জীৱটি যাবগৈ||সীমান্ত শেখৰ||দেহবিচাৰ গীত||Jibati jabagoi||Simanta Shekhar||Dehbisar geet||Tukari geet

  Рет қаралды 740,949

SUMIT SAIKIA OFFICIAL

SUMIT SAIKIA OFFICIAL

Жыл бұрын

এলবাম-"অভিশপ্ত শকুন্তলা"
গীত-জীৱটি যাবগৈ
কণ্ঠ-সীমান্ত শেখৰ
গীতৰ কথা/সুৰ-মনোজ গগৈ,গহীন চুতীয়া,লখৰাম গগৈ,পদ্মেশ্বৰ গগৈ,লক্ষী গগৈ,
সংগীত ব্যৱস্থাপনা-দীপ ৰাজবংশী
সংগীত পৰিচালক-মনোজ গগৈ,লক্ষী গগৈ
বাদ্যযন্ত্ৰী--ঁপ্ৰসেন বৰা,দেবেশ্বৰ শইকীয়া, জয়ন্ত সোণোৱাল,পৰমেশ্বৰ বসুমতাৰী ,ধনজিৎ শৰ্মা,তপন দাস,লক্ষী গগৈ
ভিডিঅ' সম্পাদনা-ৰাহুল গগৈ, সূমিত শইকীয়া
Recorded at Studio Flim craft.
#SimantaShekhar#Dehbisargeet#SumitSaikia_Official
#Tukarigeet
#SimantaShekhar_Tukarigeet
#Horinam
#Voktimulakgeet
#AssameseTukarigeet
#Dihanam
Please Share&Subscribe Sumit Saikia Official.

Пікірлер: 253
@JijibaiTalukdar-yw4ds
@JijibaiTalukdar-yw4ds 5 ай бұрын
অতি সুন্দৰ কণ্ঠ নিগৰাইছে বহত ভাল লাগিল ধন্যবাদ জনালো।
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
ধন্যবাদ
@kanakdas2050
@kanakdas2050 11 ай бұрын
জয় জয় কৃষ্ণ দেৱ ❤❤❤❤❤❤❤❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
🙏🙏🙏
@user-eb4iz7jh8r
@user-eb4iz7jh8r 5 ай бұрын
Krishna Joi Krishna dhuniya hoise ❤❤❤❤❤❤❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
ধন্যবাদ
@robinphukan
@robinphukan 8 ай бұрын
সুন্দৰ উপষ্ঠাপন দাদা সুন্দৰ দৰদী দৰদী অণুভৱ
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@bhabanikardong2148
@bhabanikardong2148 9 ай бұрын
কৃষ্ণ কৃষ্ণ ❤❤
@user-dm8uy9rm6j
@user-dm8uy9rm6j 9 ай бұрын
তথাপি মানুহক লাগে লাগে আৰু লাগে ।
@debojitray1050
@debojitray1050 11 ай бұрын
বহুত ধুনীয়া হৈছে গীতটি। কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@junmoniborah7443
@junmoniborah7443 9 ай бұрын
মই সদায় আইতাই পৰিৱেশ কৰা সুন্দৰ নামষাৰ শ্ৰৱণ কৰো ।আইতাৰ কণ্ঠত নিগৰি যোৱা আৰু নাম শুনিবলৈ আশাৰে বাট চাই থাকিম ।আইতাক ভগৱানে দীৰ্ঘ জীৱি কৰক ।🙏🏼🙏🙏🏼🙏
@user-ul5qf2px8s
@user-ul5qf2px8s 2 ай бұрын
কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Mrinmoydancer
@Mrinmoydancer 28 күн бұрын
কৃষ্ণ 🙏🙏🙏
@user-qw1hp8fe7d
@user-qw1hp8fe7d 12 күн бұрын
কৃষ্ণ কৃষ্ণ
@mandirabordoloi5708
@mandirabordoloi5708 5 ай бұрын
বৰধূনীয়া গীত টি তৰিলা ভাল লাগিছে আৰু ধুনীয়া গীত তৰিবলৈ আগবঢ়োৱা আশীৰ্বাদ কৰিছো 😂😂😂😂😂😂😂
@ProbhatNath
@ProbhatNath 8 ай бұрын
সুন্দৰ হৈছে
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 8 ай бұрын
ধন্যবাদ
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 8 ай бұрын
ধন্যবাদ
@garimagogoi2647
@garimagogoi2647 7 ай бұрын
❤দেহ বিচাৰৰ গীতটো শুনি ভাল লাগিল।
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 7 ай бұрын
ধন্যবাদ
@bhrigukalita6479
