মই সিহতক সৰুতে বিচৰা একো বস্তুৱেই দিব নোৱাৰিলোঃ

  Рет қаралды 509,964

Rits Time

Rits Time

Жыл бұрын

মই সিহতক সৰুতে বিচৰা একো বস্তুৱেই দিব নোৱাৰিলোঃ কেমেৰাৰ সন্মুখত উচুপি উঠিল মৃণালিনী দেৱী...

Пікірлер: 348
@tanmaysarmaunique5344
@tanmaysarmaunique5344 Жыл бұрын
মই বৰ্তমান বহুত অভাব পাই আচু । লগৰবোৰক দেখি নিজকে বহুত অভাবী যেন লাগে । এদিন প্ৰয়োজনীয় সকলো কৰিম আৰু আনৰো সহায় কৰিম ।
@padminiborah5570
@padminiborah5570 Жыл бұрын
Bhagwan hodai tumak ashirwad koribo
@Razz...552
@Razz...552 11 ай бұрын
Right
@KusumprovaBuragohain-rt1qg
@KusumprovaBuragohain-rt1qg Жыл бұрын
আই আপুনি মহিয়সী নাৰী । ধন্য,ধন্য আপোনাৰ জন্ম । হে সুপুত্ৰ জন্ম দায়িনী মাতৃ , আপোনাৰ সু-স্বাস্থ্য ,দীৰ্ঘায়ু কামনাৰে প্ৰণাম জনাইছোঁ ।
@nabojytitamuly3377
@nabojytitamuly3377 Жыл бұрын
😂😂😂😂
@tanmaysarmaunique5344
@tanmaysarmaunique5344 Жыл бұрын
অভাব লাগে মানুহক । মই সচা অৰ্থত বুজি পালো । ধন্যৱাদ আইতা ।
@kankana8552
@kankana8552 Жыл бұрын
ইমান ভাল লাগিল আইতা আপোনাক। আপোনাৰ সন্তান বাবে আজি হিমন্ত বিশ্ব শৰ্মা হল আজিৰ সময়ত। এনে মাতৃ পোৱাটো সৌভাগ্য
@anitadevi6061
@anitadevi6061 Жыл бұрын
ধন্য তুমি মাতৃ,জননী, তোমাৰ আদৰ্শৰে সন্তানক সফল কৰিলা।সেয়ে জনালোঁ শ্ৰদ্ধা সহকাৰে ধন্যবাদ তোমাক মাতৃ।🙏
@lalitabora912
@lalitabora912 Жыл бұрын
siro senehee bhaxa jononir my matri zodiyu you ars 4/four sons zodiyu dr himonto bishocorma is very bed boy kotha ase dher at fast my daughtr roshmi borah joma diye all docoments for posting sub;social science 60% b.a. with m.a and b.a b.T 42% ronjon bordoli is runnig contract ual teacher zodiyu 60% roshmi borah with tet pass zodiyu no posting khatir nai my cubhakangkhi all matri gute bohut cayu borociboi aru borociboi bohut ase my cadhu purux ba arceebad di ahi asi koise nomu nomu narayno proconno hoyuko hori apunar mohimako apuni prokaco koriya jeeboko koriyu yudharo ami cobe mili corai ag bohay ahiasilu zodiyu punor ghucona koriase at pementu bos comajoli ag bohay asu zodiyu koiase buyse bap apunar aigorakee ba bohut socisl worker and iam runnig worki g
@lalitabora912
@lalitabora912 Жыл бұрын
my runnig preyd zodiyu iam working only one in my house and iam grihinee zodiyu bos cooking koru 3 p.m all day and night i am worki g zodiyu sleeping 10 p.m
