Sivasagar News | শিৱসাগৰৰ ঘটনাই কঁপাইছে ৰাজ্য। একাদশ শ্ৰেণীৰ ছাত্ৰই প্ৰাণ ল’লে অধ্যক্ষৰ N18V

  Рет қаралды 145,035

News18 Assam/Northeast

News18 Assam/Northeast

13 күн бұрын

Sivasagar News | শিৱসাগৰৰ ঘটনাই কঁপাইছে ৰাজ্য। একাদশ শ্ৰেণীৰ ছাত্ৰই প্ৰাণ ল’লে অধ্যক্ষৰ N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#sivsagar #sivasagarpolice #police #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/desc-youtube
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер: 153
@DipankarDAS-wd6tj
@DipankarDAS-wd6tj 10 күн бұрын
সেই ছাত্ৰক প্ৰাপ্ত বয়ষ্ক হিচাপে ধৰি শাস্তি দিব লাগে। minor বুলি এৰি দিলে এনেকুৱা আৰু ঘটনা হব।
@hanseali1924
@hanseali1924 9 күн бұрын
14 বছৰৰ ওপৰৰ মাইনৰ কট হয়।মাইনৰ নহয়।
@DipankarDAS-wd6tj
@DipankarDAS-wd6tj 9 күн бұрын
@@hanseali1924 18 বছৰৰ তলৰ হলে Juvenile ত পৰে কিন্ত যেতিয়া নিৰ্ভয়া কেছ হৈছিল তাৰ পাছত 16 নতুন আইন বনোৱা হয় যত Juvenile Justice Board এ যদি অনুমতি দিয়ে তেন্তে 16 বছৰৰ ওপৰৰ লোকক প্ৰাপ্তবয়স্ক হিচাপে শাস্তি দিব পাৰি। নিৰ্ভয়াৰ কেছত এজনৰ বাহিৰে গোটেই কেইটাক ফাঁচী দিয়া হৈছিল আৰু 18 বছৰৰ হবলৈ কেইমাহ মান বাকী থকাৰ বাবে এজনক মাত্ৰ/2 বছৰ নে 3 বছৰ জেল দিয়া হৈছিল । সি যদি সেই সময়ত 18 বছৰ হোৱা হলে ফাঁচী পালে হয়।
@sashibhatta5198
@sashibhatta5198 10 күн бұрын
প্ৰকৃত দোষীয়ে শাস্তি পাব লাগিব ৷ নহলে এনে ঘটনা আন ঠাইতো ঘটি থাকিব পাৰে ৷
@user-qq5fr1fv2f
@user-qq5fr1fv2f 10 күн бұрын
বহোত দুখ লাগিল৷ এনেকুৱা দানৱ ৰুপী কলংকিত এই ছাত্ৰটোক উচিত বিচাৰ কৰি দৃষ্টাণতমুলক শান্তিৰ ব্যৱস্থা কৰিব লাগে৷এনে অপকৰ্ম কৰিবলৈ যাতে বেলেগে সাহস নকৰে৷অতিদুখ লাগিছে আমাৰ ৰাজ্যত কিয় বৃদ্ধি পাইছে এনেকুৱা ঘটনাবিলাক৷প্ৰনাম জনালোঁ ছাৰ৷🙏🙏😭😭
@user-vw8yc8uw2o
@user-vw8yc8uw2o 10 күн бұрын
অসম up bihar ত কৈ ভয় লগা হল। কেউ ফলে অকল মাৰ্ৰডাৰ চোৰ দকাইতি ঘটনা 😓
@minativishwakarma3985
@minativishwakarma3985 10 күн бұрын
Thik Katha
@rinkushivam8759
@rinkushivam8759 9 күн бұрын
এই জনৰ বয়স চাব নালাগে।পৃথিৱীৰ বিৰল ঘটনা এই লম্পত টোক এক মাহৰ ভিতৰত ফাচী দিলে ভৱিষ্যতে এনে ঘটনা হোৱাৰ পৰা বিৰত থাকিৱ। শিক্ষক সমাজে কি কৰি আছে????? ইয়াক শাস্তি অচিৰেই দিৱ লাগে বুলি মাননীয় মূখ্যমন্ত্ৰী মহোদয়ক জনাৱ লাগে।
@pronobjyotihazarika758
@pronobjyotihazarika758 10 күн бұрын
প্ৰত্যেক চেনেল ত শিক্ষক জনৰ নাম লৈছে কিন্তু ছাত্ৰ জনৰ নাম যে লোৱা নাই কিয় , আৰু দোষী ছাত্ৰ জনক blur কৰি কিয় দেখাইছে, সকলোৱে দেখিব লাগে এনেকুৱা মানসিকতা ৰ লৰা টোক
