No video

কি কি কাৰণত ছাগলী দেৰিকৈ হিটত আহে?

  Рет қаралды 13,066

SWAGATAM farm

SWAGATAM farm

Күн бұрын

Whatsapp group link
chat.whatsapp....
Hi friends
I am Krishna Sharma your host & Dost
Welcome to our KZfaq channel SWAGATAM farming tips
About this video
ছাগলী ফাৰ্ম কৰোঁতে প্ৰথম এবছৰ কিহৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে তাৰ ওপৰতে ভিডিঅ'বনোৱা হৈছে।
About this channel
Friends এই Channelৰ মাধ্যমেৰে ছাগলী আৰু বিভিন্ন প্ৰজাতিৰ ঘাঁহৰ খেতিৰ ওপৰত ভিডিঅ' দিয়া হয়। কি কি ঘাঁহ ছাগলীৰ বাবে উত্তম হয়, কোনটো ঘাঁহত কি কি vitamins and minerals থাকে, কি জাতৰ পালন কৰিব লাগে, ছাগলী পালনত কিমান লাভ হয়, গড়াল কেনেকুৱা হব লাগে, ছাগলীক কি কি বেমাৰ হয়, ছাগলী কেনেকৈ কিনা বেচা কৰিব লাগে, এইবিলাক information দিয়া হয়। Scientific পদ্ধতি অৱলম্বন কৰি ছাগলী পালনত আমি কেনেকৈ উপকৃত হ'ব পাৰো ইয়াৰ ওপৰত ভিডিঅ'দিয়া হয়।
Our channel playlist
ছাগলী সম্বন্ধীয় Videos playlist
• Goat related videos
ছাগলীৰ ঘাঁহ সম্বন্ধীয় Video's playlist
• Grass for Goat & Cow
SWAGATAM farming tips all videos playlist
• SWAGATAM farming tips
SWAGATAM farming tipsৰ উদ্দেশ্য
অসমৰ নিবনুৱা সমস্যা কিছুপৰিমানে হ'লেও হ্ৰাস কৰাত সহায় কৰা আৰু যুৱক আৰু যুৱতীক কৰ্মমূখী আৰু স্বাভলম্বী কৰা।
যদি আপোনালোকক SWAGATAM farming tipsয়ে উপকৃত কৰিছে তেনেহলে Channelটো Like, Share, Comments & Subscribe কৰিব।
#assamgoatfarm #goatfarmassam
#blackbengalgoatfarm #assamhillgoat
#localgoatfarm #goatfarm #smallgoat
#grassforgoat #goatfeed #goatfarm
#supernapier #amazonsupernapier
#smartnapier #rednapier #giantking
#australianrednapier #ginigrass
#subabul #napier #goat_disease
#goat_food_poisoning #grass_in_flood
#dhansia #gliricidia #betel_goat_farm
#cross_breed_goat #Vitamin_b_complex_deficiency
#F1_goat #F2_goat
Smart napier, Super napier, Australian red napier, Giant king, Napier co4, Gini, Subabul, Hari patti, gliricidia, Local goat, Black bengal goat, Assam hill goatৰ বাবে যোগাযোগ কৰিব।
SWAGATAM farming tips
Kaliabor, Nagaon
8638035590
Thank you

