No video

নিজৰ ঘোষণাত নিজেই লজ্জিত নেকি প্ৰধানমন্ত্ৰী?

  Рет қаралды 6,793

The CrossCurrent

The CrossCurrent

Күн бұрын

#graphiccontent
নিজৰ ঘোষণাত নিজেই লজ্জিত নেকি প্ৰধানমন্ত্ৰী? প্ৰধানমন্ত্ৰীৰ প্ৰতিটো সিদ্ধান্তই ফ্লপ হয় কিয়? বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি GST, অগ্নিপথো ফ্লপ।
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews

Пікірлер: 26
@dharmeswarbaruah9797
@dharmeswarbaruah9797 Ай бұрын
হৰি হৰি
@ArunKumar-kl2jw
@ArunKumar-kl2jw Ай бұрын
ঠগে ঠগিয়েই থাকিব। ঠগ খাওঁতাই ঠগ খায়েই থাকিব। প্ৰধানমন্ত্ৰী ঠগৰ মাধ্যম যেনেই লাগিছেগৈ।
@aminulislam2286
@aminulislam2286 Ай бұрын
মূৰ্খই দেশ শাসন কৰিলে এনেকুৱাই হয়
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv Ай бұрын
প্রধানমন্ত্রী নিজে এজন ফল্প মানুহ তেন্তে তেওঁৰ সিদ্ধান্ত সমুহ ফল্প হবই। মোদীয়ে লোৱা সিদ্ধান্ত সমুহ যেনে জি এচ টি , নোট বন্দী ইত্যাদি কৰি দেশখন বহু পিছুৱাই লৈ গল।মোদীয়ে নিজে দেশৰ চকীদাৰ বুলি কয় কিন্তু তেওঁ দেশৰ সম্পদবোৰ এপদ এপদকৈ পূজিপতিৰ হাতত গতাই দিলে। আৰু ইলেকট্রৰেল বন্দৰ দ্বাৰা হাজাৰ হাজাৰ কোটি চান্দা লৈ বিৰোধিৰ চৰকাৰ ভঙাৰ কাৰনে এম পি এম এল এ কিনা বেচা আৰম্ভ কৰি দেশখনৰ গনতান্ত্রিক ব্যবস্থা ভাঙি চুৰমাৰ কৰি দিলে।
@joyprakashgohain7032
@joyprakashgohain7032 Ай бұрын
মোহম্মদ বিন টোঘলক । মোদী নহয় !
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
2014 চনতে সমগ্ৰ দেশবাসীয়ে কি এনে যাদুত ভোল গল যে এচাম অশিক্ষিত, অদূৰদৰ্শী তথা সাম্প্ৰদায়িক লোকৰ হাতত দেশৰ শাসন ভাৰ সপি দিব লগীয়া হল? আজি পৰিণাম ভোগ কৰি দেশবাসী অনুতাপ কৰিব লগীয়া হৈছে । যিয়ে নহওক দেশৰ জনতাৰ এই পশ্চাদগামী স্থিতিত দেশখন উদ্ধাৰ হব। অসমতো তাৰ প্ৰভাৱ পৰিব।
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
মিছলিয়া চকিদাৰ চোৰলৈ গতি কৰে, লাখটকীয়া নহয় হাজাৰ কুটি আৰু লাখ কুটিৰ চোৰ, দকাইট ৰুপি তিৰিয়ে খেদা নৰেন্দ্ৰ মোদী।
@user-dg4vz2sl1k
@user-dg4vz2sl1k Ай бұрын
আমি 15 লাখ টকা পালোঁ আৰু এতিয়া কি পাম চাহ বেপাৰীৰ পৰা
@abdulmotaleb9598
@abdulmotaleb9598 Ай бұрын
ভোটৰ ৰাজনীতি।
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm Ай бұрын
শাসনত বলিয়ান হৈ মুখত যিহকে আহে সিহকে বকি প্ৰধান্য লাভ কৰিব বিচৰা প্ৰধানমন্ৰী ।
@sibajisarkar1009
@sibajisarkar1009 Ай бұрын
এনেকুৱা এজন পণ্ডিত কত পাব।
@pinkisarmah8400
@pinkisarmah8400 Ай бұрын
Thal bati bajuba dijitel india
@santaramdeka3015
@santaramdeka3015 Ай бұрын
Education no means flops
@mahimuddinlaskar4939
@mahimuddinlaskar4939 Ай бұрын
ফ্লপ মাষ্টার মশাই।
@JayPegu321
@JayPegu321 Ай бұрын
কাম নাই হে।।।😮😮😮
@bijoydeka9134
@bijoydeka9134 Ай бұрын
Adanik toka bonaboloi ai bor kam.
@NP-gf7fo
@NP-gf7fo Ай бұрын
Hakalu Flop Scheme or Sarkar manei BJp
@abdulmannanahmed787
@abdulmannanahmed787 Ай бұрын
Master planner of flop schemes.
@user-gn6cq3yh5k
@user-gn6cq3yh5k Ай бұрын
Asorit misoli amar bharotor prodhan montri Modi sire
@TCF573
@TCF573 Ай бұрын
😅😅😅😅Aituk dekhile bor hahi uthe... Atya Naidu hoto soron dhuwai ase 😅😅😅Ha ha ha ha ha
@stugg85
@stugg85 Ай бұрын
GAJAB TOPIBAAZ AADMI HAI!!!
@bipulrabha-xg7jr
@bipulrabha-xg7jr Ай бұрын
Tax vs Modi
@dsentertainment9545
@dsentertainment9545 Ай бұрын
Murot gubor loi anor advice lole enekuai hoi
@user-om9xh3sr1f
@user-om9xh3sr1f Ай бұрын
Modi jivantue flop. Maiki aniu maiki ari dile, heu ata flop
When you discover a family secret
00:59
im_siowei
Рет қаралды 26 МЛН
managed to catch #tiktok
00:16
Анастасия Тарасова
Рет қаралды 49 МЛН