মই হেনো বেয়াকৈ কৈছোঁ - Kun moi kun toi 2022 - Dimpu baruah

  Рет қаралды 436,759

Dimpu Baruah

Dimpu Baruah

2 жыл бұрын

its a QNA

Пікірлер: 2 300
@Billah09
@Billah09 2 жыл бұрын
মই মুছলিম কিন্তু সকলো ধৰ্মৰ মানুহক সন্মান কৰো 🥰 assalamualaikum 🤲
@crazyrajuofficial
@crazyrajuofficial 2 жыл бұрын
❤🍂
@dipakkrdas2266
@dipakkrdas2266 2 жыл бұрын
❤💕
@mutasimtnf
@mutasimtnf 2 жыл бұрын
Wow 😲
@mutasimtnf
@mutasimtnf 2 жыл бұрын
Mashallah ❤️
@FMW0198
@FMW0198 2 жыл бұрын
🙏🙏🙏🙏🙏
@user-hj5dt1td2f
@user-hj5dt1td2f 2 жыл бұрын
মই মুছলিম লৰা কিন্তু মোৰ যিকেইটা friends আছে তাৰে বেছিভাগ হিন্দু লৰা ছোৱালী কিন্তু আমি সকলোঁৱে একেলগে মিলা প্ৰীতি ৰে আছোঁ কাই ও কব নোৱাৰিব আমি হিন্দু মুছলিম একেলগে আছোঁ। মোৰ হিচাবে এই ধৰ্ম লৈ লাগি নাথাকি নিজৰ নিজৰ কাম কৰক। আমি সকলো ভাই ভাই। 🙏🙏জয় আই অসম🙏🙏
@sunurabha3580
@sunurabha3580 2 жыл бұрын
Hin right 💓💓💓🥰🥰
@karnagayari3481
@karnagayari3481 2 жыл бұрын
Your right bro
@Kalam1524
@Kalam1524 2 жыл бұрын
Same Bhai...💝🙏🤗
@hiteshlambubhai3514
@hiteshlambubhai3514 2 жыл бұрын
🙏🙏🙏
@eliasprodhani3726
@eliasprodhani3726 2 жыл бұрын
Thike Koysa Bhai👌👌👌😎
@Ama131
@Ama131 2 жыл бұрын
মই মুছলমান | দিম্পু দাৰ সৰলতা বহুত ভাল লাগে | তেখেতৰ মনত সাম্প্ৰদায়িকতা থাকিবই নোৱাৰে.... ❤❤
@vijaychetri9237
@vijaychetri9237 2 жыл бұрын
Dimpu da অসমত ভৰি টনা মানুহৰ অকাল নাই আপুনি এইবোৰক নেওচি আগ বাঢ়ি যাওক। আমি আপোনাৰ লগত আছোঁ।
@jayiantodeka3747
@jayiantodeka3747 2 жыл бұрын
Yas
@rizzzbee
@rizzzbee 2 жыл бұрын
Ignore all these nonsense talk 🙃 we believe in you 🤗 You are a very nice person 👍🤗 god bless you ❤️
@inzamkhan4959
@inzamkhan4959 2 жыл бұрын
I,m muslim but i doesn't hate any relegion.. As salamu alaikum.. Cows are different colours but the colour of milk is same , different religious have different openion but the essence of Every religion is same. Thanks 🙏🙏
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hi muru frd hba ni moiu back krim aapunk
@jasminezaman8657
@jasminezaman8657 2 жыл бұрын
অ ডিম্পু তোমাৰ উন্নতিত কিছুমানৰ জ্বলন হৈ আছে যেন লাগিছে, তুমি তোমাৰ কাম কৰি আগুৱাই গৈ থাকা, ধন্যবাদ 🙏🙏🙏
@brjonardan3481
@brjonardan3481 2 жыл бұрын
Xundar চিন্তা-চৰ্চা। অসমখনক ভাৰত বা বিশ্বৰ বুকুত আগবঢ়াই লৈ যাওক। শুভ কামনা থাকিল😍
@purnagogoi1571
@purnagogoi1571 2 жыл бұрын
Hundor
@nextlevelvlogs3090
@nextlevelvlogs3090 2 жыл бұрын
