মাত্ৰ ১৮ বছৰীয়া যুৱকে মাহত ঘটি আছে লাখ লাখ টকা😱

  Рет қаралды 98,209

JSS Unscrripted

JSS Unscrripted

7 күн бұрын

Пікірлер: 393
@Mitali332
@Mitali332 5 күн бұрын
অপ্ৰিয় হলেও গম পালোঁ যেএইয়াই সত্য -- আজিকালি মানুহে সন্মান টকাৰ জোখেৰেহে দিয়ে লাগিলে সেই সন্মান খন্তেকীয়াই নহওঁক কিয়!!! লৰাজন লৈ অজস্ৰ মৰম জাচিলো আগুৱাই যোৱা আশীৰ্বাদ কৰিছোঁ 🙌
@G.S.VY146
@G.S.VY146 4 күн бұрын
Moja👍
@DiptiChetia-bs5vh
@DiptiChetia-bs5vh 5 күн бұрын
লৰাজন আম্বানিি হবলৈ গৈ আছে । আগবাঢ়ি যাওক আশীৰ্বাদ থাকিল ।
@sunnylaskar3427
@sunnylaskar3427 4 күн бұрын
Right
@JyotirmoyBarman-s5g
@JyotirmoyBarman-s5g 2 күн бұрын
Negative voice
@rameshhazarika4932
@rameshhazarika4932 5 күн бұрын
সময়োপযোগী সাক্ষাৎকাৰ ৷ যুৱ ব্যৱসায়ী দেৱাশিস দত্তৰ উজ্জ্বল ভৱিষ্যতৎ কামনা কৰিলো ৷
@Abcassamese
@Abcassamese 5 күн бұрын
আমি লৰাজনৰ পৰা বহুত শিকিব পাৰিছো । লৰাজনৰ ভাৱ চিন্তা আৰু আমাৰ চিন্তা ভাৱ বহুত বেলেগ ।
@khaifkhan9894
@khaifkhan9894 3 күн бұрын
ভবিষ্যত আছে ভাই টোৰ। শুভেচ্ছা থাকিল ❤
@bidit.cht2448
@bidit.cht2448 5 күн бұрын
ল'ৰাটিৰ কথাবোৰৰ পৰা বুজা যায় , তেওঁ ইতিমধ্যেই এটি পৰিপক্ক মনৰ অধিকাৰী হৈছে , সুন্দৰ ব্যক্তিত্ব গঢ়িব পাৰিছে, সংগ্ৰামৰ মাজেৰে। বহুত ভাল লাগিল , বৰ্তমান তেওঁ আমাৰ সকলোৰেই বাবে এজন আদৰ্শবান ব্যক্তিলৈ পৰিগণিত হৈছে । ভগৱানে তেওঁৰ আৰু উত্তৰণ ঘটাওক ।
@cbmind3462
@cbmind3462 5 күн бұрын
ল'ৰাটোৰ ভাল হ'ব এদিন। মোৰ মনৰ কথা। অসমৰ আম্বানী হওঁক।
@kongkoncreation995
@kongkoncreation995 4 күн бұрын
Yes👍🌺💗
@chilmilsapun325
@chilmilsapun325 4 күн бұрын
সাধাৰণতে দেউতাকৰ চাকৰি এটা থাকিলে প্ৰায় ল'ৰাই ইমান সৰুৰ পৰাই চিন্তাবোৰ পৃথককৈ কৰিব নোৱাৰে। ব্যতিক্ৰম এই ল'ৰাজন। ভাল লাগিল।
@nirjugogoi2832
@nirjugogoi2832 5 күн бұрын
ভাল লাগিল তোমাৰ ভিডিঅ চাই ধন্যবাদ জনাইছো ঈশ্বৰে মংগল কৰক তোমাক
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz 5 күн бұрын
বহুত বহুত শুভকামনা থাকিল ।
@bholaramboro2771
@bholaramboro2771 4 күн бұрын
প্ৰকৃত অসমীয়া কেতিয়াও এলেহুৱা নহয়, এওঁ প্ৰকৃত অসমীয়াৰ সন্তান। 👍👍👍
@user-vx4rj5lu4w
@user-vx4rj5lu4w 3 күн бұрын
সাহসেই লক্ষী। মনোবল অধিক তোমাৰ ।❤
@HasibRahim07
