জয়মতী দেশদ্ৰোহী আছিল নি? জয়মতীৰ জন্ম গাঁও চাওঁ ব'লক । Joymoti and Jerenga Pothar |

  Рет қаралды 1,023,738

purbanchal

purbanchal

4 жыл бұрын

In this video I have been to Lai Thepena Maidam, where Lai thepena Borgohain was the father of Joimoti and many more.
#sivasagar #assam #purbanchal
instagram- / bhaskaryoutube
Donate-
1) Patreon- / purbanchal
2) UPI- vazkardutta@okaxis
আশা কৰিছোঁ আপুনি এই ভিডিতো নিশ্চয় উপভোগ কৰিলে।যদি ভাল লাগিল তেন্তে বন্ধু বৰ্গৰ লগত Share কৰক,আৰু কিবা থাকিলে comment ত কওক আৰু যদি এই চেনেল ত যদি নতুন হয় তেন্তে subscribe কৰিব নাপাহৰিব।
Business Mail - jantraassam@gmail.com
Join Our Facebook Group - / purbanchalvideo
Become Member-
/ @purbanchalassam
তলত উল্লেখ কৰা লিংক বোৰ ক্লিক কৰি বস্তু কিনি মোক সহাৰ্য কৰিব পাৰিব।
Best Products -
Cheap Lapel mic - amzn.to/2gwDPjl
Best lapel Mic I use - amzn.to/2OkIR6a
Vlogging Mic(DSLR/Mobile) -amzn.to/2OqbRJS
Superb mic for - amzn.to/2ewGOHV
Budget DSLR for channel -amzn.to/2CdoWPi
Best DSLR -amzn.to/2eBokK9
Best Vlog camera - amzn.to/2Cf4ddN
Budget vlogging camera - amzn.to/2ewKKsh
Best Action Camera -amzn.to/2eU4CWG
Action Camera with stabilisation - amzn.to/2eTXJVj
Budget Action Camera with stabilisation-amzn.to/2vY0dId
GorillaPod for mobile -amzn.to/2gvO4Vd
Gorilla pod(DSLR- heavy)- amzn.to/2Om0K4L
GorillaPod for DSLR - amzn.to/2ewU8vL
Budget tripod -amzn.to/2eBh8gY
Video Stabilisation:
using mobile(Gimbal)- amzn.to/2vEmGOW
Using DSLR GIMBAL -amzn.to/2eH5sWr
Two mic through one -
amzn.to/2xQl962
Equipment I use :
1.Nikon D5600 DSLR & Lens are 50mm f1.8 or 18-55 kit lens
2. Benro Tripod
3. lenovo K8 Note and Redmi 3s prime
4. 1500w CFL
5. Phantom 4 drone
6.DJI spark Drone
7. Boya ShotGun mic
Edited with SONY VEGAS PRO 13

Пікірлер: 1 000
@diliphazarika6589
@diliphazarika6589 3 жыл бұрын
জয়মতীৰ জন্ম গাঁও খন দেখি অতীতৰ সোৱ্ৰৰণ জাগ্ৰত হ'ল । এনেকুৱা ভিডিঅ' আগলৈও আশা কৰিলো ।
@samironburagohain6008
@samironburagohain6008 4 жыл бұрын
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ সকলোৰে আগত লৈ অহা বাবে বহুত ভাল লাগিছে।।। ধন্যবাদ দাদা।।
@baneswarpanging3220
@baneswarpanging3220 4 жыл бұрын
ভাল লাগিল কিন্তু
@khirupravagogoi6004
@khirupravagogoi6004 4 жыл бұрын
বহুত ভাল লাগিল
@gpsbabag8350
@gpsbabag8350 4 жыл бұрын
@@baneswarpanging3220 q
@hirubora1746
@hirubora1746 4 жыл бұрын
শিৱসাগৰ আৰু আহোম যুগৰ সম্পদ সমূহ ৰাইজ আগত লয় আহিচে বাবে বহুত ধন্যবাদ
@niruroy1894
@niruroy1894 3 жыл бұрын