ডিমপু দা আপুনি আমাৰ অসমৰ গৌৰৱ আৰু ভৱিষ্যত.... আপুনি আগুৱাই যাওক।...অসমৰ ৰাইজৰ মৰম আৰু আশীর্বাদ সদায় লগত থাকিব।।।🤘 সকলো মানুহৰ তেজ একেই..... 🙏জয় আই অসম🙏
@RuhulAmin-nw6kd
@RuhulAmin-nw6kd 2 жыл бұрын
ডিমপু দা মই আপোনাক বহুত ভাল পাওঁ। আপুনি এনে কৰিব বুলি মই কেতিয়াও মানি নলও।
@pukonrabha.1640
@pukonrabha.1640 2 жыл бұрын
Right seme to you, মই ও তেনেকুৱা হয় দিম্পু দা,,,,, ভাষা আৰু ধৰ্ম লৈ মোৰ একো নাই , সোকোলো ধৰ্মই বহুত ভাল পাওঁ,
@statuseditornayan6514
@statuseditornayan6514 2 жыл бұрын
Dimpu da তোমাৰ Video বোৰ চাই বহুত ভাল লাগে।।তোমাৰ video পাবলৈ বহুত আগ্ৰহী হৈ থাকো।।Love From Darrang...
@being_human2.073
@being_human2.073 2 жыл бұрын
Dimpu daa dhunia kotha koise ..apunar nisina manuh jodi sob hua hoi bht val hol hoi .allah bless you....
@DigantaVlogs75
@DigantaVlogs75 2 жыл бұрын
🔥🔥🔥দিমপু দা you are great 👍 Happy New Year 💐💐🔥 দিগন্ত দিছ্পুৰ🙏🔥🔥🔥
@aftarofficial403
@aftarofficial403 2 жыл бұрын
Please mur video bur saba❤️olop support kora tumar support or proiujon please 🥺❤️🙏
@deepjyotimosrong404
@deepjyotimosrong404 2 жыл бұрын
@@aftarofficial403 lppq
@anisaikia8348
@anisaikia8348 2 жыл бұрын
ডিম্পু, সচাঁই তুমি মহান। খুউব সুন্দৰকৈ বুজাই দিলা।
@a.jshreya3565
@a.jshreya3565 2 жыл бұрын
মানো বিলাকে তোমাক কিৱা বেয়াপায় মই অন্তূ বেয়া নাপায় মোৰ ঘৰ হেটামতোলাত
@a.jshreya3565
@a.jshreya3565 2 жыл бұрын
বেয়া নাপাবিদেই কিন্তু থাইত ম ই অন্ত দিছো মোনাম ইক্ৰামূল হক।
@DiphuJengoprank
@DiphuJengoprank 2 жыл бұрын
Hsake......pokor kati dibo lge.....aibur admin burok
@rajeshhazarika1663
@rajeshhazarika1663 2 жыл бұрын
@@DiphuJengoprank 😀😀😀
@mohammedprince7619
@mohammedprince7619 2 жыл бұрын
Ami Muslim - Hindu buli beleg nohoi, Uporonsi Axomiya buli Ek.♥️ JOI AAI AXOM
@ntsblogs3894
@ntsblogs3894 2 жыл бұрын
Dimpu da you are a great, I really like you. Happy New Year 2022🙏
@Armed_Forced
@Armed_Forced 2 жыл бұрын
। এবাৰ পঢ়ি চাইলোৱা Dimpu । আমি অসমীয়া নিবনুৱা লৰা ছোৱালী ওপৰত এটা বহুত ডাঙৰ বিপদ আহি পৰিছে। ssc য়ে যিটো paramilitary force (SSC GD ২০২১) বাবে recruitment প্ৰকীয়া চলাই আছে । এই vacancy'r post কেইটা state wise থাকে তুমি জানাই চাগৈ । তাৰ exam প্রকীয়া ইতিমধ্যে শেষ হৈছে কিন্তু আমি exam দিবলৈ যাওঁতে দেখিলোঁ যে বহু সংখ্যক বহি ৰাজ্যৰ পৰা যেনেকৈ ৰাজস্থান, উত্তৰপ্ৰদেশ, বিহাৰৰ বহু লৰা ছোৱালী অসমৰ হৈ exam দিবৰ বাবে অসম আহিছিল আৰু exam দিলেও। এতিয়া কেইদিনৰ পাছত আকৌ এই প্রকিয়াৰ physical test হব । আমি বিচাৰোঁ খেই তেতিয়া আমাৰ অসম পুলিচৰ মানুহে ভাল দৰে সকলোৰ documents check কৰে আৰু এবাৰ অসমীয়া কথা কব দিব লাগিব জিয়ে physical দিব আহিব । যদি লৰা বা ছোৱালী অসমৰ হই তেন্তে নিছয় অসমীয়া কব পাৰিব। মই exam দিবলৈ যাওঁতে ৮ জন লৰা পাইছোঁ জীয়ে অসমীয়া কথা কবই নাজানে। আৰু হিহঁত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ। যদি এই ক্ষেত্ৰত চৰকাৰে চকু নিদিয়ে তেন্তে এইবাৰ অসমৰ post যিমান আছে চব বহি ৰাজ্যৰ লৰা ছোৱালীয়ে লৈ যাব এইটো কিন্তু খাটাং। এই বাৰ পূৰ্বতকৈ বহু বেছি লৰাছোৱালী আহিছে অসমৰ হৈ exam দিবলৈ। খেয়ে মই বিচাৰোঁ যে তোমালোকে আমাৰ অসমৰ যি কেই খন ডাঙৰ youtuber aasa soboi মিলি চৰকাৰৰ চকু ইয়াত টানি আনা। তুমি নিজেই এজন ডাঙৰ youtuber । গতিকে তুমি আমাৰ কথা ভাল দৰে বুজিব চেষ্টা কৰা অাৰু এই কথা চৰকাৰৰ ওচৰত দাঙি ধৰা। তুমি আৰু আমাৰ অসমৰ কোন কোন youtuber আছে তেখেতৰ লগত কথা পতা আৰু video বনাই CM himanta sir'r চকু এই কথাত টানি অনা। যদি আমি এইটো কৰিবলৈ সফল হৈ জাও তেন্তে আমাৰ অসমৰ cuttoff বহু কম যাব আৰু প্ৰায় সবে job পোৱাৰ আশা থাকিব। এতিয়া তোমালোকৰ হাতত আছে দিম্পু। (এই ক্ষেত্ৰত আমাৰ কিছুমান circle office আৰু DC অফিচো দাই হই। কাৰণ এই লৰা বা ছোৱালী যে NCL, etc. documents কেইটা কেনেকৈ বনালে? ইয়াত আমাৰ অসমৰ circle office আৰু DC office'r কৰ্মচাৰী মিলিত হব লাগিব। খেই তেতিয়া হে এইটো খম্ভৱ হৈ উঠিছে ।)
@kamalchetry7911
@kamalchetry7911 2 жыл бұрын
Hoi khosa kotha
@armylver3580
@armylver3580 2 жыл бұрын
আপুনি সঁচা কথা কৈছে
@DiphuJengoprank
@DiphuJengoprank 2 жыл бұрын
Pokor sokor kati dbo lge..... Aibur suwalik
@chowlengdonahom1105
@chowlengdonahom1105 2 жыл бұрын
Right bro, moiu log paisilu 2 ta bihari
@tinsukiafarming
@tinsukiafarming 2 жыл бұрын
Right
@ranjudeka4818
@ranjudeka4818 2 жыл бұрын
মইও ধৰ্ম লৈ কেতিয়াও একো নকও ,মই এই বাৰ নতুন বছৰত অজান পিৰ দৰগা লৈ গৈছো ,বৰ ভাল লাগিল ,
@kapilitelevision6980
@kapilitelevision6980 2 жыл бұрын
ভালো কিন্তু দরগাত টাকা নিদিব।
@mostakahmed5645
@mostakahmed5645 2 жыл бұрын
Tq Ranju Deka. ❣️
@ranjudeka4818
@ranjudeka4818 2 жыл бұрын
@@kapilitelevision6980 কিয় বা
@nabajittalukdar9006
@nabajittalukdar9006 2 жыл бұрын
Baideo beya napabo aponalokok secularism namor bemar tuwe dhorise. Aponaloke ketiaba aan dharmar manuh mandir, namghar jowa dekhise niki? Ketiaba jai shri ram kowa xunise niki ? Aponalokor Dore sintadharar secularism or bhute dhora manuhor babe prithibir 58 dekh ot etia ek rajdharmar sarkar sole. Aponalokor dore manuhor kripa thakile aru 59 hoboloi besi din nalagibo.
