মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সন্মুখত আজি অখিল গগৈ...

  Рет қаралды 369,308

Pratidin Time

Pratidin Time

Ай бұрын

বিৰোধী মিত্রজোঁটৰ অসমত ফলাফল কেনেকুৱা হ’ব?
সৰ্বাধিক কেইখন আসন পাব পাৰে বিৰোধী মিত্রজোঁটে?
গৌৰৱ গগৈ আচলতে জিকিব নে হাৰিব?
লুৰীণজ্যোতি গগৈৰ জয়ৰ সম্ভাৱনা কিমান শতাংশ?
ৰাইজৰ দল, অজাপৰ একত্রীকৰণ বাস্তৱত সম্ভৱ নে?
হিন্দুতকৈ মুছলমানৰহে বেছি প্রিয় নেকি অখিল গগৈ?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সন্মুখত আজি অখিল গগৈ ‘জনমত'-২০২৪
#pratidintime #assam #janamat #electionwithpratidintime

Пікірлер: 474
@tarunboravlogs333
@tarunboravlogs333 Ай бұрын
জনমতৰ সব' শ্ৰেষ্ঠ খণ্ড । অসমৰ প্ৰতিজন মানুহে এই দীঘলীযা গোটেই অনুষ্ঠানটি শেষলৈকে চাব । ইযাত ভবিষ্যতৰ ৰাজনীতিৰ বিষযে জানিবলগীযা বহুতো কথা আছে । হিমন্ত বিশ্ব শমাই যি কূট কৌশল ৰচনা কৰে । সকলো নিস্পভ কৰা কৌশল অখিলৰ হাতত আছে । হিমন্ত বিশ্ব শমাক হেৰুবাব পৰা একমাত্ৰ মানুহজনেই হব অখিল গগৈ । অনুষ্ঠানটো শেষলৈ চাব আৰু এই উত্তৰটিযেই ওলাই পৰিব ।।🎉🎉🎉🎉🎉
@mintusaikia8875
@mintusaikia8875 Ай бұрын
420
@AbulHussain-dl6og
@AbulHussain-dl6og Ай бұрын
​@@mintusaikia8875Misa kotha 420....hosa 2 hol 1500 tokiya ondho vokto 😝
@MsBimolarabha
@MsBimolarabha Ай бұрын
অখিল গগৈয়ে কংগ্ৰেছৰ লগত জোট বন্ধন নকৰি,আচলতে কংগ্ৰেছত যোগদান কৰিব লাগিছিল।কাৰন অসমৰ ৰাজনীতিত জড়িত হ'লে আঞ্চলিকতাবাদ কাম নাই।১৯৮৫চনৰ ইতিহাস 😂😂😂। আচলতে হেমন্ত শৰ্মা ৰাজনৈতিক আদৰ্শ সৰ্ব বিদিত।অসমৰ সকলোয়ে কয় আদিও আপোলোকৰ দৰে চুকু চৰহা নেতাই আনৰ ভাল হোৱাটো নিবিচাৰে।নিজেও নোৱাৰা, আনকো আগবঢ়ায় ই নিদিয়া ্। তিনিজন নেতা বা অধিক সংখ্যক নেতা কোনো কাম নাই। শিয়ালৰ জাক জাক , সিংহৰ এটাই ভাল। অসমখনক যদি আগবঢ়ায় নিব বিচৰা,এজনকে ভাৰতবৰ্ষৰ সৰ্বসব আসনত উপবিষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে।
@tarunboravlogs333
@tarunboravlogs333 Ай бұрын
@@MsBimolarabha হিমন্ত বিশ্ব একো ভাল নেতা নহয । কাৰোবাবাক মাৰি নিজে খোবা নেতা । হিমন্ত বিশ্ব আপোনাৰ বাবে Lion কিন্তু মোৰ মতে তেও শিযাল ।
@tarunboravlogs333
@tarunboravlogs333 Ай бұрын
@@mintusaikia8875 420 নহয Good Luck ..........
