No video

LIVE | Assam BJP News | আৰম্ভ হ'ল বিজেপি ত্যাগ কৰাৰ জোৱাৰ | বিজেপি এৰি কংগ্ৰেছলৈ কোন কোন? N18L

  Рет қаралды 180,664

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Assam BJP News | আৰম্ভ হ'ল বিজেপি ত্যাগ কৰাৰ জোৱাৰ | বিজেপি এৰি কংগ্ৰেছলৈ কোন কোন? N18L
#assambjp #prafullamahanta #assamcongress #live #pranjalpratimhazarika #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 217
@hemantamahanta5578
@hemantamahanta5578 Ай бұрын
দুই জেষ্ঠ নেতাৰ সুন্দৰ. পদক্ষেপ
@dipduttathakuria8147
@dipduttathakuria8147 Ай бұрын
Very very good
@minkotoky5963
@minkotoky5963 Ай бұрын
Val kotha 🎉
@jeetajitdas8202
@jeetajitdas8202 Ай бұрын
এয়া আৰম্ভণি হৈছে হে
@Krishna-rc2ws
@Krishna-rc2ws Ай бұрын
Good
@user-ji7qi6bm5d
@user-ji7qi6bm5d Ай бұрын
দুৰ্নীতি ভ্ৰষ্টাচাৰী সকলৰ দপদপনি আজিৰ বি জে পি। সৎ নেতা সকলে থকাৰ পৰিবেশ নাই।
@protimadutta2890
@protimadutta2890 Ай бұрын
100 %
@videomediaindia6177
@videomediaindia6177 Ай бұрын
Wow very good
@TaripAli-rd4hg
@TaripAli-rd4hg Ай бұрын
Super 💝👍👌
@bakulboruah2026
@bakulboruah2026 Ай бұрын
গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।BJP 15 খন আসনৰ ভিতৰত থাকি যাব।
@tulshihazarika-ru4ji
@tulshihazarika-ru4ji Ай бұрын
অহংকাৰি জনৰ পতনৰ আগ জাননী।
@protimadutta2890
@protimadutta2890 Ай бұрын
দ'ল বাগৰি অহা সকলে BJP ক গেলাই পেলাইছে
@hiteshdeka153
@hiteshdeka153 Ай бұрын
বিজেপি ২৬ ত অসমত শেষ হব।
@ascreation2495
@ascreation2495 Ай бұрын
Tur nunu guti tu hobo kela...
@JituAhmedRJFilms
@JituAhmedRJFilms Ай бұрын
​@@ascreation2495agote tur baperor tu Sai lobi. BJP murdabad 😂😂
@DurgeshwarDeka
@DurgeshwarDeka Ай бұрын
​@@ascreation2495tu ki hobo khetu bhabi sa pothome.
