এইজন ৰিক্সাচালকে দিনটো ৰিক্সা চলাই পোৱা টকা ষ্টেজত গৈ উপহাৰ দিলে / কান্দি দিলে ষ্টেজতে Sobhangi য়ে

  Рет қаралды 153,390

Chifung Suriya Jatra

Chifung Suriya Jatra

8 ай бұрын

#chifungsuriyajatra
#sobhangisubhasurya
#singer
#emotionalmoment

Пікірлер: 138
@user-qq6fl8bj2c
@user-qq6fl8bj2c 2 ай бұрын
এই চালকজনহে প্ৰকৃত মানুহ।তেখেতক প্ৰণাম জনালো।
@DineshchBorah
@DineshchBorah 8 ай бұрын
এইজনহে আচল মনুহক ভালপোৱা , দেশক ভাল পোৱা মানুহ , কৃষ্ণ ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏❤️
@gunaramdas131
@gunaramdas131 8 ай бұрын
তেখেতে কব নোৱৰা কৈ আমাক এটা শিক্ষা দি গল- ধন থাকিলেই সমাজৰ ডাঙৰ মানুহ নহয়!মৰম আক লোৱা,স্নেহ, উদাৰ, মৰমিয়াল লোক সকল হে আচল মানুহ,আৰু সমাজৰ ডাঙৰ মানুহ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Hoi thik koise . Thnk u apunak
@dimbeswarkonwar7659
@dimbeswarkonwar7659 8 ай бұрын
আনন্দ দায়ক নে হৃদয় বিদাৰক বুলি কম। আপোনালোকৰ লগত আমিও কন্দিছোঁ।❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@anjugogoi6536
@anjugogoi6536 8 ай бұрын
তথাপিও বৰ সুন্দৰ ' বহু ভাল লাগিল ।
@jibonphukon7946
@jibonphukon7946 16 сағат бұрын
সঢাই , এনে ভাল লগা সময়ত কান্দি ও ভাল লাগে। এয়ে প্ৰকৃত মধুৰ ক্ষণ ।
@mrinaligogoi3811
@mrinaligogoi3811 2 ай бұрын
প্ৰকৃত হৃদয়বান ব্যক্তি । ভগৱানে কুশলে ৰাখক 🙏🙏 আপোনাৰ কণ্ঠই জগত জিনক❤❤
@puspadhardowarah1932
@puspadhardowarah1932 8 ай бұрын
দাতা জনলৈ অশেষ অশেষ ধন্যবাদ থাকিল।এনেবোৰ ব্যক্তিয়েই মোৰ"বাবে চিৰ"নমস্য। তেওলোক যি জাতিৰে;যি ধৰ্মৰে নহওক কিয়। মুধে ফুটা ব্যক্তিবোৰ মোৰ মানস পটতমানুহ নহয়"বুলিয়েই গণ্য কৰো যদিহে দান কৰা গুণ নাইবা দৰিদ্ৰ সকলৰ"প্ৰতি সহানুভূতি গুণ নাই।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏🙏🙏❤️
@bhupenrabha1613
@bhupenrabha1613 2 ай бұрын
ভাল লাগিল ❤আৰু দুখ অ লাগিল কবলৈ ভাষা নাই 😢😢ইমান বৰ মানুহ থকাৰ পাছতো খুড়াই এটা ডাঙৰ উপহাৰ দি দেখালে ❤❤❤ ইয়াতকৈ আৰু কি 😢কবলৈ ভাষা নাই মোৰ হে চকুপানী ওলাই গল😢😢😢
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Hoi
@jatindeka6784
@jatindeka6784 8 ай бұрын
অন্তৰৰ নিভৃততম স্থানৰ পৰা দিয়া মৰম আৰু ভুপেন ককাইদেউৰ প্ৰতি শ্ৰদ্ধা
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@UpendraBarman-ko3vi
@UpendraBarman-ko3vi 8 ай бұрын
Ai koka jonor morom val powar babe ata like kora ❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@prabinmallabaruah8845