@lalitabora912
@lalitabora912 Жыл бұрын
ba ajiloike tumar moromor himu dai cooking cooking cookung .cooking kori ahiasil one moyh 4 bar aru cooking kore ba we are boath girl and boy bos ruti and bhajee ba bohut dhuniya
@lalitabora912
@lalitabora912 Жыл бұрын
we. are all cooking girls and cooking boys khatir nai
@reetamishra6170
@reetamishra6170 11 ай бұрын
বৰ ভাল লাগিল, আদৰ্শ মাতৃ। আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু আপোনাক প্ৰণাম জনাইছোঁ 🙏
@debajitphukon9720
@debajitphukon9720 Жыл бұрын
মা আপুনি অসমৰ এগৰাকী মহান মাতৃ ৷আপোনাক আমাৰ সকলো মাতৃয়ে অনুসৰণ কৰা উচিৎ ৷
@Punam-hi6ji
@Punam-hi6ji Жыл бұрын
😊
@rashmiborah1103
@rashmiborah1103 Жыл бұрын
বৰ্তমান সময়ৰ বাবে এটি সুন্দৰ সাক্ষাৎকাৰ বহুত ভাল লাগিল 🙏🙏🙏
@bogadhargohain3420
@bogadhargohain3420 Жыл бұрын
AW byy 😡😁xD
@lalitabora912
@lalitabora912 11 ай бұрын
xomax kori jura ai tumi nisikoni geet kintu xoixobor
@lalitabora912
@lalitabora912 11 ай бұрын
he !probhu eshor tumi kot asa now Iam kintu anok tution kori kori he ahiasu and show rosito kobita juniyr bos xobo ortho bisari bisari milai di ahiasu dher my show rosito kobita diasu xirunam onyny aru onynya
@asharanidas6723
@asharanidas6723 Жыл бұрын
ধন্য আপুনি মাতৃ, ধন্য আপোনাৰ গৰ্ভ। আপুনি বহুত সৌভাগ্যশালিনী । প্ৰণাম আপোনাক।
@sabitrisvlog721
@sabitrisvlog721 Жыл бұрын
মা আপুনি বহুত ভাগ্যৱান । সেৱা জনালোঁ আপোনাক, সছাকে আপুনি মাতৃ সেৱাৰ যোগ্য।
@worldfans20
@worldfans20 Жыл бұрын
ভাইগভান নহৈ ভাইগভান বনাব লাগে
@dhrubajyotisarma9035
@dhrubajyotisarma9035 Жыл бұрын
এগৰাকী সফল মা, এক বাৰ্তা বহনকাৰী সাক্ষাৎকাৰ
@ddhemali2.040
@ddhemali2.040 Жыл бұрын
বহুত কথাই শিকিলোঁ আই গৰাকীৰ পৰা। তেওঁৰ অন্তৰখন খুবেই বহল।
@Bidbeast
@Bidbeast Жыл бұрын
লৰা ছোৱালী একে মাক দেউতাকৰ মনত।সৰুতে বেছিকৈ জকাই খং কৰা কথা কৈ বিদ্ৰোহী কৰে।লৰা ছোৱালীক সৰুতে বেছিকৈ জকাব নালাগে।জীৱনৰ বাটত যি খিনি শিক্ষা লাভ কৰিব সেই শিক্ষা এখন উপন্যাস পঢ়ি পোৱা শিক্ষাৰ কোনো গুণে কম নহয়।মাক দেউতাকৰ শিক্ষাৰ সমান কোনেও দিব নোৱাৰে।বিপদৰ সময়ত মাক দেউতাকৰ অন্তৰ কান্দে ।হাজাৰ জন মূৰ্খ বন্ধু থকাত কৈ এজন গীয়ানি শত্ৰু থকা বেছি ভাল। ধন্য বাদ।
@sumantadey7718
@sumantadey7718 Жыл бұрын
এজন প্ৰকৃত মাতৃৰ দায়িত্ব পালনত তেখেত ১০০% সক্ষম !