@pgoswami5378
@pgoswami5378 Ай бұрын
একো শেষ নহয়। যিমানে যিয়েই নকওক ঘূৰি ঘূৰি ৰাইজে আকৌ বিজেপিকে আদৰিব। হয়তো এতিয়াৰ মন্ত্ৰী বিধায়ক কিছুমান হাৰিব পাৰে।আনহাতে আকৌ নতুন নতুন নেতা জিকিও আহিব।অসমৰ জনবিন্ন্যাস আৰু আগন্তুক সময় সাপেক্ষ পৰিবেশ আৰু পৰিস্হিতিয়ে ইয়াক সহজ সাধ্য কৰি তুলিব। ৰাইজে যথা সময়ত তুলনা ভিত্তিক বিচাৰ কৰি চাই নিজৰ সিদ্ধান্ত লব।অসমত মেজিকৰ দৰে কিবা যে ৰাজনৈতিক পৰিৱৰ্তন হব তাৰ আশা নাই বুলিয়েই ধৰি লব পাৰি কিয়নো বিজেপিৰ বিৰুদ্ধে বিৰোধী দল সমূহেও একেবাৰে বুথ লেভেলৰ পৰা বা সাধাৰণ জনতাৰ মাজত সামগ্ৰীক ভাবে জনমত গঢ়ি এতিয়ালৈ কোনোপধ্যে কৃতকাৰ্য হব পৰা নাই কাৰণ এই ক্ষেত্ৰত সক্ৰিয় ভাবে চেষ্টাৰ ক্ৰুটি হৈয়েই আছে।
@shawnmichael2754
@shawnmichael2754 Ай бұрын
Ged# Rahul bapere 100 u napale. Ako modi.r logot he milai.....bjp 240 congress 99 Bjp 240 INDI 234 ...JENEKE HOLEU HARISO 😂😂​@@JituAhmedRJFilms
@medinitalukdar4873
@medinitalukdar4873 Ай бұрын
২০২৬ চনত বিজেপি অসমত সমাপ্ত ।। কংগ্ৰেছ আহিৱ... জয় আই অসম ।।
@bijoygoswami6907
@bijoygoswami6907 Ай бұрын
বৰু বি জে পি বেয়া। কিবা কৰি কংগ্রেস আহিল দেখিব পমুৱা /ন অসমীয়া মানুহ এ মে লে এম পি বহুত হব। লৱাৰ অসমৰ কোনো কোনো জেগাত খিলনজিয়া লোকৰ পৈতৃক জেগা এৰাৰ আৰম্ভ দেখা গৈচে! কংগ্রেস আহিলে জন্ম নিয়ন্ত্রণ ইত্যাদি আইন নাহে । খুব বেচি ২০ বছৰ পাচত আমাৰ আপাৰ অসমৰ খাৰ খোৱা যে বিপদত নপৰিব কোনে জানে!? সেয়েহে কোন আহিলে খিলন জীয়া বাচিব চিন্তা ৰ বিষয়? এই নতুন দল কেইটা কংগ্রেস ৰ লগত এও লোকে চিঞৰি ব পাৰিব। কাম কৰিব নোৱাৰে!
@amaldasofficial
@amaldasofficial Ай бұрын
ধন্যবাদ বিজেপি টিয়াক কৰাৰ বাবে ভাল হৈছে।
@lilakanta1
@lilakanta1 Ай бұрын
টিয়াক মানে কি ?
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
कांग्रेस powerful🎉❤
@user-zw1sl3zs1s
@user-zw1sl3zs1s Ай бұрын
বিজেপি মুক্ত হ'ব নেকি অসম খন?
@asaduzzaman1002
@asaduzzaman1002 Ай бұрын
Hmm
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Yess🎉😊
@user-ij4yt6jk4i
@user-ij4yt6jk4i Ай бұрын
Yess
@rahulkumardutta8273
@rahulkumardutta8273 Ай бұрын
Yes.
@upengogoi5095
@upengogoi5095 Ай бұрын
টিকট নাপালে দ'ল ত্যাগ কৰাটো নেটা বোৰৰ চৰিত্ৰ। কিন্তু যি দললৈ নাযাওক কিয় নতুনকৈ যোগ দিয়া সকলক ১০বছৰলৈকে টিকট পোৱাৰ পৰা বঞ্চিত কৰি ৰখা হ'ব লাগে।
@champakray1886
@champakray1886 Ай бұрын
Aeitu val ktha but poisa khuwai ticket collect kre aru select hoi aan dolot jogdan kribor opportunity pai
@user-ux7gk1lb6b
@user-ux7gk1lb6b Ай бұрын
BJP hatao desh bachao Modi hatao Bharat bachao
@denishamsih5726
@denishamsih5726 Ай бұрын
5bosr karne kandi thak
@Kamaljj7xz
@Kamaljj7xz Ай бұрын
যক যক ভালেই হৈছে... বিজেপিতনো গছৰ মুঢ়াটো হৈ থাকি কি কৰিব , লোকসভা নিৰ্বাচনৰ পৰা এওঁলোকে বিজেপিৰ বিৰুদ্ধেহে মাত মতা দেখি আহিলোঁ... দলটোক ক্ষতি কৰাৰ আগতে তেওঁলোক ওলাই যোৱাই উচিত !
@kesamatirajuraj6905
@kesamatirajuraj6905 Ай бұрын
Aeolukehe bjp bonaisil baba .... congress I gondai bonuwa nasil .. suwa seleka
@Rahul-xu6oq
@Rahul-xu6oq Ай бұрын
Gaurav Gogoi Jindabaad
@pranjalbhuyan1098
@pranjalbhuyan1098 Ай бұрын
👌👌👌
@JituAhmedRJFilms
@JituAhmedRJFilms Ай бұрын
আজিৰ বৰ সুন্দৰ খবৰ।।
@nabinmandal-wu5by
@nabinmandal-wu5by Ай бұрын
ধন্যবাদ
@sanjaydutta2905
@sanjaydutta2905 Ай бұрын
Go back BJP 2026
@hamantagogoi8904
@hamantagogoi8904 Ай бұрын
Botar etia eneo beya....tamam borokhoon.....usitt timot Brojawpaat porise dei.... 🙏🙏
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu Ай бұрын
২০২৬ ৰ নিৰ্বাচনৰ পিছত মামাও বিজেপি দল এৰিব।
@MriduGogoi-xx3oi
@MriduGogoi-xx3oi Ай бұрын
News tu huni val lagil
@asomiaasom6008
@asomiaasom6008 Ай бұрын
অসমৰ বাবে প্ৰজোয্য বৰ্তমা বিজেপি মানে বিদেশী জহৰা পাৰ্টী ক কোনো ভাল মানুহে সমৰ্থন নকৰে ।বিদেশী জহৰা পাৰ্টী (বিজেপি)ক যে এতিয়াও একাংশ লোকে অন্ধ ভক্ত জাতিদ্ৰোহী হৈ সমৰ্থন কৰি আছে সেয়া আচৰিত কথা ।
@bijoygoswami6907
@bijoygoswami6907 Ай бұрын
কংগ্রেস দেখ দেখ জহৰা পাৰতি!
@user-of4yf2pu7w
@user-of4yf2pu7w Ай бұрын
Good news👍
@dipikaswargiary940
@dipikaswargiary940 Ай бұрын
Bjp hotau 2026
@user-ml8ww9sg7p
@user-ml8ww9sg7p Ай бұрын
Mama congress Sarkar ahile jabo ne najabo congress loi.
@abhilashamainavlogs3241
@abhilashamainavlogs3241 Ай бұрын
Jail jabo
@user-ie6dx5zb5i
@user-ie6dx5zb5i Ай бұрын
Very Nice . .
@mridulkumarborah4181
@mridulkumarborah4181 Ай бұрын
Uthi aha prajanmar he proyojan. Thanks
@mridulduwarah7897
@mridulduwarah7897 Ай бұрын
শিবসাগৰৰ আৰু কোনোবা যাব বুলি শুনিছো.
@sahidurrahman1576
@sahidurrahman1576 Ай бұрын
Congrats zindabaad ❤❤❤
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw Ай бұрын
Sattya brata kalita শুদ্ধ সিদ্ধান্ত।
@2nt979
@2nt979 Ай бұрын
মান সম্মান টা না থাকিলে ধীরে ধীরে সবাই অন্ন দলে যোগ দিতে পারেন।
@TCF573
@TCF573 Ай бұрын
Bor hundor khobor teulookok dhonyabad...
@harinarayandeori3813
@harinarayandeori3813 Ай бұрын
হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, আৰু পিযুজ হাজৰিকাই পূৰণা বিজেপি মানুহ খিনিক শেষ কৰি পেলালে।
@mofidrohman6393
@mofidrohman6393 Ай бұрын
👍😁 very good news
@podumurang1547
@podumurang1547 13 күн бұрын
Wow. Very. Good. Sir
@Bnb717
@Bnb717 Ай бұрын
2026 Congress govt.
@user-bq3vt8ot6h
@user-bq3vt8ot6h Ай бұрын
মামাইও এৰিব বিজেপি মানে দুবছৰৰ পিছত 😅😅
@JituAhmedRJFilms
@JituAhmedRJFilms Ай бұрын
@@user-bq3vt8ot6h আকৌ কংগ্ৰেছৰ নেগুৰত ধৰিব।।
@BalorajBaro
@BalorajBaro Ай бұрын
Right ✅️ 🎉
@pradipgowala3651
@pradipgowala3651 Ай бұрын
গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হাঁহি লগা কথা ।
@PujaBarman-fh7sk
@PujaBarman-fh7sk Ай бұрын
Ke gourav r Dom ni nki cm hobole ,ne tur he ase
@pranabbhuyan1100
@pranabbhuyan1100 Ай бұрын
খৰ কৰক
@Sumite-ll3qh
@Sumite-ll3qh Ай бұрын
Raijor monot porise Lockdown GST r kothabur
@BaharulIslam-ug2lz
@BaharulIslam-ug2lz Ай бұрын
BJP aru Kam nai Kiya hbo
@dimbeswarkonwar7659
@dimbeswarkonwar7659 Ай бұрын
দল বাগৰাটো ৰাজনীতিৰ নিয়ম
@Axom758
@Axom758 Ай бұрын
ভালেই হৈছে, নতুন, পুৰণি বুলি খেলি মেলি কৰিব বিচৰা মানুহ কেইজন আতৰি গলে দলৰ বাবে শুভ মঙ্গল।
@pabinsarma2989
@pabinsarma2989 Ай бұрын
Good night,, Dada
@mukutsaikia6302
@mukutsaikia6302 Ай бұрын
I love congress❤❤❤❤❤❤❤❤
@bubulboruah6267
@bubulboruah6267 Ай бұрын
অহংকাৰৰ পটন হব লাগে ৷
@RikimoniSarma
@RikimoniSarma Ай бұрын
Xosaikoi
@husainali1287
@husainali1287 Ай бұрын
Good news
@AnwarHussain-ip6yd
@AnwarHussain-ip6yd Ай бұрын
Join Congress before it is too late
@gh12138.
@gh12138. Ай бұрын
Bjp aneo aiudf dore obosta hobo🙏
@Justanattemmpt
@Justanattemmpt Ай бұрын
Reporting style and wording and used sentence...are adorable....ভাল লাগিল
@nailinichowdhury8770
@nailinichowdhury8770 Ай бұрын
AVOID ALL THE CANDIDATES FOR EVER
@lilakanta1
@lilakanta1 Ай бұрын
এইবোৰ এনেয়েও বিজেপিত নাছিল
@indrajitbaruah1676
@indrajitbaruah1676 Ай бұрын
ৰাজ নিতীৰ কথাই বেলেগ দলৰ বাহিৰৰ মানুহে একো পাট্টা নাপায় , আকৌ দলত লাইম লাইট ত নাথাকিলে এওঁলোকৰ গতি ( " আহিল কণা গ'ল কণা খাগৰী কাটিলে তিনি কণা ") লেখিয়া হবগৈ , সোঁৱৰণীত সূৰ্যৰ স্থিতি ভালকৈ চাই হে ৰাজনিতীলৈ অহা ভাল ,
@SahabUddin-om7uu
@SahabUddin-om7uu Ай бұрын
❤ অসংখ্য ধন্যবাদ নেতা দুই জনের
@user-tl4sh2xj4l
@user-tl4sh2xj4l Ай бұрын
আন দলক নিশেষ কৰিবলৈ যি কুচক্ৰান্ত কৰিছে।এতিয়া নিজ দলৰ কৰ্মীকেই নিয়ন্ত্ৰণ কৰিব পৰা নাই।
@bishaldas3964
@bishaldas3964 Ай бұрын
Himanta bahiniye congress doltuk khekh korute 15 bosor lagisil..kintu bjp dolok 10 bosorote kam start kori dile..bjp birudhi sarkar ekhon bisaru...
