খৰিচা প্ৰস্তুত পদ্ধতি | কি কৰিলে খৰিচা বগা চক্ চকীয়া হৈ থাকে বছৰটোলৈ | Assamese khorisa recipe

  Рет қаралды 127,084

Taru Phukan

Taru Phukan

5 жыл бұрын

#Taruphukan
নন্দিনী অসমীয়া মাহেকীয়া আলোচনীত প্ৰতিটো মাহত
তৰু চেতিয়া ফুকনৰ ৰেচিপি পঢ়ে ।উপকৃত হৈছো বুলি
ব্যক্তিগত ভাৱে বহুতে ফোন কৰে । মন ভৰি উঠে ।
থলুৱা বা অসমীয়া খাদ্য সম্ভাৰৰ লেখিকা হিচাপে মই পৰিচিত ।ভাৱিলো যদি Practically কৰি দেখুৱাও
তেন্তে সকলোৱে বুজাত সহায় হয় ।সেয়েহে KZfaq CHANNELটো খুলিলো ।
#মই ভবামতে সঁহাৰি /মৰম সকলোৱে পাইছো মোৰ মৰমৰ FB FRIENDS পৰা……ধন্যবাদ ও মৰম সদায় আছে । fbত আকোঁৱালি লোৱা দৰে ইয়াতো লোৱা বাবে
…………আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#অসমৰ ৰাইজ তথা KZfaq lovers লৈ মোৰ বহুত বহুত ধন্যবাদ তেওঁলোকে মোক পূৰ্ণ সহযোগ আগবঢ়োৱা বাবে …আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#কথা দিলো কেতিয়াও নিৰাশ নকৰো ।কোনো কাট্ কুট নকৰাকৈ আপোনালোকৰ মাজত বিলাই যাম নিজে জনাখিনি আৰু বুটলিম আপোনালোকৰ মৰম চেনেহ /এয়াই মোৰ আৰ্শীবাদ স্বৰূপ ।
মানৱ জীৱন খন্তেকীয়া ।ভাৰতীয় উপনিষদত আছে যি জানা শিকাই যোৱা নিস্বাৰ্থ ভাৱে ।

Пікірлер: 161
@rimaborkakoty3918
@rimaborkakoty3918 4 күн бұрын
সুন্দৰ
@TaruPhukan
@TaruPhukan 9 сағат бұрын
Thanks ❤️
@deepaligogoi1941
@deepaligogoi1941 2 жыл бұрын
বহুত ভাল লাগিল। ধন্যবাদ। কুশলে থাকক।
@dolihazarika208
@dolihazarika208 4 жыл бұрын
Val lagil 👍
@user-pq5ii2ql7o
@user-pq5ii2ql7o 11 ай бұрын
Video2 sai vl lagil
@himanibanikya8168
@himanibanikya8168 3 жыл бұрын
বৰ ভাল লাগিল
@dipalinath4131
@dipalinath4131 2 жыл бұрын
অতি সুন্দৰ
@probodhkumardas3655
@probodhkumardas3655 Жыл бұрын
বহুত ভাল লাগিল। ধন্যবাদ।
@malatamuly7701
@malatamuly7701 2 жыл бұрын
Val lagil sai
@parbinsultana8181
@parbinsultana8181 2 жыл бұрын
Val lagil
@bikashthakuri1081
@bikashthakuri1081 Жыл бұрын
Khorisa banuar jitu padhati kale khasake bahut bhal lagise, Bahut bahut Dhanyabat.
@rodalineog5578
@rodalineog5578 2 жыл бұрын
Val lagil ba
@puturajkhowa8859
@puturajkhowa8859 4 жыл бұрын
ভাল লাগিলে ৰেচিপি টো।
@TaruPhukan
@TaruPhukan 4 жыл бұрын
ধন্যবাদ 🌼
@animaborkotoky8745
@animaborkotoky8745 4 жыл бұрын
ভাল লাগিল বাইদেউ ,ইমান সুন্দৰ কৈ আপুনি বুজাই দিয়ে সচাই ভাল লাগে
@TaruPhukan
@TaruPhukan 4 жыл бұрын
ধন্যবাদ
@Bornali_gardening
@Bornali_gardening 4 жыл бұрын
ভাল লাগিল বাইদেউ কথা খিনি জানিব পাৰি। আপোনাৰ ভিডিঅ' বোৰ চাও বনাব পৰাখিনি বনাও। আজি বাহগাজ দুটা ম ই ও ৰুকনিৰে পিহি পানী দি থৈছো।
@TaruPhukan
@TaruPhukan 4 жыл бұрын
পানী নিদিয়াকৈও থ'বা …অলপ হালধি দি থ'লেও বঢ়িয়া হয়
@minitakitchen
@minitakitchen 5 жыл бұрын
বৰ ধুনীয়া কৈ দেখালে ভাল লাগিল
@TaruPhukan
@TaruPhukan 5 жыл бұрын
Thanks ❤
@chiranjibsharma7148
@chiranjibsharma7148 10 ай бұрын
Thanku mam.
@parmitasaikia3857
@parmitasaikia3857 4 жыл бұрын
ভাল লাগিল
@TaruPhukan
@TaruPhukan 4 жыл бұрын
Thanks ❣️
@priyangsheesaikia6486
@priyangsheesaikia6486 4 жыл бұрын
Apunar hokolu upokoronai Val Lage.thanx
@TaruPhukan
@TaruPhukan 4 жыл бұрын
My pleasure... thank u so much🌸❤
@injudhanyabadbaideuxundorr7655
@injudhanyabadbaideuxundorr7655 25 күн бұрын
Very beautiful tips,, thank u
@TaruPhukan
@TaruPhukan 25 күн бұрын
মৰম সহ ধন্যবাদ ❤️
@phulugogoibora8158
@phulugogoibora8158 4 жыл бұрын
আপোনাৰ খৰিছা‌ বনোৱা পদ্ধতি শিকিলোঁ ধন্যবাদ
@TaruPhukan
@TaruPhukan 4 жыл бұрын
Thanks
@ahom17
@ahom17 4 жыл бұрын
আপোনাৰ ৰেছিপি সদায় সুন্দৰ।
@TaruPhukan
@TaruPhukan 4 жыл бұрын
ধন্যবাদ
@ajoyborahsjokes1675
@ajoyborahsjokes1675 2 жыл бұрын
Nice
@dalimidalimi536
@dalimidalimi536 11 ай бұрын
Good
@manjubarman8824
@manjubarman8824 4 жыл бұрын
sundar Run baba.
@TaruPhukan
@TaruPhukan 4 жыл бұрын
ধন্যবাদ
@poriroy5775
@poriroy5775 2 жыл бұрын
Nice pic
@biluaanna2968
@biluaanna2968 4 жыл бұрын
Vl lagise deii ba.....
@TaruPhukan
@TaruPhukan 4 жыл бұрын
Hoi
@dipmanidas
@dipmanidas 5 жыл бұрын
Aponar sakalo bor video Val lage
@TaruPhukan
@TaruPhukan 5 жыл бұрын
Hoi neki.... Thank u so much
@manosibora5164
@manosibora5164 5 жыл бұрын
Val lagil. Moi enedorei thoisu eibar.
@TaruPhukan
@TaruPhukan 5 жыл бұрын
হয় নেকি ? বহুদিনলৈ ভাল হৈ থাকিব
@khirashreedas2369
@khirashreedas2369 4 жыл бұрын
Taru baideu, thanks for kharisa, kardoi aasar banowa video dib,
@TaruPhukan
@TaruPhukan 4 жыл бұрын
দিম বাৰু
@namitabaruah569
@namitabaruah569 4 жыл бұрын
Apunar pora bohut bostu xikilu logote bonaboloi utsah palu. Dhanyabad..
