No video

কেনেদৰে বিদেশৰ নামঘৰত অসমীয়াই প্ৰতিষ্ঠা কৰে আসন? +91 75780 89612

  Рет қаралды 15,317

BAARTA LAAP

BAARTA LAAP

Күн бұрын

দেশে বিদেশে আসন প্ৰতিষ্ঠা মনজিৎ হাজৰিকাৰ,
গুৰুজনাই এক কৰে, ভকতে ভাগ কৰে !
চতিয়াৰ চতিয়াল গাওঁৰ এখন চোতালত বাৰ্তালাপ
ভাস্কৰ্য্য শিল্পী মনজিৎ হাজৰিকাৰ গুৰুত্বপূৰ্ণ কলা, কথা আৰু শিল্প।
বিদেশত কেনেকৈ প্ৰতিষ্ঠা কৰা হয় মনজিৎ হাজৰিকাই তৈয়াৰ কৰা আসন?
কেনেদৰে বিদেশৰ নামঘৰত প্ৰতিষ্ঠা হয় আসন ?
ঘৰে ঘৰে হ'ব গুৰুজনাৰ মহান সৃষ্টি আসনৰ প্ৰতিষ্ঠা ।
Contact with Chakrrapanni Parashar on
📷 Instragram: ....
🚀Facebook : / chakrrapanni. .
✅Main Channel : / @baartalaap .
👱‍♂️Vlog Channel : / @chakrapaniparash. .
...................................
/ baartalaapme. .
For Business Enquiry Email :-Baartalaapofficial@gmail.com
Show Enquiry : 8472051224
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#chakrapaniparashar #baartalaap #assameseinterview #assamesepodcast

