No video

আম্বানী পুত্ৰৰ বিয়াৰ আঁত ধৰি || Ambani Wedding || ভাৰত বনাম ভাৰত

  Рет қаралды 14,173

Tridib Bhagabati

Tridib Bhagabati

Күн бұрын

ভাৰত বনাম ভাৰত||১% বনাম ৯৯%||আম্বানী পুত্ৰৰ বিয়াৰ আঁত ধৰি
#assamesenewstoday #assamesevideo #ambaniwedding
Ambani weddingAnant ambani weddingAssamese news todayMukesh ambani assamese newsambani son weddingtoday news assameseঅসমীয়া বিয়াআম্বানী বিয়াTridib bhagabati talk showTridip bhagawatihimanta biswa sarmagautam adaniassam newsনিবনুৱা সমস্যা অসমAssam cm ambani weddin

Пікірлер: 84
@hiteshborah1367
@hiteshborah1367 Ай бұрын
বৰ্তমান পৰিস্থিতিৰ ওপৰত বৰ সঁচা কথাবোৰ ৰাইজৰ মাজত জনোৱা বাবে তোমাক ধন্যবাদ ।
@user-pu8ho8nu7x
@user-pu8ho8nu7x Ай бұрын
আম্বানিয়ে অসমৰ বানপিৰিতৰ কাৰণে এটকাও নিদিলে বৰঞ্চ বানপানীত গৃহহাৰা হৈ মঠাউৰিত থকা জনৰ পকেতৰ পৰাও JIO ৰ মাধ্যমেৰে পুতেকৰ বিয়াৰ নামত দুটকা বেছিকৈ সৰকালেহে 😂
@nirmalhazarika
@nirmalhazarika Ай бұрын
উপস্থাপনা খুউব সুনন্দৰ ! ভাল লাগিল ! এই অৰ্থনৈতিক অসমতাৰ মাজত মোডী চৰকাৰে দাবী কৰাৰ দৰে ভাৰতৰ অৰ্থনীতি যদি বিশ্বৰ ভিতৰত প্ৰথমও হয়গৈ ৯৯% লোকৰ কি লাভ হব ?
@urbijadas4547
@urbijadas4547 Ай бұрын
যথেষ্ট অৰ্থজ্ঞাপক তথা যুক্তিনিষ্ঠ কথা সুন্দৰকৈ উপস্থাপন কৰিছে...অনাগত দিনটো আপোনাৰ পোহৰ সন্ধানী চিন্তাৰ স্ৰোত অব্যাহত থাকক ❤
@abdulmalik7142
@abdulmalik7142 Ай бұрын
কোনে মাত মাতিব ইয়াৰ বিৰুদ্ধে জয় আই অসম 🙏🙏
@user-vc6sq3ek9p
@user-vc6sq3ek9p Ай бұрын
Good post... এই বাৰ বানপানীৰ সময়ত এটা বিশেষ কথা লক্ষ্য কৰিছোঁ... কোনো স্বেচ্ছাসেৱক সংগঠন বানপীড়িত সকলোৰ সহায়ৰ বাবে আগবাঢ়ি অহা দেখা নগ ল... কাৰণটো বাৰু কি.... ৰাজ্যৰ মানুহ বোৰ বাৰু স্বাৰ্থপৰ হৈ গৈ আছে নেকি....
@purnanathborah2729
@purnanathborah2729 Ай бұрын
যুক্তিপূৰ্ণ উপস্থাপন ৷
@EdhanPatar-qr9ci
@EdhanPatar-qr9ci Ай бұрын
সুন্দৰ উপস্থাপন কৰাহৈছে!
