Mon Moina//New Assamese short film by Assamese boy Sagar Bora

  Рет қаралды 3,361,520

Assamese boy Sagar Bora

Assamese boy Sagar Bora

10 ай бұрын

Mon Moina // "মন মইনা"
Muuchstac Sea Breeze FFW (SBFW):-
Amazon : bit.ly/e8237azsbfw
Flipkart : bit.ly/e8237fksbfw
Muuchstac Sea Breeze Foam Face Wash Combo:-
Amazon : bit.ly/e8237azslosbfw
Flipkart : bit.ly/e8237fkslosbfw
Website : bit.ly/F9233wasbfw
Call Muuchstac customer care (9892599660)
Muuchstac Instagram: bit.ly/Muuchstac
_________________________________
Mon Moina // "মন মইনা"
🔴 Direction/Script : Sourabh Sagar Bora
🔴 DOP & Editing : Ankan Gogoi
🔴 Asst Camera : Zaaiseng Gogoi
🔴 Music & SFX : Sourabh Sagar Bora
🔴 Casting : Sourabh Sagar Bora, Akangkhya Mahanta, Dulumoni Bora, Ankan Gogoi, Zaaiseng Gogoi & Songram Bora
🔴 Thumbnail : Sourabh Sagar Bora
🔴 Song : Gajang Gajang
🔴 Singer : Jyotishma Chetia
🔴 Music collection from assamese short film : "Abeg,Eyes for you" by Pinkal Pratyush, "Pagoli" by Neel Barman.
🙏 SPECIAL THANKS TO 🙏
Maa,Papa, Akangkhya's Parents,Junaak Milon (Dhwani Music), Abhi Junack Phukan,Neel Barman,Nabajyoti Boruah,Ananta Gogoi, Somprity Bora,Moyuri Saikia and our all best wishers.
For any kind of information
Contact us on :
Instagram : Sourabh Sagar 2.O sourabhsagar2.0...
Akangkhya Mahanta : akanya.music?ig...

Пікірлер: 6 300
@assameseboysagarbora9176
@assameseboysagarbora9176 10 ай бұрын
Muuchstac Sea Breeze FFW (SBFW):- Amazon : bit.ly/e8237azsbfw Flipkart : bit.ly/e8237fksbfw Muuchstac Sea Breeze Foam Face Wash Combo:- Amazon : bit.ly/e8237azslosbfw Flipkart : bit.ly/e8237fkslosbfw Website : bit.ly/F9233wasbfw Call Muuchstac customer care (9892599660) Muuchstac Instagram: bit.ly/Muuchstac নমস্কাৰ🙏 বহু কষ্টৰ শেষত আজি আমি আপোনালোকৰ মাজলৈ " মন মইনা " চুটি ছবি খন আগবঢ়ায় দিছোঁ।❤️সকলোৱে মৰম আশীৰ্বাদ কৰিব বুলি আমি আশাবাদী❤️
@junmoniborman7724
@junmoniborman7724 10 ай бұрын
Dada next part ketiya ahibo
@officialbastob7172
@officialbastob7172 10 ай бұрын
Akdom 🔥
@lashmitadas2981
@lashmitadas2981 10 ай бұрын
সচাকে কʼব ভাষা নাই ❤ ✨
@meghamainaboruah5442
@meghamainaboruah5442 10 ай бұрын
Bht bht Vl lagil sai ❤️❤️❤️❤️
@bhabeshsonowal4523
