শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল-২০২২ শিৱসাগৰ জিলা || Sivasagar Suwali Husori Dol || Anupom Bitupon

  Рет қаралды 994,147

Anupom Bitupon

Anupom Bitupon

2 жыл бұрын

Пікірлер: 436
@BabuBora-is8zg
@BabuBora-is8zg 27 күн бұрын
ধুনিয়া হৈছে❤❤
@kukikonwar6377
@kukikonwar6377 Ай бұрын
Wahhh🎉❤❤কবলৈ ভাষা নাই ♥️ অপূৰ্ব 🤗🤗
@bornaligogoi2715
@bornaligogoi2715 2 жыл бұрын
বাহ! ইমান ধুনীয়া বাদ্য যন্ত্ৰ, ইমান ধুনীয়া নাচ গান বহুত ধুনীয়া লাগিছে তোমালোকৰ প্ৰতিভা ডিব্ৰুগড় পৰা হিয়া ভৰা মৰম জাচিলো 🙏🙏
@simantaborah9683
@simantaborah9683 Жыл бұрын
Hi
@archanasaikia9345
@archanasaikia9345 2 жыл бұрын
কি কম কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে বহুত বহুত মৰম jasilo বিহু দলটিলৈ আৰু আগবহি যোৱা
@junda2649
@junda2649 2 жыл бұрын
Waw কি সুন্দৰ কন্ঠ, কি সুন্দৰ বাদ্য যন্ত্র, বা কি সুন্দৰ নাছ গান, ঈমান সুন্দৰ লাগিছে তোমালোকৰ প্ৰতিভা।
@dulkalita3334
@dulkalita3334 2 жыл бұрын
অতি সুন্দৰ , ভাল লাগিল , অসমৰ ভিতৰত শিৱসাগৰ জিলাৰ বিহু সচাই বহুত ভাল লাগে , ভাল পাওঁ চাই ,
@kolpochitra3869
@kolpochitra3869 2 жыл бұрын
সুন্দৰ আৰম্ভণি। ভাল লাগিছে।ডেকাৰ বিপৰীতে জিয়ৰীয়ে ইমান সুন্দৰ প্ৰদৰ্শন, সঁচাকৈয়ে অনুপম।
@hridoydaxx8966
@hridoydaxx8966 2 ай бұрын
সুন্দৰ কণ্ঠ আৰু নাচ সঁচাই dhuniya লাগিছে
@chandrapravachetia4710
@chandrapravachetia4710 2 ай бұрын
ইমান ধুনীয়া কবলৈ ভাষা নাই।
@Rshi_-gaming_-
@Rshi_-gaming_- 2 жыл бұрын
সচাকৈ কবলৈ একো ভাষা নাই । লগতে এপাক নাচিবলৈ মন যাই। ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যাই ❤️ তিতাবৰৰ পৰা বহুত মৰম যাচিলো ❤️❤️👍
@mintudhemaji6686
@mintudhemaji6686 2 жыл бұрын
বহুত বহুত ভাল লাগিল শিৱসাগৰ ছোৱালী হুঁচৰি বিহু দলটি চাই বহুত বহুত মৰম পথালো শ্ৰীপাণি পৰা।
@anjalisaikia4325
@anjalisaikia4325 2 жыл бұрын
শিষা ভন্তি তুমাৰ মাত শুনি বিহু মাৰিবলৈ দৌৰি যাবলৈ মন যায় মই যে এটিয়া বোৱাৰী 👌👌👌
@jayantabora9229
@jayantabora9229 Ай бұрын
Bohut dhuniya hoise ❤❤❤❤❤❤❤😊
@diplinashorts
@diplinashorts Ай бұрын
সঁচাই বহুত বেছি ভাল লাগিল আমাৰ অসম ৰ ছোৱালী সকলো এনেকৈ আগুৱাই যাওঁক ❤❤ শিৱসাগৰ জিলাৰ ছোৱালী বিহু দলটোলৈ বহুত বহুত শুভেচ্ছা থাকিল ❤❤
@babydas5803
@babydas5803 Ай бұрын
Bohot vl lagila sai baa aru ahguyai jua 2malok❤
@bijuraybijuray
@bijuraybijuray 2 ай бұрын
সঁ‌ছাকৈ মানিব লাগিব ইমান ধুনীয়াকৈ গাইছে বাইদেউ জনী❤❤❤❤
