No video

অসম চৰকাৰৰ সৰ্ববৃহৎ জনকল্যাণমূলক আঁচনি অৰুণোদয়ৰ অধীনত বছৰি কোনে পাব ১০ হাজাৰকৈ টকা?

  Рет қаралды 2,725,789

News Live

News Live

Күн бұрын

Пікірлер: 745
@triptibarhoi9108
@triptibarhoi9108 4 жыл бұрын
ধন্যবাদ ছাৰ। আপুনি দুখীয়া মানুহৰ কথা চিন্তা কৰা কাৰণে।ছাৰ ওপৰৰ পৰা আঁচনিবোৰ ঠিকেই আহে, কিন্তু তলত দালালীবোৰে নিজৰ পকেট গৰম কৰে যাৰ ফলত দুখীয়া মানুহ সুবিধা লাভৰ পৰা বঞ্চিত হয়।আশা কৰিছো এইবাৰ যেন তেনেকুৱা নহয়।
@montumajhi345
@montumajhi345 4 жыл бұрын
সচাঁ কথা কৈছে আপুনি
@pallabigogoi9364
@pallabigogoi9364 4 жыл бұрын
Val kotha koisa kin2 apuni
@rijudive940
@rijudive940 4 жыл бұрын
Yes
@sportlover5120
@sportlover5120 4 жыл бұрын
Right
@umeshkardong6116
@umeshkardong6116 4 жыл бұрын
মন্ত্ৰী মহোদয়, এনেকুৱা Free বস্তু খাবলৈ দি মানুহ বোৰক এলেহুৱা কৰি পেলালে। এতিয়া পথাৰত ওলাই কোনো কাম নকৰা হৈছে। সন্তানে বিযা পতাৰ পাছতেই বেলেগ হৈ পৰিছে।
@supreetraj532
@supreetraj532 3 жыл бұрын
নতুন এপলাই কেতিয়া হব ? আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াল কিন্তু চৰকাৰৰ পৰা একো পোৱা নাই
@rokeyakhatun-ff4gf
@rokeyakhatun-ff4gf 7 ай бұрын
Nomeshkar sir notun aplai ketiya arambo hobo sir
@arupjyotikalita229
@arupjyotikalita229 3 жыл бұрын
চাৰ আমি দৰিদ্ৰ পৰিয়ালৰ কিন্তু আমি এই আচঁনি পৰা বঞ্চিত হ'ব লগা হৈছে, গাৱৰ উৰ্ৱাদ মেমবাৰে নিদিয়ে
@SapanBawri-ch4cc
@SapanBawri-ch4cc 6 ай бұрын
Sir amar panitola achle bhut family' ase dukiya ase kintu asony puwa nai loghoth Ghar puwa nai rata puduli Val nai hai khon jodi pabo laghee buli apunakh jonalu sir
@user-yf3xp9qx4q
@user-yf3xp9qx4q Ай бұрын
আজি তিনি বছৰ ধৰি অৰুনোদইৰ বাবে যোগা যোক কৰিও ছোন অৰুননোদয় পোৱা নাই কাউন্সিলাৰে ক কৈ ভাগৰি গলো
@__Porismita__Buragohain__
@__Porismita__Buragohain__ 6 ай бұрын
আমাৰ গাঁৱৰ ফালে আহিব তেতিয়া হে গম পাই যাব ভাল ভাল ধনী মানুহে চৰকাৰী ধন খাই আছে আমাৰ ফালে ভাগতে নপৰে ছাৰ😢
@user-xi8yv7et4i
@user-xi8yv7et4i 6 күн бұрын
Thik koise ba
@statusvideo-ir2wh
@statusvideo-ir2wh 3 жыл бұрын
Thank you sir
@nirathengal1872
@nirathengal1872 4 жыл бұрын
ধন্যবাদ চাৰ কথা খাৰ কোৱা মতে যদি আপুনি কামটো কৰে মই বহুত উপকাৰ হ'ম
@bororaju8177
@bororaju8177 3 жыл бұрын
U
@mondiraburagohain1675
@mondiraburagohain1675 3 жыл бұрын