@kartick1957
@kartick1957 29 күн бұрын
সুন্দৰ, শক্তিশালী পৰ্য্যালোচনা দেখি আপ্লুত হৈছো ।
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
বহুত ভাল লাগিল আপোনাৰ জনমত অনুষ্ঠানটি চাই।
@user-ox3wg9jw3d
@user-ox3wg9jw3d 26 күн бұрын
In hi uungu uh oh ijjihjijnn um jk jk jkunjhuunjjiuj jk muknyjj jug JFK nuj jugggggggggyyytgtg ujjhuuuukiiukuuhukubh huh hbuhhbbbhbhhhbhbhhh😊 ju j hi oh L hnnhnjuhiumjjjuunu hi ujjjj
@user-uc2hj4pf8i
@user-uc2hj4pf8i 25 күн бұрын
Akhil gogai karane gourab jokile
@romonbasumatary6297
@romonbasumatary6297 Ай бұрын
বৰ ভাল লাগিল এই 'জনমত ' খণ্ডটো চাই।❤❤
@raktimlahkar8290
@raktimlahkar8290 Ай бұрын
Akhil Gogoi only Assamese leader ❤ Jai Aai Axom
@user-xj4cr4bb4o
@user-xj4cr4bb4o Ай бұрын
Akhil ata dalal
@user-ot8nn9zz8y
@user-ot8nn9zz8y Ай бұрын
তিনি গগৈ যে এক নতুন অসমৰ শক্তি।এইতু অখিল দাই সঁচা কৈছে। ভবিষ্যতে তিনিউকে আমি এনেকৈ থকাতু বিছাৰিছো।
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়
@susmitahatimuria1407
@susmitahatimuria1407 Ай бұрын
0
@pranabtheenseen5957
@pranabtheenseen5957 Ай бұрын
​@@susmitahatimuria1407tds
@hemanta9711
@hemanta9711 Ай бұрын
Bohut val lagil akhil da...
@user-rk5ht2bk1z
@user-rk5ht2bk1z 25 күн бұрын
অখিল ছাৰ হেনো এজন সাহসী ও বুদ্বিয়ক🎉
@NasrinAktar-bz4ju
@NasrinAktar-bz4ju 25 күн бұрын
Bohut Bhal Lagil
@prafullahazarika5789
@prafullahazarika5789 Ай бұрын
অসমৰ স্বাৰ্থত দুয়োটা দল একে হোৱাটো শুভ লক্ষণ । আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছেও এই নিৰ্বাচনৰ পৰা নিশ্চয় শিক্ষা লাভ কৰিছে।
@advika...8603
@advika...8603 25 күн бұрын
বহুত ভাল লাগিছে আপোনাৰ অনুষ্ঠান চাই ধন্যবাদ
@HabiburRahman-rk2do
@HabiburRahman-rk2do Ай бұрын
Very. Good. Jonomot. Akhil. Gogoir. Montyobo
@wazid7280
@wazid7280 Ай бұрын
Akhil Gogoi is emerging as a matured politician now . Very good to see❤
@user-qm1bp7fd7j
@user-qm1bp7fd7j Ай бұрын
Best interviews
@dhrubajitrabha5232
@dhrubajitrabha5232 Ай бұрын
Akhil gogoi best of luck 🤞
@Putulbhuyan
@Putulbhuyan Ай бұрын
39:39 যদি অসমত বাস কৰা অনাঅসমীয়া ,বাগানীয়া,(আদিবাসী) বেংগলী হিন্দু , মিঞা মুচলমান, অসমীয়া মধ্যবিত্ত চাকৰিজীৱী শ্ৰেনী,(যাৰ অভাৱ নাই) আৰু জনজাতিৰ লোকে বিজেপিক ভোট দিয়া নাই অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে ফলাফল হ'ব । যদি ইয়াৰ বিপৰীত হয় তেন্তে বিজেপিয়ে কোৱাৰ দৰে চৈধ্য খনেই পাব । এইটোৱে সত্য। লাগিলে যেনেকৈ যত যিমানে প্ৰচাৰ আৰু চেষ্টা নকৰক। চিধা কথা
@user-dc6dd5he2x
@user-dc6dd5he2x Ай бұрын
সুন্দৰ জনমত অনুষ্ঠান, ভাল লাগিল।
@user-cj4xp5if2h
@user-cj4xp5if2h Ай бұрын
অখিল গগৈ জিন্দাবাদ রকিবুল জিন্দাবাদ জিন্দাবাদ রকিবুল
@ujjalneog7055
@ujjalneog7055 Ай бұрын
অখিল দাক এনেই হলেওঁ ভাল লাগে 🔥💯❤️
@NurulHoque-uv2ur
@NurulHoque-uv2ur Ай бұрын
🙂
@mridulassam4425
@mridulassam4425 Ай бұрын
Nitu aru akhil da interview kiba ata di gol future babe .. thank you so much both of you
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
অখিল গগৈ সঁচা কথা কৈ দিলে ব্যৱসায় বানিজ্য মিডল ক্লাছ মানুহৰ অৱস্থা আজি তথৈবচ।
@mimusicassam6498
@mimusicassam6498 Ай бұрын
Khub sundor ❤❤❤❤
@user-le7jh8pf2e
@user-le7jh8pf2e Ай бұрын
অখিল গগৈ ডাঙৰীয়া জিন্দাবাদ ❤
@user-kv9zl1lp1e
@user-kv9zl1lp1e 12 күн бұрын
,
@user-tj4yh8mz8b
@user-tj4yh8mz8b Ай бұрын
Val lagil Sai..