@TaruPhukan
@TaruPhukan 4 жыл бұрын
মৰম দিলো 💗
@mamubora6613
@mamubora6613 5 жыл бұрын
Thnks u so much baa .Mur rqust rokha babe
@TaruPhukan
@TaruPhukan 5 жыл бұрын
সঁচাকৈয়ে তোমাৰ বাবে দিলো…মোৰ বহুত আছেই……কিবা অসুবিধা হ'লে ক'বা
@mamubora6613
@mamubora6613 5 жыл бұрын
@@TaruPhukan thnks u so much baa .apuner poti2 recipe Moi bonai sau .frndr lgt shr koru .val Lage Mur apuner vedoi Sai .nojona kotha hikib Pau bohut .agoloiu aidore vedoi di thakib baa
@pritibora5864
@pritibora5864 3 жыл бұрын
বৰ ভাল লাগিল বাইদেউ ৷ খৰিচা বনাবলৈ লৈ আপোনাৰ ভিডিঅ’টো চাই লৈছোঁ ৷
@kamalakakati8479
@kamalakakati8479 4 жыл бұрын
কিছুমানে ঠেকেৰা দিয়ে যে কিয় বাৰু? বহুত ভাল লাগিল ,আপোনাৰ বাহ গাজ বনোৱা পদ্ধতি । ধন্যবাদ।
@TaruPhukan
@TaruPhukan 4 жыл бұрын
দুবিধ টেঙা একেলগে দিয়ে জানো…মই বটলে বটলে খৰিচা থওঁ…কেতিয়াও থেকেৰা দিয়া নাই,,,আৰু দুটামান সুন্দৰ পদ্ধতি দিম বাৰু
@dipjyotiburagohain5273
@dipjyotiburagohain5273 5 жыл бұрын
Mam...hukan khorisa ru gahori bonabo soon ,Bor tasty hoi.khorisa aru fish boil khbo Bor taste hoi..mur maie bonai Bor vl lge..n nice video.
@TaruPhukan
@TaruPhukan 5 жыл бұрын
বনাওঁ……মাজে মাজে……জানি ভাল লাগিল। ধন্যবাদ তোমালৈ
@dipjyotiburagohain5273
@dipjyotiburagohain5273 5 жыл бұрын
Your always welcome
@borbor9230
@borbor9230 4 жыл бұрын
Apunar khorisha bonuwa niyom sai bhal lagil khorishar upokarita jonabo sun
@TaruPhukan
@TaruPhukan 4 жыл бұрын
জুতি বহুত
@tarulatadevi6694
@tarulatadevi6694 2 жыл бұрын
🙏🙏🙏
@mamonipathari4373
@mamonipathari4373 4 жыл бұрын
বাইদেউ আপোনাৰ ভিডিঅ এবাৰ ছাই পূণৰ আকৌ ছাইছো ৷ কাৰণ কৰি ছা তিনিদিন ৰ৷খি মাছৰ লগত খাইছো ৷ এনেকৈ বটলত ৰ৷খি থোৱ৷ নাছিলো ৷ আপোনাৰ পৰ৷ আজি ভালদৰে শিকিলো ৷ এবছৰ পাছত খাবলৈ ৷ ভাল লাগিল ৷ বহুত কথাই শিকিলো ৷
@TaruPhukan
@TaruPhukan 4 жыл бұрын
বহুত পদ্ধতি আছে…বছৰ বছৰ ধৰি থ'ব পাৰি সকলো পদ্ধতি লাহে লাহে আনিম
@utpalroy9819
@utpalroy9819 4 жыл бұрын
Oh
@TaruPhukan
@TaruPhukan 4 жыл бұрын
💗
@lakhyamullaghabhoruvlog
@lakhyamullaghabhoruvlog 4 жыл бұрын
Hi ur new subscriber
@ankitadas9840
@ankitadas9840 4 жыл бұрын
Gao anchalor manuh bur r r rukoni nathake nki baideu..!
