জীৱনটোত ইমানেই কষ্ট পালো একো ভাল নলগা হৈ গ'ল 😥 কতো মন নবহে Mridula Baruah interview actress

  Рет қаралды 492,177

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

9 ай бұрын

guest - Mridula Baruah
Instagram -
...
Facebook -Shemim Ahmed siddiki
Twitter - Shemim Ahmed Siddiki
@ShemimSiddiki
✅any business enquiry -
shemim.ahmed2@gmail.com

Пікірлер: 510
@RashmiKonwar
@RashmiKonwar 9 ай бұрын
মৃদুলা বাইদেউ বুলি কলেই মনলৈ আহে বোৱাৰী চিনেমাখন । আজিও সজীৱ মনৰ মাজত । বাইদেউ আকৌ ওলাই আহক ।বহুত ধন্যবাদ চেমিম ❤️
@anjanagogoi6105
@anjanagogoi6105 9 ай бұрын
প্ৰিয় অভেনেত্ৰী মৃদুলা বাইদেউক বহুত ভাল লাগিল দেখা পায় । আকৌ যেন অভিনয় জগতত দেখা পাওঁ বাইদেউক । সুস্বাস্থ্যৰ অধিকাৰী হ ওঁ ক । দুয়োলৈ শুভ কামনা থাকিল ।❤️❤️❤️🙏🙏
@lakshyamorang8470
@lakshyamorang8470 9 ай бұрын
Mridula baidew is always my favorite. I see her film from childhood. Don't worry baidew .. GOD Bless you . ❤❤❤❤❤ and thank you so much semim for your interview with our lovely and favorite Mridrula baidew . Love from Golaghat .
@gopaldutta4115
@gopaldutta4115 9 ай бұрын
মৃদুলা বাইদেউ গাম্ভীয্যতা পূৰ্ণ কথাবোৰ ভাল লাগে ।
@kukimahanta2815
@kukimahanta2815 9 ай бұрын
বাইদেউক ভাল লাগিল বহুত দিনৰ মূৰত দেখিলোঁ। বাইদেৱে বুকুত দুখবোৰ কঢ়িয়াই ফুৰিছে।দুখৰ মাজতে আছে।
@rajb7906
@rajb7906 9 ай бұрын
বাইদেও কুশলে থাকক এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো❤❤🙏
@monishatamuly791
@monishatamuly791 9 ай бұрын
বহুত ভাল লাগিল । আপুনি আমাৰ মাজত সদায় এনেকৈয়ে হাঁহি থাকিব
@abjamanibormudai7803
@abjamanibormudai7803 9 ай бұрын
বাইদেউ অভিনন্দন জনালো । পুনৰ ভাল লগা অভিনয়বোৰলৈ আহক , আমি চতিয়াই আপোনাক লৈ গৌৰৱী ।
@MrinaliTamuli
@MrinaliTamuli 9 ай бұрын
মৃদুলা বাইদেউ মোৰ প্ৰিয় অভিনেত্ৰী । ধন্যবাদ চেমিম ।
@biswajitgoswami5631
@biswajitgoswami5631 9 ай бұрын
Queen of Assamese Cinema❣️
@JAYDEELEE75
@JAYDEELEE75 9 ай бұрын
Best interview. She was one of the most beautiful actress in our time. A self composed personality, a stunning beauty.
