No video

Gaurav Gogoi VS Pabitra Margherita | এইবাৰ 'CAA' ক লৈ সমুখ সমৰত গৌৰৱ গগৈ-পবিত্ৰ মাৰ্ঘেৰিটা | N18V

  Рет қаралды 47,778

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Gaurav Gogoi VS Pabitra Margherita | এইবাৰ 'CAA' ক লৈ সমুখ সমৰত গৌৰৱ গগৈ-পবিত্ৰ মাৰ্ঘেৰিটা | N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#gauravgogoi #pabitramargherita #caa
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 157
@dibyagogoi7823
@dibyagogoi7823 Ай бұрын
গৌৰৱ গগৈয়ে মাৰিছিল নেকি?বিজেপিৰ আধাৰু মন্ত্ৰীহে তুমি।লাজ লগা নাই ইলেকচনৰ ভোটত জয় লাভ নোহোৱাকৈ, কাৰোবাৰ দিয়াৰ পাত্ৰ হৈ মন্ত্ৰী হবলৈ।
@pankajnath4106
@pankajnath4106 Ай бұрын
বাপেৰৰ মূৰাটো কেলা কংগ্ৰেছৰ শাসনত ৮৫৫ জন শ্বহীদ হোৱা নাছিল নেকি
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
@@pankajnath4106 855 swahidor tejere axom sukti hoisil kintu bjp a bidexi bongalir babe caa bolobot korile
@thedevogramstory7483
@thedevogramstory7483 Ай бұрын
Haha hai congress tmr mamai asila...aru andulon hua timet mona mona assu ari assu sob details di disila...@@pankajnath4106
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
মহামূৰ্খ।
@thedevogramstory7483
@thedevogramstory7483 Ай бұрын
@@pankajnath4106 haha hero murkho ata ktha ko muk axomiya krbt mla hua dakhiso axomr bahirt... Kintu marwari aji mla hol aru minister hol... Axomiya nasila na mla ja minister hba pora... Alp murto use kor... Nhla gubar di vori jaba
@user-xq6bn4rh8s
@user-xq6bn4rh8s Ай бұрын
উপাধী লিখিবলৈ লাজ কৰা ,টো কিহৰ আহোম ।
@robinsaikia4450
@robinsaikia4450 Ай бұрын
মাৰ্ঘেৰিটা দাঙৰীয়া, আপোনাক ৰাইজে আগবঢ়োৱা সাংসদ নহয়। গৌৰব গগৈৰ লগত আপুনি ফেৰ মাৰিব নোৱাৰি ব ।
@binoykalita7597
@binoykalita7597 Ай бұрын
পবিত্ৰ বোলাটোৱে কি বলিয়া বকিছে।কা আইনক মানি লোৱা সেই নেতানামৰ,,,,,বোৰ অসমীয়া হব নোৱাৰে।
@binoddutta4714
@binoddutta4714 Ай бұрын
এইজনে পঞ্চায়তৰ নিৰ্বাচন জিকিব নোৱাৰে আনৰ কৃপাত আৰু নিজৰ যোগ্যতাৰ ভিত্তিত জিকা গৌৰৱ গগৈৰ লগত আকাশ পাতালৰ পাৰ্থক্য আছে।
@Aditygogoi123
@Aditygogoi123 Ай бұрын
পাৰ্থক্য এটাই,,, উপাধি লিখিবলৈ লাজ কৰা টোৱে নিজৰ আৰু পৰিয়ালৰ সুবিধা বিচাৰি ৰাজনীতিলৈ আহিছে,,, আৰু আমাৰ সকলোৰে মৰমৰ গৌৰব গগৈ ডাঙৰীয়াই বিদেশৰ পৰা ঘূৰি আহি ৰাইজৰ সেৱা কৰিবলৈ আহিছে,,,, গতিকে কথা চহকী কথায়ে কৈ থাক,,,, নিজকে গৌৰবৰ লগত তুলনা কৰিবলৈ নেযাবি,,,
@paragjyotihazarika6218
@paragjyotihazarika6218 Ай бұрын
ঘৈনীৰ থ'প্ৰা দেখাই মন্ত্রীত্ব পোৱা জনৰ মুখত গৌৰব ৰ লগত তক্কৰ দিলে শুভা নাপায়।
@handbim51
@handbim51 Ай бұрын