@faijulbayan1965
@faijulbayan1965 2 жыл бұрын
💕. great. But kisu manuh he anekuwa burbok kam kore.
@asrafulaliahmed4751
@asrafulaliahmed4751 2 жыл бұрын
Dimpu da, tumar horolotar montuk kuneu dhormor duhai di nosto koribo nuare, moi janu tumi manuhe beya pua kam ketiyau nokora, tumar horolotar vabtuk moi bohut posondo koru, aru hei karone tumak mur hokolu KZfaqrotkoi besi val lage, tumi karubar mone hoja kotha bilakok loi ketiyau mon beya nokoriba, tumi hodai horol monere agbarhi jua, you are a my best You Tuber and for all peoples, Thanks to my best You Tuber boy Dimpu da, you go ahead always... From, Laluk, Nowboisa, Lakhimpur (Assam) Thanks...
@ibrahimaxom8836
@ibrahimaxom8836 2 жыл бұрын
সুন্দৰ মনোভাৱ দিম্পু৷আগুৱাই যোৱা বহুত৷এইবোৰ তোমাক বদনাম কৰাৰ পৰিকল্পনা৷
@ratulking1143
@ratulking1143 2 жыл бұрын
Dimpu Da next level 🔥
@ilsbipb8939
@ilsbipb8939 2 жыл бұрын
ডিম্পু দা আপোনাৰ কথাখিনি শোণি মনটো একেবাৰেই শান্ত শিষ্ট হৈ যায়।
@ativehoque
@ativehoque 2 жыл бұрын
Proud to be Indian Muslim dimpu da❤
@bhaswatibarman2816
@bhaswatibarman2816 2 жыл бұрын
Val pdokhep Dimpu .jiye ji koi koi thakk .aguwai juwa 2mi .
@jyotimoytalukdar08
@jyotimoytalukdar08 2 жыл бұрын
Moi Hindi channel'r pora bohut motivation xikisu kintu eta axomiya channel' r pora ena leval' r motivation kebol apunar pora he xikisu Dimpu da 🙏 ..... Proud to be a khati axomiya ✊ You are so inspiring love you ❤️❤️ we will always support you aru anekuwa videos bonai thakiba cause we really achieved motivation from you
@Studycross-24
@Studycross-24 2 жыл бұрын
Dimpu Sir Is right 🔥🔥
@Taralibaishya729
@Taralibaishya729 2 жыл бұрын
Happy new year dimpu Daa... ❤❤🙏🙏🙏
@azanrabbanikhanark3062
@azanrabbanikhanark3062 2 жыл бұрын
Moja video d thaka. O vi da r lage thaka aru aguwai juwa. Aru balaga kuwa to kab a kinto tume kityaw pisala ghre nasaba aguwai goy asa aru aguwai goy thaka. And. Allah bless u DIMPU ...
@ashafulislamofficial6687
@ashafulislamofficial6687 2 жыл бұрын
I m muslim nd also love hindu ,both r brothers
@jujusaikia
@jujusaikia 2 жыл бұрын
🥰🥰🥰🥰
@ManishDeyMusic
@ManishDeyMusic 2 жыл бұрын
Please always give content like this, it helps a lot. Actually nowadays it's hard to find genuine astrologer.
