No video

আজি বিৰোধী ঐক্যই ক’ব কি হৈ আছে, কি হ’বগৈ? ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

  Рет қаралды 68,023

Pratidin Time

Pratidin Time

Күн бұрын

অৱশেষত মধুচন্দ্রিকাৰ অৱসান নেকি?
হঠাৎ‍ মহাজোঁটত মহাফাট!
ৰাজ্যৰ বিৰোধী ঐক্যৰ মাজত এতিয়া যুযুধান ৰূপ
যুযুধান ৰূপত এফালে ভূপেন বৰা আনফালে অখিল গগৈ
শেহতীয়া উপ-নিৰ্বাচনৰ ফলাফলক লৈ অতিআত্মবিশ্বাসী হ’ল নেকি কংগ্রেছ?
সৰ্বেসৰ্বা হ’বলৈ গৈ অধিক অত্যুৎসাঅহী হ’ল নেকি কংগ্রেছ?
কংগ্রেছে নিজকে শক্তিশালী বুলি ভাবিলে নে শ’লঠেকত পেলালে সহযোগী দলে?
‘বিগ ব্রাৰ্দাৰ’ হ’বলৈ গৈ কংগ্রেছে ক’ৰবাত কৰিলে নেকি ভুল?
অৱশেষত মুখ খুলিলে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও
আজি বিৰোধী ঐক্যই ক’ব কি হৈ আছে, কি হ’বগৈ?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#PratidinTime #Abhimat #NitumoniSaikia #AssamNews #talkshow

Пікірлер: 142
@bakulboruah2026
@bakulboruah2026 Ай бұрын
ভুপেন বৰা আৰু কংগ্ৰেছে তৎকালীন ভাৱে নিজৰ অহংকাৰ পৰিত্যাগ কৰক।অন্ততঃ ৰাইজৰ দল আৰু জাতীয় পৰিষদৰ লগ লাগি সমানে আগবাঢ়ক।অতি ষ্পষ্টকৈ কৈছোঁ মানুহে কংগ্ৰেছ বুলি ভোট দিয়া নাই গৌৰৱ গগৈ,অখিল গগৈ, লুৰীণ গগৈ বুলিহে ভোট দিছে।অত‍্যুৎসাহী অহংকাৰী নহব।নহলে ২৬ ত খটম হৈ যাব।ভগৱানে কংগ্ৰেছ আৰু ভুপেন বৰাক সুমতি দিয়ক।
@user-nw5ol5ek7v
@user-nw5ol5ek7v Ай бұрын
Ohongkari Bhupen Borar poton ahi ase
@user-qg9dt9zb1c
@user-qg9dt9zb1c Ай бұрын
অ' তোমাৰ নিজস্ব একো নাই !!!
@mofidrohman6393
@mofidrohman6393 Ай бұрын
ভুপেন বৰাক কংগ্ৰেছৰ পৰা আতৰাব লাগে, অহংকাৰ বেছি হৈছে, কংগ্ৰেছৰ অহংকাৰ হ'লে আকৌ ৰাইজে লগ এৰিবলৈ বেছি সময় নালাগে।
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc Ай бұрын
ভুপেন বৰাক কঙগেছৰ পৰা আতৰাওক নহ'লে ডুবিব।
@kapiluddinahmed2306
@kapiluddinahmed2306 13 күн бұрын
😅
@TultulBora-k3g
@TultulBora-k3g 22 күн бұрын
অখিল গগৈদেৱৰ মন্তব্যলৈ সমৰ্থন জনালো |
@madhabkalita2292
@madhabkalita2292 Ай бұрын
কংগ্ৰেছৰ হাৰ দেশৰ বাবেই হিত..
@hiteshdeka153
@hiteshdeka153 Ай бұрын
Congress য়ে অকলে উপ নিৰ্বাচন খেলিব বিচৰা টো মূৰ্খামী হব। ভূপেন বৰা আপুনি বেছি লম্প জম্প নকৰিব,,,,,,
@rajibborthakur7625
@rajibborthakur7625 Ай бұрын
ভূপেনদাৰ আপোনি হাৰিজাব
@umeshkardong6116
@umeshkardong6116 Ай бұрын
Alice's মানে অন্য দলে কেৱল কংগ্ৰেছক MLA বনোৱা Alice's নেকি ?