তুমি ওপৰতে সকলো পাই বৰ বৰ কথা কেনেকৈ কব পাৰিছা। এটা নিৰ্বাচনত জিকি দেখুৱা চোন।
@sahilahmed6569
@sahilahmed6569 Ай бұрын
lajnaipobitro
@Hun123pmmp73
@Hun123pmmp73 Ай бұрын
কংগ্রেছৰ বুৰঞ্জী কবলৈ গৈ directly হিমন্ত ক তেওঁৰেই দলৰ মানুহ মুখত টাঙোন মাৰিছে।।। নেতাসকলে সমস্যা িবলাক সমাধান কৰাত গুৰুত্ব দিয়ক।।। ইজনে সিজনক দুখ দিয়া স্বভাব আতৰাব হল
@anuvideosandshorts3204
@anuvideosandshorts3204 25 күн бұрын
Right
@RojoniProvaBoruah
@RojoniProvaBoruah Ай бұрын
855 জন ছহিদ কংগ্ৰেছে মৰা নাছিল।এই নাটক ৰচিছিল প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ কোম্পানীয়ে। অসম আন্দোলনৰ সময়ত যিমান অসমৰ বস্তু ধ্বংস হ'ল চৰকাৰে ব্যৱস্থা ল'ব লাগিব।যদি কংগ্ৰেছ জগৰীয়া তেতিয়া হ'লে সৰ্বানন্দ সোণোৱালও জগৰীয়া। কাৰণ আইন শৃংখলা দোহাই দি তেওঁ ও পাঁচ জনক সত্যা কৰোৱালে।
@bakulboruah2026
@bakulboruah2026 Ай бұрын
নিজৰ উপাধি লিখিবলৈ লাজ কৰা জনে কিহৰ গৌৰৱ গগৈৰ কথা কব আহে অ'
@SarifuddinAhmed-so7ff
@SarifuddinAhmed-so7ff Ай бұрын
নিজৰ উপাধি লাজ কৰা ।
@bkdthsolution9550
@bkdthsolution9550 Ай бұрын
No Caa
@tuleswargharphalia3866
@tuleswargharphalia3866 Ай бұрын
We hate the CAA supporters . Margherita is elected by BJP MLAs only, not by the common Assamese voters.
@charitradowarahcharitradow106
@charitradowarahcharitradow106 Ай бұрын
pribitra real Ahom hoi na nohoi
@user-rj4si1bl3j
@user-rj4si1bl3j Ай бұрын
এইসকলে কি ইতিহাস জানে? ফাকি ফুটাৰে চলি আছে আৰু।
@birajdutta5405
@birajdutta5405 Ай бұрын
Congress r pora ahi BJP t join Kori dilei manuh Nika hoi jai niki😂😂😂
@tribantrkachari225
@tribantrkachari225 Ай бұрын
Pobitro ktha huniboi mon najai o.
@PrajenBorman-ud9ih
@PrajenBorman-ud9ih Ай бұрын
Muru same
@Dilipmandal-k2f
@Dilipmandal-k2f Ай бұрын
B. J. P. Gobik
@jayaborah2926
@jayaborah2926 Ай бұрын
১৯৭৯ চনৰপৰা ১৯৮৩ চনলৈ কে উক্ত সময়ছোৱাত অসমত ৰাষ্ট্ৰপতি শাসন প্ৰয়োগ কৰা হৈছিল। তেতিয়া অসমত লাঠি, গুলী, চি আৰ পিৰ শাসন চলিছিল, মই যিহেতু সৰু আছিলো কিন্তু কথাবোৰ মনত আছে।
@nripenrajbongshi1534
@nripenrajbongshi1534 Ай бұрын
Diganta da upor loi thu pelale nijor mukht laj lga ni teneke kobo agt kon party t asil
@baharulali839
@baharulali839 Ай бұрын
Keset bepari
@pranabkhakhalary539
@pranabkhakhalary539 Ай бұрын
কেছেট গগৈ
@user-ss8op9cj5o
@user-ss8op9cj5o Ай бұрын
Gaurav gogoi jindabad
@nobinchandra3648
@nobinchandra3648 Ай бұрын
Who said what is not a matter. The main issue remain the same - CAA is accepted by Assam govt. and it is not acceptable - no pure Assamese can accept it.
