কল্পনা কৰিব নোৱাৰা কাহিনী,শুনিলে আপুনিও সহ্য কৰিব নোৱাৰে

  Рет қаралды 416,520

Shemim Ahmed ssiddiki

Shemim Ahmed ssiddiki

Жыл бұрын

✅ Guest - Annannya Kashyap ( Actress)
✅Anchor - Shemim Ahmed siddiki
Instagram -shemim-siddikii
Facebook -Shemim Ahmed siddiki
Twitter - Shemim Ahmed Siddiki
@ShemimSiddiki
✅DOP - Pompi mech
Instagram - Pompi-mech- photographer
✅any business enquiry -
shemim.ahmed2@gmail.com

Пікірлер: 511
@rubiborah3436
@rubiborah3436 Жыл бұрын
তুমি এগৰাকী বহুত দায়িত্বশীল,সংস্কাৰ ৰী,সহজ,সৰল,গুৰুত্ব দিয়া ধৈয্য শিল,জ্ঞানী ছোৱালী।এনেকুৱা সন্তান হোৱাটো সকলো মাক দেউতাকে বিচাৰে।তুমি যি কাম কৰা সকলো কামতে আগুৱাই যোৱা।তোমাৰ কথা বিলাক শুনি বহুত ভাল লাগিল.hekhot tumar udjol bhobisyet kamona korilu.❤❤❤❤😂😂😂😂
@juliranisarmajuli5031
@juliranisarmajuli5031 Жыл бұрын
আলোচনা টি চাই বৰ ভাল লাগিল, মানুহে জীৱনত ঠেকা খাব লাগে, দুখ পাব লাগে তেতিয়াহে এগৰাকী পূৰঠ মানুহ হব পাৰি।
@pravachutia931
@pravachutia931 Жыл бұрын
ভাল ছোৱালীৰ বোৰৰ সদায়েই কস্ত হয়েই ।তুমি বহুত ভাল মনৰ ছোৱালী ।কথাতেই ধৰিব পাৰি ।আগবাঢ়ি যোৱা ।ধন্যবাদ
@srvideo1662
@srvideo1662 Жыл бұрын
ইমান অমায়িক তুমি। ইমান সৰলতা আৰু মৰমিয়াল।বহুত ভাল লাগিছে তোমাৰ সৰলতা খিনি ❤️
@manjulaborah1351
@manjulaborah1351 Жыл бұрын
আলোচনা খিনি চাই বহুত ভাল লাগিল, প্ৰেৰণা দায়ক,কষ্ট কৰিলে ভাল ফল পাব ই,উঠি অহা প্ৰজন্মই কিছু শিকক, ভগৱানে সাহস আৰু শক্তি দিয়ক, শুভেচ্ছা থাকিল।
@sherryburagohain1472
@sherryburagohain1472 Жыл бұрын
অনন্যা এগৰাকী বহুত সুন্দৰ মনৰ ছোৱালী৷তেওঁক কিয় বেছি ধুনীয়া লাগে জানেনে?তাইৰ মনটো বৰ ধুনীয়া৷সেয়ে ৷
@debajitdas275
@debajitdas275 Жыл бұрын
অনন্যা বা লৈ বহুত মৰম ❤️ তুমি সদায় ভালে থাকা 🥳❤️
@rizaafreen7132
@rizaafreen7132 Жыл бұрын
কৰ্ণ অন্য এক মহাৰথী চিৰিয়েল খন চোৱাৰ পৰা অনন্যা বা তোমাক জানো আৰু বহুত ভাল পাও❤❤❤❤❤❤
@plamitabaruah3452
@plamitabaruah3452 Жыл бұрын
Hosa...annayna bohut val aru responsibility buja suwali... birat morom lage
@rimpibegum7020
@rimpibegum7020 Жыл бұрын
মন চুই গৈছে কথা খিনি।বা সচাকৈ বহুত দায়িত্বশীল ❤
@binoymoumitakalitakalita1017
@binoymoumitakalitakalita1017 Жыл бұрын
অনান্য বা তুমি বহুত সাহসী হয় আগবাঢ়ি যোৱা ❤❤❤❤❤
@gayatrirajguru6854
@gayatrirajguru6854 Жыл бұрын
প্ৰথম কথা হ'ল,অনন্যা তোমাৰ কথা কোৱাৰ শৈলী আৰু মাতটো বৰ ধুনীয়া!তোমাৰ দৰে এজনী বুজন ছোৱালী এখন ঘৰত পাবলৈ ভাগ্য লাগিব।ঈশ্বৰে সদায় কুশলে ৰাখক তোমাক আৰু সুন্দৰ সুন্দৰ কাম কৰি যোৱা।শুভেচ্ছা যাচিলোঁ।
@sarmisthamousumhazarika9210
@sarmisthamousumhazarika9210 Жыл бұрын