@user-gz7gl8vu7r
@user-gz7gl8vu7r 13 күн бұрын
Akotai sufal
@anjuarabegum1502
@anjuarabegum1502 Ай бұрын
BJP বাট সুগম কৰি দিব খুজিছে। ক্ংগ্ৰেছৰ ভূল সিদ্ধান্ত বোৰে ভাল নকৰিব।
@TarunGogoi-zt2ox
@TarunGogoi-zt2ox Ай бұрын
ইহঁতে নিজে নিজৰ ধ্বংস আনিব।
@bhupenbaruah1733
@bhupenbaruah1733 Ай бұрын
২০২৬ নিৰ্বাচন ঐক্যবদ্ধ ভাবে খেলা কথা টো যদি আলোচনা হৈছে ২০২৪ত উপ নির্বাচন অকলে খেলা যুক্তি শিশুসুলভ!
@keshakantadas1935
@keshakantadas1935 Ай бұрын
ভাৰতত বহু দলীয় ব্যবস্থা বিলোপ কৰি দুই দল ব্যবস্থা হলে দেশৰ উন্নতি হ'ব ।
@monjulahon7712
@monjulahon7712 Ай бұрын
অখিল গগৈ আৰু লুৰীণজোতি গগৈৰ কথা দুৰদৰশী সম্পন্ন । প্ৰত্যেক জন বিৰোধীয়ে অখিল গগৈ আৰু লুৰীণজোতি গগৈৰ কথা গুৰুত্বপূৰ্ণ সহকাৰে মানি ল'ব লাগিব ।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
গনভিত্তিহীন কিছুমান দলে কংগ্রেসৰ লগহৈ বিজেপিক প্রতিহত কৰিব বিচৰাতো ইমান সহজ নহব। কংগ্রেসৰ বোকোচাত উঠি তেওঁলোকে নিজৰ স্থিতি প্ৰতিষ্ঠা কৰাতোহে আছল উদেশ্যে। ইলেকচন খেলিবলৈ তেওঁলোকৰ গনভিত্তিয়েই নাই। এই গন ভিত্তি নোহোৱা দলবোৰ এসময়ত কংগ্রেসৰ বাবে বুমেৰাং নিশ্চয়ই হব।
@subhadutta5368
@subhadutta5368 Ай бұрын
ভূপেন বৰাৰ অতপালি বেছি হ'ল। আগৰ নিৰ্বাচন সমূহত তৃন মূলৰ সদস্য সকলৰ মতামত লোৱা নাছিল কিয় ?
@kholilurrahman1828
@kholilurrahman1828 Ай бұрын
Agree with Akhil gagoi...
@kartick1957
@kartick1957 Ай бұрын
যুক্তিপূৰ্ণ কথা ডাঙি ধৰিছে অখিল গগৈ দেৱে ।
@khokansarkar1483
@khokansarkar1483 Ай бұрын
অভিমত আৰম্ভ হ'ল।
@arunbora9067
@arunbora9067 Ай бұрын
আঞ্চলিকতাবাদী সকলো দ'ল মিলি হয় এটা দলত চামিল হওক নহয় আঞ্চলিকতাবাদী মঞ্চত সমবেত হৈ যুঁজ দিবলৈ সাজু হোৱা উচিত। কোনো সৰ্বভাৰতীয় বিশেষকৈ কংগ্ৰেছ আৰু বিজেপি দলে আঞ্চলিক শক্তি উত্থান নিবিচাৰে।
@BishnuBaruah-hr9uj
@BishnuBaruah-hr9uj Ай бұрын
AJP এটা জাতিয়তাবাদি আঞ্চলিক দল। কোনো ৰাষ্ট্ৰিয়টাবাদি দলৰ চোৱাপাত চেলেকা প্ৰয়োজন নাই।
@harmohansaud134
@harmohansaud134 Ай бұрын
ভূপেন বৰা এজন অলগৰ্ধ যেন পাওঁ ।
@dibyajitdoley545
@dibyajitdoley545 20 күн бұрын
অখিল গগৈৰ ধাৰণাই‌‌শুদ্ধ ।
@user-uz2td8wm6y
@user-uz2td8wm6y Ай бұрын
অসমত তামিলনাডু, অন্ধ্ৰপ্ৰদেশৰ দৰে প্ৰকৃত আঞ্চলিক দলৰহে প্ৰয়োজন আছে বুলি জনগণে ভাবিবলৈ লৈছে।
@user-kd4pv9nf8s
@user-kd4pv9nf8s Ай бұрын
অখিল গগৈদেবে কংগ্রেছক গাল পাৰি থকাটো সম্পুৰ্ণভাৱে এৰক।অখিলকো কংগ্রেছে ভয় নকৰে।
@user-zl1mn5jn2k
@user-zl1mn5jn2k Ай бұрын
