ইমান ধুনীয়া ছোৱালী হৈ এই বান্দৰটোৰ লগত বিয়া হৈছা যে?

  Рет қаралды 1,063,747

JSS Unscrripted

JSS Unscrripted

11 ай бұрын

ইমান ধুনীয়া ছোৱালী হৈ এই বান্দৰটোৰ লগত বিয়া হৈছা যে? @AmayraRaktimVlogs
Their Vlog channel:
yt.openinapp.co/1aij8
Created by:
mustaq_h_ahmedd...)
Anchor: Himashree Saikia
( himashree_m_sai...)
Fb:- / manisha.bora.969
Business inquiry: ahmedmustaq233@gmail.com
WhatsApp: 7002237286
Connect with us on Social media.
FB:
profile.php?...
INSTA:
/ jumpingspiderstudios

Пікірлер: 1 900
@prataprabha374
@prataprabha374 2 ай бұрын
এয়াই সত্য প্ৰেম, সছা প্ৰেম একো ভয় নাথাকে। Thanks to you.
@sanjeebchoudhury7181
@sanjeebchoudhury7181 11 ай бұрын
ইমান পবিত্ৰ ভাল পোৱা ❤️ ভগৱান সদায়ে তোমালোকৰ লগত থাকিব আৰু আছে 🙏। নিজৰ কৰ্ম কৰি থাকা, কৰ্মই ধৰ্ম .. ফল ভগৱানে দিব ,,,
@kanjyotinath4014
@kanjyotinath4014 10 ай бұрын
Val poa ki buji a poa nasil bole tetya
@himanidevi3532
@himanidevi3532 10 ай бұрын
real love .beya kowa bor tention naloba duyo.bhal khini accept kori aagoloi khoj dya..thanks
@mamonidevi617
@mamonidevi617 10 ай бұрын
Nice
@chandandutta3186
@chandandutta3186 10 ай бұрын
Pabitra valpoa pisar katha ,pet bharab laagib ,poisa laage. Poisa problem jetia hoi tetia premar bhut nohoa hay.ji hal hal , tumalok bhalke thaka.
@hariprasa5223
@hariprasa5223 10 ай бұрын
সছাকৈ মানুহৰ চেহেৰা চাই নহয় মন আৰু কৰ্ম ই হে কয় মানুহ জন কেনেকুৱা।❤
@Hyperrocket
@Hyperrocket 10 ай бұрын
Jibwan to safal houk
@jitupadi7417
@jitupadi7417 10 ай бұрын
Nubujila apuni loratu vloger hoy😅
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj 10 ай бұрын
Aibur manuhor kuwa kotha ai2 manuhor human nature
@BinoybhaniRajbongshi-so7vl
@BinoybhaniRajbongshi-so7vl 10 ай бұрын
ডিমা বুলিয়ে কও আমি বাৰু বা জনীক দেশী বহুত ভাল লাগিছে শুনি ভাল লাগিছে কথাবোৰ দেশিলে গম পাই যে বহুত সুখী যা নহক সুখী হোৱা মিলিছে দাদা জনো বৰ মৰম লগা আৰু laky hoi❤❤
@sushmitasarma9639
@sushmitasarma9639 11 ай бұрын
Mnuho k sehera beya buli keneke Kobo pare.... direct sonmukhot ....sihhh . ..that boy is very gentle,calm ang good human
@animaborah7558
@animaborah7558 10 ай бұрын
কোনো কৃতিমতা নোহোৱাকৈ কোৱা কথাখিনী আৰু তেওলোকৰ কাহিনী শুনি সঁচাকৈ বহুত ভাল লাগিল ।দুয়োজন একদম সৰল মনৰ মানুহ ।ভগৱানে তোমালোকক সুখি কৰক ।
@user-ie4yf7rw7t
@user-ie4yf7rw7t 10 ай бұрын
Manu har, juntu,bohgbanay, turkey, korey
@dilipkrkalita8160
@dilipkrkalita8160 10 ай бұрын
ঠিকেই আছে সুন্দৰ। কিবা এটা জব কৰি চলি থাকা ভগৱানেও নিশ্চয় সহায় কৰিব।
@kakalitalukdar785
@kakalitalukdar785 10 ай бұрын