@nripenborgohain201
@nripenborgohain201 28 күн бұрын
পবিত্ৰ মাঘেৰিটা এজন নাটকীয় নেতা ; বসন্ত কলিতা হ’ল সিয়নিত থকা ওকণি ৷ গৌৰৱ হ’ল অসমৰ সুযোগ্য অসাধাৰণ জনতাৰ শক্তি ৷
@puspadhardowarah1932
@puspadhardowarah1932 23 күн бұрын
আমি কোনো কালেই মাৰ্ঘেৰিটা উপাধিধাৰী লোক জনক কোনো কালেই আহোমে সমৰ্থন নকৰে!!৮৫৫জন হত্যা কৰা অপৰাধী বোৰ বৰ্তমান বিজেপি আৰু কংগ্ৰেছ কৰা নেতাবোৰৰ উপৰি পুৰুষেই আছিল।মোৰ দৰে মাথা থকা মানুহৰ আগত কোনো"সাৰি যাব নোৱাৰে। অপৰাধী কিছুমান সেয়ে কংগ্ৰেছ এৰি বিজেপিলৈ গল।মই নালাগে বহু মাথা থকা ব্যক্তিয়ে সকলোকে নিৰীক্ষণ কৰি আছে;বান্দৰ"হতৰ খবৰেই নাই।মইয়ো তেতিয়া আন্দোলনৰ এজন তৃণমূল পৰ্যায়ৰ কৰ্মীয়েই আছিলো।এইবোৰ মোক শিকাব"নালাগে।কংগ্ৰেছক বদনাম দিলেই বিজেপি সাৰি নাযায়! ৰাইজ ইমান অকৰা নহয়!ফটুৱা কথা কৈ ৰাইজক পতিয়ন নিয়াব!বাংলা দেশীক ২০১৪ চনলৈকে কোনে বৰ"পীৰা পাৰি দিলে ৰাইজে জানে!ইয়াৰ"বাবে বিজেপি অগপ কোনো সাৰি যাব নোৱাৰে।মাৰ্ঘেৰিটা যে এজন মথুৰা ৰজাৰ দৰে নপতা ফুকন সেইষাৰ কথা মনলৈ আহেনে বাৰু?ৰাইজে ভোট দি জিকোৱা জনৰহে মান্যতা আছে;নপতা ফুকনৰ কি সন্মান আছে! টকাৰ বলত জিকাটো কোনো গৌৱবৰ কথা নহয়;মুখৰ কথাৰে জিকাটোহে গৌৰৱৰ বিষয়। গৌৰৱ;ৰকিবুল ও প্ৰদ্যুতে টকা দি জিকা নাই ভাল"মানুহ"বাবেহে জিকিছে।
@JkTree-xl9dw
@JkTree-xl9dw Ай бұрын
বি জে পি দলৰ নেতাই অসম আন্দোলনৰ শ্বহীদৰ নাম লৈ নিববাচন সময়ত শ্বহীদৰ নাম নলবলৈ অনুৰুদ অসম আন্দোলনৰ শ্বহীদৰ নাম লৈদূখ নিদিব বি জে পি চৰকাৰে কি কৰিলে বি জে পি চৰকাৰ থাকি কৰ্ম স্ংস্তাপন দিব নোৱাৰা বি জে পি চৰকাৰ নাম লোৱা উচিত হোৱা নাই।
@pgoswami5378
@pgoswami5378 Ай бұрын