@HasibRahim07 5 күн бұрын
ইমান কম বয়সতে ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হোৱাটো সহজ কথা নহয়।
@nabaudaygolaghatvlogs7210
@nabaudaygolaghatvlogs7210 2 күн бұрын
আমি ল'ৰাটোৰ পৰা বহু শিকিব পাৰিছো। শুভকামনা থাকিল আগুৱাই যোৱা ।
@dilipsaikia2179
@dilipsaikia2179 4 күн бұрын
১৮ বছৰীয়া ল'ৰা টোৰ কথা আৰু কামৰ বিষয়ে শুনি মই ভাবো,উঠি অহা প্ৰজন্ম বহুত উপকৃত হ'ব। ল'ৰা জনলৈ আশীৰ্বাদ থাকিল।সময়োপযোগী এটা সুন্দৰ সাক্ষাৎকাৰ। ভাল হৈছে। বহুত ডাঙৰ কথা কৈছে।উঠি অহা ল'ৰা -ছোৱালীয়ে এইবোৰ শুনিব লাগে।
@ambikakrishna5793
@ambikakrishna5793 5 күн бұрын
তুমি নৱপ্ৰজন্মৰ আদৰ্শ। তুমি আগুৱাই যোৱা। আৰ্শীবাদ কৰিছোঁ।
@user-wd1xh7fd7p
@user-wd1xh7fd7p 4 күн бұрын
বৰ মৰম লাগিল লৰাজনলৈ।আমাৰ উঠি অহা যুবক সকলে এওঁৰ পৰা কিছু শিক্ষা লক
@user-qk1bd5bd2k
@user-qk1bd5bd2k 5 күн бұрын
তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল। আগলৈ আগবাঢ়ি যোৱা
@himanshugogoi22
@himanshugogoi22 5 күн бұрын
Bhaiti savings kori thakile money r real value tu 5 bosor pist same nathakibo.... invest koriba ...baki bhl lagil kotha bur❤
@sinmoy600
@sinmoy600 4 күн бұрын
Salute to you brother 🫡 kotha khini e bohut motivate krile... ❤
@ranjitadeori6018
@ranjitadeori6018 5 күн бұрын
তোমাৰ নিচিনা ল'ৰাৰ পৰা উঠি অহা চামে অনুকৰণ কৰিব লাগে ❤❤❤
@Abhijit_Boruah_
@Abhijit_Boruah_ 16 сағат бұрын
তোমাৰ কথাখিনি শুনি বহুত বহুত ভাল লাগিল তুমি আগুৱাই যোৱা তাৰে কামনা কৰিলো তোমাৰ উজ্জ্বল ভবিষ্যত কামনি কৰিলো❤❤❤❤🎉
@dipikadas8032
@dipikadas8032 4 күн бұрын
Bohut val lagise deha tumar kotha xuni
@anjumonidas7112
@anjumonidas7112 5 күн бұрын
ভাইটি তুমি আগুৱাই যোৱা ।তোমালৈ আশীৰ্বাদ থাকিল।
@bonditabaruahdutta745
@bonditabaruahdutta745 5 күн бұрын
বহুত ভাল লাগিল ।এনেদৰে আগবাঢ়ি যোৱা 🎉🎉🎉
@RekhaKalita-rn2gi
@RekhaKalita-rn2gi 5 күн бұрын
আগুৱাইযোৱা আৰু সফল হোৱা। তোমাৰ কথাৰ পৰাই অনুমান কৰিব পাৰি এদিন তুমি বহুত আগবাঢ়ি যাবা।
@manjudaschoudhury2224
@manjudaschoudhury2224 4 күн бұрын
সুন্দৰ ভাবধাৰা তেওঁৰ। ভগৱানে ম্ংগল কৰক❤❤
@bimanburagohain6453
@bimanburagohain6453 5 күн бұрын
Good boy.very telented person.god bless you.