Пікірлер: 29
@user-kq6uy7wj1o
@user-kq6uy7wj1o 10 күн бұрын
Dada.chagli.bar/uha.kenekoi.dangr.karib.pari.jna
@santoshherenge2238
@santoshherenge2238 2 жыл бұрын
Hi
@joyprakashtamuli4627
@joyprakashtamuli4627 8 ай бұрын
তোমাৰ পৰামৰ্শ বোৰ খুব মন দি শুনি আছো। সৰু ফাৰ্মিং কৰিম buli ভাবিছোঁ।
@vigya
@vigya 3 жыл бұрын
Kathabur jani val lagil
@phuleswarrzbnc8003
@phuleswarrzbnc8003 3 жыл бұрын
সুন্দৰ দাদা
@reenadevi6063
@reenadevi6063 3 жыл бұрын
Nice video
@chetryfarmingassam5758
@chetryfarmingassam5758 3 жыл бұрын
Right 👍
@bidyasingha1059
@bidyasingha1059 Жыл бұрын
Good information dada 🙏
@pabitrafarming765
@pabitrafarming765 2 жыл бұрын
Nice brother
@nazirhussain9173
@nazirhussain9173 2 жыл бұрын
দাদা কচু গছ আৰু চাউল সিজাই খুৱাব পাৰি নে ??
@mjvlogs5404
@mjvlogs5404 3 жыл бұрын
মোৰ ছাগলীৰ কাহ আৰু পাইখানা হৈছে কি ভেকচিন কৰিম
@user-oz5yt3cm3v
@user-oz5yt3cm3v Жыл бұрын
ছাগলী টো খোজ কাহুতে পৰি jai kiyo dholog oolong kori
@dipanjaldas4864
@dipanjaldas4864 2 жыл бұрын
মোৰ ছাগলী এজনীয়ে ভালদৰে খাব নিবিচাৰে কি কৰিম
@gamingwithamin8287
@gamingwithamin8287 3 жыл бұрын
Dada apunar breeder tu ki jator hoi
@dhanjitpatowary6589
@dhanjitpatowary6589 10 ай бұрын
আপুনি জনাত গুৱাহাটীত কিমান জনে ছাগলী ফাৰ্ম কৰি আছে ? মইও খুলিম বুলি ভাবিছো । জনাবচোন ।
@gobinborah4522
@gobinborah4522 3 жыл бұрын
Val lagil kathabur aru alp valkoi bujay dia babe
@nabajyotibhatta8288
@nabajyotibhatta8288 3 жыл бұрын
Dada moio 3ta lokel sagli aniso saglir age 7mah
@paranugogoi7171
@paranugogoi7171 3 жыл бұрын
Napier seeds kot Pam
@amguripages1116
@amguripages1116 2 жыл бұрын
মই জয়ন হলো
@pulinnarayankonwar4679
@pulinnarayankonwar4679 2 жыл бұрын
Vaccacine কেনেকৈ কেতিয়া কিমান দিন মূৰত দিব লাগিব দাদা । তাৰ ওপৰত Video বনাবচোন ।
@tasahadulislam2791
@tasahadulislam2791 3 жыл бұрын
Nice
@Rupakbhattacharyya
@Rupakbhattacharyya 3 ай бұрын
দাদা,মাটিত তকটা পাৰি ছাগলী পুহিব পাৰিম নে
@user-kq6uy7wj1o
@user-kq6uy7wj1o 10 күн бұрын
Chagli.bar/uha.kenekoi.dangr.karib.pari
@gogoiranjan4613
@gogoiranjan4613 3 жыл бұрын
ময়ো ফ্ৰাম আৰম্ভ কৰিম বুলি ভাবিছো । আপোনাৰ পৰা কথা খিনি জানি ভাল লাগিল
@sadsadulislam1192
@sadsadulislam1192 3 жыл бұрын
G0d advice
@mjvlogs5404
@mjvlogs5404 3 жыл бұрын
Tumi jodi reply nedaya tali unsubscribe kore dem
@Binaykhungurbaro
@Binaykhungurbaro 3 жыл бұрын
👍
@francisbasumtary3832
@francisbasumtary3832 3 жыл бұрын
Dada mur sagolir nakary pani ulai say ki koribo lagibo
@Binaykhungurbaro
@Binaykhungurbaro 3 жыл бұрын
@@francisbasumtary3832 bara ginw nanga hamgwn gogam mwndg be
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН
Running With Bigger And Bigger Feastables
00:17
MrBeast
Рет қаралды 166 МЛН
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 23 МЛН
Bony Just Wants To Take A Shower #animation
00:10
GREEN MAX
Рет қаралды 7 МЛН