@raktimlahkar8290
@raktimlahkar8290 Ай бұрын
খুব সঠিক বিশ্লেষণ ।
@AbdurRahman-cn4xg
@AbdurRahman-cn4xg Ай бұрын
Akhil Gogoi jindabad
@ramchandradeka6315
@ramchandradeka6315 Ай бұрын
আমিও ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ লগ হৈ এটা শক্তিশালী উমৈহতীয়া আঞ্চলিকতাবাদীগঠন কৰিব লাগে।
@mamonibora2837
@mamonibora2837 Ай бұрын
মইও কামনা কৰো এটা ভাল আঞ্চলিক দল।
@spread_positivity992
@spread_positivity992 Ай бұрын
Two great people in one frame ❤
@MinakshiRabha-cs3wp
@MinakshiRabha-cs3wp Ай бұрын
Akhil gogoi jindabad❤❤❤❤🎉❤❤❤❤
@bb3762398427
@bb3762398427 Ай бұрын
Akhil da ami aso logot...love u... God bless u
@realkushalmiri7542
@realkushalmiri7542 Ай бұрын
অখিল দাৰ কথাবোৰ সঁচা হ'ব যেন পাইছোঁ।
@rubikoch5083
@rubikoch5083 Ай бұрын
Very good
@smritichetia7497
@smritichetia7497 Ай бұрын
ভাল মানুহক হে আমি নেতা বিচাৰোঁ,
@BiruRabha-qj7pm
@BiruRabha-qj7pm Ай бұрын
আপাৰ আসামৰ মনুহৰ ভাল গুনটো হৈছে ধৰ্ম আৰু জাতিৰ ৰাজনীতি নকৰে । তেওলোকে ৰাজ্যৰ উন্নতিৰ ৰাজনীতিৰ কথা কয়
@user-ct9gf7hn9z
@user-ct9gf7hn9z Ай бұрын
Very very good discussion.Thanking all.
@user-vw5gr5ur1p
@user-vw5gr5ur1p 26 күн бұрын
অখিল দা বহুত ভাল কথা ক'লে আপুনি। ভাল লাগিল
@arunimakuli2073
@arunimakuli2073 Ай бұрын
I D I A mitro zut zindabad Akil Gogoi zindabad .
@munindragohain9391
@munindragohain9391 Ай бұрын
সুন্দৰ সাক্ষাৎকাৰ।
@AdarshrajSingh-pt8mm
@AdarshrajSingh-pt8mm Ай бұрын
Smrity rekha Nitu da and Akhil da apunalukor zuktimulok alusanahomuh sai hosai bhal lage.