@rupalibardhan2698
@rupalibardhan2698 2 күн бұрын
বহুত ভাল লাগিল। এনেকৈ আগুৱাই যোৱা🎉🎉
@pronitabaruah-on9of
@pronitabaruah-on9of 5 күн бұрын
Bohut bhal lagil tumar kotha huni❤❤❤
@CommandoShilpa
@CommandoShilpa 5 күн бұрын
Aguwai jua Bhaiti…Bohut bohut Xubhokamona thakil🙏🙏🙏
@madhurjyagogoi2211
@madhurjyagogoi2211 5 күн бұрын
তোমালৈ মোৰ হিয়াভৰা শুভেচ্ছা জনালোঁ অনাগত দিনৰ বাবে৷ ভবিষ্যত তোমাৰ উজ্জ্বল কামনা কৰিলোঁ৷
@basantaozah1313
@basantaozah1313 5 күн бұрын
বিশ্বনাথ চাৰিআলি নগাঁৱৰ এজন প্ৰৱল যোগাত্মক শক্তি সম্পন্ন ল'ৰা । আহিবলগা দিনত আৰু সফলতা লাভ কৰক । তাকে কামননা কৰিলো । মই আপোনাৰ ভিডিও প্ৰায়েই চাঁও । সাহিত্য সংস্কৃতিক লৈ আপোনাৰ ষ্টুডিওৰ মজিয়ালৈ যোৱাৰ দুৰ্ব্বাৰ হেঁপাহ আছে ।
@user-qq5fr1fv2f
@user-qq5fr1fv2f 5 күн бұрын
তোমালৈ বহুত বহুত শোভকামনা জনালোঁ ভাইটি৷ভগৱানে আৰু আগবাঢ়ি যোৱাত সহায় কৰক তকো কামনা কৰিছোঁ৷তোমাৰ চিন্তা ধাৰাৰদৰে আৰু হাজাৰটাৰ হওক৷❤❤❤❤
@sulekhasaikia4951
@sulekhasaikia4951 4 күн бұрын
Agurai juwa bhati 👍aru vlke km kri jwa❤from Dibrugrh
@mamonibhuyan2669
@mamonibhuyan2669 2 күн бұрын
সুন্দৰ কথাবোৰ জানি ভাল লাগিল। আগুৱাই যোৱা। শুভ কামনা থাকিল।
@trithathengal1177
@trithathengal1177 5 күн бұрын
তোমালৈ‌ বহুত শুভেচ্ছা থাকিল আৰু আগলৈ আগোৱা জোয়া।
@chinmoydeka131
@chinmoydeka131 3 күн бұрын
আৰু আগবাঢ়ি যোৱা দাদা... ❤
@junphukan2773
@junphukan2773 5 күн бұрын
Comment ata nidea koi nuarilu aru, Bhut bhut val lagil ❤❤❤❤
@DhanjitRabha-hb2ry
@DhanjitRabha-hb2ry 4 күн бұрын
Bhaitir kothabur ekdom Val lagile ❤❤
@saramadutta8977
@saramadutta8977 3 күн бұрын
বহুত আগলৈ যোৱা ডেকা ল'ৰা আশীৰ্বাদ থাকিল ।
@kalpanadevi5911
@kalpanadevi5911 4 күн бұрын
Bahut val lagil tomer kthabor tomer vabishat val habo
@najima39
@najima39 4 күн бұрын
Bhut smart lora aguwai jwa❤tumi
@anjubharali9773
@anjubharali9773 5 күн бұрын
Mesurity Manisu go ahead good bless you very much 🙏🙏
@rumisunowal8618
@rumisunowal8618 4 күн бұрын
Wow. Nice video . Congratulation.
