No video

LIVE : By Election ৰ পূৰ্বে বিৰোধীত বিভাজন, অখিল গগৈৰ তীব্ৰ সমালোচনা Congressক | N18L

  Рет қаралды 57,491

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Akhil Gogoi on Congress LIVE : By Election ৰ পূৰ্বে বিৰোধীত বিভাজন, অখিল গগৈৰ তীব্ৰ সমালোচনা N18L
#akhilgogoi #congress #byelectionassam #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 76
@pareshdas4685
@pareshdas4685 Ай бұрын
নিৰ্বাচন,উপ-নিৰ্বাচন সকলোতে একেলগে থাকক "বিৰোধী ঐক্য মঞ্চ"
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
পৰুৱাৰ পাখি গজে মাৰিবলৈ । সাবধান কংগ্ৰেছৰ লিদাৰ সকলো।
@gwansari9999
@gwansari9999 Ай бұрын
নহয় উপ নিৰ্বাচন ত একেলগে খেলক
@user-zl1mn5jn2k
@user-zl1mn5jn2k Ай бұрын
অসমৰ ৰাজনীতি ভাৰতৰ লগত মিলালেঅং ক ত আউল লাগিব।অসমৰ স্থায়ী বাসিন্দা সতৰ্ক।কোনেও পাহৰা নাই
@bimalgogoi6026
@bimalgogoi6026 Ай бұрын
নিৰ্বাচন, নিৰ্বাচনেই ,উপ নিৰ্বাচন, বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন বুলি কোনো কথা নাই । ভুপেন বৰাৰ কথা আৰু তেওঁৰ মুখলৈ চাই জনসাধাৰণ আজি কংগ্ৰেছ মুখী হোৱা নাই । লোকসভা নিৰ্বাচনত 3 খন আসন পায়েই অহংকাৰী মনোভাৱ ললে 2026 ত সিতে বিপৰীত হোৱাৰ সম্ভাৱনা প্ৰৱল । এনে চিন্তা পৰিহাৰ কৰাটো বাঞ্ছনীয় ।
@handbim51
@handbim51 Ай бұрын
একে লগে নাথাকিলে পতন নিশ্চিত।
@pgoswami5378
@pgoswami5378 Ай бұрын
কথাবোৰ গভীৰভাবে চিন্তা নকৰি দিল্লীৱালা তত্বাৱধায়ক জনকেই অধিক প্ৰাধান্য দি সভাপতিয়ে মইমতালি কৰি সিদ্ধান্তবোৰ অকলেই লোৱাটো নিশ্চয় সমীচিন হোৱা নাই বুলি ৰাইজে ভাবে। যোৱা লোকসভা নিৰ্বাচনত একমাত্ৰ বিৰোধীঐক্যমঞ্চৰ খাটিৰত কংগ্ৰেছৰ হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সন্মানীয় অখিল গগৈদেৱে দেহেকেহে খাটি প্ৰচাৰাভিযান চলোৱা অসমৰ কোনে দেখা নাই। এতিয়া উপনিৰ্বাচনৰ বেলিকা সকলোকে আওকান কৰি আটাইকেইটা আসনতেই কংগ্ৰেছে প্ৰাৰ্থি দিব বুলি খবৰ ওলোৱাত স্বাভাবিকতেই বিৰোধী ঐক্যমঞ্চৰ দল হিচাবে অন্যান্য দলৰ সন্মানত লাগিবই। অন্য দলে প্ৰাৰ্থী দিয়া নিদিয়া কথাটো বেলেগ,কিন্তু বাকী দলৰ লগত একেলগে আলোচনাত বহিবতো পাৰিলেহেঁতেন। যিটো অতি গুৰুত্বপূৰ্ণ আছিল। ইয়াকে কয় কংগ্ৰেছৰ আগ্ৰাসী স্বভাৱ।
