No video

মুছলমান যুৱতীক বিয়া পাতি বিপদত মিণ্টু তালুকদাৰ।

  Рет қаралды 87,025

TIME8 News

TIME8 News

Күн бұрын

মুছলমান যুৱতীক বিয়া পাতি বিপদত মিণ্টু তালুকদাৰ। চাৰে ৭ বছৰ গাঁওখনত সোমাব পৰা নাই মিণ্টু আৰু শ্বেহনাজ। পিতৃ-মাতৃকো এঘৰীয়া। ২১ শতিকাত কোন দিশে আমি।

Пікірлер: 71
@pradipgoswami2468
@pradipgoswami2468 2 жыл бұрын
সনাতন ধৰ্ম মহান। মুছলিম ছোৱালীযে হিন্দু ধৰ্ম গ্ৰহন কৰিছে। এইটো ভাল কথা।গাবৰ মানুহে ভালহে পাব লাগে।
@manojtalukdar6647
@manojtalukdar6647 2 жыл бұрын
মিন্তু আৰু শেষনাজৰ দাম্পত্য জীৱন সুখৰ আৰু মধুৰ হওক 👍👍👍 এনেকুৱা বিয়াৰ প্ৰয়োজন আছে ।
@kajuborah6269
@kajuborah6269 2 жыл бұрын
Good good good
@maheshbrahma7764
@maheshbrahma7764 2 жыл бұрын
Lora suwali jonmo dile hol aru ki.
@dipokgogoi202
@dipokgogoi202 2 жыл бұрын
নিউজ নাথাকিলে আকাশ লৈ চাই বহি থাকিবা এনেকুৱা ফাল্টু বাতৰি পৰিবেশন নকৰিবা।
@maheshbrahma7764
@maheshbrahma7764 2 жыл бұрын
Toi utcha jator assomiya hobola. Taar babe nakot paani humaise.
@hemantakumarroy1410
@hemantakumarroy1410 Жыл бұрын
সমাজৰ মানুহক মাতি মাছ-মঙহৰে ভালকৈ খুৱাই দান-বৰঙণি দি উদ্ধাৰ হোৱা।সব ঠিক হৈ যাব।নিজৰ জাত-বংশৰ লগত বিয়াৰ দৰে সম্পৰ্ক স্থাপন কৰাটো ভাল। বেলেগ জাতত বিয়া পাতিলে মঙ্গল গ্ৰহত যাব নোৱাৰি বা আইনষ্টাইন হ'ব নোৱাৰি।অসমৰ বাহিৰত উত্তৰ প্ৰদেশ, গুজৰাটৰ দৰে ৰাজ্যবোৰত বহুত মানুহ 'ঘৰ বাপচি' হৈ হিন্দু (সনাতন) ধৰ্মলৈ উভতি আহিছে। চুলাই আৰু হাঁহ প্ৰিয় অসমীয়াই খবৰে নাৰাখে।
@banjitchangmai4047
@banjitchangmai4047 2 жыл бұрын
সকলো এ এনে কয়.. মুছলিম লৰা আৰু হিন্দু ছোৱালী বা হিন্দু লৰা মুছলিম ছোৱালী কোনো মানি নলয়.... মিছা কলে কিডাল হ ব
@bkp9774
@bkp9774 Жыл бұрын
Thik koisa, missa kole kidal hobo.
@muninoza4944
@muninoza4944 Жыл бұрын
মই ভাবো মিন্টু তালুকদাৰে মানুহৰ লগতে সম্পৰ্ক কৰিছে যাৰ কন্যা তাৰ বিবাহ বুলি এষাৰ কথা আছে ইয়াত একো ভুল নাই ।
@truthoflife4477
@truthoflife4477 2 жыл бұрын
গৰুছাগলী আৰু বৰ্তমানৰ মানুহ ৰ মাজত পাৰ্থক্য আছে নে
@arupsarma2090
@arupsarma2090 Жыл бұрын
মই ভাবো এনেকোৱা হলে পাথক্য নাথাকিব পাৰে
@assam2006
@assam2006 2 жыл бұрын
কিছোমান মানুহে আনৰ কথাত অধিক ব্যস্ত হৈ জীৱনৰ অমূল্য সময় নষ্ট কৰে।
@jayantabonia3214
@jayantabonia3214 2 жыл бұрын
Atiya comment kor nokor kio ami tumar logt asu buli atiya beya lagise kb 🤣🤣🤣
@assam2006
@assam2006 2 жыл бұрын
@@jayantabonia3214 মই কাৰো লগত নাই। মই আনক সমালোচনাওঁ নকৰো আৰু আনৰ পকৰত কামোৰিওঁ নেথাকো।
@jayantabonia3214
@jayantabonia3214 2 жыл бұрын
Thike ase val kotha kisuman ase bohut dhornr comment koribgoi bohut dhuniya amuk bhusuk muslim e hindu suyali anile buli moi ketema comment pohisilu iyar agor aru ata videot xeibabe tumake vabi moi tenekoi lixilu aru beya napaba ...
@assam2006
@assam2006 2 жыл бұрын
@@jayantabonia3214 কিয় বেয়া পাম। সমাজত বিভিন্ন ধৰণৰ ব্যক্তি পাব, সেই সকলৰ মন্তব্যই সেই সকলৰ পৰিচয়।
