No video

কৰ্ণাটকৰ কেবিনেটৰ আদৰ্শৰে কেতিয়া আগবাঢ়িব অসম কেবিনেট?

  Рет қаралды 2,575

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
কৰ্ণাটকৰ কেবিনেটৰ আদৰ্শৰে কেতিয়া আগবাঢ়িব অসম কেবিনেট? অসমৰ শৈক্ষিক মহলত দপদপাইছে বহিঃৰাজ্যৰ অধিবাসীয়ে। অনা অসমীয়া হ’লেও কথা নাই, RSSৰ সৈতে লিংক থাকিলেই হ’ল! যোগ্য প্ৰাৰ্থীক বঞ্চনা কৰি পক্ষপাতিত্বমূলক নিযুক্তিৰ অভিযোগ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 7
@TCF573
@TCF573 Ай бұрын
Himonta thakemane Akhom ses ai kotha Akhomiyai buji nupuwaloike Akhomiyar kongkal tu thakibogoi
@milanray8776
@milanray8776 Ай бұрын
৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ চাকৰি সমূহো বিহাৰ, উত্তৰ প্ৰদেশ,তথা বহি ৰাজ্যৰ হিন্দীৱালাক দিব লাগে।
@milanray8776
@milanray8776 Ай бұрын
অসমৰ বিধানসভা আসন সমূহতো বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকক প্ৰাৰ্থী প্ৰদান কৰি জিকাই আনিব লাগে।
@labakumar72
@labakumar72 Ай бұрын
Sekhini dome nii.... Asom sorkaror.
@ashimtalukdar6187
@ashimtalukdar6187 Ай бұрын
অসমৰ কেবিনেটত যে ইমান বিধ খাদ্য মাছে মঙহে মন্ত্ৰী বিধায়ক সকলে খায় আৰু টি ভি ত ৰাইজকো দেখুৱাই কি কি খাদ্য সম্ভাৰ আচে কেবিনেটত সেয়া কৰিব পাৰিব জানো কৰ্নাটকৰ কেবিনেটে
@TCF573
@TCF573 Ай бұрын
Himmu e nijor swarthor babe hokolu koribo pare Ai kotha buji nupuwatuei Akhomiyar durbhagya !!! University r VC hobo porakoi ki Akhomiya r jugyata nai???? Ai prosnor uttor diyok he???
@TCF573
@TCF573 Ай бұрын
Ketaman police constable tet teacher kerani sakoriei Akhomiyar praipya neki???
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 22 МЛН
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
00:21
Паша Осадчий
Рет қаралды 2,3 МЛН
World cup Cricket  1992#Imran khan#pakistan #nice #cricket#final#play
9:50