Рет қаралды 178,572
কাঠৰ হিচাপ কেনেকৈ কৰিব |
Wood Calculation , KB calculation of wood
মই এইটো Video ত দেখোৱা কাঠৰ হিচাপ কেনেকৈ কৰে | মই এইটো Video ত অতি সহজ বাবে কাঠৰ হিচাপ কেনেকৈ কৰিব পাৰি দেখোৱাইছো | সকলোৰে কাঠৰ প্ৰয়োজন হয় , বহুতে কিন্তু কাঠৰ হিচাপৰ বাবে বিপদত পৰিব লাগে | কাঠৰ হিচাপ জনাটো অতি প্ৰয়োজন |
................................🙏..............................