@bhabeshsonowal4523 10 ай бұрын
Moja
@ajoydas5624
@ajoydas5624 10 ай бұрын
হৃদয় চুই গ'ল 😢। ছোৱালীজনীৰ অভিনয় সচাকৈ ধুনীয়া হৈছে। আগবাঢ়ি যোৱা।❤
@gamesvip959
@gamesvip959 11 күн бұрын
Nice video ❤❤❤❤❤❤❤
@abhiag2225
@abhiag2225 10 ай бұрын
ছোৱালী জনীৰ অভিনয় বহুত সুন্দৰ হৈছে। ভাল লাগিল সকলো আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
@pkvlogs...0982
@pkvlogs...0982 10 ай бұрын
😊lookp
@debasishboruahvlog8962
@debasishboruahvlog8962 6 ай бұрын
ভাল অভিনয় কৰিছে অসমৰ চলচ্চিত্ৰ চুটি ছবিখন আৰু বনাই যোৱা বহুত ভাল লাগিছে চাই।।
@user-nx6qf1di8s
@user-nx6qf1di8s Күн бұрын
এয়া অসমীয়া এক পৰিচয়। সুন্দৰ হৈছে অভিনয় ❤❤❤❤
@ashwinlophang5845
@ashwinlophang5845 9 ай бұрын
ৱাহ ৱাহ 👏👏 ইমান কম বয়সত কি সাংঘাতিক অভিনয় ❤
@moinabohagi4261
@moinabohagi4261 8 ай бұрын
Hosa Kota de
@Sanjivanofficial
@Sanjivanofficial 10 ай бұрын
সঁচাকৈয়ে মোৰ হৃদয়খন চুই গ’ল। পৰৱৰ্তী খণ্ডৰ বাবে অপেক্ষা কৰি আছো। মন আৰু মইনা 💞
@entertainmentbdvlogs9301
@entertainmentbdvlogs9301 10 ай бұрын
Prt 2ahise na nai
@prasantarv
@prasantarv 10 ай бұрын
2 nd part pls loi aha honkale
@krishnaborah5343
@krishnaborah5343 9 ай бұрын
Very nice ❤❤💐👰
@rituponsaikia8423
@rituponsaikia8423 9 ай бұрын
ধুনীয়া হৈছে video to
@PranjalSaikia-zn3nc
@PranjalSaikia-zn3nc 4 ай бұрын
এই মইনাৰ দৰে সকলো ছোৱালী হব লাগে😊😊
@SleepyParrotfish-ld3xw
@SleepyParrotfish-ld3xw 4 ай бұрын
❤😂🎉😢😅😢😮😅😊😅😊😊😊😢
@TheActingJourney
@TheActingJourney 10 ай бұрын
জন্মৰ পৰা ইমাণ দিন এনেকুৱা চুটি ছবি ছোৱা নাছিলো,, মোৰ হৃদয়ৰ সমস্ত মৰম আপোনালৈ দিলো,, আগুৱাই যোৱা এনেকৈয়ে 😊❤❤
@Richan-official
@Richan-official 9 ай бұрын
😊
@horumonkonwar4897
@horumonkonwar4897 10 ай бұрын
Ufff❤🥺🥺বুজাব নোৱাৰা এক অনুভৱ,মন❤মইনা অভিনয় সুন্দৰ,আগুৱাই যোৱা সকলো❤
@JitenGogoi123
@JitenGogoi123 7 күн бұрын
Mojjaa🎉🎉🎉🎉😂😂😂❤❤❤
@user-yc7gi2bz3o
@user-yc7gi2bz3o 6 күн бұрын
Moja lagil sai ❤
@HirakDekaHero
@HirakDekaHero 9 ай бұрын
এদিন দুয়ো ভাল অভিনেতা হ’ব! শুভেচ্ছা৷
@theneel772
@theneel772 9 ай бұрын
Omg finnally ahi gol de return videotu ❤ bohut dhukhot porisilu o dada and love you so much sagor da ❤❤ 😘
@debajitsaikia8325
@debajitsaikia8325 8 ай бұрын
মন ❤মইনা❤
@mongogoi6695
@mongogoi6695 10 ай бұрын
