No video

কলিয়া দা-বৰ্তমান সময়ৰ ভাওনা জগতৰ শ্ৰেষ্ঠ খলনায়ক | চিনাকী ২৭ | Kolia Da | Kolia Hoyo Doityo | Sinaki

  Рет қаралды 28,463

PMB Mix

PMB Mix

Күн бұрын

কলিয়া দা-বৰ্তমান সময়ৰ ভাওনা জগতৰ শ্ৰেষ্ঠ খলনায়ক | চিনাকী ২৭ | Kolia Da | Kolia Hoyo Doityo | Sinaki
#vauna #koliada #sinaki #bhauna

Пікірлер: 144
@shashankagoswami3966
@shashankagoswami3966 2 ай бұрын
হয়দৈত্যৰ অভিনয়ত কলীয়া দা অদ্বিতীয়।। বহুতে কৰিছে কিন্তু কলীয়া দাৰ অভিনয়ে হৃদয় চুই যায় ।। অসমৰ শ্ৰেষ্ঠ খলনায়ক 💪
@pranabjyotiofficial659
@pranabjyotiofficial659 Ай бұрын
নিৰহংকাৰী মনৰ মানুহ❤। চহা শিল্পী। হয়দৈত্যৰ চৰিত্ৰটিক এক বলিষ্ঠ উপস্থাপন দি ৰাইজক বিলাই দিয়াত কৃপনালি নকৰা মানুহ। মাটিৰ মানুহ। সোনকালেই আৰোগ্য হৈ ৰাইজৰ মাজলৈ আহক।- প্ৰণৱজ্যোতি।
@bhubankhanikor4763
@bhubankhanikor4763 Ай бұрын
Koliya dak dekhi Bohut val lagil ❤❤vogowane teuk vale rakhok🙏🙏🙏,logote Hunuwali axom R j ku lage,bat sai asu,,,,,,,❤
@subashkhatowal5351
@subashkhatowal5351 Ай бұрын
Koliya dak bohut din bisari asilu,,,,apunaluke kotha rakhile babe bohut bohut dhonyobad,,,
@joonnath1722
@joonnath1722 2 ай бұрын
অসমৰ এজন অন্যত্বম শ্ৰেষ্ঠ ভাওঁনাজগতৰ শিল্পী কলিয়ালৈ বহুত বহুত মৰম আৰু শুভকামনা যাঁচিছো। ঈশ্বৰে তেওঁক এনেদৰে ৰাইজৰ শিল্পী হিচাপে সদায় কুশলে ৰাখক। 🙏🙏🙏
@pradyutsharmapradyut5535
@pradyutsharmapradyut5535 2 ай бұрын
সচাকৈয়ে কলীয়া দাৰ অভিনয় অতুলনীয় |প্ৰিয় অভিনেতা |❤️❤️❤️❤️🙏🙏
@svcgauravduarah9549
@svcgauravduarah9549 2 ай бұрын
ভাওনা জগতৰ লগতে সকলোৰে গৌৰৱ। সদায় ভালে থাকক। সহজ সৰল মনটো সুন্দৰকৈ পৰিস্ফুত হৈ উঠিল
@rajatgogoi1241
@rajatgogoi1241 26 күн бұрын
কলিয়া দাৰ আপোনা উজ্জল ভবিষ্যত কামনা কৰিছো ।
@gautamdutta340
@gautamdutta340 2 ай бұрын
কলীয়া দাৰ কথা খিনিত যুক্তি আছে 👍
@palashbhuyan1503
@palashbhuyan1503 2 ай бұрын
ভাওনা জগতৰ দুৰ্দান্ত অভিনেতা জয় তু ভাওনা সংস্কৃতি 🙏🏻❤️
@DipakGogoi-uz2ir
@DipakGogoi-uz2ir 2 ай бұрын
সুন্দৰ সাক্ষাৎকাৰ।ভাল লাগিল। তেওঁৰ সু স্বাস্হ্য কামনা কৰিলোঁ।
@prahladbordoloi5110
@prahladbordoloi5110 2 ай бұрын
ভাওঁনা তথা অভিনয় জগতৰ অন্য এক পৰিচিত নাম কলিয়া দা। হয়দৈত্য.. সমবৰ৷সুৰ বুলি কলে চিধাই অভিনয় জগতৰ খলনায়ক আপোনাৰ কথাই মনলৈ আহে।ভগৱানে সুস্থ কৰি ৰাখক আপোনাৰ লগতে ঘৰৰ সকলোকে। অভিনয় জগতখনত আৰু আগবাঢ়ি যাওক শুভেচ্ছা থাকিল ।আজি এই সাক্ষাৎ কাৰতো পাই সচাই বহুত ভাল লাগিলে ।🙏🙏
@RajibBora-sd7yl
@RajibBora-sd7yl Ай бұрын
Koliya da ❤ 🔥 next video ranga dak lage 🎉🎉