@user-ci3rp3mi9q
@user-ci3rp3mi9q Жыл бұрын
সফল মাতৃ🎉
@anjalimoran8578
@anjalimoran8578 10 ай бұрын
মাতৃক পুত্ৰৰ সফলতায়ে কোনো পৰিবৰ্তন আনিব পৰা নাই। সেই তাহানিৰ মাতৃই তেওঁ আজিও। বহুত ভাল লাগিল সাক্ষাৎকা টো চাই। এনে সাক্ষাৎৰ আগলৈও চাবলৈ আশা থাকিল।
@pranoykumar5712
@pranoykumar5712 Жыл бұрын
Hats off to Sharma Family, we should learn from this❤
@atikulislam6579
@atikulislam6579 Жыл бұрын
ভাল লাগিল সাক্ষাৎকাৰটি । অনুপ্ৰেৰণাদায়ক । 🙏
@kuntaladevi6378
@kuntaladevi6378 Жыл бұрын
ভাল লাগিল, সেৱা জনালোঁ 🙏🙏
@ankurrabayan7518
@ankurrabayan7518 Жыл бұрын
মাতৃ দেৱীৰ অন্তৰ খন সাগৰৰ দৰে সঈমআসঈন।
@charudevromaisaikia726
@charudevromaisaikia726 Жыл бұрын
ভাল লাগিল wait for next
@user-ny2uw2wp7k
@user-ny2uw2wp7k Жыл бұрын
বহুত কষ্টৰ মুৰত সুখ পাইছে।বহুত ভাল লাগিল।
@sumandasgupta5322
@sumandasgupta5322 11 ай бұрын
Excellent interview! Salute to the proud mother!🙏 Her philosophy of life is so practical and scientific! No wonder she has successfully mothered such illustrious sons including one of the most popular and influential CMs of India! Bravo!
@lalitabora912
@lalitabora912 11 ай бұрын
ai tumar lora himonto ba bohut beya karon mukhosto nai korotolo komolo komolo dolonoyno bhobo dobo gohono bon xoyno
@bantilaskar1354
@bantilaskar1354 Жыл бұрын
সহস্ৰ কোটি প্ৰণাম পুণ্যৱতী মা,আপোনালৈ। long live you.❤❤❤
@palashpratim2809
@palashpratim2809 11 ай бұрын
ম‌ই আৰু মোৰ পুত্ৰ‌ই যদি আপোনাৰ দ্বৰে আটাইতকৈ সৌভাগ্যশীল মাতৃ পালোহয় যদি , কাৰণ ম‌ই আপোনাক মোৰ মাৰ মা , মানে মোৰ আইতাৰ দ্বৰেই দেখিবলৈ পাইছো । ধন্য এনে মাতৃ হে ‌ঈশ্বৰ । 😢😢😢
@ashimbhattacharjee3042
@ashimbhattacharjee3042 Жыл бұрын
আইতা আপোনাৰ কথাখিনি শুনি বহুত আবেগিক হলো।😢😢
@madhusmitamedhi4964
@madhusmitamedhi4964 Жыл бұрын
এগৰাকী সফল আৰু সৌভাগ্যবান মাতৃ।। ❤
@lalitabora912
@lalitabora912 Жыл бұрын
bohut gunowti matre zodiyu bos singer ?
@mriduldutta8000
@mriduldutta8000 Жыл бұрын
সঁচাকৈ বহুত ভাল লাগিল চাই। মাজতে কেইটামান কথাত আৱেগিক হৈ পৰিলোঁ। সঁচাকৈ তেওঁ এগৰাকী সফল মাতৃ। তেওঁক দূৰৰ পৰাই প্ৰণাম জনাইছোঁ।❤
@lakhi1269
@lakhi1269 Жыл бұрын
বহুত ভাল লাগিল। সুন্দৰ সংস্কাৰ দিছিল সন্তানসকলক, সেৱা ধৰিলো,, 🙏উত্তৰ গুৱাহাটীৰ পালনামত আই মাতৃ গৰাকীৰ লগত কথা পাতিছিলো। আৰু ফটোও উঠিছিলো।বহুত সুন্দৰকৈ শাস্ত্ৰৰ তত্ত্বমূলক ভাষণ দিছিল।
@junumonisaikia2500
@junumonisaikia2500 Жыл бұрын
আপুনী সফল মাতৃ মাঁ ।সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ ।
@shyamaliburagohain6665
@shyamaliburagohain6665 11 ай бұрын
ভাল লাগিল কথাখিনি শুনি। শিকিব পাৰিলো বহু কথা। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো।
@user-oj9bp7ld2u
@user-oj9bp7ld2u Күн бұрын
Val lagil sai 🙏🙏🙏🙏
@naimaakhter710
@naimaakhter710 11 ай бұрын
Bht bht bht bht bhal lagil huni❤
@hirakgoswami2592
@hirakgoswami2592 Жыл бұрын
Excellent interview.... Everyone should watch... This interview conveys a great message....