@pdchannel8869
@pdchannel8869 Ай бұрын
Very nice sharing
@phanindradevagoswami4635
@phanindradevagoswami4635 Ай бұрын
নিতু মহাশয় !যিয়ে ভালৰ ভালটো বিচাৰে তেওঁ কুন্ধচ,যিয়ে আনৰও ভাল বিচাৰে তেওঁ সৎ আৰু যিয়ে আনৰ কাৰণে ত্যাগ কৰে তেওঁ মহৎ।
@junuborgohain
@junuborgohain 23 күн бұрын
Jonomot anusthanti Akhil going sir Aru netumoni sir or borbhal lagel God bless you
@subhasishhazarika8573
@subhasishhazarika8573 24 күн бұрын
বহুত বহুত ভাল লাগিল ।
@subaldas8908
@subaldas8908 Ай бұрын
4th june loi wait korisu aapuna lokor kothar kiman jukti juktata thakibo....
@bandanagayan1929
@bandanagayan1929 Ай бұрын
ভগৱান বুলি এজন আছে জি জনে বেয়া অতৰাই ভালতোক সামৰী লয় কৃষ্ণ কৃষ্ণ
@abulbasarmohiuddin6993
@abulbasarmohiuddin6993 9 күн бұрын
I like very much Akhil gagaoi sir. Every Assamese people specially young generation should follow him to make golden Assam.
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
সৎ চৰিত্ৰ প্ৰাপ্ত জন ধাৰ্মিক এই কথা মুছলমানে বুজি পায়, অখিল গগৈ সৎ চৰিত্ৰ প্ৰাপ্ত লোক হয় এই কথা মুছলমান সকলে বুজি পাইছে যাৰ বাবে অখিল গগৈৰ মিটিঙত মুছলমান বেছিকৈ অঙ্শ লৈছে। আকৌ এটা কথা লক্ষ কৰক, সৎ চৰিত্ৰ প্ৰাপ্ত জন ধাৰ্মিক,আকৌ ধাৰ্মিকৰ স পক্ষ সয়্ঙ্ বিশ্ব শ্ৰষ্টা। এতিয়া লক্ষ কৰক যিজনৰ সপক্ষ সয়্ঙ বিশ্ব শ্ৰষ্টা সেই জন জয়ী হব ই।আকৌ অসৎ চৰিত্ৰ প্ৰাপ্ত জন অ ধাৰ্মিক,অ ধাৰ্মিক কেনেকৈ বিশ্ব শ্ৰষ্টাৰ সপক্ষ হ'ব পাৰে? নিশ্চয় তেওঁৰ বিপক্ষ,ঘৰ যাৰ পৰিচালন ক্ষমতা তাৰ, গতিকে তেওঁৰ বিপক্ষক তেওঁ দেশ পৰিচালন ক্ষমতা প্ৰদান নিশ্চয় নকৰে।এই বি,জে, পি, শাসন ভাৰ প্ৰপ্তকঙ্গৰেজেই কিবা নহয় কিবা এটা ভুলৰ সুফল। এতিয়া নিশ্চয় কঙ্গৰেজ সজাগ হ'ল, হয়তো ভবিষ্যতে এই ভূল আৰু নকৰিব, কৰিলে কুফল প্ৰাপ্ত হব।
@user-oy7ef9tb1m
@user-oy7ef9tb1m Ай бұрын
প্ৰকৃত সাংবাদিকতা কৰা চেনেল❤️
@user-oy7ef9tb1m
@user-oy7ef9tb1m Ай бұрын
নিতুমনি আৰু অখিল ৭ খনৰ বেছি নাপায় চিন্তা নকৰিব
@hdeka6184
@hdeka6184 Ай бұрын
AGogoi G Gogoi L Gogoi n congress jindabad
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
Akhil zindabad
@jhoondeka8568
@jhoondeka8568 Ай бұрын
অখিল এজন সাহসী, স্পষ্টবাদি ব্যক্তি।
@bishnuboro3165
@bishnuboro3165 Ай бұрын
সুন্দৰ আপোনাৰ মতামত শুনিবলৈ পাই ভাল লাগিল।
@dibyajyotidas5827
@dibyajyotidas5827 Ай бұрын
Krisno krisno
@BjpHatao
@BjpHatao Ай бұрын
কংগ্ৰেছ জিন্দাবাদ ❤️
@nitulphukan4230
@nitulphukan4230 Ай бұрын
ভাল লাগে মানুহজনক।
@rawandreal99
@rawandreal99 Ай бұрын
তিনি গগৈ জিন্দাবাদ ❤
@user-fb4bn2rw5j