ছাৰ মই এগৰাকী অবিবাহিতা মহিলা মই অকলে থাকোঁ এতিয়ালৈকে কোনো আঁচনি টকি পোবা নাই দযাই কৰি দিবছোন।
@prasanjithasnu4017
@prasanjithasnu4017 2 жыл бұрын
@@bororaju8177 0
@user-fh7og4tl9q
@user-fh7og4tl9q Ай бұрын
Dak lo mama jindabad 12345 win. Pabona jay jay hind
@RashmiHorizan
@RashmiHorizan Ай бұрын
মুৰ নাম ৰশ্মি মই কাম কৰি খাও মুৰ দিভচ হল 😂😂😂❤❤
@azmirakhatun9411
@azmirakhatun9411 27 күн бұрын
🤣🤣🤣🤣🤣🤣🤨🤨
@jondekadeka7778
@jondekadeka7778 18 күн бұрын
😮
@97rajahowlypachimmangaldai2
@97rajahowlypachimmangaldai2 2 жыл бұрын
প্ৰণাম ছাৰ আমাৰ ঘৰৰ নন্দিনী শাহ বিধবা আজিলৈ একো আচনি পোৱা নাই
@kamalsarma2686
@kamalsarma2686 Ай бұрын
মুঠতে আচল হিতাধিকাৰীয়ে নাপাব।
@JohirulIslam-ev4hq
@JohirulIslam-ev4hq 4 жыл бұрын
Thank sir
@salimadevi7291
@salimadevi7291 4 жыл бұрын
Thank you Sir 🇨🇮🇨🇮🇨🇮
@rahulkalita4081
@rahulkalita4081 4 жыл бұрын
ধন্যবাদ চাৰ। নিশ্চয় উপকৃত হ'ব কিছু হ'লেও।
@mrassam6542
@mrassam6542 4 жыл бұрын
Ki ki documents lagibo
@rahulkalita4081
@rahulkalita4081 4 жыл бұрын
@@mrassam6542 kzfaq.info/get/bejne/fNWfipSdyKzWkYk.html Linktu suwa details gom paba
@milansonowal9037
@milansonowal9037 4 жыл бұрын
সঠিক সময়ত সঠিক আচঁনি চাৰ । চৰকাৰে ঠিকেই লয় চাৰ কিন্তু যোগ্য ব্যক্তি য়েই বা পৰিয়ালে বঞ্চিত হোৱাটো খাতাং । যেনেকৈ কৃষকৰ আচঁনিৰ টকা কৃষকৰ পৰিৱৰ্তে চাকৰিয়ালে পাইছিলে । আৰু আজিলৈকে বিধৱা পেন্সনো যোগ্য সকলেই নাপালে । এই ক্ষেত্ৰত নামভৰ্তি কৰাসকলেই সৰ্বেসৰ্বা ।
@Madhav_gogoi
@Madhav_gogoi 3 жыл бұрын
চাৰ বহু ধনী মানুহে এই আচনি apply কৰিছে। ঘৰে ঘৰে গৈ যাতে দুখীয়া লোকক চিনাক্ত কৰে আৰু ধনী মানুহে এই আচনি নাপায়। এয়া মোৰ বিনম্র অনুৰোধ।
@satyanarayandas7906
@satyanarayandas7906 4 жыл бұрын
গিৰীয়েক হাত বা ভৰি বা দিব্যাঙ্গ হয় তেনেহ'লে অৰুনোদয় আচনি পাব নেকী?অতি সোনকালে জনাব।
@shivachetrichamlagai7757
@shivachetrichamlagai7757 3 жыл бұрын
Aasolate tenekuwa he paabo lage
@kalpanabharali8464
@kalpanabharali8464 4 жыл бұрын
অবিবাহিতা আৰু ডিবাংগ হোৱা স্বত্বেও ফ্রম দিয়া নাই। প্ৰকৃত হিতাধিকাৰীয়ে এই আঁচনি উপভোগ কৰিবলৈ পায় কামনা কৰিলোঁ।
@shivachetrichamlagai7757
@shivachetrichamlagai7757 3 жыл бұрын
Aapuna loke Jodi moor Kotha bhal Pai , ten te moi Diya aalosana aagombani to campening karibo gotei akhamot. Aaru bharotot moi Modi loi k pothiyai deem .