ছোৱালী জনীৰ কথনশৈলী খুব সুন্দৰ । কেমেৰা দেখি অদ্ভুত অদ্ভুত শব্দ বাক্য ব্যবহাৰ কৰিব গৈ শুনি ভাল নলগাগৈ কোৱাতকৈ মনত যি আহে কৈ দিলে শুনি বেছি ভাল লাগে এই ভিদিঅ টোৱেই প্ৰমাণ । ছোৱালীজনীৰ অন্তৰ খানো খুব খোলা যেন অনুভৱ হল । দুয়োলৈ শুভকামনা জনালোঁ সফল হোৱা জীৱনত।
@paruldutta954
@paruldutta954 10 ай бұрын
এয়াই প্ৰকৃত ভাল পোৱা। সদায় সুখী হৈ থাকা ❤️
@ranukonwarchetia1054
@ranukonwarchetia1054 10 ай бұрын
তোমালোকৰ সংসাৰ সুখৰ আৰু মধোময় হওক । ভগৱানে কৃপা কৰক ।
@tulumoniborah6659
@tulumoniborah6659 10 ай бұрын
দুই জনে সুখেৰে থাকক হাৰি নাজাব ❤❤
@mrguru5310
@mrguru5310 10 ай бұрын
❤আপোনালোকৰ কাহিনী টো শুনি বহুত ভাল লাগিল আপোনালোকে এনেকুৱা কৈ সদাই হুখত মিলি থাকিব God bless you And love from karbi anglong ❤️❤️❤️
@devdas8542
@devdas8542 11 ай бұрын
ছোৱালী হলে তোমাৰ দৰে হব লাগে... তোমালোকৰ ভৱিষ্যতে বহুত বেছি ভাল হব ❤❤❤❤
@dipakgogoi5255
@dipakgogoi5255 10 ай бұрын
Hoi dai anak anuparana diya polie ahiboiloi
@ranahere4908
@ranahere4908 10 ай бұрын
যিমান যি ধুনীয়া চেহেৰা নহওঁক কিয় এদিন কিন্তু জ্বলি-পুৰি ছাই হৈ পচিসৰি যাব।
@assamboy3636
@assamboy3636 10 ай бұрын
hy bro
@mallikabegum9008
@mallikabegum9008 10 ай бұрын
বহুত বহুত ধন্যবাদ। সংসাৰ ভালদৰে আগবঢ়াই নিয়ক।ভগৱানে নিশ্চয় সহায় কৰিব।
@sumansutradhar3099
@sumansutradhar3099 10 ай бұрын
Whenever you interview your guest please do a basic information research for the introduction..don't confirm on screen it's a disrespect of that guest.. Thank you. Spreading Happiness ❤
@dipakrabha9223
@dipakrabha9223 10 ай бұрын
ৰূপে কি কৰে, গুণেহি সংসাৰ তোলে । তোমালোকে বহুত সুখত থাকিবা মোৰ বিশ্বাস। ইজনে সিজনক সম্পূৰ্ণকৈ বুজিছা , ভগবানে নিশ্চয় মংগল কৰিব।।
@rajkumarpanging5835
@rajkumarpanging5835 10 ай бұрын
Q😂90❤
@dipakbaruah8987
@dipakbaruah8987 11 ай бұрын
ভাল লাগিল। দুৰ্বল নহবা আগ বাঢ়ি যোৱা ।
@avishekzg1217
@avishekzg1217 10 ай бұрын
This type of girls actually deserve respect ❤️.. she's the queen❤️.. God bless them both😇
@manibankalitanath3648
@manibankalitanath3648 10 ай бұрын
জন্মদিয়া মা দেউতাই নিজৰ সন্তানক গালি দিলেই বুলি দুদিনৰ চিনাকী বা বহুদিনিয়া চিনাকী লৰা এজনৰ লগত পলাই যোৱাটো একেবাৰেই ভাল কথা নহয় । নিজৰ মা দেউতাক যিমান মনোকষ্ট দিবা এদিনত নিজেওঁ পাবা । এয়া মই কোৱা কথা নহয় এয়া সত্য । শুভেচ্ছা থাকিল দুইজনলৈ । সংসাৰ এখন অকল ভালপোৱাৰে নচলে ।
@rijumonikalita6951
@rijumonikalita6951 10 ай бұрын
Xosa
@himasridas214
@himasridas214 10 ай бұрын
Right
@rupaschannel5856
@rupaschannel5856 10 ай бұрын
Hosa. Moi dekhiso bhutoke maa deutak kosto di jua buror kenekua hoi pst
@biswanathray700
@biswanathray700 10 ай бұрын
You are right 👍
@chandrika.rajbongshi
@chandrika.rajbongshi 7 ай бұрын
😂😂😂😂.....