@FireJodOP
@FireJodOP Ай бұрын
Gourav gogoi kio nimat hoi ase..Comment diok kiba ata
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
গৌৰৱ গগৈ ৰ কিবা ভেলু আছে জানো? ছোনিয়া ৰাহুল পিয়ংকাৰ শ্রুতলিপি মতে কথা কোৱা জনে কি মতামট দিব। নিজস্ব মতামত বুলিবলৈ একো নাই।
@user-kd4pv9nf8s
@user-kd4pv9nf8s Ай бұрын
ৰাইজৰ দলো ফটোৱা।এইটোক লগত ৰাখিলে মানুহ পাগল হ'ব।
@FireJodOP
@FireJodOP Ай бұрын
Ohongkar hol Bhupen borah Akhil da jindabad 🖐️🖐️🖐️🖐️🖐️🖐️
@Kamaljj7xz
@Kamaljj7xz Ай бұрын
ভূপেন বৰা ডাঙৰীয়াই ভালদৰে জানে মিত্ৰজোঁট থাকিলে কংগ্ৰেছতকৈ অখিল গগৈৰ ৰাইজৰ দল বেছি লাভাম্বিত হব আৰু আখিল গগৈয়েও সেই বাবেই মিত্ৰজোঁট থকাটো জোৰ দি আছে... কংগ্ৰেছৰ কান্ধত উঠি ৰাইজৰ দলে যে ২৬ ৰ নিৰ্বাচনত কেইখন আসন লাভ কৰাৰ পোষকতা কৰিছে... নহলে ৰাইজৰ দলে এখনো আসন নেপায় , চয়ং অখিল গগৈ শিৱসাগৰ সমষ্টিত হাৰি যাব !হায় মিত্ৰজোঁট !!
@rameshpayang7871
@rameshpayang7871 Ай бұрын
Right 👍
@pompipatgiri
@pompipatgiri Ай бұрын
অলপ।।মান।।সহনশিল।।হক।।জি।তি।নকবো।।
@SohidulIslam-jg4fi
@SohidulIslam-jg4fi Ай бұрын
Lorinok ata site ari dibo lage
@user-qm5xu3ic2g
@user-qm5xu3ic2g 26 күн бұрын
অখিল গগৈ আপুনি অকলে খেলিলে জয় নিশ্চিত। কংগ্রেস পালটুৰাম।
@dilipgogoi3682
@dilipgogoi3682 Ай бұрын
ক্ংগ্ৰেচে চিপজৰীডাল নিজে নিজৰ লগাই লেছৈ। যতসৱ মূ্ৰ্খ।
@indrajitprosad4917
@indrajitprosad4917 Ай бұрын
বিৰোধী ঐক্যমঞ্চ হৈ অৱৰ্তীন হঁওক।নহলে মুখথেকেচা খাবপাৰে। যোৰহাটত গৌৰৱ গগৈৰ নম্ৰতা,ভদ্ৰতা,কোনো দ'ল বা প্ৰাৰ্থীক সমালোচনা কৰা নাছিল বাবেই এক যোগাত্মক প্ৰভাৱ পৰাছিল,তাত ভূপেন বৰাৰ অৱদান বা কৃতিত্ব একো নাই। গপত উফণ্ডী নাথাকিব।অখিল-লুৰিনৰ অৱদানক ভৰিৰে মোহাৰিবলৈ চেষ্টা কৰি আত্মঘাটি নহ'ব। বৰাদেৱ আনৰ শ্ৰুতলিপিত ৰচনা লিখাৰ কাম নকৰিব।ভাল পাও বাবেই এই আহব্বান!
@user-gn6cq3yh5k
@user-gn6cq3yh5k Ай бұрын
Bhupen Borar karone congress party sek hoi jabo. Assomor prodes congress presidentok out kori deok .