আচলতে শক্তিশালী আঞ্চলিক চৰকাৰ এখনহে অসমত জৰুৰী হৈ পৰিছে,সেইবুলি ভয়পাদুৰা আৰু ধ্বজাধাৰী আঞ্চলিক চৰকাৰ হলে কাম নহব। কংগ্ৰেছৰো সিদ্ধান্ত সমূহ হাইকামাণ্ডৰ ওপৰত নিৰ্ভৰশীল বুলি ৰাইজে দেখিছে। বিজেপিৰতো কথাই বেলেগ।দিল্লীৰ ভয়ত যি কৰিব কয় তাতেই হয় হুজুৰ কৰে। সেই বুলি আকৌ অগপৰ কথাটো ইয়াত নধৰাই ভাল।শক্তিশালী নহয়।
@Dipmaya-neog
@Dipmaya-neog Ай бұрын
Gaurav gogoi jindabad❤
@user-rj4si1bl3j
@user-rj4si1bl3j Ай бұрын
গৌৰব গগৈ বিদেশত পঢ়াৰ পিছত আৰু বিদেশত থকাৰ পাছতো,গৌৰব গগৈ,গৌৰব হয়েই থাকিল..।কিন্ত আমাৰ প্ৰবিত্ৰ দাদা হে মাঘেৰিটা হল। লম্ফ জম্ফ কৰি লাভ নাই, আপোনাৰ বিভাগৰ কাম বিলাক এবাৰ আমাৰ অসমত কি হৈয় আছে এবাৰ ভালকে চাব। ভাল কাম কৰিলে এনেও ভাল স্বীকৃতি পাবই ।
@babamovie7923
@babamovie7923 Ай бұрын
Where is aasu?
@JunakiPradhan-db8kt
@JunakiPradhan-db8kt Ай бұрын
855 jon sahidar karone axom sukti pale bjp ye mora 5 jonor karone ki dile
@user-ec4rt8ij6k
@user-ec4rt8ij6k Ай бұрын
Margherita is laluksola but gourab is Lachit
@shivamsarmah6174
@shivamsarmah6174 Ай бұрын
সেই সময়ত আপোনাৰ চৰকাৰ থাকিলে কি কৰিলেহেতেন।গুপ্ত হত্যা কৰা এজিপিৰ লগত মিত্ৰতা কৰি চৰকাৰ কৰিছে আপোনালোকে।দিশপুৰত দিন দুপৰতে মানুহ জলি মৰিব লগা পৰিস্থিতি কৰিছিল।আমি জনতাই বাবে বিজেপি কংগ্ৰেছ বুলি নহয় সকলো দলকে বোকা চতিওৱা ৰাজনীতি পৰিহাৰ কৰি অসমৰ ভবিষ্যত ৰ কথা চিন্তা কৰক।নহলে সময়ে কাকো ৰেহাই নিদিয়ে।সেই ইতিহাস আপোনালোক সকলো ৰাজনীতি ৰ নেতাই অধ্যয়ন কৰক।
@jibongogoi6940
@jibongogoi6940 Ай бұрын
গৌৰব গগৈ জিন্দাবাদ l পবিত্ৰ মুৰ্দাবাদ l
@priyalataphukan4619
@priyalataphukan4619 26 күн бұрын
এইটো গৌৰৱক ভালকে দিয়ক ৰ্মাঘেৰিটা চাৰ
@drtsi
@drtsi Ай бұрын
Pabitra Margherita is a good servant of Himanta Biswa Sarma.... like pijush and Jayanta Malla.......
@rajjakali2589
@rajjakali2589 Ай бұрын
গৌৰবৰ লগত দুই ভেৰা ৰখীয়া ৰ কথা আমি কিয় শুনিম!!