Пікірлер: 50
@hiranyarajkhowa4119
@hiranyarajkhowa4119 Ай бұрын
অতি সুন্দৰ অনুষ্ঠান। অতি মনোমোহা অনুষ্ঠান। ভাতৃ প্ৰতীম ভাস্কৰ্য শিল্পী মনজিৎ লৈ অন্তৰৰ নিভৃত কোণৰ পৰা বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আগুৱাই যাওক সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা মনজিৎ। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোকে কুশলে ৰাখক। ❤❤❤
@TarunBorah-bl8ci
@TarunBorah-bl8ci Ай бұрын
বৰ ভাল লাগিল.ভগবানে কৃপা কৰক কৃষঞ কৃষঞ.
@nirupomachetia327
@nirupomachetia327 Ай бұрын
দুগৰাকী মহান শিল্পীৰ সাংস্কৃতিক বাৰ্তালাপে ❤সকলোকে এক তৃপ্তিৰ মানসিক আহাৰ যোগালে ।
@rupadutta2407
@rupadutta2407 Ай бұрын
বহুত ভাল লাগিল।
@madanbaruah8663
@madanbaruah8663 Ай бұрын
সুন্দৰ নিদৰ্শন
@jinaborgohain1909
@jinaborgohain1909 Ай бұрын
চতিয়াৰ মনজিৎ হাজৰিকা দেৱলৈ আন্তৰিক শুভেচ্ছা জনালোঁ। জগতত উজলি উঠক পৰিয়ালটিৰ আধ্যাত্মিকতাৰ অনুভব সমূহ । বাৰ্তালাপলৈ অশেষ ধন্যবাদ ।
@rajashreechangmai3518
@rajashreechangmai3518 27 күн бұрын
খুব সুন্দৰ
@user-zh8us5bl7h
@user-zh8us5bl7h Ай бұрын
GoD Bless you
@ranjumonimahanta4241
@ranjumonimahanta4241 Ай бұрын
এইমাত্ৰ চাই শেষ কৰিলোঁ ৷ খুউব ভাল হৈছে podecast টো৷ All the very best দাদু৷
@madhurjyagogoi6085
@madhurjyagogoi6085 Ай бұрын
ভাল লাগিল
@khyatimahanta631
@khyatimahanta631 Ай бұрын
ভাল লাগিল দাদুমামা৷
@gautamsarma2385
@gautamsarma2385 Ай бұрын
চালোঁ দেই। বঢ়িয়া।
@chimpibaruah5479
@chimpibaruah5479 Ай бұрын
ভাল লাগিল অনুষ্ঠানটি।। শুভকামনা থাকিল দাদা আগবাঢ়ি যোৱা
@krishnaborah2420
@krishnaborah2420 Ай бұрын
আসনৰ বিষয়ে বহুতো কথা জানিব পাৰিলোঁ৷শ্ৰদ্ধাৰ মনজিত হাজৰীকাদেৱৰ অসমীয়া সংস্কৃতিৰ ওপৰত কৰিবলৈ লোৱা সকলো কামেই যেন বাস্তৱত হৈ উঠে৷কৃষ্ণ
@GeetaDevi-sg4ol
@GeetaDevi-sg4ol Ай бұрын
কথাবোৰ শুনি বহুত ভাল লাগিল
@priyangshugogoi6299
@priyangshugogoi6299 Ай бұрын
🙏🏻🙏🏻🙏🏻val lagil 😊
@DiptiGogoi-ob8ux
@DiptiGogoi-ob8ux Ай бұрын
Val lagil Kathabor huni God bless you ❤❤
@thaneswarsaikia1101
@thaneswarsaikia1101 Ай бұрын
Bar Val lagil Sai .Dhanyabad. .Balipara .
@pariboruah6694
@pariboruah6694 Ай бұрын
Pranamjanalu
@user-lh9mn9qc1t
@user-lh9mn9qc1t Ай бұрын
Val lagil sai enedore aguwai juwa
@porisaikia3919
@porisaikia3919 Ай бұрын
Val lagil sai.enedore aru aguwai jowa Duijon
@HiddenBeautyExplore
@HiddenBeautyExplore Ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ সচাকৈ চকুলো বৈ আহিছে.... নেদেখা জনে কৃপা কৰক....
@subhamjyotiborah5179
@subhamjyotiborah5179 Ай бұрын
আমাৰ ঘৰটো তেওঁ নিৰ্মাণ কৰা গুৰু আসন আছে।
@user-em1fh4rg2m
@user-em1fh4rg2m Ай бұрын
সুন্দৰ ❤👌❤
@bharatidevi5576
@bharatidevi5576 Ай бұрын
Val lagil 🙏🙏🙏
@debo___jitt9448
@debo___jitt9448 Ай бұрын
bhut val lagil sai😊❤
@mrigensarma362
@mrigensarma362 Ай бұрын
May. God. Bless. You
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@anupborah6982
@anupborah6982 Ай бұрын
চতিয়াৰ পৰা🙏🙏
@assam3046
@assam3046 Ай бұрын
Mur deotaio koisil tohot tiniotai mur hompoti moi beleg hompoti gutabo nuwarilu..😢😢😢..Hundor Anusthan val lagil chakra pani..
@TrailokyaHazarika-og3xs
@TrailokyaHazarika-og3xs Ай бұрын
কৃষ্ণ কৃষ্ণ
@bhabarnavsaikia312
@bhabarnavsaikia312 Ай бұрын
❤❤ vl lgil
@rinkuduttasaikia107
@rinkuduttasaikia107 Ай бұрын
অসম গৌৰৱ
@arotiborah2733
@arotiborah2733 Ай бұрын
🙏🙏🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
@nizarasingh
@nizarasingh Ай бұрын
@HEMANTABORAH-n5w
@HEMANTABORAH-n5w Ай бұрын
Nice
@suchitraramdey797
@suchitraramdey797 Ай бұрын
Val lagul
@kumudnath7912
@kumudnath7912 Ай бұрын
BANGALORE ত আছে নে। আপোনাৰ আসন মই চাই ভাল লাগিল অনুস্থান চাই মই BANGALORE পৰাই চাই ভাল লাগিল
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz Ай бұрын
আদৰ্শ সমাজ সংস্কাৰক। বহুত বহুত ধন্যবাদ ❤।
@lueitandfreegaming7367
@lueitandfreegaming7367 Ай бұрын
Ring Road ...
@pragyashreeborah42
@pragyashreeborah42 Ай бұрын
আমাৰ ঘৰত আছে বৰগাং
@debojitnath2465
@debojitnath2465 Ай бұрын
মঞ্জিত দাৰ চোতাল খন সুকীয়া
@Learning_Spark_Axom
@Learning_Spark_Axom Ай бұрын
Hello
@nizarasingh
@nizarasingh Ай бұрын
Dada mur গাঁওৰহৈ
@Anamika-wn4hz
@Anamika-wn4hz Ай бұрын
Biswanath chariali r sootea neki ?
@mrigensarma362
@mrigensarma362 Ай бұрын
मय। गोद। ब्लेस। यू
@sandhyadas7651
@sandhyadas7651 Ай бұрын
Najana katha janilo
@monjulahazarikadas8802
@monjulahazarikadas8802 Ай бұрын
Mur maghor sootea at .ñomèskar.th.
@troilokyabora7839
@troilokyabora7839 Ай бұрын
🙏🙏🙏
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 15 МЛН
مسبح السرير #قصير
00:19
سكتشات وحركات
Рет қаралды 2,1 МЛН
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 14 МЛН
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 22 МЛН
Baartalaap with Padma Shri Kailash Kher @kailashkher
40:52
BAARTA LAAP
Рет қаралды 97 М.
USTM বিতৰ্ক || GROUND-ZERO REPORT || Aboyob Bhuyan || Satya
18:52
Satya - The Truth India
Рет қаралды 139 М.
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 15 МЛН