No video

জন্ম হৈ গান গাইছিল প্ৰীয়াই

  Рет қаралды 112,050

BAARTA LAAP

BAARTA LAAP

Күн бұрын

কথা কব নোৱাৰা প্ৰীয়াই আজি গীত গায়
.................................................................................
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/

Пікірлер: 264
@hemarabha8322
@hemarabha8322 2 жыл бұрын
খুব সুন্দৰ কথা কলে চক্রপানী দাই - প্রথম দৃষ্টিত কাকো জাজ নকৰিব কোনেও। 🙏
@diptimedhi9376
@diptimedhi9376 2 жыл бұрын
প্ৰিয়াৰ কথাবোৰ বৰ ভাল লাগিল। সুন্দৰ কণ্ঠৰ অধিকাৰী। তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@kalpanakalita2749
@kalpanakalita2749 2 жыл бұрын
প্ৰিয়াৰ ওঠ আৰু তালুত জন্মগত ভাবে defect থাকিলেও তেখেতৰ কণ্ঠ আৰু সংগীত বহুত সুন্দৰ। তেখেতৰ মানসিকতা আৰু সাহসীকতাক চেল্যুট জনাইছোঁ। প্ৰিয়া নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস। জীৱনৰ প্ৰত্যাহ্বান নেওচি তেখেতৰ কণ্ঠেৰে সংস্কৃতিৰ পথাৰত উজ্বলি উঠক। পোহৰ সন্ধানী জীৱনটোৱে বিশেষ ভাৱে সক্ষম হৈও আকাশ চুবলৈ সক্ষম হ‌ওঁক। তাৰেই কামনা কৰিলোঁ।
@hemarabha8322
@hemarabha8322 2 жыл бұрын
এনেকৈ উৎসাহ দিয়া কমেন্ট চেকচনৰ প্রত্যেকজনকে অশেষ ধন্যবাদ দেই। ইমান সুন্দৰকৈ লিখি সকলোৱে সকলোকে জীবনটোত জীয়াই থকাৰ বাবে সাহস দিয়ে। 🙌
@amiyamazudermazumder5301
@amiyamazudermazumder5301 Жыл бұрын
Bohut dhunia voice
@dipjyotihaloi8603
@dipjyotihaloi8603 2 жыл бұрын
প্ৰিয়া তোমাৰ মাতটো বহুত সুন্দৰ হয়। তুমি বহুত দূৰ আগুৱাই যোৱা তাৰেই কামনা কৰিলোঁ।
@anshiborahvlog5293
@anshiborahvlog5293 2 жыл бұрын
Mozaaa ba
@daisykalita2666
@daisykalita2666 2 жыл бұрын
Oh eman sundor kontho mon bhori goise dei bohut aguai jua Priya
@channdramallika1291
@channdramallika1291 2 жыл бұрын
শব্দহীন হৈ পৰিছো। উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি উঠা। চক্ৰপাণি দাদাক ধন্যবাদ জনালো🥰
@purabikotoky1996
@purabikotoky1996 2 жыл бұрын
কথা কোৱা আৰু গান গোৱাত বহুত পাৰ্থক্য আছে। গান বহুত ধুনীয়া গাইছা।
@mjsaikiaentertainment9975
@mjsaikiaentertainment9975 2 жыл бұрын
ভগৱানে সদায় কুশলে ৰাখক | ইমান সুন্দৰ কণ্ঠ ভাগ্য লাগিব❤❤❤
@priyankshucreation5285
@priyankshucreation5285 2 жыл бұрын
দিপলিনাতকৈ বহুত বেছি গুণৰ ভাল গাইছে ♥️😍🙏🔥❤️
@udaylofai2839
@udaylofai2839 2 жыл бұрын
priya r upadhi kiii????
@bssrider9233
@bssrider9233 2 жыл бұрын
প্ৰিয়া God bless u তোমাৰ জীৱন টো সুন্দৰ হক।আগুৱাই যোৱা!
@jonalihazarika3305
@jonalihazarika3305 2 жыл бұрын
ইমান সুন্দৰকৈ গাইছা প্ৰিয়া ....তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@aspirant_life1
@aspirant_life1 2 жыл бұрын
Hosae Priya tumi bohut hahokhi enekei aguai jua 👍👍
@tarulatasaikia3029
@tarulatasaikia3029 2 жыл бұрын
Khub bhal lagil....priya aaguwai jua... Subhakamona thakil...