@user-mt7km2vn4n
@user-mt7km2vn4n 8 ай бұрын
1
@saharabegum5792
@saharabegum5792 9 ай бұрын
My best favourite actress Mridula Borua baidew, khub moromor aru Shridhar baidew k Vogowane kukhole rakhok tare kamona korilu. Shemim dhonyobad jonalu
@bornaligogoi7427
@bornaligogoi7427 9 ай бұрын
ৰাঘৱ এখন ধুনীয়া চিনেমা , তাত মৃদুলা বাইদেউৰ চৰিত্ৰটোৱে এক বিশেষ ভূমিকা লৈছে। তেওঁ কুশলে থাকক তাৰে কামনা কৰিলোঁ 🙏 তেওঁৰ সৈতে পাৰ কৰা সময়খিনি এতিয়াও মনত পৰে ❤❤
@himadrisonowal4017
@himadrisonowal4017 9 ай бұрын
এগৰাকী চিৰসেউজ অভিনেত্ৰীক দেখি ভাল লাগিল।কিন্ত তেও যে বহুত দুখ বেদনাত জীৱনটো পাৰ কৰি আছে গোটেই ইন্টাৰভিউ তোত তাকে বুজিলো।সচাকে সকলোৰে জীৱনত কিমান কি কি নাথাকে তেও আছলতে মানসিক ভাৱে বহুত দুৰ্বল হৈ আছে।তেও ভালে থাকক তাকে আশা কৰিলো।
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 9 ай бұрын
তেখেতক সঁচাকৈ খুব ভাল লাগে, খুব সুন্দৰ তেখেতৰ অভিনয়,কথা বতৰা বোৰৰ পৰা জানিব পাৰিলো আতৰি যোৱা সকলক লৈ তেখেত বহুত দুখি,যোৱা জন গুছি গ'ল কিন্তু আমি আমাৰ প্ৰিয় অভিনেত্ৰী গৰাকীক সদায় হাঁহি মুখে আনন্দেৰে থকাতো বিচাৰোঁ আৰু অভিনয়ৰ যোগেদি তেওঁ যুগমীয়া হৈ ৰওক, তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏 🙏🥰🥰🥰
@deepjyotihandique9915
@deepjyotihandique9915 9 ай бұрын
বহুত ভাল লাগিল। জীৱনৰ সৰহ সময় ৰ মনৰ কথা জনিলোঁ। বহুত মৰম থাকিল। বুজন হোৱাৰ পৰা জীয়ৰী মৃদুলা বৰুৱা ক দেখি আহিছোঁ। ইমান গ্ৰেশ্চফুল শান্ত ধীৰ স্থিৰ দেখি ভাল লাগি যায়। সদায় সুখী হৈ থাকক।
@anjanadevi6407
@anjanadevi6407 9 ай бұрын
ভাল লাগিল মৃদুলা বাইদেউ দেখা পায়, আগৰ অসমীয়া চিনেমা মানেই মৃদুলা বাইদেউ। বহুত দিন দেখা নাই , আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ।
@santiraninathbaruah3803
@santiraninathbaruah3803 9 ай бұрын
অসমীয়া বোলছবি জগতৰ সৰ্বকালৰ মোৰ প্ৰিয় অভিনেত্ৰী গৰাকী মৃদুলা বাইদেউ 🙏
@padminisaikia6104
@padminisaikia6104 9 ай бұрын
বর ভাল পাও মিদুলা বাক ।সু স্বাহ্য কামনা করিছো
@bantidutta3464
@bantidutta3464 9 ай бұрын
ইমান সৰল, ধুনীয়া, গহীন গম্ভীৰ বাইদেউ আপুনি সদায় ভালেৰে থাকক
@gulomachangmai4856
@gulomachangmai4856 9 ай бұрын
❤❤❤❤❤❤❤❤আমাৰ বহুত প্ৰিয় অভিনেত্ৰী । বহুত ভাল লাগিল ।শুভ সন্ধিয়াৰ শুভ সম্ভাষণ জনাইছোঁ।
@runuborah2470
@runuborah2470 9 ай бұрын
My Favourite Student GOD Bless You
@niranjanbarman5143
@niranjanbarman5143 Ай бұрын
Maromor baa aapuni sadoi bhale thakok aamar majot.