@prarinitasaikia4380
@prarinitasaikia4380 10 күн бұрын
দুখতো লাগিছেই ভাষাৰে বননা কৰিব নোৱাৰি। কিন্তু তাতোকৈ লাজ পাইছোঁ অসমৰ অসমীয়া হৈ যেতিয়া বাহিৰৰ পৰা পজটক আহে আৰু আহি যেতিয়া ঘোৰি যায় তেতিয়া কৈ যায় অসমৰ মানুহ বোৰ ভাল সহচ সৰল তেতিয়া মনতে বহুত সুখ অনোভব কৰো নিজকে অসমৰ অসমীয়া বুলি কিন্তু আজি নিজেই লাজ পাইছোঁ অসমৰ অসমীয়া বুলি কিমান দুৰ্ভাগ্য অসমৰ ল'ৰাৰ ছোৱালীক একো একোজন ভাল মানুহৰ হিচাপে গৰদিবলৈ আহি যেতিয়া সেই ছাত্ৰ হাততেই জীৱনতো হেৰুৱাবলগীয়া হয় তাতোকৈ আৰু দুখৰ বিষয় নাই। আৰু এই ঘটনাটোৰ পাছত বাহিৰৰ পৰা কোনোবাই আহিব আৰু যি কেইজন আছে সেইকেজনো জাবগৈ চাগে।কথাতে কয় নহয় এবাৰ সাপে খূটিলে কেচুলেও ভয়।
@nekibuzzaman5195
@nekibuzzaman5195 8 күн бұрын
Hovya Assamia hamajot ane doskarjyar hova napai.😮 Moron daya nohowa ane Kamor kone odhani ag borhaise sunta korakson.
@ranibaruah8728
@ranibaruah8728 10 күн бұрын
এনেকুৱা ঘটনা পুনৰাবৃত্তি নহবলৈ উপযুক্ত ব্যবস্থা গ্রহণ কৰিব লাগিব। নহলে পুনৰ ঘটিব।
@user-vw8yc8uw2o
@user-vw8yc8uw2o 10 күн бұрын
অসুৰ ছাত্র টো দৃষ্টান্তমূলক শাস্তি হৱকঁ 😓
@abhideuri3055
@abhideuri3055 10 күн бұрын
Jun lora ei kam korise ...Tak direct Guliyai diyok..sidha kotha...1000% Niyay pabo poriyal a...
@user-wq2tv2zr5z
@user-wq2tv2zr5z 10 күн бұрын
আমি অসমীয়া অসমৰ মানুহ হৈ এনে কাম কৰাৰ বাবে বৰ লাজ লগা হৈছে শিক্ষা কি কাৰণে কৰা হয়
@monalishapegu6412
@monalishapegu6412 9 күн бұрын
ও ম শান্তি ও ম শান্তি
@lakhimonigogoipuja2109
@lakhimonigogoipuja2109 7 күн бұрын
বয়সক লৈ নহয় ঘটনাক লৈ শাস্তি দিব লাগে
@bucketlist7419
@bucketlist7419 10 күн бұрын
The student should be treated as an adult and not minor and should be punished accordingly.
@user-id9yb8em6e
@user-id9yb8em6e 10 күн бұрын
ফাঁচি দিব লাগে
@dimbeswarkonwar7659
@dimbeswarkonwar7659 10 күн бұрын
আত্মাৰ চিৰ শান্তিৰ কামনা কৰিলোঁ
@factzguruji4369
@factzguruji4369 10 күн бұрын
Teacher ajon a student burok hodai bhal pothot loi jabo Bisare...kintu kusuman student a beya buli bhabe Heibur aru Teacher burok beya pai...aibur nokoriba students... please respect your teacher 🙏
@user-du1cd4dd7i
@user-du1cd4dd7i 9 күн бұрын
ছাত্ৰ জনৰ নামটো কিয় উল্লেখ কৰা নাই
@munmikachari6189
@munmikachari6189 6 күн бұрын
Om shanti.