@user-fb4bn2rw5j Ай бұрын
@goutamboruah123
@goutamboruah123 Ай бұрын
আহোমে যেনেকৈ মুগল ক খেদিছিল,,,তেনেকৈ এইবাৰ BJP ক খেদিব
@artgarden1619
@artgarden1619 Ай бұрын
আজমলৰ তাত সুকুৰ আলিয়ে পাব ।
@MsBimolarabha
@MsBimolarabha Ай бұрын
ভাল লাগিছে
@AbyanNafi567
@AbyanNafi567 Ай бұрын
Very Nice ❤❤❤❤❤
@manojbasumataru6520
@manojbasumataru6520 Ай бұрын
You are great, pl keep it up
@user-yi2dy6wj6i
@user-yi2dy6wj6i Ай бұрын
মামাৰ ভালেই হ'ল পাছতা চুৰে কমান যে পয়ছা পাব আৰক্ষী বাহীনিয়ে পাব বাহ বাহ মজা এই চুৰ কেইতাতু উলাই আহিব
@archanaborah667
@archanaborah667 29 күн бұрын
সুন্দৰ ৰাজনৈতিক বিশ্লেষণ।চাই উপকৃত হলো।
@chittathakuria3359
@chittathakuria3359 Ай бұрын
Anchalik dal strong hole khokolu asomiai vote dibo. Bjp congress or pora khokolu asomia gusi ahibo
@rajusarma9691
@rajusarma9691 Ай бұрын
100℅ right
@MofidulIslam-mt1eg
@MofidulIslam-mt1eg Ай бұрын
3 টাতকৈ বেছি অসম্ভৱ যেন লাগে এইবাৰ
@akmulhussain1336
@akmulhussain1336 Ай бұрын
Congress a 9ta pbo aibar 😊
@mintudey8493
@mintudey8493 Ай бұрын
Best. Program. N. M. S. Sir
@LakshiiChoudhury-rm1ts
@LakshiiChoudhury-rm1ts Ай бұрын
আগৰ অখিল গগৈ নাই ফতুৱা
@abinashkalita8952
@abinashkalita8952 Ай бұрын
সৰ্বানন্দ সোণোৱাল কৰ্মদক্ষ নহব পাৰে কিন্ত এইজন মহান নেতাই সোণোৱালৰ বিষয়ে যেনেদৰে পিছফালে লাঠ মাৰা টাইপৰ কথা কৈছে ইয়াৰদ্বাৰাই গম পাই এইজন এজন চূড়ান্ত অসভ্য বা মামাৰ পকেটত সোমাই থকা নেতা৷
@brojenkhargharia15
@brojenkhargharia15 Ай бұрын
Mohn natajona kaeta bedasek khadela assam sukte ke hol kehor mohan ge belaka caa anel assamor bodon
@SatishDaimary-wg6sl
@SatishDaimary-wg6sl 28 күн бұрын
You are right
@dibyajyotisaikia5053
@dibyajyotisaikia5053 Ай бұрын
Right 100%
@bijoysonowal9206
@bijoysonowal9206 Ай бұрын
Mama valke dibo lagibo
@SonjoyDoley-iy8wy
@SonjoyDoley-iy8wy Ай бұрын
Akil .da nice comment
@kubjikakulkul1946
@kubjikakulkul1946 23 күн бұрын
👍 great
@azaharahmed8663
@azaharahmed8663 Ай бұрын
Val lagil
@dipenborah9987
@dipenborah9987 Ай бұрын
ভাল লাগিল
@user-ps8gc5qw1n
@user-ps8gc5qw1n 26 күн бұрын
Agntak conges shr val cendedat deyea Jan Jai I assam
@debojitray2875
@debojitray2875 Ай бұрын
Good work
@sanjeenabegum421
@sanjeenabegum421 22 күн бұрын
Right kotha tu hoi kintu
@mamonibora2837
@mamonibora2837 Ай бұрын
অতি সুন্দৰ অনুষ্ঠান ।
@jintusaikia4256
@jintusaikia4256 Ай бұрын
জনমত টি চাই বৰ ভাল লাগিল ।
@user-zw9gz5dg2g
@user-zw9gz5dg2g Ай бұрын
Right