@haruallslam5744
@haruallslam5744 2 жыл бұрын
Next level... Dimpu da ❤❤👍👍🙏
@volenatblog6087
@volenatblog6087 2 жыл бұрын
I respect all MN .n don't worry.happy New year
@jyotishmamalakar3271
@jyotishmamalakar3271 2 жыл бұрын
Next Level dimpu daa♥️♥️💕💕
@mobassirahmed7762
@mobassirahmed7762 2 жыл бұрын
দিম্পু দাক বিশ্বাস কৰো। তেনেকুৱা হব নোৱাৰে। দিম্পু দাই উদাৰ মনৰ মানুহ। সেইকাৰণে সকলোৱে ভাল পায়।
@eliasprodhani3726
@eliasprodhani3726 2 жыл бұрын
আমি মুসলিম কিন্তু আমি সব ধর্মকেই সম্মান করি🕌🎪🗽
@dhritishmitasarkar4562
@dhritishmitasarkar4562 2 жыл бұрын
Right ❤️🙏❤️
@eliasprodhani3726
@eliasprodhani3726 2 жыл бұрын
🤭🤭🤭
@hiteshlambubhai3514
@hiteshlambubhai3514 2 жыл бұрын
🙏🙏🙏
@nargisahmeda337
@nargisahmeda337 2 жыл бұрын
Right
@eliasprodhani3726
@eliasprodhani3726 2 жыл бұрын
That's right💁‍♂️💁‍♂️💁‍♂️🤭🤭🤭🥰😍🤩
@mondeepboruah6006
@mondeepboruah6006 2 жыл бұрын
you have taken really a good initiative by starting your new channel in Hindi. People from other parts of India will also be able to watch your videos. Your videos are very informative and they will be able to know more about our Assam. Keep it up 👍
@eden___rittu10
@eden___rittu10 2 жыл бұрын
✌️ next level
@motlebalimondal6421
@motlebalimondal6421 2 жыл бұрын
I am Muslim,,,love u dimu da ❤❤❤ from Goalpara, with I am also respect all religious
@dewanyashinali9077
@dewanyashinali9077 2 жыл бұрын
আৰে ভাই স্কুল, কলেজৰ সকলো ধৰ্মৰ ছাত্ৰ ছাত্ৰীৰ লগত পঢ়া তথা কবলৈ গ'লে কোলাত বহি এজনে আনজনৰ লগত সকলো বিষয়ত discuss কৰো, আড্যা মাথো। কিহৰ ধৰ্মৰ ভেদভেদ ।জয় হিন্দু। জয় আই অসম।Thank you
@ansari6171
@ansari6171 2 жыл бұрын
Dada Apunar Kam Apnuni Kori Thakok Akw Prblm Nai.. kune Ki Koi Koi Thakok.... You're Great 👍👍
@navindutta2746
@navindutta2746 2 жыл бұрын
Dimpu da dnt worry... always with you
@rahulgameing1800
@rahulgameing1800 2 жыл бұрын
Dimpu da belegr kotha bad dek apuni video bonai thakibo 😘😘😘😘😘😘
@ayangprince1
@ayangprince1 2 жыл бұрын
ভাল কথা কৈছে দিম্পো দাদা। ভাল লাগিল
@monjuahmed3515
@monjuahmed3515 2 жыл бұрын
Dimpu da You r great, God bless u
@chintumonigogoi8844
@chintumonigogoi8844 2 жыл бұрын
Happy new year dimpu Daaa💞💞
@rupambhagabati
@rupambhagabati 2 жыл бұрын
সমাজত ভাল বেয়া সকলো ধৰণৰ লোক থাকে । সামাজিক মাধ্যমত সত্যতা বিচাৰ নকৰাকৈ যা তা লিখি থকা মানুহৰ অভাৱ নাই । গতিকে এনেকুৱা কিছুমান মানুহৰ কথাত গুৰুত্ব দিয়াতকৈ নিজৰ কামত মনোযোগ দিয়া তুমি । তুমি নিজে যদি ভাল কাম কৰি আছা বুলি বুকুত হাত থৈ কব পাৰা তেতিয়াহ'লে তাকেই কৰি গৈ থাকা । যিজোপা আম বেছি মিঠা সেইজোপাত শিলগুটিও বেছি পৰে । কিন্তু শিলৰ কোব পৰিলেও আম টেঙা হৈ নাযায় । গতিকে আগবাঢ়ি গৈ থাকা । তোমাক ভালপোৱা মানুহবোৰ সদায় তোমাৰ লগত আছে ।