@dvlog3286
@dvlog3286 9 күн бұрын
সাপ জানুৱাৰক শিক্ষা দিলে এনেকুৱা হয় ।স্বাভাবিক।উপযুক্ত শিক্ষাৰ অভাৱ ।
@VinayKumar-xc4fo
@VinayKumar-xc4fo 9 күн бұрын
Our kind request is interview his mother
@technicalaxom424
@technicalaxom424 10 күн бұрын
Bohut beya hoise jiki nokot teacher is always God 😢😢❤
@kumudphukan5640
@kumudphukan5640 10 күн бұрын
কি কৰিলে সি । তাৰ জীৱন টোওযে জীৱন্তে মৃত হ'ল এতিয়া হে গম পাব ।
@nitulnath3560
@nitulnath3560 10 күн бұрын
Axom r naam dubale akou ebr….. Beleg state r pora ahi amar axom t teacher r dore kam eta kori asile…. Student jonor khasti hbo lage
@pintuzofficial4252
@pintuzofficial4252 10 күн бұрын
Om Shanti 🙏🙏
@khirudgogoi578
@khirudgogoi578 5 күн бұрын
মানুহৰ মানসিক মূত্ত অধ্যয়ন কৰাটো শিক্ষাৰ এটা অবিচ্ছেদ্য অংশ।
@user-hz8xn8xh1v
@user-hz8xn8xh1v 10 күн бұрын
Om shanti nomoskar এই স্টুডেন্ট করা শাস্তি হুওক
@sanjaysingha8185
@sanjaysingha8185 10 күн бұрын
Om Shanti
@nirudevi9827
@nirudevi9827 10 күн бұрын
ভাৰতত বহি ৰাজ্য নামৰ ঠাই আছে বুলি আজিহে গম পালোঁ ।😂😂
@abhijitbardoloi6568
@abhijitbardoloi6568 10 күн бұрын
What is happening in English medium private schools? Who is responsible for it - English medium school culture or parents? Where is the students of private schools going to?? We all who are in fever of private school culture need to be aware...
@glossy1833
@glossy1833 10 күн бұрын
It's not about English medium or Assamese medium it's all about controlling our anger issues the teacher is god or bad doesn't matter teacher is always a teacher if something really horrible they do then we should take a stand but not this way ofc.....if this happens in Assamese medium school then people like u all will cmnt what happened to Assamese medium schl like seriously it's suck
@boradhun123
@boradhun123 10 күн бұрын
What u want to say.. what is the difference between the Assamese medium school and English medium school..
@Ujh476
@Ujh476 3 күн бұрын
All are same,are Assamese mediams less
@nijarabora1836
@nijarabora1836 10 күн бұрын
Om santi 🙏
@user-hf4gh5fn5d
@user-hf4gh5fn5d 10 күн бұрын
psl check mental condition before any school admission .
@bbsgaming5156
@bbsgaming5156 10 күн бұрын
এইটো ভয়ংকৰ
@alangberbasumatary2186
@alangberbasumatary2186 10 күн бұрын
Hai vikash ???
@shadowgamer8336
@shadowgamer8336 10 күн бұрын
Sai Vikash
@spoilerB
@spoilerB 10 күн бұрын
Ji dekhisu, Teacher hokoleu enkua fotuwa pualik.. Pohabole besi sesta nokora val Issa thkle nije pohibo.. nhole johon namot jabo adin Ehtr uprt iman effort dibo labh nai. Issa thka kita val manuh hbo.
@chittagogoi2716
@chittagogoi2716 10 күн бұрын
ছাত্ৰ জনৰ নাম আৰু teacher জন কোন ষ্টেটৰ নকলে কিয়
@nabajitdutta5984
@nabajitdutta5984 10 күн бұрын
Om santi😭😭😭🙏🏻🙏🏻🙏🏻
@anjanborah-5069
@anjanborah-5069 10 күн бұрын
বহিঃ ৰাজ্য বুলি যে ঠাই এটুকুৰা আছে ভাৰতত আজি হে গম পালো । ধন্যবাদ সাংবাদিক বন্ধু 😂 । ইমান যে টেটাই আছ তেখেতৰ ঘৰটো ক'ত বা কোন খন ৰাজ্যত সেইটো ক'ব নোৱাৰিলি? জাৱৰ চব ।
@user-hf4gh5fn5d
@user-hf4gh5fn5d 10 күн бұрын
i pray for him to get heaven .