@user-xz5ll2or6v
@user-xz5ll2or6v 9 ай бұрын
আমাৰ সকলোৰে মৰমৰ মৃদুলা বাইদেউ ❤, আপুনি সদায় ভালে থাকক🙏 । আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈছে শুনি ভাল লাগিল।
@englishdmonline1185
@englishdmonline1185 9 ай бұрын
Beautiful and gorgeous Mridula Boruah as always. ❤❤❤
@srimantasaikia6432
@srimantasaikia6432 9 ай бұрын
মোৰ অতি প্ৰিয় অভিনেত্ৰী গৰাকীৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ পায় চেমিম অলৈ বহুত ধন্যবাদ
@user-mk5fz6lo7u
@user-mk5fz6lo7u 9 ай бұрын
বাইদেউ আপুনি ইমান সৰল আপোনাক ভগৱানে ভালে ৰাখক 🙏
@namitanath1264
@namitanath1264 9 ай бұрын
Nahi val lage
@ajoyboruah2464
@ajoyboruah2464 9 ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ--
@phulenchoudhuryoudhury7797
@phulenchoudhuryoudhury7797 9 ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউ। বাইদেউৰ দীৰ্ঘাযু কামনা কৰিছোঁ।
@gogoidipendra217
@gogoidipendra217 9 ай бұрын
বাইদেউ কথা বোৰ জানিবলৈ পাই ভাল লাগিল❤
@surenboruah3241
@surenboruah3241 9 ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী মৃদুলা বাইদেউ, ভগবানৰ ওচৰত প্ৰাথনা, সদায় ভালে থাকক🙏🙏🙏
@ushadas1841
@ushadas1841 9 ай бұрын
মৃদুলা বাক বহুত ভাল লাগে,যতীন বৰাক ও ভাল লাগে, কিয় মানুহ বোৰে ভাবি নাচায় যে চিনেমা এখনত এজন মানুহ নাথাকে
@tirthapratimpatar4952
@tirthapratimpatar4952 9 ай бұрын
🎼
@anowara.begum23
@anowara.begum23 9 ай бұрын
মোৰ অতি প্ৰিয় অভিনেত্ৰী 🎉 সচাকৈ সকলোকে হেৰুৱাৰ পিচত মানুহৰ মাজত উলাই আহিবলৈ মানসিক ভাৱে নিজকে প্ৰস্তুত কৰা সম্ভৱ নহয়। এই কথা ময়ো বুজি পাউ ❤❤
@kartikdas3293
@kartikdas3293 29 күн бұрын
মোৰ চিৰসেউজ প্রিয় অভিনেত্রী! কথাখিনিয়ে মন চুই গ'ল! ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে🙏🙏🙏🙏
@anjalidutta704
@anjalidutta704 9 ай бұрын
প্ৰায় সকলো মানুহে‌ বূকুৰ ভিতৰত দুখৰ বোজা কঢ়িয়াই ফুৰে।তেনেকৈ চলি যাব লাগিব। ভগৱানে জানে আপুনি পাৰিব।কম কথাৰে আপোনাৰ ব্যক্তিত্ব সূন্দৰকৈ প্ৰকাশ‌ কৰিছে। দুয়ো গৰাকী লৈ‌‌ অশেষ ধন্যবাদ ।
@minakshihazarika3310
@minakshihazarika3310 9 ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী সদায় সুখী হৈ থাকক
@anumabegum9513
@anumabegum9513 9 ай бұрын
🙏 বহুত ভাল লাগিল কথা বোৰ শুনি ধন্য বাদ ❤❤
@runumeekalita1393
@runumeekalita1393 2 ай бұрын
খুব ভাল পাওঁ মৃদুলা বাইদেউক ।সু স্বাস্থ্য কামনা কৰিলোঁ।❤
@hemantabori8339
@hemantabori8339 2 ай бұрын
Mridula Madam, বৰ অমায়িক , soft spoken,down to earth and a very good assamese actor. We ❤you always.
@Sarmah_Kangkana
@Sarmah_Kangkana 9 ай бұрын
Tumar interview bur belegotkoi olop beleg❤❤❤ bohut besi val lage...Shemim ba love you❤
@animagogoi3631
@animagogoi3631 2 ай бұрын
মৃদুলা বাইদেউ লৈ বহুত বহুত মৰম যাচিলোঁ তেখেতৰ চিনেমা চাই আগতে বহুত ভাল পাওঁ বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো
@nirmalichowdhry855
@nirmalichowdhry855 9 ай бұрын
মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@NiharikaDas-ky8ge
@NiharikaDas-ky8ge 9 ай бұрын
Mridula Baa k bohot val pau❤❤❤
@user-jt9mo3eu4b
@user-jt9mo3eu4b 9 ай бұрын
When I was 10 or 12years old I saw her movies like koka Deota Nati aru hati,buari etc nd etc by hiring bus organised by one of my uncle of our village.she was nd is being Merrylin Monru of Assamese flim Industry.I wish her to be long live.