@b.d5417
@b.d5417 2 жыл бұрын
ছোৱালী জনীয়ে সুন্দৰ গায় । সকলোলৈকে মই শদিয়াৰ পৰা মৰম আৰু আশীৱাদ কৰিলো ।আগুৱাই যোৱা।
@dipankar9476
@dipankar9476 2 жыл бұрын
শিৱসাগৰৰ গৌৰৱ 😍, 🥰
@sasangkarmech1676
@sasangkarmech1676 2 жыл бұрын
বহুত বহুত ভাল লাগিল, শুভেচ্ছা জনালোঁ ❤️❤️
@user-nv9jk2kb6g
@user-nv9jk2kb6g Ай бұрын
Bor dhuniya koi nasisa pai bohut val lagil de ba hot agole jate enekoiye ag bahi juwa ❤️
@rangiladeka4650
@rangiladeka4650 Ай бұрын
হুঁচৰি বৰ ধুনীয়া হৈছে ,doinnobad থাকিল , ❤❤❤
@mrinmoyeedowarah1106
@mrinmoyeedowarah1106 2 жыл бұрын
মৰমৰ ভন্তুীহত আৰু আগবাঢ়ি যোৱা❤️
@tinagogoi1249
@tinagogoi1249 2 жыл бұрын
সুন্দৰ প্ৰদৰ্শন ❤️❤️👍🤟🤟
@poreshboruahsunmonimajuli
@poreshboruahsunmonimajuli 2 жыл бұрын
সুন্দৰ কন্ঠ ❤
@bhaskarborah4254
@bhaskarborah4254 Жыл бұрын
শিৱসাগৰ সদায় মহান।
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@rijumonihandique2101
@rijumonihandique2101 7 ай бұрын
বা জনিয়ে খুব ধুনীয়া গাইছে দেই‌ সদায় আগুৱাই জোৱা তোমালোক সকলো❤☺️
@dipankarbora65
@dipankarbora65 Ай бұрын
Very nice from Sansari
@chinmoy415
@chinmoy415 2 жыл бұрын
সুন্দৰ কণ্ঠ সুন্দৰ পৰিবেশন শিৱসাগৰৰ নামটি ( DIKSHU )ৰ পৰা প্ৰত্যেক গৰাকী ছোৱালীক হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম আশীৰ্বাদ জনাইছোঁ আগুৱাই যোৱা আগবাহী যোৱা শিৱসাগৰৰ গৌৰৱ ❤️❤️❤️
@nilasaikia3321
@nilasaikia3321 Жыл бұрын
l
@bhakatgaonlakwa968
@bhakatgaonlakwa968 Жыл бұрын
Moi bor val palu day
@chinmoy415
@chinmoy415 Жыл бұрын
@@bhakatgaonlakwa968 hoi nkii
@shayanikabaruah7590
@shayanikabaruah7590 Жыл бұрын
অতি সুন্দৰ হৈছে। প্ৰ্তিদিনে এবাৰ নুশুনিলে মনতো কিবা ভালেই নালাগে🥰
@megilover5433
@megilover5433 2 жыл бұрын
Suwali ajni Emn dhuniya 🙂💓
@debisaikia5302
@debisaikia5302 2 жыл бұрын
বহুত বহুত ভাল লাগিল সকলোলৈকে শুভেচ্ছা থাকিল।
@jipulinakhanikar8086
@jipulinakhanikar8086 2 ай бұрын
লাকি বা পাৰিবা ❤
@manojdeka2948
@manojdeka2948 Жыл бұрын
ইমান ধুনীয়া হৈছে তোমাৰলোকৰলৈ মৰম জাছিলো আগুৱাই যোৱা
@user-uc7mx4zc5u
@user-uc7mx4zc5u Ай бұрын
Bohut val hoise❤❤👋👋
@manjudeka3708
@manjudeka3708 2 ай бұрын
Moy Mangladai parai bahut hia Bharati Subhakamana janalo .
@manjudeka3708
@manjudeka3708 2 ай бұрын
Bahut bahut dhuni lagise tomalokar bihu Sai .