ভন্টী হিচাপে তোমাক লৈ যে কিমান গৌৰৱ কৰো মই, বুজাব নোৱাৰিম মাজনী। বহুতে বহুত কথা কয়, সহ্য নহয় মোৰ, কাজিয়াও লাগিছো কিমানৰ লগত হিচাপ নাই 😂। 'ভাল পাব নাজানিলো'খন যে মই অকলেই 'এমেচাৰ হ'ল' ত চাইছিলো তোমাৰ প্ৰথম চিনেমা বুলি , কৈছিলো তোমাক। 😅 আৰু we all love you Majoni❤
@minudutta8768
@minudutta8768 Жыл бұрын
তোমাৰ কথা বিলাক শুণি বৰ ভাল লাগিছে ।আৰু শুণিবলৈ মন যায় ।
@darsanasaharia3577
@darsanasaharia3577 Жыл бұрын
Love from mangaldai ❤️❤️❤️ আৰু তেওঁৰ যে ইমান ভিতৰত দুখ আছে গমে পোৱা নাছিলো আৰু গম পাই বহুত দুখ লাগিল আৰু মানুহে থে কি লে হে সিকে আৰু কষ্ট্ৰ ৰ ফল সদাই মিঠা
@farminbegum5124
@farminbegum5124 Жыл бұрын
খুবেই মৰম লগা আৰু ভাল ছোৱালী। প্ৰতি গৰাকী ছোৱালীয়েই এনেকুৱা দায়িত্বশীল হ'ব লাগে ❤❤❤
@sewalideka4833
@sewalideka4833 Жыл бұрын
U
@sewalideka4833
@sewalideka4833 Жыл бұрын
D
@sewalideka4833
@sewalideka4833 Жыл бұрын
@@@@AA@a@
@sewalideka4833
@sewalideka4833 Жыл бұрын
@
@sewalideka4833
@sewalideka4833 Жыл бұрын
Ya y
@bobimedhi4510
@bobimedhi4510 Жыл бұрын
Manuh bur tenekuai kuneu Karu dukh nubuje.atiya muru beya din soli ase.manuhbure hahe.tumi bohut val tumk vogobane xokolubmonggol koribo xodai.❤
@Veershivam5674
@Veershivam5674 Жыл бұрын
তোমাৰ কথাবোৰ বহুত ভাল লাগিছে৷তুমি সদায় আগুৱাই যোৱা৷তোমালৈ বহুত মৰম
@himanisaikia1889
@himanisaikia1889 Жыл бұрын
মোৰ জীৱনটিওঁ তেনেকুৱাই আপোনাৰ দৰে দায়িত্ব লৈ লৈ জীৱনটিত নিজৰ কথা ভাৱিৱলৈ পাহৰিয়ে থাকিলো ,মোৰ ভাইটিক লৈয়ে এতিয়া মোৰ সপোন ,বহুত কষ্ট কৰি তাক ডাঙৰ কৰিলো ,পঢ়ালো
@kalpanachoudhury3973
@kalpanachoudhury3973 Жыл бұрын
তোমাৰ নিচিনা ছোৱালী ঘৰে ঘৰে জন্ম হওক মা দেউতাৰ ইযাতকৈসুখ নাই ছাগে মইও তোমাৰ মাৰ নিচিনা বহুত মৰম দিলো দে ❤😊
@aamarjibonbhumika8075
@aamarjibonbhumika8075 Жыл бұрын
সকলোৰে জীৱনত দুখ থাকে কিছুমানে প্ৰকাশ কৰে আৰু কিছুমান মানুহে প্ৰকাশ নকৰে। মোৰো বহুত দুখৰ দিন গৈছে ভাবিব নোৱাৰা কৈ। দুখৰ মাজত সুখ আহে সেইটো সচাঁ কিন্তু নিজৰ ওপৰত বিশ্বাস আৰু কষ্ট কৰি সময় দিব লাগিব। গতিকে সুন্দৰ অভিনেত্ৰী তুমি আগুৱাই যোৱা শুভেচ্ছা থাকিল ❤️❤️😍🥰👍
@anjanagogoi6105
@anjanagogoi6105 Жыл бұрын
দুখ লাগিল কথা বোৰ জানি , আগবাঢ়ি যোৱা, আৰ্শীবাদ থাকিল । দুখ সুখৰ সমষ্টিয়েই জীৱন । তোমাৰ বিচাৰ বিবেচনা খিনি বহুত লেখত লবলগীয়া। বহুতৰে এইখিনি নাই । হতাশ নহবা ।💚❤️
@anjalipathak4964
@anjalipathak4964 Жыл бұрын
বহুত ভাল লাগিল কথা বোৰ জানিব পাৰি। আৰু আগুৱাই যোৱা শুভেচ্ছা থাকিল।❤❤❤❤
@chayanikadhunu9522
@chayanikadhunu9522 Жыл бұрын
বহুত ভাল লাগিল বা... ❤️❤️ ভগৱানে তোমাক আশীৰ্বাদ দিয়ক।🙏❤️