@DipenSaikia-lv1pg
@DipenSaikia-lv1pg 26 күн бұрын
Moja
@nilakanatapatir969
@nilakanatapatir969 Ай бұрын
Nitu your the great asked for PM of india ,next,
@BishnuBaruah-hr9uj
@BishnuBaruah-hr9uj Ай бұрын
আজি এটা কথাই বুজিলো যে, ৰাজনীতিত ভাল মানুহ বেয়া মনুহ কবলৈ নাই, সকলো একে পানীৰ মাছ। লংকালৈ গলে সকলো ৰাবন 😀😀😀।
@bishalsarma5306
@bishalsarma5306 Ай бұрын
দুজন কংগ্ৰেছ ৰ ৰাজনীতিবিদ এটা ফেম ত 😂 মই বুজা নাই
@jyoshreegogoi7958
@jyoshreegogoi7958 Ай бұрын
অসমবাসীয়ে এই অনুষ্ঠানটো চাবলগীয়া অনুষ্ঠান❤❤❤শেষলৈ চাব বুলি ভাবো l ভবিষ্যত অসমৰ ৰাজনীতি বহুত কথা সাঙোৰ খায় আছে l অখিল গগৈ জিন্দাবাদ l জয় আই অসম l
@BGogoi-ps7cj
@BGogoi-ps7cj Ай бұрын
4jun jindabad
@ranjandasvarious....7424
@ranjandasvarious....7424 Ай бұрын
কংগ্ৰেছক আনিলে বাংলাদেশী মিঞা হ'ব অসমখন,কাটাতাৰ পাৰ হৈ☺️
@prafullahazarika5789
@prafullahazarika5789 Ай бұрын
এই জনমত অনুস্থানটো প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ আগতে হ'ব লাগিছিল।
@rocksd7580
@rocksd7580 Ай бұрын
Akhil Gogoi zindabad ❤❤
@Hgikv
@Hgikv Ай бұрын
অখিল ভাইক এটা কথা সোধক কংগ্ৰেছ চৰকাৰ থাকোতেই কংগ্ৰেছ বেয়া বুলি কৈছিল। ইটা কংগ্ৰেছ ৰ কাৰণেই মৰি আছে কিয়।অখিল uddin ভাইও kom😢 পানীৰ মাছ নহৈ
@kalpanadeka6201
@kalpanadeka6201 Ай бұрын
পৰিবেশ | তেতিয়া থকা মানুহ এতিয়া কংগ্রেজ ত নাই চিন্তা ধাৰা ভাললৈ আহিছে
@pradipborah526
@pradipborah526 25 күн бұрын
Akhil Gogoi zindabad
@dhananjaybarman9249
@dhananjaybarman9249 19 күн бұрын
অখিল জিন্দাবাদ অখিল সঁচা
@gyandeepdutta27
@gyandeepdutta27 Ай бұрын
Akhil gogoi jindabad ❤
@bb3762398427
@bb3762398427 Ай бұрын
Jorhat t Bengali manuheo vote dise
@scaryp_gaming_9902
@scaryp_gaming_9902 Ай бұрын
✊❤️
@bijoygogoi9730
@bijoygogoi9730 Ай бұрын
🙏🙏🙏
@DHumketuBrahma
@DHumketuBrahma Ай бұрын
Thank you Akhil Gadai sir.........
@manobendrabordoloi4630
@manobendrabordoloi4630 Ай бұрын
First class meeting between Gogoi and Saikia sirs
@pranabjyotideka5560
@pranabjyotideka5560 Ай бұрын
Dorangt jodi olp val ke khilil hoi bohut kamot ahil hoi
@abdulmaliksaikia603
@abdulmaliksaikia603 Ай бұрын
Nice discussions.
@rupprasad4861
@rupprasad4861 Ай бұрын
Akhil gogoi sir e BJP sarkarak haraboloi akhekh sesta karise, tar babe Akhil gogoi sir k dhanyabad. Kintu ai janamat anusthan t Akhil gogoi sir r hahi 😄 to Kam huwa hale besi bhal lagile heten..
She ruined my dominos! 😭 Cool train tool helps me #gadget
00:40
Go Gizmo!
Рет қаралды 61 МЛН