@@baneswarpanging3220 >#
@bimangogoi3058
@bimangogoi3058 3 жыл бұрын
বঢ়িয়া হৈছে দাদা, ঐতিহাসিক কথা বোৰ এনেকৈ আমাক অৱগত কৰি থাকিব 🙏🙏🙏❤️❤️ ড্ৰুন ছটটো মজ্জা লাগিল 👍👍👍
@mainelahonshort3118
@mainelahonshort3118 3 жыл бұрын
গৌৰৱ কৰোঁ ঐতিহাসিক শিৱসাগৰত জন্ম লাভ কৰি ❤️ from মেচাগড়
@gogoi12359
@gogoi12359 4 жыл бұрын
Thanks ককাইদেউ জ‌য় আহোম জয় আই অসম
@myoldgramophoneinworkingco2559
@myoldgramophoneinworkingco2559 3 жыл бұрын
সুন্দৰ প্ৰচেষ্টা ৷৷ ভাতৃদ্বয়লৈ আন্তৰিক শুভেচ্ছা আৰু আশীষ জ্ঞাপন কৰিছো ৷৷চহকী অসমৰ চহকী ইতিহাস ৰাইজৰ সন্মুখত ডাঙি ধৰি এক পৱিত্ৰ কাম কৰিছে বুলি ভাবিছো ৷৷
@BijuliDas-oj7lb
@BijuliDas-oj7lb 4 жыл бұрын
যিবিলাক বুৰঞ্জীত পঢ়িছিলো সেইবোৰ দেখা পালে মনত কি অনুভৱ হয় সেইটো বুজাৱ নোৱাৰো... বহুত ভাল লাগিল ভিডিঅ'টো চাই👍👍👍
@joonsut620
@joonsut620 2 жыл бұрын
video tu sai bahut val lagil
@thunumaa8732
@thunumaa8732 5 ай бұрын
ঐতিহাসিক.কথা.বোৰ.এনেকৈ.অৱগত.কৰা.বাবে❤❤❤❤
@wideanglecreation906
@wideanglecreation906 4 жыл бұрын
Bohut ktha jnibo parilu...Thank you for this beautiful vlog Bhaskar da
@nabadeepgogoi5723
@nabadeepgogoi5723 3 жыл бұрын
Moja lagil dai
@kushalgogoi9903
@kushalgogoi9903 4 жыл бұрын
সুন্দৰ আৰু ধন্যবাদ আপোনালোকলৈ ।
@bulbulassam9811
@bulbulassam9811 4 жыл бұрын
সুন্দৰ পদক্ষেপ | অসমৰ মানুহক শিৱসাগৰখন চিনাকী কৰাই দিয়াৰ বাবে
@lakhyajitborgohain1593
@lakhyajitborgohain1593 4 жыл бұрын
ধন্যবাদ আপোনালোকলৈ ঐতিহ্যময় মেছাগড় পুখুৰী পাৰতে মোৰ ঘৰ
@golapitalukdar9689
@golapitalukdar9689 3 жыл бұрын
Bohut bhut bhal lagise.
@sanjibnath1007
@sanjibnath1007 3 жыл бұрын
Wow bht vl lagile video to sai
@prabhatkrgogoi8153
@prabhatkrgogoi8153 4 жыл бұрын
সামগ্ৰিকভাৱে ভিডিওটো চাই ভালেই লাগিল যদিও লাইথেপেনা বৰগোহাঞি মৈদামটো হাবি জংঘলে আৱৰি থকা দৃশ্যটো দুখজনক ৷ চৰকাৰক এই মৈদাটোৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনালোঁ ৷
@pranmarley9078
@pranmarley9078 3 жыл бұрын
Yes bro tumi thik koisa kintu sor karok koi lv ni sur keitak ausaror gawor manhu khine a korok mor mote blor sor kr
@prabitranath6889
@prabitranath6889 3 жыл бұрын
F check
@pompiduarah6088
@pompiduarah6088 4 жыл бұрын
আমাৰ শিৱসাগৰক সকলোৰে আগত চিনাকি কৰাই দিছে।আগলৈ শিৱসাগৰৰ চুকে কোণে সিচঁৰতি হৈ থকা আহোম যুগৰ সম্পদসমূহ ৰাইজৰ আগত লৈ আহিব বুলি আশা কৰিলো ।এবাৰ নামতিলৈ আহিব ।আমাৰ নামতিতো আহোমৰ দিনৰ দুটা দ'ল আৰু পুখুৰী আছে ।
@madanbarman804
@madanbarman804 4 жыл бұрын
Sibsagar jila khan moi bahu val pao
@pompiduarah6088
@pompiduarah6088 4 жыл бұрын
@@madanbarman804 hoi neki...apunar ghr Kt.?