@AnitaDevi-yk6kp
@AnitaDevi-yk6kp Жыл бұрын
এবাৰ ওচৰৰ পৰা লগ পাইছিলো বহুত ভাল বাইদেউ।
@nilimagogoi276
@nilimagogoi276 Жыл бұрын
অভাবেই আবিষ্কাৰৰ মুল
@mridusmitabarman4903
@mridusmitabarman4903 Жыл бұрын
এগৰাকী সফল মাতৃ 🙏🙏🙏
@playerone3479
@playerone3479 Жыл бұрын
19:19
@kashmiridas8667
@kashmiridas8667 Жыл бұрын
Bahut val lagise.
@pradyumyakalita8394
@pradyumyakalita8394 Жыл бұрын
Valll Lagil Saiiii... 🥰
@binagohain9329
@binagohain9329 Жыл бұрын
Bht vl lagil dhonyabad jonalu ako huniboloi essa ase Baideo
@santanuchanda122
@santanuchanda122 8 күн бұрын
Khub bhal lagil, 😢chakur pani ulai gol, Amar protyek ghar gharor kahini, Amar MA sate anekuai acile, saral -soja ,Mahik mur ashesh sradhya aru pronam 🙏💕Amar MA sate kiman dukh sahibo loga hoicil, ji nahauk Pachat lora sate mak -dautak sukh dibo lage, Mahir sujogya putra sakalor pora sabor sikibo lage! ❤
@user-gw9rf3ef6f
@user-gw9rf3ef6f Жыл бұрын
🙏🙏🙏 hodai vala thkok apuni.
@barbaligirlshighschool1942
@barbaligirlshighschool1942 10 ай бұрын
ধন্য মাতূ। বহুত ভাল লাগিল। পৰমপিতাই কুশলে ৰাখক
@lnl6069
@lnl6069 Жыл бұрын
Bahut val lagil. Apunar Kotha bur jani khuni...
@dipensaikia5794
@dipensaikia5794 Жыл бұрын
ধন্যবাদ জনালো আই।বৰ ভাল লাগিল আপোনাৰ বহুমূলীয়া পৰামৰ্শ মূলক ইন্টাৰভিউ ।সেৱা জনালোঁ আপোনাক লগতে দিঘায়উ কামনা কৰিলো।
@kalpanahazarika7631
@kalpanahazarika7631 Жыл бұрын
বহুত ভাল লাগিল।আই প্ৰণাম।
@hemantaphukon7578
@hemantaphukon7578 Жыл бұрын
এগৰাকী সফল মাতৃ । ধন্যবাদ ।
@abanikaneog8481
@abanikaneog8481 Жыл бұрын
সফল মাতৃৰ উদাহৰণ আপুনি।
@bhargabdeka2429
@bhargabdeka2429 Жыл бұрын
Bahut vl lgil aji ai Vdo2 sai.