@pranjithaloi5389
@pranjithaloi5389 10 ай бұрын
ধুনীয়া চেহেৰা আৰু ধনী মানুহ হয় লাভ নাই। জীৱনত সুখী হ'ব হ'লে সদাই ভাল মন লাগিব
@AmarjitBoro-vi8uj
@AmarjitBoro-vi8uj 10 ай бұрын
Aibur manuhor kuwa kotha, asolote dhuniya holehe manuhe morom diye okol suwalir kotha kuwa nai
@voiceofripon4214
@voiceofripon4214 10 ай бұрын
এগৰাকী নাৰী যেতিয়া স্বামীৰ negative ৰ মূহুৰ্তত নিজে positive হৈ স্বামীৰ লগত সোমাই পৰে , তাৰ পৰা বুজা যায় তুমি really এগৰাকী তেওঁৰ বাবে দেৱী হোৱা। আশা কৰো তোমালোক দুয়োজন সদায় এনেকৈয়ে থাকিবা। মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল।
@dipalikakati6202
@dipalikakati6202 10 ай бұрын
Tumalok roi najaba. Agbarhi Jo was. Bohut bhal hobo
@anuragboraofficial8021
@anuragboraofficial8021 10 ай бұрын
দুয়োজনেই ধুনিয়া. কোনো দেখাত বেয়া নহয়. সদায় মানুহৰ মন ধুনিয়া হব লাগে. Nice love story. ভাল লাগিল আপোনালোকৰ কাহিনীটো. দুয়োজন সুখত থাকা.
@uttamrabha5976
@uttamrabha5976 10 ай бұрын
এইতুয়েই হৈছে সছা প্ৰেম,তুমিযে কোনো মতলৱ নহৱাকৈ ল,ৰা জনৰ লগত বিয়া হৈছা, বহুত বহুত ধন্যবাদ তুমাক, সকলো ছোৱালীয়ে তুমাৰ দৰে হ'লেহৈ , শেষত তুমিলৈ উজ্বল ভৱিষ্যত কামনা কৰিলো, ধন্যবাদ,
@asdfghjklasdfghjkl88
@asdfghjklasdfghjkl88 10 ай бұрын
😮
@garoomnivore8942
@garoomnivore8942 10 ай бұрын
Ghoti tu.....😂
@rajusarma9187
@rajusarma9187 10 ай бұрын
,,,,
@kolpochitra3869
@kolpochitra3869 10 ай бұрын
ভৱিষ্যতৰ দিনবোৰত মিলি জুলি দিনবোৰ পাৰ কৰিব পৰাটো হে আচল প্ৰকৃত প্ৰেম। আজিকালি আক'পুতেক ডেকা
@kolpochitra3869
@kolpochitra3869 10 ай бұрын
ডেকা পুত্ৰ থাকিলেও বেলেগ নাৰীক দেউতাকে চকু দিয়ে। নাতিনী থাকিলেও মাকে বেলেগ মানুহক চকু দিয়ে। মাৰিবৰ দিনলৈকে প্ৰেম একেই থাকিলেহে .....! ধন্যবাদ থাকিল
@Munofficel
@Munofficel 10 ай бұрын
চেহেৰা ধুনীয়া আৰু ধনী মানুহ সুখী নকৰাই। জীৱনত সুখী হব হলে সদাই দুটা মন মিলন হব লাগে।
@ajoykalita7527
@ajoykalita7527 10 ай бұрын
Right
@prasenjitnath1519
@prasenjitnath1519 10 ай бұрын
সচাঁ
@dipikasarma2832
@dipikasarma2832 10 ай бұрын
Right
@mrigankakolita8812
@mrigankakolita8812 10 ай бұрын
Stemina mein 😂😂😂😂
@nikhilboro27626
@nikhilboro27626 10 ай бұрын
​@@mrigankakolita8812yes yes aji kalir Koli jugot 😂😂😂😂
@bijushrestha9333
@bijushrestha9333 10 ай бұрын
তোমালোকৰ অকৃত্তিম ভালপোৱাখিনি আজিৰ উশৃঙ্খল আৰু সম্পদপ্ৰেমী ডেকা গাভৰুৰ বাবে প্ৰেৰণাদায়ক হওঁক তাৰেই কামনা কৰিলোঁ।
@DHANJITKALITA-xc5bz
@DHANJITKALITA-xc5bz 10 ай бұрын
ল'ৰা জনৰ প্ৰেম খিনি মৰ্যদা দিয়াৰ বাবে ছোৱালী জনীক বহুত বহুত ধন্যবাদ জনাইছোঁ, আজি কালি বহু ছোৱালীয়ে ল'ৰা বোৰৰ প্ৰেমক সন্মান দিব নোখোজে, তাৰ বাবে ল'ৰা জন এককক্ষীয় প্ৰেমিক হিচাপে বহু দূৰৈতে থাকিবলগীয়া হয়