@nayanjyotiloying3949
@nayanjyotiloying3949 2 жыл бұрын
বহুত ভাল লাগিল চাই।
@abinashbbaruah957
@abinashbbaruah957 2 жыл бұрын
Thank you অনুপম বিতুপন, ঘৰৰ ওচৰৰ ছোৱালী যদিও তেওঁলোকৰ বিহু চাবলৈ আজিলৈকে সৌভাগ্য হোৱা নাই, দূৰত থকাৰ বাবে। আপোনাৰ Channel ৰ পৰা এই সুবিধা পায় বহুত ভাল পাওঁ। আগলৈও চাই থাকিবলৈ সুবিধা কৰি দিব। আগবাঢ়ি যাওঁক তেওঁলোক তাৰেই কামনাৰে Thnx again
@poromaborah6718
@poromaborah6718 2 жыл бұрын
Very good
@GirishChandraBorah
@GirishChandraBorah Ай бұрын
Bohut bhal
@protikhyadutta.6398
@protikhyadutta.6398 2 жыл бұрын
অতি সুন্দৰ । আগবাঢ়ি যাওঁক ।
@dulenmohan6426
@dulenmohan6426 2 жыл бұрын
ছোৱালী জনীয়ে সুন্দৰ গায়। ভাল লাগিল।সকলোকে ভাল লাগে। শিৱসাগৰ খন বিশ্বত পৰিচয় হওঁক তাকেই বহুত বহুত শুভকামনা জনাইছোঁ।💕🙏🏻
@dipakkalita5836
@dipakkalita5836 Жыл бұрын
B Sw
@jayantasaikia5575
@jayantasaikia5575 Жыл бұрын
Jkkkk
@jagatbharali4541
@jagatbharali4541 Жыл бұрын
​@@dipakkalita5836 phun no p
@kanakdowerah5547
@kanakdowerah5547 Жыл бұрын
J
@iranisarma2663
@iranisarma2663 2 ай бұрын
Good Good Very Good 🎉🎉🎉🎉🎉🎉🎉 khub Dhunia Lagise bhonti hokolor Bihu husori
@bithikagogoi8246
@bithikagogoi8246 Ай бұрын
Moja lagil
@durllavsaikia
@durllavsaikia Жыл бұрын
বিহুৱা জনৰ এইটো কণ্ঠ ❤️❤️সচাই ভাল লাগিল ❤️👌
@kailashbarman6958
@kailashbarman6958 2 жыл бұрын
বহুত বহুত ভাল লাগে বিহু চাই ❤❤❤❤❤❤❤❤❤❤❤
@bhadragogoi659
@bhadragogoi659 2 жыл бұрын
Perfect example of perfection. Keep it up. Real time real bihu
@nayannath5428
@nayannath5428 Жыл бұрын
বা তোমালোকে আগুৱাই যোৱা 🥰🥰
@user-mz5qq8qg1o
@user-mz5qq8qg1o Ай бұрын
বহুত ধুনিয়া লাগিছে
@BikashNeog-wi2gt
@BikashNeog-wi2gt 2 ай бұрын
5 br mn salu bohut mrm lagi se❤❤❤
@montubuaralua3011
@montubuaralua3011 2 жыл бұрын
আপোনালোকে আমাৰ শ্ৰীপাণিত আহি বিহু পদশন কৰা বাবে বহুত ধন্যবাদ
@PranabJyoti4553
@PranabJyoti4553 2 жыл бұрын
৫৩ তম শ্ৰীপাণি কেন্দ্ৰীয় বিহু সন্মিলনৰ উদযাপন সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি বিহু দলটিৰ প্ৰত্যেক গৰাকীলৈ আমাৰ তৰফৰ পৰা বহুত বহুত মৰম যাচিলো, দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, অসমৰ প্ৰতিটো জন গোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি দলটি আৰু আগবাঢ়ি গৈ বিশ্ব দৰবাৰত উজ্বলি উঠক আমাৰ আপোন বিহুটি ।।।।।। Love Form শ্ৰীপাণি 🥰
@dipikadekadipika5032
@dipikadekadipika5032 2 жыл бұрын
ধুনিয়া লাগিল চাই। মন যায় এনেকে বিহু নাচিবলৈ ।
@user-no2ik1tt9t
@user-no2ik1tt9t Ай бұрын
Xundar poribexon