@apurbadas1724
@apurbadas1724 Ай бұрын
বহুত ভাল লাগিল।ধন্যবাদ
@ElizaKonch
@ElizaKonch Ай бұрын
সুন্দৰ অনুভব সুন্দৰ বাখ্যা সুন্দৰ বাত্ৰা ধন্যবাদ
@mamatachakraborty-xq5by
@mamatachakraborty-xq5by Ай бұрын
ভাইটি তোমাৰ লগত ম্ই সহমত। কিন্তু চবেই তো এনেকৈ নাভাবে সকলোয়ে যদি ভাবিলে হয়,, তেনেহলে এই বৈষম্য দুৰ হলে হয়।
@mridulkumarsarma1679
@mridulkumarsarma1679 Ай бұрын
Very nice informative explanation.Thanks
@imdadali9519
@imdadali9519 Ай бұрын
ঠিক কথা কৈছা এিদীপ।
@mousumichoudhury7409
@mousumichoudhury7409 Ай бұрын
এইখন ভাৰততে একো একোখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ ৬০০ কোটি টকা খৰচ কৰে। আৰু এচামে আলু পিয়াঁজ কিনি ভাতসাজ খাব নোৱাৰা অৱস্থা বৰ্তমান চলি আছে এই খন ভাৰততে 😂😂😂
@ajaiborbora5341
@ajaiborbora5341 Ай бұрын
আদানি আম্বানিৰ যোৱা দহ বছৰত কেনেকৈ উত্থান ঘটিল তাক সহজ ভাবে মানুহক বুজাই ক'ব লাগে।
@LovelyArchaeology-xv7me
@LovelyArchaeology-xv7me Ай бұрын
সুন্দৰ আৰু সবল যুক্তি🔥
@khargeswarbaruah8139
@khargeswarbaruah8139 Ай бұрын
সুন্দৰ বিশ্লেষন।ধন্যবাদ।
@angshumandutta7534
@angshumandutta7534 Ай бұрын
Aponar blog dekhi bhal lagiche aru seitu buja hol je amar deshor manuh atiya o manuh hoi ache. Aji blog aponi ji kotha bor kola sei bur amar Central aru State govt chinta koribo Lage kintu sei dekha nai . Neta. Montri, MLA, officer, businesman,Policemen sab kebol nijor bhoral bhori ache. ......Aponar presentation dhuniya aru information perfect. Bhale thakok. Ulubari Guwahati
@KakatiKakati
@KakatiKakati 12 күн бұрын
Hoi kokaideu apunar patitu kothai mur val lage hosa hosa kotha bur koi je So Great 👍
@bulbulibuli1795
@bulbulibuli1795 Ай бұрын
সুন্দৰ উপস্থাপন লগতে সম‌‌য়পযোগী
@bhaijandas-ss7fg
@bhaijandas-ss7fg Ай бұрын
অসমৰ প্ৰতিজন এই কথা বোৰ মানুহে মৰ্মে মৰ্মে উপলব্ধি কৰা সময় আহি পৰিছে। ধন্যবাদ ককাই 🙏।
@meghnabarua2132
@meghnabarua2132 Ай бұрын
Gujarati dada Lav Nathakile eku kam ye nokore. Akhon biya nohoi business meeting aru investment . Mane Aru toka …
@firdusali-zv1vr
@firdusali-zv1vr Ай бұрын
Vl kotha koise dada
@AnjushreeDas-lz2yr
@AnjushreeDas-lz2yr Ай бұрын
ভাৰতবৰ্ষত দিনে-দিনে বাঢ়ি যোৱা অৰ্থনৈতিক বৈষম্য দূৰিকৰণৰ বাবে এনে ধৰণৰ কথা-বাৰ্তা বা আলোচনাৰ আৰু দৰকাৰ আছে । ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে । আপোনাৰ এই অধ্যসমৃদ্ধ ভিডিঅ'টোৰ দ্বাৰা আমাৰ নাগৰিক সকলে অলপ হ'লেও শিক্ষা লাভ কৰিব বুলি আমি আশাবাদী ।
@lakhinandanbaruah8838
@lakhinandanbaruah8838 Ай бұрын
So, we should support a socialist society where everyone is equal and enjoy dignified life.