@shivachetrichamlagai7757
@shivachetrichamlagai7757 3 жыл бұрын
Paabo., Bosar to bhal thakok
@kp3497
@kp3497 4 жыл бұрын
আঁচনিয়ে দুখীয়া সমাজত দুখি পাব জানো। ধনী শ্ৰেণী য়ে পাব ছাগে? আমাৰ ইয়াত আজিৰ পৰা 30 টকা দি apply আৰম্ভ হৈছে ।
@bimaladeka6727
@bimaladeka6727 4 жыл бұрын
Ì
@maatvs6673
@maatvs6673 3 жыл бұрын
বব
@paragdas9337
@paragdas9337 4 жыл бұрын
Val step
@girishdeka5834
@girishdeka5834 4 жыл бұрын
@user-yf3xp9qx4q
@user-yf3xp9qx4q 25 күн бұрын
Thank you
@user-yf3xp9qx4q
@user-yf3xp9qx4q 25 күн бұрын
Thank you
@leenadas3019
@leenadas3019 6 ай бұрын
Sir apunar এই পদক্ষেপ বাবে অশেষ ধন্যবাদ কিন্তু প্ৰতিফলিত হলে সুষী হম
@Riyanstudio720
@Riyanstudio720 3 жыл бұрын
Thanks sri
@laxmitanti2222
@laxmitanti2222 Ай бұрын
Bhut bhut Dhainbad 🙏thakil mama kotha khini val dor bujai dibole
@kabitadevi546
@kabitadevi546 4 жыл бұрын
Thnks sir
@sns1285
@sns1285 4 жыл бұрын
Very very good thinking boss. I proud for u. I want it is.
@sns1285
@sns1285 4 жыл бұрын
Really u r good
@sns1285
@sns1285 4 жыл бұрын
Emidiate work this.
@sns1285
@sns1285 4 жыл бұрын
My family is pore so i want this
@dipamonimedhi6736
@dipamonimedhi6736 3 жыл бұрын
নমস্কাৰ মোৰ নাম শ্রী দিপামণি মেধি গাঁও মোৰ ককয়া চুপা বালাপাৰা জিলা নলবাৰী 781304 ৷ মই এজনী দুখীয়া ঘৰৰ ছোৱালী মই বিপ লিংগ পৰো মোৰ দেউতা জন ও ঢ়ুকাল মা জনী কিবা কৈঘৰখন চলাই আছে মোৰ সোঁ ফালৰ হাতখন আৰু সোঁফালৰ ভৰি খনৰ যোৰ নাই ঘৰৰ অসুবিধাৰ কাৰণে পঢ়িব ও নোৱাৰিলো মই ৰাইজৰ পৰা ও কোন সুবিধা পোৱা নাই সেয়াহে দয়ালু মহাদয়া আমাৰ দুখীয়া পৰিয়ালটোক কিবা এটা সহায় কৰে যেন
@mainaboro6270
@mainaboro6270 3 жыл бұрын
thank you so much
@MadhabThakuria-t1m
@MadhabThakuria-t1m 7 күн бұрын
ভালদৰে বুজি পালো। ।
@user-jl8ui5wu9w
@user-jl8ui5wu9w 26 күн бұрын
মামা মই দুকানত লাভ কৰিব পৰা নাই কিবা এটা সুবিধা কৰি দিয়ক আশীবাদ পাব মামা মনি বৰা
@bimalakakoti1700
@bimalakakoti1700 4 жыл бұрын
মই এগৰাকী অবিবাহিতা মহিলা , মোৰ দেউতা নাই মোৰ 42 বসয় হৈছে ,চাৰ মতব্য শুনি ভাল লাগিল , কিন্তু প্ৰকৃত সত্যটো বাস্তৱ হ'ব বুলি আশা ৰাখিলোঁ , যদি পাৰে হলে ভাল কথা কিন্তু নহ'লে আপোনালোকে মোক সহায় কৰিব বুলি আশা ৰাখিলোঁ
@97rajahowlypachimmangaldai2
@97rajahowlypachimmangaldai2 2 жыл бұрын
দূৰ ভাগ্য যে নন্দিনী জনী বিয়া হোৱা বিশদিন থকাৰ পিছত স্বামী য়ে চিৰদিন অকল শৰীয়া কৰি থৈ গল সেয়েহে আমাৰ ঘৰত আনিলো কিবা এটা সুবিধা পালে আমি সুখী হম
@ranibora8897
@ranibora8897 2 жыл бұрын
May god help you in every step of your future life...