@pinkiphukan6637
@pinkiphukan6637 2 жыл бұрын
Love from sripani .bohut dhuniya bihu
@polisaikia8058
@polisaikia8058 2 жыл бұрын
সুন্দৰ প্রদর্শন।
@user-fb5ow9kn1f
@user-fb5ow9kn1f 6 ай бұрын
ভাল লাগিছে ❤❤❤🙏🙏💓💕💞❣️❤️
@rekhaomsantibanskotoky55
@rekhaomsantibanskotoky55 Жыл бұрын
ৱাহ কি সুন্দৰ মহিলা বিহু দল নাচে নামে অতি সুন্দৰ
@ranjanballari640
@ranjanballari640 Жыл бұрын
What a voice sister' big respect 🔥🔥🔥🔥
@ranjitdeka4253
@ranjitdeka4253 3 ай бұрын
ইমান ধুনীয়া মাতটো ❤
@diptidevi9152
@diptidevi9152 2 жыл бұрын
Ufff voice👍♥️
@KabitaNath-lz3cd
@KabitaNath-lz3cd Ай бұрын
Very good bihu
@user-kv5vr7fm6g
@user-kv5vr7fm6g 2 ай бұрын
Bohot val lagily sai😊😊😊😊
@kajudas251
@kajudas251 Жыл бұрын
Emn dhuniya bihu Khosa ka bhut vl lagisa oo❤️
@bidyutphukan3440
@bidyutphukan3440 2 жыл бұрын
যোৱা কালিৰ অনুষ্ঠান।। বৰ সুন্দৰ ❤️ ।।
@arunkonch3162
@arunkonch3162 2 жыл бұрын
কোন ঠাইত হৈছিল ?
@bidyutphukan3440
@bidyutphukan3440 2 жыл бұрын
@@arunkonch3162 মৰিধল শ্ৰীপাণিত
@kangkan28
@kangkan28 2 жыл бұрын
ধুনীয়া💙
@PallabiboraPallabibora
@PallabiboraPallabibora 2 ай бұрын
Emn hundor kontho❣️tumaluk agbahi jua😍
@MAINA33
@MAINA33 2 жыл бұрын
Voice 🔥 Mjjaa.... ❤❤ sivasagar ❤
@bijulirabha-hj9bq
@bijulirabha-hj9bq 2 ай бұрын
Bohut bohut vhal lagise ...👍👍👍👌👌👌👌👌👌👌💞💞💞💞💞💞🎉🎉🎉🎉🎉🎉
@pinkimedhi2603
@pinkimedhi2603 2 жыл бұрын
Wow, what's a amazing performance of the girls&voice, congratulations 👏👏👏👏
@monikadevi6783
@monikadevi6783 Ай бұрын
Super ❤❤❤
@sunmonivlogs5850
@sunmonivlogs5850 2 жыл бұрын
বহুত বহুত ভাল লাগিল বিহু চাই আপোনালোকলৈ বহুত বহুত মৰম শ্ৰীপাণিৰ পৰা ❤
@ushakalita3231
@ushakalita3231 Жыл бұрын
শিৱসাগৰৰ জীয়ৰীৰ গৌৰৱ বিশ্বদৰবাৰত জিলিকি উঠক তাকেই কামনা কৰিলোঁ ।ভগৱানে সকলোকে কুশলে ৰাখক ।
@jitgameall1052
@jitgameall1052 Жыл бұрын
Krishna Provu 🥺🥺🙏🙏❤️❤️💙💙💝💝
@utpalborah9583
@utpalborah9583 2 жыл бұрын
তোমালোক আৰু আগ বাঢ়ি যোৱা tumalukkk বহুত ভাল লাগিছে
@pankajparajuli6135
@pankajparajuli6135 2 жыл бұрын
What a voice 🔥🔥
@parthanasaikia2376
@parthanasaikia2376 2 ай бұрын
ইমান ধুনীয়া লাগিছে । চালে চাই থাকিব মন যায়।❤❤
@tridipgogoi8061
@tridipgogoi8061 2 ай бұрын
Sai sai amoni nalage apunalukor husori ❤
@arponfitnes
@arponfitnes 2 жыл бұрын
Love from banglore nices ♥️♥️♥️♥️♥️
@parshajyotiborah6556
@parshajyotiborah6556 Жыл бұрын
তোমালোকলৈ অশেষ শুভেচ্ছা জনাইছোঁ। আমাৰ গৌৰৱ তোমালোক।। 🙏🙏🙏
@tilakdeka4304
@tilakdeka4304 Жыл бұрын
Nice.