@user-pq4fy7pj2e
@user-pq4fy7pj2e Жыл бұрын
Nice Interview ❤❤❤
@assamboyjt3126
@assamboyjt3126 10 ай бұрын
শুনি বহুত ভাল লাগিল। ধন্যবাদ মাতৃ
@mihirbarooah8451
@mihirbarooah8451 Жыл бұрын
কথাখিনি শুনি ভাল লাগিল বৰমা।আপোনাৰ দীঘায়ু’ কামনা কৰিলোঁ৷🙏💕
@user-on8ws2nr6r
@user-on8ws2nr6r 11 күн бұрын
মা আপোনালৈ কোটি কোটি নমস্কাৰ 🙏 ভগৱানে আপোনাক আৰু শক্তি দিয়ক।
@bimansaikia4305
@bimansaikia4305 Жыл бұрын
আপোনাৰ নম্মতা বাবে বহুত ভাল লাগিল ।
@munindeka3213
@munindeka3213 11 ай бұрын
বহুত ভাল লাগিল, সাক্ষাৎকাৰটোই চাই
@rimpiborah8167
@rimpiborah8167 11 ай бұрын
বহুত ভাল লাগিল।
@devalatagogoisonowal5978
@devalatagogoisonowal5978 10 ай бұрын
Up Is
@jupitaradas150
@jupitaradas150 Жыл бұрын
মাকেই ইমান ভাল শিক্ষা দিছেলে সেইবাবে তেওঁ ইমান ভাল হ'ব পাৰিছে।
@rupalibaruah5479
@rupalibaruah5479 Жыл бұрын
আই আপোনাক ইয়াৰ পৰাই সেৱা জনাইছো
@dhrubajyotisarma9035
@dhrubajyotisarma9035 Жыл бұрын
আই ,আপোনালৈ সশ্ৰদ্ধ প্ৰণাম জনালোঁ।
@utpalbaruah6968
@utpalbaruah6968 10 ай бұрын
আপুনি সচাই এগৰাকী আর্দশবান, মৰমীয়াল, যথেষ্ট জ্ঞানী আৰু সকলো গুনৰ অধিকাৰী মাতৃ, নিজৰ মাৰ দৰে লাগিল, বর্তমান সময়ত প্রতিগৰাকী মাক আপোনাৰ দৰে হলে সমাজত হৈ থকা বহু উশৃঙ্খলতা কমিলে হেতেন, শেষত বহুত বহুত শ্রদ্ধাৰে সুখী আৰু দীর্ঘায়ু কামনা কৰিলো ।
@gauravchoudhury8693
@gauravchoudhury8693 Жыл бұрын
Good presentation 🙏🙏🙏
@nonihazarika1900
@nonihazarika1900 11 ай бұрын
ধন্যবাদ জনালো আই।সচাকৈয়ে সফল মাতৃ।
@majanikalita6025
@majanikalita6025 Жыл бұрын
বেছি ধনী মানুহৰ ৰাতি চকুত টোপনি নধৰে।😊😊😊😊😅
@utpaldeka6306
@utpaldeka6306 Жыл бұрын
মহাশয় আপুনি হেইকণহে বুজিলে নেকি, ধন্যবাদ
@bishwajitborah6817
@bishwajitborah6817 10 ай бұрын
Mukesh ambanir tuponi dhore dekhun😮😮😮😮😮😮😮😮
@minusaikia9795
@minusaikia9795 11 ай бұрын
ভাল লাগিল সেৱা জনালো।
@ChakradharSaud-qq1rj
@ChakradharSaud-qq1rj Жыл бұрын
Really a good interview for the present time.
@user-ob7zi3jf4j
@user-ob7zi3jf4j 10 ай бұрын
ধন্য সঁ চাই মাতৃ । বহুত ভাল লাগিছে ।
@chinamoniduwarirajkonwari9323
@chinamoniduwarirajkonwari9323 Жыл бұрын
বহুত ভাল লাগিল 🙏
@chitradevi2464
@chitradevi2464 Жыл бұрын
🙏🙏Ma aapunak sewa jonalo
@explorewithdiggu
@explorewithdiggu Жыл бұрын
Bahut kotha xikilu🙏🙏❤️❤️
@priyankaphukan6560
@priyankaphukan6560 10 ай бұрын
অতি আদৰ্শ ৱান মাতৃ ।তেখেতক প্ৰণাম জনাইছোঁ।🙏
@sumeirahussain9461
@sumeirahussain9461 Жыл бұрын
She is so sweet. ❤great episode. Very progressive women and so smart. ❤
@KhagenSarkar-lw9bv
@KhagenSarkar-lw9bv Жыл бұрын
Good news
@user-co2wh8bz7n
@user-co2wh8bz7n Жыл бұрын
Ohhh you are great 👍👍👍 mother Respect you
@trishnakalita4154
@trishnakalita4154 Жыл бұрын
আদৰ্শ আপুনি। সফল মাতৃ 🙏🏻
@champaknath5690
@champaknath5690 11 ай бұрын
Bahut bahut Val lagise ❤❤❤❤❤❤❤ mon soi gol.
@preetirekhaborah7834
@preetirekhaborah7834 Жыл бұрын
Bht bhal lagil..emn xohoj xorol aaitajoni....