@sekhargautam1618
@sekhargautam1618 3 жыл бұрын
Good sar
@joydevbiswas8609
@joydevbiswas8609 4 жыл бұрын
HBS sir Good
@millahira4777
@millahira4777 3 жыл бұрын
Thank you
@arupjyotikalita229
@arupjyotikalita229 3 жыл бұрын
অৰুণোদয় আঁচনি ৰ নম্বৰ এটা দিয়ক চাৰ
@namitachtry6401
@namitachtry6401 4 жыл бұрын
Good news
@shivachetrichamlagai7757
@shivachetrichamlagai7757 3 жыл бұрын
Timro ghor Ka ho ?
@chayanath4116
@chayanath4116 6 ай бұрын
সুন্দর পদক্ষেপ স্যার আমার সঙ্গে দিব্যাঙ্গ ভাই আছে ও আমি স্বামী ছাড়া ভাই সঙ্গে আছি ঘর পাই নাই অরুন উদয় পাই আপনার কথাগুলো ধন্যবাদ জানাই
@ohooh3562
@ohooh3562 3 жыл бұрын
আমাৰ ইয়াত আপুনি কোৱাৰ সা সুবিধা থকা সকলে নাপাই, কিন্তু আমাৰ কাৰ্বি আংলঙৰ প্ৰাই ঠাইতে স্বামী থাকিও বিধবা হৈছে, মানে তেওঁলোকে হে অৰুনোদয় আঁচনি লৈছে । আৰু যাৰ ঘৰত গাড়ী আছে তেওঁলোকেও চোন পাইছে, গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰ অনুৰুধ আপুনি অলপ চাব আপুনি কোৱা মহিলা সকলে পাইছে নে নাই।
@MridulaBora-cr5vx
@MridulaBora-cr5vx 7 ай бұрын
আমি দেখাত সিংহ ভাগ কিন্তু হিমন্ত বিশ্বই কোৱা নাপাবলগিয়াই পায় আছে।যি সকলে পাৱ লাগে সেই সকলে কিন্তু পোৱা নাই দেই।এনকোৱাৰি ভাল দৰে কৰক কথা কোৱাতকৈ সচা মানুহ নিয়োগ কৰক
@afterpriens8415
@afterpriens8415 4 жыл бұрын
চৰকাৰ খনৰ ৫বছৰ শেষ হ'বৰ হ'ল।এই ৫বছৰে ৰাইজ উপকৃত হ'ব পৰা কোনো আচনী লোৱা গম নাপাও,এতিয়া হঠাৎ কি সু-মতি উদয় হ'ল ? সপ্তাহে সপ্তাহে আচনী বাঃ হাল বাবৈ নালাগে খোৱা আৰু শোৱা, কোনে কয় ভাল দিন অহা নাই বুলি!!
@nayanborah6607
@nayanborah6607 4 жыл бұрын
🤭🤭 hosai pai val din ahise ahise....ane nokoleu apuni moi kom..
@nava9754
@nava9754 Жыл бұрын
2 bosor hoise beta 5 bosor nohoi and MANY SUCH SCHEMES ARE THERE ji bur tumaluke ketiau huni nupuankio najano.
@tapanneog2598
@tapanneog2598 Ай бұрын
মোৰ হহুদেউতা হাত দুইখন নাই সকলো কৰি দিব লাগে আৰু আমাৰ গাৰিৰ পৰা আদিৰ কৰি একো‌‌ নাই তথাপিও অৰুনোদয় নিদিয়ে। আমাৰ ঘৰ মৰাণহাট তিলৈজান 🙏🙏🙏🙏
@Shorifudddin
@Shorifudddin 8 ай бұрын
আমার ধরণী পুর গাঁও র দুখীয়া মহিলাই অরুণোদয় পোবা নাই।পর্তক্যর ঘরে ঘরে গলেহে আপনি গম পাব।
@jintumanibarman6914
@jintumanibarman6914 4 жыл бұрын
গাওঁ সভাই লিষ্টখন বনালে আমি নাপাওঁ ছাৰ আমি বঞ্চিত হোৱা তো খাতঙ কাৰণ বৃদ্ধ পেঞনত গম পোৱাগৈছে
@shivachetrichamlagai7757
@shivachetrichamlagai7757 3 жыл бұрын
Aaponar ghor kot ?