@sahilahmed3353
@sahilahmed3353 Ай бұрын
Apunar kotha bor jukti sangata
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr Ай бұрын
Right tridib
@user-ec4rt8ij6k
@user-ec4rt8ij6k Ай бұрын
Thank you so much for your good presentation, you are speaking the hard truth
@satyajitboruahvlogs5266
@satyajitboruahvlogs5266 Ай бұрын
কথা বোৰ সঁচা কৈছে ❤
@imkamal9298
@imkamal9298 Ай бұрын
Dhuniya kotha koise dada❤
@subhankalita9341
@subhankalita9341 Ай бұрын
বৰ্তমান সময়ত সঁচা কথাৰ কোনো মূল্য নাই
@user-lv5le4np7y
@user-lv5le4np7y Ай бұрын
@archanaborah667
@archanaborah667 Ай бұрын
যুক্তি পূৰ্ণ বিশ্লেষণ।
@PankajSarma-ff7tn
@PankajSarma-ff7tn Ай бұрын
Nice presentation Tridib.
@debajanisaikia7770
@debajanisaikia7770 Ай бұрын
Bor dhuniya kotha koise
@user-pj4rw4zz8r
@user-pj4rw4zz8r Ай бұрын
right
@mizanoorhaque8601
@mizanoorhaque8601 Ай бұрын
Amr Eyat Hihotok Tax aru loan maf diya 😂😂
@bijoyabaruah1245
@bijoyabaruah1245 Ай бұрын
Bhal lagil..
@sanjibborah6718
@sanjibborah6718 Ай бұрын
বহুত ভাল লাগিল
@thepoliticalawareness1021
@thepoliticalawareness1021 Ай бұрын
Please look into it অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।
@wahidhussain2741
@wahidhussain2741 Ай бұрын
Baperor mur tu likhiso Andhabhakt 😂😂 goru moot khabi aru pagol
@Eyahoooo
@Eyahoooo Ай бұрын
Vul kotha koisa tumi ....ekekhon ghar t thaka 4 jon vai kokai r income xoman nhoi ....Ambani r koka ke jiman khini kasta kori njk established koriail ximan khini kasta amar koka e nkorile ...hetu ata fact hoi
@arabindabarman6743
@arabindabarman6743 Ай бұрын
I agree with you
@user-xr5xw5fg1r
@user-xr5xw5fg1r Ай бұрын
Modi government e insensitive desa Adani Ambani k corporate Taxt t relaxation desa Ami BJP ৰ বিৰোধী নহয কিন্তু BJP যে ভুল নীতি গ্রহণ কৰিছে BJP দিনত income inequality বাঢিছে আৰু চৰকাৰী কৰ্মচাৰী NPS ৰ 98% শতাংশ ধন ....
@Eyahoooo
@Eyahoooo Ай бұрын
@@user-xr5xw5fg1r corporate sector t koi Farmer k besi insentive dise bhai .....jar babe WTO t baki dexh bure India r against t complain kori ahise bosor bosor dhori ....corporate sector e jate Job creat koribo pare tar babe relaxation dise aru hetu congress Bjp buli nhoi sob government e kore jate economy boost hoi
@brahman3985
@brahman3985 Ай бұрын
Toi kor tur natikeitar karone.