@bhrigukalita6479 Жыл бұрын
কৃষ্ণ 🙏
@BanmaliKalita
@BanmaliKalita 8 күн бұрын
Nice❤❤❤❤
@ApuGogoi-ro1lx
@ApuGogoi-ro1lx Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু
@user-ge2qi5en3i
@user-ge2qi5en3i 9 ай бұрын
Mzaaa..simanto daaa❤
@bikashnormolia635
@bikashnormolia635 11 ай бұрын
কৃষ্ণ
@user-rq1fw2pm1w
@user-rq1fw2pm1w 11 ай бұрын
Hosa Val lagil gan to bohut bohit❤❤❤❤dada
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@user-zu5kz9ed1k
@user-zu5kz9ed1k 8 ай бұрын
Krishna ❤❤❤
@minakshidutta5067
@minakshidutta5067 11 ай бұрын
কৃষ্ণ কৃষ্ণ অতি মধুৰ 🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@jatinborgohain587
@jatinborgohain587 8 ай бұрын
❤❤❤ Jai Jai Jai ❤❤❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
কৃশন্ জয় হওক আপোনাৰ, ভৱিষ্যতে ও ভগৱানে সুমতি দিয়ক এনে ভক্তি মূলক টোকাৰী গীত লিখিবলৈ,,, সচাকৈ এই গীতটো শুনি খুবেই আনন্দ পালো,,,, ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক, আৰু সুমতিদি বাধিত কৰক ইমানেই,,
@pinkuborah4420
@pinkuborah4420 7 ай бұрын
জয় কৃষ্ণ ভগৱন্তই আপোনাক আৰু শক্তি দিয়ক এনেধৰণৰ গান লিখিবলৈ।
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 ай бұрын
এৰা, মনুষ্য জনম লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা হৈছে আৰু সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগিল গীত টো শুনি মই খুবেই ভাল পালোঁ, পৰিৱেশন চাইও ভাল লাগিল,,,,, গীত টো শুনি লে দুখো লাগে চকুৰ পানী নিগৰি আহে,, কিয়নো এনে গীত গাই আপুনি, সচা কথা, গানটো শুনি থাকিলে শুনি থাকিবলৈ মন যায় মোৰো, সেয়ে আপুনি গাই যাওক,,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 3 ай бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 Ай бұрын
কৃশন্ কৃশন্ তোমাতে লৈলো শৰণ,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 5 ай бұрын
সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন ও চাই অতিকৈ আনন্দ পাইছো ধন্যবাদ থাকিল আৰু বহু কথাই থাকিল আজি লৈ থাওক ইমানেই,,,,,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 5 ай бұрын
ধন্যবাদ
@pobitargogoi8395
@pobitargogoi8395 11 ай бұрын
🙏🙏🙏কৃষ্ণ কৃষ্ণ🙏🙏🙏
@user-ex7jx8og4x
@user-ex7jx8og4x 7 ай бұрын
Emn vll lgela oo dada ganto hunie oo👍👍
@AffectionateFerryBoat-cj8po
@AffectionateFerryBoat-cj8po Ай бұрын
Bor dukh lgyy huni .hunile huni thakibo mn jai
@minatimech4993
@minatimech4993 11 ай бұрын
ৰাম ৰাম
@buddhaboruah3008
@buddhaboruah3008 3 ай бұрын
Krishna ❤❤❤🙏🙏🙏
@BiplobDas-ul9gi
@BiplobDas-ul9gi Жыл бұрын
Ram Krishna
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@Mahendra-ry8pz
@Mahendra-ry8pz 5 ай бұрын
কৃষ্ণ-কৃষ্ণ ।
@LalitaTalukdar-ne2ci
@LalitaTalukdar-ne2ci 10 күн бұрын
bahut val lagil.