@chaidulislam8954
@chaidulislam8954 7 ай бұрын
চাৰ দুৰাৰগ্য ৰোগীয়ে নাপাব নেকি মোৰ স্বামী এজন কেন্সা ৰ ৰোগী মোৰ লৰা দুজন আৰু ছোৱালী জনী পঢ়ি আছে মই এই আচনীৰ পৰা বনঞ্চীত চাৰ এনেকুৱা পৰিয়ালক সহায় কৰক আপোনাক অনুৰোধ কৰিছো ।মই অৰুনোদয় পাইছিলো যেতিয়া ৮০০টকা আছিল তেতিয়া কোনোবা দালালে মোৰ নামতো কাতি দিলে ।এতিয়া মোৰ নামতো ভৰাই দি যিকেই মাহ পোৱা নাই সেইখিনিও দিলে বহুত সহাই হল হেতেন।
@shyamantagogoi4859
@shyamantagogoi4859 3 жыл бұрын
Sir hundor decession
@BishwajitRikhiyason
@BishwajitRikhiyason 21 күн бұрын
Yadav Sahab Garib manush
@hirenchbania
@hirenchbania 5 ай бұрын
ছাৰ মই এজন দৰিদ্ৰ সীমাৰেখাৰ অনুসূচীত জাতিৰ পৰিয়ালৰ মহিলা মই ৰেচন কাৰড্ অৰুনোদয় ৰ পৰা বঞ্চিত বুধ কমিটীৰ প্ৰেছিডেন্ট পঞ্চায়তত ,৩ বাৰ মান দিলো এটিয়াও নহল । অলপ গাঁৱত চাই বুজি দিব লাগে।।
@sabitakalita7096
@sabitakalita7096 2 жыл бұрын
মই আজিৰ লৈকে চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই।মোৰ একোৱে নাই।এটা থাকিবলৈ ঘৰ নাই এখন ৰেচন কাড নাই অৰুণোদয় আচনি পোৱা নাই আজিৰ লৈকে এক টকাৰো এটা সুবিধা নাপালো।থাকিবলৈ ঘৰ নাই খাবলৈ পানী নাই ৰেচন কাড নাই কি কৰিব উপাই নাপাই গুৱাহাটীত ভাৰা ঘৰ এটা লৈ দিন হাজিৰা কৰি মানুহৰ ঘৰত বাচন ধুই কাম কৰি পেটৰ ভাত কেইটা মিলাই আছো।এটা মোৰ ১৭ বছৰৰ লৰা আছে তাকো পঢ়া শুনা কৰাব নোৱাৰিলো লৰাটোই যত যি কাম পাই তাকে কৰে কেতিয়াবা মাটিৰ গাড়ীত কেতিয়াবা হোটেলত কেতিয়াবা মানুহৰ ঘৰত যিয়ে যি কাম কৰিব দিয়ে তাকে কৰে তাৰ বয়স বহুত কম মাএ ১৭ বছৰ তথাপি কাম কৰে কি কৰিম উপাই নাই। মোৰ মানুহ জন পাগল ঘৰৰ পৰা ওলাই গৈছে মোৰ লৰাটোৰ এক বছৰ বয়সতে তেতিয়াৰ পৰাই আজিৰ লৈকে দুখতে পাৰ হল জীৱনটো।কেতিয়াও কাৰো পৰা এটা সহায় নাপালো।চৰকাৰেও আমাক অলপ সহায় নকৰিলে।আমি চৰকাৰৰ আইন মতে চলি আছো একো এটা কাম নকৰাকৈ থকা নাই সময়ত ভোট দিছো এনাৰচি আছে আধাৰ কাড আছে ভেকচিন লৈছো সকলো খিনিয়ে কৰি গৈছো তথাপি আমাৰ একো সুবিধা নাই।ভোট দিব যাব গাড়ী ভাৰা নাথাকে বেলেগৰ পৰা পইচা ধাৰ কৰি ভোট দি আহো।তথাপি আমাৰ একো সুবিধা নাই। মনত বহুত দুখ এইখন অসমত আৰু থাকিব মন নোহোৱা হৈ গৈছে লৰাটো আৰু অলপ ডাঙৰ হলে ভাবিছো বেলেগ দেশত গুছি যাম।