No video

কংগ্ৰেছ মুৰ্খৰ চহৰত বাস কৰি আছে,কংগ্ৰেছ অহংকাৰী দলঃঅখিল গগৈ

  Рет қаралды 8,172

NE TALKS

NE TALKS

Күн бұрын

কংগ্ৰেছ মুৰ্খৰ চহৰত বাস কৰি আছে।৩টা সমষ্টিত জয়ী হৈ অহংকাৰী হৈ পৰিছে কংগ্ৰেছ।কংগ্ৰেছৰ অহংকাৰ কৰিবলৈ হোৱা নাই, আত্মসমালোচনা কৰক। কংগ্ৰেছে অকলেই উপ নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত লোৱাক লৈ গৰজি উঠিল বিধায়ক অখিল গগৈ

Пікірлер: 49
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
অখিলৰ কথাত মই এক মত।হয়তো ভূপেন বৰাই ন বিজেপিৰ দৰে দল শেষ কৰিহে এৰিব!
@user-gd8fm3fk1i
@user-gd8fm3fk1i Ай бұрын
কংগ্ৰেছ বাকী দলৰবোৰৰ লগত সহযোগ কৰক
@pintubhuyan-rg3do
@pintubhuyan-rg3do Ай бұрын
ভূপেন বৰা ৰ ৰাজনীতি। নমস্কাৰ ❤
@bimalgogoi6026
@bimalgogoi6026 Ай бұрын
প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত আচলতে গৌৰৱ গগৈ হে অধিষ্ঠিত হ'ব লাগিছিল, গৌৰৱ গগৈহে ,উক্ত পদটিৰ বাবে উপযুক্ত ব্যক্তি । তেওঁ হোৱা হ'লে এনে পৰিস্থিতি নহয়। অদূৰদশি মানুহৰ অদুৰদশি চিন্তা ।
@asomiyalorakabyanil7069
@asomiyalorakabyanil7069 Ай бұрын
এই ভূপেন বৰা বোলা জনে দলটো শেষ কৰিব । ভূপেন বৰাক চাই কোনোৱে ভোট দিয়া নাছিল । আৰু দল নহয় পাৰ্থী চাইহে ভোট দিচিল ।
@bhupenbaruah1733
@bhupenbaruah1733 Ай бұрын
কংগ্রেসে উপনিৰবাচন অকলে যদিহে খেলে তোতিয়াহলে, নিজৰ কবৰ নিজে খনদা হব!
@aakashgogoi3870
@aakashgogoi3870 Ай бұрын
ভূপেন বৰাক লাট মাৰি চকীৰ পৰা নমাই দিব লাগে।ভূপেন বৰা হিমন্তৰ মানুহ
@anandodas3220
@anandodas3220 Ай бұрын
ভূপেন বৰা বি জে পিৰ দালাল নেকি কাৰণ এনে সিদ্ধান্ত ঘৰ বিভীষণ হিচাপে হে লোৱা যেন লাগিছে
@LakrishnaChetia
@LakrishnaChetia Ай бұрын
Gogoi dangoria apunar bohut baki aser hanto houk lahe ke kbhg onokoribo
@samselhoque8457
@samselhoque8457 Ай бұрын
একেলগে মিলি কাম কৰক please!
@mofijali4108
@mofijali4108 Ай бұрын
কংগেছে অকলে খেলি জিকা নাই সত্য কথা
@bhubanhazarika9758
@bhubanhazarika9758 Ай бұрын
Reconciliation needed at appropriate level.
@user-vw9gs1yk3e
@user-vw9gs1yk3e Ай бұрын
ভূপেন বৰাৰ কথাত ৰাইজে ভোট নিদিয়ে,
@RofiqulIslam-jx4hb
@RofiqulIslam-jx4hb Ай бұрын
একলগে মিলি কাম করক ভাল হব
@fazlulhaque6052
@fazlulhaque6052 Ай бұрын
Bhupen Borar ahangkar barhil ,Akhil Gogoi rajnaitik bhabe hudha then bora
@debajitkumarsarma2825
@debajitkumarsarma2825 Ай бұрын
AKHIL GOGOI JINDABAD.Congress never win without the help of other political parties.
@dilip7551
@dilip7551 Ай бұрын
এইটো এটা সঁচাকৈয়ে কংগ্ৰেছৰ ভুল সিদ্ধান্ত।
@rubitamuli3279
@rubitamuli3279 Ай бұрын
ভূপেন বৰাৰ কথাত ৰাইজে ভোট নিদিয়ে
@dipagogoi9673
@dipagogoi9673 Ай бұрын
সঁচা কথা কৈছে
@user-vz9xw4kq2z
@user-vz9xw4kq2z Ай бұрын
Right
@zakirbarbhuiyabahadurpur1939
@zakirbarbhuiyabahadurpur1939 Ай бұрын
Hosa kotha koise okil gogoi
@user-uz2td8wm6y
@user-uz2td8wm6y Ай бұрын
মূৰ্খৰ চহৰত নহয় হেৰৌ, মূৰ্খৰ স্বৰ্গত।
@user-kd1ft7vi8f
@user-kd1ft7vi8f Ай бұрын