@munindrabiswas661
@munindrabiswas661 Ай бұрын
Moi BJP arim
@bijitboro5117
@bijitboro5117 Ай бұрын
My favourite news channel you're
@NuralomAlom-kg2rq
@NuralomAlom-kg2rq Ай бұрын
Vare good news
@satyanathpegu-pq1rd
@satyanathpegu-pq1rd Ай бұрын
Thanks be to God
@Surajjamanprodhani
@Surajjamanprodhani Ай бұрын
Great 👍
@taidtriluchan
@taidtriluchan Ай бұрын
Very good Diciason
@Sobiborrohman
@Sobiborrohman Ай бұрын
Gourav Gogoi 26sot CM 100% khatang
@nabakumardas2130
@nabakumardas2130 Ай бұрын
@pgoswami5378
@pgoswami5378 Ай бұрын
বিজেপি আৰু সহযোগী দলে মিলি দেখোন এঘাৰ আসন পাইছেই।বিজেপিৰ জোৰ ক'ত কমিছে? থিকেই আছে,চৈধ্যখন আসনৰ এঘাৰখনেই পাইছে। তেনেহলে হতাশা কিয় আহিল এই নেতা সকলৰ? দলত পাট্টা নোপোৱা মানে কি? পাট্টা নিজেই উলিয়াই লব জানিব লাগিব। নিজৰ দল যেতিয়া তাত দখল লোৱা কামটো নিজৰ।ৰাজনীতিত প্ৰতিযোগিতা থাকিবই।নেতাৰ গুৰুত্ব ৰাইজেহে নিৰ্ধাৰণ কৰে। অসমৰ ৰাজনীতি বৰ্তমান অতি জটিল হৈছে। নেতাই দল সলালেও বিচৰা ধৰণে শেষত সা- সুবিধাৰে কামত নাহিবও পাৰে।
@mostafizurrohman8502
@mostafizurrohman8502 Ай бұрын
Congress zindabad
@karabibaruah2135
@karabibaruah2135 Ай бұрын
Very good ❤
@AshadulIslam-kr4tn
@AshadulIslam-kr4tn Ай бұрын
আকৌ আহী আছে কংগ্ৰেছ চৰকাৰ
@rashmidutta3419
@rashmidutta3419 Ай бұрын
অসমৰ আনন্দ সৰ্বানন্দ ।মামাই বি জে পি ধংস কৰিব।
@DennisVellum-jp4mu
@DennisVellum-jp4mu Ай бұрын
Give INDIA a chance
@mainuborgohain7906
@mainuborgohain7906 Ай бұрын
মই আদৰনি জনাইছো জি হকল কংগেছলৈ আহিছে ৰণী বৰগোহাঁই গোলাঘাট
@KkLl-sf8fe
@KkLl-sf8fe Ай бұрын
I. Love 18Assamnewes
@shahficulislam8097
@shahficulislam8097 Ай бұрын
Badrinath or Ayodhya allready BJP hariley...BJP obostha bhuth kharap Gamont besi hoise Manuhok Manu buli Namane..BJP leader or Neta bor Nijok Bagoban buli Bagoban buli baby..2024 Election PM Modi ji allready Bagoban buli dabi koria dily.