@rupabaruahchangmai8585
@rupabaruahchangmai8585 5 күн бұрын
লৰাটোৰ কথাবোৰ বহুত ভাল লাগিল। আগবাঢ়ি যোৱা। আশীৰ্বাদ কৰিছো।
@diptimedhi9376
@diptimedhi9376 5 күн бұрын
বহুত ভাল লাগিল । তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ।
@parthapratimgogoi7863
@parthapratimgogoi7863 5 күн бұрын
বহুত বহুত শুভকামনা থাকিল বন্ধু।🎉
@kunuborah988
@kunuborah988 5 күн бұрын
Eman Kom age te bhut positive sinta dhara , vaiti aru aaguwai juwa tumi, God bless u
@RuliChangmai-cw9ut
@RuliChangmai-cw9ut 5 күн бұрын
ভাল লাগিল তোমাৰ কথাৰ পৰা
@AnuragBorah-v3s
@AnuragBorah-v3s 5 күн бұрын
আশীবাদ থাকিল আগবাহি যোৱা❤❤❤
@Abinashbordoloi7350
@Abinashbordoloi7350 3 күн бұрын
বহুত বহুত শুভ কামনা থাকিল ❤❤❤ আগুৱাই যোৱা
@runasarma6546
@runasarma6546 17 сағат бұрын
Bohut bhal lagil kothakhini xuni God bless you ❤
@minudutta2368
@minudutta2368 5 күн бұрын
God bless you.keep it up.
@ankurkrborah4700
@ankurkrborah4700 5 күн бұрын
Vl lgil ..huvessa thakil
@surabhiborgohainneog4527
@surabhiborgohainneog4527 3 күн бұрын
Jibanat aahuwai juwa.hubhakamana thakil tumaloi.
@BarnalikalitaBarnalikalita
@BarnalikalitaBarnalikalita 5 күн бұрын
Bohut val lagil tumar thinking kheni lifeot aig bahi juwa
@utpolgogoi7553
@utpolgogoi7553 5 күн бұрын
Yak moi agr pora saw boila farm thoka pora aji apunr yt anke dekhii val lgill
@durlovadohutia7333
@durlovadohutia7333 5 күн бұрын
Good bless you beta ❤
@Paparidhruba
@Paparidhruba 5 күн бұрын
Motivational video.......Val lagile.....❤❤❤❤❤
@porsubakti112
@porsubakti112 3 күн бұрын
চাবলগিয়া ভিডিঅ চাই ভাল লাগিল সুন্দৰ মানুহৰ ভুল হলেও শিক্ষা পাই
@rjmodefication9452
@rjmodefication9452 5 күн бұрын
Vaite Tumi bohut dhunia kam kori asa .. aru aguwai jua ❤
@sumisvlogs1480
@sumisvlogs1480 5 күн бұрын
God bless you brother aguwai juwa xodai life t❤❤val lagil Katha khini
@ajantadas772
@ajantadas772 4 күн бұрын
Bht bhal lagil dei baba aguwai jowa 🎉
@DimpiSaharia-kn9fk
@DimpiSaharia-kn9fk 5 күн бұрын
God. Bless. You. Debashish
@DenibikashPhukan
@DenibikashPhukan 5 күн бұрын
কথাবোৰ শুনি বহুত ভাল লাগিল 😊😊😊 বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো 🙏🙏 এনেকৈয়ে আগবাঢ়ি যোৱা😊😊
@rupakgogoi147
@rupakgogoi147 5 күн бұрын
Sini pau vaiti tuk❤
@nirupoomachoudhury2448
@nirupoomachoudhury2448 5 күн бұрын
Bhut val lagil loratur sinta dhara kotha botora bur xuni .tar ujjol bhobishot kamona korilu ❤❤❤
@mamunrashid836
@mamunrashid836 2 күн бұрын
Tumi aru aguai jua . Khub val lagil
@rekhaborgohain1445
@rekhaborgohain1445 5 күн бұрын
God bless you 🎉
@user-fl7ti3ff6v
@user-fl7ti3ff6v 4 күн бұрын
Duniya lagise dadar pora bohut Kota buji palu
@dipikadas9559
@dipikadas9559 4 күн бұрын
God bless you.
