No video

কিয় খীণালো সুধি থকাৰ বাবে সকলো কৈছো আৰু পথ্য বিধৰো মই খোৱা ধৰণে দেখুৱাই দিছো/How to Reduce my weight

  Рет қаралды 283,138

Taru Phukan

Taru Phukan

Күн бұрын

#সুস্বাস্থ্যৰ বাবে সদায় ৰাতিপুৱা এগিলাচ কোমোৰাৰ ৰস খাওক
কোমোৰাৰ ৰস হৈছে এক স্বাস্থ্যকৰ, সতেজ, আৰু সুস্বাদু ৰসৰ , বিশেষকৈ ওজন কমোৱাৰ বাবে, গৰ্ভধাৰণ শক্তি খাদ্য হিচাপে, মধুমেহ, কেন্সাৰ ৰোগীৰ বাবে ই এক সৰ্বোত্তম খাদ্য। যিহেতু এই পাচলিবিধত এণ্টিঅক্সিডেণ্ট প্ৰচুৰ মাত্ৰ পোৱা যায় , ই গেষ্ট্ৰিক শ্লেষ্মাৰ ক্ষতি প্ৰতিহত কৰাত সহায় কৰে। ই এচিড ৰিফ্লাক্স চিণ্ড্ৰোম আৰু কোষ্ঠকাঠিন্যৰ চিকিৎসাত সহায় কৰে। ই চুম্বকৰ দৰে আমাৰ শৰীৰৰ বিষাক্ত পদাৰ্থ অৰ্থাৎ toxin ক টানি শৰীৰৰ পৰা বাহিৰলৈ উলিয়াই এনে। আৰু আমি সকলোৱে জানো, আমাৰ শৰীৰত toxin বা বিষাক্ত পদাৰ্থ নাথাকিলে আমাৰ শৰীৰত কোনো ৰোগেও বাস কৰিব নোৱাৰে।
কোমোৰাৰ ৰস প্ৰাকৃতিকভাবে শৰীৰৰ শীতলতা দিয়া আৰু শৰীৰক ডিটক্স কৰাৰ ভৰপূৰ ক্ষমতা থকা এক ৰস। ই আমাৰ শৰীৰৰ পৰা বছৰ পুৰণি আৱৰ্জনা উলিয়াই পঠিয়াই। গৰম আৰু আৰ্দ্ৰ ঋতুত ই এক তৃষ্ণা নিবাৰণ হিচাপে কাম কৰে আৰু দৈনিক খালী পেটত খালে বহুতো স্বাস্থ্যৰ উপকাৰিতা পোৱা যায়। কোমোৰাৰ ৰসত কেলৰি আৰু চৰ্বিৰ পৰিমাণ কম আৰু লগতে ইয়াত থকা নিম্নতম কাৰ্বোহাইড্ৰেট, ভিটামিনৰ উৎকৃষ্ট উৎস হোৱাৰ হেতুকে ওজন হ্ৰাসৰ বাবেও ই এক আদৰ্শ ৰস হৈ উঠে। এই ফলবিধে বিভিন্ন স্বাস্থ্যৰ উপকাৰীতা প্ৰদান কৰে আৰু ইযাক বহু শতাব্দী ধৰি পৰম্পৰাগত চীন আৰু আয়ুৰ্বেদিক ঔষধত ব্যৱহাৰ কৰি অহা হৈছে।
মধুমেহ ৰোগৰ পৰা উপশম দিয়াৰ পৰা কেঞ্চাৰৰ কোষ ধ্বংস কৰালৈকে, কিডনীৰ পাথৰ শৰীৰৰ পৰা দূৰ কৰাৰ পৰা বেক্টেৰিয়াৰ পৰা শৰীৰটোক বচাই ৰখালৈকে ইয়াৰ আছে আৰু বহুতো গুণাগুণ। সেইবাবে ইয়াক আয়ুৰ্বেদ আৰু বিজ্ঞান দুয়োটাই ৰাতিপুৱা খালি পেটত খোৱা এক উত্তম ৰস অথবা জুচ বুলি অভিহিত কৰে।
ইয়াক তৈয়াৰ কৰাটোও তেনেই সহজ। গুটি গুচাই কোমোৰাটো সৰু সৰুকৈ কাটি মিক্সিত পিছি ৰসখিনি মছলিন কাপোৰেৰে চেকি উলিয়াই পৰিবেশন কৰিব।
নয়ন মণি বৰা
অধ্যাপিকা, ডায়েট তিনিচুকীয়া
1 জুলাই,2021

Пікірлер: 623
@TaruPhukan
@TaruPhukan 2 жыл бұрын
Link 👉kzfaq.info/get/bejne/Y7Vjf6-FkrrUl4U.html এই video টোত সুধি থকা সকলো প্ৰশ্নৰ উত্তৰ মোৰ description box ত চালে সকলো উত্তৰ পাব … Thanks everyone ❤️💚
@shyamalimaborah3457
@shyamalimaborah3457 2 жыл бұрын