@padumikathar2093
@padumikathar2093 2 жыл бұрын
Wow ....আমগছৰ কথাখিনি শুনি ভাল লাগিল দেই | বহুত ভাল কথা এটা কলে ...ভাল লাগিল আপোনাৰ কমেন্টটো পঢ়ি |
@sumandeka2113
@sumandeka2113 2 жыл бұрын
Dhuniya vidio dimpu da
@sergio13.4
@sergio13.4 2 жыл бұрын
In this hal Vedio I really ..dat corona news ...it's really gave me some satisfaction ❤️ Thankyou dimpu da 🙏🏿coz this corona already took my 2 years... so I'm a kid who is chasing his dream ..n want to make my Parents proud..so I don't want any wave or any lockdown😭plz guys every one follow the COVID rules n tc...coz every one is having there own dreams they want to success n give their parents Luxury life..so guys never ever give up .. keep going 💯 n lets pray this corona will end soon 🙏🏿
@deltagaming9106
@deltagaming9106 2 жыл бұрын
Great vid keep up the awesome job and may god be with all your family 🙏
@dcgaming2839
@dcgaming2839 2 жыл бұрын
❤️🥰 Dimpu da . Assamr kisuman 3rd class manuha Dhormo loi ajiu kajiya lagi ase. Ana kowa manuhk jal potha bo nware na . Dhormo loi kotha kowa manuhk assamr pora ulai dibo lage .
@tamzidhussain3103
@tamzidhussain3103 2 жыл бұрын
Bhai xuna... Baad dea hai junne ji koi. Ami axomot thaku kun kenekuwa ami gom pau. Ashy kesuman xebelakor kotja beleg. Ata xomoi ahi ashy ami gom pau. Gro up bro.... Weel done ami xodoai ashu logot
@dhirajsenapati8919
@dhirajsenapati8919 2 жыл бұрын
Keep it up Dimpu. Don't go for false rumours. I like your honesty to educate people about the pandemic. Gradually we'll overcome it...
@dhunurumurlife6151
@dhunurumurlife6151 2 жыл бұрын
Hi muru frd hba ni moiu back krim aapunk
@introvert5779
@introvert5779 2 жыл бұрын
Don't worry dimpu da... 🙂lots of love
@user-cu5im3lm5q
@user-cu5im3lm5q 2 жыл бұрын
দিম্পু দা আপোনাৰ চিন্তাধাৰা বোৰ সাধাৰণ মানুহতকৈ বহু গুনে বেছি।যাৰ কাৰণে সাধাৰণ মানুহে আপোনাৰ vedioৰ জৰিয়তে বহুত নজনা কথা শিকিব পাৰে, জানিব পাৰে।
@asikakrom2668
@asikakrom2668 2 жыл бұрын
Yes dimpu da apuni hokolu dormok respect kore apuni ahon Dil khula manuh
@safiqulislam1982
@safiqulislam1982 2 жыл бұрын
Thanks Dimpu da
@jintuahmed5627
@jintuahmed5627 2 жыл бұрын
You're great😊 dimpu da ❤
@karanbhuyan9514
@karanbhuyan9514 2 жыл бұрын
ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিল দিম্পু লগতে আগন্তুক ভোগালী বিহুৰো হিয়াভৰা শুভেচ্ছা তোমাৰ লগতে সমূহ অসমবাসী ৰাইজলৈ জনালোঁ।।।
@Mehboob_2.0
@Mehboob_2.0 2 жыл бұрын
Dimpu da❤❤❤ You are great👍👍 Love you bro❤😘🤟
@rijuwanabegum3325
@rijuwanabegum3325 2 жыл бұрын
আপোনাৰ video বহুত ভাল লাগে,love from Lakhimpur
@shibaniphukan4347
@shibaniphukan4347 2 жыл бұрын
Keep growing and glowing. Happy new year.