দুখৰ লগত যুজি যুজি ভাগৰি পৰিছো 😭😭😭।এবাৰ যদি হিমু মামাক লগ কৰিব পাৰিলো হয় হয়তো তেও অলপ হলেও আমাক সহায় কৰিলে হয় আমাৰ দৰে মানুহে তেওক জানো লগ কৰিব পাৰিব।কোনোবাই যদি অলপ সহায় কৰি মামাক লগ কৰাই দিলে হয় হয়তো আমি অলপ সহায় পালো হয়।
@hanifbarbhuiya9300
@hanifbarbhuiya9300 3 жыл бұрын
অচনির পোষ্টার দেখিলে ভাল লাগে তার পিচত শুনিলে মনত দূ‌খ লাগে, যেনে কি শুনিলো শুনিব নালাগিছিল, শুনিয়ে ভূল করিলো
@mamunbegum851
@mamunbegum851 4 жыл бұрын
🙏🙏🙏 Thank you sir
@hossenmiah8598
@hossenmiah8598 3 жыл бұрын
HUSSAin
@naairali9804
@naairali9804 4 жыл бұрын
Thnxx
@bandanamahanta7422
@bandanamahanta7422 3 ай бұрын
ছাৰ মোৰ ছোৱালী হেমলিন মহন্ত বিশেষ ভাৱে সক্ষম তাই প্ৰথমতে অৰুনোদয় আচনি পাইছিল কিন্তু আজি কেইমাহমানৰ পৰা পোৱা নাই
@SatyaDas-yj3es
@SatyaDas-yj3es 16 күн бұрын
😊😊😊😊😊
@samsungalo1286
@samsungalo1286 3 жыл бұрын
Jln
@Satyajit-m7y
@Satyajit-m7y 11 күн бұрын
Joy bjp joy himanto dada
@kaladmazumder1919
@kaladmazumder1919 3 жыл бұрын
Ninc
@jasminakhatun3273
@jasminakhatun3273 3 жыл бұрын
Thanks so much
@jurijuri9836
@jurijuri9836 4 жыл бұрын
Thansss
@KarmonKarmakar
@KarmonKarmakar 2 ай бұрын
❤❤❤❤❤❤❤❤❤
@usharanirabha4180
@usharanirabha4180 2 жыл бұрын
Tanks Sir🌷🌷mur4, mahaxumuwanaisir🙏
@MontuKhakhlary
@MontuKhakhlary 2 ай бұрын
Thank you sir ❤❤❤❤❤
@kushaldeka7783
@kushaldeka7783 4 жыл бұрын
Bahut Val haba sir
@trinayan1546
@trinayan1546 Жыл бұрын
ছাৰ,অৰুণুদয় আচনি পাই আছিলো কিয় ১২৫০ টকা হবৰে পৰা একাউনত পইচা নুসুমুয়া হলে আমি কিমান দুখীয়া সেই কথা সকলোয়ে যানে
@NirmaliAcharjee-cl6ey
@NirmaliAcharjee-cl6ey 2 ай бұрын
শৰ্মা চাৰলৈ বিনমৰতাৰে জনাও যে মই আজিলৈকে ৰেচন কাৰ্ড পোৱা নাই প্ৰচেছ নকৰাকৈ থকা নাই ‌
@user-sn8di6ph2s
@user-sn8di6ph2s 7 ай бұрын
মই দুখীয়া পৰিয়ালৰ তথাপি কোনো ধৰণৰ চৰকাৰী ঘৰ আৰু অৰুনাদয় আঁচনি নাম দিলে নহয় কাৰণ হৈছে মই ধুখীয়া পৰিয়ালৰ মানুহ যে...