Perfect experience ❤ বহুত বহুত ভাল সৈছে। সদাই আগুৱাই যোৱা তাৰে কামনা কৰো । পাঠ 2 কাৰণে অপেক্ষা কৰিম মৰম জাচিলো ডিব্ৰুগড় পৰা ❤
@daijibhuyan235
@daijibhuyan235 10 ай бұрын
😊
@daijibhuyan235
@daijibhuyan235 10 ай бұрын
😊😊😊
@AbShortsStore_
@AbShortsStore_ 10 ай бұрын
Ki xundor video 😮❤
@horichsutrodhorhorich7368
@horichsutrodhorhorich7368 10 ай бұрын
@manobbasumatary3020
@manobbasumatary3020 5 ай бұрын
@user-mj1nl7no3p
@user-mj1nl7no3p 10 күн бұрын
Bhout bhal lagil dei 🎉❤
@user-ld3lw1rd8b
@user-ld3lw1rd8b 6 ай бұрын
❤❤❤❤সঁচাকৈ সুব সুন্দৰ হৈছে, চকু পানী ওলাই গল❤❤❤❤❤
@RIPUNKACHARI
@RIPUNKACHARI 10 ай бұрын
চকুৰ পানী উলিয়াই দিলা অ অভিনয় খুউব সুন্দৰ❤তোমালোক আৰু আগুৱাই যোৱা🥰 সকলোলৈকে মৰম আৰু শুভেচ্ছা থাকিল। (তিতাবৰ)
@debasishkalita5774
@debasishkalita5774 10 ай бұрын
Ultimate team work কোনোজন শিল্পী কোনোজনতকৈ কম নহয়। অপেক্ষা কৰিম ২য় খণ্ডলৈ
@user-xe8oe9st4z
@user-xe8oe9st4z 4 ай бұрын
Moja lagil da Sai mon moina ❤❤❤
@prasantabora5047
@prasantabora5047 22 күн бұрын
Really nice 👍👍
@prasantarabha8808
@prasantarabha8808 10 ай бұрын
অতি সুন্দৰ হৈছে । সহজ সৰল গাওঁৰ পৰিবেশ । শুভ কামনা জনালো আতাইলে ❤❤❤
@apurbadutta3700
@apurbadutta3700 6 ай бұрын
kzfaq.info/get/bejne/nrRynMSFt9zGnX0.htmlsi=81VbhjUW6bl3a2dY বহু অপেক্ষা পাছত আপোনালোকৰ মাজলৈ আমাৰ চুটি চবি "আবেগ" আগবঢ়াই দিলোঁ । আপোনালোকে আমাক মৰম দিব বুলি আশা থাকিল। Do share 💕 #abeg #assameseshortfilm
@BarnilAssam
@BarnilAssam 10 ай бұрын
Short Film হ’লে এনেকুৱা হ’ব লাগে ৷ সুন্দৰ কাহিনী আৰু সুন্দৰ অভিনয় ৷ চাই চাই হেঁপাহ নপলাই ৷ তাতে আৰু গাঁৱলীয়া সুন্দৰ দৃশ্য ❤❤❤
@mousumcreation252
@mousumcreation252 9 ай бұрын
ইমান সুন্দৰ অভিনয় এক 🧡 অন্তৰ চুই যোৱা কাহিনী অপেক্ষা পিছৰ খণ্ড
@achyut3834
@achyut3834 7 ай бұрын
Unbelievable story ❤❤ unbelievable acting. Keep it up brother 🎉🎉🎉
@raktimofficial9121
@raktimofficial9121 10 ай бұрын
তোমালোকৰ অভিনয় কিন্তু বৰ ধুনীয়া । চালে চাই থাকিব মন জাই। মন মইনা ৰ প্ৰথম episode টো বহুত ভাল লাগিল । দ্বিতীয় episode তুলৈ অপেক্ষা কৰিছোঁ । 🎉❤🫂
@MICROSTAR99
@MICROSTAR99 10 ай бұрын
👇Respect Button For This Team ❤
@tankeswardas-ir4ti
@tankeswardas-ir4ti 10 ай бұрын
Very nice story❤
@JuriGogou-xy1hk
@JuriGogou-xy1hk 10 ай бұрын
Hunkale 2nd part sabo bisaru...