@ratultaro6391
@ratultaro6391 11 ай бұрын
❤ Love is Life ❤ Life is God ❤ বৰ সুন্দৰ প্ৰেমৰ কাহিনী হোনিলো ভাল লাগিল ❤❤❤❤
@sburagohain5806
@sburagohain5806 10 ай бұрын
আজিকালি প্ৰকৃত প্ৰেম নাই বুলি ভাবিছিলো। এই প্ৰেম যে এতিয়াও জীয়াই আছে, তাৰ তোমালোক উৎকৃষ্ট উদাহৰণ।
@optimusprimerakesh7265
@optimusprimerakesh7265 10 ай бұрын
Maak bapak or 2 value a nai aru
@pampymalakar3343
@pampymalakar3343 9 ай бұрын
Iyat prem r kotha kobo najao...tai hs porhi asil ..17/18 age Hobo..lora tuk log pua nai..deutake gali dile buli polai ahil aku najana ke..ma bapeke iman kosto kori dangor krile heitu ki hol??? Tate lora tu o horu 21 age asil tatia..he jodi taik kole hoi nije established hoi tumak moi lom anim tatia he love hole hoi...aeya murkhami bahire aku nhoi...aeikhini gali te gusi ahil
@dhrubadeka4188
@dhrubadeka4188 10 ай бұрын
সঁচা ভালপোৱাৰ উদাহৰন এই দাদা বাইদেউ যোৰ ভগবানৰ ওচৰত পাৰথনা কৰিছোঁ যে আপোনাক সদাই সুখত আৰু ভালকৈ থাকে যেন❤❤
@user-ty6dt9mq6l
@user-ty6dt9mq6l 10 ай бұрын
They both of are very cute couple i well wishing them that God fill their all wishes and dream soon😊
@sardnandamusicalofficial5487
@sardnandamusicalofficial5487 11 ай бұрын
চেহেৰা চায় নহয় গূন চায় জিৱন সংগি বিচৰা বুঢ়া হোৱাৰ পাছত চেহেৰা কাম নিদিএ তাইৰ প্ৰেম আৰু সং হে কাম দিৱ....... নে কি কুৱা বন্ধু সকল😍
@Np0978
@Np0978 11 ай бұрын
Right bro ☺️☺️☺️
@UtpalRabha4T5
@UtpalRabha4T5 11 ай бұрын
Right bhsi
@bhaskardeka6509
@bhaskardeka6509 10 ай бұрын
True bro 💐💐
@assamboy3636
@assamboy3636 10 ай бұрын
hoi dada apuni thikei koise
@ND...shorts
@ND...shorts 10 ай бұрын
Sure xosa koisa
@chaobiraj
@chaobiraj 10 ай бұрын
বান্দৰ বুলি লেখিব নালাগিছিল ল'ৰা টো ভালে অলপ ভাবি ল'ব লাগে
@DibyajyotiNath-yu9wh
@DibyajyotiNath-yu9wh 10 ай бұрын
Kothatu hoi dada
@jamseralisk6170
@jamseralisk6170 10 ай бұрын
Mor monor ktha koise apuni
@sabnamjery9475
@sabnamjery9475 10 ай бұрын
Umm mure beya lgise lora tuk dekhi
@assamboy3636
@assamboy3636 10 ай бұрын
​​@@sabnamjery9475asolote ki jana nije 2 nijor sehera bonuwa ni nhy... vgbane he dise....😊 mnhr mmn2 vl hobo lage baru jiki nhouk teu loukor vl puwa jugomiya houk
@manashdutta5734
@manashdutta5734 10 ай бұрын
eneke bandor buli likhibo nalage bandor jen lagileu 🙂
@jayantanarzary2241
@jayantanarzary2241 10 ай бұрын
It's called real love. I respect that couple which teaches a lesson to human life.