@rashidvlogs5985
@rashidvlogs5985 2 жыл бұрын
Assam no 1 youtuber . Mustafizur Rahman . . U r gret vhai always time
@mummypapa3821
@mummypapa3821 2 жыл бұрын
dimpu,you are my favorite man bro, love from kokrajhar
@fitnessjahid1578
@fitnessjahid1578 2 жыл бұрын
Dimpu da moi goalparar pora koisu tumi dhormok iman respect kora kothati huni bor bhal lagil aguway jowa ami tumar logout asu thank you so much dimpu da
@BhagatAhmed1997
@BhagatAhmed1997 2 жыл бұрын
Dimphuu ❤️ love u yaaar jai aii ahoom..jai hind .....
@skartzone423
@skartzone423 2 жыл бұрын
Happy new year Dimpu daa😍🤟😚🙏🙏🙏🙏
@kaushiknath3957
@kaushiknath3957 2 жыл бұрын
Bhal kotha kole dimpu da... sorkari Sakori k loi amar mentality change hobo lagibo... Nije kiba eta korile he amar logote amar Assam khon aag bahi jabo
@ajjubhai073
@ajjubhai073 2 жыл бұрын
Dimpu da aponar video chai eman val lage je ki kom aru,,,,,,, love you dimpu da 👍👍👍👍👍
@bitdutphukan533
@bitdutphukan533 2 жыл бұрын
YOU ARE GREAT DIMPU DA❤️❤️❤️❤️
@sivakalindi7293
@sivakalindi7293 2 жыл бұрын
Apunar নিচিনা sobey হলে aji এইটো নকলেই হেইতেইন moi proud কৰোঁ apunar video চাই আপুনি সকলুক সমানে চাই । নতুন বছৰ God আপোনাক আৰু অধিক bless কৰক
@aftarofficial403
@aftarofficial403 2 жыл бұрын
Please mur video bur saba❤️olop support kora tumar support or proiujon please 🥺❤️🙏🙏🙏
@banglavlogar2005
@banglavlogar2005 2 жыл бұрын
Yes
@sivakalindi7293
@sivakalindi7293 2 жыл бұрын
@@aftarofficial403 ok bro
@ikvlog5959
@ikvlog5959 2 жыл бұрын
Dimpu da apuni bohut great, apunak hodai selut koru
@dewancommunication5045
@dewancommunication5045 2 жыл бұрын
Great Dimpu Dah actually moi kotah tu xosa buli bobha nai..
@om6083
@om6083 2 жыл бұрын
সুন্দৰ।।। নতুন বছৰৰ শুভেচ্ছা জনালোঁ
@si__choudhury7948
@si__choudhury7948 2 жыл бұрын
Proud of you Dimpu da ❤️
@GDSNEWS4312
@GDSNEWS4312 2 жыл бұрын
Kotha bilak dimpu e bor jukti di kuwa bhai .... boom moja lage tumak dekhi... Manrh beleg ot k beleg aaru de bhai. Aaru unnoti kora Katona thakil .
@blackofficial3203
@blackofficial3203 2 жыл бұрын
These away we like dimpu da❤️❤️
@jhshort075
@jhshort075 2 жыл бұрын
Alhamdulillah ❤️ anek valo kotha
@rjrofique2021
@rjrofique2021 2 жыл бұрын
Happy New Year Dimpu Da..