Baideu link tut sabo pra ny copy kri..abar dbo nki akou link tu
@anjanabaruah8441
@anjanabaruah8441 2 жыл бұрын
@@shyamalimaborah3457 ঔঅঝ
@tulikasaikia7640
@tulikasaikia7640 2 жыл бұрын
বাইদেউ মইও চাব পৰা নাই
@ellorarajbongshi9863
@ellorarajbongshi9863 2 жыл бұрын
@@shyamalimaborah3457 a
@alamina...494
@alamina...494 2 жыл бұрын
Aunty link to sabo nuwari vl dore dibo sn
@subhasaikia588
@subhasaikia588 2 жыл бұрын
স্বাস্থ্য সম্পৰ্কীয় এটি সুন্দৰ সমিধান দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ বাইদেউ।
@Bobisideasandvlogs
@Bobisideasandvlogs 2 жыл бұрын
বহুত ভাল লাগিল বাইদেউ। ধন্যবাদ আপোনালৈ ইমান সহজতে খীনাব পৰা পৰামৰ্শ দিয়া বাবে।🙏🙏
@rubidutta458
@rubidutta458 2 жыл бұрын
খুব ভাল লাগিল বাইদেউ কথা খিনি জানি .....মোৰো ওজন বেছি ,,ডাক্তৰে সদায় কয় ওজন কমাবলৈ ,,কিন্তু পৰা নাই ,,,,আপোনাৰ এই বিধানটো মইও চেষ্টা কৰিম । ধন্যবাদ বাইদেউ 🙏
@Chinmoybarman111
@Chinmoybarman111 2 жыл бұрын
Khinale ne apuni baa
@moitrayeedas5760
@moitrayeedas5760 2 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ।মোৰ কাৰণে বৰ দৰকাৰী post এটা দিলে।❤️
@hafijurrahaman937
@hafijurrahaman937 Жыл бұрын
Apunar komilne
@himadrisvlogs7722
@himadrisvlogs7722 Жыл бұрын
কোমোৰাতো সদায়ে বনাই লব লাগেনে বনাই থৈ দিলেও হব বাইদেউ।আৰু বনাই থৈ ফ্ৰিজত ৰাখিলে হবনে?আৰু এটা কোমোৰা এনেই থৈ দি জুচখিনি বনাই খালে কোমোৰাতো বেয়া হৈ যাব নহয়..... অনুগ্ৰহ কৰি জনাবচোন
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
Absolutely right questions.....
@gauritaye6047
@gauritaye6047 2 жыл бұрын
ধন্যবাদ বাইদেউ, এনেকুৱা এটা বহুমূলীয়া সমিধান দিয়াৰ বাবে।
@FunandfoodwithPolivlogs
@FunandfoodwithPolivlogs 2 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ মই বহুত শকত বহুত ভাল লাগিল জানিব পাৰি 🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾🙏🏾♥️♥️♥️♥️
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hi muru frd hba ni moiu back krim
@manjudutta2337
@manjudutta2337 2 жыл бұрын
মই ও বহুত শকত , ভাল এটা দিহা পালোঁ , খাবলৈ আৰম্ভ কৰিম । এটিয়া বাংগালোৰ ত আছোঁ গৈ এ খাম । ধন্যবাদ জনালোঁ আপোনাক
@khanjanadas7755
@khanjanadas7755 2 жыл бұрын
Apuni kenekua results ple?
