Рет қаралды 128,918
লিচু নেমু পানীৰ প্ৰকল্প চলাই অহা মহিলাগৰাকীৰ নাম মৰমী ডেকা upasana food production
uparjan-9101735732
সাত হেজাৰ টকা সুতলৈ আনি আজিৰ ন বছৰৰ আগতে মহিলাগৰাকীয়ে আৰম্ভ কৰিছিল লিচু পানী পেকেজিং কৰি বিক্ৰী কৰা এক ব্যৱসায় ৷
বহু চেষ্টাৰ অন্তত এতিয়া এই উদ্যোগটো ঠন ধৰি উঠিছে আৰু এতিয়া ইয়াত দৈনিক হাজাৰ হাজাৰ বটল পানীয় প্ৰস্তুত কৰি বিক্ৰী কৰা হয়৷
uparjan.in