@rumiadhikary6532
@rumiadhikary6532 4 жыл бұрын
Vl lagil ba aji bonam .Apunar recipe sai lolu.....jolokiya keneke salt di thoi recipe tu dibo ba
@TaruPhukan
@TaruPhukan 4 жыл бұрын
Nischoi 💕
@kunjagogoi6935
@kunjagogoi6935 4 жыл бұрын
নতুনকৈ খৰিছা বনোৱা পতধতি টো শিকিলো ।বাহৰ গাজ বিছাৰিব লাগিব বাইদেউ। বনখলে আপোনাক জনাম
@parumitabarbhuiya8712
@parumitabarbhuiya8712 4 жыл бұрын
Sabji bnaichilu iman theeta.apun jonaba bhal Kai .
@malobikasarmah8328
@malobikasarmah8328 3 жыл бұрын
ভাল লাগিল বাইদেউ।পানীত থোৱা গাজখিনি বছৰটো পানীতে থৈ দিয়ে নেকি জনাবছোন
@krishnascreation8507
@krishnascreation8507 4 жыл бұрын
Agi moiu ata ani thoisu rod naia .anke thoi dim vbisu ...... apunr video bur hosai bht val eat bisarilai sb pai jau moi....
@TaruPhukan
@TaruPhukan 4 жыл бұрын
হয়…থ'বা …বছৰটোলৈ পাৰিবা
@parumitabarbhuiya8712
@parumitabarbhuiya8712 4 жыл бұрын
Moi asom r pora anichilu flight r pora anichilu karicha.aru ki hoi aitu hudichil air Porto .kintu anar poor palai dilu theetar . Jonyo .
@simaborah1557
@simaborah1557 4 жыл бұрын
Baideu hukan khorisar lgt hahor mankhor recipe ata dibosun
@TaruPhukan
@TaruPhukan 4 жыл бұрын
হাঁহ ওলাব লাগিব…বজাৰ নাই নহয়…আমাৰ ফালে …শনি ,দেওবাৰ লকডাউন
@niharikakataki5979
@niharikakataki5979 4 жыл бұрын
Bht val lgil vdo 2 baideu..... panikhini chng kriba lgiba nki
@TaruPhukan
@TaruPhukan 4 жыл бұрын
নেলাগে…বহুত ধন্যবাদ ও স্বাগতম 💟
@bosebrothers7666
@bosebrothers7666 4 жыл бұрын
Teeteka bhaw tu lage ki
@Ajsjskkkhsjhtsu
@Ajsjskkkhsjhtsu 4 жыл бұрын
Baideu hukan khorisa aru hah mangkho kenekoi bonai apuni ata video bonabosun please
@TaruPhukan
@TaruPhukan 4 жыл бұрын
আছে নেকি video
@gitumonidas5796
@gitumonidas5796 4 жыл бұрын
Val lagil. Aapuni eman easy ke bujaise.
@TaruPhukan
@TaruPhukan 4 жыл бұрын
Thanks ❣️
@babyyasmin2612
@babyyasmin2612 4 жыл бұрын
Oti khundor baa moiu bawhotia
@TaruPhukan
@TaruPhukan 4 жыл бұрын
অ,,,হয় নেকি
@archanadutta808
@archanadutta808 4 жыл бұрын
Apunar protitu video saai bohut bur kotha hikibo parisu..