@user-sv6ch6tq3d
@user-sv6ch6tq3d Ай бұрын
Good decision
@SyedHaque-xr1or
@SyedHaque-xr1or Ай бұрын
Hundor podokhep grohon korise....moi ketiyabai ajon oti hadharon karjyakorta hisape BJP tyag korilu. Aru bohut danogr dangor BJPr netai dol tyag koribo agontuk ahibologiya dinot....Jai Ai Axom...🙏
@imdadali9519
@imdadali9519 Ай бұрын
ৰাজনীতিত নীতিক লৈ কোনো ব্যষ্ট হৈ নাথাকে । সকলো একেই ।
@MohanKarmakar-jd8qp
@MohanKarmakar-jd8qp Ай бұрын
BJP ত খাবলৈ পোৱা নাই । যে খেই কাৰনে ।
@jitubaruah69
@jitubaruah69 Ай бұрын
bohut vall kotha
@Jun_Photography
@Jun_Photography Ай бұрын
very good
@assamboguraradda7748
@assamboguraradda7748 Ай бұрын
Good..news.
@RinaBasumatary-xz9rs
@RinaBasumatary-xz9rs Ай бұрын
Good news 👌
@MansoorAlam-bb5nu
@MansoorAlam-bb5nu Ай бұрын
Toak r karone no hoy jater karone
@user-ct2kv3qn1l
@user-ct2kv3qn1l Ай бұрын
কৃষ্ণ লোভে জীৱক নৰকলৈ লৈ যায়।সন্মান খুজি লোৱা সামগ্ৰী নহয়।কৃষ্ণ 🙏
@believeyourselfofficial
@believeyourselfofficial Ай бұрын
Etia amar o lage eta pod un eta apunak dibologia hoi ase
@user-rm1dz2pq5w
@user-rm1dz2pq5w Ай бұрын
❤❤❤ good news
@utpalsonowal412
@utpalsonowal412 Ай бұрын
Good dissition...Dada Brigadok hekh koribo lage...Hokoluye congrase naiba AJP dolot juk dibo lage..
@BakulBarman-wi5nu
@BakulBarman-wi5nu Ай бұрын
Very good news ❤❤❤
@nurulamin9157
@nurulamin9157 Ай бұрын
Good Step
@pranabkhakhalary539
@pranabkhakhalary539 Ай бұрын
তেওঁলোকে যি কৰিম বুলি ভাবিছে অতি সোনকালে কৰাটোৱেই ভাল।
@probhatchetia3321
@probhatchetia3321 Ай бұрын
Ai bilak chal chai sapori buwaa leader
@bidyutboruah9827
@bidyutboruah9827 Ай бұрын
Dada bigred r president CM bonai posatab goi asa atia BJP.
@rinabarkakoty6292
@rinabarkakoty6292 Ай бұрын
Will be good for the BJP.
@NirmolRay118
@NirmolRay118 Ай бұрын
দল বাগৰা নেতাবোৰ বৰ বিপদ।কাৰণ সেইবোৰ নিজৰ স্বাৰ্থৰ বাবে এই পদক্ষেপ লয়।গতিকে এনেকুৱা যিকোনো দলৰ নেতাক বিশ্বাস কৰিব নোৱাৰি।।।
@NazrulIslam-db4cz
@NazrulIslam-db4cz Ай бұрын
Super Step❤❤
My Cheetos🍕PIZZA #cooking #shorts
00:43
BANKII
Рет қаралды 28 МЛН
WHO CAN RUN FASTER?
00:23
Zhong
Рет қаралды 46 МЛН
拉了好大一坨#斗罗大陆#唐三小舞#小丑
00:11
超凡蜘蛛
Рет қаралды 13 МЛН
А ВЫ УМЕЕТЕ ПЛАВАТЬ?? #shorts
00:21
Паша Осадчий
Рет қаралды 1,6 МЛН
Your religion of Islam and Quran Sharif are lies। Zakir Naik tough answer | Best Motivational speech
42:58
আল্লাহর রাস্তা
Рет қаралды 299 М.
My Cheetos🍕PIZZA #cooking #shorts
00:43
BANKII
Рет қаралды 28 МЛН