No video

Nalbari News : খাদ্যৰ তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে লিখা পত্ৰক লৈ প্ৰতিক্ৰিয়া ধৈৰ্য্য কোৱঁৰৰ | N18V

  Рет қаралды 27,943

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Nalbari News | নলবাৰী কেবিনেট বৈঠকত মন্ত্ৰী সভাক আপ্যায়ন কৰিবলৈ জিলা আয়ুক্তই ৩২ বিধ ব্যঞ্জনৰে খাদ্য প্ৰস্তুত কৰিছিল ৷ এই খাদ্যৰ তালিকাক লৈ মুখ্যমন্ত্ৰীয়ে নলবাৰী জিলা আয়ুক্তলৈ লিখা পত্ৰক লৈ প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোৱঁৰৰ।
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#nalbarinews #nalbari #assamnews
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 61
@hanseali1924
@hanseali1924 Ай бұрын
সত্য কথাবোৰ কোৱাৰ বাবে ধৈৰ্য কোৱঁৰলৈ অশেষ ধন্যবাদ।এনেকৈ সত্য কথাবোৰ উপস্থাপন কৰিলেহে যিকোনো চৰকাৰে ৰাইজক বলিৰ বকৰা সজাব নোৱাৰিব আৰু প্ৰকৃত অৰ্থ অসমৰ উন্নতি বা উন্নয়ন হৱ।
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv 2 ай бұрын
উপায়ুক্তই নিৰ্দেশ নাথাকিলে নিজৰ পচন্দৰ মতে কেবিনেট বৈঠকট মাছ মাংসৰে খানা দিব নোৱাৰে। নিশ্চয় ওপৰৰ পৰামৰ্শ মতেই কেবিনেট বৈঠকৰ খানা বনাইছে।
@brojenray5921
@brojenray5921 2 ай бұрын
বহুত দুখীয়া মানুহ আছে ঘৰত এখাজ খাবলৈ উপযুক্ত খাদ্য নাই। বহুত বেকাৰ লৰা ছোৱালী আছে উপাযোন নাই। হাহাকাৰ কৰি আছে।
@user-eu3tl9nt6i
@user-eu3tl9nt6i 2 ай бұрын
32 বিধ ব্যঞ্জন খাই থাকোতে থালখন সেই সময়তেই নাখাও বুলি থেলামাৰি দিব লাগিছিল ,এতিয়া দাই সৰা কথাকলে কিলাভ।
@jayadass2681
@jayadass2681 2 ай бұрын
বৃদ্ধ সকলৰ পেন্সন ২৫০টকা কিন্তু তেওঁ লোকৰ খাদ্য তালিকা ৩২বিধ ব্যঞ্জন ধিক্কাৰ যোগয়।
@user-wh1xt8rz6s
@user-wh1xt8rz6s 2 ай бұрын
Right
@jurisarma6267
@jurisarma6267 Ай бұрын
Right....