@chinkujod5686
@chinkujod5686 10 ай бұрын
Editor jod
@AKASHgaming-te8gv
@AKASHgaming-te8gv 9 ай бұрын
Beharbari t tumar bor k comment dekhu
@MICROSTAR99
@MICROSTAR99 9 ай бұрын
@@AKASHgaming-te8gv um
@Monipombora
@Monipombora 7 күн бұрын
তোমালোক আগবাঢ়ি যোৱা
@hardeepnath6881
@hardeepnath6881 7 ай бұрын
ছোৱালী জনীৰ অভিনয় সঁচাকৈ বহুত ধুনীয়া হৈছে❣️🥰
@sayanikahazarika8065
@sayanikahazarika8065 10 ай бұрын
বহুত বহুত মৰম দুয়োটালৈ❤.. তোমাক এনেকুৱা ৰূপত চাবলৈ অলপ বেয়া লাগে সোণ 😢..... Baki Ankani kintu 🔥🔥
@assameseboysagarbora9176
@assameseboysagarbora9176 10 ай бұрын
ধন্যবাদ সোণ🥰। তোমাৰ দৰে এজনি লগৰী পোৱাৰ বাবে সুখী মই🥰 । বাকী " মৰম" আহিব 😜
@sayanikahazarika8065
@sayanikahazarika8065 10 ай бұрын
​@@assameseboysagarbora9176নাহে দেইই মৰম
@ahomxuwali
@ahomxuwali 10 ай бұрын
Next episode ৰ কাৰণে অপেক্ষা কৰিছো,, হৃদয় চুই গল তোমালোকৰ অভিনয়,,,
@masumali442
@masumali442 8 ай бұрын
Bohut bohut besi vl lage se Sai aru aguwai jua
@selenad.s18
@selenad.s18 Ай бұрын
Bohut dhuniya film da vall lagil sai❤❤❤
@bora.gaming.9678
@bora.gaming.9678 10 ай бұрын
মনৰ পৰা কৈছোঁ সঁচাই বহুত ভাল লাগিল ❤❤ আৰু আগুৱাই যোৱা ❤️😘🌏
@hirokjyotigogoi2436
@hirokjyotigogoi2436 10 ай бұрын
সঁচাকৈয়ে অভিনয় আৰু কাহিনীয়ে হৃদয় চুই গ'ল। সকলোলৈকে শুভকামনা জনালো।
@kaushikbaruah8403
@kaushikbaruah8403 4 ай бұрын
Mon aru moina tumalokor video bur sai bor dhuniya lge 😊❤ dhuniya acting hy ❤
@kohinurislam9877
@kohinurislam9877 10 күн бұрын
ছবে অভিনয় চাই কিন্তু হসাকে এডিট টো মজা কৰিছে 🎉🎉
@chandanborah1388
@chandanborah1388 10 ай бұрын
বহুত প্ৰতিভা আছে তোমালোকৰ আগুৱাই যোৱা সদাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@nijaoradas9934
@nijaoradas9934 10 ай бұрын
বহুত ভাল লাগিছে ❤️❤️❤️😭😭
@user-be9sl5ib6o
@user-be9sl5ib6o 10 ай бұрын
আকাংক্ষ্যা ৰ অভিনয় একেবাৰে নিপুণ অউ 📍 বাকী সৌৰভ ভাই জুই লগাই থাকা এনেকেই...শুভকামনা এসোপামান !
@AnamikaDeka454
@AnamikaDeka454 10 ай бұрын
🎉❤😢😮😅😊🎉😂❤❤🎉❤
@bipulsaikia2527
@bipulsaikia2527 10 ай бұрын
Val lagil hosakoi
@khanikarprachurjya1137
@khanikarprachurjya1137 3 ай бұрын
❤❤❤বৰ সুন্দৰ হাতে বৰ ভাল লাগিল চাই
@shantitanti9171
@shantitanti9171 3 ай бұрын
Very nice story ❤❤❤❤❤❤❤❤
@nayanvlogs1121
@nayanvlogs1121 10 ай бұрын
বহুত বহুত ধুনীয়া হৈছে আজিলৈকে চাৰিবাৰ চালু এনেকুৱা কৈ কোনো এখন sort flim চোৱা নাই । আগলৈ আৰু যাতে এনেকুৱা ভাল ভাল sort flim চাব পাও ধন্যবাদ all team ❤❤❤❤❤❤
@mdshorts129
@mdshorts129 10 ай бұрын
হৃদয় চুই গল ❤ইমান দুখৰ 😢খুবেই ধুনীয়া লাগিল short film 🎥 খন। আগলৈকো এনেকৈ য়ে আমাৰ মাজলৈ এনেদৰে আগবঢ়াই যাবা । 🎉
@runavlog3148
@runavlog3148 8 ай бұрын