@madanbarman804
@madanbarman804 4 жыл бұрын
Manas national parkor ocharat.
@divadas1154
@divadas1154 Жыл бұрын
Nojona Kotha janilu bohut val lagil
@birajsharma7061
@birajsharma7061 2 жыл бұрын
Bhal lagile video ti
@madhuriborah5839
@madhuriborah5839 4 жыл бұрын
মাদুৰি ঠাই খন চোৱাৰ ইচ্ছা আছিল।অশেষ ধন্যবাদ।
@pallabsaikia8593
@pallabsaikia8593 4 жыл бұрын
Time Machine‌‌ পোৱাহেতেন বুৰঞ্জী কালতে থাকিলো হয়
@krishtibdas3676
@krishtibdas3676 4 жыл бұрын
agor dinot thakile torwalre fight koribo lagil htn..
@readingonly568
@readingonly568 3 ай бұрын
Sword fight janu dia
@hariprasadboruah1932
@hariprasadboruah1932 3 жыл бұрын
Bohuto sundar lagil
@leenamoni9511
@leenamoni9511 Жыл бұрын
ভাল লাগিল।
@bigantaborghain7941
@bigantaborghain7941 2 жыл бұрын
Proud to listen about ahom ♥️
@trinayaborah8298
@trinayaborah8298 4 жыл бұрын
Sivasagar. ..historic capital of assam. .....😀😀😀😀I m from Sivasagar
@mofidabegum6902
@mofidabegum6902 3 жыл бұрын
Bohut bhal lagil
@bharatirabhapathak5193
@bharatirabhapathak5193 3 жыл бұрын
Apunalukr vedioo ajihe saisu..val lagile.. .
@goldway6926
@goldway6926 4 жыл бұрын
Love from Gogamukh 💞
@nelanjanaboruah2371
@nelanjanaboruah2371 4 жыл бұрын
Mai sivasagar rr😍😍😍
@ajitchandradas5833
@ajitchandradas5833 3 жыл бұрын
ভাল লাগিল মনপৰশা হৈছে ধন্যবাদ
@satyaroy3641
@satyaroy3641 4 жыл бұрын
Bahut2 bhal lagil, aru aapunak bahut2 dhanyvad, KRISHNA
@rijumoniborgohain9516
@rijumoniborgohain9516 4 жыл бұрын
My birth place.proud of it
@NipensVlogs
@NipensVlogs 4 жыл бұрын
বহুত সুন্দৰ বৰ্ণনা।এবাৰ বৰশীললৈ আহিবা দাদা।
@muhiladowari6149
@muhiladowari6149 2 жыл бұрын
ভাল লাগিল
@indrajitborgohain8126
@indrajitborgohain8126 2 жыл бұрын
Bhut val lagil aru jen anekuwa video sabole pau
@uddhabnath8477
@uddhabnath8477 4 жыл бұрын
Tamam mojja lage dronere kora video sai... filing a beleg
@tepujina
@tepujina 4 жыл бұрын
অতি সুন্দৰ ভাস্কৰ 👌👌👌😀