@rjbipul5173
@rjbipul5173 2 жыл бұрын
কিবা এটা বেলেগ বস্তু শিকিলোঁ যেন লাগিলে আজি মোৰ সঁচাকৈ বহুত বহুত ভাল লাগিলে আগুৱাই যোৱা best of luck প্ৰিয়া
@antorikagogoi1784
@antorikagogoi1784 2 жыл бұрын
Bohut dhuniya Priya...tumi aaguwai juwa...lots of love ❤️❤️❤️
@bijuborman1647
@bijuborman1647 2 жыл бұрын
সঁচা নোম হিহৰী যোৱা কণ্ঠ বা জনীৰ ।। বহুত বহুত মৰম বা জনীলৈ ।
@kalitakandarpa6981
@kalitakandarpa6981 2 жыл бұрын
Emn xundar voice.. xuni thakibo mn jai priya bar git xomuh ... Thankq..
@sapunvlogs2516
@sapunvlogs2516 2 жыл бұрын
মাতটো বহুত সুন্দৰ, আগুৱাই যাওক কামনা কৰিলোঁ
@ajantabaruah7493
@ajantabaruah7493 2 жыл бұрын
অতি সুন্দৰ কন্ঠৰ অধিকাৰি প্ৰিয়া তুমি। ভগৱানে জন্ম তে দিয়া সুললিত কন্ঠ তোমাৰ। বহুত আগুৱাই যোৱা আমাৰ আশীর্বাদ আছে তোমাৰ লগত।
@dipaligohain3788
@dipaligohain3788 2 жыл бұрын
প্ৰিয়া তোমালোকৰ পৰিয়ালৰ সাহস দেখা পায় সচাকৈ মানি লৈছো ।আগলৈ আৰু আগুৱাই যোৱা তাৰে কামনা ।মাতটো সচাকৈ বহুত ধুনীয়া ।
@nabasvlogs9956
@nabasvlogs9956 2 жыл бұрын
মাতটো বহুত সুন্দৰ।জীৱনত আৰু আগুৱাই যাওঁক ,ভগবানে আপোনাক আৰ্শীবাদ কৰিব।
@vauan_asomiya_hongskriti_assam
@vauan_asomiya_hongskriti_assam 2 жыл бұрын
সঁচা নিজৰ মন কঠিন কৰি ৰাখিলে বহুত আগুৱাই যাব পাৰি,উদাহৰণ আজি বাৰ্তালাপৰ দ্বাৰা বুজি উঠিলোঁ ......ধন্যবাদ ভিডিও টো আমাক উপহাৰ দিয়াৰ বাবে
@hemarabha8322
@hemarabha8322 2 жыл бұрын
সুন্দৰ। প্রিয়া বাৰ গান শুনিছো, তেও আগুৱাই যাওক সদায় তাৰেই কামনা। 🙌
@sanjuktadas8376
@sanjuktadas8376 2 жыл бұрын
Priya baa hosai agoraki bor morom loga aru moromiyal . God bless you baa.
@mridusmitakakati2556
@mridusmitakakati2556 2 жыл бұрын
খুব সুন্দৰ অনুষ্ঠান। প্রিয়া তুমি আগবাঢ়ি যোৱা।
@punammaineeboruah7167
@punammaineeboruah7167 2 жыл бұрын
মাতটো যে ইমান মিঠা, আগুৱাই যোৱা শুভকামনা জনালোঁ
@juladas8459
@juladas8459 2 жыл бұрын
প্ৰিয়া তোমাৰ সাহসীকতাৰ সলাগ লৈছো।এইদৰে তুমি আৰু আগুৱাই যোৱা, তাৰেই কামনা কৰিলো ।
@Sanjida156
@Sanjida156 2 жыл бұрын
Bohut dhunia gaisa tumi Priya...Ru val hok tare kamona korilu..🙏
@oyeitsbitu143
@oyeitsbitu143 2 жыл бұрын
খুব সুন্দৰ প্ৰতিভা । আগুৱাই যোৱা বাইদেউ।।
@priyankaneog6406
@priyankaneog6406 2 жыл бұрын
Best episode 👍 ইমান সাহসী প্ৰিয়া তুমি আৰু তোমাৰ পৰিয়াল। বহু কথা শিকায় গলা প্ৰিয়া। আৰু সাহস দিয়ক,kukhole ৰাখক ভগৱানে
@manalishadas2421
@manalishadas2421 2 жыл бұрын
বা তোমাৰ কণ্ঠটো ইমান ধুনীয়া ❤ ভগৱানে মংগল কৰক বা তোমাৰ 🙏❤ আজিৰ Episode2 চাই বহুতে বেছি ভাল লাগিল চক্ৰ দাদা☺
@rashmirekhagogoi7394
@rashmirekhagogoi7394 2 жыл бұрын
NJ
@rashmirekhagogoi7394
@rashmirekhagogoi7394 2 жыл бұрын
Ko
@himansuroy1413
@himansuroy1413 2 жыл бұрын
Bahut bhal lagil vonti 2mr koth bur huni 🙏❣️
@chayanikadutta7844
@chayanikadutta7844 2 жыл бұрын
আচৰিত প্ৰতিভা গৰাকী তুমি,,তোমাৰ উৎযল ভৱিষ্যত কামনা কৰিলোঁ,,সুখী হোৱা মনৰ জোখাৰে
@birendrakumarsarma6024
@birendrakumarsarma6024 2 жыл бұрын
excellent job Best wishes for you God bless you
@arshismoniboruah7391
@arshismoniboruah7391 2 жыл бұрын
Wow 🥰❤️❤️ voice 😍 Baa 2mi aguwai juwa ❤️ Chakra Daa ❤️ Bohut inspire hoisu apunar video bur sai
@bornalihazarika..colony6183
@bornalihazarika..colony6183 2 жыл бұрын
Hosakoi bor xundor kontho...😘😘agbarhi juwa tumi....bht bht axirbaad korisu tmk...