বাংলাদেশৰ উকীল বিলাক দেশপ্ৰেমী বৰ বৰ নেতা। খাল কাটি ঘৰিয়াল ছপাই না টি বিলাকক ভগনীয়া বাত মুকলি বা দে একো নাথাকিব।1951। চ নৰ বংশ ধৰ ৰ বা দে ভোটৰ পৰা বাদ দিয়ে যদি এই বৰ অসমীয়াৰ হৈ ঘৰীয়ালৰ চকু পানী ম চা নেতা বিলাকৰ অস্তিত্ব নাথাকিব।এই খন অসমৰ এটা 60 বছৰৰ বুঢ়াক সুধিলো আপোনাৰ পৰিয়াল কিমান।উত্তৰ মোক লাগি 46 জন। মাটি কিমান। 1 বিঘা।1বিঘা মাটি300 তামোল ৰুলে কী হব আমাক নিজৰ ব্ৰহ্ম ৰক্ষা কৰা । সত্য কথাৰ হুজা মানুহ। গতিকে অন্ধকাৰ অসনি স্ং কেত।।
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
আমি অকলেই নিৰ্বাচন খেলিম"বুলি"কোৱাটো এটা অহংকাৰীৰ"বক্তব্য।
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc Ай бұрын
ভুপেন বৰাৰ অহঙকাৰ হৈছে। অকলে কঙগেছ জিকিব নোৱাৰে ই ধুৰুপ।
@DebojitkrboraBora
@DebojitkrboraBora Ай бұрын
।।এৰি দিয়ক এৰি দিয়ক বিজেপিক নিপাত হ'বলৈ এৰি দিয়ক।।
@bimalgogoi6818
@bimalgogoi6818 Ай бұрын
কংগেছৰ দুই এক নেতাই B.J.P.ক জিকাবৰ বাবে B.J.P.ৰ লগত মিটিৰালি কৰিছে যেন লাগিচে ।
@Gunakantaboruah-up5vc
@Gunakantaboruah-up5vc Ай бұрын
ভুপেন বৰাই বি জে পিক জিকাব বিছাৰিছে যেন অনুমান হয়।
@nilimachangkakoty2981
@nilimachangkakoty2981 Ай бұрын
Right
@jitengogoi3048
@jitengogoi3048 Ай бұрын
সুন্দৰ যুক্তি দাঙি ধৰিছে।
@user-ss5qh6vl8d
@user-ss5qh6vl8d Ай бұрын
ভূপেন বৰাক কব বিচাৰোঁ অখিল গগৈৰ সহযোগ থকাটো অতি প্ৰয়োজন এক হৈ থকাটো ভাল
@mitaliborguhain1560
@mitaliborguhain1560 12 күн бұрын
অখিল গগৈৰ কাৰণে ক্্ংগেজ জিকিল ভুপেন বড়া আকৌ হাৰিব
@sunitgogoi4425
@sunitgogoi4425 Ай бұрын
2024 Election ot INDIA Gathbandhan or karone he Gourav Gogoi Sir Jorhat loksabha election ot Jikiboloi hookahm hol
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Ай бұрын
হেৰৌ গোটেই বোৰ লগ লাগি যেনিবা চৰকাৰ গঠন কৰিব কেইদিন টিকিব? আদৰ্শ নিমিলে , সকলোৱে মিনিষ্টাৰ বিচাৰিব খোৱা কামোৰা হব জানা কথা ।
@muhiburrahman3942
@muhiburrahman3942 24 күн бұрын
MOST welcome to all of you so much gratitude for important Speeches information's carried out toward's Assam as well as INDIA. The discussion is runnings through a remarkable ways. The people's of ASSAM wants Opposition's Plateforms Might be built-in ourwill, peace and happiness of the Country's ASSAM as well as INDIA beloved Mighty Nation's INDIA Congratulations
@user-kd4pv9nf8s
@user-kd4pv9nf8s Ай бұрын
তৃণমূল পৰ্যায়ত ভেটি নোহোৱা দিলেও যদি বৰ বৰ কথা কয় কংগ্রেছে কিয় মানিব।
@manabjyotidas6756
@manabjyotidas6756 Ай бұрын
Bhupen Borah bhul shidhanto from Hyderabad
@h1239640
@h1239640 Ай бұрын
ভাগিল বুলি কোনে ক'লে 😂😂 কে...