@neetarabha414
@neetarabha414 Жыл бұрын
এ ঘন্টা পাৰ হৈ গৈছে তথাপিও কথা বোৰ শুনিয়ে থাকিব মন হৈছে, ❣️❣️❣️❣️❣️❣️
@pompisaikia4284
@pompisaikia4284 9 ай бұрын
Umm 😊❤
@najiishaan_vlog
@najiishaan_vlog 8 ай бұрын
Hoi 😊
@sibaninath8483
@sibaninath8483 Жыл бұрын
Ananya ba ..apuni mur bht priyo ovinetri..apunak aji video tu Sai exar kathai kobo mon goise..you have pure soul ..you voice can touch everyone's heart..apuni hazar goraki narir adorsho howk♥️
@Mayurisaikia4996
@Mayurisaikia4996 Жыл бұрын
Tumi kandisa moiyu kandi dilu ❤ Tumi bhut besi original suwali So karu kotha khuni mon bea nokoriba tumak val pua manuh buro karone kam kori jua ❤❤❤❤❤
@ghanashyamborah1063
@ghanashyamborah1063 Жыл бұрын
Annaya Kashyap, I am from Khanapara, Guwshati and I 75 +. Yor are my favourite actress among the new generations. I honour,respect and appreciate your ideology. May God bless you. I wish your bright future. Go ahea.
@zubeenbandanagarg1677
@zubeenbandanagarg1677 Жыл бұрын
বা আপুনি মোৰ সকলোতকৈ প্ৰিয় বা বহুত ভাল লাগে ইমান সহজ সৰল বা জনী সদায় এনেকৈ থাকিব বা এজনী দায়িত্ব ‌‌‌‌‌শীল ছোৱালী আপুনি দুখ সকলোৰে জীৱনত থাকে বা তথাপিওঁ সদায় হাঁহি থাকিব বা বহুত মৰম বা 💞😘আপুনি মা দেউতাৰ কথা ইমান ভাবে ভাল লাগে বহুত আজি কালি বহুতে মাক দেউতাকৰ লগত বেছি ফুৰিব নাযায় কিন্তু আপুনি আপোনাৰ পৰিয়ালৰ লগত ফুৰিব যায় বহুতেই ভাল লাগে বা
@darshuvlog7241
@darshuvlog7241 Жыл бұрын
তোমাৰ কথা পা বহুত কথায়ে শিকিব পাৰিলোঁ 🥺🥺 কিয় নাজানো বৰ দুখ লাগিল তোমাৰ জীৱন যুদ্ধৰ কথা শুনি 🥺😔 বহুত মৰম তোমালৈ অনন্য বা 💓😘😘
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@najiishaan_vlog
@najiishaan_vlog 8 ай бұрын
Hoi 😊
@darshuvlog7241
@darshuvlog7241 8 ай бұрын
@@dhunurumurlife6151 sure 😊
@leezayesmin7732
@leezayesmin7732 Жыл бұрын
Imn dhunu Ananya baa tumar voice tu🥺❤️. Love you very much 💓 And semim bity tumak o love you 🥰
@kajuridas4681
@kajuridas4681 Жыл бұрын
বা সদায় ভালে থাকা৷ দুখ আছে বাবেই সুখৰ অস্তিত্ব আছে৷ভাল হওক তোমাৰ৷
@binitadevi9597
@binitadevi9597 Жыл бұрын
Kotha bure mon sui gol bohut val lagil khuni.. bohut morom jasilu Annaya loi ❤️
@suntibordol
@suntibordol Жыл бұрын
বহুত ভাল কথা ক'লা বা😭😭❤❤🧎‍♂️🙏🙏🙏সচাঁকৈ বহুত ভাল লাগিল।।
@navajyotisaikia6698
@navajyotisaikia6698 Жыл бұрын
Sukanya hoite muru akei feel hoi...korbat furibo gole unique kiba ata dekhile maa deutak miss kora hoi...nijor family logot thakile bohut hahok puwa jai...
