কৰিব লাগে। আপুনি পিছ হুহকি নিদিব।
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Жыл бұрын
সেই সকলৰ চিন্তা অতি নিম্ন মানৰ। শিক্ষিত হয়নে নহয় ।।ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো শুনিবলৈ কওক। warriors গোটৰ কাষলৈ যাব পাৰে । আপুনি নিজস্বতা নেৰিব ।
@Mave.16
@Mave.16 Жыл бұрын
সভাপতি আৰু পেচিদেনক হে এঘৰিয়া কৰক ৰাইজ
@abdussattarahmed1542
@abdussattarahmed1542 Жыл бұрын
Right ma'am
@rajbhaktiyari6740
@rajbhaktiyari6740 Жыл бұрын
সমাজ বুলি নাম লৈ আগত থিয় হোৱা দুজন বা তিনিজন ব্যক্তিৰহে এনেকুৱা problem হয় । গাঁও খনত বাস কৰা বাকী সাধাৰণ ৰাইজে গমেই নাপায় আৰু মানিও লৈ। সেই কেইজনৰ ব্যক্তিগত মানসিকতা যেনেকুৱা তেনেকৈ সমাজখন পৰিচালিত হয়।
@ranjitsaharia1711
@ranjitsaharia1711 Жыл бұрын
Mrs Bharali apuni pura xuddha. Bhoi nakhabo aami asom basi apunar pakhyat asu
@jeutihazarika9997
@jeutihazarika9997 Жыл бұрын
এঘৰীয়া ব্যবস্থাটো নাশ হব লাগে ৷ সমাজৰ এই কমদামী চিন্তাবোৰ আতৰ কৰিবৰ হ’ল
@varakhamybusiness3762
@varakhamybusiness3762 Жыл бұрын
বাইদেউ আপোনাৰ কথাৰ লগত মই একমত ।সমাজে উচিত বিচাৰ নকৰে ।মই মোৰ নিজৰ লগতে প্ৰমাণ পাইছো ।সেয়েহে আমি নাৰী সকল সাহসী হব লাগিব ।
@dulumoniborah7043
@dulumoniborah7043 Жыл бұрын
Right
How Many Balloons Does It Take To Fly?
00:18
MrBeast
Рет қаралды 205 МЛН
World’s Largest Jello Pool
01:00
Mark Rober
Рет қаралды 106 МЛН
A teacher captured the cutest moment at the nursery #shorts
00:33
Fabiosa Stories
Рет қаралды 54 МЛН