@toraliphukan131
@toraliphukan131 3 жыл бұрын
Bhut vl lgl njna ktha hikilu apunr pora
@rajivgogoi5082
@rajivgogoi5082 2 жыл бұрын
সুন্দৰ দাদা, ধন্যবাদ
@nomadicbird1984
@nomadicbird1984 4 жыл бұрын
মোৰ ঘৰ মাদুৰীতে। জয়মতীৰ ভায়েকৰ নাতীয়েক মই। কিছুমান তথ্য ভুলহৈ আছে। লাইথেপেনা বৰগোহাঞিৰ কাষৰ বাগানখন জয়া বাগান(জয়মতীৰ নামত ব্ৰিটিছে বনোৱা)। লাইথেপেনা বৰগোহাঞি কাষতেই তেওঁৰ ১২ গৰাকী পত্নীৰ মৈদাম আছে (বাগানৰ মাজতেই)। লগতে মাদুৰীত সৰ্বমুঠ ৪১টা মৈদাম আছে সৰু বৰ। ইয়াৰ ওপৰিও ফাকুৱা দৌলটো প্ৰকৃততে পা কুৱা(টাই ভাষাত ৮কুনীয়া স্তম্ভ) যিতো টাই তথা চীনা মুলীয় লোকসকলৰ এক ধাৰ্মিক আধাৰত বনোৱা স্মৃতি সৌধ। (চৰাইদেউৰ মৈদাম বোৰ চালেও বুজিব তাৰ প্ৰতিটো মৈদাম ৮ কোনীয়া, চকলংৰ বেদীটোও ৮ কোনীয় থাকে)। মানুহৰ মাজত মোখ বাগৰি পাক কুৱা গৈ ফাকোৱা হলগৈ। (বিদ্ৰ: কিছুমান তথ্য শুদ্ধকৈ প্ৰচাৰ কৰিব। নহলে মানুহে ভুলটোকে শুদ্ধ ভাবি লব) বহুত পুৰণি চাবক্ৰাইবাৰ হয়। আপোনাৰ চেনেল গ্ৰৌ নহওঁতেই মই চাবক্ৰাইবাৰ হৈছো। সেয়েহে ভাল হোৱাটো বিচাৰো চেনেলটো।
@purbanchalassam
@purbanchalassam 4 жыл бұрын
ধন্যবাদ। আপুনি কি বুজালে , ফাকুওৱা দল তেওঁ প্ৰৎকৃততে মৈদাম নেকি ? যদি হয় , বুৰঞ্জীত কত আছে ? জানিব মন গৈছে ?
@nomadicbird1984
@nomadicbird1984 4 жыл бұрын
@@purbanchalassam মৈদাম নহয় কাৰন জয়মতীৰ পাৰ্থিৱ শৰীৰ বিছাৰি পোৱা নাছিল। কিন্তু তেওঁৰ শুৱৰণিত পুতেক ৰুদ্ৰসিংহই পাকুৱা নিৰ্মাণ কৰিছিল। পাকুৱা কি তাক বুজিবলৈ টাই আহোম দৰ্শন আৰু চীনা দৰ্শন ভালকৈ অধ্যয়নৰ প্ৰয়োজন। চে ৰাই দয় যিদৰে চৰাইদেউ হল ঠিক একেদৰে পাকুৱা গৈ খাকুৱা হল।
@dheneswakonwar4324
@dheneswakonwar4324 2 ай бұрын
Apuni hosakoiye koise, vhulbur kobo nalage,aibure giyan murot vhoraboloi goi guborhe vhorabo.
@alexsonowal5380
@alexsonowal5380 4 жыл бұрын
শিৱসাগৰ যাদুঘৰ বিষয়ে দেখালে ভাল হয়
@nuruddinahmed2058
@nuruddinahmed2058 Ай бұрын
ভাল লাগিল দাদা
@gupasharsonowal9768
@gupasharsonowal9768 6 ай бұрын
Bhut bhut vl lagil
@debasishkakoti2404
@debasishkakoti2404 4 жыл бұрын
My Village maduri gohain goan.