@PujaPuja-zj7iu
@PujaPuja-zj7iu 2 жыл бұрын
Mur bohut vll lge ba apunar gan burr aru axa koru aru notun gan pam.. Agbarhi jauk ba.
@swadhinchutia___4771
@swadhinchutia___4771 2 жыл бұрын
ইমান মিঠা মাততো, প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে,তাৰে জ্বলন্ত উদাহৰণ এয়া___বহুত বহুত মৰম জাচিলোঁ প্ৰিয়া বা,আগুৱাই যোৱা🥰❤️❤️💓💓
@monsaikia3575
@monsaikia3575 2 жыл бұрын
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো
@rebakantaborah2943
@rebakantaborah2943 2 жыл бұрын
সুন্দৰ অনুষ্ঠান ভাল লাগিল ।
@deepaborpatragohain9670
@deepaborpatragohain9670 2 жыл бұрын
প্ৰিয়াৰ গান শুনি বহুত ভাল ‌লাগিল।
@pranjaldas4820
@pranjaldas4820 2 жыл бұрын
সুন্দৰ কণ্ঠ বহুত ভাল লাগিল চাই
@rulirekhabhuyan3768
@rulirekhabhuyan3768 2 жыл бұрын
আশীৰ্বাদ কৰিছোঁ প্ৰিয়া তোমাৰ সপোন বাস্তৱ হ ওক
@deepsaikia6955
@deepsaikia6955 2 жыл бұрын
খুউব ভাল লাগিল। খুউব সাহসী
@living4mantra5300
@living4mantra5300 2 жыл бұрын
সুন্দৰ গান গাইছে
@munmeebaruah2410
@munmeebaruah2410 2 жыл бұрын
Emn dhunia voice.....best wishes..
@kobitakalita8308
@kobitakalita8308 2 жыл бұрын
Very nice voice 👌👌 aru aguwai jowa 👍🏻👍🏻 God bless you always 🙏🏻
@dhritidas5947
@dhritidas5947 2 жыл бұрын
Hosake bor val lagile aaji show2 sai❤❤
@dimpalkalita2260
@dimpalkalita2260 2 жыл бұрын
খুব সুন্দৰ
@eeshankalita377
@eeshankalita377 2 жыл бұрын
বা আপোনাক কি বুলি ধন্যবাদ জ্ঞাপন কৰিম । বহুত ভাল লাগিল চাই
@melengchutia5582
@melengchutia5582 2 жыл бұрын
Bhut Val lagise
@purabichetiapurabichetia7703
@purabichetiapurabichetia7703 2 жыл бұрын
Priya keep it up.you are so preety. 👌god bless you 🙏❤
@dipuhandique7214
@dipuhandique7214 2 жыл бұрын
Bht dhunia gayse.vl lgse
@ragopnarah2147
@ragopnarah2147 Ай бұрын
Otikoi hundor voice Priya..
@bornaliborkakoti563
@bornaliborkakoti563 2 жыл бұрын
Bhal lagil. God bless you..
@vauan_asomiya_hongskriti_assam
@vauan_asomiya_hongskriti_assam 2 жыл бұрын
সুন্দৰ,শুভেচ্ছা আছে সদাই
@rekhagogoi322
@rekhagogoi322 2 жыл бұрын
প্ৰিয়া তুমি আগুৱাই যোৱা তোমাৰ কণ্ঠ বহুত সুন্দৰ ।
@tulikanayakofficial1876
@tulikanayakofficial1876 2 жыл бұрын
ইমান ধুনীয়া গাইছে❤️❤️
@Solotraveller232
@Solotraveller232 2 жыл бұрын
Aguwai Juwar Kamonare😊😊
@gitashreeborah5722
@gitashreeborah5722 2 жыл бұрын
Bhut besi dhuniya baa tumar mat Tu. Tumi aguwai juwa.
@sanjuktadas8376
@sanjuktadas8376 2 жыл бұрын
Taur okol kontho ai dhuniya nohoi , tau dakhat bohut dhuniya aru morom loga .
@leenagoswami1281
@leenagoswami1281 2 жыл бұрын
প্ৰিয়ালৈ বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলো । তোমাৰ গীতেৰে বিহুৰ মঞ্চ কপাই তোলা ।
@sunalisaikia7541
@sunalisaikia7541 2 жыл бұрын
ধুনীয়া মাত
@sewalimohonnath4882
@sewalimohonnath4882 2 жыл бұрын
প্ৰিয়া আগবাঢ়ি যোৱা
@chitrineeborah2241
@chitrineeborah2241 2 жыл бұрын
প্ৰিয়া তোমাৰ গান শুনি খুউৱ ভাল লাগিল ।কথাবোৰ তুমি খুউৱ সুন্দৰকৈ কৈছা ।তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক ,তাৰে কামনা কৰিলোঁ 👍👍❤
@buluborah4646
@buluborah4646 2 жыл бұрын
প্ৰিয়া তোমাক। ভগৱানে। আৰু। আগলৈ। য়াবলৈ। ভগৱানে। শক্তি। দিয়ক।
@pakhiboruah6846
@pakhiboruah6846 2 жыл бұрын
Hosakoi kothaa bur... Khub hundor.. Aagnahi juwaa baa God bls u lv u lott
@ranjanakalita502
@ranjanakalita502 2 жыл бұрын
বহুত সুন্দৰ গাইছা প্ৰিয়া।তোমাৰ উজ্বল ভবিৎষ্যত কামনা কৰিলোঁ।😍😍😍😍👌👌👌
@bhitalirajbangshi7137
@bhitalirajbangshi7137 2 жыл бұрын
Mat to eman dhuniya aro aguwai juwa baa tumi
@hariprasadsarmah8884
@hariprasadsarmah8884 2 жыл бұрын
বহুত ভাল লাগিল প্ৰিয়া তোমাৰ সাধনা দেখি ।আৰু আগবাঢ়ি যোৱা ভগৱানেও যেন তোমাৰ কণ্ঠৰ অসুবিধা খিনি দূৰ কৰে তাৰে কামনা কৰিলো ।
@priyankagogoi5159
@priyankagogoi5159 2 жыл бұрын
Priya r kotha bur bohut bhal lagil,ru bohut dhuniya voice,aguwai juwaa🥰🥰❤❤❤❤👍👍👍
@munmibania5328
@munmibania5328 2 жыл бұрын
Vogoban aru dukh nidiba priya k..tare kamona korsu...karon jibont dukh paiu aguai goise teu....god bless you.
@jilmilsahariah7420
@jilmilsahariah7420 2 жыл бұрын
ইমান ধুনীয়া .....🙏🙏🙏🙏🙏
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 2 жыл бұрын
Khub xundor
@paragburagohain1111
@paragburagohain1111 2 жыл бұрын
তুমি বহুত এগৰাকী সাহসী । আচলতে এনে বহুত ব্যক্তি আছে যি নিজক লৈ ভয়াটোৰ , বিশেষ কৈ এগৰাকী বিকলাংগ ব্যক্তি । তেওঁলোকে ভয় কৰে যে মানুহে তেওঁলোকৰ বিষয়ে কি বুলি বা ভাবে,তুমি কোৱাৰ দৰে দুবাৰ তিনিবাৰ কৈ যে ঘূৰি ঘূৰি চাই, মাত টোক লৈ যে উপলোঙা কৰে , এনেবোৰ ক্ষেত্ৰত তেওঁলোকে মানুহৰ আগৰ উলাবলে লাজ কৰে । আচলতে যোনে ভোগে তেওঁ হে গম পাই। এনেবোৰ ক্ষেত্ৰত মানুহে অলপ সচেতন হব লগে । যি কি নহওঁক তোমাৰ প্ৰতিভা সঁচাকৈ বহুত অতুলনীয়। আশা কৰোঁ তুমি বহুত আগুৱাই যোৱা, তোমাৰ ভবিৎসত উৎজ্বল হওঁক।
@anupamflutexur7819
@anupamflutexur7819 2 жыл бұрын
আপোনাৰ মাতটো বহুত ধুনীয়া।
@dreams3050
@dreams3050 2 жыл бұрын
বহুত বহুত সুন্দৰ কণ্ঠ প্ৰিয়া প্ৰিয়া প্ৰিয়া শব্দহীন হৈ পৰিছো তোমাৰ কথাখিনি শুনি তুমি থমকি নৰবা আগবাঢ়ি যোৱা ...