@koushikburagohain2130
@koushikburagohain2130 Ай бұрын
ভাল লাগিল তোমাৰ মতামত
@happysmemorie4736
@happysmemorie4736 Ай бұрын
Jio use koribola aribo lagy Assam flood namt 1tka dia nai
@vloger_priyakshee_dutta7651
@vloger_priyakshee_dutta7651 Ай бұрын
সমাজৰ এটা চামে লাহ বিলাহৰ জীৱন কটাইছে, আৰু এটা ছামে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হৈছে , eatia অসমৰ ব্যৱস্থা ,!! 😂😂
@mintisaikia
@mintisaikia Ай бұрын
হয়, আজিৰ তাৰিখত এই অৰ্থনৈতিক অসমতাৰ সমাধান সুত্ৰ নিৰ্মান বৰ জৰুৰী হৈ পৰিছে।
@bedabikashsaikiamusical5625
@bedabikashsaikiamusical5625 Ай бұрын
সমাজৰ কিছু কিছু ক্ষেত্ৰৰ কিছুমান বিশেষ বিষয়ে মানুহৰ মনত বাৰুকৈয়ে প্ৰশ্নৰ সূত্ৰপাত ঘটাই অথচ প্ৰশ্ন কৰাৰ বাবেও শব্দৰ অভাৱ আৰু উত্তৰ বিচাৰিও হাহাকাৰ আৰু এই বিষয়বোৰৰ আত ধৰি আপুনি যিদৰে তথ্য সহকাৰে বিশ্লেষণ কৰে তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ। ভিদিঅ'ৰ বিষয়বস্তু তত্ত্বগধুৰ যদিও আপোনাৰ ব্যাখ্যা অতি সাৱলীল❤❤
@BhumidharNath-im7ml
@BhumidharNath-im7ml Ай бұрын
এটি শিশু ই ফুট পাঠত বহি ভিখাৰ বাবে হাত পাতি থকাৰ বিপৰীতে পাচ হাজাৰ কোটি টাকাৰ এখন ৰাজকীয় বিয়া। হায় হায় হায়!!! এয়াই আমাৰ ভাৰতবৰ্ষ। ধনেই ধৰ্মৰ মূল, ধন নহলে নাই জাতি কুল।।
@nksdo
@nksdo Ай бұрын
আম্বানিৰ দৰে হ'বলৈ সাধাৰণ মানুহে চেষ্টাও কৰিব নোৱাৰি নেকি?
@anujkumarsaha0454
@anujkumarsaha0454 Ай бұрын
ত্ৰিদীপ তুমি কথা খিনি ঠিকেই কৈছা, কিন্তু আমাৰ মানুহৰ মাজত self employment ৰ ধাৰণা টো নোহোৱা হৈ গৈ আছে। আমাক কেৱল চৰকাৰী চাকৰি লাগে, চৰকাৰে ease of doing business environment create কৰি কি লাভ হব যদিহে আমি আমাৰ চিন্তা ধাৰা পৰিবৰ্তন কৰিব নোৱাৰোঁ।
@bishwajitkonwar4362
@bishwajitkonwar4362 Ай бұрын
উপস্থাপনত সদায় তুমি উপৰত । কিন্তু fb তো লগালগ দি দিবা দেই.... কাৰণ ইউটিউব খুওব কম চোৱা হয় ।
@pinkukaman5590
@pinkukaman5590 Ай бұрын
Economics r student hisape moi A-Z upolobdhi koribo parisu
@KD-dj1iq
@KD-dj1iq Ай бұрын
Reliancea kiman manuhok sakori disea haituk kuwa, okol নেতিবাচক কথা কলেই নহয়।
@user-pe8ts1of1t
@user-pe8ts1of1t Ай бұрын
বানত ককবকাই থকা মানুহৰ টেটু চেপা দি মবাইলৰ ৰিচাৰ্চ বহাই দি মানুহৰ মুৰত মাধমাৰ দিলে ।দুখীয়া অসমীয়া ক ককাল ভাঙিলে ।
@UjjalBorah-hv3sy
@UjjalBorah-hv3sy Ай бұрын
Dada guwahatiguhati Gole kot log pam apunak
@MontageTamuli
@MontageTamuli Ай бұрын
Cotton ot
@hritamkashyap
@hritamkashyap Ай бұрын
Birubari ত thaka তেওঁ
@MontageTamuli
@MontageTamuli Ай бұрын
@@hritamkashyapok , thikona leak kori diya
@GT-dm8pw
@GT-dm8pw Ай бұрын
Lukor thikona dia kam tumar nohoi Kunubai teuk bea pabou pare​@@hritamkashyap
@Fahimrashid624
@Fahimrashid624 Ай бұрын
@S.M.8439
@S.M.8439 Ай бұрын
vaal kotha koi sa.kintu Ambanir kotha suniboloi time nai.