@prabinmallabaruah8845 8 ай бұрын
ডঃ ভূপেন হাজৰিকাৰ মৃত্যুত ডঃ হীৰেন গোহাই ডাঙৰীয়াই মাত্ৰ কেইটা মান লাইন লিখি শ্ৰদ্ধা যাঁচিছিল। তেওঁ কৈছিল ডঃ হাজৰিকাৰ গানে কমেও তিনিটা পিৰীক একলগে আচন্ন কৰি ৰাখিব পৰা গায়ক গীতিকাৰ পৃথিবীতে বিৰল। ধনী দুখীযা, কৃষক মজদুৰ তথা নিপীড়িত জনেও নিজকে বিচাৰি পাইছিল এই অসামান্য শিল্পী জনৰ কণ্ঠত। সেয়েহে তেওঁ যুগজয়ী শিল্পী । আজিৰ ৰিক্সাচালক জনো সেই মহান শিল্পী জনৰ গীতৰ অনুৰাগী বাবেই মঞ্চৰ শিল্পী গৰাকীৰ ওচৰত ভক্তি সহ নিবেদন কৰিলে তেওঁৰ হিয়াভগা পৰিশ্ৰমৰ ধনখিনি। ইও এক বিৰল ঘটনা হৈ ৰব।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Ekdom thik koise dhonyabad apunak . Apunar commnt tuye hilpi gorakik monot bahut hahakh pabo
@prabinmallabaruah8845
@prabinmallabaruah8845 8 ай бұрын
@@ChifungSuriyaJatra ডঃ ভূপেন হাজৰিকাৰ গীত গাই জনপ্ৰিয় হোৱা আৰু সহজে জনপ্ৰিয় হবলৈ ভূপেন হাজৰিকাৰ গীত গোৱা একে নহয় । এই শিল্পী জনে শ্ৰদ্ধাৰে ডঃ হাজৰিকাৰ গীত পৰিবেশন কৰাত আমি গৰ্ব অনুভব কৰিছোঁ আৰু তেওঁৰ উজ্জল ভবিষ্যত কামনা কৰিছোঁ ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
@@prabinmallabaruah8845 ❤️🙏🙏
@sanjitkumarswargiary8092
@sanjitkumarswargiary8092 8 ай бұрын
প্ৰকৃত মানবতাৰ ছবি ফুটি উঠিছে।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@abhijeetdeka2328
@abhijeetdeka2328 8 ай бұрын
Hosa ontorar mnuh...aijon a holl sukhi manuh..❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@balendas4511
@balendas4511 2 ай бұрын
আজিৰ সমাজৰ মানবতা থকা প্ৰকৃত মানুহ তেখেতে। প্ৰণাম কৰিছো 🙏🙏🙏
@ranjandas6167
@ranjandas6167 8 ай бұрын
Aji kali thoka manuhe dibo nibisare tew j dise tew bohut mohan🙏🏻
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thik koise thnk u❤️
@nogeningti337
@nogeningti337 8 ай бұрын
হয় মানুহজনে দিনৰ দিনটো কাম কৰি অলপ পাই টাকৈ লৈ আহি মঞ্চত উঠি ওপহা দিলে বহুত বেৰা ৰ লাগিছে 😢
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@dipoksvision7040
@dipoksvision7040 8 ай бұрын
সুন্দৰ অনুস্থান।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
ধন্যবাদ
@uditdas2311
@uditdas2311 8 ай бұрын
বহুত আবেগিক হৈ গৈছোঁ
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@birennath8618
@birennath8618 3 ай бұрын
ভূপেন হাজৰিকাৰ ফটো খনৰ ওচৰত এবাৰ মূৰ দোৱাই লোৱা দেখা হ'লে বৰ ভাল লাগিল হেতেন।
@khaninsarma5522
@khaninsarma5522 8 ай бұрын
Bahut abegik hoi porisu....thanks Sobhangi ba.....
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏❤️❤️
@dibakar424
@dibakar424 8 ай бұрын
Great man great job
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@mamitasaikia6194
@mamitasaikia6194 2 ай бұрын
বহুত ভাল লাগিল
@intajulzaman4393
@intajulzaman4393 8 ай бұрын
Great 👍👍
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
❤️❤️❤️
@user-xz5ll2or6v
@user-xz5ll2or6v 8 ай бұрын
সচাকৈ বহুত দুখ লাগিল 😢,বা ভিনদেউ আপোনালোকৰ খবৰ ভালনে, আপোনালোকৰ video bor চাই থাকো। কিন্তু comment আজি কৰিলো।❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnk u dea❤️❤️
@minotirava9741
@minotirava9741 8 ай бұрын
Vl lagil... Aru bohut dukh lagil dekhi
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx ❤️
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 8 ай бұрын
A moja bhal lagil
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏🙏🙏❤️
@missmystical6605
@missmystical6605 8 ай бұрын
এইয়াই সচা মৰম ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
❤️❤️❤️
@jannath4313
@jannath4313 8 ай бұрын
Great man.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@madhusmitagogoi7625
@madhusmitagogoi7625 2 ай бұрын
He is soo great
@lucybaruah8701
@lucybaruah8701 8 ай бұрын
Bohud bhal lagil❤️
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
thnx
@ranjansabhapandit3849
@ranjansabhapandit3849 2 ай бұрын
Great job 👏
@chandanboragohain9168
@chandanboragohain9168 2 ай бұрын
Koka. I. Love. 💜💜💜💜💜🙏🙏🙏👋🙏🙏🙏👋
@mileswarbhuyan7110
@mileswarbhuyan7110 8 ай бұрын
Very very nice
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
❤️❤️❤️
@kirttanaramdas9381
@kirttanaramdas9381 8 ай бұрын
ভিডিওটো চাই সঁচাকৈ মৰো চকুপানী ওলাই গৈছে। 😂😂😂
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
thnx
@munmiborah-hg6tp
@munmiborah-hg6tp 2 ай бұрын
Hosakoi dai mur Dauta ni tauk dakhi dau taloi monot pori gol ❤❤😢😢
@tapondebnath6919
@tapondebnath6919 2 ай бұрын
Great and sad time.
@pankajdeka1171
@pankajdeka1171 2 ай бұрын
ইমান ধুনীয়া এটা ভিডিঅ' চাবলৈ সুবিধা কৰি দিয়াৰ বাবে "চিফুং সুৰীয়া যাত্ৰা'' ৰ পৰিচালিকালৈ আন্তৰিক ধন্যবাদ জনাইছো। সঁচাকৈ ভিডিঅ'টোৱে মোৰ মনটোক বৰ আৱেগিক কৰি তুলিলে। অনুষ্ঠানটো বৰ সুন্দৰ হৈছে। শিল্পী গৰাকীয়েও বৰ সুন্দৰকৈ সংগীত পৰিবেশন কৰিছে। সাজ-পাৰৰ ক্ষেত্ৰতো বৰ মাৰ্জিত শিল্পী গৰাকী। মুঠৰ ওপৰত এক সুন্দৰ gorgeous programme.... "চিফুং সুৰীয়া যাত্ৰা''ৰ জৰিয়তে আগলৈকো এনেদৰে সুন্দৰ সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম 🙏🙏
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
ইমান সুন্দৰ এটি বক্তব্যই এনেদৰে উৎসাহ জনোৱা বাবে আন্তৰিক ধন্যবাদ । চেষ্টা কৰিম এনেকৈ ভিডিঅ দিবলৈ । আপোনাৰ দিহা পৰামৰ্শ সদায় বিছাৰিলো । আজি চাৰি বছৰে বহুকেইটাই ভিডিঅ বনালো লাইক কমেণ্টো বহুত পালো কিন্তু এনেকোৱা সুন্দৰ গঠনমূলক কমেণ্ট আজিলৈকে পোৱা নাছিলো । আজি আপোনাৰ কমেণ্ট টোৱে মোক বহুত আগলৈ যোৱা সপোনৰ ৰাস্তাটো দেখোৱাই দিলে ।