@deepshikhamalakar7803
@deepshikhamalakar7803 2 ай бұрын
ছোৱালীৰ দেউতাক হিনদু আছিল,দেখ দেখ হিনদু পৰিয়াল,আৰু মুছলমান হ,লেও কোনো বাধা থাকিব নালাগে.
@yast3158
@yast3158 Жыл бұрын
ইমান পিছপৰা ৰাইজ এতিয়াও। সমাজে আঁকুৱালী লব লাগে। দুয়োৰে দাম্পত্য জীবন সুখী হওঁক।tention নলাবা ঠিক হৈ যাব। ৰাইজক মাছে মঙাহে পাৰ্টী এটা দি দিয়া ok হৈ যাব। আজিৰ দিনত হিন্দু মুছলমান কি আছে ছোৱালী জনী যেতিয়া আহিছে আকুৱালী লোৱাটো সমাজৰ দায়িত্ব। ধনী মানুহ হলে একু এডাল নহল হৈ দুখীয়া কাৰণে বেছি নিয়ম জাপি দিয়ে। প্ৰেমত এইবোৰ চাব নালাগে । যিহেতু ছোৱালীৰ বাপেক হিন্দু হয় tention নে নাই।এতিয়া upgrade হবৰ হল । এই এঘৰীয়া system to উঠাবৰ হল নহলে গাঁৱলীয়া কেতিয়াও উন্নতি কৰিব নোৱাৰে।
@SK-tq8cf
@SK-tq8cf Жыл бұрын
আচলতে বিশ্বত আল্লাহৰ ওচৰত এক মাত্ৰ সঠিক ধৰ্ম হ'ল ইছলাম । কোনাৱাই ইচলাম গ্ৰহণ কৰিলে লগে লগে তেওঁ ধৰ্মীয় ভাই & তেওঁৰ সকলো সম্পদ আনৰ ওপৰত নিৰাপদ ।
@sureshchandraray50
@sureshchandraray50 Жыл бұрын
মুছলমান ছোৱালী বিয়া পাতি নিজধৰ্ম হিন্দুকে সমালোচনা কৰিছা । তই হিন্দু মুছলমান একাকাৰ কৰি মঙ্গল গ্ৰহত যাব খুজিছা? কণা হিন্দু ছোৱালী দেখা নাপালি?
@dhrubajyotidaimari1950
@dhrubajyotidaimari1950 2 жыл бұрын
Intermarriage is not an easy thing dear brothers. It's a big social issue
@sheetaltorakakati9069
@sheetaltorakakati9069 Жыл бұрын
villagers should welcome the married couple & their children
@digench.nathnath2052
@digench.nathnath2052 2 жыл бұрын
তোৰ মানুহ জনি কপালত সেন্দুৰ কিয় নাই
@bkp9774
@bkp9774 Жыл бұрын
Right question.
@hamedali3043
@hamedali3043 Жыл бұрын
বিশ্বজিৎ শইকীয়াৰ লগত মই একমত ।
@prabinkakati5395
@prabinkakati5395 Жыл бұрын
বান্দৰ, হিন্দুৰ ছোৱালী মৰি শেষ হৈ গ'ল নেকি এই পৃথিৱীত। মুছলমান ছোৱালী আনি তোৰো মহাকাশত যোৱা যেন লাগিছে নেকি।
@bkp9774
@bkp9774 Жыл бұрын
Thik koisa, tar kothat dhora porise , nilaz eata.
@joymohan897
@joymohan897 2 жыл бұрын
Tumalukor hontantur bhobitsotor kotha vabi shomaje atia aakuali lobo lage
@deepaliphukan9022
@deepaliphukan9022 2 жыл бұрын
Good..anekei hobo laage
@wahabali1298
@wahabali1298 Жыл бұрын
Talukdar dhainnbad
@bkp9774
@bkp9774 Жыл бұрын
Aamar gaonor kolita eatai aahom swali poluai aanile. Satradhikaror upodekh mani somaje porial2k eaghoria korile , ahumoni anile buli. 1976 or kotha nagaon ot.
@barunbarman4965
@barunbarman4965 2 жыл бұрын
ধৰ্ম নো কি মই হলে নেজানো ? কৰ্ম নো কি মোৰ জীৱনত তাকো মই নাজানো ? চকুৰে দেখো কাণেৰে শুনো মূখেৰৰ কথা কও ? কিনতু মানুহ হৱ পাৰিছোনে তাকো মই নেজানো ?
@sushantanath7822
@sushantanath7822 2 жыл бұрын
Good
@suravikhakhlary1293
@suravikhakhlary1293 2 жыл бұрын
Amar gaw sams anekowa town te bhal nijor mote thakibo pare khabo pare soli bo pare
@runuaxomiachanalvloge5064
@runuaxomiachanalvloge5064 2 жыл бұрын