@urvimomlifestyle5012
@urvimomlifestyle5012 10 ай бұрын
দুয়োজন লগ হৈ জীৱনত আগবাঢ়ি যোৱা। সদায় সুখত থাকিবা আৰু লৰাজনৰ মুখ খন খুব ধুনীয়া।
@devdas8542
@devdas8542 11 ай бұрын
লৰা ধুনীয়া হব নালাগে বুজিছে.... ছোৱালী জনি সঁচাকৈ গুনৱতি লগতে ৰূপবতি টো কবই নালাগে.... সুখেৰে থাকা দুজনে
@shyamalmoran7780
@shyamalmoran7780 10 ай бұрын
লৰা ধুনীয়া বেয়া নাথাকে ছোৱালীহে থাকে লৰা কেৱল ধনী দুখীয়া থাকে
@rupaschannel5856
@rupaschannel5856 10 ай бұрын
Loraro bea thake. Modahi, bodmas thake
@parishmitachoudhury930
@parishmitachoudhury930 10 ай бұрын
Dhunia lora seni thake...bohut suwalir logot akeloge time pass kori thake...karon hihote jakei propos kore taiye yes koi aru seni khai thake dhei suwalir logot akeloge
@nk66408
@nk66408 4 ай бұрын
lol​@@parishmitachoudhury930
@user-ko1dy8ds5h
@user-ko1dy8ds5h 7 ай бұрын
2malokor kahini2 realy bout val lagise anekoi aaguai jowa vogobane mongol korok
@bijulirabha-hj9bq
@bijulirabha-hj9bq 10 ай бұрын
Duiyoke dhuniya lage vogobane duijonoke hukhi kori rakhok take kamona korilu .babu bor dhuniya 😘🎉🎉🎉💞💞💞💞👌👍❣❣from goal para
@hiranyarajkhowa4119
@hiranyarajkhowa4119 11 ай бұрын
Many many congratulations both of you. Go ahead way to your journey. Always be positive and happiness.
@UjjalHazarika-hg6oz
@UjjalHazarika-hg6oz 10 ай бұрын
সদৌ অসম বৰলা সন্তা জিন্দাবাদ ।
@haridaskhataniar7112
@haridaskhataniar7112 5 ай бұрын
Dhunia history.....bhal lagise.....hahi utha kahini... God bless you
@HikujyotiRay-ui8up
@HikujyotiRay-ui8up 3 ай бұрын
Donojona sukhi thakok....anaka hoday hahi thaka doyojona...dukht hok ba hukhot akaloga thakiba ...pream haruwa jona premr dukh buja...hukhi thaka hoday❤❤❤❤❤
@Rituboss786
@Rituboss786 10 ай бұрын
Borhiya 😊😊😊😅 God bless you bro & Sis......Aaguai jua tumaluk A.👍👍👍
@xmdi3687
@xmdi3687 11 ай бұрын
জেদত কাম ক ৰি পিছৰ সময় খিনি ভাল দৰে গলে ভাল কথা ছোৱালী পিছত আকৌ পলাই নগ লে হল ।
@kamrupassam3683
@kamrupassam3683 10 ай бұрын
কথা খিনি,কাহিনীটো ভাল লাগিল । কিন্তু youtuber গৰাকীয়ে (বৰ্তমান তিনিও গৰাকী youtiber) ভৰিৰ ডিমাটোক কি কয় সেইটৈও নাজানিলে । আৰু গাৱৰ হলে যে নাজানিব তেনেকুৱা কথা নহয় । এনেকুৱা সৰু সৰু কথাবোৰো যদি আমি নাজানো। তাতে আমাৰ জ্ঞানৰ পৰিচয়টো পোৱা যায় । সৌ সিদিনা আবেলি পৰত পানী অনা নৈৰে ঘাতত জোকে ধৰিছিলে তোমাৰ ভৰিৰ কলা-ফুলত।
@mrjcreation1294
@mrjcreation1294 10 ай бұрын
A moja
@rafiqulsh1602
@rafiqulsh1602 10 ай бұрын
দুয়ো ৰে জীৱন সুখ ময় হওঁক
@saifulhaque9958
@saifulhaque9958 10 ай бұрын
Both of you share your real dramatic story so hopefully you will live peacefully as husband and wife
@abhoyrabha5992
@abhoyrabha5992 10 ай бұрын
বহুত ধুনীয়া প্ৰেম কাহিনী সচা ভালপোৱা ❤ এনেদৰে ভাল সংসাৰ হ'ব লাগে।
@govindarajbongshi2807
@govindarajbongshi2807 10 ай бұрын
দুই জনে সুখেৰে থাকা হাৰি নাজাবা ❤❤❤❤❤❤❤❤
@user-bl4qo9dv8v
@user-bl4qo9dv8v 10 ай бұрын
Pakistan or lagot juddho Kari aase ne ki Hari najaba.
@niyorjonak4705
@niyorjonak4705 10 ай бұрын
অকণমানো স্কীপ নকৰাকৈ video2 চালো,❤❤❤❤❤❤❤❤শুভকামনা জনালোঁ
@independentbini2308
@independentbini2308 10 ай бұрын
God bless you both....tumaluk'r bhalpuwa tu ata example hoi😊beya manuhe beya kotha kobo kintu tumaluke haetu sabo nalage...tumaluk jana je tumake happy asa baas👍😊
@jupitaradas150
@jupitaradas150 10 ай бұрын
ভালপোৱাতো বেলেগ, কিন্তু ছোৱালীজনী কথাবোৰ পাতলীয়াকৈ কৈছে,চন্চল ধৰনৰ কথা ভাল নালাগে, ভালপোৱাত গহীনতা থাকে । আৰু এই ধৰনৰ ঘটনা দেখি কম বয়সৰ ছোৱালীবোৰেও এনেকুৱা সিদ্ধান্ত ল'ব পাৰে, সেইবাবে পাৰিলে এনেকুৱা নিদিব,বাকী সকলো ভালেই ভিডিঅ, বেয়া ভাবি কোৱা নাই।
@rumigogoi5662
@rumigogoi5662 10 ай бұрын
Congratulations, wish your very happy life with love. God bless you.🙏
@travelwithmefriends213
@travelwithmefriends213 10 ай бұрын
Grahok bonai dile ooo😂🤣🤣🤣Both of you are so cute.....may god bless you both..