@TaruPhukan
@TaruPhukan 4 жыл бұрын
মৰম দিলো
@ushabhuyan4264
@ushabhuyan4264 3 жыл бұрын
বছৰটোলৈ থ'লে ফ্ৰীজত থব লাগিব নেকি।
@TaruPhukan
@TaruPhukan 3 жыл бұрын
নেলাগে…এনেদৰে থাকে
@dde4671
@dde4671 4 жыл бұрын
Moi Arunachal or pora ansilu jua bosor ruka bahor gaj.botolor hoite.atya abosor hol Achar bonabo parimne baideu plz jonabo
@TaruPhukan
@TaruPhukan 4 жыл бұрын
পাৰিব …ভাল হৈ আছে যদি ।ন'হলে শুকান খৰিচাও বনাব পাৰিব।
@dde4671
@dde4671 4 жыл бұрын
@@TaruPhukan dekhat tu bhal hoi thoka Jen a lagise .Pani kintu pura full nasil adhahe asil.moi gom pua nasilu full thakibo Lage buli.thnks apuni jonuar babe
@TaruPhukan
@TaruPhukan 4 жыл бұрын
একো নহয় …এনেদৰেও থ'বও পাৰি পানী নিদিয়াকৈ…আৰামত বনাই খাওক…ভোট জলকীয়া,সৰিয়হৰে…
@dde4671
@dde4671 4 жыл бұрын
Thnk u baideu
@kamalakakati8479
@kamalakakati8479 3 жыл бұрын
Moi eruai ana dighal bah gaj loi ani korisilu , drinking water diar pasoto alop yellowist hoise kio baru?
@labhitadeka6233
@labhitadeka6233 3 жыл бұрын
Hip
@taranidas6466
@taranidas6466 4 жыл бұрын
Asar kenekoi banai kabasun
@TaruPhukan
@TaruPhukan 4 жыл бұрын
নিশ্চয়
@nanditagogoi7968
@nanditagogoi7968 4 жыл бұрын
Teteli Hongrakhon podhatito diba sun
@TaruPhukan
@TaruPhukan 4 жыл бұрын
অ,,,
@moinakalita475
@moinakalita475 3 жыл бұрын
Vador mahot nowari neki baideu
@y.k.creative8410
@y.k.creative8410 4 жыл бұрын
Baidew plastic or botolot thola bea hbo nki
@TaruPhukan
@TaruPhukan 4 жыл бұрын
অলপ ক'লা পৰিব কিজানি
@jimichetia6097
@jimichetia6097 4 жыл бұрын
বাইদেউ খৰিছাবোৰ কলা হৈ যায় ,কিয় বাৰু
@TaruPhukan
@TaruPhukan 4 жыл бұрын
এনেদৰে থৈ চাবাচোন
@pompykakaty1817
@pompykakaty1817 4 жыл бұрын
Baa moi glass bottle t vorai thuat jar tu crack hoi gol pisdina khan kyo hol baru anekua?
@TaruPhukan
@TaruPhukan 4 жыл бұрын
বটলটো ফটা আছিল কিজানি…
@pompykakaty1817
@pompykakaty1817 4 жыл бұрын
Baa bozarot pua jikunu bah gajor a bonabo pari ne?
@silpibharali5081
@silpibharali5081 3 жыл бұрын
ধন্যবাদ। তেন্তে আচাৰ কেনেকৈ বনাম? জনাবচোন।
@TaruPhukan
@TaruPhukan 3 жыл бұрын
Nischoi
@kaustavm878
@kaustavm878 3 жыл бұрын
Baidou kesa koi kanakai 1yr mn rakhibo prai... Plz reply
@TaruPhukan
@TaruPhukan 3 жыл бұрын
বেচি দিনহে থাকিব…আৰামত…
@kaustavm878
@kaustavm878 3 жыл бұрын
@@TaruPhukan thq
@mousumihazarika4257
@mousumihazarika4257 4 жыл бұрын
প্লাষ্টিকৰ বটলত ভৰাই থ'ব পাৰিনে?
