ভয়াৱহ বানৰ কলবত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পানীৰ তলত ৯৫টা বন শিবিৰ

  Рет қаралды 98,116

News Live

News Live

8 күн бұрын

📌ভয়াৱহ বানৰ কলবত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পানীৰ তলত ৯৫টা বন শিবিৰ। আৱদ্ধ হৈ পৰিছে বিভিন্ন জীৱ-জন্তু। ওখ ঠাই বিচাৰি ৰাজপথলৈ ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ব্যক্তিগত যান-বাহনৰ চলাচলতো বান্ধি দিয়া হৈছে নীতি-নিয়ম।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 16
@rinkigogoi7455
@rinkigogoi7455 6 күн бұрын
বানপানী অসমৰ জ্বলন্ত সমস্যা।দুখ লাগিছে এই অজান প্ৰাণী বোৰক দেখি।খুব কষ্ট পাইছে
@ritomborakaziranga05cyclerider
@ritomborakaziranga05cyclerider 6 күн бұрын
সঁচাকৈ উপায় নাই 😢😢
@bandanagayan1929
@bandanagayan1929 6 күн бұрын
জীৱৰ প্ৰতি সকলোৱে সহাই কৰক
@newassamgogoi4627
@newassamgogoi4627 6 күн бұрын
সকলো ভাল লাগে কিন্তু এটা কথা বহুত দুখ লাগে অসমত উপৰ পৰ্যায়ৰ চাকৰী বিলাক অনা অসমীয়াই কিয় পাই😢😢
@Assamboy-ou6yh
@Assamboy-ou6yh 5 күн бұрын
কাজিৰঙাত flyover ব্যৱস্থা হ'ৱ লাগে।
@saikia20k
@saikia20k 6 күн бұрын
😢😢
@thedevogramstory7483
@thedevogramstory7483 6 күн бұрын
Enai press meet dilai flood naikia hba na???
@SunuDas-js1kl
@SunuDas-js1kl 6 күн бұрын
😭😭😭😭
@woman178
@woman178 5 күн бұрын
Banpani prepare hoi asili niskarma duta sini paa lora suwali loi tur
@TultulDas-hs6ud
@TultulDas-hs6ud 4 күн бұрын
Sorkare Goru vati nisina uxo Vati bonuwa bibsta koribo lage.
@irragiglesias8896
@irragiglesias8896 6 күн бұрын
Kolobot/kobolot😢
@user-dw9cr3cr1r
@user-dw9cr3cr1r 3 күн бұрын
Sri.amihumgard
@utpalgoswami1990
@utpalgoswami1990 6 күн бұрын
আমাৰ গৃহ মন্ত্ৰী ডাঙৰীয়া "অমিত চাহে" , দিয়া আইদিয়া লওক আমাৰ মূখ্য মন্ত্ৰীয়ে । তেওঁৰ জ্ঞানৰ মহিমা অপাৰ ডাঙৰ ডাঙৰ পুখুৰী খন্দোৱায় দিলে বানপানীৰ সময়ত ৰাজ্যত বানপানীয়ে নোহোৱা হ'ব , আৰু তাৰ পৰাই মোটা কমিছনো ওলাব নহয়নে ? এক গুলীত দুই চিকাৰ । পিছে ঠিকাটো ভূঞা বাইদেউক দিয়া ভাল হ'ব নেকি ?
@gitashrihazarika1253
@gitashrihazarika1253 6 күн бұрын
Proti bosore kazaringa t ban pni hoi
@BornaliBora-cv4py
@BornaliBora-cv4py 3 күн бұрын
😂😂😂
Nutella bro sis family Challenge 😋
00:31
Mr. Clabik
Рет қаралды 11 МЛН
Я нашел кто меня пранкует!
00:51
Аришнев
Рет қаралды 3,8 МЛН