@Elina0061
@Elina0061 2 жыл бұрын
বহুত বহুত ধন্যবাদ থাকিল বাইদেউ। পিছে খিনাই যোৱাৰ লগতে গা দূৰ্বল হোৱাৰ সম্ভাৱনাও আছে নেকি, জনালে বহুত ভাল পাম।
@TaruPhukan
@TaruPhukan 2 жыл бұрын
লেখাটো চাবা…
@nanigopalphukan198
@nanigopalphukan198 Жыл бұрын
খিনাই গলে আকৌ মাছ মাংস পুৰা খায় দিব
@Elina0061
@Elina0061 Жыл бұрын
@@nanigopalphukan198 hehehe hoi diyok
@fazalalihazarika1195
@fazalalihazarika1195 2 жыл бұрын
বহুত বহুত ধন্যবাদ কথা এটা সুধিব বিচাৰি ছো ,গৰম পানী দি খাব পাৰি নাই বাৰু?মই ঠাণ্ডা পানী খাব নোৱাৰো
@TaruPhukan
@TaruPhukan 2 жыл бұрын
পাৰিব…কুহুমীয়া
@tulikachoudhury3644
@tulikachoudhury3644 2 жыл бұрын
বাইদেউ খালি পেটত খোৱাৰ পিছত কিমান সময়ৰ পিছত খাদ্য খাব পাৰি আৰু কেনেকুৱা ধৰনৰ খাদ্য খাব লাগে জনাবোছুন। আপুনাক দেখি মোৰো খিনাব মন গৈছে মোৰ বৰ্তমান 57 কিলোগ্ৰাম । Plz reply Debo🙏
@gitanjalikalitaborah9346
@gitanjalikalitaborah9346 2 жыл бұрын
Hoi moiu janibo bisaru baideu..mrng kumura Pani khuwa pasot apuni ki ki diet manisil...vat ruti khuwa nasil nki..valkoi jonabo
@pallaviborah1585
@pallaviborah1585 2 жыл бұрын
আপোনাক বহুত বহুত ধন্যবাদ। এই video টো চোৱাৰ পাছৰ পৰাই ময়ো খাবলৈ লৈছোঁ। ফলাফল টো পাছত জনাম বাৰু। আপোনালৈ এটা অনুৰোধ যে ৰৈ যোৱা কোমোৰাৰ সাহখিনি দালিত দি খোৱাৰ বাহিৰেও আন কিবা সুস্বাদু ধৰনে বনাব পাৰি নেকি জনাবচোন।‌ বৰ আশাৰে বাট চাই ৰলো...
@tejashkamalbora1252
@tejashkamalbora1252 2 жыл бұрын
Result ki pale baideo
@himashreedevi8577
@himashreedevi8577 Жыл бұрын
Result tu janbo baideu
@molayasarmah6817
@molayasarmah6817 2 жыл бұрын
মই ও দুদিনমান খালো কিন্তু বেছি উপকাৰ নাপালো ,আপোনাক দেখি আকৌ খাম বুলি ভাবিছ তৰু বা
@princebora939
@princebora939 2 жыл бұрын
Vedio 2 Sai bohut vall lagel Aru agyai juwa baaa Goa r pora morom jaseliu
@jyotisaikia2947
@jyotisaikia2947 2 жыл бұрын
কি বুলি ধন্যবাদ জনাম আপোনাক।
@banditarajbongshi5027
@banditarajbongshi5027 2 жыл бұрын
Ooh my god bido bor hukh palu eman dhunia koi bujay dile apuni moiu try korim keneke j khinam hoday takey vabi thaku moi.🧐
@anjanagoswami9474
@anjanagoswami9474 Жыл бұрын
বহুত ধন্যবাদ ।বৰ দৰকাৰী প'ষ্ট দিলে।আৰম্ভ কৰি দিওঁ তাৰপাচত আপোনাক জনাম।🙏🏻
@sabitadeka789
@sabitadeka789 2 жыл бұрын
Thanks for valuable information 🙏🙏.mam belly fats komibone? Plz jonabosun🙏🙏🙏🙏🙏🙏
@familykitchen2695
@familykitchen2695 2 жыл бұрын
Khuri apunk bohut bohut dhoynbad moi o kham ajir pora moi o bht besi xkot hoi goisu
@paporiborpatra5124
@paporiborpatra5124 Жыл бұрын
মই উপকৃত হ'লো বা..মোৰ ওজন কমিল। ধন্যবাদ জনালো❤
@TaruPhukan
@TaruPhukan Жыл бұрын
তুমি এনেও বৰ ধুনীয়া ওজন কমিল যদি আৰু ধুনীয়া হৈ পৰিলা ❤️
@pritiofficial6745
