No video

আজি অসমৰ জনসংখ্যাৰ ৪০ শতাংশ মুছলমান, এয়া মোৰ বাবে জীৱন মৰণৰ প্ৰশ্ন : CM

  Рет қаралды 4,882

News Live

News Live

Күн бұрын

📌১৯৫১ চনত অসমৰ জনসংখ্যাৰ ১৫ শতাংশ আছিল মুছলমান। আজি অসমৰ জনসংখ্যাৰ ৪০ শতাংশ মুছলমান। এয়া কেৱল ৰাজনৈতিক সমস্যা নহয়। এয়া মোৰ বাবে জীৱন মৰণৰ প্ৰশ্ন। ঝাৰখণ্ডত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 41
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে। ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত??
@point3267
@point3267 Ай бұрын
@@thepoliticalawareness1021 এইবোৰ ভুৱা তথ্য কপি কৰি দিলে আপোনাক মানুহে জনা বুলি নাভাবে খুৰা । আগতে আপুনি চাই লওক দাতা বোৰ যে সংখ্যা লঘূ মুচলমানক নোহোৱা কৰিবলৈ নলবাৰী , গুৱাহাটী , ৰঙিয়া, বঙাইগাঁও , বৰপেটা এইবোৰ rss, bajrang দলৰ গুণ্ডা বোৰে কেনেকৈ অত্যাচাৰ কৰি আহিছে । ভুৱা উচ্ছেদ কৰি আহিছে বিজেপি চৰকাৰে । ৰস্তাই ঘাতে মন্দিৰ বনাই , মানুহক চান্দা তুলি কিদৰে মানুহক হাৰা শাস্তি কৰি আহিছে
@NewGeneration-rj7je
@NewGeneration-rj7je Ай бұрын
Apuni kua kothabur hosa dei...amar manuh buror gatu kisu dukh ase jn lagise
@rishirajomivaidya5648
@rishirajomivaidya5648 Ай бұрын
​@@point3267illegal ke thkilee uthai dibo ye..govt matit kunee ghr bnabo dise?
@kushalsaikia1214
@kushalsaikia1214 Ай бұрын
চৰকাৰে কি কৰি আছে ? আজিলৈ এজন বিদেশীৰ চিনাক্তকৰণ কৰিছে নে ?
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
@@kushalsaikia1214 আপুনি কিয় পঢ়া নাই মোৰ comment টো। তাতে উল্লেখ কৰা হৈছে দেখোন। আপুনি শইকীয়া হয়তো আপোনাৰ দেউতা ও শইকীয়া। কিন্তু মুছলমান পৰিয়ালত বেলেগ বেলেগ উপাধি থাকিব পাৰে। NRC ৰ legacy data খন যদি হুছেইন বোলা মানুহ এজনৰ, কিন্তু sumbit কৰিছে এজন আলী য়ে।
@rishirajomivaidya5648
@rishirajomivaidya5648 Ай бұрын
Congress ahele muslim 70% hbo like west bengal...miya murot uthibo..no vote to Congress
@ChayankHazarika
@ChayankHazarika Ай бұрын
100% true
@binashrabha9018
@binashrabha9018 Ай бұрын
Good sir
@kushalsaikia1214
@kushalsaikia1214 Ай бұрын
Next CM change কৰিব লাগে
@Kxt09
@Kxt09 Ай бұрын
CM change hole tur thoka Thai khiniu miar hatot jbo
@rakiburrahman252
@rakiburrahman252 Ай бұрын
Aru kedin pisot 50% par hobo
@pradiprabha9636
@pradiprabha9636 Ай бұрын
Aya bar dukhat katha. sanatani tupanir para othak... Ai khabar anya chennal bure prashar nakare.
@monobairagi7844
@monobairagi7844 Ай бұрын
Jay shree Ram BjP 🚩🚩
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
Jai shree Ram❤
@dipjyoti5216
@dipjyoti5216 Ай бұрын
Apuni hindu muslim kriyei thakok ! Borhiya enekei unnoti hbo Assam r . 😂😂 Unemployment problem dur hbo . Vry good 👍
@Ironside00
@Ironside00 Ай бұрын
Bas yahi sb karo aap
@point3267
@point3267 Ай бұрын
৪০ শতাংশ মুচলমান বৃদ্ধিৰ বিপৰীতে ৭৯ শতাংশ হিন্দুৰ বৃদ্ধি (১৯ শতাংশ কা' ৰ জৰিয়তে অহা বাংলাদেশী হিন্দু) । LOL himanta biswa sarma 😂
@medico_spines
@medico_spines Ай бұрын
2 jone apply korise...miyabhai😅 19% tohoti border par kori ahili 😅
@point3267
@point3267 Ай бұрын
@@medico_spines অল্প বিদ্যা ভয়ংকাৰী । কেৱল হিমন্তৰ কতিখন চেলেকি নাথাকি অলপ চাবি কিমান আহিছে গোঁ-মূত্ৰ খোৱা ।
@medico_spines
@medico_spines Ай бұрын
@@point3267 gu --mutro logot goru khuwa tohot bahirot ahi sabi nhole rahul gandhi r suwa seleki thakute jbo....
@medico_spines
@medico_spines Ай бұрын
@@point3267 miya bhai muk kotha tu buja sun 19% buli tuk mare news tu dile nh neee kune🤔.... Oh moi pahorileu madarshasap he hisap kor pora koribi
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে। ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত??
@newclearacademy-98765
@newclearacademy-98765 Ай бұрын
Esko cm kisne banaya
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
Assam ka janata ne banaya. 2026 me feer banayenge. Atcha hai. Assam ke liye kuch to korta hai.
@Manash1997
@Manash1997 Ай бұрын
Bangladeshi Hindu oo ne 😁😁
@AryanAryan-yb5hu
@AryanAryan-yb5hu Ай бұрын
Esko cm kisma banya
@Manash1997
@Manash1997 Ай бұрын
apunar Hindu muslim r baade ako ee nai kobo .. ayodhya & Badrinath t jeneke bjp haarise ake obostha hobo Assam bjp r oo .. Hindu maanhu bjp r Gulam nahoi
@GOUTAMKU360
@GOUTAMKU360 Ай бұрын
Vote for congrats
@point3267
@point3267 Ай бұрын
​@@ranumaideori3397or chai wala ko educated bole h kya 😅
@novoiceonlymusic8900
@novoiceonlymusic8900 Ай бұрын
Oi gadho kla
@medico_spines
@medico_spines Ай бұрын
​@@point3267 nahi madrasap bolte 😂
@mrinalamin4771
@mrinalamin4771 Ай бұрын
@@medico_spineschup beh Andhbhakt anguthachap 😅
@medico_spines
@medico_spines Ай бұрын
@@mrinalamin4771 mbbs kori asu oo madrasashap tur dore goru khai thaka nieee.... Arabi bade kiba xikibiii... 🤣🤣lawraa.... 300 nibi ak kg lobi aru 🤣
나랑 아빠가 아이스크림 먹을 때
00:15
진영민yeongmin
Рет қаралды 5 МЛН