Akhil dai thik katha koise
@SambudharPanging-hq6is
@SambudharPanging-hq6is Ай бұрын
Akhil nohorehu congres 2026 sarkar hobo.
@dipuldas3249
@dipuldas3249 Ай бұрын
Atiya Gaurav Gogai k president r dayitya dibo Lage.Ji tini jon mp jikise nijar capacity t r balat jikise.Bhupen Borah r kano activity nai
@AbulkalamAzad-mg9ej
@AbulkalamAzad-mg9ej Ай бұрын
Milapiritit. BujabujitParehidibo lagibo
@JaanmoniBoruah
@JaanmoniBoruah Ай бұрын
Hoi bhupen Bora dangoriyai vul korise
@user-kd4pv9nf8s
@user-kd4pv9nf8s Ай бұрын
অখিল গগৈৰ কথা শুনি ভাল নেলাগে
@Bidyutgogoivloge
@Bidyutgogoivloge Ай бұрын
Bhupen Bora mukholoi sai kuneu vote nidie
@sornalipegu960
@sornalipegu960 Ай бұрын
Bupen bora political manu nohoy.
@jyotiprovachangmai6385
@jyotiprovachangmai6385 Ай бұрын
Bhupengonack
@balinbora7788
@balinbora7788 Ай бұрын
Bhupen boraor bjpir logot kotha botora hoi gol nisoi.
@kishoridas6447
@kishoridas6447 Ай бұрын
Congress এ বাকী দলবোৰৰ লগত সহযোগ কৰক।
@gobinbhuyan2158
@gobinbhuyan2158 Ай бұрын
Right 👍▶️👍.. bhupen borah ki baki ase alliance kiya arise
@samiranthakuria36
@samiranthakuria36 Ай бұрын
Bupena sadai bhul Kari ahisa
@minakumarigogoi-ev9wc
@minakumarigogoi-ev9wc Ай бұрын
Actually Jitendra Sing Hemper for Assam Congress1111111111¹
@ChatroGogoi
@ChatroGogoi Ай бұрын
ভূল সিধান্ত
@charitradowarahcharitradow106
@charitradowarahcharitradow106 Ай бұрын
Bhupen Borah BJPLogot. melamesa koresa ni mana logot amar sinta hoi so be care
@user-kd1ft7vi8f
@user-kd1ft7vi8f Ай бұрын
Bhupen borai nabhaba nisinta koi disison lole bipadat pariba
@charitradowarahcharitradow106
@charitradowarahcharitradow106 Ай бұрын
Bhupen Borah Joyhoonahok saw baru
@LabanyaRabha-dr6to
@LabanyaRabha-dr6to Ай бұрын
Ea bhul hidstato
@daa4448
@daa4448 Ай бұрын
Bhupen borah ahonkari
@DhonborMedhi
@DhonborMedhi Ай бұрын
😂😂😂
@hayetaliahmed4649
@hayetaliahmed4649 Ай бұрын
Eta jikibo mathon
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
অখিল গগৈ আপুনি ইলেকচন খেলিবলৈ ভয় কৰা মানুহ। আপুনি এম ল এ হল জেলৰ পৰা। আপুনি তো ইলেকচন খলি বিধায়ক হোৱা নাই। ৰাইজ নোহোৱা ৰাইজৰ দল নাম লৈ কেৱল চিয়ৰ বাখৰ কৰি বিজেপিক হৰুৱাটোৱেই আপোনাৰ কাম নকি? আপোনাক ৰাইজে ভাল দৰে চিনি পাইছে। আপোনাৰ ওজন কিমান। এই ওজন লৈয়ে আপুনি বিজেপিক হৰুৱাবলৈ ওলাইছে। ৰাইজ বিজেপিৰ লগত আছে আৰু থাকিব।যোৱা ইলেকচনেই প্রমাণ।
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 45 МЛН
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 13 МЛН
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 94 МЛН
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 5 МЛН
In full: Israel vows to “exact heavy price” for rocket attacks
11:41
Matching Picture Challenge with Alfredo Larin's family! 👍
00:37
BigSchool
Рет қаралды 45 МЛН