@ranjukalita136
@ranjukalita136 10 ай бұрын
তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগিল অনান্য। আৰু আগবাঢ়ি যোয়া........
@monoswettaofficial887
@monoswettaofficial887 Жыл бұрын
Sooo true... Muru mon goi asle j tai emn bur kam nd all knke handle kori ase janibo mon jai ...thnxx to you semim baaa tumi j tair interview tu Lola..
@banditadas5057
@banditadas5057 Жыл бұрын
Best interview ever! Bohut morom tumaloi ♥️
@putulkalita7782
@putulkalita7782 Жыл бұрын
সচাঁকৈ অভিনেত্ৰী গৰাকীক বৰ ভাল লাগে ❤
@nanditagogoi4155
@nanditagogoi4155 8 ай бұрын
বা আপোনাৰ কথাবোৰ জানি দুখ লাগিল, ভালো লাগিল আৰু বহুত মই মনত সাহস পোৱাদৰে লাগিল। ❤❤❤❤❤
@Sophie77772
@Sophie77772 Жыл бұрын
ভাবা নাছিলোঁ কেতিয়াও ইমান মৰমলগা হাঁহিটোৰ আঁৰত ইমান দুখ লুকাই আছে🙏 আৰু আগুৱাই যোৱা বা🙌❤️
@lifewithannie4476
@lifewithannie4476 Жыл бұрын
Aiyai jibon... Hahi thokato art.... But hokolore jibont thake dukhbur....
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc Жыл бұрын
তোমাৰ কথাবোৰ জানিব পাৰি খুব ভাল লাগিল,লগতে কন্দুৱালাও দেই 👏👏👏🥰🥰🥰
@binitahazarika6991
@binitahazarika6991 Жыл бұрын
Really ananya kashyap is exceptional. Super . It's an inspirational for others
@anjumoninathbora6087
@anjumoninathbora6087 Жыл бұрын
সঁচাকৈয়ে খুউব ভাল লাগিল সাক্ষাৎকাৰটি চাই❤
@user-hk5iy6yi1x
@user-hk5iy6yi1x Жыл бұрын
বা জনীক কৰ্ণ অন্য এক মহাৰথী ধাৰাবাহিক খনৰ পৰা চিনি পাওঁ। বা জনী আমাৰ ঘৰৰ সকলোৰে অতি প্ৰিয়।
@darsanasaharia3577
@darsanasaharia3577 Жыл бұрын
মই ও তেতিয়া ৰ পৰা চিনি পাইছিলো
@navajyotisaikia6698
@navajyotisaikia6698 Жыл бұрын
Interview tu sai aku ata comment nidiakoi nuwarilu.....tumar nisina suwali proti khon ghorote jonmo houk...tumi ghor khonor karone jitu dhonatmok sinta loi asa ..bhogobane tumak bohut dur aguwai niyok...
@multifantiser2528
@multifantiser2528 10 ай бұрын
😊😊
@tapanbhuyan2853
@tapanbhuyan2853 Жыл бұрын
You are a ve y good Responsible good Person and good Daughter like that Like Father Like Daughter. SO I hope and God bless ypu
@pujakalita2152
@pujakalita2152 Жыл бұрын
Hahir arot thoka bar struggle khni xsai mon sui gl imn xohoj bhabe ktha khni kole bhut vl lgise xsake nijr ghr khn nijr ghrr mahnuh khni ajon mahnuhr krne kimn important xatu bhut vlkoi buji plu ajon suwali hisape vle thka ba aru xdai aguwai jua keep Shining always ❤️✨
@shayamalimatamuly3012
@shayamalimatamuly3012 Жыл бұрын
বহুত ভাল লাগিল অনন্যাৰ কথাবোৰ শুনি ❤❤ চকুৰ পানীও ওলাই গল
@himakshisarma2920
@himakshisarma2920 Жыл бұрын
Bht hahokh palu baa ❤❤....moiu mr jibnk loi bht vagi porisilu..2mr ktha khiniye hahokh dile 🥰🥰..