@bikashkalita2037
@bikashkalita2037 Ай бұрын
কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা SSC GDৰ চাকৰি ওলাইছে তাত আমাৰ অসমৰ বাবে প্রায় ৩০০০ টা পষ্ট আছে, আৰু আমাৰ এই পষ্ট বিলাক বিহাৰ, উত্তৰ প্ৰদেশ, আদি বহিঃৰাজ্যৰ পৰা আহি অসমত Fake Documents বনাই চাকৰি লয়, অনুগ্ৰহ কৰি আমাক সহায় কৰক কিয়নো অসমত থাকি যদি আমি অসমৰ বাবে সংৰক্ষিত পদবোৰ নাপাওঁ তেনেহলে অসমীয়া হোৱাৰ চিন কত থাকিব । বিহাৰ মধ্যপ্ৰদেশৰ পৰা লৰাবোৰ আহি অসমৰ ভূৱা প্ৰমাণপত্ৰ উলিয়াই চাকৰি লৈছে। Dada aitu topic or uporot Assam or social media t atau news vl koi nedea Xai karona apunaiaa ata video bonabo buli axa rakhilu
@himanibanikya8168
@himanibanikya8168 Ай бұрын
তুমি কাৰ বিয়াত কিমান টকা খৰচ কৰিলে এইবোৰ কৈ থাকিলে একো ভাল কাম নহব তুমি এটা কথাত গুৰুত্ব দিয়া ভাৰতত এটা সন্তানহে জন্ম দিব পাৰিব তেতিয়াহে মই থাকি অহা Bahrain ৰ দৰে সোণৰ বিস্কুত হব ভাৰত খন বুজিছা বোপা বিয়াৰ হিচাব বাদ দিয়া
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq Ай бұрын
Ata kitha imn joliso kio ha.. Konbai nijor Dom bussiness kori Income kori biyat khrs korie ha.. Dom asei internet to bad di solok na... Ai vidoe sage jio internet used kori upload dise.... Bht koi Ram mondir bonot koi hospital bnalk hoi.... Tenek hoise . Sihte khra kriba imn income koirse..amak diba kora nai nhoi....
@user-xr5xw5fg1r
@user-xr5xw5fg1r Ай бұрын
Income inequality buli koi tumi economics poha UPSC KITAP economics ৰ writer Singhania pohiba tatia tumar misconception bilak dur hobo Tumi government economic policy bilak poha
@RUPJYOTIKALITA-ez8fq
@RUPJYOTIKALITA-ez8fq Ай бұрын
@@user-xr5xw5fg1r hbo dok..mk janba Moi acs ajon
@jennieshorts4450
@jennieshorts4450 Ай бұрын
Isha Ambanir biyat prai 600 kuti toka khorcha hoisil tetiya dekhoxr sobot ke dangor biya asil aru atiya Anant Ambanir biyat total khorcha hoise 5000 kuti toka Ambanir wealth r okol 0.05 percent he aru eikhon biya Prince Charls aru Lady Diana r biyat keu bohut dangor biya asil aru ami eyat bohi ADRE preparation kori asu Ambanir Aru Adanir dukh nohoi hihote kosto korise dhoni hoise amak tu amar government hujuge kori diya nai ulta jiman pare amar pora loi he goise
@MeghaliBaruah-lh8ni
@MeghaliBaruah-lh8ni Ай бұрын
Hasakothakoisa
@Simanta000
@Simanta000 Ай бұрын
Tumi o business kora, kaam kora bhaiti. Protibedon analysis kori thaki lav nai.
@Arabindradas7890ArabindraDas
@Arabindradas7890ArabindraDas Ай бұрын
Apuniu korok
@user-lv5le4np7y
@user-lv5le4np7y Ай бұрын
Apuni anaka kobo paribo naki
@MrRongmon
@MrRongmon Ай бұрын
Poisa ase patise.....tahati belegor kotha nepate.....heikarone tahator kotha sobe pate.
@jintumanisaikiajintumanisa3214
@jintumanisaikiajintumanisa3214 Ай бұрын
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 17 МЛН
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 11 МЛН
娜美这是在浪费食物 #路飞#海贼王
00:20
路飞与唐舞桐
Рет қаралды 6 МЛН
Inside Akhilesh Yadav's Wild Wild Rally ft. Samdish Bhatia | Unfiltered by Samdish
21:16
पूर्वांचल का किंग कौन | Poorvanchal ka King
30:58
王子原来是假正经#艾莎
00:39
在逃的公主
Рет қаралды 17 МЛН