কাৰ অপমানে জীৱনৰ গতি সলনি কৰিছিল ৰঞ্জু হাজৰিকাৰ?

  Рет қаралды 64,265

NKTV PLUS

NKTV PLUS

3 жыл бұрын

▶️ কাৰ অপমানে জীৱনৰ গতি সলনি কৰিছিল ৰঞ্জু হাজৰিকাৰ?
▶️ ৰঞ্জু হাজৰিকাই কিয় তামোল-পাণৰ দোকান দিবলগা হৈছিল?
▶️ SSBৰ চাকৰি কিয় এৰিছিল ৰঞ্জু হাজৰিকাই?
▶️ গুৱাহাটীত কোনে কিডনেপ কৰিছিল ৰঞ্জু হাজৰিকাক?
▶️ নিজকে ‘হৰিজন সাহিত্যিক’ বুলি কিয় কয় ৰঞ্জু হাজৰিকাই?
▶️ কি কথাই ৰঞ্জু হাজৰিকাক মনোকষ্ট দিয়ে?
▶️ সকলো কথা ক’ব ৰঞ্জু হাজৰিকাই
▶️ বশিষ্ঠদেৱ ফুকনৰ সৈতে ‘চৰ্চা’

Пікірлер: 210
@tutumonigogoi5164
@tutumonigogoi5164 2 жыл бұрын
আজি ২৬"বছৰৰ আগতে তেখেতৰ কিতাপ পঢ়ি পঢ়ি বিদ্যালয় কিতাপ বাদ দিছিলোঁ আৰু তেখেতক তেতিয়া চাবলৈ খুব মন গৈছিল।আজি এই চেনেলৰ যোগেদি দেখা পালো।তেখেতৰ দীঘায়ু কামনা কৰিলোঁ ধন্যবাদ।
@ashimgogoi3527
@ashimgogoi3527 2 жыл бұрын
হাইস্কুলত পঢ়ি থকা সময়ত নিজৰ পাঠ্যক্ৰম কিতাপৰ তলত ভৰাই হলেও আপোনাৰ কিতাপখন পঢ়ি শেষ কৰি শান্তি পাইছিলোঁ, এনে ধৰণৰ কাৰ্যৰ বাবে ঘৰৰ পৰা কিমান যে মাৰ খাইছিলোঁ এতিয়াও মনত পৰে। উপন্যাস পঢ়াৰ আৰম্ভণি বা উপন্যাসৰ ৰস আপোনাৰ কিতাপৰ যোগেদিহে পাইছিলোঁ। মই মেট্ৰিক পাছ কৰাৰ পাছত ৰেডিঅৰ এটা সাক্ষাৎকাৰ তহে আপোনাৰ বিষয়ে প্ৰথম জানিব পাৰিলোঁ, তাৰ আগত আপুনি নাৰী হিচাপে মনৰ মাজত আপোনাৰ মনৰ ভাৱ বোৰ অনুভৱ কৰিছিলোঁ। আপুনি এগৰাকী বহুত সাহসী নাৰী বুলি ভাবিছিলোঁ। যি কি নহওঁক আপোনাক দেখি ভাল লাগিল, লগতে সাক্ষাৎকাৰ লোৱাৰ বাবে আমাৰ দাদা বশিষ্ঠদেৱ ফুকন ক আন্তৰিক ধন্যবাদ জনালো।
@urbimaak5228
@urbimaak5228 2 жыл бұрын
জুলু পঢ়ি স্কুলত চিঞৰি চিঞৰি কান্দিছিলো।
@spicebabul
@spicebabul 2 жыл бұрын
You are absolutely right 👍
@kamakhyasaikia3100
@kamakhyasaikia3100 2 жыл бұрын
ষষষষষষ্টষ্ট
@momidas2183
@momidas2183 2 жыл бұрын
Bohut val pau apunak....aje he dakhilu....val lagel
@dilimaihazarika8490
@dilimaihazarika8490 Жыл бұрын
।च् ब् इन्फ्रा च नाव को
@bhadrabrahma5460
@bhadrabrahma5460 2 жыл бұрын
*ৰঞ্জু হাজৰিকা* দেৱৰ সাক্ষাৎকাৰ চায় বহুত ভাল লাগিল। ধন্যবাদ!
@kandarpasarma7929
@kandarpasarma7929 5 ай бұрын
ৰঞ্জুু হাজৰিকা দেৱক যথোচিত সন্মান প্ৰদান কৰাটো চৰকাৰৰ এক গভীৰ দায়িত্ব বুলি মই ভাবো || ধন্যবাদ ||
@girindasarmah8003
@girindasarmah8003 2 жыл бұрын
আপোনাক আজি 40 বছৰৰ পিছত দেখা পাই ভাল লাগিল আপোনাৰ উপন্যাস পঢ়ি থাকোতেই কিবা এটা ভাল লাগে তাক বৰ্ণনা কৰিব নোৱাৰি আপোনাৰক ঈশ্বৰে মঙ্গল কৰক ধন্যবাদ দাদা
@seutibhuyan7531
@seutibhuyan7531 Жыл бұрын
ইটিউবত হাজৰিকা দেৱক দেখা পাই ৫০বছৰতকৈ আগলৈ মনত পৰিগল।।।godbless you।
@rubichetia7119
@rubichetia7119 11 ай бұрын
তেখেতলৈ প্ৰণাম জনালো । ৰঞ্জু হাজৰিকা দেৱক চিনাকি কৰাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালো ।
@rojonigondha8554
@rojonigondha8554 2 жыл бұрын
আপোনাৰ সাক্ষাৎকাৰ অনুষ্ঠানতু চাই বহুত ভাল লাগিল। ভগৱানে আপোনাক দীঘায়ুকৰাৰ লগতে লিখিবলৈ থকা বাকী কিতাপ সম্পূৰ্ণ কৰাত সহায় কৰে যেন।
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Hoy
@rukminicreation2668
@rukminicreation2668 2 жыл бұрын
ছাৰ নমস্কাৰ, আপোনাৰ কিতাপ মই ক্লাছ ছিক্স ৰ পৰাই পঢ়িছোঁ,, তাৰ ভিতৰত ভয় লগা ভাল লগা কিতাপ খনে মোৰ আজিও ৰাতি ভয় লাগে মনত পৰিলে =ৰক্তিম অৰ্তনাদ , হেই হাত খনৰ কথা,,, ছিৰিজ আছিল
@tapandas5309
@tapandas5309 2 жыл бұрын
I have heard of you since my school days.you are exceptional .
@anilrajkonwar1166
@anilrajkonwar1166 2 жыл бұрын
Seè
@ritamoniborah8744
@ritamoniborah8744 2 жыл бұрын
এসময়ৰ মোৰ প্ৰিয় লেখক জন ভগৱানে দীৰ্ঘায়ু কৰক ।নিজা কিতাপৰ মাজত লুকুৱাই উপন্যাস পঢ়ি ঘৰত মাৰ খাইছিলো পৰীক্ষাৰ সময়ত । বহুত ভাল লাগে হাজৰিকাদেৱৰ ৰহস্য উপন্যাস সমূহ ।
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Hoy
@chiranjitsonowal5695
@chiranjitsonowal5695 2 жыл бұрын
এটা সময়ৰ মোৰ জনপ্ৰিয় লেখক ।
@mridusmitasaikia3758
@mridusmitasaikia3758 2 жыл бұрын
অত্যন্ত জনপ্ৰিয় সাহিত্যিক গৰাকীৰ জীৱন কথা জানিব পাৰি বৰ ভাল লাগিল। প্ৰথম বাৰৰ বাবে জানিব পাৰিলো। আকৌ হাতত কলম তুলি লওক।দীঘায়ু কামনা কৰিলো।।।।
@debukalita5086
@debukalita5086 2 жыл бұрын
Bismoi maane ranju hazarika sir.khub val lagesle sir r golpo padi.🙏🙏🙏.
@yuvrajbeatz4072
@yuvrajbeatz4072 2 жыл бұрын
Aji prothom dekhilu sirk🙏❤️
@barnalibordoloiteron8129
@barnalibordoloiteron8129 2 жыл бұрын
Good to see respected Ranju Hazarika sir .......Thank u Nktv...
@jonak.p
@jonak.p 2 жыл бұрын
Sir god bless you
@anantabora6225
@anantabora6225 2 жыл бұрын
শৈশৱ কালতে পঢ়া অতি জনপ্ৰিয়তা থকা ৰহস্য লেখক ৰঞ্জু হাজৰিকা দেৱক NK TV ৰ জৰিয়তে দৰ্শন কৰিবলৈ পাই খুব ভাল লাগিল । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘাও কামনা কৰিলোঁ ।
@bubulbaruah4926
@bubulbaruah4926 2 жыл бұрын
আপোনাক দেখা পায় বহুত ভাল লাগিছে।🙏 জনাইছো। আপোনাৰ ভাল জীৱনৰ কামনাৰে ধন্যবাদ জনাইছো 🙏💐☕🧀
@dinohazarika8189
@dinohazarika8189 2 жыл бұрын
হাজৰিকা দেৱক নেদেখা বহু দিন হল ,
@saratranjansarmah65
@saratranjansarmah65 2 жыл бұрын
এটি সময়োপযোগী সাক্ষাৎকাৰৰ ... ৰঞ্জু হাজৰিকা দেৱ বৰ্তমানেও প্ৰাপ্য বঁটাৰ পৰা বঞ্চিত হৈ আছে ।
@spicebabul
@spicebabul 2 жыл бұрын
Yes you are right,
@anantabora6225
@anantabora6225 2 жыл бұрын
ৰহস্যময়ৰ ৰহস্য বহুদেৰিকৈ উন্মোচন হৈচে তথাপিও গুণীয়ে গুণৰ মান পোৱা উচিত ।
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
@@anantabora6225 akmot
@fariduddinahmed2458
@fariduddinahmed2458 2 жыл бұрын
মই ৰঞ্জু হাজৰিকা দেবৰ এটা দ্বীপ সাতটা কবৰ পঢ়ি বৰ ভাল পাইছিলো,
@user-rv6uh4it9r
@user-rv6uh4it9r 11 ай бұрын
বহুত ভাল লাগিল।
@pratimadevi6031
@pratimadevi6031 2 жыл бұрын
ছাৰ , মই এক সময়ত আপোনাৰ বিস্ময়ৰ গল্পসমুহ পঢ়ি খুব ভাল পাইছিলো l আজি মোৰ বয়স 56 l মই এতিয়াও সেই গল্পৰ ৰহস্যৰ অনুৰণন অনুভৱ কৰো I ভগৱানৰ ওচৰত আপোানাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ I
@bitupangogoi2117
@bitupangogoi2117 2 жыл бұрын
Mur prio lekhok jon..apunar hu swathyo aru dirghaiu kamona korilu logote nktv loyu okeh dhonyobad ei onusthantur babe..
@mb.divine5992
@mb.divine5992 2 жыл бұрын
ধন্যবাদ জনালোঁ আপোনাক ৰঞ্জু হাজৰিকা দেৱক পৰিচয় কৰি দিয়া বাবে ।ইমান দিনে তেখেতৰ পৰিচয়টো সাঁথৰ হৈ আছিল ।আজি বহুত ভাল লাগিল ।
@rubulgogoi3100
@rubulgogoi3100 2 жыл бұрын
Dhanyabad NK tv
@user-un3tt1hg6e
@user-un3tt1hg6e 4 ай бұрын
সচা কথা .মইও ছোৱালী বুলি ভাবিছিলো .আজিহে গম পালো ভাল লাগিল .সচাই আপোনাৰ লিখাবোৰ পঢ়ি ভয় ভয় ভাৱ হৈছিল . বৰ ভাল পাও পঢ়ি
@jintigogoihandique7633
@jintigogoihandique7633 2 жыл бұрын
মোৰ এজন প্ৰিয় সাহিত্যিক ৰঞ্জু হাজৰিকা। তেখেতৰ জীবন যাত্ৰাৰ কথাবোৰ শুনি ভাল লাগিল। ভগবানে তেওঁৰ মংগল কৰক। 🙏
@jintuhazarika240
@jintuhazarika240 Жыл бұрын
বৰ আচর্য্যজনক ব্যক্তি, লেখক, ছাৰৰ সুস্বাস্থ্য কামনা কৰিলোঁ
@amritmadhuridevi9267
@amritmadhuridevi9267 2 жыл бұрын
Dada apunar upoja dinot bhogobanor usorot prarthona jonalu,dirghayu,xu swastha kamona korilu
@ranjuphulkonwar3060
@ranjuphulkonwar3060 2 жыл бұрын
আপোনাক দেখা পাই ভাল লাগিল লিখনি বৰ ভাল পাওঁ
@maniksonowal5791
@maniksonowal5791 2 жыл бұрын
So simple, Ranju Hazarika Sir. Pray for his good health. Thank NK TV for interview.
@anitadevi285
@anitadevi285 2 жыл бұрын
ভাল লাগিল বহুত । ভগবানে আপোনাক দীঘায়ু কৰক।
@anandyogi2640
@anandyogi2640 2 жыл бұрын
দীৰ্ঘায়ু কামনা কৰিলোঁ.....
@junugogoi213
@junugogoi213 2 жыл бұрын
জন্মদিনৰ শুভেচ্ছা জনালো ৷দীৰ্ঘায়ু কামনা কৰিলোঁ
@samiran4767
@samiran4767 2 жыл бұрын
কথা খিনি বৰ ভাল লাগিল।বহু বছৰৰ আগতেই কিতাপ সমুহ পঢ়িছো।আপোনালোকৰ চেনেলৰ জৰিয়তে এনে সুন্দৰ অনুষ্ঠান পাই ভাল লাগিল।
@jalaluddinahmed9888
@jalaluddinahmed9888 2 жыл бұрын
এটা সময়ৰ মোৰ প্ৰিয় লেখক ৰঞ্জু হাজৰিকাদেৱৰ সাক্ষাতকাৰ টো ভাল লাগিল । তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।
@kishorideka7459
@kishorideka7459 2 жыл бұрын
Ranjuda Bahubacharor murat aponak Tvr pardataruyou. Tube t. Sai. Khub. Val Palo Deepali deka
@user-un3tt1hg6e
@user-un3tt1hg6e 4 ай бұрын
জনম দিনৰ শুভেচছা জনালো .আপুনি সুষঠ হৈ থাকক সদাই❤🎉❤❤🎉
@sasankasarmah6465
@sasankasarmah6465 2 жыл бұрын
প্ৰিয় 🙏
@gangaramdas8681
@gangaramdas8681 2 жыл бұрын
বহুত সুন্দৰ অনুষ্ঠান অলেখ শুভ কামনা👌🌿
@user-uy3yt5um3r
@user-uy3yt5um3r Ай бұрын
Aapune ja ateaau, aamar majot aase Jane bor Val lagel.God bless you.
@chitrakumarhazarika9224
@chitrakumarhazarika9224 2 жыл бұрын
তিৰস্কাৰ পুৰস্কাৰলৈ পৰিবৰ্ত্তন হোৱাৰ অনন্য উদাহৰণ ৰঞ্জু হাজৰিকা দেৱ ।
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Akmot
@nitulphukan6189
@nitulphukan6189 2 жыл бұрын
Thank you for your best effort to write so many Books for us, may God bless you.
@inugogoi797
@inugogoi797 2 жыл бұрын
ছাৰ,,,, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏
@minakshinath750
@minakshinath750 11 ай бұрын
Mur anytom ejon priyo likhok. Kitap porhar abhyax tekhetor kitapor porai gorh loi uthisil. Dirghayu kamona korilu 🙏🙏🙏💓💓💓
@rambalram2610
@rambalram2610 Ай бұрын
Actually in contemporary time... There is no Assamese Author as good as and as widely read as Ranju Hazarika. I doubt after Ranju Hazarika there will be another one in the future. He is an Enigma. Though very simple in his appearance and easy going in nature, mildly spoken.... But his Pen was opposite..!!! It can be spine chilling at times...!!! Whenever we opened his book in the childhood, always his name came to our mind first then the content of the book.... His name itself brought some thrill... created mindset in us whenever we read his book😀😀😀 Wish him long life and best of health. 🙂🙂🙂
@jatinlaujary9147
@jatinlaujary9147 11 ай бұрын
Bahut.val.lagil
@runuborah3781
@runuborah3781 2 жыл бұрын
মোৰ প্রিয় লেখক
@prabhatteron8492
@prabhatteron8492 2 жыл бұрын
Thanks a lot to NK tv. For introducing the living legend and extraordinary litarateour Sire Ronju Hazorika. May the omnipotent exhort him! And long live NK tv.
@hemprasadgogoi5081
@hemprasadgogoi5081 2 жыл бұрын
Many thanks to NK TV ad B D Phukan for interviewed Ranju Hazarika . Focused on hís life and writings always inspirational and he is a complete chapter of Assamese detective literature.Hís works and way of thinking amazing like a real life detective. Wishing good health both of you ...........
@prabhakarandoley-topical3135
@prabhakarandoley-topical3135 2 жыл бұрын
First time dekhilu sirk vl lagil ❣️❣️❣️❣️
@lipikamedhi6114
@lipikamedhi6114 Жыл бұрын
Class 10 r pora apunar kitap main book r tolot rakhi prhisilu ...tetiyar pra apuni mur all time favourite...apunar likhoni ananya ❤
@nayanmoniborkotoky6609
@nayanmoniborkotoky6609 2 жыл бұрын
Mur priyo sahityik Sir....
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Me too.
@bhabanirajkhowa545
@bhabanirajkhowa545 2 жыл бұрын
Apunak dekhi bhut val lagil
@tajemali8178
@tajemali8178 2 жыл бұрын
Thank you sir,I loved very much to Hazarika Sir, Long live Ranju Hazarika Sir........!!!
@nayanmonidutta9768
@nayanmonidutta9768 2 жыл бұрын
বহুত ভাল লাগিল সাক্ষাৎকাৰটো | স্কুলীয়া দিনত পঢ়া সময়ত ,পঢ়া কিতাপৰ মাজত সোমোৱাই পঢ়িছিলো ৰঞ্জু হাজৰিকাদেৱৰ কিতাপ, পাফু চিৰিজ, দস্যু ভাস্কৰ আদি কিতাপবোৰ ... কাৰণ পঢ়াৰ সময়ত বাহিৰা কিতাপ পঢ়িবলৈ নিদিছিল..
@minakshinath750
@minakshinath750 11 ай бұрын
Me too
@pankajdas2449
@pankajdas2449 2 жыл бұрын
Nice Creation RH.
@sanamborah1077
@sanamborah1077 2 жыл бұрын
চাৰ আপোনাক আজি হে দেখিলোঁ , বহুত ভাল লাগিছে , আপোনাৰ বহুত কিতাপ পঢ়িলো বহুত ভাল লাগিছিল জীতু নীতু , জেচন চিৰিজ মাহে মাহে পঢ়ো আকৌ কিবা বিছাৰ কাহিনী অদৃশ্য শক্তিৰ কাহিনী কিযে ভাল লাগিছিল লগৰ কেইজনীৰ লগত ক্নাছ নে থাকিলেই আপোনাৰ কিতাপ পঢ়া আৰাম্ভ বেলেগ কাম নাই আৰু , ধন্যবাদ থাকিল চাৰ , আপোনাৰ দীঘআয়ুস কামনা কৰিলো ।
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Kintu atiyaa Facebook, what's up, tik tok aibure khokolu paahoraai pelaale, nohoy jaanu.......
@nabanath100
@nabanath100 2 жыл бұрын
ছাৰ,মই ক্লাছ এইটৰ পৰাই আপোনাৰ অনুৰাগী । সেই সময়ত স্কুলৰ ক্লাছৰ সময়ত ভলকান্ ছিৰিজ ,ৰক্তীম আৰ্তনাদ আদিৰ দৰে আপোনাৰ লিখনিসমূহ পঢ়ি ইমানেই আপ্লুত হৈছিলোঁ যে কেতিয়া ক্লাছ শেষ হৈছিল গমেই পোৱা নাছিলো । আপোনাক ধন্যবাদ । সেই সময় আকৌ ঘুৰি আহিবনে ?
@S.M.8439
@S.M.8439 2 жыл бұрын
মই আপোনাক বাইদেউ বুলি ভাবিছিলো।দেখা পাই ভাল লাগিল।
@lakshmikantabora4039
@lakshmikantabora4039 2 жыл бұрын
God bless you sir. I am proud of you.
@rajusarma9691
@rajusarma9691 2 жыл бұрын
ভাল লাগিল
@tutumoniborgohain5997
@tutumoniborgohain5997 11 ай бұрын
আগতে আমি পঢ়িছিলো আপোনাৰ কিতাপসমূহ ।এতিয়াও সেইবোৰ কিতাপ ৰাইজে আদৰি লব।পুনৰ সেইবোৰ কিতাপ প্ৰকাশ হলে বহুত ভাল হব।
@padmakumbang4563
@padmakumbang4563 2 жыл бұрын
Uponyash somrat...
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Hoy
@chinmoykoch9512
@chinmoykoch9512 2 жыл бұрын
""" God Bless You... Sir """
@karabigogoi1616
@karabigogoi1616 2 жыл бұрын
আপোনাৰ কিতাপ পঢ়ি ভাল পাওঁ
@pranjalboruah3670
@pranjalboruah3670 2 жыл бұрын
One of my favourite detective story writer, God bless you sir
@jundas7979
@jundas7979 2 жыл бұрын
Val lagil sir.. r bikhye janjb pai
@bandanabaruah2221
@bandanabaruah2221 2 жыл бұрын
টিভিত সাক্ষাৎকাৰটো চাইছিলো। আজি পুনৰ চালোঁ। তেখেতৰ কিতাপ এসময়ত পাগলৰ দৰে পঢ়িছিলোঁ। হয় , তেখেতে পাব লগা স্বীকৃতি পোৱা নাই। কিন্তু পঢ়ুৱৈৰ পৰা যিখিনি পাইছে সেইখিনি হয়তো বঁটা বাহন পোৱা বহুতে পোৱা নাই।
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Hoy almot, kintu atiyaa ki hol, Facebook, What's up, tik tok aibure khokolu paahoraai pelaale nohoy jaanu.......
@bandanabaruah2221
@bandanabaruah2221 2 жыл бұрын
সঁচাকৈয়ে
@kuhipath5536
@kuhipath5536 2 жыл бұрын
Sorute bohut porhisilu Ranju Hajarikar kitab.voyo lagisil bohut.Aji dekha pai xochai bohut val lagil.Suwali buli Vabisilu moio.Dekhar bohut essa asil ru lorane suwali confuse hoi asilu.
@spicebabul
@spicebabul 2 жыл бұрын
He is World BEST💯 suspense, thriller, romance❤🌹❤etc.etc. story Writer, Gog Blessed Ranju Hazarika. 👍Don't worry we are all Assamese people with you 😍🥰🙏🙏🙏Thanks❤
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Exactly
@nilamanitalukdar6653
@nilamanitalukdar6653 2 жыл бұрын
Love u sir....lora hole o apuni bor dhuniya...... Apunar kotha bur bor val lage
@pankajdas2449
@pankajdas2449 2 жыл бұрын
Happy birth day to you Dada.
@prasantabhatta3428
@prasantabhatta3428 2 жыл бұрын
Bohut bhal lagil . Moiu ajon librarian . Ajon librariane tekhetok jedi kori bhal manuh korile. Amaru tene obhigyata bohu ase. dhonyabad
@anitakeot3795
@anitakeot3795 2 жыл бұрын
So sweet your books.
@babutuborah7136
@babutuborah7136 Жыл бұрын
Favorite ❤️❤️
@prabhatteron8492
@prabhatteron8492 2 жыл бұрын
NK tvik krityagota jonalu Ohomor oti jonopriyo rohoishyamoi biyokti likhok u hahityik shrodheyo Ronju Hazorika debok apunalukor channelor jugedi sinaki kori diyar babe. NK tv aru Manonio (Sire) Ronju Hazorika deb dirghayu howk.
@uttambarman9980
@uttambarman9980 2 жыл бұрын
Aji bohu bosor paar hol..moi apunar kitap bor porichilu ...fm 1986 & after..tahani 2003 t mur likhonit..ketiyaba likhichilu..as gmch student,dr/mur jibonot ajiyo hei horu kalot poda kichhu.. avigyatabur ..mur personality ...aji apunar u tube view korar pichot kichu puroni ...aru heyehe..2 lines likhilu..u r the best @dr.ukb....9.30pm 6/8/21.dr.ukb
@kirttanaramdas9381
@kirttanaramdas9381 Жыл бұрын
ৰঞ্জু হাজৰিকা ছাৰৰ দীৰ্ঘায়উ কামনা কৰিলো। তেখেতৰ জুলু নামৰ উপন্যাসখন মই আজিলৈকে সযতনে ৰাখি থৈছোঁ। অইন কোনোৱেই তেখেতক স্বীকৃতি নিদিলেও আমি পাঠক সমাজে হাজৰিকা চাৰক স্বীকৃতি দিছোঁ।
@simaterangpi8760
@simaterangpi8760 2 жыл бұрын
Hazorika sir -r kotha NK TV-t dekhi bhal lagise
@mrinaldas7072
@mrinaldas7072 11 ай бұрын
teor onagot dinbor jate xukalame gutanugatik goi thake tare kamonare , lagate bakhistadevk hahut hahut dhanyabad.
@shikharajkhowa444
@shikharajkhowa444 2 жыл бұрын
Teu k saboloi khub mon asil.Aji ai channel r jugedi dikhilu.Thankss
@bhabendas1249
@bhabendas1249 4 ай бұрын
হাজৰিকা দেৱক সহস্ৰ প্ৰণাম জনালো।
@gakulsarma3743
@gakulsarma3743 2 жыл бұрын
An octogenerian now;I was crazy of his writings since my childhood.Glad to see Sri Ranju Hazarika through your interview.Till today have been trying to see his face.A superb interview of a renowned Assamese writer.Thank you.God bless Sri Ranju Hazarika with good health, peace and happiness.
@sibanathburagohain7573
@sibanathburagohain7573 2 жыл бұрын
ৰঞ্জু হাজৰিকা অমৰ্ হওক , হাজৰিকা দেৱ অসমৰ অতি মূল্যৱান সম্পদ নবীন অসমৰ্ । ধন্যবাদ
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
Hoy
@sanjudey7950
@sanjudey7950 2 жыл бұрын
মই আপোনাৰ জেচন চিৰিজ পৱন চিৰিজ নন্দন চিৰিজ লগতে আপুনি লিখা সৰহ ভাগ উপন্যাস আদি অধ্যয়নক কৰিলো ।
@mallikarabha5694
@mallikarabha5694 3 ай бұрын
Happy birthday sir
@kabitaborah9231
@kabitaborah9231 2 жыл бұрын
❤❤❤🙏
@amalsaikia6525
@amalsaikia6525 10 ай бұрын
Joy Ranju Hazarika Happy birthday your frecius book l also read your long live you 😮
@shikharajkhowa444
@shikharajkhowa444 2 жыл бұрын
Moi Ronju Hazarika r Kitap pohi khub Val pau.Mur Ma r favourite writer Ronju Hazarika aru muru.
@anitakeot3795
@anitakeot3795 2 жыл бұрын
Apunakdekhapai bahut val lagil.
@adowarah7983
@adowarah7983 2 жыл бұрын
Bohut Val laga kitap bur pohi
@ranjandasvarious....7424
@ranjandasvarious....7424 10 ай бұрын
❤❤❤
@pabitrakalita9755
@pabitrakalita9755 11 ай бұрын
আপোনাৰ উপন্যাস স্কুল ত পঢ়ি থাকোতেই বহুত পঢ়িছিলো
@himansuroy1413
@himansuroy1413 2 жыл бұрын
Sir 🙏
@mahendramohansaikia7720
@mahendramohansaikia7720 2 жыл бұрын
Asomor gourob aponak namaskar.
@carrom8649
@carrom8649 2 жыл бұрын
😍
@alifahazorika1949
@alifahazorika1949 2 жыл бұрын
Apunar kitap porhi bhal lage,Dhanaybad Janalu.
@abhijeetborah1256
@abhijeetborah1256 2 жыл бұрын
S Apunar bohut kitab murlogot atiaw sojotone rakhisu.
@dipakkumarray3864
@dipakkumarray3864 2 жыл бұрын
🙏🙏🙏🙏 Krishna Krishna
@priyamvlog1000
@priyamvlog1000 2 жыл бұрын
Mur priyo lekhok ranju hazarika deb..tew jonma dinor huvesha jonalu lgte bohu diniya ata akha puron hol tewk aji dekha pai..
@dipakkalita9647
@dipakkalita9647 Жыл бұрын
এসময়ত ৰঞ্জু হাজৰিকাৰ কিতাপ কেতিয়া প্ৰকাশ হব, বাট চাই ৰৈ আছিলোঁ। মোৰ অন্যতম প্ৰিয় উপন্যাসিক।
Мы никогда не были так напуганы!
00:15
Аришнев
Рет қаралды 6 МЛН
I CAN’T BELIEVE I LOST 😱
00:46
Topper Guild
Рет қаралды 98 МЛН
когда повзрослела // EVA mash
00:40
EVA mash
Рет қаралды 4 МЛН
U SANGBAWIHI KAN RIM
17:51
Mastea Rka Fapa
Рет қаралды 102 М.