Val lagil sai waiting for next part ♥️🥰👍
@nabojyotimoran2767
@nabojyotimoran2767 7 ай бұрын
কবলৈ ভাষা নাই আৰু 🫠❤️‍🩹 বহুত সুন্দৰ হৈছে ❤
@debajitchetia9491
@debajitchetia9491 10 ай бұрын
Moina jui অভিনয় কৰিছে moina karona100%❤❤❤moina karona ata like
@sasanka06
@sasanka06 10 ай бұрын
বহুত ভাল লাগিল দুইজনে ধুনীয়া কৈ Acting কৰিছা, আশা কৰোঁ আগলৈয়ো এনেকুৱা ভিডিঅ'বোৰ পাই থাকিম । বহুত শুভেচ্ছা থাকিল দুয়োজনলে আৰু তোমালোকৰ সকলো Team ৰ লৈকে । ☺️❤️
@user-jr6ql4fs2e
@user-jr6ql4fs2e 5 ай бұрын
মন আৰু মইনা❤❤❤
@nitudeka9724
@nitudeka9724 8 ай бұрын
বহুত ভাল অভিনয় কৰিছা দুয়োটাই ❤আগুৱাই যোৱা দুয়োটাই ❤
@dhrubajitgoswami2686
@dhrubajitgoswami2686 10 ай бұрын
কবলৈ একো ভাষা নাই ,,,,,,,,,,,,,,♥️♥️♥️♥️♥️♥️♥️ বহুত ধুনীয়া লাগিল 👌👌👌👌👌 Good job bro Love you ❤️❤️❤️❤️
@samirandeka5873
@samirandeka5873 9 ай бұрын
Dhuniya gaoliya poribekh...aru duyotaare obhinoy borhiya 🤚..hats off to the whole team
@robinabasumatary747
@robinabasumatary747 8 ай бұрын
tumaluke aguai jua dhuniya lagise tumalukor obhinoi bur😊
@user-rq6mw4ms2t
@user-rq6mw4ms2t 5 ай бұрын
Hosake eman kom yearsot bohut val avinoi korisa val gale❤❤
@kristisayatamuli2988
@kristisayatamuli2988 10 ай бұрын
বহুত ভাল লাগিল চাই ❤ দুইজনে বৰ ধুনীয়া কৰিছা বহুত মৰম দুইজনলৈ 2nd part ৰ বাবে অপেক্ষা কৰিম😘🥹
@TinaDas-tk2bk
@TinaDas-tk2bk 10 ай бұрын
Acting সকলোৰে বহুত ধুনীয়া হৈছে❤....বহুত ভাল লাগিল চাই ....
@mongaonkhowa8922
@mongaonkhowa8922 3 ай бұрын
Imn khundor ovinoy bohut vl lgil aguayei jwa... Aru vl vl vdio pm buli akha krilu
@kushalbora2553
@kushalbora2553 10 ай бұрын
অভিনয়ৰ লগতে কেমেৰা editing সকলো খিনি সুন্দৰ হৈছে বিশেষকৈ পৰিবেশটোয়ে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ❤
@chandanbora720
@chandanbora720 10 ай бұрын
Bohut vall lagil Sai ❤mind blowing performance ❤🎉
@sujitmunda2801
@sujitmunda2801 8 күн бұрын
One of Best video Dialogue,acting Outstanding ❤
@ArupbhaiiRay
@ArupbhaiiRay 23 сағат бұрын
❤❤❤❤❤🎉Mojja🎉 ❤❤❤❤
@ankurbangthai3754
@ankurbangthai3754 10 ай бұрын
বহুত বহুত ধুনীয়া হৈছে । দ্বিতীয় পাৰ্টৰ বাবে অপেক্ষা থাকিল
@expolresomethingelse8865
@expolresomethingelse8865 9 ай бұрын
Respect team.. ইমান ধুনীয়া ❤️❤️ "হাঁহি এটি" আৰু "মন মইনা" সচাকৈয়ে কবলৈ একো নাই 🥰 সুখী"" শুভকামনা বহুত বেছি। আৰু ভাল ভাল কাম হওঁক।। ❤️ ❤️ ❤️
@AbinashSaikia-wz7uc
@AbinashSaikia-wz7uc 8 ай бұрын
Assmessong
@ParinitaDeka-hx2vx
@ParinitaDeka-hx2vx 8 ай бұрын
Mojja hoi se mon sui gol😊😊
@pompidutta9640
@pompidutta9640 5 ай бұрын
তোমালোক দুয়োজনৰেই অতি সুন্দৰ অভিনয় ❤❤
@rantu6117
@rantu6117 10 ай бұрын
হৃদয় চুই গল...❤ পিছৰ খণ্ডৰ বাবে অপেক্ষা কৰিছোঁ.....