@WECfounder
@WECfounder 4 жыл бұрын
Uuuffff title to teneke nidile besi val palu hoi. It's hurt to pronounce DEKHDROHI word with JOYMOTI
@priyangsheesaikia6486
@priyangsheesaikia6486 4 жыл бұрын
Bohuuut Val lagil.thanx
@nituponborgohain8073
@nituponborgohain8073 4 жыл бұрын
মাদুৰিৰ বিষয়ে অধিক জানিবলৈ চাওঁক। www.assamdigital.in/2018/09/maduri-6-posted-by-nitupon.html
@rishankideka1450
@rishankideka1450 4 жыл бұрын
Awesome bhai
@mainadas6559
@mainadas6559 4 жыл бұрын
ধন্যবাদ দাদা
@user-gy2tl7eq9f
@user-gy2tl7eq9f 2 ай бұрын
Val lagil hokolu kotha janibo pari
@Frewon
@Frewon 4 жыл бұрын
Mojjja Proud to be an Assamese
@gayatribordoloi5437
@gayatribordoloi5437 2 жыл бұрын
Tq val lagil👌👍🙏
@prasantaborah9217
@prasantaborah9217 6 ай бұрын
Bhal lagil sai
@harihazarikaofficial
@harihazarikaofficial 4 жыл бұрын
জয়মতীৰ মাকৰ ঘৰটো মাদুৰীতে আছিল নেদেখালে কিয়
@Mainaborgohain9141
@Mainaborgohain9141 4 жыл бұрын
হয় ঘৰটো চাবলে মন আছিল
@TECHpost
@TECHpost 3 жыл бұрын
Ghortu nai...jaga tukura ase
@rueeborah8033
@rueeborah8033 4 жыл бұрын
কথাতকৈ music বেচি হ'ল। একো শুনাই নাপালো
@dimbeswarsharma8349
@dimbeswarsharma8349 3 жыл бұрын
A TA nu ki change hoi se ake e ase
@mpgaming9677
@mpgaming9677 3 жыл бұрын
Kanot puk humaise sage
@amritgogoi3991
@amritgogoi3991 4 жыл бұрын
খুৱ সুন্দৰ । এই প্ৰচেষ্ঠা অব্যাহত ৰাখা ।
@shikhasharma5364
@shikhasharma5364 4 жыл бұрын
Nice video Ahome proud of Assam
@pg99.
@pg99. 2 жыл бұрын
The drone shots were very good. It would be good if the Government of Assam takes some initiative to restore and maintain these historically important archeological sites. It would be good for educational purpose as well as contribute to the tourism of Assam.
@binuddeka7799
@binuddeka7799 4 жыл бұрын
এদিন যাম উজনি অসম বহুত ভাল লাগে
@kishordeka5582
@kishordeka5582 10 ай бұрын
Moi o jam
@binuddeka7799
@binuddeka7799 10 ай бұрын
নিশ্চয়
@bibakdas4563
@bibakdas4563 2 жыл бұрын
Bohut dhunia
@xDyJ
@xDyJ 4 жыл бұрын
Exceptional topic. thank you for that
@pubalidutta6471
@pubalidutta6471 4 жыл бұрын
আমাৰ ঠাই..........😊😊
@user-sn2yc8co2w
@user-sn2yc8co2w 4 жыл бұрын
সঁ‌চা ?