@SabinaYeasmin-lw6fv
@SabinaYeasmin-lw6fv 10 ай бұрын
That's why education is important. সকলো কাম কৰাৰ এটা নিৰ্দিষ্ট সময় থাকে। আৰু সেই সময়তহে ভাল লাগে। বয়সতকৈ আগত যাব বিচাৰিলে ভাল নালাগে। যিয়েই নহওঁক ভগৱানে ভালে ৰাখক তোমালোকক। শুভেচ্ছা থাকিল❤
@LpLp-ut7lc
@LpLp-ut7lc 10 ай бұрын
B😮
@anandaramgowala6634
@anandaramgowala6634 10 ай бұрын
May God bless you and live a happy life! Life is nothing but positive thinking and understanding between the couple.
@arhisreshthachangmai9218
@arhisreshthachangmai9218 10 ай бұрын
তোমালোকক আশীৰ্বাদ কৰিছো, নেদেখা জনে সহায় কৰক তোমালোকক 🙏🙏🙏🙏🙏🙏🙏 .......সুখী হোৱা , আগুৱাই যোৱা..মৰম থাকিল.......
@abhijitgohainaaa
@abhijitgohainaaa 10 ай бұрын
May god bless you and live happy life life is nothing but positive thinking and understanding between the couple.
@RitaPorja-fx9qm
@RitaPorja-fx9qm 10 ай бұрын
Khub dhuniya bhogobanor akhirbad Kripa hodai din apunalukor logot ase👐💐
@ritamoniborah9180
@ritamoniborah9180 10 ай бұрын
তোমালোকৰ কাহিনীতো শুনি ভাল লাগিল। আনৰ কথালৈ মন নিদিব কাম কৰি তোলা । আশীৰ্বাদ থাকিল
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
লৰা জন শিক্ষিত বাবে জানে বহুত কথা
@farhansarkar8325
@farhansarkar8325 10 ай бұрын
He is the real man.....salute you brother
@AnamikaBarman-cn9gi
@AnamikaBarman-cn9gi 10 ай бұрын
ভাল পোৱাই মানুহৰ জাতি ধৰ্ম,ধনী দুখীয়া,বগা কলা, বয়স আৰু পঢ়াৰ ক্ষেত্ৰত যে একে হ'ব লাগিব তেনেকুৱা নহয়
@rjiyan6856
@rjiyan6856 10 ай бұрын
Agree
@jonalikalita9212
@jonalikalita9212 10 ай бұрын
Understanding wife and lovable couple
@sajidulahmed5876
@sajidulahmed5876 10 ай бұрын
Real love❤❤❤❤.. Superb story
@kamalurang3319
@kamalurang3319 6 ай бұрын
God bless you both of you...🙏🙏
@debajani100rightchamua8
@debajani100rightchamua8 10 ай бұрын
God bless you & your family.
@user-hz7uj1rw9t
@user-hz7uj1rw9t 11 ай бұрын
Dada jon bhalei dexun...toi j bandor buli lixiso...thamneil xon lixute olp sinta kri lixib lge...
@Rashmi.dutta-rai
@Rashmi.dutta-rai 10 ай бұрын
Beleg manhuye koi buli likhise
@indrajitchetia2006
@indrajitchetia2006 10 ай бұрын
Ami lora sehera bea mnee bandor ruu.......atia sn hei bndr tuu lgte khai ase nhh .hekrne akmn vlke kb lge .......
@jayantidas5516
@jayantidas5516 10 ай бұрын
Bandor buli kio Lakhibo Lage Dada Jon tu Dekhibo dhuniya .