@pritiofficial6745 Жыл бұрын
Kimn dint komise ba
@manakhikitchen
@manakhikitchen 2 жыл бұрын
Ma'am..grom Pani na thanda Pani use korisil jonabo soon please 🙏🙏
@JanakBasumatary-ow5xd
@JanakBasumatary-ow5xd Жыл бұрын
Thanda sage hei krne nai kua..gorom ne thanda
@namitasarma1956
@namitasarma1956 2 жыл бұрын
Baideu ,apunar kumurar ros khoa video tu sai bohut bhal lagil,moio kham buli bhabisu ,weight bohut hoise,kintu mur hypothyroid asekhabo parimne ,jonale bhal pam,xexot bihur olog jonalu
@NeelamDevi-ni1sy
@NeelamDevi-ni1sy Жыл бұрын
Kumurar juice khai thoka homoykhinit diet control koribo lage neki... Thankss for your most valuable tips🙏🏻
@rumibhuyan4751
@rumibhuyan4751 Жыл бұрын
ধন্যবাদ
@KarabiRadu-eh3rn
@KarabiRadu-eh3rn 4 күн бұрын
বাইদেউ সদায় কুমাৰা কত পাম,,,মইও শকত হয় ক্ষীণ হব সুজো
@himajyotimazumdar1408
@himajyotimazumdar1408 2 жыл бұрын
ভাল লাগিল।খালী পেটত খাই উঠি কিমান পিছত চাহ- তাহ খাব পাৰি ?
@rekhagogoi9098
@rekhagogoi9098 2 жыл бұрын
Bor dhunia lagil apunar video 💯💯💯🥰🥰♥️♥️🙏🔱
@nimishaadhikary6833
@nimishaadhikary6833 2 жыл бұрын
Moi try kori apunak jonam baideu.. Bohut dhoynobad..
@himashreedevi8577
@himashreedevi8577 Жыл бұрын
Apuni ki result pale kbo sunn
@debikaozah6112
@debikaozah6112 2 жыл бұрын
Try কৰিম।কোমোৰা ৰসে স্মৃতি শক্তি বৃদ্ধি কৰে বুলি শুনিছোঁ।
@mhodhamza8083
@mhodhamza8083 2 жыл бұрын
Val lagil video tu sai..baideo apuni kiman dinot kiman kg komasil?mur weight 70 kg aru age o besi nhi so moi khinabo bisaru..apuni diet o korisil nki??plz jonabo
@jaguarearn3810
@jaguarearn3810 3 ай бұрын
Aitu khaiu bule agal agal vaat khai ase...monote vabi ase khinam...aku laav nohobo...food (specially carbs) intake komaboi lagibo
@sikharani2265
@sikharani2265 2 жыл бұрын
Thank you baa.eman dine xohj upai bisari asilu,aji pai Glu.thnx baa
@BismoiMoran
@BismoiMoran 3 ай бұрын
Val lagil dei ba kotha bur jani kintu emn bure quistion kori ase apuni reply nokore dekhun
@bandanadas649
@bandanadas649 2 жыл бұрын
Dhanyabad mam .....mi o vbi asilu keneke khinam ki kham .......apuni kowa babe thank you aru kobosun plz khowa bowar poriman o komai dibo lagibo Niki aru ki ki khabo nalagibo jonabosun Mr boyokh 28 hisape Mr o ujon barhise mi 72 kg asu so Mr o bht a tnsn plz vlkoi jonabo mam
@kirtikamalpatar509
@kirtikamalpatar509 Жыл бұрын
Rashmi Rekha Kropi বহুত বহুত ধন্যবাদ বা
@tultulboruah9037
@tultulboruah9037 2 жыл бұрын
Baideu bhut vl lagil..moiu bhut hokot bhut try korisu khinabo..kintu nikhinau....vl lagil sai moiu khm aji pora
@sudiptapuzari4167
