Moke Ibar ( বৰগীত) - by Tarali Sarma.

  Рет қаралды 87,894

Assamese Old Songs অসমীয়া পুৰণি গীত

Assamese Old Songs অসমীয়া পুৰণি গীত

5 жыл бұрын

Assamese Borgeet song of Tarali Sarma / Written by SriSri Madhab Dev. /Lyrics of the song :
বৰগীত
।। শ্ৰীশ্ৰী মাধৱদেৱ ।।
।। ৰাগঃ ভাটিয়ালী ।। একতাল ।।
ধ্ৰুং ।।
মোকে ইবাৰ কৰুণা কৰা
নাৰায়ণ কৰুণা-সাগৰ স্বামী ।
তোমাৰ অভয় চৰণে শৰণ,
আশা কৰি আছো আমি ।।
পদ ।।
সনত-কুমাৰ, নাৰদ, অনন্ত,
শঙ্কৰ, শুক, সনন্দে ।
তোমাৰ অৰুণ চৰণপঙ্কজে
সেৱন্ত কত প্ৰৱন্ধে ।।
তাসম্বাক দেখি তোমাৰ চৰণ
সেৱিবাক কৈলো আশা ।
সিংহৰ গতিক ক্ষুদ্ৰ মূষ হুয়া
ইচ্ছা কৰো মতি-নাশা ।।
সন্তৰ সঙ্গতি, তযু গুণ নাম
পৰম প্ৰসাদ দিয়া।
কহয় মাধৱ ইবাৰ গোৱিন্দ
দাস কৰি মোক নিয়া ।।
00000

Пікірлер: 22
@kushaldas7275
@kushaldas7275
আপোনাৰ কন্ঠত বৰগীত শুনি বহুত ভাল লাগে ৷❤
@dcb58_
@dcb58_
অতি সুন্দৰ পৰিবেশন, জয় কৃষ্ণ বাসুদেৱ।
@manasdeka6801
@manasdeka6801
Joy guru Shanker 🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna
@tunumahantadoimari7113
@tunumahantadoimari7113
অতি সুন্দৰ পৰিবেশন বাইদেউ ❤❤
@biplabkalita702
@biplabkalita702 3 жыл бұрын
Madhab Madhab Madhab 🙏🙏🙏
@deepanjalidas9859
@deepanjalidas9859 Жыл бұрын
অতি সুন্দৰ ...কৃষ্ণ কৃষ্ণ 🙏🙏
@dikshashreedevi4568
@dikshashreedevi4568 2 жыл бұрын
Love you Tarali ba
@pranjitsaikia3490
@pranjitsaikia3490 Жыл бұрын
তৰালী তোমালোক আমাৰ পৰিচয়,
@pranabjyotihazarika7145
@pranabjyotihazarika7145 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏
@tunumahantadoimari7113
@tunumahantadoimari7113 2 жыл бұрын
Krisna 🙏🙏🙏
@jaisriram2821
@jaisriram2821 2 жыл бұрын
অতি মনোমোহা বৰগীত আৰু কণ্ঠ 🙏🙏
@bhesojbaruah8725
@bhesojbaruah8725 5 жыл бұрын
মোকে ইবাৰ কৰুণা কৰা
@nokhphongwangsu2814
@nokhphongwangsu2814 3 жыл бұрын
Besi bhal lagi su bhakti geet
@birendranathgogoi6830
@birendranathgogoi6830 3 жыл бұрын
Very.beautiful , thanks a lot.
@indrajitdutta7792
@indrajitdutta7792 2 жыл бұрын
Soulful!
@amlanamchi9395
@amlanamchi9395 4 жыл бұрын
সম্পূৰ্ণ কৈ লাগে
@ramcharandeka9143
@ramcharandeka9143 Жыл бұрын
Krishna
@dhruba3553
@dhruba3553 4 жыл бұрын
মাধৱ মাধৱ
@achyutboruah3725
@achyutboruah3725 3 жыл бұрын
Ram Ram Anupam.
@proboiz2473
@proboiz2473 3 жыл бұрын
🙏🙏🙏🙏
Kahare Uddhaba ( কহৰে উদ্ধৱ : বৰগীত) - by Tarali Sarma
6:53
Assamese Old Songs অসমীয়া পুৰণি গীত
Рет қаралды 42 М.
নাম ঘোষা l Bhaktimulok Geet ll Arnab অসম ll
16:58
Creative Arnab
Рет қаралды 793 М.
Stay on your way 🛤️✨
00:34
A4
Рет қаралды 17 МЛН
마시멜로우로 체감되는 요즘 물가
00:20
진영민yeongmin
Рет қаралды 35 МЛН
DAD LEFT HIS OLD SOCKS ON THE COUCH…😱😂
00:24
JULI_PROETO
Рет қаралды 16 МЛН