Рет қаралды 75,337
⭕ খিলঞ্জীয়া VS মিঞা
⭕ কি কাৰণে কেৱল খিলঞ্জীয়া মুছলমান সকলৰ সৈতে সুকীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছিল মুখ্যমন্ত্ৰীয়ে?
⭕ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীক প্ৰশ্ন বিৰোধীৰ
⭕ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীৰ মন্তব্য: খিলঞ্জীয়া মুছলমান সকল আৰু অসমত বাস কৰা অন্য মুছলমান সকলৰ ধৰ্ম একে যদিও তেওঁলোকৰ ভাষা আৰু সংস্কৃিতৰ মাজত পাৰ্থক্য আছে
⭕ খিলঞ্জীয়া মুছলমান সকলৰ সৈতে হোৱা বৈঠকত তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ সমাধান সন্দৰ্ভতো আলোচনা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীৰ স্পষ্ট উত্তৰ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/