@sudiptapuzari4167 2 жыл бұрын
Baidew apunar vediotu sai bohut bhal lagile , hil kumura joha kumura jikunu hole hobone jonabosun
@rupasarmah8848
@rupasarmah8848 2 жыл бұрын
বহুত ভাল লাগিছে ধন্যবাদ বাইদেউ
@jintimaninath3397
@jintimaninath3397 Жыл бұрын
বাইদেউ কোমোৰাৰ ৰস খোৱাৰ পিছত দিনটোৰ খোৱা খাদ্য লগতে সময়ৰ হিচাপ খিনি ক'ব প্লিজ🙏🙏🙏। মই আপোনাক বহুত শ্ৰদ্ধা কৰো লগতে আপুনি শিকোৱা বোৰ শিকিব যত্ন কৰো।
@user-ik6cr7cj4t
@user-ik6cr7cj4t 11 ай бұрын
ৰাতিপুৱা আমাৰ ইয়াত লাইনৰ অলপ প্ৰবলেম হয়
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
ক্ষীণ হোৱাত সহায়ক গতিকে প্ৰশ্ন নাই..... কিন্ত! পেটৰ পৰা চৰ্বী নাইকিয়া হব নে?....
@dikhadevi9218
@dikhadevi9218 Жыл бұрын
Bohut vl lagil baa mur babe eta dorkari video palu
@aimipathakbora6304
@aimipathakbora6304 2 жыл бұрын
বাইদেউ এতিয়া যিহেতু ঠান্ডা দিন কুহুমিয়া গৰম কৰি খাব পাৰিম নে। আৰু এইটো খোৱাৰ সময়ত বেলেগ কিবা diet follow কৰিছিল নেকি জনাবছোন।
@TaruPhukan
@TaruPhukan 2 жыл бұрын
একো নাই কৰা …সদায়ে যেনেদৰে খাওঁ
@bimalidaimari3585
@bimalidaimari3585 2 жыл бұрын
Apunar video sai bhal lagil ,aitu janibo bisarisu kumura ros khoute kiba side effect asene nai jonabo
@dipannitabhargab230
@dipannitabhargab230 2 жыл бұрын
@@TaruPhukan kiba exercise ba khuj karhisil neki
@simasaikia380
@simasaikia380 2 жыл бұрын
Tq moi alop khinaboloi bisari asu logot mur pet dangar petu nuhuwa koribo bisarisu. Aru bodyr jot jot fats bahise tak naikiya koribo bisaru. Ai juicetu fat lost hoine? Janabosun anty
@ranjitneog3868
@ranjitneog3868 2 жыл бұрын
Baideu moi bohut hokot apuni kuwa kumura juice kham aru kiba beleg dite koribo lagibo ni tar logot kobo sun.mur weight 100 kg hol .age 30 hoise.
@priyan726
@priyan726 14 күн бұрын
কিবা বাচি খাব লাগিব নেকি বা নে ঘৰুৱা খাদ্য সদায় যি খাও শেই বোৰ খাব পাৰিম
@jamuguribuari2176
@jamuguribuari2176 2 жыл бұрын
Baidau moi bahut hokot kham buli vabisu. Bahut Val lagil video sai thanku ba
@rituparnavlog4432
@rituparnavlog4432 2 жыл бұрын
Muk alop xokot hua upai dioksun sobei bohut jukai😢😢 apunar kothabur bissax koru sobei xosa kothaa nokoi but apunar video bur real hoi plzzz xohoj poidhotit xokot hua upai ata diok
@dipannitabhargab230
@dipannitabhargab230 2 жыл бұрын
Thank u so much jonuwa babe ,bht poisa borbad korilu supliment khai jot ji paw order diu diet koru majote exercise korilu keidin mn kujkarhilu aku kam aha nai,aitu try korim aru result tu nichy apunak jonam
@rimpisarmainfo207
@rimpisarmainfo207 Жыл бұрын
Result jonaba
@apelib.d.2218
@apelib.d.2218 2 жыл бұрын
Thnks mem.try kori sam sure.
