CM On Minority Population | অসমত ৪০ শতাংশ মুছলিম জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী | N18V

  Рет қаралды 53,069

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

CM On Minority Population | অসমত ৪০ শতাংশ মুছলিম জনসংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী | N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#himantabiswasarma #gauravgogoi #congress #bjp #parthajyotibora #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 94
@SHANedits973
@SHANedits973 Ай бұрын
অসমৰ বৰ্তমানৰ মুখ্য মন্ত্ৰীৰ দৰে অতীতৰ কংগ্ৰেছ চৰকাৰে চিন্তা কৰানাচিল।
@karunakantadas6223
@karunakantadas6223 Ай бұрын
Need population control bill
@bot.R55
@bot.R55 Ай бұрын
চৰৰ মাটি , নদীৰ পাৰ , মৰা নদী , মৰা নদীৰ চৰ , মঠাউৰি, বননীৰ ভুমি , বিভিন্ন জলাশয় , সাধাৰন চৰকাৰী ভুমি , গো ৰিজাৰ্ভ, পুৰনি ৰেলপথ , পুৰনি ৰাষ্ট্ৰীয় ঘাইপথ , কিছুমান পৰ্বত ৰ মাটি খালি কৰক , ঠিকাদাৰ বোৰে মিয়া লেবাৰক কাম দিয়া বন্ধ কৰক নদীত শিল বালি উঠাই জধে মধে বিক্ৰী কৰা ব্ন্ধ কৰক , গাড়ীৰ ড্ৰাইভাৰ লাইচেন্স ত গাইড লাইন দিয়ক , অসমৰ বজাৰৰ কিনা বেচাত গাইড লাইন দিয়ক ,অসমত ৰসায়নিক পদ্ধতিৰে খেতি কৰা বন্ধ কৰক , অসমত জধে মধে যতে ততে যোৰে তোৰে গছ কটা বন্ধ কৰক মিয়া সুবিধাৰ পৰা বঞ্চিত হলে মিয়া এনেই কমিব কি টিভিত কৈ থাকিব লাগে ? দম দেখুৱাওক ।
@prodipkumarbora3354
@prodipkumarbora3354 Ай бұрын
এনে এটা দিন আহিব বুলি, 1979 ৰ আন্দোলনটো ৰ পৰাই জনা যায়। সেই আন্দোলন হিতেশ্বৰ শইকীয়াই কঠোৰ হাতেৰে দমন কৰিছিল। অসমীয়া ৰাইজৰ মাজৰ পৰাও বহু বুদ্ধিজিবিকে ধৰি বহুতে ক্ষুদ্ৰ স্বাৰ্থ বাবেই আন্দোলনটোৰ বিৰোধিতা কৰিছিল। এতিয়া দেখিলে আজিৰ অৱস্থা। আৰু 10 বছৰ ৰখক, কি দশা হবলৈ গৈ আছে। অ: গ: প: দলেও বিশ্বাসঘাট কৰিছিল। মুঠতে এই সমস্যাৰ বাবে দোষী আমি অসমীয়া সকলেই হয় । এতিয়া ভুগিবলে তৈয়াৰ থাকক। বাচিবলৈ উপায় আৰু নাই। অসমীয়া জাতি ধ্বংস আৰম্ভ সেই আন্দোলন পৰাই আৰম্ভ হৈছে। এতিয়া যিমান দিন পাৰে সিমান দিনলে " জয় আই অসম" বুলিকে কওক। আৰু 10 বছৰৰ পিছত সিও নাই হবগে।