@dilipmahanta8479
@dilipmahanta8479 Ай бұрын
এনেকুৱা মন্ত্ৰী আগতে নেদেখা অসমৰ ৰাইজৰ কপাল
@bkp9774
@bkp9774 2 ай бұрын
মই DC মেমক কৈছোঁ, কাৱই মাছৰ টেঙা আঞ্জা এখন আমাকো খুৱাবা আৰু 😊😊😊
@janardonbora2795
@janardonbora2795 2 ай бұрын
Very Good
@kanaklatakhakhlary7033
@kanaklatakhakhlary7033 Ай бұрын
💯
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
বিজেপি য়ে যোৱা ইলেকচনত নিজাকৈ ৯ খন আসন পালে। ৰাইজ নোহোৱা ৰাইজৰ দলে কেইখন আসন পালে। ধৈর্য কোৱৰে লাজ পাব লাগিছিল। ইলেকচনত হৰাৰ ভয়ত ইলেকচন খেলাৰ পৰা পলাল। ৰাইজৰ দল অসম জাতীয় পৰিসদ এই বিলাক পাবত গজা দল বৰ্তমান সময়ৰ ৰাজনীতিত অপাসংগিক।
@user-oh2wv1fu4p
@user-oh2wv1fu4p 2 ай бұрын
Toi nu kun..bjpr manuh naki
@pratimasarma1737
@pratimasarma1737 2 ай бұрын
বিজেপিৰ চুৱা চেলেকি।​@@user-oh2wv1fu4p
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
​@@user-oh2wv1fu4pবিজেপি হয় নহয় পিছৰ কথা। সচা কথাটো কৈছো। যোৱা ইলেকচনত বিজেপি দলে ৯৩ টা বিধান সভা সমষ্টিত লিড ললে। ৯ টা লোক সভা আৰু ৯৩ টা বিধান সভা ত জিকিছে। জনতা বিজেপিৰ লগত আছে কাৰণে ইমান আগত আছে। নিজৰ অষ্টিট দেখুৱাবলৈ টিভি বুম কেইটাৰ আগত ওলোৱা মানুহ আজিকালি বহুত দেখিছো।
@binudas8708
@binudas8708 Ай бұрын
32 বিধ ব্যন্জনেৰে থালিখনগ্ৰীনীচ ৰেকৰ্ড ত স্হান পাব পাৰে।
@BirenSaikia-ei3tz
@BirenSaikia-ei3tz 2 ай бұрын
ৰাইজৰ টকাৰেহে খাইছে
@bubulboruah6267
@bubulboruah6267 Ай бұрын
মজা দিলে দেই ৷
@RuhiniGohain
@RuhiniGohain 2 ай бұрын
Right 👍👍👍
@ashimtalukdar6187
@ashimtalukdar6187 2 ай бұрын
বকাসুৰৰ খাদ্য ভানডৰ নলবাৰীত ওলাইচে
@HorenSaikia-gz6qi
@HorenSaikia-gz6qi 2 ай бұрын
Good
@TarunPayeng
@TarunPayeng 2 ай бұрын
100% right,,,
@ALAKESHHALOI-cm9mh
@ALAKESHHALOI-cm9mh 2 ай бұрын
Cabinet bilakar para assamr raijor kiba labh hoise buli ami muthei nabhabo .ji karibo Laga ase dispur r para karibo nowari neki .
@govinda5870
@govinda5870 2 ай бұрын
Nobody had noticed the WIG of HBS. Looking smart.
@user-fz1fp7oj3u
@user-fz1fp7oj3u 2 ай бұрын
নিৰ্বাচনৰ আগত ফুলা বেলুন আৰু এতিয়া কেৰেলা বেলুল হ'ল।
@jamesthapa382
@jamesthapa382 Ай бұрын
🤚🤚💯👍
@hemchandrachamuah1027
@hemchandrachamuah1027 2 ай бұрын
Picnic boithak
@gutungdipakpegu2134
@gutungdipakpegu2134 Ай бұрын
ৰাইজক ঠগি ঠগি , জীয়াই জীয়াই মাৰি আমি ( BJP ) ৰজা হব লাগে ।।
@mridulkumarborah4181
@mridulkumarborah4181 2 ай бұрын
Khowa, pindha aibore ek kala. Thanks.
@user-kn9ly9np6u
@user-kn9ly9np6u Ай бұрын
@salimhussain4907
@salimhussain4907 Ай бұрын
আমাৰ টকাৰে খাই খাই মৰ অভিশাপ লাগি শেষ হব
@bhoveshpathak9782
@bhoveshpathak9782 2 ай бұрын
ৰাজনৈতিক নেতা হওক সংগঠন কৰা নেতা হওক লোকৰ পিঠাৰে বিহু পালন কৰে
@prabhatphukon7200
@prabhatphukon7200 2 ай бұрын
Protiti hobdo ,hobdor usharon ,baikor gathoni akebare akhil gogoi dore . Muthor uporot photostate copy .