@Jangpuwali
@Jangpuwali 2 ай бұрын
বহুত ভাল লাগিলে কলিয়া দাৰ চিনাকীপৰ্বটি ❤ গায়ন মনাই দা আৰু ৰাংগা দাক আৰু আমাৰ সকলোৰে মৰমৰ প্ৰজ্ঞান প্ৰতিম দাক লাগে । আশা কৰোঁ তেওঁলোকৰো চিনাকীপৰ্ব ভাগ দেখা পাম ।
@meghalidutta4974
@meghalidutta4974 2 ай бұрын
কলিয়া দা ক সুস্থ দেখি ভাল লাগিছে👏👏
@user-dz9lp1go3x
@user-dz9lp1go3x 2 ай бұрын
কলীয়া দা লগত আমাৰ বহুত অভিজ্ঞতা হৈছে | ভাল মনৰ মানুহ এজন | ভূতলৈ ভয় কৰে তেওঁ | তেওঁক ঘৰত নমাই থৈ আহিছো বহুত বাৰ | ভাল লগা মানুহ এজন |
@PMBMix
@PMBMix 2 ай бұрын
সাক্ষাৎকাৰটোত কৈছোঁ তেওঁ ভয়পাদুৰা মানুহ বুলি😂😂
@paramasaikia4815
@paramasaikia4815 Ай бұрын
Bhal lagil koliea main
@KDnews608
@KDnews608 6 күн бұрын
Koliya da main bhale kukhole rakhok vogobane apunak love you ❤
@Mousum118
@Mousum118 2 ай бұрын
Vl lgil bohut❤aibar ranga dak lage
@rupjyotisaud3682
@rupjyotisaud3682 2 ай бұрын
কলীয়া ভগৱানক ভক্তি কৰা মানুহ।।মাটিৰ মানুহ ,দম্ভ অহংকাৰ নাইকিয়া মানুহ।।লগতে ৰাতি হলে ভূত বুলিলে,ঢকুৱাটো পৰি থাকিলেও তাৰ বাবে সেইয়া ভূত।।
@ghanashyamborah1063
@ghanashyamborah1063 Ай бұрын
Yes, I also admit it. Really Mr. Kalia is best valiant (negative) actor in Assemese Bhaona world.May God bless him. I seen him so many valiant characters. In my eye he never failed in any character of the Bhaona Naat,which he had already performed. I wish his bright future.( from Khanapara,Guwahati -22).
@roktim_ranjan_borah
@roktim_ranjan_borah Ай бұрын
কলীয়া দা আমাৰ ভাওনা সংস্কৃতিৰ এক অতি মূল্যবান ৰত্ন , তেখেত আমাৰ গৌৰৱ 🎉🎉🎉🎉 হয়দৈত্য / সম্বৰাসুৰ / লবন দৈত্য বুলিলে কলীয়া দা অদ্বিতীয় ❤❤❤❤
@bitupandas4364
@bitupandas4364 27 күн бұрын
Dhuniya😊😊❤❤
@Swapan_shyam18
@Swapan_shyam18 Ай бұрын
কলিয়া দাৰ জয় হক
@gopalsaikia9397
@gopalsaikia9397 Ай бұрын
Oh kolia da aponar swasthar harbatoprakar unnati kamana korilu.bhut val lage fuli ase seni sampa apuni aditio
@axomiyasanskritibyabhi
@axomiyasanskritibyabhi 2 ай бұрын
বহুত প্ৰিয় তেওঁ ❤ খোলা অন্তৰৰ মানুহ
@hunuwaliaxom8924
@hunuwaliaxom8924 2 ай бұрын
Hundor kolia daa🎉🎉
@AnkhumaanChutia
@AnkhumaanChutia 2 ай бұрын
Ritunjoy r interview lbosun
@dipankordas9714
@dipankordas9714 Ай бұрын
Koliya da main 🙏🏾🙏🏾🙏🏾
@user-pt7ul2fr6j
@user-pt7ul2fr6j 2 ай бұрын
কলীয়া দা love you❤❤❤❤
@pinkuchutia7488
@pinkuchutia7488 2 ай бұрын
Koliya da best ❤bohut val lage...vogobane kukhole rakhok....