@dipamanidas8288
@dipamanidas8288 Жыл бұрын
Baar kotha kheni xuni sokur pani ulai gol tumi aguwai juwa baa god bless you ❤
@dolisriroy9741
@dolisriroy9741 Жыл бұрын
Shemim xundor interview aru Anannya tumi buli koisu beya napaba tumar nijor poriyal r proti iman daitto dekhi khub bhal lagil kunduai dila, Maa k je kapur diar kotha khini koi asila Moiu tenekoi e bhabu😢 Hodai hukhi hua❤
@diptiburagohain746
@diptiburagohain746 7 ай бұрын
মৰম লগাছোৱালীজনীক মন ভৰি আশীৰ্বাদ দিছো ভগবান সহায় সাৰথি আৰু ৰক্ষক হৈ থাকক তোমাৰ
@alismitamajumdar2538
@alismitamajumdar2538 Жыл бұрын
Ahir dinot iman bhal suwali ase agbarhi jua tumi annanya god bless u
@pinkuboruah2245
@pinkuboruah2245 Жыл бұрын
Moja,bohut val lagil dei juboti tumar video to sai,moi assamr bahiyr pora sai asu, god bless you.
@ushamonibhattacharya8263
@ushamonibhattacharya8263 Жыл бұрын
Tumar nisina ajoni suali thakile lorar ki proyujon...aji kali lorai maak deutakor lgt thakibo nibisare... proud of you
@bablidandachetry525
@bablidandachetry525 10 ай бұрын
Ananya bar kotha bur xuni bor vl lagil mon sue gol. Jibon judhot aguaie jua ba aru vl vl kam korok .bhogobane tumr mongol korok. Love you so much baa ❤❤❤
@matteldevice8853
@matteldevice8853 Жыл бұрын
Sako pani olai hl moro. Love you annaya baa❤
@rantugogoiofficial2770
@rantugogoiofficial2770 Жыл бұрын
সুন্দৰ বহুত ভাল লাগিল কথাবোৰ
@kritanjaleesandillya5428
@kritanjaleesandillya5428 Жыл бұрын
ভগৱানে দিয়ো চাৱ নিয়ো চাৱ।সেই সময়খিনিত নিজকে গঢ়ি লৱ পাৰিলে কেতিয়াও জীৱনত হাৰ মানিব নালাগে।ভগৱানে তোমাক আশীৰ্বাদ কৰক।নিজৰ কথা সকলোৱে ভাবে কিন্তু আনৰ কথা ভাবিব পৰা গুণ বহুতৰে ক'ম।তোমাৰ ভাল হওক।
@korobidas5121
@korobidas5121 Жыл бұрын
ভাল লাগিল তোমাৰ কথাবোৰ 👍
@Dipangkhi
@Dipangkhi 10 ай бұрын
Ananya baar ei gutei kotha khini khuni bohut besi khakhok paisu jodiu moi etiya porhi asu tothapi baar jibon r kotha bur xuni kenekoi aguwabo pari khikisu❤❤❤
@rashmichangmai2089
@rashmichangmai2089 Жыл бұрын
Bohut dukh lagil kotha bur jani 😢😢 vale thaka tumi baa ❤❤ vogobane tumak hodai hukht rakhok ❤❤ god bless you baa ❤❤
@sarojinichoudhury3115
@sarojinichoudhury3115 Жыл бұрын
তোমাৰ কথাখিনি মোৰ মন চুই গল .....যাৰ কাৰণে তোমাকো মোৰ লাইফটোৰ কথা কবলৈ খুব মন গৈছে অনন্যা ....ময়ো তেনেকৈয়ে থাকলো
@manojdeka4675
@manojdeka4675 Жыл бұрын
Tumar kotha huni bohut valo lagil bohut dukhu lagil kintu eta ktha thik manohor jibonot dukh ahile edin hukh ahiboi gotike ami nijor uporot biswas aru bhogobanor uporot biswas rakhibo lage tatiaha jibonot আগুৱাই jabo paribo।❤❤
@barashadas856
@barashadas856 Жыл бұрын
Bht besi vl lgil aru emotional o hoi golo...and also thnks a lot annanya ba for sharing about ur struggling,I am getting motivate from you...alwz go ahead ❤