@gaganborah8907
@gaganborah8907 2 ай бұрын
Val khana khale aru tate ki hol,,, jodi khabo mon nai amak di dilei hol 😜
@user-kd1ft7vi8f
@user-kd1ft7vi8f Ай бұрын
Pijush hajarika ata sagali
@bokulsaikia
@bokulsaikia 2 ай бұрын
Nijor poisa khorosh kori khai dekhai deok Son ?😅
@prodipray5570
@prodipray5570 2 ай бұрын
ওয়
@nayanfreedom6622
@nayanfreedom6622 2 ай бұрын
Hemanta prasad sharma
@arpitadutta9888
@arpitadutta9888 2 ай бұрын
Natak
@SatymevaJayate007
@SatymevaJayate007 2 ай бұрын
খকুৱা
@Aditygogoi123
@Aditygogoi123 2 ай бұрын
Khabo nelagisil...khale kio...atia natok...ami ki burbok..
@user-vw9gs1yk3e
@user-vw9gs1yk3e Ай бұрын
পেটত টিউমাৰ হবো মত্ৰীবোৰৰ ৩২ বিধ খাধ্য খৱা
@basantakalita5369
@basantakalita5369 2 ай бұрын
Sasa kotha koisai
@prahladdas6664
@prahladdas6664 Ай бұрын
Atia dhakia khalu Ratiloi aku nai ! Teuluka 32 bidh khai.
@durgeswardutta3313
@durgeswardutta3313 2 ай бұрын
Bengena Puri poita vat khalei hol
@jupango460
@jupango460 2 ай бұрын
toi super assam bonabi ?
@user-sx7kr6oe2m
@user-sx7kr6oe2m 2 ай бұрын
Bhaiti amar texor poisa. khboloi puwa nai khabo diya 2026 ahiache
@gogoisheela9289
@gogoisheela9289 2 ай бұрын
Khai loi etiya koi lav nai.
@user-oh2wv1fu4p
@user-oh2wv1fu4p 2 ай бұрын
Right ami tax di moriasu
@SangitaDeka-xy6vm
@SangitaDeka-xy6vm Ай бұрын
Tor mukhkhan sai la
@jayantadutta1024
@jayantadutta1024 2 ай бұрын
Teulook roja moharoja hoi. Sooo khaboi tenee khanaa
@subhasishchutian8801
@subhasishchutian8801 2 ай бұрын
ধেৎ কে,, মনে মনে থাক অ। তথত বিলাক বালিত মুতা নিচিনা কথা ক অ । বা,,, নেতা । মই কাৰো চামচা আৰু ভক্ত নহয় ।
@user-zi9fh7ne2s
@user-zi9fh7ne2s 2 ай бұрын
মইয়ো কোনো দলৰ চামচা নহয়। হিন্দু ধৰ্মাৱলম্বী লোকে বৃহস্পতি বাৰে নিৰামিষ ভোজন কৰে। মুখত হিন্দু হিন্দু
@NitumoniBorah123
@NitumoniBorah123 2 ай бұрын
Hoi tumi heikarone koisa
@Deborkhi_4.6
@Deborkhi_4.6 2 ай бұрын
Dhet kokai,nokobiko tar maikiye reels bonai o..
@user-bx8gv2ct2i
@user-bx8gv2ct2i 2 ай бұрын
😂😂😂😂😂😂😂😂😂
@Bustov-Das
@Bustov-Das 2 ай бұрын
বৰ তুলুঙা মন্তব্য কৰিছে,এই জনে..
@AnilBorgohain-wm7gr
@AnilBorgohain-wm7gr Ай бұрын
Right
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 15 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 4,2 МЛН
Violet Beauregarde Doll🫐
00:58
PIRANKA
Рет қаралды 25 МЛН
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 15 МЛН