@pitambarkalita7781
@pitambarkalita7781 Ай бұрын
লুৰিনজ্যোতি গগৈ য়ে চামগুৰিত খেলক।
@assamnoobgamer9752
@assamnoobgamer9752 Ай бұрын
আৰু একশটা মান দল গঠন কৰি ঠাকক।সব স্বাৰ্থ পৰ সবে ৰজা হব খজে।আলু গুটি টো পাবি। বিজেপি ক হেৰোৱা ইমান সহজ নহয়।😂😂😂😂
@tarunchandranath
@tarunchandranath 20 күн бұрын
ভুপেনবৰাৰ।কৌশল।আমি।সাধাৰণ।মানুহেও।বুজিছো।।বেয়া।কথা।জোল।খাবি😂
@syedforidhussain90
@syedforidhussain90 13 күн бұрын
Bhasku di saikia is right Bhupen Bara behave like broker as sach party will be ruind bhupen bara should manege himself other wise again INDIA will weak
@kutubuddinmajumdar7871
@kutubuddinmajumdar7871 Ай бұрын
Akhil right
@PrakhenChetia
@PrakhenChetia 11 күн бұрын
ৰাইজ।নাই।বিচৰা।লপা।কথা।নকব
@RojitaDas
@RojitaDas Ай бұрын
Bhupen borah thakile.. Congress katiau nathake.. guarantee 100%
@sahidulsvlogs7862
@sahidulsvlogs7862 Ай бұрын
মোৰ মতে ভূপেন বৰা ডাঙৰীয়াৰ ভুল হৈছে। কিছুমান কথা ৰাজহুৱা কৰিব লগা হ'লেও কৰিব নালাগে।তাতে নিজৰেই ক্ষতি হয়।
@liakathussain8769
@liakathussain8769 Ай бұрын
We are equally with okhil Gogoi
@PrakhenChetia
@PrakhenChetia 11 күн бұрын
কেজোৱেল।।কোনে।জেলত।দিলে।কঙগৈজে।দিছে।নিতোম।দা।এথপা।কি।ফতোযা।কথা।কয়।
@AshaBasfor-rw7et
@AshaBasfor-rw7et 22 күн бұрын
Nitu da , Apukak mur pranipat .... !
@rubulali6864
@rubulali6864 25 күн бұрын
Cong,00000akhano napai
@monuranjanphukon8553
@monuranjanphukon8553 Ай бұрын
Bhupen Borai B J Pik hohai koriba bisarise
@PrashantaDihingia-t2g
@PrashantaDihingia-t2g Ай бұрын
Apper nata jane thik kise .hakaluke pangu kariba.
@achyutbora8873
@achyutbora8873 Ай бұрын
ৰাজনীতি ৰাইজৰ বাবে কৰিব লাগে। কেৱল বিজেপিক হৰুৱাবলৈ লোৱা টাৰ্গেট কিয়? উন্নয়নক বাধা দিবলৈ নেকি?
@surenchborah5402
@surenchborah5402 Ай бұрын
Alliance hob lage
@JakirHussain-nh7ho
@JakirHussain-nh7ho Ай бұрын
অসমত কংগ্ৰেছৰ বাহিৰে বাকি কেইতা দলৰ সাঙ্গা থনিক কিমান সকতিখালি সেই তোহে ডাঙৰ কঠা
@prvawatipegu8359
@prvawatipegu8359 Ай бұрын
অখিল গগৈৰ সিদ্ধান্ত ই ভাল সিদ্ধান্ত
@sunitgogoi4425
@sunitgogoi4425 Ай бұрын
Bora Sir apuna kothabure dollok khyati koribo,
@user-yk3yw8ds4v
@user-yk3yw8ds4v Ай бұрын
Bhupen bora ohangkari nohaba
@Stark-c6q
@Stark-c6q Ай бұрын
Saikia dai hahile Daat nolai jen paiso.
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Good news👍
@AshimkumarBhuyan-xe8ol
@AshimkumarBhuyan-xe8ol Ай бұрын
It is clear that opposition has given strength only jorhat MP seat win
@user-fp6ud8ym5k
@user-fp6ud8ym5k Ай бұрын
It will be a harculian task for Congress to win alone in the coming election. Congress should give due respect to opposition party for any election to be held in Assam. Adamant decision by some of the leaders will harm Congress.
@mukundadas3942
@mukundadas3942 Ай бұрын
Hariboloi bhoy khaise akhiluddin
@user-bv3oj6db3p
@user-bv3oj6db3p 28 күн бұрын
Ap. Partyk..assamt kunu lukei vote .nidibo.sabisor nirba.sonot 27:59
@manuranjan_deuri08
@manuranjan_deuri08 Ай бұрын
All opposition party should strengthen their party organisation leaders in grassroot level. Than only you can think of defeating BJP in upcoming elections. BJP grassroot level and top leaders are so strong.
@MainulHoque-rx7jo
@MainulHoque-rx7jo Ай бұрын
উত্তম।
@purabidas2186
@purabidas2186 Ай бұрын
This time congress should be careful in taking decisions on alignment... Because congress party of Assam is nothing without the name of Gaurav.... Akhil ...and Lurin... though Lurin is defeated this time...his upgrade will reflect very soon...on the other hand Bhupen Bora is not a commendable leader for congress...more often his performance affects the party badly...
@h1239640
@h1239640 Ай бұрын
ৰাইজৰ দলে কথা কব নাজানে 😂। ভয় খালেই , MP খেলা নাই, বেলেগত খেলিবলৈ সুবিধা চাই আছে, সেয়েহে ভয়ত অখিলে চিঞৰি আছে 😂😂কে...
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Ай бұрын
মগজ থকা ব্যক্তিয়ে খেলি মেলি বাৰে খিচিৰি চৰকাৰ এখন গঠণ কৰি দেশ ধ্বংস হবলৈ কেতিয়াও নিদিয়ে । যোৰহাটৰ বিহিৰে আন কটো বিজেপিৰ নোম এদালো লৰাব পৰা নাই । বিশেষ সম্প্ৰদায়ৰ সমষ্টি কেইটা ইউ দি এফে গণ্ডগোল নকৰিলে কংগ্ৰেছৰ সেইটোৱেই উৎসাহ ।
@hirakjutivlog2661
@hirakjutivlog2661 Ай бұрын
Good thingking
@angarajgogoi3489
@angarajgogoi3489 Ай бұрын
সঠিক কথা কৈছে
@dhananjoyborah2041
@dhananjoyborah2041 25 күн бұрын
BUJIBA AARU BAKI NAI
@sunitgogoi4425
@sunitgogoi4425 Ай бұрын
Akhomot amar jatiya ba tholuwa doll bilak mili Congress ook logot loi agbahibo lage
@urstatus2637
@urstatus2637 Ай бұрын
চিকিৎসা কেই খনৰ ওপৰত আলোচনা এটাও কৰিব লাগে
@WASIM0270
@WASIM0270 Ай бұрын
Bhupen bora ata fal2 ....