@bibhutisaikia1256
@bibhutisaikia1256 2 ай бұрын
ভাওনা জগতৰ অন্যতম শ্ৰেষ্ঠ খলনায়ক।
@nabadas5959
@nabadas5959 Ай бұрын
Next part Satyam khanikar and nayan nibir plz plz❤❤❤❤
@surajdas2603
@surajdas2603 Ай бұрын
Love ❤❤❤ koliya da
@surajitdas8224
@surajitdas8224 Ай бұрын
কলীয়া দাৰ অভিনয়ে হৃদয় চুই যায়।।
@uddhabkarmokar7478
@uddhabkarmokar7478 Ай бұрын
No.1 kholnayak kolia da..My favourite
@anirbangogoi7001
@anirbangogoi7001 2 ай бұрын
অপেক্ষাৰ অন্ত পৰিল । ভাল লাগিল দেখি 😊😊 ভালে থাকক সদায় ।।
@jayantaboruah973
@jayantaboruah973 2 ай бұрын
ভাল লাগিল। তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।
@dibakarsvlog1804
@dibakarsvlog1804 Ай бұрын
Kolia dak 1st dakhilu anakoi. Bohut khula monor manuhjon. Bht vl pao apunar ovinoi sai.. hahi tu vl lga dai apnr.. katiaba log pam kolia da apunak..anakua ajon vaoriak raijor mjt sinaki kori dia babe apunak o dhoinyobad disu kokai.. kolia da huisto hoi uthak akhibad krisu.. bht vl lgil video tu sai
@PMBMix
@PMBMix Ай бұрын
বহুত ধন্যবাদ❤
@gautamdutta340
@gautamdutta340 2 ай бұрын
বৰ চহা মানুহ ভাল লাগিল ❤
@dipakgogoi4266
@dipakgogoi4266 Ай бұрын
Sakshyakartue Val lagil
@SAIKIA_SHIVSAGAR
@SAIKIA_SHIVSAGAR 2 ай бұрын
ভাল লাগিল দদাই ❤ বাকী তোমাৰ দেউতা মানে সৰু ককা ও এজন ভাল ভাৱৰীয়া আছিল, আমাৰ ইয়াত থাকোতে ককা হতঁৰ দিনৰ ভাওনাৰ কথা এতিয়াও পানবেচা গড়কোষত চৰ্চিত ❤
@abhinabgogoi3928
@abhinabgogoi3928 2 ай бұрын
Dipankar bora (godo) r interview loi ahibo
@dipakgogoi4266
@dipakgogoi4266 Ай бұрын
Dadar vanuna eber dinot chaboloi mon ase
@nitulsaikia6652
@nitulsaikia6652 Ай бұрын
সুন্দৰ অভিনেতা গুৰুজনাৰ সৃষ্টিৰ অসমীয়াৰ গৌৰৱ প্ৰণাম 🙏🙏🙏
@pranjalaaweg808
@pranjalaaweg808 Ай бұрын
Bht val lagil koliya daa k dekhi. We love u.
@assam576
@assam576 Ай бұрын
সুন্দৰ । দেবৰঞ্জন দা ৰ সাক্ষাৎকাৰ দিব বুলি আশা কৰিলো
@deepsaikia3960
@deepsaikia3960 9 күн бұрын
নয়ন মনি খনিকৰ আৰু সত্যম খনিকৰ সাক্ষাৎকাৰ লাগে ।। 🙏🙏 কৃষ্ণ ।।
@ProbalKhataniar
@ProbalKhataniar Ай бұрын
কলিয়া বান্ধৈহে মেইন🙏🙏 শ্ৰদ্ধা নিবেদিলো।
@koushikkalita7563
@koushikkalita7563 2 ай бұрын
Bohut val lagile kolia dak bhut dinor murot dekhi, vogobane teuk kukhole rakhok .