@nolenmochahari9407
@nolenmochahari9407 20 күн бұрын
Problem should be solved by strong discussion with others party
@probinkalita4247
@probinkalita4247 20 күн бұрын
ভূপেন বৰাক কংগ্ৰেছৰ অধিবেশন পৰা বাহিৰ কৰি দিব লাগে
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
অখিল গগৈ ৰ ৰাইজ নোহোৱা ৰাইজৰ দল, লুৰীন গগৈৰ ভূৱা জাতীয়তাবাদী অ জা প, ভেতি হেৰুৱা কমিউনিস্ট দলবোৰ, অজিত কুমাৰ ভূঞাৰ ভূৱা দলটোৱে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত ৰাখিবৰ বাবেই কংগ্রেসৰ লগ লৈছে। সেই দলবোৰে লাহে লাহে কংগ্রেসৰ আশ্ৰয়ত নিজৰ গনভিত্ত বঢাই নিছে আৰু কংগ্রেসৰ গনভিত্ত লাহে লাহে কমি গৈছে। এটা সময় আহিব এই দলবোৰেই কংগ্রেসৰ বাবে কাল হবগৈ।
@prasannarava4391
@prasannarava4391 Ай бұрын
হিমন্য বিশ্ব শৰ্মাদেৱে ইমান কেইটা এক লগ কৰি দপদপাই চৰকাৰ চলাই গৈছে। কিন্তু কংগ্ৰেছ দলৰ সভাপতি জনৰ এই গুণ তিলমানো নাই। এই অহংকাৰী চৰিত্ৰ ৰ বাবে ই অহা নিৰ্বাচনত আকৌ বি জে পি দলৰ নেতৃত্ব ত চৰকাৰ গঠন হ'ব।
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe Ай бұрын
Good
@minatikalita3504
@minatikalita3504 18 күн бұрын
কংগ্ৰেছৰ ভূপেন বৰাৰ কি হৈছে ভূপেন বৰাই অকলে যুজিম। বুলি ভাবিছে যদি ভূল কৰা হ'ব হব ভূপেন বৰাই অহঙকাৰ এৰক আন দলৰ লগত মিলি। কাম কৰক। আপোনাৰ কাম নহয় ৰাইজৰ কাম ৰাইজে ভোট দিলেহে জিকিব।
@DimbaHazarika-su9bm
@DimbaHazarika-su9bm Ай бұрын
ভুপেন বৰাই ৰাজনীতি কৰিব নাজানে যেন লাগিল
@user-ku9ed7ip7m
@user-ku9ed7ip7m Ай бұрын
খোৱা কামোৰা লাগি থাকোতেই তহতৰ দিন জাব। কি অখিল, কি লুৰিন,।
@user-yo7hi1gp8j
@user-yo7hi1gp8j Ай бұрын
বহুত দেখিলোঁ কিছু পুৰণি নেতাৰ নেতৃত্ব। 😊
@NehoruRamday
@NehoruRamday 29 күн бұрын
কংগ্ৰেছ দলৰ বিভ্ৰান্তি হৈছে সেই বাবে আজিলৈ এই গতি।ভুপেন বৰাই ঐক সদ্ধতো হয়তো নেজানে।
@rintubora5517
@rintubora5517 Ай бұрын
কোন মূখ্য কংগ্ৰেছৰ সদস্য কৈছে । জি সিংহৰ কথা শুনিব নালাগে । মানূহ জনক অলপ সংদেশ আছে । কোপেন বৰা অলপ ময়বৰ । ময়ো কংগ্ৰেছ কমিৰ। সকলো মিলী জুলি খেলক । ভূপেন বৰা ময়ো বৰ । কাম নিসীজিব । ইয়াত কোনুবা শুকোনি সুমায়ছে নহ'লে কোনুবা বিজেপি এজেণ্ট আছে ।
@GubinNath-bu1vo
@GubinNath-bu1vo 20 күн бұрын
কংগ্ৰেছক ধঙ্স নকৰিব ভূপেন বৰা চাৰ ।।
@tokimegu2398
@tokimegu2398 Ай бұрын
Akhil, Lurin ✅✅ Bhupen Borah wrong❌❌
@user-er9se1md5x
@user-er9se1md5x Ай бұрын
ভুপেন বৰাই কংগ্ৰেচক গাৰত পেলাবলৈ নি আচে
@sushilkonwar2519
@sushilkonwar2519 Ай бұрын
ভূপেন বৰা বিধায়ক কোনো দিনতেই নহব
@manikkalita3288
@manikkalita3288 Ай бұрын
অখিল গগৈ ডাঙৰীয়া আপুনি কংগ্ৰেছৰ সহযোগীহে কংগ্ৰেছৰ মৌজাদাৰ নহয়, নিৰ্বাচনৰ সময়তো আপোনাৰ কথা -বতৰা বৰ দাম্ভিক আছিল।আপুনি এবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰক ।লোকৰ পিঠাৰে বিহু নেপাতিব😂
@user-tk8fg8tw2r
@user-tk8fg8tw2r Ай бұрын
ভুপেন বৰাক কংগ্ৰেছৰ পৰা উলিয়াই দিব লাগে ৷
@Hemanta-g1y
@Hemanta-g1y Ай бұрын
I am agree with you.
@MunuPatgiri
@MunuPatgiri Ай бұрын
Apcc Ane dharanar sinta dharai trinamul porjayar karmir sokolar babe subidha
@user-eb9bl7oz2w
@user-eb9bl7oz2w 26 күн бұрын
কংগ্ৰেছ দলে তগিলে নহয় । এদিন নহওতে ।😂😂😂
@user-ul5kz9qi3v
@user-ul5kz9qi3v Ай бұрын
Naidu and Nitish took correct decision
@bipinkonwar6673
@bipinkonwar6673 Ай бұрын
নিজৰ দলৰ কথা ডাউক নিজৰ ববীয়াকৈ
@user-qf1oo8wh9r
@user-qf1oo8wh9r 21 күн бұрын
Mm ni
@teresabrowne4536
@teresabrowne4536 Ай бұрын
Akhil gogoi should refrain from making irresponsible and worthless comments. Just because he gets away with loose tongue does not mean he can continue to be so.
@AdarshrajSingh-pt8mm
@AdarshrajSingh-pt8mm 22 күн бұрын
Smrity Rekha Congresot hobhapoti Bhupendar Borai monotrakhiba birudhir hohojugugitar karonehe punor joyee hol pahori nejaba hitakangkhhokole ji koise vhalorbabe koiase Bhupendar Borai Pahorigoise agor sthti 😢😢😢😢😢😢
@brokenbrookie6943
@brokenbrookie6943 Ай бұрын
Bhupen Borahr koth bur bhal nologa hoise.
@m.ksaikia4229
@m.ksaikia4229 Ай бұрын
Kisuman party Congress obihone nam nai
@Hemanta-g1y
@Hemanta-g1y Ай бұрын
Congress bolia hol. Congress bolia hol.
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn Ай бұрын
Matro 3 khon seat payei iman ohongkari?
@majnurali2930
@majnurali2930 Ай бұрын
Goru hara dibo...Congress...
@debadole
@debadole Ай бұрын
Bhal kora nai congress
@hemasaikia7525
@hemasaikia7525 28 күн бұрын
Bhupen Hazarika r vhul dharona.
@user-qf1oo8wh9r
@user-qf1oo8wh9r 21 күн бұрын
Bi 4:38 4:40 4:40 assamese
@user-cn1vz9xr7p
@user-cn1vz9xr7p Ай бұрын
Bhupen Borahi Congress borbad kri dib, kb nowari BJPr agent hb pare.
@BipulBaruah-oc6ys
@BipulBaruah-oc6ys Ай бұрын
Who is bhupen borah to betry parterships⁴
@user-bv5kp9nt2x
@user-bv5kp9nt2x 22 күн бұрын
Aitu Val huya nai
@RamenKalita-u1o
@RamenKalita-u1o 24 күн бұрын
Ahangkari kangressi Bhupen Barah
@user-fs7vj1dv3r
@user-fs7vj1dv3r 19 күн бұрын
CONGRESS ,,😊😅😂😊😁😛😭🤣😂,,??
@MdRashid-qb3fk
@MdRashid-qb3fk Ай бұрын
Congress dongho hbo lagibo nohoi ....birudy logot loi he jikisil .. homoi par hl kotha u xoholoni hl .bhpen Bora dangoria lurin ru okhil r log Ari diyar fal pbo ...bixoy tu gaurab gogoi , rokibul dangoria alusona kori thik korok
@rituborah6961
@rituborah6961 Ай бұрын
Ahongkare potonor mul
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn Ай бұрын
কংগ্ৰেছে ডয় নকৰিব অকলে খেলক
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 57 МЛН
7 Days Stranded In A Cave
17:59
MrBeast
Рет қаралды 97 МЛН
Little brothers couldn't stay calm when they noticed a bin lorry #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 21 МЛН
Magic trick 🪄😁
00:13
Andrey Grechka
Рет қаралды 57 МЛН