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 10 күн бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 ай бұрын
খুবেই ভাল পাও এনে ভক্তি মূলক টোকাৰী গীত শুনিলে,মনটে মই ধন্যবাদ জনালো সকলোলৈ লগতে গীতিকাৰলৈ, বাৰে বাৰে যেন শুনি থাকিম এনে যেন লাগে মোৰ,, দুখো লাগে চকুৰ পানী নিগৰি আহে সচা কৈ,, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু নো কি কম সেয়ে আপোনালোকে গাই যাওক চোন,,,,,ভগৱানে আপোনালোক কুশলে ৰাখক,সুখেৰে ৰাখক সকলো দিশতে আগুৱাই নিবলৈ,,,,,
@user-iz3fy9bh2g
@user-iz3fy9bh2g Ай бұрын
Krishna .❤
@PONKAJBASUMATARI-gy2is
@PONKAJBASUMATARI-gy2is 10 ай бұрын
Gurrudeuu ..., Krishna ❤❤❤❤❤
@DipakBorgohain-yu8bc
@DipakBorgohain-yu8bc Ай бұрын
Krishna bulisu Dada 🙏
@parinitamoran9107
@parinitamoran9107 5 ай бұрын
Krishna Krishna povhu 🙏🙏🙏
@Arupjyotiaxom
@Arupjyotiaxom 6 ай бұрын
বহুত দুখ লাগে শুনি
@mukutlukhurakhon1411
@mukutlukhurakhon1411 6 ай бұрын
ভগৱানে মংগল কৰক আপোনাক, ভৱিষ্যতে ও ভগৱানেও সুমতি দিয়ক সুন্দৰ টোকাৰী গীত শুনাবলে, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ পাম,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 6 ай бұрын
🙏🙏🙏
@bipulkalita6116
@bipulkalita6116 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 অতি সুন্দৰ ♥️♥️
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@boruahboruah7660
@boruahboruah7660 3 ай бұрын
Krishna❤❤❤
@missdipalee
@missdipalee 6 ай бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bijitgogoi8276
@bijitgogoi8276 11 ай бұрын
ইমান সুন্দৰকৈ লিখিছে গতীকাৰ জনলৈ অন্তৰৰ পৰা ধন্যবাদ ❤️
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@ankitagogoi9756
@ankitagogoi9756 11 ай бұрын
কৃষ্ণ 🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
এনে ধৰণৰ গীত শুনিবলৈ পাই মনতে খুব দুখো লাগে, কিন্তু নোশুনিওনো থাকো কেনেকৈ,,, শুনিলে শুনি থাকিবলৈ মন যায় বৰকৈ, এৰা, ভালো লাগে না লাগে বুলি ও নকওঁ,,, সেয়ে আপুনি গাই যাওক চোন অতি সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আৰু কুশলে থাওক ইয়াৰ মানসৰেই, সুন্দৰ অতি সুন্দৰ আৰু শুনিও ভাল লাগিল যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ,,,,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
সচা কথা, জীৱটি যাবগৈ, সজাত এৰিথৈ, মানৱ জীৱনটোৱে এনে কুৱাই,, মৰণৰকথাই, পূএ পত্নী সকলো বানধোন্হে মাএ, শুনি খুবেই ভাল পালোঁ, সুন্দৰ হৈছে আৰু বহু কথাই কয় এই টোকাৰী গীটে, শুনিলে শুনি থাকিবলৈ মন যায় মোৰো, সেয়ে আপোনালোকে গাই যাওক চোন, ঠিক কবলৈহে ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল পালোঁ,,,,,,
@LakhikantaDeka-kq1tu
@LakhikantaDeka-kq1tu 5 ай бұрын
Universal truth ❤😂🎉😢😮😅😊
@januborgohain3887
@januborgohain3887 11 ай бұрын
Hundhor Simanta da 🙏🙏🙏 ❤❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@januborgohain3887
@januborgohain3887 11 ай бұрын
Welcome
@mamonikakoty5211
@mamonikakoty5211 11 ай бұрын
কৃষ্ণ❤❤
@JayramBordoloi-tk5qn
@JayramBordoloi-tk5qn 8 ай бұрын
Very nice song
@minatideka7551
@minatideka7551 Жыл бұрын
ধুনীয়া হৈছে👍
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@as06vlog26
@as06vlog26 8 ай бұрын
Hundor
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 8 ай бұрын
ধন্যবাদ
@tarungogoi6054
@tarungogoi6054 11 ай бұрын
ইমান সুন্দৰ ভগৱন্ত ওচৰত শতকোটি প্ৰানিপাত
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
কৃষ্ণ🙏🙏🙏
@dipengogoi5076
@dipengogoi5076 Жыл бұрын
কৃষ্ণ ❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@AssamDeori-kw8hv
@AssamDeori-kw8hv 7 күн бұрын
Mojaaaaaa❤🙏🙏🙏🙏🙏🙏🙏🙏🙏
@pinkuborah4420
@pinkuborah4420 10 ай бұрын
জয় কৃষ্ণ ভগৱান
@Debajitdutta785
@Debajitdutta785 10 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🥺
@PratabchandraBarman
@PratabchandraBarman Ай бұрын