@user-qh2ru3dy8m
@user-qh2ru3dy8m 9 ай бұрын
ৰঙিয়াল শিল্পী সকলৰ বেদনাৰ সোপানবোৰ জানিলে মনটো বেয়া লাগি যায়...মৃদুলা বাইদেউৰ বোৱাৰী চিনেমা খন লগতে ককা দেউতা নাতি আৰু হাতী চিনেমাবোৰ সদায় নষ্টালজিয়া হৈ থাকিৱ৷
@sabitrisvlog721
@sabitrisvlog721 9 ай бұрын
বাইদেউ আপোনাৰ সেৱা জনালোঁ। ভাল লাগিছে ভিডিঅ'টি চাই সুন্দৰ 🙏❤️❤️❤️ অসমীয়া চলচ্চিত্ৰ জগতত উজ্জ্বল হৈ থাকক।
@xuronjoli7436
@xuronjoli7436 9 ай бұрын
My favourite Mridula ba, God bless you ba aboundantly.
@kalpanachoudhury3973
@kalpanachoudhury3973 9 ай бұрын
অতি সুন্দৰ মনৰ বাইদেউ 🙏
@himanibanikya8168
@himanibanikya8168 9 ай бұрын
আপোনাক ভগৱানে ভালে ৰাখিব❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@anjalikagoswamichoudhury8794
@anjalikagoswamichoudhury8794 12 күн бұрын
বৰ ভাল পাওঁ মৃদুলা বৰুৱা বাইদেউক। সদায় চিৰসেউজ হৈ থাকক। সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏
@khodezanazneen1768
@khodezanazneen1768 9 ай бұрын
Bahut bhal lagil. May God bless you, Mridula baidew.
@mridulabezbaruah5862
@mridulabezbaruah5862 9 ай бұрын
চেমিম তোমাৰ প্ৰতিটো সাক্ষাৎকাৰৰ অনুস্থানেই চায় বৰ ভাল লাগে। আশাকৰোঁ এনেকৈয়ে আৰু সুন্দৰ সুন্দৰ সাক্ষাৎকাৰ আমাক উপহাৰ দি যাবা। আগুৱাই যোৱা শুভকামনা থাকিল ❤।
@bankimsarma6359
@bankimsarma6359 9 ай бұрын
Mridula Barua was one ammong our beloved actress of our time .she is calm and her beauty lies in it. Her romantic heart unexpressively expressive.Be kind to her
@dpd4686
@dpd4686 25 күн бұрын
Love & Respect for Mridula ba❤🙏God bless you🎊
@skylark13
@skylark13 21 күн бұрын
মৃদুলা বাইদেউ অসমীয়া চিনেমা জগতৰ অন্যতম প্ৰতিভাশালী অভিনেত্ৰী। তেখেতৰ সকলো চিনেমা চাইছো। তেখেতক দেখি খুব ভাল লাগিল। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো।
@sunilgoswami6174
@sunilgoswami6174 14 күн бұрын
ভাল লাগিল মৃদুলা বাইদেউৰ চলচ্চিত্র জগতৰ কথাবোৰ শুনি | পাহৰা নাই যাই শকুন্তলা পতি গৃহে যাই " দৃশ্যবোৰ | _ কেইবা দশকৰ চলচ্চিত্র জগতৰ জাগ্রত প্রহৰী | ধন্যবাদ থাকিল |
@popi4513
@popi4513 9 ай бұрын
Mridula baideuk bohut besi vaal lage
@miraselfkitchendiaries6973
@miraselfkitchendiaries6973 9 ай бұрын
My most favourite Mridula baa God bless you 🙏 Love you baa
@SanjeebgogoiAnimagogoi
@SanjeebgogoiAnimagogoi 9 ай бұрын
Mridula Baruah ba is very nice video ❤❤❤Thanks ba❤❤❤
@user-ip9vc6nw3w
@user-ip9vc6nw3w 9 ай бұрын
মোৰ অতি জনপ্ৰিয় অভিনেত্ৰী, মৃদুলা বৰুৱা বাইদেউ। বাইদেউ ঈশ্বৰৰ কুশলে থাকক।
@ranjitabharadwaj8053
@ranjitabharadwaj8053 22 күн бұрын
Simple n elegant lady .. Lots of respect ❤ Mur mar fav.actress Apuni vale thakok 🙏