@user-zu8jy1di2h
@user-zu8jy1di2h Ай бұрын
কলীয়া দা অদ্বিতীয়। কলীয়া দা জুই। মোৰ আৰু ভাষা নাই
@probinhazarika7899
@probinhazarika7899 Ай бұрын
বৰ ভাল লাগিল শইকীয়া ডাঙৰীয়া। ঈশ্বৰে আপোনাক ভালে ৰাখক।
@monjitkonwar1306
@monjitkonwar1306 Ай бұрын
Kolia da 🔥🔥🔥🔥
@papanborah3866
@papanborah3866 Ай бұрын
কলীয়া দাক অনুকৰণ কিৰী আছোঁ কেতিয়াবা সুবিধা পালে চেষ্টা কৰিম দেখুৱাবলৈ।
@shashankagoswami3966
@shashankagoswami3966 2 ай бұрын
Main jon.❤
@user-bq7py6zt9p
@user-bq7py6zt9p Ай бұрын
কলীয়া দা আপোনাৰ ভাওনাৰ কথা কি কম আৰু আপোনাৰ অভিনয়ে মোক পাগল কৰি দিয়ে, আপুনি সদায় ভালে থাকক আৰু সদায় এনেদৰে ৰাইজক আমোদ দি জায়ক ❤️❤️❤️😊
@sg24axom36
@sg24axom36 Ай бұрын
কলীয়া দা❤❤ হয় দৈত্যৰ ক্ষেত্ৰত কলীয়া দা অদ্বিতীয়।
@shoundaryasvlog2012
@shoundaryasvlog2012 2 ай бұрын
শ্ৰেষ্ঠ হয়দৈত্য। তেওঁৰ দৰে কোনেও নোৱাৰে।
@MarkAlow337
@MarkAlow337 2 ай бұрын
Bohut val lagise koliya dak sai
@manabjyotikonch7511
@manabjyotikonch7511 2 ай бұрын
Bohut val lagil ❤❤❤
@pranjalaaweg808
@pranjalaaweg808 Ай бұрын
Pura 1 hr r video gutai tu salu koliya dar babe ❤
@luhitchamuah9137
@luhitchamuah9137 2 ай бұрын
Bohut val lagil,
@pranjalborah8781
@pranjalborah8781 2 ай бұрын
কলীয়া দা অভিনয় সঁচাই হুকীয়া❤❤❤❤
@himanshugogoi5036
@himanshugogoi5036 Ай бұрын
Assamsse Umesh Puri ❤koliya da ❤
@nissanbora5080
@nissanbora5080 2 ай бұрын
Bohut val lagil ❤❤❤❤
@MINE_Craze_81
@MINE_Craze_81 Ай бұрын
Kolia da long live❤❤❤
@parthajitborah9697
@parthajitborah9697 Ай бұрын
Love you koliya da ❤
@Vaonawithbitu
@Vaonawithbitu 2 ай бұрын
Amja koliya da main🔥🔥🔥
@user-pj8fw8bv6o
@user-pj8fw8bv6o 2 ай бұрын
Koleya da 🙏🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@Bhauna-jogot
@Bhauna-jogot 2 ай бұрын
কলীয়া দা সদায় হুষ্ট থাকক ❤
@hrishikeshneog
@hrishikeshneog 2 ай бұрын
ভালেই লাগিছে। মানুহজনৰ খুহুতীয়া স্বভাৱ এটা আছে।
@gautambordoloi562
@gautambordoloi562 Ай бұрын
ভাওনা জগতৰ পুৰণা শিল্পী প্রণৱ বৰা সাক্ষাৎকাৰ লব চোন |
@gautambordoloi562
@gautambordoloi562 Ай бұрын
বায়ন প্ৰনৱ বৰা কথা নাই কোরা আকৌ
@PMBMix
@PMBMix Ай бұрын
কোন ঠাইৰ?
@gautambordoloi562
@gautambordoloi562 Ай бұрын
Teok
@bonashreeentertainment9298
@bonashreeentertainment9298 2 ай бұрын
Mojja ❤
@Assamcultural
@Assamcultural Ай бұрын
Koliya daa ❤
@HemantaBora-is6pw
@HemantaBora-is6pw 2 ай бұрын
Koliya da always 🔥🔥🔥
@Rishe_516
@Rishe_516 2 ай бұрын
কলীয়া দা ❤
@parimalgogoisivasagar1314
@parimalgogoisivasagar1314 2 ай бұрын
First view,,সুন্দৰ ককাই❤❤
@bhaskarboruah1946
@bhaskarboruah1946 Ай бұрын
❤❤
@dipakgogoi4266
@dipakgogoi4266 Ай бұрын
Dadak ishore vale Rakhok
@svcgauravduarah9549
@svcgauravduarah9549 2 ай бұрын
My favourite actor ❤
@Hunmonigogoi5854
@Hunmonigogoi5854 Ай бұрын
Koliya da 🔥🔥🔥
@user-sx9je4rz9h