Bhal lagil
@dibakarbaishya7838
@dibakarbaishya7838 11 ай бұрын
ভাল পালোঁ শুনি।।।কৃষ্ণ🎉🎉🎉
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@kashmiriborgohain1702
@kashmiriborgohain1702 7 ай бұрын
Krishna🙏🙏
@buptinath2843
@buptinath2843 4 ай бұрын
😢😢😢😢😢bohut dhukh lagil🙏🙏🙏🙏
@tunumonibora8642
@tunumonibora8642 Жыл бұрын
ইমান ধুনীয়া কবলৈ ভাষা নাই
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@prasantanath5359
@prasantanath5359 11 ай бұрын
❤ ধুনীয়া
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@dipankarborsaikia3549
@dipankarborsaikia3549 11 ай бұрын
Very nice 👌 song 👌👌👌
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
Thankyou
@bituponhazarika5438
@bituponhazarika5438 11 ай бұрын
🙏🙏🙏 val lagise 😭😭😭
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@rajeshsarania6980
@rajeshsarania6980 11 ай бұрын
Ram Ram 🚩🚩🚩
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
সচা কথা মানৱ জীৱনটোৱেই এনেকুৱা সমইছালকলৈ আৰম্ভ হয়, আৰু আপোনাৰ গীতটোতো এই কথা স্পষ্ট কৰি ফুটাই তুলিছে, সচাকৈ গীত টো শুনি মই খুবেই আনন্দ পালো যে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ইমানেই,
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 3 ай бұрын
ধন্যবাদ
@smritysaikia8710
@smritysaikia8710 11 ай бұрын
Krishna God bless you
@PramudPatar-cv1cw
@PramudPatar-cv1cw 2 ай бұрын
Krishna Krishna Krishna 🙏🙏🙏
@debasish.vlogs-
@debasish.vlogs- 9 ай бұрын
Xundor geet🎧🙏🙏
@minotishortschannel9453
@minotishortschannel9453 Жыл бұрын
Khub huni bhal lage dehbisar geet.🙇‍♂️♥️🙏
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
কৃষ্ণ🙏🙏🙏ধন্যবাদ
@tunumonibora8642
@tunumonibora8642 Жыл бұрын
ইমান ধুনীয়া হৈছে ক'বলৈ ভাষা নাই
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@jadabsarmah866
@jadabsarmah866 Жыл бұрын
🙏🏻
@user-kt9vt6bs5o
@user-kt9vt6bs5o 10 ай бұрын
@user-tr2du2ev4i
@user-tr2du2ev4i 11 ай бұрын
Krishna 🙏🙏🙏
@muhonboruah
@muhonboruah 11 ай бұрын
কৃষ্ণ 🎉
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
🙏🙏🙏
@mukutlukhurakhon1411
@mukutlukhurakhon1411 2 ай бұрын
সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ খুবেই কৈ
@hukan_paat
@hukan_paat 3 ай бұрын
বৰ সুন্দৰ❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 3 ай бұрын
ধন্যবাদ
@munindraborgohain6054
@munindraborgohain6054 Жыл бұрын
Joy.krishna.🙏🙏🙏🙏🙏👌
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
🙏🙏🙏
@user-xr2gr3zn5s
@user-xr2gr3zn5s 5 ай бұрын
❤❤❤❤❤
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 ай бұрын
সুন্দৰ অতি সুন্দৰ হৈছে,,, এই টোকাৰী গীত টো শুনি মই খুবেই ভাল পাও, সেয়ে বাৰে বাৰে শুনি থাকিবৰ মন যায় মোৰো মন টো হে বিষাদ ৰ পাৰলৈ যাব বিচাৰে বাৰে পতি,,, গীত ত সকলো কথা স্পষ্ট হৈ পৰিছে আৰু সেয়ে মই এই গীতটো শুনি খুবেই ভাল পাও সেয়ে আপুনি গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ধৰণৰ টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,,,,,,
@Assam-c9d
@Assam-c9d Жыл бұрын
🙏🙏
@user-io4jt7cc8k
@user-io4jt7cc8k 11 ай бұрын
DADA aponar geet sai bhut val lagise ❤❤❤❤
@dulaprabhaphukon3201
@dulaprabhaphukon3201 11 ай бұрын
বৰ দুখ লগা কৈ গাইছে
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
🙏🙏🙏
@lohitborah1514
@lohitborah1514 4 ай бұрын
সুন্দৰ ❤❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 4 ай бұрын
ধন্যবাদ
@mukutlukhurakhon1411
@mukutlukhurakhon1411 3 ай бұрын
সুন্দৰ আৰু শুনিও ভাল লাগে কিন্তু বর্তমান মই শুনি আছোঁ আৰু কোনোমতে, কাৰণ গীতটো শুনি বৰকৈ চিন্তিত হৈ পৰোঁ কাৰণ, মনুষ্য জীৱনতে এনে বোৰ ঘটে, সেয়ে আপুনি গাই যাওক চোন বিশেষ কৈ গুৰুত্ব প্রদান কৰি গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল পালোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক এই মানসেৰে ই, শুভেচ্ছা থাকিল,,,,