@honeynath1777
@honeynath1777 Ай бұрын
মোৰ অতিকে ভাললগা অভিনেত্ৰী ।মোৰ মনত অতি সৰুকালৰ পৰাই সাচ বহুৱাই থোৱা অভিনেত্ৰী মৃদুলা বাইদেউ ভগৱানে আপোনাক ভালে ৰাখক। আপোনাৰ ব্যক্তিগত জীৱনৰ লগত মোৰ জীৱনৰ মিল আছে। কথা কৈ কৈ একো বেমাৰ নথকা কে মোৰ কান্ধত মুৰ থৈ এওঁ গ'ল গে। যিটো এবছৰ ৰ লৈ মানি লব পৰা নাছিলো।বৰ্তমান একেবাৰেই অকলশৰীয়া।
@bijayagoswami4399
@bijayagoswami4399 9 ай бұрын
My most favourite actress 🙏🏽❤
@tilukakati1541
@tilukakati1541 2 ай бұрын
বহুত ভাল পাও মৃদুলা বাইদেউৰ অভিনয চাই কুশশে থাকক তাকেই কামনা কৰিলৌ
@bijoyagogoi6248
@bijoyagogoi6248 9 ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ সাখ্যাত কাৰ শুনি নজনা কথাবোৰ জানিব পাৰি চেমিমক ধন্যবাদ জনালো । বাইদেউ পুনৰ চিনেমা জগতলৈ ঘূৰি আহক ।ভাল লাগিব ।
@kabitabaruah5734
@kabitabaruah5734 8 ай бұрын
প্ৰিয় মানুহগৰাকী ❤❤ বৰ ভাল পাও মৃদুলা বাক❤❤ কুশলে থাকক তেওঁ 🙏🙏🙏
@anilbora2237
@anilbora2237 7 ай бұрын
Life is a bundle of experiences. সকলোৰে জীৱনত বহুত ধৰনৰ সুখ, দুখৰ অভিজ্ঞতা হয়। সেইটো জীৱনৰ অঙ্গ কোনেও নুই কৰিব নোৱাৰে। মৃদুলা বাইদেউৰ অভিনয় মোৰ ভাল লাগে 🙏
@nijorapatangia7797
@nijorapatangia7797 9 ай бұрын
মৃদুলা বাইদেউৰ প্ৰায় সকলো চিনেমাই চাইছোঁ । বহুত ভাল পাওঁ বাইদেউক । বিশেষকৈ বাইদেউৰ বাবেই "ৰাঘৱ" চাবলৈ যাম । অবশ্যে সকলো অসমীয়া চিনেমায়ে চাওঁ ।
@user-jb3gl8df6z
@user-jb3gl8df6z 9 ай бұрын
মোৰ প্ৰিয় অভিনেত্ৰী ধন্যবাদ চেমিম ❤
@MN..569
@MN..569 9 ай бұрын
বহুত শ্ৰদ্ধা আৰু মৰম বাইদেউলৈ....
@missrani821
@missrani821 9 ай бұрын
My favorite Actress.....love you Ba ❤️
@nizaraborah7391
@nizaraborah7391 9 ай бұрын
Semim tomak bht thanku.baideok. Dekhi khb bhl. Lagise dhuni. Manr manuh bork. Tomar dara bhekha Palo.
@riniboruah1665
@riniboruah1665 9 ай бұрын
Love you Mridula baa
@Manjuara-Begum786
@Manjuara-Begum786 9 ай бұрын
All time favourite Mridula Ba❤❤
@molinadas9009
@molinadas9009 9 ай бұрын
Midula baa aapunak kintu ebar log pam bahut aakha aase..❤
@nobinborah8327
@nobinborah8327 9 ай бұрын
মৃদুলা বৰুৱা বাইদেউৰ চিনেমা আমি খুব সুন্দৰ কৈ পাইছিলো। তেতিয়া আমি স্কুলত পঢ়ি আছিলো। তেখেতৰ অভিনয় বহুত ভাল লাগে। প্ৰাৰ্থনা জনাইছোঁ প্ৰভু ভগৱন্তই তেখেতক কুশলে ৰাখক। 🙏
@putolikakati1581
@putolikakati1581 8 ай бұрын
বাইদেউ ক বৰ ভাল লাগে মোৰ । জীৱনত ঘাত-প্ৰতিঘাত থাকে ই, হতাশ নহ'ব । আপোনাৰ সুচাইচথ কামনা কৰিলো ।
@anabilborthakur9533
@anabilborthakur9533 11 күн бұрын
ম্‌দুলা বাইদেউক খুউৱ ভাল পাওঁ৷দেখিভাল লাগিল৷বাইদেউৰ সু স্বাস্হ্যৰ কামনা কৰিলো৷
@thegreatassam
@thegreatassam 9 ай бұрын
My favourite actress Midula baa.