@poranboruah9386
@poranboruah9386 10 ай бұрын
সহজ সৰল গাঁও পৰিবেশৰ এই ছবি খন সঁচাই বৰ ধুনীয়া হৈছে । আশা কৰোঁ আগলৈ আৰু এনেকৈয়ে চাব পাম ।...অলপ মান মৰম্ শিৱসাগৰ চৰাইদেউ পৰা 🤌💚
@Mainaofficial88
@Mainaofficial88 5 ай бұрын
Sagor da tmk kla kole bhut vl lge 😊
@user-xk9ez4tt8j
@user-xk9ez4tt8j 4 ай бұрын
বহুত ভাল লাগিল তোমালোকৰ অভিনয় ❤
@gogoipuwali6230
@gogoipuwali6230 10 ай бұрын
বহুত ধুনীয়া লাগিলে চাই ❤❤ part 2 লাগে
@DimbeswarLungki-ny6wp
@DimbeswarLungki-ny6wp 10 ай бұрын
অপেক্ষা মাটো মন মইনা 2লৈ ❤️❤️❤️❤️❤️💯💯💯💯💯💯💯💯💯💯💯
@BudheswarVido-iz5ox
@BudheswarVido-iz5ox 2 ай бұрын
Biri nice short film❤❤
@tinavlogs446
@tinavlogs446 9 ай бұрын
বহুত ভাল লাগিল চাই 👍🏻 হৃদয় চুই গ'ল 😢
@sumongogoi1138
@sumongogoi1138 10 ай бұрын
"Assamese Boy Sagar Bora" ৰ সকলো কলা কুশলী লৈ শদিয়াৰ পৰা এসাগৰ মৰম ❤️🥰 যাঁচিছো। সকলোৰে অভিনয় খুব সুন্দৰ হৈছে। "মন মইনা" দ্বিতীয় খণ্ডৰ অপেক্ষাৰে....
@ritudevil8319
@ritudevil8319 10 ай бұрын
Mohakhoi thike koisa
@2.0940
@2.0940 2 ай бұрын
Aji loi ke 10 br mn slu vl lagil deii brother and sister 💐❤️
@user-kv9wn7tm9d
@user-kv9wn7tm9d 8 ай бұрын
Super hit bohut val palu sai dei xosai ❤
@TiluttamaBorah
@TiluttamaBorah 10 ай бұрын
হৃদয় চুই গৈছে😢 সঁচাই বহুত ধুনীয়া অভিনয় কৰিছে । ❤
@gautamphukon9626
@gautamphukon9626 10 ай бұрын
কাহিনী খুব ভাল লাগিল।পৰৱৰ্তী খণ্ডলৈ অপেক্ষাৰত!
@HemsonRongpi
@HemsonRongpi 7 күн бұрын
সুন্দৰ অভিনয় আৰু কাহিনী ও বহুত ভাল লাগিছে ❤❤❤❤❤❤
@Akadashisen
@Akadashisen 28 күн бұрын
Vl lagise khosake moi first time salu bht mojja lagise ekebare mon sui gol
@Deepudas714
@Deepudas714 9 ай бұрын
Pure and smooth acting can't wait for second part
@jitumonidekadeka2631
@jitumonidekadeka2631 10 ай бұрын
Heart touching performance, ❤❤ dhuniya hoise dei duijonore acting, আৰু আগুৱাই যোৱা তোমালোকে ❤❤❤
@baikunthadas891
@baikunthadas891 5 ай бұрын
Bohut vll lage say ❤❤❤❤❤
@user-io4uc2wk3h
@user-io4uc2wk3h 5 күн бұрын
Dhuniya lagise sai
@deepjutigogoi6479
@deepjutigogoi6479 10 ай бұрын
শেষৰ মুহূৰ্তত বহুত দুখ প্ৰকাশ কৰিলোঁ ।সঁচাকৈ হৃদয় চুই যোৱা কাহিনী সুন্দৰ এক্টিং সকলো সদস্য আগুৱাই যোৱা।ধন্যবাদ ❤🥺
@munnaahmed8661
@munnaahmed8661 9 ай бұрын
হৃদয় চুই যোৱা অভিনয় অভিনয়ৰ প্রসংশা কৰিবলৈ নোৱাৰোঁ ইমানেই ভাল হৈছে❤
@deepjyotideka2880
@deepjyotideka2880 8 ай бұрын