@jaychankarborolegalforum7822
@jaychankarborolegalforum7822 10 күн бұрын
Really no specific news. Hopeless news
@digantajyotibordoloi5528
@digantajyotibordoloi5528 10 күн бұрын
এই সাংবাদিক টু জধা মূৰ্খ সি বাৰে বাৰে চাই একাডেমী বুলি কব লাগে হাই একাডেমী বুলি বাতৰি পৰিবেশন কৰিছে
@user-lt9nm2cc7z
@user-lt9nm2cc7z 10 күн бұрын
Teacher jonr ghor Andra Pradesh
@anjanborah-5069
@anjanborah-5069 10 күн бұрын
@@user-lt9nm2cc7z নহয় নেকি তামিলনাডুৰ বুলিহে কৈ আছে দেখোন 🙏
@sangitasaikia2927
@sangitasaikia2927 10 күн бұрын
Om shanti
@user-ie8zl5ch8k
@user-ie8zl5ch8k 6 күн бұрын
দুখীক শাস্তি দিয়ক
@user-ph2vq3jt9k
@user-ph2vq3jt9k 10 күн бұрын
তাক পুলিছে জীয়াই থাকি মৰা কৰিব লাগে
@paharidutta8509
@paharidutta8509 10 күн бұрын
R. I. P. for teacher Rajesh babu 🙏🙏🙏🙏🙏🙏🙏💐
@MUNINNDRA
@MUNINNDRA 10 күн бұрын
great private school morality education result
@Ujh476
@Ujh476 3 күн бұрын
Government schools students & people are also not so good in morality& dicipline
@louishahmedlouishahmed7076
@louishahmedlouishahmed7076 10 күн бұрын
Aami akhomia aye ghotonai akhomok lozzit korise.ajon hikhyagurur jodi aye abosta Kali maa dawtak hai lorai ki hohari dibo.nindoniyo😭😭
@dibakargogoi5181
@dibakargogoi5181 10 күн бұрын
Apuni koise kokaideo buli, Aru keijon aase kokaideo buli kuwa manuh, sobei tu dada dada buli a koi, Atia apuniu kole, DADA buli
@BenudharChamuah
@BenudharChamuah 10 күн бұрын
Ata Hatyakari nam porichoy lukuar ki darkar. Hatya karir kiba future katha vabiba lageniki. Nahale adult ha kale minor dara crime kariba pota haba dekhun.
@dbcreation9813
@dbcreation9813 10 күн бұрын
Rest in peace🌸
@user-hf4gh5fn5d
@user-hf4gh5fn5d 10 күн бұрын
very sad and bed news because He came from the others state share of knowledge but he goted award as death ,
@minativishwakarma3985
@minativishwakarma3985 10 күн бұрын
Oxom ekdom roxatole goise. Younger generation r besibhagei unruly aru unruly hoi goise. They've become absolutely morally degraded..
@alphadj2493
@alphadj2493 8 күн бұрын
😭😭🙏🙏
@rupjyotigogoi7510
@rupjyotigogoi7510 9 күн бұрын
Direct. Fasi dibo Lage.😢
@4u206
@4u206 10 күн бұрын
মোৰ দেশ ভাৰতবৰ্ষৰ সংবিধান খনেই এনে কাৰ্য কৰিবলৈ মানুহৰূপী অসুৰ বোৰক সাহক দি আছে নেকি বাৰু ?
@dibakargogoi5181
@dibakargogoi5181 10 күн бұрын
Bikhekh koi apunak koisu, Dada ne kokaideo
@chumiborah6666
@chumiborah6666 10 күн бұрын
🙏
@sacreativeandcrazy953
@sacreativeandcrazy953 10 күн бұрын
Very sad news dowlfall of youth geration
@hanseali1924
@hanseali1924 9 күн бұрын
