No video

বিদায় ৰাজীৱ দা 😥😥 কেনেকৈ হ'ল দুৰ্ঘটনাটো, সকলো কান্দি উঠিল অভিনেতা- অভিনেত্ৰী.. Actor Rajib Rajnish

  Рет қаралды 246,904

Mayur Mix Assamese

Mayur Mix Assamese

Күн бұрын

অভিনেতা ৰাজীৱ ৰাজনীশৰ মটৰ চাইকেল দূৰ্ঘটনা কেনেকৈ হ'ল..??
কি ক'লে অভিনেতা-অভিনেত্ৰী সকলে।
প্ৰয়াত ৰাজীৱ ৰাজনীশৰ আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏🏻🙏🏻
thank you 👍🏿
#rajibrajnish #rajibrajnishdeathvideo

Пікірлер: 323
@hiranyarajkhowa4119
@hiranyarajkhowa4119 6 ай бұрын
অতি দুখজনক খবৰ। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলো লগতে শোকসনতপত পৰিয়াল বগলৈ সমবেদনা জ্ঞাপন কৰিলো। ওম শান্তি।
@deepjyotilaskar1030
@deepjyotilaskar1030 6 ай бұрын
সচাই বহুত দুখ লাগিল শেষত চকু পানী ৰসাব নোৱাৰিলো, মৃত্যু এতিয়া সহজ হৈ পৰিছে, জিৱন দুদিনিয়া, ৰাজিব দা আপুনি আকাখৰ তৰা হৈ জিলিকি থাকিব, ৰাজীব দা অবিহনে বাউলী ফাগুন আধৰুৱা হয় পৰিব , ৰাজীব দা আত্মা চিৰ সিনতি লাভ কৰক ভগৱানৰ উছৰত প্ৰাথনা কৰিছোঁ 😭😭😥💔🙏
@pollabigogoi9474
@pollabigogoi9474 6 ай бұрын
বহুত বহুত দুখ লাগিছে ৰাজীৱ দা কি কম কণমানি জনীক দেখিলেই মোৰ চুকো পানী নধৰা হয়। যতে আছা ভালকৈ থাকা।❤❤
@jeemonigogoi3455
@jeemonigogoi3455 6 ай бұрын
বহুত দুখ পাইছোঁ 😭😭 ৰাজীৱ দাদা আপুনি যতেই আছে শান্তিত থাকক 🙏😭
@sikhamonimithi5196
@sikhamonimithi5196 6 ай бұрын
বহুত দুখ লাগিছে😢😢।এটা সঁচা কথা কও দুৰ্ঘটনাত যিমান মানুহ মৰিছে খিমান হইটো বেমাৰতো মৰা নাই।
@alakeshborah8808
@alakeshborah8808 6 ай бұрын
বহুত দুখ লাগিল। তেওঁ মানুহৰ মনৰ মাজত সোমায় যাব পৰা অভিনয় কৰিছিল। তেখেতে মানুহৰ অন্তৰ জয় কৰিব পাৰিছিল। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।🙏
@pranitakalita9958
@pranitakalita9958 6 ай бұрын
প্ৰতিভাৱান অভিনেতা এজনক অকালতে হেৰুৱালোঁ । টিভি ধাৰাবাহিকৰ এখন ভাল লগা চিনাকী মুখ । মৃত্যুৰ দিনাহে গম পালোঁ তেওঁ দূৰ্ঘটনাত পতিত হৈছিল । এতিয়াও স্পষ্ট নহ'ল কাৰ ভুলৰ বাবে এই দূৰ্ঘটনা সংঘটিত হবলৈ পালে । বহুত দুখ পালোঁ । তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক । 🙏🙏🙏
@Pinkibora_
@Pinkibora_ 6 ай бұрын
বহুত কম দিনৰ ভিতৰত সকলোৰে প্ৰিয় হৈ পৰিছিল ৰাজিৱ দা ❤কিন্তু ভগবানে বহুত সোনকালে তেওঁৰ কাষলে লৈ গল😭😭😭😭😭😭😭
@asutsaikia6811
@asutsaikia6811 6 ай бұрын
বৰ বেআ লাগিছে ঐ love you ৰাজীৱ দা
@mowsumideka5975
@mowsumideka5975 6 ай бұрын
বহুত দুখ পাইছোঁ তেওঁ আত্মৰ চিৰ শান্তি কামনা কৰিলোঁ তেওঁ জতে আছে কুশলে থাকক তাকে ঈছৰৰ ওচৰত প্ৰাথনা জনালোঁ 😭😭🙏🙏❤️❤️
@mitalipathak7837
@mitalipathak7837 6 ай бұрын