@user-qd8xo7wv1i
@user-qd8xo7wv1i 3 күн бұрын
God bless you, very very thanks
@pratimamajumdar8044
@pratimamajumdar8044 3 күн бұрын
All the best 👍 bhaiti
@Tralukya99
@Tralukya99 5 күн бұрын
Proud of you bro...."🎉🎉❤❤"
@sabitahazarika1839
@sabitahazarika1839 15 сағат бұрын
বহুত বেছি ভাল লাগিল আৰু আগবাঢ়ি যোৱা শুভেচ্ছা থাকিল
@nishukniyorentertainment2248
@nishukniyorentertainment2248 5 күн бұрын
Right bhai same condition Mur logot mili goise life story tu business kora jonehe jane kiman kosto
@user-xo2dm2lh2y
@user-xo2dm2lh2y 5 күн бұрын
তোমালৈ আশীবাদ থাকিল আৰু আগোৱাই য়োৱা
@user-tm8yl5xm3c
@user-tm8yl5xm3c 20 сағат бұрын
Bohut val lagil Bhaity,
@user-xl8dg3sg2w
@user-xl8dg3sg2w 4 күн бұрын
Very good job vaiti❤❤❤
@user-ku1uq4kf4u
@user-ku1uq4kf4u 4 күн бұрын
God bless you❤❤❤❤❤
@MuniraHussain-y5d
@MuniraHussain-y5d 5 күн бұрын
Aji dinot Ane ata video sbo poatu bhagyo ktha Life aru successfully hoi joa
@anamikasaikia32
@anamikasaikia32 5 күн бұрын
God bless you ❤
@assamesegirl1159
@assamesegirl1159 5 күн бұрын
God bless you
@user-jn3ei8jg4x
@user-jn3ei8jg4x Күн бұрын
GOD BLESS U BE BLESSED
@anuradha7p
@anuradha7p 5 күн бұрын
Best of luck bhaiti❤
@anupambania2241
@anupambania2241 4 күн бұрын
Bohut vl lagil aggbahi jua
@hemantapallabsaikia1947
@hemantapallabsaikia1947 4 күн бұрын
আজি ভিদিঅ টো চাই বহুত উপকৃত হলো। বহুত উৎসাহ পালোঁ। ধন্যবাদ বা
@gyanjyotigogoi-su7gb
@gyanjyotigogoi-su7gb 3 күн бұрын
Val lagil.aguai jua tumi
@meenapathok8718
@meenapathok8718 5 күн бұрын
Sundar God bless you
@tukurabha8533
@tukurabha8533 3 күн бұрын
Good interesting advice bhaiti.
@JonjyotiRoy-cl2pt
@JonjyotiRoy-cl2pt 5 күн бұрын
Baba aguwai jowa
@polgogoi_photography3342
@polgogoi_photography3342 Сағат бұрын
Boyokh to sai Basi kotha koii eee 👌
@gouridaimary4940
@gouridaimary4940 5 күн бұрын
🙏❤️❤️❤️ bohut bohut xubho kamona thakil
@dimpidas4902
@dimpidas4902 5 күн бұрын
Tmi 🔥🔥🔥🔥🔥bro❤God bless u ❤amr eiphalor lora😊Sai vl lgil bhutt...
@user-lx6yy6in9y
@user-lx6yy6in9y 5 күн бұрын
Bohut val lagil kotha khini😊❤
@AnantaDas24Ytr
@AnantaDas24Ytr 5 күн бұрын
Love from behali, biswanath debasish
@runukonwar3733
@runukonwar3733 Күн бұрын
Bhal lagil thangku
@user-gd1zf7sl2n
@user-gd1zf7sl2n 5 күн бұрын
Mojja😊❤
@user-bx4ii9eg6b
@user-bx4ii9eg6b 21 сағат бұрын
God.bless.you.vaiti
Life Struggle Of A Boy
47:05
JSS Unscrripted
Рет қаралды 262 М.
Khó thế mà cũng làm được || How did the police do that? #shorts
01:00
Did you believe it was real? #tiktok
00:25
Анастасия Тарасова
Рет қаралды 25 МЛН
Osman Kalyoncu Sonu Üzücü Saddest Videos Dream Engine 170 #shorts
00:27
Все мы немного НИКА!
0:17
Привет, Я Ника!
Рет қаралды 2,9 МЛН
1❤️ #shorts
0:24
Saito
Рет қаралды 28 МЛН
1❤️
0:17
Nonomen ノノメン
Рет қаралды 11 МЛН
小丑女太帅了 #小丑#shorts  #天使
0:46
好人小丑
Рет қаралды 6 МЛН
When You Get Ran Over By A Car...
0:15
Jojo Sim
Рет қаралды 12 МЛН