@NamitaSarkarBonia-st5tv
@NamitaSarkarBonia-st5tv 7 ай бұрын
Thanku so much sar💐💐🙏
@user-ne3xj6hx6u
@user-ne3xj6hx6u 3 ай бұрын
মানুহে লাখ লাখ টকাৰে ও চলিবলৈ টান আৰু বছৰত দহ হাজাৰ টকাৰে দুখীয়া মানুহৰ পৰিয়াল চলিব পাৰে নেকি তাৰ । বস্তুৰ যিহে দাম দুখীয়াৰ চলাটো টান হৈছে।কলেজৰ নামভৰ্তি ৰ টকা নালাগে বুলি কৈ দুহেজাৰ টকা ৰাজীৱ গান্ধী কনিষ্ঠ মহাবিদ্যালয়ে ললে।বাকচা
@sahinhimazmdir5850
@sahinhimazmdir5850 2 ай бұрын
Good good News sir❤❤❤
@ranjithr4251
@ranjithr4251 4 жыл бұрын
আগত অসমৰ বাহিৰৰ লৰা ৱোৱালী 2000 টকা দীয়ক দীব দীব বুলী কৈয়আসে কেতীয়াঁ দীব
@babysingha5876
@babysingha5876 Жыл бұрын
Good
@jubelahmed5535
@jubelahmed5535 4 ай бұрын
Thank you very much ♥️♥️
@user-un3tt1hg6e
@user-un3tt1hg6e 7 ай бұрын
চাৰ মই দুয়োখন কানেৰে নুশুনো . পৰীসা কৰোতে ডাকতৰে হেড লচট বুলি চাটিফিকেত দিছে .তথাপিও মই অৰুনুদয় আচনি আজিলৈকে নাপালো চাৰ মোৰ চামী থেলা চলাই .আমাৰ নিচিনা দুখীয়া পৰিয়াল বিলাকে বাচি থাকিব নালাগে নেকি মোৰ ঘৰ মনাহকুচি গাৱত মোৰ চামীৰ নাম খগেন কাকতি .দয়া কৰি মোক এই আচনিটো দিব বুলি আশাৰে বাট চাই ৰলো . . চাৰভে কবিব পাৰে . .মই কেনেকে আছো .
@PolikaDutta
@PolikaDutta 7 ай бұрын
চাৰ।মোৰ ।আজিলৈকে।কোনোচকাৰ।সূবিধা।পোবান।ইগতিকেদযাকৰিমোকৰেচন।কাট।এটাদিযেজেন ।
@debojitborkakoti8749
@debojitborkakoti8749 4 жыл бұрын
Val lagil news to suni
@user-hw3wd5uo8p
@user-hw3wd5uo8p 8 ай бұрын
চাকৰি থকা পৰীয়ালৰ মানুহে পায়। সৃজন গ্ৰাম বৰঘোলা । বঙাই গাওত
@sweetydas7198
@sweetydas7198 3 жыл бұрын
মই মোৰ গিৰিয়কৰ লগত নাথাকো । মোৰ এটা লৰা আছে। মোৰ ঘৰৰ নাই আনৰলগত থাকো ।কাম বন কৰি বেলেগৰ ঘৰত ৰাতি কটাও মোৰ লৰা ক মোৰ মা ঘৰত ৰাখে ইমান মই দুখিয়া আনৰ সহায় নাপাও। চাৰ আপোনালোকক জনাও যে মোৰ দুখ অকনমান ডাঙি ধৰে যে ।অকল মোৰ বুলি নকও ।মোৰ দৰে দহ গৰাকি মহিলা ধনৰ বাবে পিছ পৰি আছে সকলোকে সহায় কৰিব বুলি আশা কৰিলো
@sweetydas7198
@sweetydas7198 3 жыл бұрын
আমি লৰা ছোৱালিৰ আৰু নিজৰ ভাতৰ বাবে নিজৰ গাও এৰি বেলেগত।কাম কৰো কিন্তো যদি গম পাও কিছূমান চৰকাৰে দুখিয়াৰ বাবে সুবিধি দিচে আশাৰে আগ বাহি যাও । কিন্তো একো নহয় কয় বুলে আপোনাৰ ভোট এইয়াত নাই আকৌ যদি নিজৰ গাওত কৰিবলৈ ধৰো কয় বুলে এইয়াৰ বাসিন্দা নহয় কি কৰিম আপোনি কক একো উপায় নাপাও সেই হে আপোনাৰ লোকৰ।সহায় বিচাৰি গলো
@ushaborgohain367
@ushaborgohain367 7 ай бұрын
মই বিধবা আজিলৈকে একো পোৱা নায়
@rajibroy6676
@rajibroy6676 4 жыл бұрын
Nice sir
@assamtinisukia4126
@assamtinisukia4126 2 жыл бұрын
চাৰ !ৰামৰ এখন দুচকীয়া নতুন বুলেট আছে ৫ লাখটকীয়া।আনহাতে লক্ষ্ণণৰ এখন ৪চকীয়া চেকেণ্ডহেণ্ড টেক্সী আছে ২লাখটকীয়া। গতিকে চাৰ;লক্ষ্মণ ৰামতকৈ বহুগুণে দুখীয়া।কাৰণ লক্ষ্মণে ৪চকীয়া লৈছে লোণ/ধাৰ কৰি পৰিয়াল পোহ -পাল দিবলৈ।আনহাতে ৰামে ৫লাখটকীয়া দুচকীয়া চলাইছে চখত।গতিকে চাৰ ; আপোনালোকৰ অৰুণোদয়ৰ এই বিচাৰটি যথোচিত হৈছেনে?