@KulenGogoi
@KulenGogoi Ай бұрын
ইয়াত কোনোধৰণৰ যুক্তি ,তৰ্ক , তেঁ তেঁ , মেঁ মেঁ নাই। পৰিষ্কাৰ , ফটফটিয়াকৈ দেখা গৈছে সংখ্যা লঘুৰপৰা গৰিষ্ঠসংখ্যক হ'বলৈ গৈ আছে মুছলমান সম্প্ৰদায় । আৰু ৫০ বছৰৰ পাছত অসমত এই সম্প্ৰদায়ৰ সংখ্যা কিমান % হ'ব সেয়া অঙ্ক কৰিব নালাগে। আৰু তেতিয়া অসমৰ সিন্দু সকলৰ কি পৰিস্থিতি হ'ব সেইখন ছবি যদি এতিয়াই চাবলৈ মন গৈছে তেন্তে লেবানন আৰু সোমালিয়াৰ ইতিহাস পঢ়া , বিভাজনৰ সময়ত পাকিস্তানত সিন্দু জনসংখ্যা কিমান আছিল আৰু আজি কিমানজন আছে ( বাংলাদেশতো ) । ইংলেণ্ডত আজি ইচলামৰপৰা মুক্তি পাবলৈ খৃষ্টান ধৰ্মীয় সকল আন্দোলনত নামিব লগাত পৰিছে। জাৰ্মান, ফ্ৰাঞ্চৰ অৱস্থা চোৱা। গৌৰৱ গগৈ হেন মানুহে যেতিয়া অসমৰ শাসনভাৰ লব তেতিয়া হিন্দুৰ সেই দূৰ্দশা অহা ২০ বছৰৰ ভিতৰতে আহি পৰিব । কংগ্ৰেছে হিন্দুস্তাৰ হিন্দু সকলৰ বাবে অকনো চিন্তা নকৰে। সিহঁতে কেৱল নিজৰ ব্যক্তিগত, পৰিয়াল - বংশৰ কথা চিন্তা কৰে।
@SHANedits973
@SHANedits973 Ай бұрын
@@KulenGogoi দাদা এই সংখ্যা লঘূ সকলৰ যিমান ৫,৬বছৰিয়া, ল'ৰা ছোৱালী আছে ১৫বছৰ, পিছত সিহঁতে ভোটাৰ হ'ব।৪০, চনৰ ভিতৰত সিহঁতে ৫০শতা্্সৰ উপৰত হ'ব। শিবু দাস ডবকা সৰুপথাৰ।
@rajkolita3028
@rajkolita3028 Ай бұрын
💯 right
@sofikulislam7533
@sofikulislam7533 Ай бұрын
ভয় খাব নালাগে ,মেঘালয় ত মুছলিম ৩%তথাপি ভালকৈ জীয়াই আছে ।যাৰ যাৰ কাম কৰি থাকক।এই বিলাক মাথা মাৰি কি হব,মদ,,সিকৰ,গুটকা বন্ধ কৰিলে ভাল হব
@bhumidharboro2775
@bhumidharboro2775 Ай бұрын
এনে ধৰণে জনসংখ্যা বাঢ়ি থাকিলে ভবিষ্যতলৈ বেয়া ইংগিত দেখুৱাই।
@mohammedrahman8577
@mohammedrahman8577 Ай бұрын
What's your problems
@user-fo8se4fe9w
@user-fo8se4fe9w Ай бұрын
Alhamdulillah we are very happy
@laksheswarbaruah4494
@laksheswarbaruah4494 Ай бұрын
২৫ বছৰে কি কৰিলি
@Krishnayabav-xd1nm
@Krishnayabav-xd1nm 14 күн бұрын
তুমিউ কথাতু ঊলটা কথা কৰি দিলা অলপ দিগলিয়াকৈ চিন্তা কৰা ধন্যবাদ
@lakheborah6229
@lakheborah6229 Ай бұрын
80 লাখত 19 লাখ 16% 1 কোটিত 27 লাখ 20% অসমৰ সাংবাদিকৰ কোৱালিটি আনে লিখি দিয়া পঢ়ি আছে 20% নিলিখি 30% লিখা হ'লেও তাকে ক'লে হেতেন