@TaruPhukan
@TaruPhukan 4 жыл бұрын
চিচাৰৰ হ'লে বেচি ভাল
@rukminisarma549
@rukminisarma549 4 жыл бұрын
খৰিচাৰ তৰকাৰিৰ ৰেচিপী দিব বাইদেউ
@TaruPhukan
@TaruPhukan 4 жыл бұрын
Nischoi
@munmikashyap8577
@munmikashyap8577 3 жыл бұрын
Gajot pani nidileu gajor porai pani ulai dekhun 4 din manr pisot
@chandanasarma8928
@chandanasarma8928 4 жыл бұрын
খৰিচা ত আমি ঠেকেৰা দি থ ও।শাহু কৈছিল শুকান কৈয়ো খৰিচা থব পাৰি তেওঁ মোক শিকাই দিছিল। ৰঙটো পিচে কলা হয়।
@TaruPhukan
@TaruPhukan 4 жыл бұрын
অ' শুকান খৰিচা…প্ৰথমে এনেদৰে থ'বই লাগিব …পিছতহে শুকান বা আচাৰ বনাব পাৰি
@bhubaneswarnath6680
@bhubaneswarnath6680 4 жыл бұрын
হাহঁৰ লগত কেনেকৈ বনাই খাই দিবছোন
@TaruPhukan
@TaruPhukan 4 жыл бұрын
দিব লাগিব
@bontibora5562
@bontibora5562 2 жыл бұрын
বাইদেউ, বাঁহ গাজ খিনি ৰ'দত দিওঁতে সাফৰ খুলি দিব লাগিবনেকি জনাবচোন।
@TaruPhukan
@TaruPhukan 2 жыл бұрын
ৰ'দত দিব নেলাগে …খৰিচা ৰ'দত নিদিলেও হয়…আচাৰ বনালেহে ৰ'দত দিওঁ
@akashjyotisaikia4532
@akashjyotisaikia4532 4 жыл бұрын
আচাৰৰ ৰেচিপি দিবচোন খৰিছাৰ
@TaruPhukan
@TaruPhukan 4 жыл бұрын
দিম বাৰু
@nanditagogoi7968
@nanditagogoi7968 4 жыл бұрын
Asar diba
@TaruPhukan
@TaruPhukan 4 жыл бұрын
নিশ্চয়
@mrigaleeborah.6639
@mrigaleeborah.6639 4 жыл бұрын
Plastic r boiyam t thole beya hbo nki
@TaruPhukan
@TaruPhukan 4 жыл бұрын
আচলতে আইনাৰ বটলত থ'লে বেচি ভাল…ন'হলে মাটিৰ টেকেলি
@mrigaleeborah.6639
@mrigaleeborah.6639 4 жыл бұрын
@@TaruPhukan Hoi nki thank you, mr j etiya ni ji kta asle asar thuwa hol apuni dangor kasor bottle kta kor pora loise
@ub594
@ub594 5 жыл бұрын
👌👍🙏..mok je abotol gift dibo dei..🤗
@TaruPhukan
@TaruPhukan 5 жыл бұрын
সঁচাকৈয়ে পঠিয়াম…সম্পূৰ্ণ ঠিকনা দিবা ❤
@ub594
@ub594 5 жыл бұрын
🤗🤩
@bosebrothers7666
@bosebrothers7666 4 жыл бұрын
Reply plz
@tilottomagogoi7272
@tilottomagogoi7272 4 жыл бұрын
খৰিছা আছাৰ কেনেকৈ বনাই
@TaruPhukan
@TaruPhukan 4 жыл бұрын
দিম ৰ'বা
@junmonigoswami5231
@junmonigoswami5231 4 жыл бұрын
Pani khini pelai dibo lge ne pisot
@TaruPhukan
@TaruPhukan 4 жыл бұрын
আজি এটা দিছো চাবা… পেলাই নিদিবা…টেঙা হৈ যায়…মাছৰ টেঙা ভাল হয়
@17zari
@17zari 2 жыл бұрын
@@TaruPhukan baideu recipe link Tu please dibo....