@subhashsut2215
@subhashsut2215 Ай бұрын
তোমাৰ লাজ লাগিব লাগে মাৰ্ঘেৰিটাৰ ইমান সাহস কঙগেছ গালি পাৰিবলৈ ‌।কালি খনতেকিয়া মন্ত্ৰী এটা পাই অহঙকাৰে ‌মুৰত ধৰিছে চিএমৰ নেগুৰত‌‌ ধৰা মাৰ্ঘেৰিটাৰ ।
@jayadass2681
@jayadass2681 19 күн бұрын
হেৰি প্ৰভু বি জি পিতদেখুন কংগ্ৰেছৰ মানুহ বেছি আছেহে।
@mainiburagohain8275
@mainiburagohain8275 25 күн бұрын
আপোনাহে লাজ নাইযেন লাগিছে কলিতা মাঘে
@drtsi
@drtsi Ай бұрын
We hate CAA supporters.... Pabitra Margherita is not really Ahom.....He is not compare with Gaurav Gogoi.....
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
নিজৰ ঘৰ মাটি সম্পত্তি বনাব কাৰণে অসমৰ মানুহে ৰাজনীতি কৰে
@atulkarmakar4576
@atulkarmakar4576 Ай бұрын
Right
@jaandas8693
@jaandas8693 Ай бұрын
পাৱত গজা 😂 বিজেপি পুকৰত ধৰি আগবাঢ়ি যোৱা মানুহ। নিজৰ উপাধি লবলৈ লাজ কৰা মানুহ ৰ মুখেই নাচাও।
@jadavgogoi944
@jadavgogoi944 26 күн бұрын
তোমালোকে (পবিত্ৰ হঁতে) "কা" আনি আন্দোলনকাৰীক হত্যা কৰা নাছিলানে? তোমালোকৰ লাজ লাগে নে নালাগে?
@user-ne8jf2rg3k
@user-ne8jf2rg3k Ай бұрын
😂😂 Mama I manuh val puhise.. Duijone khaw khaw kei ase.. Support Gaurav Gogoi
@Mrinal316
@Mrinal316 Ай бұрын
Gaurav gogoi Ali Khan 😂😂😂
@bharatisaikia1388
@bharatisaikia1388 Ай бұрын
এইটো ৱে ইলেকচন খেলিলে এটাও ভুট নাপায়। ইতিহাস খুছৰিলে মামা চাচা সকলোৱে পৰিব
@bimanrajkonwar7948
@bimanrajkonwar7948 21 күн бұрын
Gourav Gogoi zindabad
@manishankardas4118
@manishankardas4118 Ай бұрын
Ai dujon MLA history bohut janey jen lagicey
@user-qo8vh5hg1j
@user-qo8vh5hg1j Ай бұрын
Gaurav Gogoi Zindabad
@jatinbaishha3540
@jatinbaishha3540 Ай бұрын
ফুল কুমলীয়া৫ জনক হত্যা কৰিলা আপুনি কি কৰিলা তাৰে উত্তৰ দিয়া।
@khogenborah8276
@khogenborah8276 Ай бұрын
Long live Gaurav Gogoi ! May GOD bless him !
@tankaff4754
@tankaff4754 24 күн бұрын
হাতী পকৰত তৰা ফৰমুথী মাৰি লাভ নাই😊
@banjitchangmai4047
@banjitchangmai4047 Ай бұрын
Caa বাগছা কাৰণে বেয়া আৰু নলবাৰী কাৰণে ভাল্ কোনোবাই বুজাই দিব নি,, দুয়োখন লাগি আছে জিলা,, কি কাৰণে নলবাৰী কাৰণে ভাল্ আৰু বাগছা কাৰণে বেয়া হল,,কোনে বুজাই দিব
@TithoBoro
@TithoBoro Ай бұрын
AGP k Questions kora pabitra dangoria 855 jon Sahid kori ajiloi ki Kori ase, 83 apuni akebare kharu lodra,83 kotha asom r manuh aru nukhune?
@minahazarika7578
@minahazarika7578 Ай бұрын
গৌৰৱৰ যোগ্যনহয় প্ৰবিত তই কোন
@kaushiksaikia4179
@kaushiksaikia4179 Ай бұрын
Namak haram, আই অসমী়ৰ আৱৰণ আঁতৰাই, বিদেশীক‌ চৰণীয়া পথাৰৰ দলাল হৈছে।
@user-vc9hu7sh9i
@user-vc9hu7sh9i Ай бұрын
Baloru tur kotha namanu caa amak lagi oi.