@miminathnaskar
@miminathnaskar 9 ай бұрын
Today u look beautiful Samim...❤😊#kolkata
@nripenboruah32
@nripenboruah32 9 ай бұрын
মৃদুলা বাইদেউৰ অভিনয়ে মোক বহু নষ্টালজিক কৰে। বাইদেউৰ ৰ্দীঘায়ু কামনাৰে।
@kalpanadas6171
@kalpanadas6171 9 ай бұрын
Mridula baaidewk bht bht bhl pau sordha koro , abhinoy bur bht bht dhuniha kore, aaponi bht bht dhuniya , hadai bhle thakak. ❤❤🙏
@yogaprerana7723
@yogaprerana7723 Ай бұрын
বৰ ভাল ❤❤❤লাগে প্ৰিয় অভিনেত্ৰী। কুশলে ৰাখক ভগৱানে 🙏
@mausumirabhavlogs3682
@mausumirabhavlogs3682 Ай бұрын
বৰ ভাল লাগিলে আপোনাক আজি ইমান বছৰৰ পিছত দেখি আৰু বহুত দুখ ও লাগিলে আপোনাৰ কথাবোৰ গম পাই.. ভগবানে আপোনাক ভালে ৰাখক সুখত ৰাখক..🙏
@dipalibaishya9737
@dipalibaishya9737 9 ай бұрын
❤Bouhat bhal lagil ba❤
@shuklakalita7966
@shuklakalita7966 9 ай бұрын
Fantastic actress and natural acting.
@najrinsultana6195
@najrinsultana6195 8 ай бұрын
মৃদুলা বাইদেউ চিনেমাতেই শান্ত অভিনয় কৰে তেনে নহয় তেওঁ আচলতে শান্ত স্বভাবৰ৷ ভাল লাগিল Interviewটো চাই
@mafidaahmed240
@mafidaahmed240 9 ай бұрын
মোৰ অতি কৈ প্রিয় অভিনেত্রী ❤
@jyotimohan2869
@jyotimohan2869 9 ай бұрын
বাইদেউ বৰ সন্মানীয় ব্যক্তি,তেওঁ সদায়েই নমস্য। কিন্তু ৰাঘবৰ লগত জড়িত হোৱাৰ কাৰণে ৰাইজ অসন্তুষ্ট হৈছে।
@amitavbordoloi5861
@amitavbordoloi5861 23 күн бұрын
কথাবোৰ বৰ সুন্দৰকৈ সোধা হৈছে, বৰ ভাল হৈছে ।
@promudborgohain7920
@promudborgohain7920 12 күн бұрын
বাইদেউ ভগৱান আপোনাৰ সহায় হওঁক।
@RumaBorah-po4mo
@RumaBorah-po4mo 8 ай бұрын
Mridulaba Khub val lage. Bohut vale thakok. Interview val lagil
@sunishakalita53
@sunishakalita53 9 ай бұрын
Sorurepora Mridula Baruak bahut val paisilu. Aji interview tu pai val lagil. Karan tetia teulokr bisoye janiboloi eku madhyam nasil. Etia je enekoi dekhilu khub val lagil.