@probinbezbaruah6444
@probinbezbaruah6444 2 жыл бұрын
বহুট ধুনীয়া লাগিছে
@johndeori7092
@johndeori7092 Жыл бұрын
Just Wah.. speechless.. amusing.. super performance..best of luck for future performance...All the best
@technicaltubelight6306
@technicaltubelight6306 2 жыл бұрын
Val lagil sai ❤️
@ChandanSonuwal-tk2kt
@ChandanSonuwal-tk2kt Ай бұрын
reherashal aru lagibo kintu vale hoi se bihu khoni aru prektish korihe pariba pariba ❤❤❤ bor val hoi se
@GobandaDhemaji
@GobandaDhemaji 3 ай бұрын
Aguwai juwa tumaluke ❤ love bihu 🙏
@nitulhazarika1304
@nitulhazarika1304 Жыл бұрын
সুন্দৰ।
@nobojyotibora7114
@nobojyotibora7114 Жыл бұрын
কি সুন্দৰ কণ্ঠ তোমাৰ বাহ বাহ
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
ধন্যবাদ
@TonkeswarGogoi-fi6rh
@TonkeswarGogoi-fi6rh 2 ай бұрын
😂❤nich
@Jimivideodairies
@Jimivideodairies 2 ай бұрын
Moja ❤
@ritadalu1516
@ritadalu1516 2 жыл бұрын
Proud of Assam
@juntigogoi9640
@juntigogoi9640 Жыл бұрын
Jnyantrishana Baa uff bahir Hur...❤❤
@user-cu3fo2qs3m
@user-cu3fo2qs3m 2 ай бұрын
Ba moja lagil de❤❤❤
@dipakalita6114
@dipakalita6114 Жыл бұрын
moja lagise
@nivachoudhury8231
@nivachoudhury8231 2 жыл бұрын
বহুত বহুত ভাল লাগিল 😍😘
@NamitaRoy-sy8ic
@NamitaRoy-sy8ic Ай бұрын
Buhut dhuniya hoise
@binukalita2298
@binukalita2298 Ай бұрын
Bahbah ati bitupan ❤❤❤😅😅😅
@NabadeepGogoi
@NabadeepGogoi 2 жыл бұрын
Sikha baa কন্ঠ ❤️
@amiyobaruah9548
@amiyobaruah9548 2 жыл бұрын
Bahut donor pisot sibsagarar Bihu salu. Khub bhal lagil dei. Pran dhali gaise, nasise. Gawatei aase prakita Jiwan
@joymoti173
@joymoti173 2 жыл бұрын
বহুত ভাল লাগিল ।🥰🥰💃
@user-ew8qe5cy6t
@user-ew8qe5cy6t 2 ай бұрын
Dhuniya lagisa Sai ❤❤❤❤❤
@sanjibchetia2622
@sanjibchetia2622 2 жыл бұрын
Voice 🔥🔥♥️♥️
@minakshisaikia4982
@minakshisaikia4982 2 жыл бұрын
Morigaon r pora bohut bohut morom jaselu doltinloi... Minakshi mee... ❤️❤️❤️
@user-zi3nm3xx5p
@user-zi3nm3xx5p 2 ай бұрын
Val lagile bohut❤❤❤❤❤
Заметили?
00:11
Double Bubble
Рет қаралды 3,5 МЛН
1❤️#thankyou #shorts
00:21
あみか部
Рет қаралды 69 МЛН
BABYMONSTER - 'LIKE THAT' EXCLUSIVE PERFORMANCE VIDEO
2:58
BABYMONSTER
Рет қаралды 48 МЛН
ИРИНА КАЙРАТОВНА - АЙДАХАР (БЕКА) [MV]
2:51
ГОСТ ENTERTAINMENT
Рет қаралды 887 М.
Bidash - Dorama
3:25
BIDASH
Рет қаралды 139 М.
Say Mo - LIL BIT & 1 shot 2 (Waysberg music) remix
2:43
Waysberg Music🇰🇿
Рет қаралды 54 М.
Nurbullin & Kairat Nurtas - Жолданбаған хаттар
4:05
Artur - Erekshesyn (mood video)
2:16
Artur Davletyarov
Рет қаралды 424 М.