@namunarayandutta1068
@namunarayandutta1068 2 ай бұрын
Om namo narayan
@kajalborahkajolborah7441
@kajalborahkajolborah7441 2 ай бұрын
Very very nice song ♥️♥️♥️♥️
@puspadhardeka5665
@puspadhardeka5665 8 ай бұрын
Jibilak manuhar abhab nai hei hakale ai bidha rikshawala janar para kiba ata hikak. Rikshawala bidha janak bhagwane kukhale rakhak.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏❤️
@user-xl5mc5wk3r
@user-xl5mc5wk3r 2 ай бұрын
Manuhy Manuhor baby❤❤🎉🎉
@SanjibSaikia-vu5el
@SanjibSaikia-vu5el 8 ай бұрын
Manuhjanoloi bahut thank you
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx❤️
@deepjyotiboruah9496
@deepjyotiboruah9496 2 ай бұрын
শ্ৰেষ্ট উপহাৰ ।
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe 3 ай бұрын
Good
@bibek6169
@bibek6169 2 ай бұрын
Xosay sokur pani rokhabo noarilu
@kajalborahkajolborah7441
@kajalborahkajolborah7441 2 ай бұрын
Very very.nice
@chandramohanhaloi3321
@chandramohanhaloi3321 8 ай бұрын
Moko konduwai dile o ......from " Ludhiana" PUNJAB
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
😭😭😭🙏
@achyutkrishnagogoi9286
@achyutkrishnagogoi9286 8 ай бұрын
True love.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
❤️
@amarendrabaishya9612
@amarendrabaishya9612 8 ай бұрын
মানবতা
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@manjuroy3151
@manjuroy3151 2 ай бұрын
❤❤❤
@BanamaliDas-qu5lo
@BanamaliDas-qu5lo 2 ай бұрын
Dukhiwa holeo sihotor mazotp ase akhoni sundor hiwa
@irdhan143
@irdhan143 2 ай бұрын
@dhon122
@dhon122 2 ай бұрын
Monor dhoni manuh tew 🙏🙏
@ChifungSuriyaJatra
@ChifungSuriyaJatra Ай бұрын
Hosa kole
@phanidhartalukdar7053
@phanidhartalukdar7053 2 ай бұрын
Sakur pani ulai gol dukh lagila bahut
@user-db1vc6st1f
@user-db1vc6st1f 2 ай бұрын
Thanks
@PrabhatSaikia-mf5un
@PrabhatSaikia-mf5un 8 ай бұрын
Great
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏❤️❤️
@LakshyahiraBorah-jh7uq
@LakshyahiraBorah-jh7uq 2 ай бұрын
Tekhetor mohanubhobota dekhi hosakoi abegik hoi golu
@AtulBorboruah-px1jl
@AtulBorboruah-px1jl 8 ай бұрын
ভালেই লাগিল তেওঁ গোৱা গীত শুনি কিন্তুু তেওঁ এটা ভূল কৰিলে লিয়েন মাকাওঁ গীতটো ভূপেন দা আৰু তালাপ মেহমুদে গাইছিল।জয়ন্ত হাজৰিকাই গোৱা নাছিল।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnk u
@mandeepkalita4826
@mandeepkalita4826 8 ай бұрын
Dukhiyar antar khn bht kumal hy.kandi pelalu olp time babe
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@Jiya-cr7ls
@Jiya-cr7ls 19 күн бұрын
❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😢😢😢😢😢😢😢❤❤
@geetanjalisakia4233
@geetanjalisakia4233 8 ай бұрын
🇮🇳🇮🇳🙏🙏🙏🙏👏👏👏👏🤝💞💕
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
thnx ❤️
@user-tf5yo1zh9t
@user-tf5yo1zh9t 8 ай бұрын
Hosaka sokupani ulai gl oooo manuh mrm bu dakhi vl lagesa
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@user-ow5wu7ho5w