বৰ দুখৰ বিষয় জে এজন ভাল শিক্ষকে এজন ছাত্ৰৰ হাতত প্ৰাণ দিৱলগা হল।তাতকৈ দুখৰ বিষয়ে জে সুদুৰ অন্ধ্ৰপ্ৰদেশৰ পৰা অসমক কিবাএটা ভালপাই আহি ছাত্ৰক শিক্ষিত কৰিব বিছৰা এজন বেক্তিক এজন ছাত্ৰই অকালতে হত্যা কৰিলে।এইবোৰ অসমৰ পুলিছে সকলো সময়তে উদাত্ব,এনকাউন্তাৰ,ঘোছ খোৱা ,দুৰনিতি কৰি থকাৰ বাবে আৰু ৰাইজো সদাএ এনকাউন্তাৰ কৰিলে ভাল পাএ,ৰাইজে সদাএ কিবা ঘটনা হলে তাক মাৰিছে ভালকৰিছে,মাৰিব লাগিছে,এনকাউন্তাৰ কৰক,চিএমৰ উদাত্ব ভাষন,চিএমৰ আৰু সাঙ্গো-পাঙ্গোৰ সাম্প্ৰদায়িক মন্তব্য কৰি ৰাইজ্যত হত্যা-হিংসা কৰি অসম ৰক্তাক্ত কৰাৰ চেষ্থাৰ ফলতে সমাজত প্ৰতিকুল পৰিবেশৰ সৃষ্টি হৈছে।জাৰ কাৰনত বহুতো মানুহ ৰক্ত পিপাষু হৈ পৰিছে।তাৰ ফলতে এজন শিক্ষৰ মৃত্য হৱ লগা হোল। বিষেশকৈ চৰকাৰ বা চিএম জনেই এনে বিষ-বাস্পৰ বাতাবৰন সৃষ্টি কৰিছে।
@udaychangmai7625
@udaychangmai7625 10 күн бұрын
Student tk adult hisape dhori tar photo and naam public koribo laage ..aru adult hesapei tar uprot case koribo laage aru hasti di o laage
@subhra4762
@subhra4762 7 күн бұрын
OM Santi mormantik ghotana kabolai vasha nai Hare krishna 🙏🙏
@ddas4452
@ddas4452 10 күн бұрын
অসুৰ বংশৰ ধৰ নেকি
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf 10 күн бұрын
নতুন প্ৰজন্ম ই এয়া কোন ফালে গতি কৰিছে
@jaychankarborolegalforum7822
@jaychankarborolegalforum7822 10 күн бұрын
I am very sorry to hear this news. Sai Bikash is reputed institution. I think late Gentleman was very popular. Why the culprit boy was not monitored very beginning. Very unexpected pathetic 😢😢
@krishnabarman5395
@krishnabarman5395 10 күн бұрын
Akhil gogoi sibsagar mla kuch reply do
@dgsatyaprakash
@dgsatyaprakash 6 күн бұрын
Oofff Dat horrible cry...
@rakhihandique1701
@rakhihandique1701 10 күн бұрын
Hikhya Guruk sini nupuwa tu Amar gutei dekhorei kalangk hoi. Iyak fasi dibo lage🙏🙏😭
@hrishetarajkumari977
@hrishetarajkumari977 10 күн бұрын
All I know is he didn't deserve this. Rip sir.
@user-hf4gh5fn5d
@user-hf4gh5fn5d 10 күн бұрын
who will came to teach again next may be never ......
@TCF573
@TCF573 10 күн бұрын
Loratu r upojukta hasti hobo lagibo
@user-og3nw9ce3s
@user-og3nw9ce3s 10 күн бұрын
Ao kun sate Or aacil kio nako ?
@tridipborgohain3618
@tridipborgohain3618 10 күн бұрын
এই বোৰ কুলাঙ্গগাৰক কথোৰ শাস্তি দিব লাগে ,
@rahuldutta849
@rahuldutta849 10 күн бұрын
R.i.p
@dilipgoswami7547
@dilipgoswami7547 10 күн бұрын
why not criminal student name yet not declared ? It may be his family is very powerful
@MonjuSonouwal
@MonjuSonouwal 8 күн бұрын
😢😢😢😢😢😢😢😢😢hii
@PriyankaHazarikaBhuyan-ib2fl
@PriyankaHazarikaBhuyan-ib2fl 10 күн бұрын
অভদ্ৰ ছাত্ৰ-ছাত্ৰী ৰ অশালীন আচৰণৰ বিপৰীতে এখন কঠোৰ আইন প্ৰণয়ন হ'ব লাগে ।
@Ujh476
@Ujh476 3 күн бұрын
Ekdom right💯😢
@user-sh1wh1bk2t
@user-sh1wh1bk2t 10 күн бұрын
Rip
@GuneswarBora-uc7ce
@GuneswarBora-uc7ce 10 күн бұрын
Ashur prokiti student janak distantra mulak sastri dib lage
@altafbarbhuiya4572
@altafbarbhuiya4572 10 күн бұрын
Pashi deok
@lolibudang5085
@lolibudang5085 9 күн бұрын
CM Sir, now start doing Hindu/ Muslim. See where you have taken the youths of the state. RIP.
@prafullakalita7829
@prafullakalita7829 10 күн бұрын
Sibsagar.crime.areas neki??