Bht besi dukh lgise... Bht xunkale gusi gol Rajib da Apuni...🙏ovinoyere xokoluke akorkhito kribo paricle rajib da apuni😓xunyo jen lgi gyse bht besi lost jen lgise.. Vbib nwara ak asorit khbre bht besi socked krile.. Jot ase Apuni vle thkok Rajib da😭seriyel bure sabo vl lga ni.. Rajib dar entry kiba ata vl lga muhurto anicle xcited hy asilu sabole. Voice 2 o bht besi vl lgicle miss krisu bht. ki km aru sokolu vl lga bektityo asil apunar miss u Rajib da...😪
@AnjaliDas-vv2fw
@AnjaliDas-vv2fw 6 ай бұрын
বহুত দুখ লাগিল আপুনি যতেই আছে শান্তিত থাকক 🙏
@sayanikabora4132
@sayanikabora4132 6 ай бұрын
তেওঁ আত্মাই চিৰ শান্তি, লাভ কৰক । বহুত বেয়া লাগিছে ।😢😢😢
@munmihazarika779
@munmihazarika779 6 ай бұрын
ৰাজীৱ দা বহুত ভাল ভাল অভিনত চিনাকি। গতিকে তেখেতৰ মৃত্যু খবৰ পাই বহুত বেয়া লাগিল। যতেই আছে তাতেই সুখে শান্তিৰে থাকক, আত্মাই চিৰ শান্তি পাওঁক। কৃষ্ণ
@laptuiom
@laptuiom 6 ай бұрын
বহুত দুখ লাগিল🙂
@mousumiphukon-xo4hx
@mousumiphukon-xo4hx 6 ай бұрын
😢😢😢
@bastabdas8344
@bastabdas8344 6 ай бұрын
বহুত দুখ পায়ছো ৰাজিৱদাৰ খবৰটো শুনি
@user-nr5wm4qq2z
@user-nr5wm4qq2z 6 ай бұрын
বৰ দুখ লাগিল। তেওঁ জতে আছে ভালে থাকক😭😭😭😭😭
@hamodagogoithagal-hh4gy
@hamodagogoithagal-hh4gy 6 ай бұрын
তেওঁ আত্মামাই❤😢 সত্ৰ গতি পাওক😢😢
@dhimannath6931
@dhimannath6931 6 ай бұрын
😢😢😢😢😢😢😢😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@user-sb7ng7cb1c
@user-sb7ng7cb1c 6 ай бұрын
বহুত বেয়া লাগিছে ও দাদা আপুনি যতে আছে তাতেই শান্তি হক
@Dhrubajivlog779
@Dhrubajivlog779 6 ай бұрын
বৰ বেয়া লাগিল 😭😭😭🙏 Rip ৰাজীৱ দা
@harekrishnakalita-sd8dv
@harekrishnakalita-sd8dv 6 ай бұрын
বহুত দুখ লগিল
@amlandeepborah8714
@amlandeepborah8714 6 ай бұрын
Rip dada Apunar atmai siroshanti pauk tare kamona korilu ❤
@injudhanyabadbaideuxundorr7655
@injudhanyabadbaideuxundorr7655 6 ай бұрын
তেওঁৰ অভিনয়ে দৰ্শকৰ মনত সাঁচ বহুৱাই থৈ গ'ল।,,বিদেহী আত্মাৰ সদগতি পাওঁক তাৰবাবে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ
@bhrigukalita6479
@bhrigukalita6479 6 ай бұрын
বহুত দুখ লাগিল যতে আছে তাতে সুখত থাকক 😭😭😭😭
@amarmechmechkochari5088
@amarmechmechkochari5088 6 ай бұрын
বৰ দুখ পায় চু ৰাজিপ খবৰ তু পাই কি কৰিব নিয়তি নিয়ম আমাৰে ইমান বেয়া লাগিছে । বাউলী ফাগুন অভিনয় চাই তেওঁলোকৰ লগত কাম কৰা সকলক বুজাব নোৱাৰি। তেওঁৰ পৰিয়াল জাতে ভগৱান এ ভালে ‌কুশলে ৰাখে 🙏🙏🙏
@Bandana_Bora_oficial_07N
@Bandana_Bora_oficial_07N 6 ай бұрын
বহুত দুখ পাইছোঁ😢😢😭😭আপুনি যতেই আছে সুখত থাকক। ওম শান্তী়়়়়😭😭😭😭😭😭
