No video

মহাভাৰতত কৰ্ণই কৰা মহাভুল || কৰ্নই কৰা ভুলৰ পৰা শিকক || Karna mistakes ||

  Рет қаралды 221,422

Be positive

Be positive

Жыл бұрын

মহাভাৰতত কৰ্ণই কৰা মহাভুল || কৰ্নই কৰা ভুলৰ পৰা শিকক || Karna mistakes ||
#mahabharat #mahabharata #মহাভারতকৃষ্ণকথা
#mahabharatstatus
#krishna
মহাভাৰতৰ এক মুখ্য চৰিত্ৰ হৈছে কৰ্ণ। বিষাদেৰে ভৰা কৰ্ণৰ জীৱন। কাৰোবাৰ বাবে মহাৰথী কৰ্ণ, আন কাৰোবাৰ বাবে দাতা কৰ্ণ। কিছুমানে কয় কৰ্ণৰ পৰানো শিকিবলৈ কি আছে। কৰ্ণইটো মহাভাৰতৰ যুদ্ধখন ৰখাব পাৰিলেহেঁতেন। কৰ্ণই কৰা ভুলৰ পৰাও শিকিবলগীয়া বহুত আছে। কৰ্ণৰ ভুলৰ পৰা শিকিবলৈ প্ৰস্তুত কৰা হৈছে এই ভিডিঅটো |
Karna is one of the main characters in the Mahabharata. Karna's life full of sadness. Maharathi Karna for someone else, donor karna for someone else. Some people say is there something to learn from karna? karna could have stopped the battle of Mahabharata. There is a lot to learn from the mistakes made by Karna. This video is designed to learn from Karna's mistakes
Mahabharat
Mahabharat song
Mahabharat yudh
Mahabharat title song
Karna arjun yudh
Karna arjun yudh mahabharat
Karna arjun fight
Assamese motivational
spiritual motivational video
spiritual motivational videos for success in life
positive thoughts
কৰ্ণৰ কাহিনী
মহাভাৰতৰ কাহিনী
মহারথী কর্ণ ভাওনা
Best motivational video
Best motivational assamese video
Karna duryodhan friendship
Duryodhan karna image
Duryodhan and karna katha
Duryodhan and karna
karna duryodhana friendship
karna duryodhan ki mitrata
mahabharat motivational speech
mahabharat geeta gyan episode
mahabharat karna satya katha
mahabharat
mahabharat full episode
mahabharat krishna updesh
mahabharat karna satya katha
mahabharat karna death
mahabharat karna
mahabharat karna vadh
mahabharat karna story
mahabharat karna vs arjun
mahabharat karna song
mahabharat karna entry
mahabharat krishna
mahabharat krishna updesh
mahabharat krishna gyan
mahabharat krishna song
mahabharat krishna status
mahabharat krishna flute
mahabharat krishna shanti doot
mahabharat krishna virat roop
Mahabharat arjun
mahabharat arjun vs karna
mahabharat arjun krishna updesh
mahabharat arjun karan yudh
mahabharat arjun vadh
mahabharat arjun song
mahabharat arjun entry
mahabharat arjun yudh
assamese motivational speech
assamese motivational video new
assamese motivational video
assamese motivation
assamese motivational whatsapp status
assamese motivational song
assamese motivational status
assamese motivational quotes
মহাভাৰত
মহাভাৰতৰ কথা
মহাভাৰতৰ কাহিনী
মহাভাৰতৰ ভাওনা
মহাভাৰত অসমীয়া
মহাভাৰতৰ কথা
ভাওনা
ভাওনা প্ৰৱেশ
ভাওনা আৰম্ভণি গীত
ভাওনা সংস্কৃতি
ভাওনা যুদ্ধ
ভাওনা প্ৰতিযোগিতা
ভাওনা অসমীয়া
ভাওনাৰ প্ৰৱেশ
ভাওনাৰ আৰম্ভণি গীত
ভাওনাৰ
ভগৱান আপোনাৰ লগত আছেনে, কেনেকৈ জানিব চাওক
• ভগৱান আপোনাৰ লগত আছেনে...
১১ বছৰ পূৰ্বে জুবিনে গোৱা গান এতিয়া ৰিলিজ হল চাওক
• Video
কেনেকৈ নিজৰ সন্মান বঢ়াব শিকি লওঁক
• Video
Music from #pixabay
For any business enquiry
Atozvlogs89@gmail.com

Пікірлер: 217
@dulumonikumar8608
@dulumonikumar8608 Жыл бұрын
Bohut val lagil shree krisna
@bipulhazarika8207
@bipulhazarika8207 Жыл бұрын
Bor dhuniya lagil.eman dhuniya koi se Kothabur.