@pubalidutta6471
@pubalidutta6471 4 жыл бұрын
হয় ....... 😊😊আমি গৌৰৱ কৰো আমাৰ ঠাইবোৰক লৈ.. ইমান ধুনীয়া ঠাই ,,,,ইতিহাস আছে
@user-sn2yc8co2w
@user-sn2yc8co2w 4 жыл бұрын
সঁ‌চা কিন্তু; মোক মাতিবা চুন এদিন, তুমালোকৰ তাত
@devasish11328
@devasish11328 3 жыл бұрын
ভাল লাগিল কিন্তু অনুগ্ৰহ কৰি দেশদ্ৰোহী শব্দটো আতঁৰাই দিলে ভাল পাম। জয়মতীৰ নামৰ লগত দেশদ্ৰোহী শব্দটো কেতিয়াও খাপ নেখায়।
@rajb5595
@rajb5595 3 жыл бұрын
Dekhdruhi lora rojar time period t he gonyo kora hoisil buli ullekh korise
@poliboruah8576
@poliboruah8576 3 жыл бұрын
Realy
@bhaskarkonwar361
@bhaskarkonwar361 2 жыл бұрын
সঁচাই
@tanzilarahman3900
@tanzilarahman3900 Жыл бұрын
Dlt krok dekhdurhi hbdo 2
@AjoyBhuyan-hq5gk
@AjoyBhuyan-hq5gk Жыл бұрын
Desh Drohi a asil
@wahidataz23
@wahidataz23 2 жыл бұрын
সংৰক্ষণেই অসমীয়াৰ সংস্কৃতিৰ স্বৰূপ। ভাল লাগিল ।
@mamonipatowary701
@mamonipatowary701 Жыл бұрын
চাই ভাল লাগিল
@abhinabsonowal6229
@abhinabsonowal6229 4 жыл бұрын
4:17 Yessss 😁
@pinkubordoloi1742
@pinkubordoloi1742 2 жыл бұрын
পুৰণি ঠাই বোৰ দেখাইছে ভালেই হৈছে, কিন্তু , কথা বোৰতকৈ মিউজিক বেছি আৰু আপোনাৰ গা টোহে বেছি দেখা গৈছে, গতিকে আপোনাৰ গা তো এৰি ঠাইবোৰ বেছিকৈ দেখাব চেষ্টা কৰিব
@tiluttomahasnu4001
@tiluttomahasnu4001 4 жыл бұрын
Very shamefull for the people of Assam and being Assamese why those historical monuments n sites are not given attention n protected or developed. The monuments n sites are the only evidence of Civilised Dimasa Kachari kingdom (1st )and Ahom kingdom(2nd) in entire NE area. It is very odd to see those encroachers residents near the historical sites.
@purbanchalassam
@purbanchalassam 4 жыл бұрын
True
@sanjibdas9117
@sanjibdas9117 2 жыл бұрын
assamese don't know what english
@mirigirl2638
@mirigirl2638 Жыл бұрын
Tamam
@nirmalimedhi7712
@nirmalimedhi7712 3 жыл бұрын
Bohut bohut vl lagil dada
@Diptimoni762
@Diptimoni762 2 ай бұрын
val lagil dada vedeo 2 saii agolike ru anekuwa vedeo pm bulu akha krilu
@tfp104
@tfp104 3 жыл бұрын
আহোমৰ গৌৰৱউজ্বল অধ্যায়ৰ কথা তথা সতী জয়মতীৰ আত্মবলিদানৰ কাহিনীবোৰ চিৰযুগমীয়া। আপুনি তাৰে এটি আভাষ দিলে তাৰ কাৰণে ধন্যবাদ। কিন্তু Thumbnail দেখি অতিশয় খং উঠিল। 'দেশদ্রোহী' শব্দ ব্যৱহাৰ কৰিব নালাগিছিল। সতী জয়মতীয়ে দেশৰ কাৰণে দিয়া অাত্মবলিদান, নিজৰ স্বামীৰ প্ৰতি শেষ মুহূর্তলৈকে থকা অপৰিসীম প্ৰেম আৰু ত্যাগ ৰ কথা ভাৱিয়ে আপুনি Thumbnail টো এনেকে "সতী জয়মতীক সতী বুলি কিয় জনাজাত? , সতী জয়মতীৰ আপোন ঘৰলৈ বুলি। " ইত্যাদি Thumbnail দিয়া হয় বেছি ভাল পালো হয়। 'দেশদ্রোহী' বুলি শব্দটো ব্যৱহাৰ কৰি আপুনি মূ্ৰ্খামিৰ পৰিচয় হে দিলে।।
@monirulislams3656
@monirulislams3656 4 жыл бұрын
এতিয়া জয়মতীৰ চৰিত্ৰত অভিনয় কৰা আইদেউ সন্দিকৈৰ ওপৰত এখন ভিডিঅ বনাব লাগে।
@pobitraphukan1174
@pobitraphukan1174 4 жыл бұрын
Mozza lgil video tu sai
@debachutia2583
@debachutia2583 2 жыл бұрын
Bahut bhal lagil
@putulkonwar1351
@putulkonwar1351 4 жыл бұрын
জয়মতীৰ মাকৰ নামটো কোৱা হেঁতেন ভাল আছিল নে কি?
