No video

কংগ্রেছৰ এই উৎসাহক তীব্র কটাক্ষ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা সাংসদ পবিত্র মাৰ্ঘেৰিটাৰ

  Рет қаралды 2,608

Pratidin Time

Pratidin Time

Күн бұрын

শেহতীয়া লোকসভা আৰু ৭ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ পাছত অধিক উৎসাহী হৈ পৰিছে কংগ্রেছী শিবিৰ। কিন্তু কংগ্রেছৰ এই উৎসাহক তীব্র কটাক্ষ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা সাংসদ পবিত্র মাৰ্ঘেৰিটাৰ। কংগ্রেছে ভাল দিন বুলি ক’বলৈ আৰম্ভ কৰাৰ সময়তে পবিত্র মাৰ্ঘেৰিটাৰ কংগ্রেছক উদ্দেশ্যি মন্তব্য- এনে ভাল দিন সদায়েই থাকক কংগ্রেছৰ।
#pratidintime #congress #pabitramargherita #bjp

Пікірлер: 18
@dipakgogoi5084
@dipakgogoi5084 Ай бұрын
সুবিধাবাদী মাৰ্ঘেৰিটাৰ দৰে অহংকাৰী নেতাই বাবেই বিজেপি তললৈ যাব।
@user-dl8yq7ze9i
@user-dl8yq7ze9i Ай бұрын
এনেকৈ তৈলমৰ্দন কৰিয়ে সাংসদ হৈছে I তেল নমৰাহয় জানু Election খেলি জিকিব পাৰিলে হয় ?
@NabadeepGogoi-mn2ys
@NabadeepGogoi-mn2ys Ай бұрын
আপুনি জ্বলিছে কিয়, হিমন্ত ভৰি মালিচ কৰিয়েই সাংসদ হোৱা নাই জানো? নিৰ্বাচন খেলি সংসদত চিট লওক, কংগ্রেচৰ বিষয়ে বক্তৃতা দিব নালাগে, অসমৰ সমস্যা বিষয়ে মাত মাতক, অলপ অসমৰ উন্নতি চিন্তা কৰক, ফাল্টু বিষয়ক লৈ বক্তব্য দি নাথাকিব? ইনেও হিমন্ত পাৰ্টী সমৰ্থকতকৈ প্ৰকৃত বিজেপি কৰি থকা নেতা অসমত অভাৱ নাই 🙏🙏🙏
@jugaldeka6518
@jugaldeka6518 Ай бұрын
অসমৰ এক মাত্ৰ শ্বাথপৰ মানুহ।
@hiraksarania6143
@hiraksarania6143 Ай бұрын
Vondo neta besi din ni tohotr 26 dangor ne 24 dangor.
@traveller1234
@traveller1234 Ай бұрын
Apunak tu ki Kom panchayat nirbason kheli nupuwa manuhtuk.
@debajanibaruah3105
@debajanibaruah3105 Ай бұрын
তুমি যিমান অহংকাৰ কৰিলে গৌৰৱ আমাৰ গৌৰৱ ।কংগ্ৰেছৰ ভাল দিন পৰিচেই বিজেপিৰ পাখী কাটিলে ।তিনি ডাঙৰ নে এঘাৰ ডাঙৰ নৰেদ্ৰ আৰু হিমন্তক সুধিলেই গম পাবা ।নহলে নীতিশ নাইডূৱে কব ।
@kidscookingassam3887
@kidscookingassam3887 Ай бұрын
প্ৰতিদ্বন্দ্বীৰ উৎসাহ যদি মিছা,তেন্তে বেজেপিৰ ইমান প্ৰতিক্ৰিয়া কিয়, শংকা কিয়,ইমান জাতিদ্ৰহি দল এটাৰ 22 বছৰীয়া কেদাৰ জনক মুখ্যমন্ত্ৰীৰ দায়িত্ব কিয়
@intajurrahman2681
@intajurrahman2681 Ай бұрын
যদি অংকটো এনেকৈ কৰিব দিয়ে,1kg সোণৰ দাম 1crore 3kg ৰ দাম কিমান? ৰূপৰ দাম যদি 1kg ৰ 1লাখ হয়,11kg ৰ দাম কিমান ?
@m.g.4289
@m.g.4289 Ай бұрын
জলন হৈছে নেকি ?? হবই খোদ মুদিয়েই জলন হৈছে!! 😂😂😂
@Aditygogoi123
@Aditygogoi123 Ай бұрын
মূখ্যমন্ত্ৰীৰ কথা শুনিব পাৰিলেও তোমাৰ কথা একদমেই শুনিব নোৱাৰো ,, বুজি পাইছা,,,মুখখন দেখিলেই খঙ উঠে।
@salimathar2200
@salimathar2200 Ай бұрын
11 palau tmy roghumola bupai
@DinaDas-ez6tj
@DinaDas-ez6tj Ай бұрын
Ftuwa pabitta firi ofar monti kam nai
@AnamikaBorah-sk8sm
@AnamikaBorah-sk8sm Ай бұрын
Hobo baba, dekha jabo
@abhinandansaikia4780
@abhinandansaikia4780 Ай бұрын
মাৰ্ঘেৰিটা নেতা😂😂😂😂😂😂😂😂😂 গৌৰৱ গগৈক সমকক্ষ হবলৈ বহু দূৰ।
@manishankardas4118
@manishankardas4118 Ай бұрын
Without election win bahut kotha koy
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 37 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 47 МЛН
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 3,6 МЛН
Unbelievable journey of USTM - বলক আমি USTM যাম
20:56
How I Did The SELF BENDING Spoon 😱🥄 #shorts
00:19
Wian
Рет қаралды 37 МЛН