@user-ow5wu7ho5w 2 ай бұрын
Hosai. Aijon. Manuhor man. Aru. Dhoni. Manu. Kot oo aa nai......selut. antor selut.🫡🫡🫡
@user-mq1fx7zl8r
@user-mq1fx7zl8r 2 ай бұрын
Video 2 চাব নোৱাৰিলো চকুপানী ওলাই গৈছে
@taluwarongpi8684
@taluwarongpi8684 8 ай бұрын
Video tu Sai moi sokut soku Pani rakhibo nuwarilu moi
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏❤️😢
@jayantachoudhury1024
@jayantachoudhury1024 8 ай бұрын
Obak hoisu
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
❤️❤️
@ripulbora
@ripulbora 2 ай бұрын
Hasai sakur Pani apuna apuni ulai gal ki kam vakha nai
@sandhyaborsaikia1750
@sandhyaborsaikia1750 2 ай бұрын
God bless all time all assamese people ❤❤❤
@jogenkutum2786
@jogenkutum2786 2 ай бұрын
দেশ ভক্তি
@Saruprabha8081
@Saruprabha8081 8 ай бұрын
Kabaloi bhakha nai 🙏🙏🙏
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
❤️❤️❤️
@Saruprabha8081
@Saruprabha8081 8 ай бұрын
@@ChifungSuriyaJatra 🌹
@gunaramdas131
@gunaramdas131 8 ай бұрын
😢 4:
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
🙏❤️
@user-uy9kg8mw3d
@user-uy9kg8mw3d 8 ай бұрын
Hosai nije nije sokur Pani wlai ahe .Toka nathakilaw tewr ekhon Bohol hidoi ase ..
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
thnx
@DPffx
@DPffx 8 ай бұрын
Xosa Manuh, xosa hridoi, xosa morom
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@surjitkamaldas5599
@surjitkamaldas5599 8 ай бұрын
Krishna.... Bhaxa nai....
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@user-oq7gv2vp8f
@user-oq7gv2vp8f 3 ай бұрын
Bor duk lagil😂😂😂😂
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
🙏
@manujkumarbora8901
@manujkumarbora8901 8 ай бұрын
Dangr aru dhoni manuht koi xoru manuht mon tu dangr
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
@dasdimbeswar107
@dasdimbeswar107 2 ай бұрын
Khosa dhoni manuh teu
@anjugogoi6536
@anjugogoi6536 8 ай бұрын
ৰাইজেই নাই চোন ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Raij kiyo lage apunak jitu dekhuwaisu heitu saok . Aru ejon dujon thokatu raij nkoi neki lakh lakh hajar hajar thakile he raij koi ne
@surjitkamaldas5599
@surjitkamaldas5599 8 ай бұрын
​@@ChifungSuriyaJatraekdom xosa kotha. Dhanyabad apunaloi.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
@@surjitkamaldas5599 ❤️❤️
@vestigejlteam9047
@vestigejlteam9047 8 ай бұрын
Great 👍👍
@ChifungSuriyaJatra
@ChifungSuriyaJatra 8 ай бұрын
Thnx
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 176 МЛН
Finger Heart - Fancy Refill (Inside Out Animation)
00:30
FASH
Рет қаралды 25 МЛН
What it feels like cleaning up after a toddler.
00:40
Daniel LaBelle
Рет қаралды 82 МЛН
БАБУШКИН КОМПОТ В СОЛО
00:23
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 16 МЛН
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 176 МЛН