@PriyankaDas-dy7nj
@PriyankaDas-dy7nj 6 ай бұрын
Rajiv da apuni anekoi amak xokluke ari jab buli voba nasilu ... Teu nai buli mani lob pora nai😭... Miss you rajiv da ❤... Apuni jote ase vle thakok dada....🙏
@user-ez1pj8uw3h
@user-ez1pj8uw3h 6 ай бұрын
বৰ দুখ লাগিছে 😢😢 ৰাজীৱ দা আপুনি যতেই আছে শান্তিত থাকক 😢😢
@Brindawati_taid
@Brindawati_taid 6 ай бұрын
বহুত miss কৰিম ৰাজীৱ দা 😭😭😭
@nirmolnath2591
@nirmolnath2591 6 ай бұрын
মনত বহুতো দুখ লাগিল তেওঁৰ আত্মাৰ শান্তি কামনা কৰো
@rajibdutta870
@rajibdutta870 6 ай бұрын
❤🙏😰 bohut beya lagil kotha2 xuni
@mamonid.h-fz4qz
@mamonid.h-fz4qz 6 ай бұрын
কিয় এনে হয়...😢....ভবাই নাছিলোঁ..পৰি আৰু ৰাজীৱ ৰ কাজিয়া বোৰ বহুত ভাল লাগিছিল...miss কৰিম বহুত...
@diptisonowal5367
@diptisonowal5367 6 ай бұрын
বহুত দুখ লাগিছে এজন অভিনেতা হোৱাৰ কাৰণে
@bidishavlogs-nt9bl
@bidishavlogs-nt9bl 6 ай бұрын
ৰাজীৱ দাস সবইতো শুনি বহুত বেছি বেয়া লাগিল
@santanadeka5054
@santanadeka5054 6 ай бұрын
আপোনি যোৱাৰ কাৰনে বহুত দুখ লাগিচে আপোনি যতে আচে ভগবানে ভালে কুশলে থাকক সান্তনা ডেকা😭😭😭😭😢😢😢😢😢😭😭😭😭😭😭😭😭
@user-zn3if5jg1t
@user-zn3if5jg1t 6 ай бұрын
বহুত দুখ লাগিল।
@nitumaninath2005
@nitumaninath2005 6 ай бұрын
Miss you rajib daa😢😢 rest in peace 🙏
@pinkikonwar5444
@pinkikonwar5444 6 ай бұрын
বহুত বহুত দুখ লাগিল 😢😢😢
@ranjitamahanta7707
@ranjitamahanta7707 6 ай бұрын
বহুত দুখ লাগিল
@nipamkalita5332
@nipamkalita5332 6 ай бұрын
বহুত দুখ লাগিল 😢😢😢😢
@user-uy9kb5fg6u
@user-uy9kb5fg6u 6 ай бұрын
বহুত দুখ লাগিচে বাউলি ফাগুন খন বহুত ধুনীয়াকৈ অ ভিনয় কৰিচে
@banashmitadas6757
@banashmitadas6757 6 ай бұрын
Khobr tu pai bohut bohut dukh palu 😢😢😭😭😭😭 xeidina eta reel saisilu he 😭😭😭 Rip dada 🙏🙏🙏
@user-jl7ff5wj2x
@user-jl7ff5wj2x 6 ай бұрын
ৰাজীৱ দা যতেই আছে ভালকৈ থাকক
@hiranyagogoi8118
@hiranyagogoi8118 6 ай бұрын
ভাষা নাই,যতে আছে শান্তিত থাকক,
@DeepDas-mc7cs
@DeepDas-mc7cs 6 ай бұрын
Rajib daa bhut besi vl manuh asile theatre Surjya ot log paisu dadak 😢😢
@user-bi6sd8ob2f
@user-bi6sd8ob2f 6 ай бұрын
বহুত দুখ পালোঁ বৰ দুখ লাগিল যে ছোৱালী লগত হিমানৈ সময় দিছিল এতিয়া কি হ'ব 😢😢😢
@technomaster4987
@technomaster4987 6 ай бұрын
বৰ দুখ লাগিছে তেওঁ মৃত্যত
@jesminsultana9240
@jesminsultana9240 6 ай бұрын
Xosakoi bhut dukh lagil 😢mani lob pora nai Rajib da jote asa vale thaka😢😢
@mintudasassam292
@mintudasassam292 6 ай бұрын
কিমান বেয়া লাগিছে কব পৰা নাই 😢😢😢😢😢😢😢😭😭😭😭😭😭😭😭