@assamnoobgamer9752
@assamnoobgamer9752 Ай бұрын
প্ৰত্যেকটো চেনচাচতে বৃদ্ধি হৈ আছে । কিন্তু আমাৰ নেতা পালিনেতাবোৰে কলা চচমা পিন্ধি থাকে নেকী দেখা নাপায় যে কাৰন কি।মুছলমানৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰনে congress চৰকাৰ নিজেই দায়ী নহয় নেকি। হিতেশ্বৰ শইকীয়া ,তৰুন গগৈ ,আৰু বহুত গগৈ আছে যিবিলাকে মুছলিমৰ কথা কলে জাঙুৰ খাই উঠে।নেতাগিৰ কৰা কৰ কথা নাই কিন্তু মুছলিমৰ ভোতক লৈ কিয় নেতাগিৰি কৰিৰ লাগে।সকলোসময়তে নিজৰ‌কথাতোকে ভাবিব লাগে।যিসকল নেতাই মুছলিমৰ জনসংখ্যাৰ কথা কলে সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি কয় তেওঁলোকে ধুবুৰী ,সাউধচালমাৰা আদি ঠাইত থাকিব পাৰিবনে।নেতাসকলক কো আপনালোকে নিজকে ‌ভালকৈ অলপ চিন্তা কৰি চাওক আৰু অসম খনক বচাওক।পিছত কিন্তু নিজকে বুৰবক নাসাজিব।পিছত নিজৰ মা,ভনিক জেতিয়া ধৰ্ষণ, হত্যা ,লুনথন আৰাম্ভ কৰিব তেতিয়া বুজিব ।এতিয়া তেজৰ বলত একো নহয় বুলি কলে কি হব।যেতিয়া সকলো কমি আহিব তেতিয়া বুজি পাব। এটাই কো জোৰ পুৰি হাত পালে আৰু সময় নাই।
@birinchiswargiari1122
@birinchiswargiari1122 Ай бұрын
এতিয়া গৌৰব অখিল আৰু লোৰিন গগৈ আদি কিজনে সহায় কৰি মুঠতে ১০০% কৰিব ।
@deepjyoti5640
@deepjyoti5640 Ай бұрын
খিলঞ্জয়াক অধিক ক্ষমতা দিবলৈ অনুৰোধ জনালোঁ ।
@Basudoley
@Basudoley Ай бұрын
সাংবাদিকজন শতাংশ উলিয়াবৈ পৰা নাই। কি জনসংখ্যাৰ হিচাপ দিব😂😂😂😂
@ajaymech5797
@ajaymech5797 Ай бұрын
Population control bill 😂
@Onlineenterprises-cp4fi
@Onlineenterprises-cp4fi Ай бұрын
Bohot bhal lagil
@mohibulhoque8567
@mohibulhoque8567 Ай бұрын
1951- total population 80lakh, muslim 19lakh, 19 টো 80ৰ কিমান শতাংশ হয়? 24 শতাংশ নহয়নে?
@Kxt09
@Kxt09 Ай бұрын
Tarun gogoi axomot Mia Ani muslim or janakhankhya borhale
@thinkbig3201
@thinkbig3201 Ай бұрын
very scary days coming up for next generation, assam movement will happen again BECOZ HISTORY REPEATS ITSELF
@samsulhaque4571
@samsulhaque4571 Ай бұрын
বৰ লাজ লগা কথা বহি ৰাজ্যত নিজৰ চৰিত্ৰ উদঙাই দিয়াৰ বাবে !
@biki456
@biki456 Ай бұрын
Vote bjp k dsa na???tuhar bondhakaram korbo lgbo
@mofidrohman6393
@mofidrohman6393 Ай бұрын
মুখ্য মন্ত্ৰীৰ ভাষণত এই বোৰ থাকিব, ইয়াৰ বাহিৰে কি জানে। তায়ো অংক কৰি থাক।
@technicaliswar
@technicaliswar Ай бұрын
Two children police anib lage
@Onlineenterprises-cp4fi
@Onlineenterprises-cp4fi Ай бұрын
Policy😂😂😂😂
@sanjoydas218
@sanjoydas218 Ай бұрын
Police 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@priyakumarsinha5982
@priyakumarsinha5982 Ай бұрын
Important speach
@hanseali1924
@hanseali1924 Ай бұрын
বিজেপি চৰকাৰে মুছলমান এলেকাট শিক্ষাৰ উপৰত গুৰুত্ব নিদিয়ে কৱ গলে কোনো চৰকাৰে গুৰুত্ব দিয়া নাই কিন্তু যদি চৰকাৰে শিক্ষাৰ উপৰত গুৰুত্ব দিয়ে তেতিয়া হলে মুছলমান সংখ্যালঘু হৈএ থাকিব।
@NibaranNath-bx4ee
@NibaranNath-bx4ee Ай бұрын
Shikha mil ne se insan ban jaoge?
@hussainahmedlaskar6283
@hussainahmedlaskar6283 Ай бұрын
❤ এনে ধরণের কথা কুয়া ভালনহয়।❤
@ravinderkumarbaitha4973
@ravinderkumarbaitha4973 Ай бұрын
Your. Record wrong
@ranjankakati4844
@ranjankakati4844 Ай бұрын
অতি শীঘ্ৰেই এখন আইন প্ৰণয়ন কৰক মুখ্য মন্ত্ৰী ডাঙৰীয়া,নহলে খিলঞ্জীয়া অসমীয়া মানুহখিনিৰ অৱস্থা অতি বেয়া হব।
@baharzanbibi1297
@baharzanbibi1297 Ай бұрын
He made sad,
@narennayak5531
@narennayak5531 Ай бұрын
1 কোটিৰ ২৭ লাখ ২০% কেনেকৈ ওলালে
@MizanurMijan-bt4hr
@MizanurMijan-bt4hr Ай бұрын
জয় আই অসম
@otpgamer5548
@otpgamer5548 Ай бұрын
Good mama
@user-hx2xc9fo3y
@user-hx2xc9fo3y Ай бұрын
One child policy lage 🙌
@knowledgetecharunavsarmah
@knowledgetecharunavsarmah Ай бұрын
Aaru komibo 😂 manuh bure cricket team dia plan koribo lage 😂😂😂
@meditation6509
@meditation6509 Ай бұрын
মিথ্যা কথা মহা পাপ।
@user-hh4zm5qz3x
@user-hh4zm5qz3x Ай бұрын
Tar pist musolman jonojatik nija koi jaga dibo laga hobo ... name assam khn aru 30/35% mati musolman ok dibo loga hobo aru assam khn tar pist akow duta vagor bivakto kora hobo
@SankarDas-nw7jc
@SankarDas-nw7jc Ай бұрын
bjp চৰকাৰে কি কৰি আছে
@user-bj9gt9vu5t
@user-bj9gt9vu5t Ай бұрын
40 শতাংশ মাশাল্লাহ আরো বাড়বে
@BidyutBasumatary-gw6mpb
@BidyutBasumatary-gw6mpb Ай бұрын
33/ he
@user-fc7um7xm1y
@user-fc7um7xm1y Ай бұрын
অসমত মুসলিম ইমান বরানাই
@darkshadoww0
@darkshadoww0 Ай бұрын
Assam k bengal means kya hai Bengal Assam me nhi hai
@NewGeneration-rj7je
@NewGeneration-rj7je Ай бұрын
Aibur sob congress sorkaror karone hoise...