@binitadeka5044
@binitadeka5044 Жыл бұрын
Khub val lagil kahinito suni
@nipondeka7800
@nipondeka7800 Жыл бұрын
Khuni bahut bahut val lagil .
@binapanilahkar3322
@binapanilahkar3322 8 ай бұрын
ভাল লাগিল কথাবোৰ শুনি।
@pankagdas372
@pankagdas372 Жыл бұрын
Hundor anekuwa video sabole pale Ane lage jen aami kishor babe jibon kotisu
@pobitragogoi2807
@pobitragogoi2807 Жыл бұрын
বহুত সুন্দৰ ভিডিঅ
@pakhichetry3623
@pakhichetry3623 Жыл бұрын
Hundor, vl lgil ...
@subornaroy9303
@subornaroy9303 Жыл бұрын
বহুত ভাল লাগিল।কৃষ্ণ ৰাম কৃষ্ণ
@krishnaliboravlogs9024
@krishnaliboravlogs9024 Жыл бұрын
Bohut Val lagisa
@rupanjalibarman7503
@rupanjalibarman7503 Жыл бұрын
Bhut val lagise suni
@mrujjalboruah7743
@mrujjalboruah7743 Жыл бұрын
বৰ সুন্দৰ লাগিলে
@bantiborah4174
@bantiborah4174 Жыл бұрын
বৰ ভাল লাগিল ।
@ভক্তি-কণ্ঠ
@ভক্তি-কণ্ঠ Жыл бұрын
সুন্দৰ বৰ ভাল লাগিল ।
@joonjonali
@joonjonali Жыл бұрын
বহুত ভাল লাগিল
@indeswarsaikia3183
@indeswarsaikia3183 Жыл бұрын
বহুত ভাল লগা কথা কথা ৷
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
ধন্যবাদ
@hemchandrahandique6041
@hemchandrahandique6041 Жыл бұрын
ভাল লাগিল আপোনাৰ কাহিনীটো। ধন্যবাদ থাকিল।
@pranabdekadeka29
@pranabdekadeka29 9 ай бұрын
Bahut val Lage aponar video bor Sai ❤❤❤❤❤
@dalimikonwar3968
@dalimikonwar3968 Жыл бұрын
Video tu sai bhut vl lagil
@rumisaikia6242
@rumisaikia6242 Жыл бұрын
Khub bhal lagil xunile xuni thakibar mon jai
@manashjnath2519
@manashjnath2519 Жыл бұрын
আপোনাৰ জ্ঞান বহুত উপৰত , আপুনি আৰু আগুৱাই যাওক , কি অপূৰ্ব কণ্ঠ আপোনাৰ , আপোনাৰ আসু আৰোগ্য কামনা কৰিলোঁ
@munindrasaikia2495
@munindrasaikia2495 Жыл бұрын
Bahut val lagil bahu najona kotha janilu....
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
ধন্যবাদ
@Sharmajiiiiop
@Sharmajiiiiop Жыл бұрын
এই বোৰ বহুত দৰকাৰী কথা। এনেকুৱা কথা বোৰৰ পৰা মানুহে বহুত জ্ঞান আহৰন কৰিব পাৰে। আগলৈ দি থাকক । আপোনালৈ অশেষ ধন্যবাদ।
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
মতামতৰ বাবে আপোনাক অশেষ ধন্যবাদ। বিহুৰ শুভেচ্ছা জনালো
@jonalimdas8242
@jonalimdas8242 Жыл бұрын
বৰ ভাল লাগিল
@jaangogoi3461
@jaangogoi3461 Жыл бұрын
Bohut bhal lagil.
@krishnabhuyan153
@krishnabhuyan153 8 ай бұрын
সকলোকে অশেষ ধন্যবাদ 🙏🏻 জয় শ্ৰী কৃষ্ণ
@mohendrabro9505
@mohendrabro9505 Жыл бұрын
Bohut bhal lagil
@moinamedhi5085
@moinamedhi5085 Жыл бұрын
Bohiya lagil
@rbchannel5829
@rbchannel5829 Жыл бұрын
Val lagile 🥰💞
@rekhaboruah7878
@rekhaboruah7878 Жыл бұрын
ভাল লাগিল ।
@bandanasenapatidewri
@bandanasenapatidewri Жыл бұрын
Bohut vl lgil aru bohut dukh lge ei bilak khunile soku pni ulai jai o khosakoi bohut dukh lga
@krishnadohutia5738
@krishnadohutia5738 Жыл бұрын
ভাল লাগিল
@surensarmah541
@surensarmah541 Жыл бұрын
ভূঞা ডাঙৰীয়া বৰ ভাল লাগিল আপোনাৰ কথাখিনি শুনি।
@northeastgamer01
@northeastgamer01 Жыл бұрын
Bohu kotha ari dise majote dada moi Mahabharata 3 bar saisu gutei mohabharatr kotha mur mont ase 😌♥️
@jibeswarborah7650
@jibeswarborah7650 Жыл бұрын
জয় শ্ৰীকৃষও
@user-hu4wg4qm5s
@user-hu4wg4qm5s 2 ай бұрын
JoysreeKrishana❤❤❤❤❤
@LabanyaGogoi-rj3xi
@LabanyaGogoi-rj3xi Жыл бұрын
Bhal lagil.thsnka a lot.