@abhigyangoswami6938
@abhigyangoswami6938 4 жыл бұрын
জয়মতি ৰ মাকৰ নাম sandradaru
@putulkonwar1351
@putulkonwar1351 4 жыл бұрын
@@abhigyangoswami6938 Thank u
@mrinaldas2864
@mrinaldas2864 4 жыл бұрын
১২ জনী ঘৈণীয়েক,১৩ জনী ছোৱালী আৰু ২৪ তা লৰা।।। কৃষ্ণ হে বুলিছোঁ আৰু 😂🤣😂😂.......
@ashimsaikia9120
@ashimsaikia9120 4 жыл бұрын
Subscribe kori dilu dei dad
@dipaborah8139
@dipaborah8139 4 жыл бұрын
Bhal lagil,video tu sai
@shyambhuyan435
@shyambhuyan435 2 жыл бұрын
Val lagise etihax khini jani
@bhesojbaruah8725
@bhesojbaruah8725 4 жыл бұрын
জয়মতী কুঁৱৰী প্ৰকৃতাৰ্থত এগৰাকী বিদুষী মহিলা আছিল, যিগৰাকীয়ে এখন ৰাজ্যৰ ভৱিষ্যত সম্পৰ্কে ধাৰণা কৰিব পাৰিছিল আৰু সেইবাবেই নিজৰ সুযোগ্য স্বামীক ৰাজ্যখনৰ ভাগ্যনিয়ন্তা হবলৈ সুযোগ দিবলৈ গৈ নিজে অকথ্য নিৰ্য্যাতন সহি সহি মৃত্যু বৰণ কৰিছিল ।।
@rupamgogoi4030
@rupamgogoi4030 4 жыл бұрын
গদাধৰ সিংহৰ বায়েক বাউলীৰ সমাধি বাউলীমৈদাম নাজিৰাৰ টাওনৰ পৰা প্ৰায় ৫ কি:মি ৰ দূৰত আছে আৰু ওচৰত সোন্দৰ পুখুৰী,শেনৰ আলি,বামুন পুখুৰী,চকীমুখ আদি বহুত বুৰঞ্জি প্ৰসিদ্ধ ঐতিহাসিক ঠাই আছে কিন্তু বহুতে নেজানে | আপুনি চিনাকি কৰাই দিব পাৰে আৰু সকলোৱে তাৰ বুৰঞ্জি গম পাব | বাউলী ৰ মৈদাম টো যি ঠাইত আছে সেই ঠাইৰ নাম বাউলী মৈদাম নামেৰে জনা যায় | অসমৰ প্ৰায় বোৰ মানুহে ইয়াৰ বুৰঞ্জি নাজানে গতিকে আপুনি চিনাকি কৰাই দিব পাৰে |
@purbanchalassam
@purbanchalassam 4 жыл бұрын
Sesta korim
@user-zb1pd3uc2w
@user-zb1pd3uc2w 9 ай бұрын
শিৱসাগৰত জন্ম লাভ কৰি গৌৰৱ অনুভৱ কৰোঁ । আমৰ ঠাই খনৰ বিষয়ে ইমান সুন্দৰ কৈ উপস্থাপন আৰু ভিডিঅ' কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লোকে জানিব পৰাকৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ থাকিল আপোনালোকে
@user-zb1pd3uc2w
@user-zb1pd3uc2w 9 ай бұрын
আগলৈ ও এনে ঐতিহাসিক স্থান আৰু ঘটনাৰ বিষয়ে জনাই থাকিবচোন ধন্যবাদ । মই গৌৰীসাগৰ হাতীঘূলিৰ লক্ষিমী গগৈ
@999.tezaxsss
@999.tezaxsss 3 жыл бұрын
Bohut Val lagil
@sonatonrabha1352
@sonatonrabha1352 4 жыл бұрын
Rang ghar kareng ghar aru tolatal ghar26dec 19 sai ahilu pase joimotik xhasti diya thai dokhor he suwa nahal dhet teri
@lizamoniborah1870
@lizamoniborah1870 4 жыл бұрын
Bhout val lagil video 2 sai
@minakshigogoimahanta9368
@minakshigogoimahanta9368 4 жыл бұрын
drone shoot moja lagile
@papulahmed8218
@papulahmed8218 Жыл бұрын
Bhut bhal lagise
@parismitabaruah2783
@parismitabaruah2783 4 жыл бұрын
xundar bor Val lagile sai.