@lipikaborah147
@lipikaborah147 7 ай бұрын
🙏🙏🙏🙏
@Dhonburagohain07
@Dhonburagohain07 11 ай бұрын
সুন্দৰ❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 11 ай бұрын
ধন্যবাদ
@iveehazarika3737
@iveehazarika3737 11 ай бұрын
No Death.❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@junutalukdar5628
@junutalukdar5628 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 ‌ অতি মধুৰ 👍❤️❤️
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 Жыл бұрын
ধন্যবাদ
@_itz._.nabiie._
@_itz._.nabiie._ 7 ай бұрын
❤🙏🙏🙏🙏🙏
@jusnadevi1236
@jusnadevi1236 11 ай бұрын
🙏🙏🙏
@semontanti3626
@semontanti3626 Жыл бұрын
🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
কৄষন্, সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল আপোনাৰ এই টোকাৰী গীত টি শুনি খুবেই ভাল লাগিল,,,, এনে গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়, সেয়ে আপুনি গাই যাওক,,, এনে সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, এনে ভক্তি মূলক টোকাৰী গীত ভৱিষ্যতে ও শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনাক মঙগল কৰক আৰু সঙ দিআপোনাক বাধিত কৰক ইমানেই, ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ জয় হওক আপোনাৰ,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
কৃশন্,, সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, এই টোকাৰী গীত ৰ কথাই বেলেগ হয়, কিন্তু আপোনাৰ কনঠ্ত্ সচাই ইমান সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল,, ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দিয়ক আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল আৰু ইমান ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনত অতিকৈ আনন্দ পালোহেঁতেন,,, আপুনি গাই যাওক ইমান ভাল লাগিল,,,,,,,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 4 ай бұрын
জীৱটি যাবগৈ সজাটি থৈ, বা সজাত এৰিথৈ, সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল, এনে গীতে মনটোক বৰকৈ চিন্তিত কৰি তোলে, মানৱ জীৱনটোৱে এনে ,,সচা কৈ কওঁ গীত টো শুনি ইমান ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ,, মানৱ জীৱনটোৱে এনে কথাকেই কয়, শুনি থাকিলেও আমনি নালাগে দিয়ক,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ,,, ভগৱানে আপোনালোক মঙগল্ কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু সুমধুৰ গীত টো শুনি মনটো চাটকৈ কৰবালৈ উৰা মাৰিলে,,,,,, সুন্দৰ অতি সুন্দৰ আৰু সুমধুৰ বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে দিয়ক
@prafulladas4370
@prafulladas4370 7 ай бұрын
Mojja dada❤
@sumitsaikiaofficial2991
@sumitsaikiaofficial2991 7 ай бұрын
ধন্যবাদ
Playing hide and seek with my dog 🐶
00:25
Zach King
Рет қаралды 34 МЛН
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 18 МЛН
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 10 МЛН
পুত্ৰ কন্যাই কান্দিছে বাগৰি বাগৰি
9:16
Amiya Neog Kalita's Dihanam World official
Рет қаралды 1,8 МЛН
Bhagawanta Kot
9:50
Achurjya Borpatra Official
Рет қаралды 1,3 МЛН
SURJYA PUTRA KARNA 6 | LUIT | MUNIN BARUAH | MANAS ROBIN | ZUBEEN GARG
14:00
LUIT MANAS ROBIN'S PRODUCTION
Рет қаралды 604 М.
Kenjebek Nurdolday & Baller - Сөкпе
3:10
Kenjebek Nurdolday
Рет қаралды 70 М.
Duman - мен болмасам кім? (Mood Video)
2:35
Duman Marat
Рет қаралды 118 М.
Dj Jack SpaRRow - Akbar Ghalta Bahiati ( Slap Remix Arabic ) #TIKTOK
2:21
Dj Jack SpaRRow
Рет қаралды 1,1 МЛН
지민 (Jimin) 'Who' Official MV
3:28
HYBE LABELS
Рет қаралды 26 МЛН
Munisa Rizayeva - Aka makasi (Official Music Video)
6:18
Munisa Rizayeva
Рет қаралды 11 МЛН
LISA - ROCKSTAR (Official Music Video)
2:48
LLOUD Official
Рет қаралды 134 МЛН
Malohat
3:35
Xamdam Sobirov - Topic
Рет қаралды 1,2 МЛН