প্ৰথম ভিডিঅ চালো বহুত ভাল লাগিছে।
@chhochuanmoi7875
@chhochuanmoi7875 19 күн бұрын
Waiting for next coming eagerly
@indrani387
@indrani387 10 ай бұрын
বহুত বেছি ভাল লাগিল তোমালোকৰ অভিনয়। আগুৱাই যোৱা আৰু। আজি first তোমালোকৰ flim খন চাই কিবা মনটো বেয়া লাগি গল। বাকী আগুৱাই যোৱা দুইটা। মৰমৰ যোৰহাটৰ পৰা ❤❤❤❤
@Dibyajyoti916
@Dibyajyoti916 9 ай бұрын
দুয়োৰে অভিনয় বৰ ধুনীয়া হৈছে আৰু Videography একদম Next level. Keep it up ❤
@Niiikunja5X
@Niiikunja5X 3 ай бұрын
Ki kom aru vakha ni eman dhuniya hoise🤩. aru aguai jowa 🎉🎉❤❤🥺
@AbdulSattar-yl3yx
@AbdulSattar-yl3yx 7 күн бұрын
Tmr video bur sai veya mojja lage
@jitulkalita4455
@jitulkalita4455 9 ай бұрын
বহুত ভাল লাগিল কাহিনীটো চাই আমাৰ সমাজত চলি থকা এটি বাষ্টব কাহিনী ,
@RanjitDas-in1cy
@RanjitDas-in1cy 10 ай бұрын
বৰ ধুনীয়া লাগিল ।সুন্দৰ অভিনয় সুন্দৰ সংলাপ। আগবাঢ়ি যোৱা ।দুয়োজনৰ কাহিনী চাবলৈ আকৌ ৰৈ আছো ।😘❤
@RijumoniKalita-rv6ft
@RijumoniKalita-rv6ft 8 күн бұрын
Sai val lagile❤❤❤❤❤❤
@ErinaPatar-od5vs
@ErinaPatar-od5vs 9 ай бұрын
Moja dei bohot vhal lagil 😊😅😅😮😮🎉🎉😂
@hepah2691
@hepah2691 10 ай бұрын
সদায় দেখি থকা আমাৰ ল'ৰা ছোৱালী দুটাৰ কামে সুখী কৰিছে দেই.. শুভেচ্ছা, গৈ থাকা পোহৰৰ বাটে❤
@axomardeka8173
@axomardeka8173 8 ай бұрын
Kon jegar hoi kob neki sinaki sinaki lagise location bor
@manalishadas2421
@manalishadas2421 10 ай бұрын
হৃদয় চুই গল 😢 ইমান দুখ লাগিলে শেষত😢❤
@pk07status72
@pk07status72 10 ай бұрын
সচাকৈ 😢🥺
Mon Moina Part2/official release/new Assamese short film by Assamese boy Sagar Bora
17:45
MWSA _Bodo Film  Part-1 || Lingshar, Fuji, Bibek, Sudem, Manisha || 2023
29:45
Ansu Brahma photography Creation
Рет қаралды 17 М.
DAD LEFT HIS OLD SOCKS ON THE COUCH…😱😂
00:24
JULI_PROETO
Рет қаралды 14 МЛН
Beautiful gymnastics 😍☺️
00:15
Lexa_Merin
Рет қаралды 15 МЛН
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 79 МЛН
A clash of kindness and indifference #shorts
00:17
Fabiosa Best Lifehacks
Рет қаралды 113 МЛН
Ronga Beli assamese short film by Pansurika Bora
16:56
Pansurika bora
Рет қаралды 681 М.
Slow motion boy #shorts by Tsuriki Show
0:14
Tsuriki Show
Рет қаралды 7 МЛН
Smart thief😳 لص ذكي…
0:19
MARYA & AMINE
Рет қаралды 75 МЛН
19 июля 2024 г.
0:20
мишук круглов
Рет қаралды 6 МЛН
Smart thief😳 لص ذكي…
0:19
MARYA & AMINE
Рет қаралды 75 МЛН