@gitashreesvlog4954
@gitashreesvlog4954 9 ай бұрын
Bht val lage mridula baideu k .agor cinema bilakot teuk dekhi eman val lage.val lagil dekhi aji
@amarsinghnarah4632
@amarsinghnarah4632 9 ай бұрын
ভাইদেউ অভিনয় সৰু পৰা ভাল পাওঁ। এতিয়াও সময আছে মনতো পেলাই নিদিব।আকৌ সাহসী পদক্ষেপ গ্ৰহণ কৰা।
@badankalita2834
@badankalita2834 9 ай бұрын
মৃদ্যুলা বৰুৱা বাইদেও । মোৰ বাবে এগৰাকী অতিকৈ শ্ৰদ্ধাৰ প্ৰিয় অভিনেত্ৰী । চলছিত্ৰ জগৎখনত বোধকৰো প্ৰৱেশ কৰা সময়ৰ পৰাই অসমৰ এই গৰাকী স্বনামধন্য অতিকৈ ৰূপহী শিল্পীক ইমানেই ভাল পাইছিলোঁ যে মৃদ্যুলা বাই অভিনয় কৰা " ক'কা দেউতা নাতি হাতী চিনেমাখন গুৱাহাটীৰ উব্বশী চিনেমা হলত একেৰাহে বহুকেইদিন চাৱলৈ গৈছিলোঁ । ৰূপহী শিল্পী মৃদ্যুলা বাক এবাৰ ওচঁৰ'ৰ পৰা দেখা পোৱাঁৰ আশাৰে সেইসময়ৰ বিশিষ্ট চলছিত্ৰ পৰিচালক নীপ বৰুৱা দেৱকে ধৰি বহু কেইজন শিল্পীৰ সৈতে যোগাযোগ কৰিৱলৈ চেষ্টা কৰা হৈছিল । কিন্তু সেইসময়ত ভাগ্য সুপসন্ন হোৱাঁ বাবে এখন বিহু ফাংচন মুকলী কৰিৱলৈ আহোতে ৰূপহী অভিনেত্ৰী গৰাকীক কাষৰ পৰা দেখা পাইছিলোঁ । বহু সময়ৰ বিৰতীৰ পাছত আজি মৃদ্যুলা বাইক ইন্তাৰভিউত দেখা পাই সূখী হলোঁ যদিও কিছু মনৰ কথাবোৰে দূঃখো দিলে । মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ সুস্বাস্থ্য কামনা কৰিলোঁ । সম্ভৱহলে এই মতামতটো মৃদ্যুলা বালৈ প্ৰেৰন কৰিৱলৈ অনুৰোধ কৰিলোঁ । ধন্যৱাদ
@mitaleechangkakoty-wx4su
@mitaleechangkakoty-wx4su 9 ай бұрын
Apni bohut dhunia dhunia biyoktir interview loise de...val lge sai..teulukor bikhoye janibo mon jai
@satyajitbordoloi7288
@satyajitbordoloi7288 9 ай бұрын
Mridula baak moi bohut val paw moi সৰুতে তেওঁ cinema sai bohut kandilu tew bohut hohos horol manuh hoi kunu dhoronor ahongkar nai bohut val manuh❤
@b.mgogoi1606
@b.mgogoi1606 9 ай бұрын
বাইদেউ আপোনাক বহুত ভাল পাওঁ ❤❤
@Podumi-fw9du
@Podumi-fw9du 9 ай бұрын
❤bohut. Val. Lagil
@kabitadevi4748
@kabitadevi4748 9 ай бұрын
মৃদুলা বাইদেউক বহুত ভাল লাগে । তেওঁৰ চিনেমা বহুত চাইচো । বহুত ভাল লাগিল ।
@paramanandagogoi823
@paramanandagogoi823 2 ай бұрын
Your the first Lady Actors very Gentleman and nice actors in Assamese film
لااا! هذه البرتقالة مزعجة جدًا #قصير
00:15
One More Arabic
Рет қаралды 50 МЛН
小蚂蚁被感动了!火影忍者 #佐助 #家庭
00:54
火影忍者一家
Рет қаралды 53 МЛН
SCHOOLBOY. Последняя часть🤓
00:15
⚡️КАН АНДРЕЙ⚡️
Рет қаралды 11 МЛН
I'm Excited To see If Kelly Can Meet This Challenge!
00:16
Mini Katana
Рет қаралды 34 МЛН
С ДЕВУШКОЙ НА ВЕЛОСИПЕДЕ #shorts
0:19
Леха МАК
Рет қаралды 4,6 МЛН
Лев получил по-заслугам! 😱
0:31
КиноСклад
Рет қаралды 3,5 МЛН
Zombie Virus GONE WRONG
0:33
Alan Chikin Chow
Рет қаралды 6 МЛН
A little kitten is attacked on the street #cat #kitten #cute #story
1:00