@silpibharali5081
@silpibharali5081 3 жыл бұрын
এটা কথা জনাবনে? খৰিছা খিনি টেঙা হোৱাৰ পিছত শুকান কৈ চেপি থব লাগে নে পানীৰে সৈতে যেনেকৈ আছে তেনেকৈ য়ে থব লাগে? জনাব চোন। উপকৃত হম
@TaruPhukan
@TaruPhukan 3 жыл бұрын
পানীৰে সৈতে থৈ দিবা…যিকোনো টেঙা আঞ্জা খৰিচাৰে বনালে তাৰ পানীও দিব পাৰা…ভাল হয়
@anjumaahmed7320
@anjumaahmed7320 4 жыл бұрын
বাইদেউ খৰিচাৰ লগত কি কি দি থব লাগে?
@TaruPhukan
@TaruPhukan 4 жыл бұрын
খৰিচা…খৰিচাৰে…টেঙা হোৱা পিছতহে আচাৰ বনাব পাৰি
@anjumaahmed7320
@anjumaahmed7320 4 жыл бұрын
নহয় মানে খৰিচাখিনিত কেৱল পানী দি থলেই হব নে আৰু কিবা দিব লাগিব?
@TaruPhukan
@TaruPhukan 4 жыл бұрын
পানী বা নিদিয়াকৈ
@anjumaahmed7320
@anjumaahmed7320 4 жыл бұрын
@@TaruPhukan বুজি নাপালো।
@mphukan6172
@mphukan6172 5 жыл бұрын
Baideo moi thoisu, kintu bor val hua nai. Plastic bottle hua babe hoise neki. Janabo Sun Baideo.
@TaruPhukan
@TaruPhukan 5 жыл бұрын
শুকান চিচাৰ বটল ল'বা………মই বহুত বছৰ থোৱা পিছতো বেয়া নহয়……গাজটো ভালদৰে চাফা কৰি ল'বা ……কি হ'ল বাৰু ?কেনেকুৱা হৈছে ?? পানী ক'লা পৰে নেকি ?
@mphukan6172
@mphukan6172 5 жыл бұрын
পানী নহয়, গাজ খিনিহে অলপ কলা পৰি গৈছে.
@utpalroy9819
@utpalroy9819 4 жыл бұрын
No m in
@babyjourney4298
@babyjourney4298 3 жыл бұрын
Baideu fridge t thobo lage niki 3 / 4 din pist
@krishnagogoi2763
@krishnagogoi2763 4 жыл бұрын
Baideu khrisat ami pani di nthou.tnke thoi ne.Ami khudunat khundi haldhi hani boiamt vorai thou nije pani khrisar pra ulai
@TaruPhukan
@TaruPhukan 4 жыл бұрын
হয় …মইও বহুভাগে থওঁ…হালধি দি কৰিলে বেচিকৈ আচাৰ বনাওঁ…
@dimpalkalita7059
@dimpalkalita7059 4 жыл бұрын
Baido..moi abar bonaisilo..kitu kiba hol ..tita lagise 😬 Kio hol jane jodi reply dib sun
@TaruPhukan
@TaruPhukan 4 жыл бұрын
এনে মাহত খৰিচা বনালে তিতা ভাৱ এটা থাকে…
@dimpalkalita7059
@dimpalkalita7059 4 жыл бұрын
@@TaruPhukan Oooo ..thank you very much
@manosibora5164
@manosibora5164 3 жыл бұрын
Pani di thua khinit nimokh dib nalage neki jonab sun
@TaruPhukan
@TaruPhukan 3 жыл бұрын
নেলাগে…
@PallabikaNath
@PallabikaNath 4 жыл бұрын
Val lagil 👍
@TaruPhukan
@TaruPhukan 4 жыл бұрын
Thanks
Always be more smart #shorts
00:32
Jin and Hattie
Рет қаралды 46 МЛН
КАРМАНЧИК 2 СЕЗОН 7 СЕРИЯ ФИНАЛ
21:37
Inter Production
Рет қаралды 506 М.
How To Make Fermented Bamboo Shoot || Noh-Shom
4:39
Swethi Vlogs
Рет қаралды 3 М.
Always be more smart #shorts
00:32
Jin and Hattie
Рет қаралды 46 МЛН