@Dipali-Kumar
@Dipali-Kumar Жыл бұрын
ৰঙিয়াৰ ডিমু ডোৱক ত 2/3খন গাড়ী থকা মাইকীয়ে পাই অৰোনদয় ধন আৰু দু খীয়া পোৱা নাই🙏
@manuranjanmandal4378
@manuranjanmandal4378 4 жыл бұрын
good job bjp
@user-th6ku2we8m
@user-th6ku2we8m 6 ай бұрын
Ami atiya loike ako powa nai 😢
@user-wt1xu2wh4q
@user-wt1xu2wh4q 4 жыл бұрын
আমি আটাইয়ে আঁচনি খন ভাল ধৰনে হবলৈ দিয়া টো সহায় কৰিব লাগে বুলি ভাবো
@utttomuttom6456
@utttomuttom6456 4 жыл бұрын
Uttom roy
@Priyabhak
@Priyabhak 4 жыл бұрын
Very good sir ji
@user-vz5tp1zj7d
@user-vz5tp1zj7d 23 сағат бұрын
মই একো সুবিধা পোৱা নাই এতিয়ালৈকে মোৰ লৰাজন সোজকাৰিবনোৱাৰে
@JaanJaan-cy3ep
@JaanJaan-cy3ep 4 жыл бұрын
Great sir
@rajendrakoch5902
@rajendrakoch5902 Жыл бұрын
Thanksir
@madhusmitakaushik3750
@madhusmitakaushik3750 4 жыл бұрын
Good step sir
@mhdhabbora5032
@mhdhabbora5032 2 жыл бұрын
Anju..bora.. Lokhimpur.. Bihpuriya. Bongalmora.. Anju.bora,.amar..mati.. abighaw..nai..tatiahole..amak..arunudoi..asonor..antavukto..nohow,.kio....ame..doridro..simarekhar..akebaretolor.sener..manuh,.amak..kio..mahiaeir..sokure..sai..aase..jonabosun
@dipaligogoi4900
@dipaligogoi4900 2 ай бұрын
Dhonyo bad Sir.
@mayabaidya2631
@mayabaidya2631 3 жыл бұрын
খুব ভাল লাগছে কেতিয়াহব,,,,,
@BRAHMACHARIGOUR
@BRAHMACHARIGOUR 7 ай бұрын
কিন্তু hatidhura ব্লক অন্তৰ্গত বহু আছে এইবোৰ নিয়ম হীন নিদি অনিয়মীয়া ব্যক্তিক দি কাইটাৰিয়া থকা ব্যক্তিক বঞ্চিত কৰিছে। যিয়ে পাব লাগিছিল সেই ব্যক্তি বোৰ পোৱা নাই যিয়ে পাব নালাগিছিল সেই ব্যক্তি বোৰ পাই আছে আঁচনি সুবিধা।
@Jakirhussain-io6gb
@Jakirhussain-io6gb 3 жыл бұрын
আমি গরিব মানুষ
@mriduldas9165
@mriduldas9165 7 ай бұрын
Right 👍
@user-un3tt1hg6e
@user-un3tt1hg6e 7 ай бұрын
মোৰ ঠিকনা--হাজো সাং-মনাহকুচি কামৰূপ .অসম
@RajkumarDoley-ff9fo
@RajkumarDoley-ff9fo 9 ай бұрын
B.P.L
@BidhutBarman
@BidhutBarman 8 ай бұрын
Armi kiar sakoli kiy napoy Duki manu armi moy poli arsu class,Ix poli arsu
@dhenurammili7092
@dhenurammili7092 2 жыл бұрын
Good good morning
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 41 МЛН
When you discover a family secret
00:59
im_siowei
Рет қаралды 25 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 48 МЛН
Zombie Boy Saved My Life 💚
00:29
Alan Chikin Chow
Рет қаралды 29 МЛН
'' 20kg Big Bamboo shoot '' - 4 recipes cook Bamboo shoot - Cooking with Sreypov
21:22
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 41 МЛН