@golaprabha4619
@golaprabha4619 Жыл бұрын
Thanks you Ananya you're positive mint
@mausumirabhavlogs3682
@mausumirabhavlogs3682 Жыл бұрын
Video tur aramvonit vabisilu 1 hour skip kori kori sam but nuarilu iman Annanya bai simply dhuniake kothabur koise huni a thakibo mon gol aru bht relate koribo parisu teo jeneke ghar khonok loi sinta muru hodai fmly'k loi bht protective feel koru,bht daittosil suali hosai bht bhal lagile.. Apuni bht bhal monor so nicchoi bht bhal hoi aguai goi thakibo ba thakok logote apunar family hodai bhale thakok heyai kamona korilu.. Stay happy, hardworking, positive and keep ur simplicity always.. ❤❤❤❤
@snehadas883
@snehadas883 Жыл бұрын
Bhut vll lgil dukh o lgil baa😢❤❤❤xdai aguwai juwa
@bhagyasreehazarika122
@bhagyasreehazarika122 Жыл бұрын
Khub val lagil, aha koru tumar logot mone mila jiban harothi ejon pua jen
@minakshislifestyle6082
@minakshislifestyle6082 Жыл бұрын
Khub bhal lagil tumar kotha khini xuni..Moi tumar dorei suwali prati goraki matrir huwatu bisaru nijor family prati dayitto xil...God bless 💕💕 love from Guwahati
@majumani9910
@majumani9910 Жыл бұрын
তুমি আগুৱাই যোৱা। তোমাৰ জীৱনৰ প্ৰতি থকা যি কৰ্মৰ প্ৰতি স্পৃহা ভাল লাগিল।God bless you ❤
@borshabora5650
@borshabora5650 Жыл бұрын
Anyana baa r pra positive pisu .suvesa thkel baa agbahe jua❤
@barnalifes9679
@barnalifes9679 Жыл бұрын
Tumi aro aguwai joia baa ...tomr bhot besi val hbb .lifet sturggle kra manohe he boji pai .love you baa❤️
@barnalitalukdar3355
@barnalitalukdar3355 Жыл бұрын
Xosai annanya baak bohut vl lge,,bor morom lga suwali Joni ❤❤❤❤❤,,,lost of love 💕
@chayasworld3096
@chayasworld3096 Жыл бұрын
Ananya baa r kotha khinie mon sui gol..baak bohut val lage❤
@mishmitakachary4055
@mishmitakachary4055 10 ай бұрын
Tumar ma deuta success hoise hontan k sanskar di dangor dighor korat.Aji Tumi responsible howar mulote maa deutai tumak diya sanskar ❤❤.tumar sinta Dhara khub val lagil,kisu mil ase mur logot.ekekhon college r a junior karone tumi buli a koisu. Lots of love 💗 & best wishes 👍 @annanyyakashyap
@chayasmitadeka1320
@chayasmitadeka1320 Жыл бұрын
Baa tumar kotha khini pra bht ktha hikhibo parisu ❤aaguwai jua tumi ru vl houk tumr Annanyya Baa🥰bohut bohut morom thakil ❣️🤗
@mrinalinichakrabarti6206
@mrinalinichakrabarti6206 2 ай бұрын
তোমাৰ কথা শুনি ইমান সুন্দৰ লাগিছে তোমাক মোৰ বহুত ভাল লাগে 👌👌💕💕💕 ভালে থাকিবা
@rtamuli8511
@rtamuli8511 8 ай бұрын
আইঔ সোনৌ ইমান সুন্দৰ কথা ক'লা অন্তৰ চুইগল অ!তোমাৰ অধ্যাবসায় বলত বহুত কৰিলা আৰুআগবাঢ়িযোৱা আৰ্শীবাদ কৰিছো।
@trishavlogs999
@trishavlogs999 Жыл бұрын
❤ba tmi bht hahokhi swali tmr dore hajar joni nari jonmo hok❤ love of lots 🙏bht vl lge tmk
@bunu1111
@bunu1111 Жыл бұрын