@hiraktmg72
@hiraktmg72 2 жыл бұрын
Baartalaap media academy love u
@pranatikalitamahanta6413
@pranatikalitamahanta6413 Жыл бұрын
Aru aguwai juwa Priya.tare kamana karilu 🙏
@rijumoniahmed3690
@rijumoniahmed3690 2 жыл бұрын
Chakrapani dada apunar bartalapr proti tu part a sw bht vl lge ...priyar kotha khini bht vl lgise ...bt moi ru ki ki gan gaise sabo bisarilu naplu
@nijudowarah4123
@nijudowarah4123 Жыл бұрын
প্ৰিয়া সুন্দৰ হৈছে।
@geetgogoi2033
@geetgogoi2033 2 жыл бұрын
Seriously.... Val lagil... Love From Gohpur
@nomitagogoi1088
@nomitagogoi1088 2 жыл бұрын
প্রিয়া বা তুমি আগবঢ়াই যোৱা। 🥰🥰
@hiraktmg72
@hiraktmg72 2 жыл бұрын
I love u dada bht vl paw apunak
@dhrubasarania4429
@dhrubasarania4429 2 жыл бұрын
Dhuniya
@papunath2309
@papunath2309 2 жыл бұрын
অতি সুন্দৰ কন্ঠ।
@rashmirekha5907
@rashmirekha5907 2 жыл бұрын
শুভেচ্ছা থাকিল ❤️❤️ আগবাঢ়ি যোৱা 🙏
@kalpananath3301
@kalpananath3301 2 жыл бұрын
তুমি আগুৱাই যোৱা মা
@user-yd8kz2sw5g
@user-yd8kz2sw5g 2 жыл бұрын
Val lagil aanor kotha huni roi nethakiba Ma.
@dipanjalichetia455
@dipanjalichetia455 2 жыл бұрын
অতি সুন্দৰ কণ্ঠ আগুৱাই যোৱা ।
@tapansarma1993
@tapansarma1993 2 жыл бұрын
Oh My God,🙏🙏🙏🙏 Really really amazingly sweet voice, specially with an excellent texture, she will be an excellent service to the Music Industry of Assam and NE, She should realize this that's why I pointed out, This is awe fully Raw Talent, Priya, Keep in Mind you are going a Far, A talent like You should and Should contribute, Must must contribute to Assam and NE Music World and make This an National level Industry💐💐💐💐🙏🙏🙏🙏
@bikashsaikia2012
@bikashsaikia2012 2 жыл бұрын
Bhut xundor
@dipanjalichetia455
@dipanjalichetia455 2 жыл бұрын
সচঁাই তোমালোক বহুত সাহসী ধন্যবাদ ।
@rojoniprovabaruah5461
@rojoniprovabaruah5461 2 жыл бұрын
অতি ‌সুন্দৰ কণ্ঠ👍👍🙏🙏
@Mridul_Hazarika.
@Mridul_Hazarika. 2 жыл бұрын
সচাকৈয়ে অতি সুন্দৰ ।
@nitumonisaikia4500
@nitumonisaikia4500 2 жыл бұрын
Khub hundor tumi aguai jua
@Rinku_1.O
@Rinku_1.O 2 жыл бұрын
বহুত বেছি ধুনীয়া সুৰ, লগতে তেওঁ সাহস ক মানিব লগীয়া ❤️
@kalpanadevi6916
@kalpanadevi6916 2 жыл бұрын
God bless you Priya aaru aagaloi juwa aye mur pharthana
@chansal5313
@chansal5313 2 жыл бұрын
Voice 🔥🔥🔥
@bvlogs8415
@bvlogs8415 2 жыл бұрын
আগুৱাই যোৱা 👍🥰
@parismitadehingia9180
@parismitadehingia9180 2 жыл бұрын
Bohut hundor kontho😊
@bimbitabaro2059
@bimbitabaro2059 2 жыл бұрын
Xundar mat
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00
managed to catch #tiktok
00:16
Анастасия Тарасова
Рет қаралды 48 МЛН
এগাৰাকী Astrologer ৰ জীৱন যাত্ৰা || Assamese Podcast Ft. Karabi Bezbaruah
1:08:01
What will he say ? 😱 #smarthome #cleaning #homecleaning #gadgets
01:00