@cultureofmajuli1208
@cultureofmajuli1208 Жыл бұрын
Bhut xundur
@bhubanrabha9452
@bhubanrabha9452 Жыл бұрын
Bhal lagil huni
@prosantadas2058
@prosantadas2058 Жыл бұрын
Dada kotha bur eman val Lage
@jayashreedeka5960
@jayashreedeka5960 Жыл бұрын
বহু ত বেছি ভাল লাগিল
@hiteshborah1367
@hiteshborah1367 Ай бұрын
বৰ দুখ লাগিল মহাৰথী কৰ্ণৰ জীৱন কাহিনীটো জানিব পাৰি ।
@pratuldeka9890
@pratuldeka9890 2 ай бұрын
Val lagi suni
@romensaikia5326
@romensaikia5326 Жыл бұрын
এই মজা
@renuborah5454
@renuborah5454 Жыл бұрын
Vl lagil
@tilottamathakuria7568
@tilottamathakuria7568 Жыл бұрын
Val lagil
@teddybear-qn6ih
@teddybear-qn6ih Жыл бұрын
Vaal laagil bohut
@tarunsonowal4532
@tarunsonowal4532 11 ай бұрын
সন্দৰ উপস্থাপকন ।
@robinmahanta3722
@robinmahanta3722 Ай бұрын
সুন্দৰ
@prabhatbezbaruah2941
@prabhatbezbaruah2941 3 ай бұрын
Shri Krishna Prabhu.......🙏🙏🙏
@moinamedhi5085
@moinamedhi5085 Жыл бұрын
Bohiya
@mitalipegu181
@mitalipegu181 Жыл бұрын
❤❤❤
@durgeswardas6710
@durgeswardas6710 Жыл бұрын
Thank you
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
ধন্যবাদ
@ffsop4348
@ffsop4348 Жыл бұрын
জয় কণ
@moinakakoti9450
@moinakakoti9450 Жыл бұрын
Bohut val lagil 🙏🏾🙏🏾🙏🏾
@rinamahanta4241
@rinamahanta4241 Жыл бұрын
সুন্দৰ উপস্থাপন
@mohanchandrakalita362
@mohanchandrakalita362 Жыл бұрын
Best bhal lagil, Agoloi aru asha karilu. Lagate aponar su saithaya aru dighaiu kamana karilu.
@RupTalukdar-vb1dy
@RupTalukdar-vb1dy 3 ай бұрын
Highly satisfied ❤❤❤
@dipalibasumatary6847
@dipalibasumatary6847 Жыл бұрын
Eman bhal lagli khuni thakibo mon hoise
@pranjalbora7345
@pranjalbora7345 Жыл бұрын
Sir bohut val lagile auponar video sai
@imranhusain57
@imranhusain57 Жыл бұрын
খুউব সুন্দৰ পৌৰাণিক আখ্যান দাঙি ধৰা হৈছে এই video টোত। আগতে নজনা কথা জানিলো। মহাৰথী কৰ্ণৰ বিষয়ে জানি ভাল লাগিল
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
ধন্যবাদ
@debeswarmohan8763
@debeswarmohan8763 Жыл бұрын
😍😍
@rupamkonwar5551
@rupamkonwar5551 Жыл бұрын
বহুত বহুত ভাল লাগিল শুনি
@user-sc8vv5pn9w
@user-sc8vv5pn9w Жыл бұрын
বহুত ভাল লাগিল,মই নিজৰ মনটোক বিচাৰি পালোঁ, কণৰ দ্বাৰা 👏🙏👏, ভগৱান সঁচাই আছে,মৰা মানুহ মই বাচি আহিলো, জীৱনটো বহুত কষ্ট কৰিবলগীয়া হল,আৰু কষ্টই মোৰ সাৰথি, ভগৱানে যি কৰে ,ভালৰ বাবেই কৰে, এইয়াই মোৰ মনটো সুখী কৰাৰ সান্তনা 🤩🤩🤩🤩
@budhendas3209
@budhendas3209 Жыл бұрын
Bahut val lagil saitya je sadai saitya rakhe hari mare kune mare hari rakhe kune. Bhagaban sakolute birajman.Dhanyabad.
@janmonixaikia6360
@janmonixaikia6360 Жыл бұрын
সঁচাই ভাল লাগিল
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Жыл бұрын
বহুত ভাল লাগিল।
@rinagogoi7156
@rinagogoi7156 Жыл бұрын
বহুত ভাল পালো শুনি আগলৈয়ো যেন পাওঁ । গহপুৰ
@juntidas591
@juntidas591 Жыл бұрын
Nice ♥️♥️
@AmitChandraRoy333
@AmitChandraRoy333 Жыл бұрын
💖💖💖💖
@bharatisaikia1388
@bharatisaikia1388 Жыл бұрын
Bahut bhal lagil . krishna
@ditulchutia7246
@ditulchutia7246 Жыл бұрын
🙏🙏🙏🙏
@user-bm8oq1hn7l
@user-bm8oq1hn7l 8 ай бұрын
🙏🙏🙏
@chitramaidasboniachitramai6991
@chitramaidasboniachitramai6991 Жыл бұрын
So sweet
@romenkoman3481
@romenkoman3481 Жыл бұрын
@rajukachari7718
@rajukachari7718 Жыл бұрын
অতি সুন্দৰ।
@bikramboruah8594
@bikramboruah8594 Жыл бұрын
Kothakhini huni vaale lagil kintu age aru situation hobdo 2ta bybohar nokora hole vaal asil buli bhãu.
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
আপোনাৰ মতামতৰ বাবে ধন্যবাদ। আগলৈও মতামত আশা কৰিলো
@newaccounts3009
@newaccounts3009 Жыл бұрын
🙏🙏🙏🙏🙏
@Hgikv
@Hgikv Жыл бұрын
Hoi de o vai।ami aku najanu ei
@dibyajyotibora8978
@dibyajyotibora8978 Жыл бұрын
বহুত ভাল লাগিল। ধন্যবাদ। 🙏🙏🙏🙏
@moromipegu8815
@moromipegu8815 Жыл бұрын
বহুত বহুত ভাল লাগিল
@playeroo5092
@playeroo5092 Жыл бұрын
SuriyaPutra karn ❤❤
@ujjalsaikia2163
@ujjalsaikia2163 Жыл бұрын
কাহিনীটো ভাল লাগিল
@arupgoswami2489
@arupgoswami2489 Жыл бұрын
সুন্দৰ বহুত ভাল লাগিল।
@abhigyanborahanuhazarika167
@abhigyanborahanuhazarika167 Жыл бұрын
Joikrishana🙏🏻🙏🏻🙏🏻🙏🏻
@lakhipatar6362
@lakhipatar6362 11 ай бұрын
ধন্যবাদ থাকিল নজনা কথা কেইটা জানিৱ পায়৷ঔঁমঃশ্ৰীকৃষ্ণায় নম৷
@chandraprabha5498
@chandraprabha5498 Жыл бұрын
Xundor
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
অশেষ ধন্যবাদ। ভিডিঅবোৰ নিয়মিতভাৱে চাই থাকিব আৰু মতামত জনাবলৈ নাপাহৰিব
@prasantaneog5862
@prasantaneog5862 Жыл бұрын
hundar
@labanyarabha4569
@labanyarabha4569 Жыл бұрын
Thnaks
@baradagoswami3564
@baradagoswami3564 Жыл бұрын
Very nice story with advice. Very impressive. ,Nagaon Boraligaon Assam ❤🙏🙏❤
@probitramili6327
@probitramili6327 Жыл бұрын
বৰ সুন্দৰ উপস্থাপন। বৰ ভাল লাগিল
@banajitkalita5642
@banajitkalita5642 Жыл бұрын
Majja lagil
@nikunjadevi1611
@nikunjadevi1611 Жыл бұрын
খুবেই ভাল লাগিল পৌৰাণিক কাহিনী শুনি।
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
অশেষ ধন্যবাদ। ভিডিঅবোৰ নিয়মিতভাৱে চাই থাকিব আৰু মতামত জনাবলৈ নাপাহৰিব
@minakhigogoi7194
@minakhigogoi7194 Жыл бұрын
বহুত ভাল পালোঁ ধন্যবাদ
@dhirajrabha1491
@dhirajrabha1491 Жыл бұрын
মই কৰ্ন শ্ৰেষ্ঠ মহাবীৰ
@keshabnath4334
@keshabnath4334 Жыл бұрын
Bohut val lagil dada
@bhargavswargiary5460
@bhargavswargiary5460 Жыл бұрын
কৃষ্ণ , কৃষ্ণ , কৃষ্ণ,অ'হৰি,অ' ৰাম।
@pompisaikia631
@pompisaikia631 Жыл бұрын
🙏🙏
@chitraranjannath
@chitraranjannath Жыл бұрын
Nice video
@krishnabhuyan153
@krishnabhuyan153 Жыл бұрын
Thankyou chitra daa ❤
@himajyotimazumdar1408
@himajyotimazumdar1408 Жыл бұрын
Bahut val lagil
@krishnamhd6795
@krishnamhd6795 Жыл бұрын
কৰ্ণ ৰ বীৰ আছিল দানি আছিল হয় কিন্তু এজন অধৰ্মীৰ পৰা শিকিব লগীয়া একো নাই। এটা বহুত দুখৰ বিষয় যে আজি মানুহে অৰ্জুনতকৈ ও কৰ্ণক শক্তিশালী ভাবে যি টু সম্পূৰ্ণ মিছা। কৰ্ণ বিৰাট যুদ্ধত হাৰিছিল , গন্ধৰ্বৰ সকলৰ ওচৰত হাৰিছিল, যুদ্ধৰ প্ৰথম দিনাই পৰম বন্ধু দৰ্যোধনক এৰি পলাইছিল, ভীমৰ লগতো হাৰিছিল, দ্ৰৌপদীৰ বস্ত্ৰ হৰণ ৰ idea কৰ্ণৰে আছিল, আন কি কৃষ্ণই অৰ্জুনক কৈছিল যে- এই ক্ৰুৰ কৰ্ণ যাৰ বাবে অহংকাৰী দুৰ্যোধনেও নিজকে পৰম শক্তিশালী ভাবে এওঁক তুমি বধ কৰা।" আৰু এটা কথা প্ৰকৃত বন্ধু কৰ্ণ কেতিয়াও হব নোৱাৰে যি বিপদলৈ ঠেলি দিয়ে। কৃষ্ণ শান্তি দূত হৈ ও শান্তিৰ প্ৰস্তাৱ নিছিল কিন্তু কৰ্ণই কি কৰিলে? আৰু এটা কথা আমি আজি ভবাৰ দৰেও কৰ্ণৰ জাতিক লৈ ইমান হহা হোৱা নাছিল। সূত আৰু শূদ্ৰ বেলেগ। তেতিয়া জাতি নহয় বৰ্ণ আছিল। জানে নে মহাভাৰতৰ আৰম্ভণিতে ব্যাস দেবে নৰ আৰু নাৰায়ণৰ নাম লৈ মহাভাৰত পঢ়িব কৈছে। কৃষ্ণইও কৈছিল যে কৰ্ণক দেৱতা পৰ্যন্ত হৰুওৱ নোৱাৰে কিন্তু অৰ্জুনে পাৰিব। প্ৰকৃত বন্ধু কৃষ্ণ অৰ্জুন। আৰু কেতিয়াও কোনেও নাভাবিব যে কৃষ্ণ আৰু হনুমান থকা বাবে হে অৰ্জুন জিকিল
@krishnamhd6795
@krishnamhd6795 Жыл бұрын
লগতে কৰ্ণ অৰ্জুন ক লৈ ইমান জলিছিল যে দ্ৰোণাচার্যক ব্ৰহ্মাস্ত্ৰ খুজিছিল। তেওঁ ঠিকেই কৰিছিল কৰ্ণক শিক্ষা নিদি। কিন্তু মহাভাৰতৰ শান্তি পৰ্বৰ অধ্যায় 1 শ্লোক 4 ৰ মতে কৰ্ণই দ্ৰোণাচার্যৰ পৰা ধনুৰ্বেদ শিক্ষা লাভ কৰিছিল।
@tween_bother
@tween_bother Жыл бұрын
প্ৰথমতে নিজে অলপ জ্ঞান লৈ শিকি আহ তাৰ পাছত লোকক জ্ঞান দিবি
@nitulbonia2815
@nitulbonia2815 Жыл бұрын
bohut val lagil
Little brothers couldn't stay calm when they noticed a bin lorry #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 17 МЛН
Comfortable 🤣 #comedy #funny
00:34
Micky Makeover
Рет қаралды 16 МЛН
SURJYA PUTRA KARNA 6 | LUIT | MUNIN BARUAH | MANAS ROBIN | ZUBEEN GARG
14:00
LUIT MANAS ROBIN'S PRODUCTION
Рет қаралды 623 М.