@parijatgogoi9903
@parijatgogoi9903 10 ай бұрын
Video tu gutei tu valk salehe bujiba
@bhagwatkrishna3625
@bhagwatkrishna3625 10 ай бұрын
tar ako problem ni tar wife r ako problem ni....baki bilakor ki problem hoise😂😂😂😂
@Jyoti.raj-5913
@Jyoti.raj-5913 11 ай бұрын
Xodai Sukhat thka 2maloke,, Sowali jonir Mon 2 bhut safa hoi ❤
@goutamdeka5723
@goutamdeka5723 10 ай бұрын
No ending this love .... it's called the real love ❤🎉
@user-op2hi7ge9q
@user-op2hi7ge9q 10 ай бұрын
Val lagil 🎉 apunarukor blog sai have a nice day from puhen neog Arunachal Pradesh.
@nituldas6409
@nituldas6409 11 ай бұрын
মনৰ মিল হে আচল কথা।
@kishorepradhan6356
@kishorepradhan6356 10 ай бұрын
So beautiful couple ❤
@pinkydevi5320
@pinkydevi5320 10 ай бұрын
News Anchor গৰাকীক কৈছো তাৰ ৰূপটোক লৈ নিজেই হাঁহিবা আকৌ নিজেই জ্ঞান ফালিব আহা..তাৰ nervous কাৰণে কথা কোৱাত Puzzle লাগিল বাৰু সেইটো Cut কৰিম কৈ আকৌ Add কৰিলা যে..Views লাগে তোক..তোৰ নিচিনা ঠেক মানসিকতাৰ মানুহে এইবোৰ Videos নবনাবি🤬🤬😡😡😡
@eyakubali336
@eyakubali336 10 ай бұрын
Very good . Very nice . Best of luck .jibonot HANTI. HOWK . Amin .
@prasenteron-hy4mr
@prasenteron-hy4mr 11 ай бұрын
Cute couple ❤
@bishalsarma5306
@bishalsarma5306 11 ай бұрын
ইমান ধুনীয়া ছোৱালী এনেকুৱা লৰা পায় চে wah
@jiyavlog4
@jiyavlog4 10 ай бұрын
Tumalokor morom bur jen xodai anedore thake❤❤
@kaushiknath4514
@kaushiknath4514 9 ай бұрын
This is call true love ❤, best wishes urs future 👍👍👍
@pranjalprotimbora3698
@pranjalprotimbora3698 10 ай бұрын
Life nijor, decision nijor...belege ki koi heitu bhabi labh nai...just go ahead & take a good decision....you shall definitely be succeed 👍 Your face has similarlity with our singer Montu Moni...
@AnamikaBarman-cn9gi
@AnamikaBarman-cn9gi 10 ай бұрын
মাক দেউতাকে লৰা ছোৱালীৰ বেয়া হোৱাতো নিবিচাৰে কাৰণ বহুত আশা থাকে তেওঁলোকৰ ওপৰত
@triptisarkar5856
@triptisarkar5856 10 ай бұрын
ছোৱালী জনীয়ে বাৰে বাৰে ল'ৰাজনক দেখাত বেয়া বুলি কৈ থকাটো উচিত হোৱা নাই; দেখাত বেয়া ও নহয়। স্বাস্থ্যটো অলপ ভাল হ'লে ধুনীয়া হৈ পৰিব।বয়স অনুপাতে পৰিপক্ক ল'ৰা।
@MOOD-ON-313
@MOOD-ON-313 8 ай бұрын
Moi u heitu a Kobo bisarisu..... ane jiye nokok ...mur bodhere husband jenekuway nohok wife r karone hoday hero buli hoy ...aru nije beya kole ane tu koboy no
@EXPLORERHIRAK
@EXPLORERHIRAK 7 ай бұрын
thik koise
@user-zj9ij1rm2h
@user-zj9ij1rm2h 10 ай бұрын
,ভাল লাগিল । চেহেৰা আৰু বৰণ ভগৱানৰ দান ।
@bishalbivaanlaskar8433
@bishalbivaanlaskar8433 11 ай бұрын
Cute couple ❤... সুখত থাকা
@bhaskardeka6509
@bhaskardeka6509 10 ай бұрын
​@@Assamesefoodvlog toi vai kiman duniya a. Beleg ok certificate dibo najabiii
@Assamesefoodvlog
@Assamesefoodvlog 10 ай бұрын
@@bhaskardeka6509 areh teu nijei koise tar chehra bya buli 😁😁😁😂😂😂
@queenrani7261
@queenrani7261 10 ай бұрын
Bohut morom thakil dutaloi🤗aru aguwai juwa🤗🤗 love from Guwahati noonmati ❤❤
@AndriyoMili-rp5pb
@AndriyoMili-rp5pb 10 ай бұрын
Really outside beauty is not important but inside beauty makes life flourish
@manosibaruah2352
@manosibaruah2352 10 ай бұрын
Very strong couple, best wishes to both of you
@shashank1268
@shashank1268 10 ай бұрын
Suwali joni relationship tut dominating jen lagise.... Aru loratur self-respect olop kom jen onuvob hoixe...