@user-sx9je4rz9h 2 ай бұрын
দাদা বিতুপন কাকতি দাক আমাৰ চিনাকি অনুস্থানত লাগে। নহ'লেও নাৰী চৰিত্ৰ অভিনয় কৰা এগৰাকী অভিনেতাক চিনাকি অনুস্থানত লাগে।দিব বুলি আশা ৰাখিলোঁ ❤
@PMBMix
@PMBMix 2 ай бұрын
দিম... একেবাৰে প্ৰথম ভিডিঅ'টো চন্দ্ৰমণিৰ আছিল... তাৰপাছত দাদুৰ দিয়া আছে
@gurupankaj3957
@gurupankaj3957 Ай бұрын
মই প্ৰথম দিনা ভাওনাত লগ পাই সুধিছিলো, ইমান বগা মানুহ জনক কলা বুলি কিয় কয় 😅 বৰ জমনি মানুহ জন । বহুত ভাল লাগে একেলগে ভাও কৰি
@anantaborabora2801
@anantaborabora2801 2 ай бұрын
nayan aru satyam❤❤hunkale lage
@dipakgogoi4266
@dipakgogoi4266 Ай бұрын
Hoiyo koi somborsure Abhinoi besi Val paou
@ankurhazarika7712
@ankurhazarika7712 2 ай бұрын
Koliya da❤
@milonkakoti4253
@milonkakoti4253 2 ай бұрын
Koliya da 🎉🎉🎉🎉🎉🎉🎉
@bikashgogoi8523
@bikashgogoi8523 Ай бұрын
Kolia da ❤❤❤❤❤❤❤
@rangakishoremahanta8489
@rangakishoremahanta8489 2 ай бұрын
কলীয়া দা 🔥🔥🔥
@amlanjyotikalita8974
@amlanjyotikalita8974 2 ай бұрын
Sestho kholonayok hundor monor goraki
@user-np8pg1um3n
@user-np8pg1um3n 2 ай бұрын
সুন্দৰ
@supratimdutta8370
@supratimdutta8370 2 ай бұрын
মজা
@pranjalprotimkonwar4293
@pranjalprotimkonwar4293 2 ай бұрын
Amguri ❤
@hahirkhurag6174
@hahirkhurag6174 2 ай бұрын
আমাৰ গাওঁত এবাৰ কলিয়া দাই হিৰণ্যাক্ষ্য গাইছিল। মোৰ মনত থাকি গল। মোৰ মতে সঁচাই তেওঁৰ নিচিনা খলনায়ক ভাওনা জগতত নাই। 🫶🫶🫶😍😍😍😍
@hunuwaliaxom8924
@hunuwaliaxom8924 2 ай бұрын
কলীয়া দাই খুব ভয় কৰে ভূতলৈ😂😂😂
@shikhankarradhe9358
@shikhankarradhe9358 2 ай бұрын
koliya da baru Hiranya kohipu guwa nai nei aji loike dekha puwa nai
@hunuwaliaxom8924
@hunuwaliaxom8924 2 ай бұрын
​​@@shikhankarradhe9358 O moiu pua nai teuk heikhn bosont
@sunumununaktodighol6681
@sunumununaktodighol6681 Ай бұрын
​@@shikhankarradhe9358 apuni nai dekha ami dekhisu🙏
@anshumansarmahsarmah5697
@anshumansarmahsarmah5697 2 ай бұрын
Moja
@chetiavaii3417
@chetiavaii3417 Ай бұрын
Hundor❤ lagila video tu🎉.... Jaji জৰাবাৰী প্রখ্যাত মুখাশিল্পী প্রদীপ হাজৰিকা দাকো আনিব 🙏🏻🙏🏻🙏🏻
@PMBMix
@PMBMix Ай бұрын
ধন্যবাদ... নিশ্চয় চেষ্টা কৰিম
@paranphukon4554
@paranphukon4554 2 ай бұрын
Val lagil ,Ritunjoy Neug RJ ku adin loi ahok .
@pranjalaaweg808
@pranjalaaweg808 Ай бұрын
RJ anok hoi
@user-mo8qm1wy9n
@user-mo8qm1wy9n Ай бұрын
নয়ন মণি দা আৰু সত্যম দাকু বিচৰিছো একেলগে।
@hridoydeka2150
@hridoydeka2150 Ай бұрын
Bhogowane apunak kukhole raakhok
@user-ci9db7by1e
@user-ci9db7by1e 2 ай бұрын
Moi amborakhur loisilu koliya Dak Sai hikisilu .....
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН
OMG what happened??😳 filaretiki family✨ #social
01:00
Filaretiki
Рет қаралды 13 МЛН
Meet the one boy from the Ronaldo edit in India
00:30
Younes Zarou
Рет қаралды 19 МЛН
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН