একেৰাহে ১১ দিন কাম কৰি থকা হৈছে, পানীৰ পৰিমাণ যিমান কম হ'ব বুলি ভাবিছিলো,সিমান কম হোৱা নাই।

  Рет қаралды 52,527

Homoy

Homoy

26 күн бұрын

Пікірлер: 457
@nikhitagogoi6795
@nikhitagogoi6795 24 күн бұрын
সময় দাক কোনে কোনে ভগৱান হিচাপে গন্য কৰিব বিচাৰে লায়েক (like)কৰা❤❤❤
@okbro9311
@okbro9311 24 күн бұрын
Bikash ru Dimpu kiba ata xiki lo Homoy dar pora .....
@VictorUrang-cs8mc
@VictorUrang-cs8mc 24 күн бұрын
Sure
@ShilpaOfficial-u1x
@ShilpaOfficial-u1x 24 күн бұрын
Hsakoi
@NaamNai-wt2qs
@NaamNai-wt2qs 24 күн бұрын
Hetor okl aji ki gari lom kt jam heitu kori thakutei goise
@devikagogoi2898
@devikagogoi2898 24 күн бұрын
Right
@bhitalirajbongshi7145
@bhitalirajbongshi7145 23 күн бұрын
Right,,,,,,
@user-sm7kf1fx7f
@user-sm7kf1fx7f 24 күн бұрын
ভগৱানক আমি দেখা নেপাওঁ কিন্টু সময় গগৈ ভগৱানৰ দূত যেন অনুভৱ হৈছে
@chitrakumarhazarika6622
@chitrakumarhazarika6622 24 күн бұрын
সময় ভাইটি আৰু তেওঁৰ লগত যি সকলে বানাক্ৰান্ত লোকক সহায় কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ।
@dutta22
@dutta22 24 күн бұрын
হাৰ নামানিবা ভাই🙏❤️🥺বিপদৰ বন্ধু, গৰিবৰ বন্ধু 🎉ভগৱানে আৰু শক্তি দিয়ক তোমাক ভাই ❤
@apurbastatus6877
@apurbastatus6877 24 күн бұрын
সময় দা আপোনালৈ মোৰ এটা অনুৰোধ আপুনি সাতুৰিব নাজানে বুলি শুনিছোঁ। তাৰ কাৰণে আপুনি যেতিয়া নাওঁত যাত্ৰা কৰে আপুনি plz life jeket এটা লগাই যাব plz 🙏 উপদেশ দিয়া নাই সৰু ভাইটি বুলি অনুৰোধ হে কৰিছোঁ আপুনি সদায় ভালে থকাটো আমি বিচাৰোঁ ❤ আৰু কাম কৰী যোৱা আমি সদায় আপোনাৰ লগত আছোঁ❤ Love you dada 💜
@usharanirabha8158
@usharanirabha8158 24 күн бұрын
হে ভগৱান ওচৰত প্ৰাৰ্থনা জনাওঁ যে সোন কালে পানী শুকাই যায় যে ন 🙏
@bijayaburagohain8108
@bijayaburagohain8108 24 күн бұрын
তোমাক ভগৱানে আৰু শক্তি দিয়ক ৷নিঃসহায় লোকসকলক সহায় কৰিবলৈ 🙏
@dulumonidutta-ls6ym
@dulumonidutta-ls6ym 23 күн бұрын
Tumak aru tumar bondhu keijonok jen bhogoban e xokolu bipodor pora nirapode rakhe aru nu ki kom mukhor vakha nai aru tumak eku kobole 🙏🙏🙏
@tulumonigogoi4369
@tulumonigogoi4369 24 күн бұрын
সময় দাৰ ভিডিঅ'চালে ভগৱানক দেখাৰ দৰে লাগে । ভালে থাকক সদায়❤। মানুহবোৰক দেখিলে বেয়াই লাগে অ । কিমান যে অনিষ্ট হৈছে
@kukilborah7697
@kukilborah7697 24 күн бұрын
সময় তুমি আৰু তূমাৰ দলটোৱে বানাক্ৰান্ত সকলৰ বাবে যি কৰিচা তাৰ বাবে তোমালোকলৈ আন্তৰিক অভিনন্দন যাচিলো |তুমি আগুৱাই যোৱা |
@user-so7te3vu3w
@user-so7te3vu3w 24 күн бұрын
আপোনাৰ সহায়বোৰ দেখি সছাই ভাল লাগে সময় দা....
@ranjanborah6021
@ranjanborah6021 23 күн бұрын
সময় দাৰ লগতে টিমৰ সকলোলৈ অশেষ ধন্যবাদ 🙏🙏
@Assamesecelebritiesfan
@Assamesecelebritiesfan 23 күн бұрын
ভগৱানে তোমাক কুশলে ৰাখক লগতে তোমাৰ লগৰ আটাইকে।❤❤❤❤❤❤
@user-jz3pi9hc1u
@user-jz3pi9hc1u 24 күн бұрын
সচাঁই তোমাক ধন্যবাদ দিবলৈ ভাষা নাই। ভগৱানে তোমাক সদায় কুশলে ৰাখক তুমি আৰু বহুত দূৰ আগবাঢ়ি যোৱা ❤❤।শিৱসাগৰ পৰা চাই আছো
@bishalsarma5306
@bishalsarma5306 24 күн бұрын
ডাঙৰ ডাঙৰ bulding বনোৱা গাৰী কিনা KZfaq ৰ বিলাক কত 😂😂 সহায় ৰ নামত হইটো 1 দিন 1000 মান দিব,, কিন্তু যদি মনৰ পৰা সহায় কৰিছে অসমত সেয়া কেৱল সময় গৈগৈ ,,, dimpu হতক কিমান ডাঙৰ ডাঙৰ সন্মান,, muta hoga ভিডিও দি অসমৰ ডাঙৰ KZfaq ৰ হল 😂 কিন্তু আজিলৈকে এনেকৈ সহায় কৰা vidio দেখা নাপালোঁ,, 😂😂 এয়াই হল আমাৰ অসমৰ মানুহৰ চিন্তা ধাৰা Homoi goigoi ভগবান হয়❤
@pritiborang1928
@pritiborang1928 24 күн бұрын
Kiyo aneka koisa bohut hohai korise aru akou koribo
@susankarborah6309
@susankarborah6309 24 күн бұрын
চৰকাৰে কৰিব লগা কাম বোৰ দাদাই কৰি আছে..বহুত ধন্যবাদ
@chimolmurha
@chimolmurha 19 күн бұрын
মন চুই যোৱা কাম কৰি গৈছে। ভগবান সদাই সুস্থ আৰু সবল কৰি ৰাখিবলৈ পৰ্থনা জনাইছোঁ
@nipuvlogs8285
@nipuvlogs8285 24 күн бұрын
Somoy da live jeket ata pindhi lobo.... Be carefull ❤❤
@jugaldas4421
@jugaldas4421 24 күн бұрын
আপোনাক ভগৱানে সদায় ভালে ৰাখক তাৰে কামনা কৰিছোঁ।। এনেকুৱা পৰিষ্টি দেখিলে সঁচাকৈ বহুত বেছি দুখ লাগে।। যি কি নহওঁক আপোন ঘৰৰ এখন এনেকৈ যে ভাঙি যায় সঁচাকৈ বহুত দুখ লাগে😰🥹।
@bhaskarboruah
@bhaskarboruah 24 күн бұрын
বহুত দুখ লাগিলে 😭
@bhanudutta2490
@bhanudutta2490 24 күн бұрын
Very good job 👍 God blesses you
@bijitbharali9039
@bijitbharali9039 24 күн бұрын
জন সাধাৰনৰ বাবে সময় দাদাই যিখিনি কাম কৰী আছে বহুত ভাল লাগিছে অসম চৰকাৰৰ দ্বাৰা কিন্তু একো দেখা নাই ❤❤❤
@nilimakalita7018
@nilimakalita7018 24 күн бұрын
God bless all of you ❤️ please take necessary protection yourself 🙏
@An_Android_editor
@An_Android_editor 24 күн бұрын
হে ভগৱান, সকলোকে সহায় কৰা আৰু মঙ্গল কৰা ।
@nurmdvlogs6624
@nurmdvlogs6624 24 күн бұрын
সঁচাকৈ আপোনাক কি বুলি ধন্যবাদ দিম ভাষা নাই ভগৱানে আপোনাক ভালে ৰাখক অনাগত দিনত যাতে এনেকৈ সহায় কৰি থাকা 🙏🙏🙏🙏🙏
@Bishnuxyz9
@Bishnuxyz9 24 күн бұрын
আৰু কৰি যাবলৈ ভগৱানে আপোনাক দীৰ্ঘজীবি কৰক ❤️
@psblogs3281
@psblogs3281 24 күн бұрын
Bohut val kam korise ❤❤❤
@sanjayrabha9314
@sanjayrabha9314 24 күн бұрын
Bohut Val Kam Kori Asa brother ❤
@sabitagogoi99
@sabitagogoi99 24 күн бұрын
সচাকৈ নিজ চকুৰে নেদেখিলে অনুভৱ কৰিবলৈ কঠিন ।
@user-pw8xp7yw4t
@user-pw8xp7yw4t 24 күн бұрын
Homoy da karone ata like kora 👍👍👍jaty jibont aru agbahi jay👍👍👍
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc 23 күн бұрын
সঁচাকৈ তোমাৰ ভিডিঅ'ৰ জৰিয়তে তেখেত সকলৰ পৰিস্থিতি ভালদৰে অনুভৱ কৰিব পাৰিছো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়ছো সোনকালে যেন সকলো থিক হয়। লগতে তোমাৰ লগতে তোমাৰ টিমৰ যেন সকলোকে ভালে ৰাখে এয়ে প্ৰাৰ্থনা 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@allaround3911
@allaround3911 24 күн бұрын
God bless you 🙏
@kjeng9809
@kjeng9809 24 күн бұрын
ভগৱানে তোমাৰ মংগল কৰক
@purabideka5062
@purabideka5062 24 күн бұрын
Bohut val kam krise aru aguwai juwa 🙏❤️
@akashdoley764
@akashdoley764 24 күн бұрын
Homoy daa pani huwa2 amar faleu hysee kin2 ehtr nisina huwa nai kintu bhut beya lagil manuh burk dekhi😢😢😢
@mercynarzari8044
@mercynarzari8044 21 күн бұрын
Dimpu nijor tu sai, aibur nasai, thank you @Homoy ❤❤❤
@nipengogoi7566
@nipengogoi7566 24 күн бұрын
Apunar hokolu bur video sau apuni g khini raijor karone korise apunak a big salute Khowang Halodhibari Moina Gaon apak jabosun Mur budhere hei hokolu raije jiman pabo lagesil nai pua karon Dihing or kakoriya aru bohut vitoruya thai
@HappyFireDragon-pc1hk
@HappyFireDragon-pc1hk 23 күн бұрын
চৰকাৰ অৰ পথ এটা পালে আৰু শাসক পাব কিছুমান কাম কৰিবা দাদা এ জলদি কিবা এটা হোৱা কামনা কৰিলো আপোনাক 🫂🙏❤️‍🩹
@JitenNarah-rb3mn
@JitenNarah-rb3mn 24 күн бұрын
Baiti tumak selut korisu❤❤❤
@Rakesh6199
@Rakesh6199 24 күн бұрын
🙏🙏🙏🙏🙏🙏
@majulianamika3530
@majulianamika3530 24 күн бұрын
Apunak vogbane mongol krok hodai jate anekwa অসহায় manuh burak hohai kri jabole👍💘
@apurbadasdas9539
@apurbadasdas9539 23 күн бұрын
Very good discussion Homoy Dada aapunak Thanks 🙏🏻🙏🏻🙏🏻🙏🏻
@chayanikadhunu9522
@chayanikadhunu9522 23 күн бұрын
ভগৱানে তোমাক আশীৰ্বাদ কৰক সময় দা।🙏🙏❤️❤️.......তোমাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।❤️❤️
@ankurchamuachannel5191
@ankurchamuachannel5191 23 күн бұрын
Love from dibrugarh khowang ❤❤
@prabhatteron5807
@prabhatteron5807 24 күн бұрын
Where is Assam Government? Shame!
@antarafoodlover77
@antarafoodlover77 19 күн бұрын
সুন্দৰ পদক্ষেপ🙏 আগবাঢ়ি জোৱা
@bhanibalasaikia5176
@bhanibalasaikia5176 23 күн бұрын
হে ঈশ্বৰ পিতা বান নিপীড়িত জনতাক উদ্ধাৰ কৰা, বহুত দুখ লাগিছে অ ।
@anjanahazarika2740
@anjanahazarika2740 23 күн бұрын
বহু ত বহুত ভাল ভাল কাম কৰি আছা তোমাৰ লগতে তোমাৰ টিমটুয়ে সকলোকে ভগৱানে ভালে ৰাখকক
@madhabidevi9585
@madhabidevi9585 23 күн бұрын
তোমালোকক কেনেকৈ ধন্যবাদ দিম , তোমালোকৰ কামৰ তুলনাত ধন্যবাদ বহুত সৰু শব্দ।
@dipakkalita2651
@dipakkalita2651 23 күн бұрын
Homoi দা দুখীয়াৰ ভগৱান ❤
@jyotidas2063
@jyotidas2063 24 күн бұрын
dukhiyar vogoban aru aguai jua 🙏🙏🙏
@gsmjaan1155
@gsmjaan1155 24 күн бұрын
কি কম সময় । বহোত ভাল কাম কৰিছা । তোমাৰ নিচিনা কৈ আমাৰ যুবক সকল ওলাই আহক ।
@silpikalita
@silpikalita 21 күн бұрын
আপোন গাঁও খনলৈ অহাত বাবে বহুত বহুত ধন্যবাদ সময় দাদা
@akulroy8908
@akulroy8908 23 күн бұрын
বহুত ভাল কাম কৰি আছে আপুনি ,,,Salute জনাইছোঁ আপোনাক🙏🙏🙏
@diamondgamer3151
@diamondgamer3151 22 күн бұрын
Salute to Both Doctors And Homoy daa
@mridupabanchoudhury3163
@mridupabanchoudhury3163 23 күн бұрын
Tumi bor vaal lora dei vaity... Moi ajiloi assam r kunu youtube r fan nohoi karon besivaagor content bur mur bor fokotiya lage.. U are a true gems of assam❤❤❤.. Now I am a big fan of u brother ❤❤
@karangogoi8599
@karangogoi8599 22 күн бұрын
Dimpu ru Bikash nejor ghoro gari hai bur loi thake amar homoy da dar dore aru Manu thakibo lage ❤
@GSaikia75
@GSaikia75 24 күн бұрын
Apunaloi Bohit bohut dhonyobad, Manuh khini dekhi beyai lagise, hunkale jate agor poristhiti loi ghuri aahe take bhogobanor agor parthona korisu....
@BidyutDeka-wl4df
@BidyutDeka-wl4df 23 күн бұрын
আপুনি বহুত সহায় কৰিছে দেই সময় দা 👍👏👏👏
@JintiKalita-ed9yt
@JintiKalita-ed9yt 21 күн бұрын
অতি সুন্দৰ এনেকৈ আগুৱাই যাওক দাদা তাৰে কামনাৰে ❤
@pinku5607
@pinku5607 24 күн бұрын
সময় দা কাৰণে লাইক এটা কৰি জাবা ❤
@pahilawahlong4683
@pahilawahlong4683 24 күн бұрын
Eman val kam koisa
@SonjibGogoi36
@SonjibGogoi36 23 күн бұрын
Bohut val kam krisa dei.❤
@kkllkkll6296
@kkllkkll6296 23 күн бұрын
Bohut val kam korisa...
@MousumiBarman-wp3rn
@MousumiBarman-wp3rn 21 күн бұрын
Ai video bur xokolue share kori diya jate homoy dadar channel tu bohu dur agbahi jay 🥺 dhoinyabad dada...🙏
@KabyasreeSaikia-e7p
@KabyasreeSaikia-e7p 23 күн бұрын
Aru aguwai juwa tumi bhut bhut dhanyabad
@MiNo-jp6qp
@MiNo-jp6qp 24 күн бұрын
Bohut val kam korise. 🇮🇳
@ranjitadeori6018
@ranjitadeori6018 24 күн бұрын
সময় তুমি বানবিধষতৰো বন্ধু হৈ পৰিছা তোমালৈ বহুত বহুত ধন্যবাদ থাকিল ❤❤❤❤🎉🎉🎉🎉🎉🎉
@jonjyotideka5370
@jonjyotideka5370 24 күн бұрын
Tomi real Hero 🙏👏❤️🥰😊
@ajoythakuria710
@ajoythakuria710 21 күн бұрын
আপোনাৰ কাম দেখি ভাল লাগিল from Nalbari
@sunmonikonwar3888
@sunmonikonwar3888 24 күн бұрын
Bohut hundar emn j homoi uliyai artojonok usit homoyot hohai koribo parisa God bless you😊
@abhijeetgogoi1704
@abhijeetgogoi1704 24 күн бұрын
bohut besi val lagil video sai,
@krishnamoni3653
@krishnamoni3653 24 күн бұрын
দাদা আপোনাক ধন্যবাদ দিলো ❣️💐🌍
@dibyajyotibora1540
@dibyajyotibora1540 23 күн бұрын
Love from morigaon dada.... Bhut val lage 2mr video bur
@user-pe8dj4zb2e
@user-pe8dj4zb2e 23 күн бұрын
ভগৱানে তোমাক কুশলে ৰাখক ।
@total_shorts__091
@total_shorts__091 24 күн бұрын
সময় দাক ভগৱানে মানৱৰুপত মানুহক সহায় কৰিবলৈ পৃথিৱীলৈ পঠাইছে🙏🙏
@parthagohai
@parthagohai 22 күн бұрын
bohut vl Kam krise dada apuni baki youtube r koi bohut bihekh❤
@purabideka5062
@purabideka5062 24 күн бұрын
Apunak log pabo mon ase bohut adin holeu log puwa hoi bohut val lagil hoi
@binubori
@binubori 23 күн бұрын
বহুত ভাল লাগিল তোমাৰ ভিডিঅ' চাই ❤❤👍
@SMITASAIKIA-ey9tq
@SMITASAIKIA-ey9tq 22 күн бұрын
Bohut val kma korise
@Ankur66984
@Ankur66984 24 күн бұрын
মহান কৰ্ম কৰি আছে আপুনি, আগুৱাই যাওঁক
@niruborah9424
@niruborah9424 24 күн бұрын
Ash iwad thakil . bohut kashta korisa.god bless you.
@PallaviDas-c1s
@PallaviDas-c1s 23 күн бұрын
Good bless you homoi. Bhut vl km Krisa
@PujaBoro-ig5xw
@PujaBoro-ig5xw 24 күн бұрын
Well done 👏
@prafullagohain7574
@prafullagohain7574 22 күн бұрын
সময় তোমাক ভগৱানে ভালেই ৰাখক ❤❤
@ShilpaOfficial-u1x
@ShilpaOfficial-u1x 24 күн бұрын
Bhaka nai aguwai juwa homoy da❤❤❤
@abhijeetdeka2328
@abhijeetdeka2328 23 күн бұрын
Vogobane apunak valdre rakhok..❤❤
@sanjoysaikia3538
@sanjoysaikia3538 23 күн бұрын
Priyo manuhjon homoy da ❤
@palashbora5038
@palashbora5038 24 күн бұрын
Very good job bro God bless you 👏👏👏
@AbhijitKonwar69
@AbhijitKonwar69 24 күн бұрын
Love from Sivasagar
@dinondyavlog
@dinondyavlog 19 күн бұрын
Bohut val kaam ❤❤❤
@user-js4qc9ep9c
@user-js4qc9ep9c 24 күн бұрын
Homoy da ❤❤❤
@madhuriproduction3540
@madhuriproduction3540 24 күн бұрын
❤❤❤❤🙏🙏🙏🙏Aguai jua bro. Tumi manuh nhoi mur babe vgban hoi. Valei thakiba hdai tumi valei thakilehe anok hohai krib pariba
@jintuvlog3346
@jintuvlog3346 24 күн бұрын
God job bro gd bless you..❤
@user-tj5fi3yb9r
@user-tj5fi3yb9r 24 күн бұрын
God is good deha
@Ritikabaruah7582
@Ritikabaruah7582 24 күн бұрын
Congratulations 🎉200 k🙏 aru aguai jua tare kamona korisu..
@Bikashdutta699
@Bikashdutta699 24 күн бұрын
Great work bro
@mixpolakh4385
@mixpolakh4385 24 күн бұрын
আগুৱাই গৈ থাকা ভগৱানে তুমাক আৰু সহায় কৰে কৃষ্ণ 🙏🙏🙏🙏
@SabitaRay-tx6bk
@SabitaRay-tx6bk 23 күн бұрын
সচাকৈ আপোনাক কি বুলি ধন্যবাদ জনাম ৷মানুহ জনৰ কথা দুখ লগা
Little girl's dream of a giant teddy bear is about to come true #shorts
00:32
Gym belt !! 😂😂  @kauermotta
00:10
Tibo InShape
Рет қаралды 18 МЛН
Mom's Unique Approach to Teaching Kids Hygiene #shorts
00:16
Fabiosa Stories
Рет қаралды 37 МЛН
Ready na Sila Pumunta ng Pinas! // Mga Dala ng Asawa ko Galing PInas
14:45
Sad story of a single Son@TIZITTIPUGROUP
16:53
TIZIT TIPU GROUP°
Рет қаралды 3,3 М.
WELCOME HOME, BABY! BONGGA ANG ENTRANCE! ANG DAMING NAGPUNTA
16:01
Milaine’s Vlogs
Рет қаралды 87 М.