@NirmaliAcharjee-cl6ey
@NirmaliAcharjee-cl6ey 6 ай бұрын
Vdo to si vall lagil
@sanjubharali308
@sanjubharali308 3 жыл бұрын
Val lagil.........
@sabitagogoi99
@sabitagogoi99 4 жыл бұрын
ইমান ভাল লাগিল ভিডিঅটো চাই।
@minturajkhowa762
@minturajkhowa762 4 жыл бұрын
Val lagil video 2 sai
@binodkakati6223
@binodkakati6223 3 жыл бұрын
কোনোদিনে নজনা তথ্য এটা ডাঙি ধৰাৰ বাবে ধন্যবাদ জনালোঁ ! খুব ভাল লাগিল তথ্য বোৰ জানি ! মোৰো ইচ্ছা আছে এই ৰজা দিনীয়া বুৰঞ্জী প্ৰসিদ্ধ ঠাই বোৰ চাবলৈ !
@bikashmajhi3966
@bikashmajhi3966 4 жыл бұрын
Muro janibo mon jai aji appunalukor ay video tu pai moi bohutei hukhi
@bikashmajhi3966
@bikashmajhi3966 4 жыл бұрын
Dhuniya
@Aashikurrajman5820
@Aashikurrajman5820 Жыл бұрын
Bhot Val lagil diya ❤️💕💕
@beautideka4918
@beautideka4918 Жыл бұрын
Good video Bohut no jana Kotha janilu
@gitanjolibaruah2361
@gitanjolibaruah2361 3 жыл бұрын
Bhut vl lagise
@ritukrborah3504
@ritukrborah3504 4 жыл бұрын
Very good. Thanks.
@mahirayesmeen9850
@mahirayesmeen9850 2 жыл бұрын
Apunar video really vl lage.....👍🏿👍🏿
@palashparasar7432
@palashparasar7432 4 жыл бұрын
Bhal lagil apunar video tu sai.. bohut nojona kotha gom palu.. Thank you 😊
@kabitabhuyanboruah.4901
@kabitabhuyanboruah.4901 3 жыл бұрын
সুন্দৰ দাদা
@biswajithemrom3845
@biswajithemrom3845 3 жыл бұрын
A mojjjjjjjja lagil
@user-ch3kv3ex4k
@user-ch3kv3ex4k 3 жыл бұрын
Val lagil sai dai
@sangitadas9797
@sangitadas9797 2 жыл бұрын
বহুত ভাল লাগিল 🤗🤗🤗
БОЛЬШОЙ ПЕТУШОК #shorts
00:21
Паша Осадчий
Рет қаралды 8 МЛН
Children deceived dad #comedy
00:19
yuzvikii_family
Рет қаралды 7 МЛН
Was ist im Eis versteckt? 🧊 Coole Winter-Gadgets von Amazon
00:37
SMOL German
Рет қаралды 28 МЛН
“Project JOYMOTI” by Suprotim Mahanta / Artistic Axom
8:51
Artistic Axom
Рет қаралды 623 М.
БОЛЬШОЙ ПЕТУШОК #shorts
00:21
Паша Осадчий
Рет қаралды 8 МЛН