@kornokumardoley1514
@kornokumardoley1514 Ай бұрын
Only gourav❤❤❤
@flowerhouse504
@flowerhouse504 Ай бұрын
Gourab gogoi VS prabitra margherita. Jodi election hoi . Kon jone joi lav koribo buli vabe no baru ?
@paporigogoi8980
@paporigogoi8980 Ай бұрын
তই দালাল নিবাচন খেলি দেখা উজনিত BJP কাম নাই CAA নেমানু বুলি কৈ দেখা
@ravendas8417
@ravendas8417 Ай бұрын
Pabitra Margherita jatidrahi hoy,
@sauravdutta3223
@sauravdutta3223 Ай бұрын
Ai Prabitra Bulatur kotha hunile gom pai je TAR MUROT MAAL NAI. Powerot tohotie Aso. Gaurav Gogoik gali pari aso kio? Belegok insult koratu Himanta aru tar Pukor dhua keitar mulmantra. Gaurav Gogoi is in the heart of Assamese people.
@rupdutta3305
@rupdutta3305 Ай бұрын
Apunaluke History Jane karone CAA implement korile nki?
@rupdutta3305
@rupdutta3305 Ай бұрын
Pobitra Margherita tumi ki axomiya nohoi nki??? Gaurav a kole nuhunu...Lurin a kole hunim...Akhil a kole hunim...tumi prothome tumar monor kotha tu Huna bhalke...jodi tez atiya u letera huwa nai ..tar pisot dangor dagor dialog mariba...
@user-tt2kt9eo5z
@user-tt2kt9eo5z Ай бұрын
Congressa karilei jBjpa Kariba neki
@user-kg7xr7nf2h
@user-kg7xr7nf2h 26 күн бұрын
Maghrita. Apuni. Central. Minister. Hoi. Asomar. Babe. Kam kari. Dekhuaok. Asomat .. Badhabar kajia. Bad Diok. Thank You
@TaraliMedhi-f3l
@TaraliMedhi-f3l Ай бұрын
Angoli murot goni hekh kribo nuara ex Congress jibure BJP minister hoi ase teulyke ki aibur huni laj npai? BJP a ticket ndile ulai ahibo aihokole.
@Real12976
@Real12976 Ай бұрын
Congress or ketha kombol pua keitai sioriboi congress or karone😂😂😂😂😂
@user-tt2kt9eo5z
@user-tt2kt9eo5z Ай бұрын
Pabitra Mane Apabitra ,Assomr
@LakhiKalita-cd9ei
@LakhiKalita-cd9ei Ай бұрын
Gourabgogoiisproudofassam.
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn Ай бұрын
গৌৰৱ গ গৈ পাৰ্টিয়ে মাৰিছিল860 জন শ্বহীদক,অসমৰ ৰাইজে পাহৰা নাই।
@imranhussain8512
@imranhussain8512 Ай бұрын
Margheritai election nekhelakoi kotha kob laj kra nai nk ?
@indranidas7027
@indranidas7027 Ай бұрын
Gaurav Gogoi k beakoi kobole mon jaine? Gaurav Gogoi jindabad
@user-kt7ju1ng5g
@user-kt7ju1ng5g 19 күн бұрын
Probitto,Margherita bula Jon ward sambar Hwa ou goygo ni o ai jon
@upengogoi1092
@upengogoi1092 Ай бұрын
Pabitra, apunar c m dhekun heitu dhalore member achil. Pahorile. Aru baki hokalor katha nakou.
@nirensaikia7017
@nirensaikia7017 Ай бұрын
Both Congress and bjp are almost same in their ideology in respect of foreigners issue in Assam. Mindbogling matter is that, how the regional party-AGP, AJP, Raijor dal has been supporting the both nationalist pary with the expectations that they will resolve the foreigners issue as desired by indigenous people of Assam. Only a government of regional party at least for a period of 50 years, can be expected to be provide political and cultural safeguard to the ill fated indigenous people of Assam. It is high time to unit all regional party of Assam to fight for legal right of indigenous people, to save their language, cultural and right on land and natural resources.