@pankajchetia2742
@pankajchetia2742 Жыл бұрын
Apuni adorkho akhomiya aru akhomor...apunar husaisthya kamona korilu...
@dipupatangia9860
@dipupatangia9860 Жыл бұрын
অতি সুন্দৰ।
@user-bm6wt3ec6t
@user-bm6wt3ec6t Жыл бұрын
আপুনি মহান
@rwelder9332
@rwelder9332 Жыл бұрын
Great mother🙏❤
@mustafijurrahman1617
@mustafijurrahman1617 Жыл бұрын
Wah ,I am appreciate her (old lady) interview really
@asishboruah3839
@asishboruah3839 Жыл бұрын
Best interview I have ever seen❤❤
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
Absolutely 💯% right mam 🙏👏👏
@jurikalita9362
@jurikalita9362 11 ай бұрын
Interview tu khub sundor hoise... Khub vl lgil sai..
@dharmendrachaudhury9703
@dharmendrachaudhury9703 Жыл бұрын
বৰমা সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰিলো❤
@WelcomeWelcomw-gg5fw
@WelcomeWelcomw-gg5fw Жыл бұрын
Nice interview.
@tunuranikalita1798
@tunuranikalita1798 Жыл бұрын
Mahan mattir mahan hontan
@bitubitu5759
@bitubitu5759 Жыл бұрын
Ha saabolombe maatre ,salute and joi hein
@tulikalahkar4784
@tulikalahkar4784 Жыл бұрын
Kotha khini xuni bor val lagil, apunak Pranam jonalu
@raju71820
@raju71820 Жыл бұрын
Agoraki mahan matri.Maa apunaloi mor antarik sewa aru sraddha
@madahida
@madahida Жыл бұрын
Val lagile interviewtu xuni,,,💌💌love fro jarabari, Baksa
@user-mb3pr9tg8m
@user-mb3pr9tg8m Жыл бұрын
Excellent interview bahut sikilu
@abouahmed166
@abouahmed166 7 күн бұрын
পিতৃ-মাতৃয়ে কেতিয়াও লʼৰা-ছোৱালীক অভাৱত ৰাখিব নিবিচাৰে। সামৰ্থ সকলোৰে নাথাকে বাবেই লʼৰা-ছোৱালীয়ে অভাৱ পায়। এইটো চিৰন্তন সত্য কথা। কিন্তু সামৰ্থ থকা সকলে, ক্ষমতাৰ অধিকাৰী হʼল বুলিয়েই লুটি-পুটি খাই শোষণ কৰিবলৈ লʼলে সমাজে পিতৃ-মাতৃক দোষাৰোপ কৰিবই।
@bontibharali2918
@bontibharali2918 Жыл бұрын
Bohot bhal lagil Aita.Abhabe hosak manuhok strong kori tule.Mak hodai maak hoie thake❤
@jinukakati1589
@jinukakati1589 Жыл бұрын
Dhany maa himanta sir❤❤❤
@mriduljx8769
@mriduljx8769 Жыл бұрын
সকলোতকৈ শ্ৰেষ্ঠ
@junubora2324
@junubora2324 11 ай бұрын
🙏🏻khub val Lagile Baideu r ktha huni.
@user-ir3ck8wr1j
@user-ir3ck8wr1j 10 ай бұрын
Real Mother.Thank so much.❤
@bimaladas7604
@bimaladas7604 Жыл бұрын
ধন্য মাতৃ আপোনাক সশ্ৰধ্বা প্ৰণাম
@monjuarabegum4845
@monjuarabegum4845 Жыл бұрын
Wanting to meet her .... Sai val lagil
@banitakalita
@banitakalita Жыл бұрын
KI VAL LAGISE ..MAA TUR KTHA BOR ...❤❤
@khanindradeka9641
@khanindradeka9641 Жыл бұрын
ভাল লাগিল অনুষ্ঠানটো চাই।মাকযে কেতিয়া লগ পাম। দেউতা সম্পৰ্কে কিছু জানিব মন আছিল।
МАМА И STANDOFF 2 😳 !FAKE GUN! #shorts
00:34
INNA SERG
Рет қаралды 4,2 МЛН
🌊Насколько Глубокий Океан ? #shorts
00:42