গাওত সুমাব দিয়ানাই ভালে হৈছে ফলমূৰিয়া লৰা পৃথীৱিত হিন্দু ছোৱালী অভাব আছিল নেকি তোক সমাজে নললেও ভাল হব ।
@kalyanroy3361
@kalyanroy3361 2 жыл бұрын
Hindu sowaliy bahut thagle bale sai karane maslim anile
@bokulboruah837
@bokulboruah837 Жыл бұрын
Dhemaji,gogamukh,DipaliBoruah
@joymohan897
@joymohan897 2 жыл бұрын
Maa deouta hokolor logote homajor bandhunok honman jonaboleou ketiaba valpuak tiyag dia poioujon... Kintu hoijua pasot aakualiluatu poioujon ase
@niranjantalukdar8578
@niranjantalukdar8578 2 жыл бұрын
Eman pispara samaj atiyao aasene
@PCBNPK
@PCBNPK 2 жыл бұрын
Thike koise ...jar jiii etcha koribo pare ..
@chandannath2566
@chandannath2566 2 жыл бұрын
Unfortunate society.
@pranabkumai2454
@pranabkumai2454 2 жыл бұрын
Aku dukh kam kora nai dangoria.
@puspadhardeka5665
@puspadhardeka5665 Жыл бұрын
Hamajik vabe bibah hampnna hoise jetia. Aibilak gorami niyame Val katha nahoy, sowali jania sanatan dharm grahan karise jetia hamajar Ane Kariba nalagisil,
@HDgaming9952
@HDgaming9952 2 жыл бұрын
Gaor manuhe valkam krise gedi
@dasgc3133
@dasgc3133 2 жыл бұрын
PaGol ...... Sutiy Ane manuh VAL kotha.... Ane hoowa bhal
@minashyam970
@minashyam970 Жыл бұрын
Good morning
@runimasaikia5904
@runimasaikia5904 2 жыл бұрын
Aibur. Riti niti. Nija dhormo aribo. Napai. Aibur kotha. Alusona. Kori. Lav nai. Mogoj. Nai neki.
@promodmahanta6390
@promodmahanta6390 2 жыл бұрын
I individually dislike this marriage
@UnstoppableVoice
@UnstoppableVoice 2 жыл бұрын
Kiyo
@pinkugoswami7448
@pinkugoswami7448 Жыл бұрын
Fltu manuh ..eihote ki vul krile
@nortest3343
@nortest3343 2 жыл бұрын
Val kormo
@ashimsakia2527
@ashimsakia2527 2 жыл бұрын
Christoyan hobo lage christiyan hole aku nuware
@jakirhussein5820
@jakirhussein5820 2 жыл бұрын
kone ke drmu mane nijor essa
@surajitgogoi8307
@surajitgogoi8307 2 жыл бұрын
Burha gas dekhile ,katibo bisare
@maheshbrahma7764
@maheshbrahma7764 2 жыл бұрын
Dhet bupahot tumalukor assomiya homajot ki hindu musalmaan hoi thake hindu musalmaanor tez ronga nohoi neki.
@Bhardwaj_24
@Bhardwaj_24 Жыл бұрын
Hindu suwalibisari napali
@Bindasslifejadab
@Bindasslifejadab 2 жыл бұрын
Faltu news....Jani buji o kya biya patisil ai jon a????atiya kandi ki kam..
@bhalinteron1879
@bhalinteron1879 2 жыл бұрын
😥😭😭😭😰😰😰
@catvlogs7982
@catvlogs7982 Жыл бұрын
🤣🤣🤣🤣🤣
@jayantadoimari9645
@jayantadoimari9645 2 жыл бұрын
কাম নাই আৰু ঐ
@sunilbasumatary4408
@sunilbasumatary4408 2 жыл бұрын
Errrŕ
@reallegendgamingyt1619
@reallegendgamingyt1619 2 жыл бұрын
Pagol homaj hoi
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 23 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 4,3 МЛН
Please Help Barry Choose His Real Son
00:23
Garri Creative
Рет қаралды 23 МЛН