@RahulPegu-cx1kj
@RahulPegu-cx1kj Ай бұрын
Himanta mama CM Congress number no1 leader
@bipulrabha-xg7jr
@bipulrabha-xg7jr Ай бұрын
CCA namanu de
@ArunaKachari-x1x
@ArunaKachari-x1x Ай бұрын
পবিত্ৰ এটা মৃ 😂
@bikramsri6127
@bikramsri6127 Ай бұрын
Cam nai bjp
@MaryBora-yl5ub
@MaryBora-yl5ub Ай бұрын
Toi GAURAV ok point out korar shahosh kot pali aee, impure Margherita or whatsoever!?Toi oti hunkale potonot jabih!!
@abhilekhR1
@abhilekhR1 Ай бұрын
Pahori gol natun congressi natun pani natun mash
@MilanBordoloi-ss7wr
@MilanBordoloi-ss7wr Ай бұрын
26 gam pabi
@kamalkalita338
@kamalkalita338 Ай бұрын
পবিত্ৰ মাঘ্ৰেৰিতা আপুনি অসমীয়া ৰাইজৰ শত্ৰউ অসমৰ খতিকাৰক সেয়েহে পাছ জন অসমীয়া ডেকাক গুলীয়াই হত্যা কৰিলে আপোনালোকে আৰু ভাৰত স্বাধীন‌‌‌ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গোলাম কৰিছিলে ভাৰত স্বাধীন হোৱাতো বিচৰা নাছিলে সেয়েহে কংগ্ৰেছৰ কৰ্মীক ব্ৰিটিছৰ ওচৰত ধৰাই দিছিলে আপোনালোকৰ বাবেই বহু ভাৰতীয় শ্বহীদ হৱ লগা হৈছিল আপোনালোক ধুৱা তুলখীৰ পট নহয় জনা ভাল
@Teron1346
@Teron1346 Ай бұрын
Pobitra tumi Huna nuhuna heitu tumar nijor bektigoto kotha
@user-oo6sr4nc6b
@user-oo6sr4nc6b Ай бұрын
Bjp go back
@HemantaNath-yf9ce
@HemantaNath-yf9ce Ай бұрын
Bjp asil Kone marile caa aani
@SurujBordoloi-vl9cf
@SurujBordoloi-vl9cf Ай бұрын
Pobot goja Apuni .
@yogeshassam2825
@yogeshassam2825 Ай бұрын
Iyar kela naam tu kune dise Pobitro, kela e ek nmbr Opobitro.... ...ti pati d kine Mantri hoise laaz napai neki.
@user-fo2gl9hi6m
@user-fo2gl9hi6m Ай бұрын
Probitra Dalale Tur Kam Nai
@NRJ19888
@NRJ19888 Ай бұрын
Without election t padobi pai laz nalage neki bor bor kotha koboloi......? election kheli jiki suana eijon opobitratu
@AS21VlogS420
@AS21VlogS420 Ай бұрын
Diganta বেছি জানে ?
@bornali995
@bornali995 Ай бұрын
Moitu eyar mattuwe hunibo nuwaro. Videotu puse kori comment korisu
@TithoBoro
@TithoBoro Ай бұрын
Pabitra ami atiya 83 kotha hunar khamoi nai aru nukhuno, atiya asom r development planing ki ase planing kora,
@user-fp6ud8ym5k
@user-fp6ud8ym5k Ай бұрын
Gaurav Gogoi is one of the best political leader of Assam. No use of beating around the bush
@MantuChutia-pb6iv
@MantuChutia-pb6iv Ай бұрын
Ki j fotuwa kotha koy junbair director dadai
@MadanRay-rg6tm
@MadanRay-rg6tm Ай бұрын
Pabitra tor las nai Kota nilas
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 17 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 28 МЛН
ROLLING DOWN
00:20
Natan por Aí
Рет қаралды 11 МЛН
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 17 МЛН