No video

ঝাৰখণ্ডতো হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ ৰাজনীতি

  Рет қаралды 8,335

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
ঝাৰখণ্ডতো হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানৰ ৰাজনীতি। “অসমত মুছলমানৰ জনসংখ্যা ৪০ শতাংশ। মোৰ বাবেই এইটো জীৱন-মৰণৰ বিষয়।’’ সাংসদ গৌৰৱ গগৈয়ে ক’লে-“হিমন্ত বিশ্ব শৰ্মা স্মৃতিভ্ৰংশত ভুগিছে।’’
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 22
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
হিমন্ত ডাঙৰীয়া আপোনাৰ মাইকীৰ সম্পত্তি বাঢ়িছে কি কি বেপাৰ কৰি, তেনে দুই এজন বেবসায় কৰা মানুহৰ নাম ক'ব পাৰিবনে ? কিন্তু আপোনাৰ ৪২০ ৰ বাবে সেষ হোৱা
@Sksjhdebsbsgs
@Sksjhdebsbsgs Ай бұрын
টেনশন নকৰিবি বামুন , ঝারখন্দত হেমন্ত চড়েনে জিকিব ।
@user-nz6sb8cj4b
@user-nz6sb8cj4b Ай бұрын
হিমন্তই মুছলমানৰ লগতেই ৰাজনৈতিক জীৱনৰ প্ৰথম ২৫/২৬ বছৰ কাল একেলগেই কটালে !!
@axomcomedy4587
@axomcomedy4587 Ай бұрын
মুছলমান বেছি হ'ল আপোনাৰ ইমান টেনচন দেখি হাহি উঠা কথা।
@TCF573
@TCF573 Ай бұрын
Zharkhondoi Himmu r kotha nuhune Soren r kotha he hunibo.. Soren party r bade aanok Vote nidiye . 😅😅😅😅
@bhagawansarma4953
@bhagawansarma4953 Ай бұрын
Most notorious c.m. of Assam
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
জীৱন মৰণ সমস্যা বুলি কৈ থাকিলে কি লাভ। সমস্যাটো সমাধান কৰি দেখুৱাব লাগে।
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
হিমন্ত বিশ্ব শৰ্মাক কেৱলমাত্ৰ অসমৰ পৰা ই নহয় তেওঁক গোটেই ভাৰত বৰ্ষৰ পৰাই বাহিৰ কৰিব লাগে
@TCF573
@TCF573 Ай бұрын
Himonto prai sesei aru... Hindu mooslim koriei e moribo aru 😅😅😅
@user-ov6gt7wu9h
@user-ov6gt7wu9h Ай бұрын
বাদ দিয়া হে
@digantachangmai1076
@digantachangmai1076 Ай бұрын
অই হিমন্ট মুছলমান মানুহ ভাৰতীয় নাগৰিক নহয় নিকি আপোনি ধৰ্ম নামত ৰাজনিত নকৰিব এই খন আহোমৰ ৰাজ্য
@DildarRejja-e7f
@DildarRejja-e7f Ай бұрын
26 t godhi khan nathake
@MAINULHOQUE-cc8fi
@MAINULHOQUE-cc8fi Ай бұрын
ৰাইজৰ কাম কৰক হিন্দু মুছলমান বাদ দিয়ক অ মামা। ভাৰতবৰ্ষত মুছমানৰ বহুত অবদান আছে।আপুনী তো বাদেই আপোনাৰ বাপ দাদা সাত জনম ললে ভাৰতবৰ্ষৰ মুছলমানক একো কৰিব নোৱাৰে। আপুনী যদি ইমান হিন্দু দৰদী হিন্দু মানুহৰ বাবে কি কৰিছে নে বজাৰত ছতুৰ দাম কমাই দিছ নে লৰা ছোৱালী বোৰক বিনামুলীয়া পঢ়াৰ সুবিধা কৰি দিছে । নিজে চৰকাৰৰ বৰমূৰীয়া দেশোন মুছলমান বিলাক ভাৰতবৰ্ষৰ পৰা বাহিৰ কৰি দিয়ক।
@kahanipur01
@kahanipur01 Ай бұрын
LP/UP r 5500 post or 8 months hol amak katiya nijukti dibo atiyaloike verification kora na amar kotha vhabi akta news diok plz
@mukshedullah6863
@mukshedullah6863 Ай бұрын
Hallucination 😂
@pranabneoge4526
@pranabneoge4526 Ай бұрын
Hindu muslim kori property bohai ase...
@prince_babu_72
@prince_babu_72 Ай бұрын
Oi Mama ki hl aku tumar M, kiba hl sage😂😂😂😂
@user-nu1ih2ph7b
@user-nu1ih2ph7b Ай бұрын
Mor toi
@ashadulhoque260
@ashadulhoque260 Ай бұрын
Cm a musolman politics kori nirbasoni boitoroni
@pranabneoge4526
@pranabneoge4526 Ай бұрын
Teo kunu bisora nasil.. nijei nijei CM hoise mokkel to
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН
The Giant sleep in the town 👹🛏️🏡
00:24
Construction Site
Рет қаралды 21 МЛН
When you discover a family secret
00:59
im_siowei
Рет қаралды 25 МЛН
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
00:21
Паша Осадчий
Рет қаралды 2,3 МЛН
The Reasons I Left Giving Public Lectures || Dr Zakir Naik || #zakirnaik ||
19:36
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН