জীৱনৰ বহু কথা ক’লে অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে || GITAWALI RAJKUMARI || বিতৰ্কলৈ কিয় ভয় কৰে গীতাৱলীয়ে বিশ্বাসঘতকাতৰ বলি হ’লে কি কৰে জীৱনলৈ হতাশা আহিলে কি কৰে গীতাৱলীয়ে
Пікірлер: 75
@ContentBeachCoast-ho2biАй бұрын
কিন্তু ছৱি জগতত গীতাৱলীত কৈ ধুনীয়া আজিও কোনো নাই। ধুনীয়া,ওখ-পাখ। হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীৰ দৰে ❤❤❤❤❤❤❤। মনটো ও ইমান ভাল ❤।
@barnalideka26957 ай бұрын
Iman sundor kotha koise ....Khub bhal lagil. BEST WISHES TO Geetawali 🙏🌷
@utpalakalitabharali755 Жыл бұрын
খুব খুব খুবেই ভাল পালো বা আপোনাৰ কথা খিনি শুনি❤❤বা আপোনাক সেই হিয়া দিয়া নিয়াৰ মৰম লগা বা জনিয়ে যেন লাগে এতিয়াও।
@bristipriyakachari8237 Жыл бұрын
No
@alakanandarajbangshi1890 Жыл бұрын
বৰ সুন্দৰ কৈ কথাবোৰ উপস্থাপন কৰিলে ৷ আপোনাৰ দৰেই সুন্দৰ আলফুলীয়া আপোনাৰ অনুভৱ ৷ বৰ ভাল লাগিল ৷ঁ
@murpriogeetmurpriyogeet19611 ай бұрын
মোৰ অতি প্ৰিয় অভিনেত্ৰী ... মানুহ গৰাকীৰ দৰে তেওঁৰ মনটো ও সুন্দৰ। কথা খিনি ভাল লাগিল 👌🙏
@manuwarahazarika30205 күн бұрын
Gita baai eman dhunia koi kotha bur koi khuni thakile baak khei timet log pabo mon jai.kiba nohoi kiba ata khikibo pora jai baar potito kotha pora.love u baa ❤❤.