@Trisna2005
@Trisna2005 10 ай бұрын
বাইদেউ এই ৰস টো ৰাতিয়ে বনাই freez ত থৈ পিছদিনা পুৱা খাব পাৰি নে?
@lekhashreeborah6655
@lekhashreeborah6655 2 жыл бұрын
বাইদেউ গৰম পানীত দি খাব পাৰি নে? খালী পেটত খাব লাগিব নে আৰু Regular খাব লাগে নে বাইদেউ??
@TaruPhukan
@TaruPhukan 2 жыл бұрын
Description box চোৱাচোন
@Assameseborshavlog
@Assameseborshavlog 2 жыл бұрын
Val lagil day vidio to 👌👌
@promudkonwar5737
@promudkonwar5737 2 жыл бұрын
Dhanyabad baidew. Garam kori khabo parine moiu kham thanda karone hudhilu
@nikitakalita6491
@nikitakalita6491 Жыл бұрын
এই কুমুৰাৰ ৰস খিনি সদাই খাব লাগিবনা না সপ্তাহত তিনিদিন খাব লাগিব please reply 🙏🙏
@bhanita898
@bhanita898 2 жыл бұрын
বহুত বহুত ধন্যবাদ বাইদেউ মুকলি কৈ কুৱা বাবে
@TaruPhukan
@TaruPhukan 2 жыл бұрын
Description box চালে নয়নমণি বৰা সকলোখিনি কথায়ে জানিবা…
@barnalidas4359
@barnalidas4359 2 жыл бұрын
Bahut val lagil ba kotha to jani moi khinabo babe rati vt khowa bondh kori disilo maa dewta gali o khaw atiya ai khini a trai korim robok
@TaruPhukan
@TaruPhukan 2 жыл бұрын
সেয়া নকৰিবা…তোমালোকে খোৱা বোৱা কৰাটো দৰকাৰী…
@bobygogoinahardeka303
@bobygogoinahardeka303 10 ай бұрын
baa petor sorbi komene please jonabo
@rekhadaspathsala8371
@rekhadaspathsala8371 2 жыл бұрын
Try korim baideu aru kom aponak.. Thank you
@ushatheprincesofkingban
@ushatheprincesofkingban 2 жыл бұрын
ভাল লাগিল বাইদেউ। নিশ্চয় বনাই খাম।
@nazmamanzil4696
@nazmamanzil4696 2 жыл бұрын
Thin howa tips to jani vl lagil 👌👌thank you ma'am 🙏🙏guwahati
@moriyambegum5500
@moriyambegum5500 2 жыл бұрын
Khin howa tips to jani val lagil ma'am thank you👌🙏 nahorani
@user-qf6cm5bk2x
@user-qf6cm5bk2x 15 күн бұрын
কোমোৰা ৰস থাইৰয়ড থাকিলে খাব পাৰিনে
@nabanitarangshal8062
@nabanitarangshal8062 2 жыл бұрын
Baideu video 2 Sai bor val lagil.Baideu komurar rokh2 kiba bemaror karone beya neki jonabosun!