@lakshmanbaruah8961
@lakshmanbaruah8961 6 ай бұрын
Jibon xobdotu xongyabihin,bht bea lagil
@rebanath7759
@rebanath7759 6 ай бұрын
Bhut dux lagise rajib da bhakha ni bujaboloi Dada apunalukr nisina val manuh burk vogbane xunkale loi jai vogban eman nisthur hb pare ne 😭😭😭😭
@jurimohan7477
@jurimohan7477 6 ай бұрын
সঁচাই বহুত দুখ লাগিলে
@user-gn3pp7zh9c
@user-gn3pp7zh9c 6 ай бұрын
অন্তৰত বৰ দুখ পালোঁ 😢😢
@Axomiya55
@Axomiya55 6 ай бұрын
Khbr tu xuni bht beya lagil 😢😢😢
@mintudasassam292
@mintudasassam292 6 ай бұрын
লগ কৰিব এ নাপালোঁ ইমান মন আছিল ❤😭😭😭😭😭
@anupdas8423
@anupdas8423 6 ай бұрын
Bohot dukh lagise😢
@user-by5gk4mo6z
@user-by5gk4mo6z 6 ай бұрын
Rajib daa apuni jote ase kukhale thakak😢😢😢😢😢😢😢😢😢
@user-ig5ko8kc9y
@user-ig5ko8kc9y 6 ай бұрын
Bohut bhl dada kind hearted person 🥺🪔no ego
@Assam_Bhargab_Officel
@Assam_Bhargab_Officel 6 ай бұрын
Dada atiya ki hobo 😫🥺😭😭😭apuak bohut miss korisu 😭😭😭ghuri ahok na please 🥺, 😭i miss you rajib daa😭😭
@user-cq8qy1ww6l
@user-cq8qy1ww6l 6 ай бұрын
তেওঁ আত্নামাই ❤😢সএ গতি পাওক 😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢
@beautizahan7200
@beautizahan7200 6 ай бұрын
Ufff bhout dukh lagisa 😭😭😭
@bornaleephukon200
@bornaleephukon200 6 ай бұрын
😢😢আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক ❤
@user-ff2yy7mq6q
@user-ff2yy7mq6q 6 ай бұрын
দুৰ্ঘটনা টো কেনেদৰে হ'ল সেই কথা টো গম নাপালোঁ।
@MT15_Queen09
@MT15_Queen09 6 ай бұрын
😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢bohut bea lagise 😢😢😢jote asa vle thaka rajib dada 😢😢😢😢
@SiNGleBiRd-1998
@SiNGleBiRd-1998 6 ай бұрын
কিয় ভগৱান কিয় এনেকুৱা তুমি ? 😭😭 তোমাৰ সেই কণমানিজনীলৈ অকণমানো দয়া নোপজিল নে তোমাৰ? কিয় ইমান সোনকালেই পিতৃহাৰা কৰি দিলা তাইক চীৰ জীৱনৰ বাবে 😭। তেখেতৰ আত্মাই চীৰ শান্তি পাওক 🙏🙏🙏🙏
@SirajAli-nc6ck
@SirajAli-nc6ck 6 ай бұрын
Bahut baya lagil sai
@user-fq6ir9hn3n
@user-fq6ir9hn3n 6 ай бұрын
ৰাজি জতে আছে ভগবানে কুশলে আছে ভগবানে কুশলে ৰাখক।
@muzammilhoque4537
@muzammilhoque4537 6 ай бұрын
খবৰটো পাই মৰ্মাহত হৈছোঁ তেওঁৰ আত্মায় চিৰশান্তি লাভ কৰক 🌹
@user-bl4yy3db9e
@user-bl4yy3db9e 6 ай бұрын
বহুত দুখ লাগিল🙏🙏🙏
@animakiarajbongshi3165
@animakiarajbongshi3165 6 ай бұрын
Bahut dukh lagil kotha khini gm pai
@subhonborah4204
@subhonborah4204 6 ай бұрын
Bohut dukh lagil . Rajib tumi jotei thaka tumar atmai xot goti pauk .vogobane tumak uddhar korok .