@missborah3125
@missborah3125 10 ай бұрын
Jodi ai kotha khini atia lora tue kole hoi thn tmi aitu cmnt nkora sge...lora2 dominating bla bla
@petermartinez9972
@petermartinez9972 10 ай бұрын
Aitu hoi a xeikarone nijotke olop tolor suwali sabo lage 😂😂😂
@Dhemon-cx3mh
@Dhemon-cx3mh 10 ай бұрын
Mukhot insult mari dei
@WIZARD_99ZZ
@WIZARD_99ZZ 10 ай бұрын
Nohoi
@nayanroy9779
@nayanroy9779 10 ай бұрын
​@@petermartinez9972point bro❤❤
@drunasaikia-yc7vu
@drunasaikia-yc7vu 10 ай бұрын
Good Inspiration Video In 2018 I have my first job in Gujarat and I am then went to Gujarat to join my job. At the same time he chased away that girl and brought her, see what progress he has made and what progress I have made. This boy has really moved forward with such a good companion.
@lakshyamorang8470
@lakshyamorang8470 9 ай бұрын
Moiu 20 year ageot biya patisilu , but moi study ara nasilu . Mur dangar maina janma huwar pasot govt job palu aru atiya mur dangar mainau job kore , Now I m very happy with my family. Hoijai kintu , try kori thakibo lage . Don't worry, be happy and try nd try . one day success must come
@rahuldeka-eh4wr
@rahuldeka-eh4wr 10 ай бұрын
17:16 চেহেৰা বেয়া বুলি যে গোটেই অসমৰ আগত নিজৰ মানুহজনৰ কথা তেনেকৈ কৈছা তেওঁ মনত আঘাত নাপাব নেকি.....তুমি কি বিশ্ব সুন্দৰী নেকি...অকল তোমাৰ চেহেৰাটোতকৈ মানুহ জনৰ চেহেৰাটো তলত বুজিলা....😏Aibur knowledge less ktha koi koi mnuh bur bewa koribo
@bisterna14
@bisterna14 10 ай бұрын
Xsake dei.. emn byake koise lora jonok ru knke duijoni ye hahi aseh
@MoyuriBasumataryMoyuri
@MoyuriBasumataryMoyuri 10 ай бұрын
Hoi dea ...😂😂😂😂
@dipjyotikakati456
@dipjyotikakati456 10 ай бұрын
right
@PUWALIGAMER-nr7qq
@PUWALIGAMER-nr7qq 10 ай бұрын
জোন তুয়ে বান্ধৰ বুলি কৈছে তোমাক । হিয়াক কৈছো গৰুৰ চুৰ বুলি। তোমাৰ লোকক নাই কোৱা দেই। ✨♥
@morvlogs1166
@morvlogs1166 4 ай бұрын
love and respect for the beautiful couple!
@shibdas6933
@shibdas6933 10 ай бұрын
God bless you bothhh...anekuwaa khsaa love pabo bohutt taan
@krishnakhound6354
@krishnakhound6354 11 ай бұрын
পলাই অহাটো ডাঙৰ কথা নহয় .টকা পইছাৰে জীৱনটো ভালকৈ চলাই নিব পৰাটোহে ডাঙৰ কথা .
@kalamandirdigitalarchieveu6059
@kalamandirdigitalarchieveu6059 10 ай бұрын
Congratulations, best wishes both of you 💐
@narayankalita5327
@narayankalita5327 10 ай бұрын
Good couple. U will shine one day.Dont get nervous .A good message to us she has given .What is d use of good looking husband if he behave arbitrary after intoxicated.
@Pobitroboro99
@Pobitroboro99 10 ай бұрын
So looks like very beautiful brother and sister 🥰🥰 acha se raho
@meenadevimeenatumhagarahoo9799
@meenadevimeenatumhagarahoo9799 11 ай бұрын
আপোনালোকৰ ভবিষ্যত সুন্দৰ হওক
Why Is He Unhappy…?
00:26
Alan Chikin Chow
Рет қаралды 17 МЛН
Looks realistic #tiktok
00:22
Анастасия Тарасова
Рет қаралды 106 МЛН
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 10 МЛН
😬 Мам Дай Хлеб 🍞 #shorts
0:38
AOneCool
Рет қаралды 2,4 МЛН
настоящий чемпион
0:59
QorabogTV
Рет қаралды 9 МЛН
It worked for me)
0:19
F&T Team
Рет қаралды 12 МЛН
Oi Oi Oi & E E Ei Meme Looking For a Girlfriend
0:26
Mischief time
Рет қаралды 12 МЛН