@TaruPhukan
@TaruPhukan 2 жыл бұрын
মোৰ description box ত চোৱা আৰু যিগৰাকী ভণ্টীৰ কথামতে খাইছিলো তাই সকলোখিনিয়ে লিখি দিছে
@meeradas133
@meeradas133 9 ай бұрын
Aapuni juice khua logote dieting u korisile nki....jonabo xun
@himashreedevi8577
@himashreedevi8577 Жыл бұрын
Kun kun ai2 video sai kine khinaise review dibo sun plzzz .... Moi atiya he paisu video tu .aru khaboloi aramvo korisu ... Khinam ne baru moi
@karabisaikia460
@karabisaikia460 4 ай бұрын
🎉🎉🎉
@karabikitchens9599
@karabikitchens9599 2 жыл бұрын
ভাল লাগিল বা ,ময়ো আপোনাৰ দৰে খীনাবলৈ কোমোৰা জোচ খাম। য
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hi muru frd hba ni moiu back krim tumk
@priyan726
@priyan726 14 күн бұрын
Khinsle ne
@priyan726
@priyan726 14 күн бұрын
Khinsle ne
@susitragogoi5806
@susitragogoi5806 2 жыл бұрын
Try korim baidow, vl fol pale nishoi jonam,,,
@pahiswayoflife3206
@pahiswayoflife3206 2 жыл бұрын
Thank you.ai video saai moi already khuwa start kori disu.Apuni kumura rosh Khuwa logtai exercise aru diet u korisil ni jonabosun.bohut kosto kori asu.plz rply
@radharaniboro4699
@radharaniboro4699 2 жыл бұрын
বা মোৰ পেটটো বেছিকৈ ওলাইছে লগতে শকতো হৈছো বহুত।ভাগৰ লাগে,ভৰি বিষায়।মোৰ ওজন ৬৬।বয়স ২৭ বছৰ।ভিডিঅটো চাই ভাল পালো।ধন্যবাদ আপোনাক বা❤️
@meghnadas3002
@meghnadas3002 2 жыл бұрын
Muro 27 age... 75 asu
@radharaniboro4699
@radharaniboro4699 2 жыл бұрын
@@meghnadas3002 Niswoy tumaru okhubidha hoi no.. moi manuhjoni besi ukho nhy xeye kosto onuvob koru..
@ebaahamed9586
@ebaahamed9586 2 жыл бұрын
Baidaw কুমোৰা বজাৰৰ কেচা টো খালে হব নে প্লীজ জনাব 🙏🙏
@bowlarisvlogs4082
@bowlarisvlogs4082 2 жыл бұрын
Thank you dei borma! Share kora karone...
@RimpiDekaBora.-dg7kj
@RimpiDekaBora.-dg7kj Жыл бұрын
Baa mur bohut fatch hoise. Kumura jush khale naikia hobone baru. Plz jonabasun baa..
@y.k.creative8410
@y.k.creative8410 2 жыл бұрын
Vl lagil kotha 2 jani kintu gorom pani na thanda pani jonabo ne plzzz baidew, emn thandat thanda pani khabo olop prblm hoi
@bharatikalita4655
@bharatikalita4655 Жыл бұрын
বাইদেউ, পানীখিনি গৰম নে ঠাণ্ডা ল'ব লাগে বাৰু ? বা কুহুমীয়া পানী ব্যৱহাৰ কৰিব পাৰি নে ?
@anjumoniborah6861
@anjumoniborah6861 2 жыл бұрын
বহুত বহুত। ধন্যবাদ জনালো
@rupakashyap4600
@rupakashyap4600 2 жыл бұрын
Thank you baideu, gorom panir logot khale hobo nai baru?
@SiwaniDas975
@SiwaniDas975 10 күн бұрын
Bny sisar btlt vry rkhib prim ne baa
@trishnadive4460
@trishnadive4460 Жыл бұрын
Baidew moi bohut sakot hoi goiso bohut bastu Khao kin2 khinai najao 😭 aji apunar vdeo2 salo khai Sam baru kin2 moi Delhi t thaku eyaty Pam ny nai baa kumura taky hy
@mehebobaalom1746
@mehebobaalom1746 Жыл бұрын
কোমুৰাটো কিমানদিন খাব লাগিব বাইদেউ জানব চোন আৰু কোমুৰাটো সৰু নে বুৰা হব লাগিব
@parinitahiloidhari1182
@parinitahiloidhari1182 2 жыл бұрын
ধন্যবাদ জনালোঁ বাইদেউ।
@TaruPhukan
@TaruPhukan 2 жыл бұрын
❤️
@purabidevi6223
@purabidevi6223 2 жыл бұрын
Baa bahut val lagil janib pari.khaday khab lagibne.aru kiman din khab lagib khinabaloi.janabsun baa
@kashmiribordoloidutta4895
@kashmiribordoloidutta4895 2 жыл бұрын
Bahut bahut dhanyawad baidew....