@borntobeunique5582
@borntobeunique5582 Ай бұрын
Outdated speech
@narjinanayahatxotcom6473
@narjinanayahatxotcom6473 29 күн бұрын
Bahu Vivah bandhak Saint Mary's love marriage Banduk Hamas nashta Hobo
@DilwarHussainBarbhuiya-vv3bd
@DilwarHussainBarbhuiya-vv3bd 27 күн бұрын
Asam per Ho jaega to other 2030 70 .80 Tak
@sunildebnath7268
@sunildebnath7268 Ай бұрын
Proti.khan.distric. Mushlim.alaka. Police.the.protikhan.ghar.tadanta. Kari.bideshi.mushlim.bahir.kark.dia. Hoke.n.r.c.dalale. Bahuta. Bideshir. Nam.paisa.khai. Homai.dise.😅 13:03 13:05
@JyotiBorah-xu9ri
@JyotiBorah-xu9ri Ай бұрын
Development or kotha kibo kobo neki kunubai
@bubulborah568
@bubulborah568 Ай бұрын
Pakistan aru Bangladesh Muslim babe.. hindu hindustan babe..
@nazrulchowdhury3659
@nazrulchowdhury3659 Ай бұрын
Nepal for hindu
@user-ek2yr4st3v
@user-ek2yr4st3v 20 күн бұрын
Apunaluke.h.m.t.kotha..misa.buli.bhavise.n.k.
@aliurrahman4825
@aliurrahman4825 Ай бұрын
Muslim r uprot fillm bone asa nki, ℅hisab kori😂😂😂
@sofikulislam7533
@sofikulislam7533 Ай бұрын
যি হাৰে মদ খাই আছে, 40বছৰ পিছত হব কি ভাৱি চাওক
@ManiramKalita-lt4jq
@ManiramKalita-lt4jq Ай бұрын
Mokhya mantri udigno hai thakok bjp muchlim loi ahhiche Aru bjp iya muchlim atoeoar namot Assam muchlim sakolok hai target Kori loiche ji sakolor 40,70 bachor hai sai sokoloko target kariche Kori thakok ai bar muchlim janotai ak sekoni diboi bjp chorkar ok ji sakol banpanit bor sai sakolor khovor jola joi aibar bjp bhostachar micholiyar dekhoa sapon nofole bjp netar mokhor kathat vut nediya kono podhyai
@user-ek2yr4st3v
@user-ek2yr4st3v 20 күн бұрын
Apona.luke.iman.dine.k.t.mori.asile.
@heisenberg5124
@heisenberg5124 Ай бұрын
Islam is very beautiful
@biki456
@biki456 Ай бұрын
Lol
@Babu1750-n4d
@Babu1750-n4d Ай бұрын
Moja 😂😂🥵🥵
@hemantaboroo2087
@hemantaboroo2087 Ай бұрын
Kune janmo dilee😂😂😂
@pdeka8959
@pdeka8959 Ай бұрын
Congresar minister hoi thaka samayat aito mathematics magajut upload howa nasil neki?
@user-hh4zm5qz3x
@user-hh4zm5qz3x Ай бұрын
Mor kota ti vl koi mn kora usit ..