@SuhanChoudhury-is1ls
@SuhanChoudhury-is1ls 10 күн бұрын
💔💔💔💔💔💔💔😔😔😔😔😔😔
@dibakargogoi5181
@dibakargogoi5181 10 күн бұрын
Bohihrajyar manuhe kio lead loise assamot
@NHAcademicdrawing
@NHAcademicdrawing 10 күн бұрын
বহিৰাজ্যৰ নাম কি
@TCF573
@TCF573 10 күн бұрын
@@NHAcademicdrawing Andhrapradesh
@jitbliss100
@jitbliss100 10 күн бұрын
Xabaadik hokolay satro jonor naam tuke ullekh koriboloi laaj pai lukuaai thoisay....!!!???
@JunuDas-gr5lk
@JunuDas-gr5lk 9 күн бұрын
by
@digantajyotibordoloi5528
@digantajyotibordoloi5528 10 күн бұрын
হত্যা কাৰী ক ৰক্ষনা দিয়া উচিত হোৱা নাই তেওঁ ফটো নাম প্ৰকাশ কি কৰে নাই আকৌ সেই খন বিদ্যালয়ে তাক এডমিচন দিবৰ বাবে তাৰ নাম টু প্ৰকাশ নাই কৰা
@user-mo9wi4gc4m
@user-mo9wi4gc4m 10 күн бұрын
teacher bilake pistol loi ahibor hol,, school t
@tridipborgohain3618
@tridipborgohain3618 10 күн бұрын
অসম খনক বদনাম কৰি এৰিলে
@FunnybotYt
@FunnybotYt 10 күн бұрын
ছাত্ৰ জনৰ নামটো ?
@devojitbharali9024
@devojitbharali9024 10 күн бұрын
Fase Debo lage pakhondo 2k
@anowarabegum5390
@anowarabegum5390 10 күн бұрын
❤❤❤😭😭😭😭🙏🏻🙏🏻🙏🏻🙏🏻🤲🤲🤲🤲
@user-tr1tl1gn8p
@user-tr1tl1gn8p 10 күн бұрын
বৰ দুখ লাগিছে
@Gizzmocomedy
@Gizzmocomedy 10 күн бұрын
Agote betor kub khuar pasotu teacher or proti ji xonman...aru eifale teacher a class or pora uliyai diutei imanei ego hurt hol kela mariye pelale...eiya maak bapekor vul
@chatradharborah8479
@chatradharborah8479 10 күн бұрын
Ane video bechi viral nokorai bhal. Lorajanor namto prakakh nokorileje
@shiddhivinayakadvertising9638
@shiddhivinayakadvertising9638 10 күн бұрын
50 years jail him a worthless person should be behind bars for entire life
@user-kk5eb2fm3h
@user-kk5eb2fm3h 10 күн бұрын
Fase dibo laga
@dibakargogoi5181
@dibakargogoi5181 10 күн бұрын
Ghentaaa buli a kom
@mousm6612
@mousm6612 10 күн бұрын
Tar maak deutake nijor lorak eibur xikaisil nki..eibur drug,wine addicted bourok lagile student baa jiei nohouk eta dristantomulok xasti dibo Lage...nohole bhobiswat projonmo xex hoi jabo...teur atmar xodgoti kamona korilu🙏🙏🙏
@tuhin_dowarah5981
@tuhin_dowarah5981 9 күн бұрын
Lorajoknk ru lorajonr makor vaysho ki dekhowab lage okl teacher jnok dekhowai ase je
@dibakargogoi5181
@dibakargogoi5181 10 күн бұрын
Moi kobo bisarisu, kio hoise, aami asomiya bure ki lead lobo nuwaru neki, eta bihariye amar lora chuwalir future kenekoi bonabo . Bihar ajiloi k develop huwa nai aaru asomor student k hikabo aahe development in education, economic. Agriculture etc etc
@Ujh476
@Ujh476 3 күн бұрын
Teu Bihari nohoi Andhra Pradeshor hoi..Assamor ba Sivasagarat keijon bhal teacher ulabo( khub kom). Hikhya dan diboloi ahisil Assamar lora suwalik,bhal hobole,heitu dhoribo pora manokhikota nai ni
@memeology5801
@memeology5801 10 күн бұрын
keep this news aside...why u all dont post news regarding death of students that happen every year from this institution...how much money do u all get ...
@gunendralahon7412
@gunendralahon7412 7 күн бұрын
Eai Asomia ki kom
Smart Sigma Kid #funny #sigma #comedy
00:25
CRAZY GREAPA
Рет қаралды 28 МЛН
Best KFC Homemade For My Son #cooking #shorts
00:58
BANKII
Рет қаралды 16 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:25
CRAZY GREAPA
Рет қаралды 28 МЛН