@priyankabora3139
@priyankabora3139 6 ай бұрын
বৰ দুখজনক😢 ভাল মানুহবিলাক বৰ বেছিদিন নাথাকে।
@julisaikia1798
@julisaikia1798 6 ай бұрын
Hosa kotha
@user-tm2wk3et1t
@user-tm2wk3et1t 6 ай бұрын
অ দাদা তুমি যতে আছা ভালকে থাকিবা ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা 😭😭😭
@JamunaDevi-en4ml
@JamunaDevi-en4ml 6 ай бұрын
তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰিছু
@rajenborah3395
@rajenborah3395 6 ай бұрын
Bohut bohut dukh laise takhet hoday gibito hoyea thakok
@BismitaDevi
@BismitaDevi 2 ай бұрын
I miss you dada 😢😢😭😭😭
@lakhyajit5448
@lakhyajit5448 6 ай бұрын
Rest in peace 🕊️ brother 😢
@kritiman3578
@kritiman3578 6 ай бұрын
Bht bht bya lagil😢😢
@PurnimaSaikia-oq6dy
@PurnimaSaikia-oq6dy 6 ай бұрын
Bohut dukho lagisa😢😢
@ratulgogoi1796
@ratulgogoi1796 6 ай бұрын
ভাল মানুহক ভগৱানে কম সময়ত লৈ যায়
@Ankurbaruah7054
@Ankurbaruah7054 6 ай бұрын
Reast in peace Rajiv da❤
@debashishkaushik8010
@debashishkaushik8010 6 ай бұрын
Really a very sad moment for us 😔
@user-xp8jq5db5r
@user-xp8jq5db5r 6 ай бұрын
Bohut duhk lagil😭😭😭
@nijamonikamanofficialvideo09
@nijamonikamanofficialvideo09 6 ай бұрын
বহুত দুখ লাগিল কথাষাৰ শুনি🥺🥲
@user-px9db8uy3v
@user-px9db8uy3v 6 ай бұрын
Dukh lagil khb r tu huni…tau hosakoi agoraki bhl abhinata asil.. tau amr major pora eman hunkale harai jabo buli kunau bhoba nasil bohut miss korim tauk…😞😢😭
@BinitaRay-wz6hv
@BinitaRay-wz6hv 6 ай бұрын
😢😢🥺miss you rajip daaaa😭😭😭😭
@Arif-bk1lq
@Arif-bk1lq 6 ай бұрын
Bht dukh lagisea 😢
@bitoponbordoloi4066
@bitoponbordoloi4066 6 ай бұрын
😢বহুত দুখ লাগিল
@pinkudas317
@pinkudas317 6 ай бұрын
Bahut dukh lagil bahut val lagisil teor avinay Sai😭😭😭
@santanadeka5054
@santanadeka5054 6 ай бұрын
দাদা আপোনি যতে আচে ভালে থাকক সান্তনা ডেকা😢😭😭😭😭😭😭😭😭😢😢😢😢😢😢😢😢😢😢😢
@lalitbaruah5701
@lalitbaruah5701 6 ай бұрын
Rajib da 😢😢😢😢😢😢😢😢
@nilutpaldasofficial
@nilutpaldasofficial 6 ай бұрын
Miss you Rajib da❤😢
@animasaikia6347
@animasaikia6347 6 ай бұрын
বৰ দুখ লাগিল।
@kangkanaborah2102
@kangkanaborah2102 6 ай бұрын
য'তে আছে শান্তিত থাকক🙏🙏
@bobiahmed6937
@bobiahmed6937 6 ай бұрын
Bohut beya lagise o Rajib Daa loi😢😢😢😢😭😭😭😭😭😭😭
@MunuKalita-sg4my
@MunuKalita-sg4my 6 ай бұрын
সচাই বহুত দুখ পালোঁ অ
@bandanarajbongshibandu3613
@bandanarajbongshibandu3613 6 ай бұрын
🥺Aapuni jotei ase vale thakok🙏
@jitunath5722
@jitunath5722 5 ай бұрын
miss you rajip da
@otuyen349
@otuyen349 6 ай бұрын
Love india 🇮🇳
@quwendehingia5121
@quwendehingia5121 6 ай бұрын
বৰ দুখ লাগিল 😢😢
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 7 МЛН
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
Люблю детей 💕💕💕🥰 #aminkavitaminka #aminokka #miminka #дети
00:24
Аминка Витаминка
Рет қаралды 499 М.
When you discover a family secret
00:59
im_siowei
Рет қаралды 22 МЛН
I Took a LUNCHBAR OFF A Poster 🤯 #shorts
00:17
Wian
Рет қаралды 7 МЛН