@mohiburrahman2342
@mohiburrahman2342 Ай бұрын
অসমত মুচলমানৰ সঙখ্যা ৩৫ শতাংশৰ বেছি নহয়। ১৯৫১ চনত মেঘালয়, অৰুণাচল প্ৰদেশ, মনিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড , মিজোৰাম , সেইবোৰ জনসংখ্যা + অসমৰ জনসংখ্যা টোটাল কৰি তাৰ পিছত মুচলমানৰ শতাংশ বাহিৰ কৰিবা, তেতিয়াহে মুচলমান কিমান শতাংশ বাঢ়িছে গম পাব। কাৰণ তেতিয়া এই ৰাজ্যবোৰ অসমৰ অধীনত আছিল। এনেয়ে ১২ শতাংশৰ পৰা ৪০ শতাংশ কলে নহব।
@darkshadoww0
@darkshadoww0 Ай бұрын
Hindi kiman baril heitu koyok
@manjubarman1855
@manjubarman1855 Ай бұрын
মিছা কথাও নহয়।
@ziabulbahar7667
@ziabulbahar7667 Ай бұрын
Indian data indicates, since 2011 every year 544786.415 people adopt islam, being born hindu. more than 75% of them belong to elite and educated class and high professional. For example A. R RAHMAN, DIPIKA KAKKAR IBRAHIM AND MANYA VLOGS etc. 14 Aug 2022
@drakeuniversity8468
@drakeuniversity8468 Ай бұрын
Also see the data how many people left Islam countries like turkey, Azerbaijan, iran where Islam is decreasing day by day. Also Islam is increasing beacuse of fatility rate. So stop giving your lecture also in celebrity shahrukh khan, zara khan, naseer Hussain convert into Hinduism
@ziabulbahar7667
@ziabulbahar7667 Ай бұрын
@@drakeuniversity8468 jis baat ka koi proven data nahi he iski bat korna koi Modi se hi sika hoga😂
@JayramBordoloi-tk5qn
@JayramBordoloi-tk5qn Ай бұрын
Aain pronaon korok muslim bilakor karone tinitatkoi lora suwalik besi hole votadhikar napabo aaru sorkari khubidhar pora bonsita korar logote buylo bibah tini joni sari joni bibah kratu aain mote dondonio buydhota mulok korok . Nohole axomor azomia manuh bhobisote na patra hoi jabo . Aami kintu azomia manuhe muslim khoma kora nohobo . Muslimoar jonokhyingkha bridhi huwa mane i conggressar lav .Rahul Gandhi gourob gogoi khokolua lav . Jo okhyoinkha dekhor othonitir khomoyssa aaru kiman khomyasa hoi . Aami kintu muslim khoma nokori .
@narjinanayahatxotcom6473
@narjinanayahatxotcom6473 29 күн бұрын
Akola Niyam Badli Hui se digital joke digital Bahu Vivah Sarkari karmchari hole dharma to Kashipur Patni namkaran Dev
@mukutbaruah2354
@mukutbaruah2354 Ай бұрын
GEDA bhagao , world basao. Jai hind.
@music4you164
@music4you164 Ай бұрын
Moye moye😂
@abcassociates2283
@abcassociates2283 Ай бұрын
Dupligate mal
@Arifkhan-ju3cy
@Arifkhan-ju3cy Ай бұрын
mama ji aap assam she muslim kitna populetion hain abhi chodre na mama ji state me kiya ho raha mama ji abhi dhyan rakh na mama ji by
@taherahmed8668
@taherahmed8668 Ай бұрын
2060 sonot C M Musal man Hobo
@hridutpalkakoti7569
@hridutpalkakoti7569 17 күн бұрын
Baperor murtu hb
@hridutpalkakoti7569
@hridutpalkakoti7569 17 күн бұрын
Baperor murtu hb
@Kabitachoudharidevi
@Kabitachoudharidevi Ай бұрын
Tur Kam nai
@Monika65.
@Monika65. Ай бұрын
Hhhhhhhhhhhh
@usharanichanda4331
@usharanichanda4331 Ай бұрын
Allah dewe.... Allah nhi dewe ,tum karewe....
@ManiramKalita-lt4jq
@ManiramKalita-lt4jq Ай бұрын
Mokhya mantri udigno hai thakok bjp muchlim loi ahhiche Aru bjp iya muchlim atoeoar namot Assam muchlim sakolok hai target Kori loiche ji sakolor 40,70 bachor hai sai sokoloko target kariche Kori thakok ai bar muchlim janotai ak sekoni diboi bjp chorkar ok ji sakol banpanit bor sai sakolor khovor jola joi aibar bjp bhostachar micholiyar dekhoa sapon nofole bjp netar mokhor kathat vut nediya kono podhyai
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 9 МЛН
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 15 МЛН
Prank vs Prank #shorts
00:28
Mr DegrEE
Рет қаралды 11 МЛН
Ik Heb Aardbeien Gemaakt Van Kip🍓🐔😋
00:41
Cool Tool SHORTS Netherlands
Рет қаралды 9 МЛН