@FriendlyMom
@FriendlyMom 2 жыл бұрын
bhal lagil… healthy is wealth
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hi muru frd hba ni moiu back krim tumk
@krishnabarman5721
@krishnabarman5721 2 жыл бұрын
Thank you mam , aitu sakalo age r manuhe khabo paribo ne ?mor 16years khabo parim ne juce tu
@dalidevi2944
@dalidevi2944 2 жыл бұрын
Ma'am pani TU grm ne thanda .. jnab sn
@Rizabor0
@Rizabor0 Жыл бұрын
Mur pregnancy Pisot bohut weight barhise. So kumurar rokh Khale kiman din lagibo khinaute. Karon khokot huwa babe Bor problem Pai asu. Aru moi Khai bohut val pau khuwa aribo lagibo neki. Jonabo
@nilanjanadas920
@nilanjanadas920 2 жыл бұрын
Khuridew onugroho kori jonabosun eyar kiba side effects ase nki jihetu mur thyroid bht bsi jar babe xokot hoi overweight hoi goisu 85kg ru ratipua khali petote khbo lge nki
@ninakha3035
@ninakha3035 Ай бұрын
Val lagil ba vidiotu sai
@gitanjali8968
@gitanjali8968 2 жыл бұрын
Baido bohutbhal lagil . kothakhini janibo parilo .moi o ajir pora kham
@shilpisikhagogoi6621
@shilpisikhagogoi6621 2 жыл бұрын
Baideu moi 1mah khalu ai kumura r juice.. kintu weight loss r khetot upokito noholu..
@purnimasimplelife746
@purnimasimplelife746 2 жыл бұрын
বাইদেউ আপুনি বহুত ধূনিয়া আপোনাৰ ভীডিও বোৰ চাও
@lakhyahiraborua
@lakhyahiraborua 2 жыл бұрын
বহুত সুন্দৰ ভিদিঅ বাইদেউ বহুত ভাল কথা এটা আজি আপোনাৰ পৰা সিকিলো
@krishnasarmah5152
@krishnasarmah5152 2 жыл бұрын
Moiu weight komano khuju baa...mur weight 63kg..moi khale khinam ne baa ❤️
@hasinabegum2294
@hasinabegum2294 2 жыл бұрын
বইদেউ এটা কোমোৰা ফ্ৰিজত ৰাখি খাব পাৰি নে ?
@BetterLifeAssam
@BetterLifeAssam 2 жыл бұрын
বৰ ভাল লাগিল বাইদেউ ভিডিঅ'টো
@lakshyahiradas1660
@lakshyahiradas1660 2 жыл бұрын
অশেষ ধন্যবাদ আপোনালৈ
@gopeshsharma7845
@gopeshsharma7845 27 күн бұрын
জহা কোমোৰা হ'লে হ'ব নেকি বাৰু। স্থানীয় কোমোৰা এতিয়াও পুৰঠ হোৱা নাই, জহা কোমোৰা হৈছে।
@hareswarmedhi2988
@hareswarmedhi2988 2 жыл бұрын
Aunty moi pooja...moi mur papar pora apunak comment korisu...mane moi khabo parim ne....aji moi khuwa start korisu...mur 20 age hy....apuni jonabo sun....moiu khabo parim ne...
@MrStark-kj2sm
@MrStark-kj2sm 2 жыл бұрын
Bohut 2 dhoinobad baidao.moi nicchoi try korim
@TaruPhukan
@TaruPhukan 2 жыл бұрын
ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা…শুভ হওঁক ২০২২
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 23 МЛН
طردت النملة من المنزل😡 ماذا فعل؟🥲
00:25
Cool Tool SHORTS Arabic
Рет қаралды 23 МЛН
Мы сделали гигантские сухарики!  #большаяеда
00:44
Ash Gourd Juice Benefits | Ash Gourd Juice Recipe
11:20
Dr. Padmakar Kumar
Рет қаралды 628 М.
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 23 МЛН