@tribenisvenice360
@tribenisvenice360 2 жыл бұрын
Dimpu tumi great❤️
@assamesevlog588
@assamesevlog588 2 жыл бұрын
Dimpu da next level 🔥🔥
@monikhavlogs6379
@monikhavlogs6379 2 жыл бұрын
একদম মজ্জা দাদা 😎❤ভাল লাগিল চাই
@parthagoswami8929
@parthagoswami8929 2 жыл бұрын
As you know the final examinations conducted by AHSEC for HS 2nd year 2021-22 covers the full syllabus of our course. When we haven't even got enough time for preparation and have had more than half of our syllabus in the online mode where teachers couldn't even finish the portion. The offline classes were started from October only and now the students are facing pressure regarding the exams and the mental health of students as well is effected . If you support our view to reduce the syllabus of the AHSEC Class 12 final exam DIMPU DA HELP US.
@manjitghatuwar4900
@manjitghatuwar4900 2 жыл бұрын
Tumi jui dimpu ...tmk vl lg..
@ashikulislamashik9865
@ashikulislamashik9865 2 жыл бұрын
কাম কৰিলে কুকুৰে বকিবই,,,,তুমি কাম কৰি যোৱা Dimpu ,,,, আমি তুমাৰ লগত আছো ,,,, As an Assamese , I proud of u....
@Assamese_boy78
@Assamese_boy78 2 жыл бұрын
Your thinking is good, better and best. Love from me
@udityagogoi7086
@udityagogoi7086 2 жыл бұрын
Happy new year dimpu da♥️🥰
@imranbhai7352
@imranbhai7352 2 жыл бұрын
Thanks dimpu da
@thgjabedyt596
@thgjabedyt596 2 жыл бұрын
yes dimpu da thik
@rahulamin732
@rahulamin732 2 жыл бұрын
Next level 🔥
@TechnicalAsomYT
@TechnicalAsomYT 2 жыл бұрын
🔥🔥🔥🔥🔥
@Pappuassamblock12341
@Pappuassamblock12341 2 жыл бұрын
Very good Dimpu good question
@AminulIslam-xd8vd
@AminulIslam-xd8vd 2 жыл бұрын
Right same to you
@letsstudy3936
@letsstudy3936 2 жыл бұрын
I always love you dimpu da, ❤️
@ikbal3180
@ikbal3180 2 жыл бұрын
I watch every day since this channel had 50 thousand subscribers. Love From Hailakandi. Hindu Muslim Bhai Bhai❤️❤️. Jay Hind🇮🇳❤️
@ComparisonSk
@ComparisonSk 2 жыл бұрын
You are great dada ...
@nurboxalinur7218
@nurboxalinur7218 2 жыл бұрын
Dimpu daa salute tumak
@nazmulwahid5192
@nazmulwahid5192 2 жыл бұрын
We support Dimpu Daa☺️🥰🙏
@dhrubajmedhi
@dhrubajmedhi 2 жыл бұрын
Love You Dimpu Da ❤️
@moyurirajowar2666
@moyurirajowar2666 2 жыл бұрын
Dimpu daa apuni great
@rajijulhoque2213
@rajijulhoque2213 2 жыл бұрын
Masha allah bhut dhuniya ❤️❤️
@imdadurrahman5707
@imdadurrahman5707 2 жыл бұрын
We are all humans! ❤️❤️
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 10 МЛН
39kgのガリガリが踊る絵文字ダンス/39kg boney emoji dance#dance #ダンス #にんげんっていいな
00:16
💀Skeleton Ninja🥷【にんげんっていいなチャンネル】
Рет қаралды 8 МЛН
لقد سرقت حلوى القطن بشكل خفي لأصنع مصاصة🤫😎
00:33
Cool Tool SHORTS Arabic
Рет қаралды 14 МЛН
Женская драка в Кызылорде
00:53
AIRAN
Рет қаралды 497 М.
Best experience of my LIFE - চৰাই ৰ মাজত মই
13:40
When I met IPS Anand Mishra sir - লগ পালোঁ দিয়ক
13:46
An adventures journey to INDIA CHINA BORDER
11:50
Dimpu's Vlogs
Рет қаралды 1 МЛН
Эффект Карбонаро и нестандартная коробка
01:00
История одного вокалиста
Рет қаралды 10 МЛН