@user-rc7vk4ir1k
@user-rc7vk4ir1k Ай бұрын
Bhupen.bora.ahaikar.aribarlagiabor
@brahmanandadas-yl9cd
@brahmanandadas-yl9cd Ай бұрын
ম়়্ডয়োৈ়ৌ
@Sumivlogs74
@Sumivlogs74 Ай бұрын
Akhil Gogoi thik koise
@minatisaikia9241
@minatisaikia9241 29 күн бұрын
Bhupen Bora nije jikiba paribane tak himantor dust banai diba lage.Gasat kathal uthat tel puke kamura murtu hoise sel bel..garu haron diba..Murtu gol tak barkhasta kora bhal.tar nam kk
@pranitaroybhuyan6186
@pranitaroybhuyan6186 Ай бұрын
কংগ্ৰেছে ওপৰত যদি ঐক্যবদ্ধ হয়। তেতিয়া তৃনমূলৰ নেতা ঐক্যবদ্ধ নহয়। দৰদামত যায়। নহ'লে এইবাৰ বিজেপি পাৰ্লিয়ামেন্টত নাহিল হেতেন। বিহালীত ২১ ত চিপিআই এম-এল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ ভোট মিলাই দিলে লোক সভাত কংগ্ৰেছে পোৱা ভোটৰ সমান। নিৰ্দলীয় গৰাকী ২১ ত জয়ী হ'লে কংগ্ৰেছত যোগ দিব বুলি কংগ্ৰেছ নিৰ্দলীয় দুই ফালৰ প্ৰচাৰ আছিল। কংগ্ৰেছক লোকৰ ভোট লাগে কিন্তু লোকক নিদিয়ে।
@user-jm7nt8xg5k
@user-jm7nt8xg5k Ай бұрын
Bhupen borah sir cong.ot apunar kimat jonopiyota ase buli babise
@nawanitapator3572
@nawanitapator3572 Ай бұрын
চামগুৰিত যদি জিকিব নোৱাৰে আন কতোৱে জিকিব নোৱাৰে বিৰোধী য়ে.
@monuranjanphukon8553
@monuranjanphukon8553 Ай бұрын
Bhupen Bora mane congress nohoi amio ejon congress kormee
@nirudevideka4375
@nirudevideka4375 Ай бұрын
Ms bhupen bara.kathabur alap kamkai kaba
@kristipriyachutia1124
@kristipriyachutia1124 Ай бұрын
Bhupene khathatu vabi. Sab nahale. Bipad haba
@pollobikotoki7718
@pollobikotoki7718 Ай бұрын
Last r kotha har Val lgile sorai more roi aru manuh more koi hsake birudhi akeloge thakok tatiahe 2026 ot election r result Val hb ji raije bisari ase.
@user-bu3zj1wb2k
@user-bu3zj1wb2k Ай бұрын
A dada vy korisa
@rameshpayang7871
@rameshpayang7871 Ай бұрын
Ki tumar. Kotha esposhto nohoi nki, 😂😂😂😂 raijor dal r neta Jon koi take , esposhto 2 koi take
@hmhassan2600
@hmhassan2600 Ай бұрын
Dadai 2026 ot khelibo 126 but jikar ischa 26
@user-rc7vk4ir1k
@user-rc7vk4ir1k Ай бұрын
Bhuprn.bora.birudhi.akarmaich.bhagiabar
@sunitgogoi4425
@sunitgogoi4425 Ай бұрын
Moi bhabu Bhupen Bora Dangriya apuni hosai BJP Doltik Rodh koribo Bisarise ne, Apuni Amar CM Sire kuwa nisinaki appuni BJP poti Vitori dorod puhi Rakise
@LakrishnaChetia
@LakrishnaChetia Ай бұрын
Rajor dol kheli meli dekhisu
@HussainAli-i4n
@HussainAli-i4n 8 күн бұрын
காலை
@bishaldas3964
@bishaldas3964 Ай бұрын
Vote for Congress
@user-zl1mn5jn2k
@user-zl1mn5jn2k Ай бұрын
গতিকে অন্ধকাৰ অসনি স্ং কেত।।
@mridupawanboruah6068
@mridupawanboruah6068 Ай бұрын
Bhupen borak bahi skar kariob lage, tew cm huwa aasha puron nahabo j
@user-pq8vz5ky6t
@user-pq8vz5ky6t Ай бұрын
AllianceHobaLageasperdiscussed. 6:11
@user-pq8vz5ky6t
@user-pq8vz5ky6t Ай бұрын
AllianceisrequridintheinrestofAssam. 8:45
@BablaiBablai
@BablaiBablai Ай бұрын
Raj.niti.babisil.janotayi.babani
@brahmanandadas-yl9cd
@brahmanandadas-yl9cd Ай бұрын
0:32
@PronabDeori-xt1wc
@PronabDeori-xt1wc Ай бұрын
Alop Ara dhora maj ot solibo lage.
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 16 МЛН
Get 10 Mega Boxes OR 60 Starr Drops!!
01:39
Brawl Stars
Рет қаралды 19 МЛН
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 17 МЛН
The Joker kisses Harley Quinn underwater!#Harley Quinn #joker
00:49
Harley Quinn with the Joker
Рет қаралды 16 МЛН