Hosakaoi Imn genuine o tumi, val lagil kotha bur hunii.... Agoloi ruu val houk tumar tare akha koriluu
@pubalikalita5027
@pubalikalita5027 Жыл бұрын
Tumi aru aguyai juwa tumk bhut vle lge baa bhut vle thaka love from majuli❤❤❤ tumi bhut vl hoi
@porinitabora3747
@porinitabora3747 Жыл бұрын
True inspiration you are. More power to you Annanya Baa 💕
@dhunurumurlife6151
@dhunurumurlife6151 Жыл бұрын
Hello Tumi muru frd hba ni moiu back krim tumk
@porideka6066
@porideka6066 Жыл бұрын
Anayyana Bak mur bohut vl lge ghor ekdom usorote jodih adinu vlke Log puwa ni but dekhisu baki jiye Houk ba Akha ase nisoi adin log pam ...Bohut bohut vl lage ❤❤....God bless you and love Uuhh ba😘☺️❤
@mridulaahmed8793
@mridulaahmed8793 Жыл бұрын
Bht Val lagil baar kotha bor xuni,xahox palu
@animalogun6482
@animalogun6482 Жыл бұрын
আগুৱাই যোৱা ঈশ্বৰে তোমাক সদায় আশীৰ্বাদ কৰক🙌❤️
@runmikalita5440
@runmikalita5440 Жыл бұрын
Bohut inspiration palu.
@priyaborgohain2479
@priyaborgohain2479 Жыл бұрын
Agoraki val monor abhinetry. Hodai aguai jua.
@himashrikalita8797
@himashrikalita8797 Жыл бұрын
Bohut val lgse episode tu Nijor lgt milise so bukukhn bikhai goise
@ejajahmed3565
@ejajahmed3565 Жыл бұрын
khosai bohut val lagil interview tu sai.
@pallabichamuah8668
@pallabichamuah8668 Жыл бұрын
খুউবেই অমায়িক লগতে কথা কোৱাৰ সালিনতাখিনি ..বৰ ভাল লাগিল।
@jenynath1394
@jenynath1394 7 ай бұрын
আগুৱাই জুৱা ৱা তুমি তোমাৰ কথা ৱোৰ শুনি ভাল লাগিছে ইমান মৰম লগা ৱা জনি
@devoleenamakeupartist3062
@devoleenamakeupartist3062 Жыл бұрын
True Inspiration ❤❤
@divyabaruah7639
@divyabaruah7639 Жыл бұрын
Love u Annanya❤️ tmk hosake bohut val lge tmr video's saw....log pbole bohut mn...
@user-nt1nb7wq2s
@user-nt1nb7wq2s Жыл бұрын
Bht vl lgil.xumi sokupani ulai gl apunr kthbr
@user-lo2cq2gn5k
@user-lo2cq2gn5k Жыл бұрын
সঁচাকৈয়ে তুমি বহুত ভাল ।
@h.z8587
@h.z8587 8 ай бұрын
Tumar kthabur bht dhunia Ananya baa . kotha bur hunile huni thkibo mon jai jana
@jutikavlog16
@jutikavlog16 4 ай бұрын
Anannya amar babe majoni bohut helpful suwali ejoni hoi...muk bahut dangor help korise eta xomoyot...moi bohut thankful majoni jonir usorot ❤❤❤❤
@hiramonimunu9269
@hiramonimunu9269 Жыл бұрын
Baa tumr kothabor bht val lagil ❤️❤️
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 72 МЛН
Now THIS is entertainment! 🤣
00:59
America's Got Talent
Рет қаралды 16 МЛН
HAPPY BIRTHDAY @mozabrick 🎉 #cat #funny
00:36
SOFIADELMONSTRO
Рет қаралды 15 МЛН
Каха и суп
00:39
К-Media
Рет қаралды 5 МЛН
THE RIGHT WAY TO EAT CARDBOARD SOFT ICE CREAM!#asmr
0:34
HAYATAKU はやたく
Рет қаралды 18 МЛН
Как котики ложатся спать, до конца!
0:31
🌀 Вирусные видео
Рет қаралды 2,5 МЛН
КТО СОЖРАЛ АРБУЗ #cat #pets #топ
0:17
Лайки Like
Рет қаралды 1,3 МЛН