Ojaantric || Assamese Podcast ft.

  Рет қаралды 214,323

Oasis Motion Films

Oasis Motion Films

2 жыл бұрын

Play on India's favourite Fantasy cricket platform "Gamezy"
আপোনালোকে এইটো লিংকত গৈ এপটো ডাউনলোড কৰিব পাৰিব।
Download using this Link:
gamezy.page.link/MSRyTS8WnEuY...
Play on Free and paid contest and stand a chance to win upto 5Crore.
Thats not it play Rummy, Poker, Football and other easy games like Ludo, Carrom, Fruit Slice, 8-ball Pool etc and win big.
#Gamezy
#fantasycricketongamezy
#GameNahiAppBadlo
Amrita Gogoi's KZfaq Channel : / amritagogoiofficial
Our Second channel:
Oasis Talukdar : • ONATAR || Assamese Pod...
Udayan Duarah : • Hanayah's first day at...
OJAANTRIC.....
For business inquiries you can mail us at: oasismotionfilms@gmail.com
Our contact number : 8133836648

Пікірлер: 642
@nikitapatowary8991
@nikitapatowary8991 2 жыл бұрын
প্রতিটো কথাই হৃদয় চুই গল..... নাৰীৰ সুৰক্ষাক লৈ কোৱা কথা বোৰ সচকাই আদৰণীয়। 🌼
@priyakhisaikia1896
@priyakhisaikia1896 2 жыл бұрын
প্ৰিয় অভিনেত্ৰী তেওঁ ❤️ আজি তেওঁৰ স্পষ্টবাদিতা, আত্মসন্মান , আত্মসংযম গুণবোৰ দেখি , জানিবলৈ পাই সঁচাকৈ আপ্লুত হ'লো । লগতে ojaantric আগুৱাই যাওঁক ।
@__neel_utpol__5017
@__neel_utpol__5017 2 жыл бұрын
এজন শিৱসাগৰীয়ান হিচাপে ojaantric ৰ মজিয়াত পুনৰ এগৰাকী শিৱসাগৰিয়ান দেখি মই নথৈ আনন্দিত। ud দা চাগে বৰ jelous feel কৰিছে। কি কৰিব কওক উপায় নাই।। অমৃতা বা ৰ বহুত ডাঙৰ fan। সদায় দৰে এনে ও অজিৰ podcast তো ও বঢ়িয়া no doubt।। lastly1 qstn :ipl ত কাক support কৰিছে।।।। মই cskian।Dhoni fan।.....
@jyotibora4650
@jyotibora4650 2 жыл бұрын
অমৃতা ১০০% সচা কথা কৈছে। আজি খণ্ডটো বহুত ভাল লাগিল 💕
@intrvrt5
@intrvrt5 2 жыл бұрын
উফ্ ❣️ ভাষা নাই ! প্ৰত্যেকটো খণ্ডৰ দৰেই এইটো খণ্ডও খুব খুব খুব ভাল লাগিল 🥰নিভাজ কথাবোৰ হৃদয়ৰ কোনোবাখিনিত ৰৈ যায় 😍 এতিয়া জুবিন দাৰ খণ্ডটোৰ বাবে বাট চাই ৰ'লো। সোনকালে জুবিন দাক আপোনালোকৰ সৈতে দেখা পাম বুলি আশা কৰিলোঁ। #long_live_ojaantric #love_from_golaghat 🥰
@dharanisaikia382
@dharanisaikia382 2 жыл бұрын
উফফছছ কথাবোৰে চুই গ'ল ❤️❤️💥 ধন্যবাদ জনালোঁ অযান্তিক প্ৰিয় অভিনেত্ৰীগৰাকী অনাৰ বাবে 💞 সদাই প্ৰিয় মোৰ এই Show টো। মৰম আপোনালোকলৈ 💛❤️
@moonshreesonowal2576
@moonshreesonowal2576 2 жыл бұрын
অমৃতা গগৈৰ মানসিকতাক মই সন্মান কৰোঁ❤️বহুত শুভকামনা আপোনালৈ😍
@aakashdeepchetia645
@aakashdeepchetia645 2 жыл бұрын
প্ৰিয় অভিনেত্ৰী গৰাকীক আজি মাতি আনিলে।ভাল লাগিল। অযান্ত্ৰিকৰ new episode ৰ notification পাই মনটো কিবা ভাল লাগি যায়।।lots of love from Nazira ❤️❤️
@priyankadevi6385
@priyankadevi6385 2 жыл бұрын
ইমান স্পষ্টবাদীতা অম্ৰিতা বা । উফফ মই এনেকোৱা হোৱাটোয়ে বিচাৰো সদায় । বহুত ভাল লাগিল 💞💞
@kixoloifilms8164
@kixoloifilms8164 2 жыл бұрын
Ojaantric e jodi axom r directors aru actors khini k loi pelai ekhn roundtable discussion pate je kenekoi axomiya cinema k aguai loi jabo pari tetia eitu eta bor bhal step hobo... Thank you
@bornalikonwar4083
@bornalikonwar4083 2 жыл бұрын
অসমৰ দুগৰাকী প্ৰিয় অভিনেত্ৰী অমৃতা বা, প্ৰস্তুতি বা ,,,, ইমান বেছি স্পষ্টবাদী,সৎ মানসিকতা ভাল লাগে,,,যি কয় সঁচা কয় ,,, এনেকুৱা ব্যক্তিত্ব আমাৰ বাবে এক আদৰ্শ ❣️❣️👍👍
@kangkanakalita2296
@kangkanakalita2296 2 жыл бұрын
Ojaantric ৰ মজিয়াত মোৰ আটাইতকৈ প্ৰিয় স্পষ্টবাদী অভিনেত্ৰী গৰাকী অমৃতা বা❤️❤️ ধন্যবাদ Ojaantric.... Lots of love baa❤️❤️
@jayantamadhavdoley4890
@jayantamadhavdoley4890 2 жыл бұрын
Amrita baa ৰ বহুত সাহস আছে দেই আৰু এনেকৈয়ে সদায় সাহসী হৈ থাকে যেন ❣❣love from dhemaji
@rimjhimdeka8330
@rimjhimdeka8330 2 жыл бұрын
সঁচাকৈয়ে যান্ত্ৰিকতাবিহীন এটি অনুষ্ঠান। বেহাৰবাৰীৰ‌‌ নিচিনাকৈ এতিয়া অযান্ত্ৰিকৰ বাবেও অলপ সময় উলিয়াবলৈ চেষ্টা কৰোঁ। তোমালোক দুয়োজনলৈ বহু শুভকামনা থাকিল।💚 from morigaon
@skr7224
@skr7224 2 жыл бұрын
সচাঁকৈয়ে
@rudraleemilon864
@rudraleemilon864 2 жыл бұрын
আজিৰ খণ্ডটো আমিটো(দৰ্শকসকলে) enjoy কৰিলোঁৱেই ,তাত কোনো সন্দেহ নাই । কিন্তু Oasis য়ে বেছি enjoy কৰা যেন লাগিল । বাকী ,অমৃতা বা সদায় প্ৰিয় আৰু অযান্ত্ৰিক এতিয়া মোৰ উশাহ 💜💜
@kaushikrabha2228
@kaushikrabha2228 2 жыл бұрын
From অহেতুক to Ojaantric my crush literally grown up 🥺❤ as a actress she is so good but as a human she best❤
@mouranihazarika8616
@mouranihazarika8616 2 жыл бұрын
মোৰ সবাতোকৈ প্ৰিয় অভিনেত্ৰী গৰাকী😍😍 অযান্ত্ৰিকৰ প্ৰতিটো খণ্ডয়ে প্ৰিয় যদিও আজিৰটো অলপ বিশেষ যিহেতু আজি অমৃতা বা আহিছে। অমৃতা বাৰ অভিনয় বহুত বেছি ভাল লাগে তাতোকৈ ভাল লাগে তেখেতৰ চিন্তা আৰু কথা কোৱা ষ্টাইল। আগোৱাই যাওক বা আৰু বহুত আগোৱাই যাওক অযান্ত্ৰিক। বহুত বহুত বহুত শুভকামনা থাকিল সমূহ অযান্ত্ৰিক পৰিয়াললৈ।💕💕💕💕
@heeyamanirabha27
@heeyamanirabha27 2 жыл бұрын
বহু দিনৰ পৰা আশা কৰি থকা খণ্ডটি দেখিলোঁ 😍😍😍 ভাল লাগিল। প্ৰিয় অভিনেত্ৰীৰ মাজত অমৃতা বা এজনী ❤️❤️❤️ অযান্ত্ৰিক যুগমীয়া হৈ থাকক 💕💕
@bornaliborah1237
@bornaliborah1237 2 жыл бұрын
বহুদিনৰ পৰা এইটো খণ্ডৰ বাবে অপেক্ষা কৰি আছিলো 🤗 খুব ভাল লাগিছে চাই😇 এবাৰ বৰষা বা, জুবিন দাক চাব বিচাৰো। বহুত বহুত মৰম পঠালো যোৰহাট (টীয়ক) ৰ পৰা 💝🥰 Long live Ojantric 😍❤
@maayan9764
@maayan9764 2 жыл бұрын
UD da তোমাক প্রথম ভাল লগা নাছিল মোৰ .. বহুত লেবেল দিয়া মানুহ তাইপ লাগিছিল😁😁 .... এতিয়া লাহে লাহে তোমাক সবতকৈ বেছি❤ ভাল লগা মানুহ তুমি মোৰ ....... এবাৰ লগ পাব বিছাৰো .... কেনেকৈ পাৰিম ❤...????
@dweepsvlog4498
@dweepsvlog4498 2 жыл бұрын
ojantric episode t adin Amrita ba k dekha pam bhabisilu aru aji teuk mati onar babe oasis da ru udoyon Dak dhynobad jonaisu.... lots of love from nazira♥️ long live OJANTRIC ♥️
@tribenikhanikarboruah6357
@tribenikhanikarboruah6357 2 жыл бұрын
আৰু এটি সুন্দৰ show উপহাৰ পালো।বহুত ধন্যবাদ অযান্ত্ৰিক---
@rinkudutta22
@rinkudutta22 2 жыл бұрын
নৱ প্ৰজন্মৰ অভিনেত্ৰীসকলৰ ভিতৰত অমৃতাৰ স্থান অদ্বিতীয় আৰু সুকীয়া ৷ ধন্যবাদ অজান্ত্ৰিক আন এটি সন্ধিয়া জীপাল কৰাৰ বাবে ৷ ❤️ 😊
@devikagogoi2898
@devikagogoi2898 2 жыл бұрын
ভাল লাগিল অযান্ত্ৰিকৰ যান্ত্ৰিকতাত মোৰ মৰমৰ ভতিজী অমৃতা জনীক । শিৱসাগৰৰ পৰা আশীৰ্বাদ কৰিছো অযান্ত্ৰিক অমৰ হওঁক ।
@tazmamobiletechworld
@tazmamobiletechworld 2 жыл бұрын
Lots of love To Ojaantric ... Proud to be Assamese ...... ৰক্ত দান জীৱন দান , আপোনাৰ এটোপাল তেজে কাৰোবাৰ জীৱন জীয়াই তুলিব পাৰে। জয়তু Unity we are the Blood donors....(Merajul)
@pallabisaikia7050
@pallabisaikia7050 2 жыл бұрын
প্ৰিয় মানুহ গৰাকী.... ❤️
@jitumoniboro9425
@jitumoniboro9425 2 жыл бұрын
প্ৰিয় অভিনেত্ৰী গৰাকীক মাটি অনাৰ বাবে ধন্যবাদ দেই । আৰু আপোনালোকতো সদায়েই প্ৰিয়।। Love from Tangla.❤❤
@kanishkadas4935
@kanishkadas4935 2 жыл бұрын
বহু দিনৰ পৰা ৰৈ আছিলো অমৃতা বাৰ খণ্ডটোৰ বাবে ❤❤😍😍
@garimasarma9152
@garimasarma9152 2 жыл бұрын
Notication টো পাই ভাল লাগিল , মোৰ মৰমৰ অভিনেত্ৰীগৰাকীক দেখি । আপোনালোকক বহুত ভাল লাগে , সময় পালে ojaantic sao
@digantasaikia5933
@digantasaikia5933 2 жыл бұрын
প্ৰিয় অভিনেত্রী গৰাকী বাকী মৰমৰ ককাই দুইজন 😍😍 মানে কি বুলি কম যেন আপোনালোকে আড্ডা মাৰি আছে আৰু মই আপোনালোকৰ কাষত বহি শুনি আছো।
@mythonggautamofficial5374
@mythonggautamofficial5374 2 жыл бұрын
বা আপুনি মোৰ প্ৰিয় অভিনেত্ৰী । আপুনি অসমৰ Best অভিনেত্ৰী বা । আপোনাৰ কথাবোৰ শুনি ভাল লাগিল। ধন্যবাদ #Ojaantric. ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ সকলোলৈ ✌️
@deba3225
@deba3225 11 ай бұрын
Listening to Amrita ma'am is so soothing and inspiring. Her accent and absolute clarity of thought are amazing. ❤ Thanks to Ojaantric for the interview. 👍 Best Wishes for more success 🙏
@ManoxKB
@ManoxKB 2 жыл бұрын
I absolutely agree with you Amrita. I never thought you have this idealogy and stand. We share so much thoughts, you and I. We really need at least one more episode with her.
@swagotsyamolbora869
@swagotsyamolbora869 2 жыл бұрын
আহিছিলো বিহু চাবলৈ। notification পাই earphone লগাই ojaantric ৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ episode চাবলৈ লাগি গ'লো। এইবোৰেই আবেগ । এইয়াই মৰম । ❤❤❤🤗
@nd5732
@nd5732 2 жыл бұрын
কালিলৈ মোৰ exam তথাপিও ভিদেও টো এৰিব মন যোৱা নাই । Fav show
@bidishaborah7264
@bidishaborah7264 2 жыл бұрын
Amrita Baa bhut প্রিয় ru Ojaantric u bhut প্রিয় xaibabe ajir episode akbre সোণত সুৱগা হৈ পৰিল... Ata request ase please Tonmoy Saikia k matok..axa koru request Tu rkhibo.......বাট sai rom🤗
@dr.kukikalpitamahanta949
@dr.kukikalpitamahanta949 2 жыл бұрын
Amrita mur school friend. Khub bhal lage taik. Logote proud feel u koru taik loi. Vlog sau hodai. UD da e eman din kiyo taik mota nai bhabi he aasil. Bhal lagil episode tu sai. Love from Dibrugarh ❤️❤️
@87albie
@87albie 2 жыл бұрын
Hats off to Amrita’s courage 👊🏽
@mutedvlogs9635
@mutedvlogs9635 2 жыл бұрын
I found this channel randomly; it is really a channel that produces quality content. Congratulations.... Love Amrita Baa❤️
@tulikakoch7844
@tulikakoch7844 2 жыл бұрын
সকলোতকৈ ভাল লগা অভিনেত্ৰী গৰাকীক মাতি অনাৰ বাবে বহুত ভাল লাগিল দেই ❤️❤️
@chitraphukan5546
@chitraphukan5546 2 жыл бұрын
ভাল লাগিল, অমৃতাক অসম দেশৰ ছোৱালী শ্ব'টোৰপৰা জানো। জুই ধৰি চাহ বনোৱা আৰু কচু শাক বুটলাটো এতিয়াও মনত আছে।
@pankajdas9670
@pankajdas9670 2 жыл бұрын
Atleast in all Cinema Halls 4 weeks of Assamese Films is mandatory and awareness amongst peoples should be created....Best wishes to Our Assamese Film Industry and to Ojantric/Yudi/Oasis/Amrita...ami South Film Industryr pora hikkha lobo lagey
@sasankahazarika1374
@sasankahazarika1374 2 жыл бұрын
বাৰ কথা বোৰে কোনোবা খিনিত ছুই গৈছে! এই কথা বোৰ সকলোৱে ভাবিব লাগে। বহুত ভাল লাগিল 💕
@manishabaruah717
@manishabaruah717 2 жыл бұрын
বহুত ভাল লাগিল খণ্ডটো চাই অযান্ত্ৰিক সদায় আগুৱাই যাওক আৰু এদিন ইয়াত গুঞ্জন দাদাক দেখিম বুলি আশা কৰিলো ❤️🙏🏻
@haripriya7350
@haripriya7350 2 жыл бұрын
Opekhya kori thooka mnuh goraki 😍😍 bhut val lage amrita baak..... Long live ojaantric ❤
@mrinmoy1480
@mrinmoy1480 2 жыл бұрын
A girl should be like her. Bold, confident, and graceful. Favorite Actor for a reason. Love you Amrita baa 😍 Love from Sivasagar
@shyamsundarkalita3065
@shyamsundarkalita3065 2 жыл бұрын
2016 চনত থিয়েটাৰত থাকোতে আমাৰ ঘৰত আছিলে , তেতিয়াই ভালকৈ লগ পাইছো। বহুত খোলা মনৰ মানুহজনী😍😍
@rikhitasaikia7753
@rikhitasaikia7753 2 жыл бұрын
ভাল লগা এটা অনুষ্ঠান .....lots of love from Namrup
@barunkumarrajmedhi1038
@barunkumarrajmedhi1038 2 жыл бұрын
তেওঁৰ স্পষ্টবাদিতা দেখি ভাল লাগিল ! অহেতুক চিনেমাহ’লত গৈ চাইছিলোঁ, ভাল লাগিছিল চিনেমাখন, আৰু ভাল কাম কৰি যাওক, শুভকামনা !
@sherryburagohain1472
@sherryburagohain1472 Жыл бұрын
খুউব ভাল লাগিল ৷মই ভাৱো সকলো অসমীয়া অভিনেত্ৰী অমৃতা,বৰষা আৰু প্ৰস্তুতিৰ দৰে হ’ব লাগে৷সাহসী আৰু কামত সৎ৷
@anamikasaikia328
@anamikasaikia328 2 жыл бұрын
Etia anekua loga hoise,ketiano notification ahibo ozantrikor.seitoke khusori youtube to sai thako❤️❤️❤️imane besi val loga hoise,specialy aponalokor kotha barta bor..aponalokor eito show akha koro bhut agole solibo
@mousumi1888
@mousumi1888 2 жыл бұрын
অসমীয়াৰ মাজত ইংৰাজী শব্দ আজি কম পাইছো,,সেয়ে আজি বেছি ভাল লাগিল ,
@nyla.90
@nyla.90 Жыл бұрын
Huh...u feel good today..cuz u PPL don't know English
@user-cm7sw7lk1e
@user-cm7sw7lk1e 5 ай бұрын
​@@nyla.90Because we live in Assam not in USA
@kalpanakataky9092
@kalpanakataky9092 2 жыл бұрын
One of my favourite.positive hoi.straight forward
@krishnajinadeka
@krishnajinadeka 2 жыл бұрын
Lots of love to Amrita. You will inspire a lot of girls to be confident and stand for themselves. Thank you O&U for having her. We all need to stand against eve teasing. It was a beautiful episode.
@rishmitakashyap533
@rishmitakashyap533 2 жыл бұрын
Waah. Xosake aji bohut val lagil. Baar kotha Keitat tu nokoisu xosake ekdom xosa koise. Apunalukor porai ami xosake bht val kothau xikisu, hahisu. Ud da Oasis da apunaluke aru anekoiye amk Xodai monuronjon kri thakibo apunaluku aru aag bahi jawok. Lots of love from Tezpur ❤️✨.
@dhritideka6135
@dhritideka6135 2 жыл бұрын
Amrita baa is my one of the most fav actress from the assamese industry..I just love her simplicity nd self confident nature.. One of the best episode 💞..Thanks to Ojaantric and also thanks to you both.. You gyzzz really doing a amazing job🌼🌼💕💕
@neerab429
@neerab429 2 жыл бұрын
Apunalur anusthan Tu pothom episode r porai sai ahisu...xup dhuniya ata anusthan ojaantric, xomoi jimane nhok kio kunu apotti ni mane Eman Val lage.. love for ojaantric ❤️💕
@user-benz90
@user-benz90 2 жыл бұрын
খুবেই ভাল লাগিল❤️❤️ আগলৈ আৰু ভাল ভাল episode চাবলৈ পাম বুলি আশা থাকিল। এনেকৈ সোনকালে সোনকালে episode বোৰ দিব চোন,ভাল লাগে তেতিয়া 🥰🥰 from শিৱসাগৰ
@cheery3469
@cheery3469 2 жыл бұрын
She is such an amazing actress of Assamese industry.......eman j val pao teok moi ....love you so much amrita ba....thnaks ojaantrik teok mota babe ... val val kam kori jaok apunaloke😍😍😍
@plabitanath1332
@plabitanath1332 2 жыл бұрын
😍🥰 one of the most interesting episode of ojantric ..
@monjitdutta4827
@monjitdutta4827 2 жыл бұрын
অমৃতা বা সচাকৈ বহুত সাহসী সেয়ে ভাল লাগে... অজান্ত্ৰিকৰ প্ৰতিটো এপিছোদৰ পৰাই ভাল কিবা এটা শিকিব পাৰিছো.. বহুত ধন্যবাদ অৱেচিছ দা আৰু উদি দা আমাক এটা ভাল আদ্দা দিলে।
@shraddhagogoi9715
@shraddhagogoi9715 2 жыл бұрын
Such an insightful talk it was. Something fresh and new. Thank you Ojaantric for inviting her, she is one of a kind indeed. An inspiration for us all❤️❤️❤️❤️❤️
@mousumigogoi5121
@mousumigogoi5121 2 жыл бұрын
Bhut bhal lgil...Amrita baa kotha khini huni bhut সাহস পালো
@tanmanasubhasini5949
@tanmanasubhasini5949 2 жыл бұрын
Best best best episode ever... She's my favourite!❤️ Thankyou Oasis and Udy da for inviting her..✨
@sushmitadey6234
@sushmitadey6234 2 жыл бұрын
One of the best episodes ❤️ Amrita ba is full of positivity 👌
@d.p.experiment549
@d.p.experiment549 2 жыл бұрын
Bhut val laga OJAANTRIC sai... love from lakhimapur❤❤the voice Talukdar da❤❤❤❤❤❤❤❤❤
@diksha8756
@diksha8756 2 жыл бұрын
My fvrt ❤❤❤❤..thank you for this episode...what a episode....so inspiring 💝
@jumonoutofmind
@jumonoutofmind 2 жыл бұрын
My 1st comment only becoz of Amrita ! My fav actress of this generation! 😃very free and frank conversation! specially the last line ...
@forjulamin8124
@forjulamin8124 2 жыл бұрын
Impressed... she is so strong.. love her nd also huge respect to her❤
@bikashmusahaloi3403
@bikashmusahaloi3403 2 жыл бұрын
এই সকল হে আচল অৰ্থত empowered woman, শুভ কামনা থাকিল।
@barashapatowary4698
@barashapatowary4698 2 жыл бұрын
One of best episode😍amrita baak bht besi vaal lage💞and ohaantric is always loveeeeee🥳
@ankitachetia2305
@ankitachetia2305 2 жыл бұрын
সচাঁই সময়খিনি মূহূৰ্ততে গুচি গ’ল❤️ভাল লাগিল চাই❤️ভালে থাকক ভাল লগা মানুহবোৰ 😘
@jitutalukdar3982
@jitutalukdar3982 2 жыл бұрын
অমৃতা বা জনী ইমান সহজ, সৰল, মৰমলগা হয় বুলি ভৱা নাছিলোঁ,, অলপো skip নকৰাকৈ গোটেইটো চালোঁ ।।Love you Amrita Baa from Morigaon..💝💝💝
@midupobondutta4440
@midupobondutta4440 2 жыл бұрын
সাধাৰণ কিন্তু বহুত গুৰুত্বপূৰ্ণ, ভাল লাগিল।
@bhaswatbhuyan3721
@bhaswatbhuyan3721 2 жыл бұрын
Ei gutei 1 ghonta t xomoyot jiman khini kotha kole apunaluk tiniugorakie, enekua lagil mur monot soli thaka protyektu kotha apunaluke ekhon script bonai ajir episode tu shoot korile... Val lagile bohut... Udayan da, Amrita baa, Oasis da val lagil bohut.
@allthebest6611
@allthebest6611 Ай бұрын
আপুনি আইমীতকৈ বহু উচ্চ খাপৰ অভিনেত্ৰী ৷। ❤acting dance expression etc সকলোতে আগবঢ়া ৷
@shineaxom9693
@shineaxom9693 2 жыл бұрын
Natural Actress Natural Beauty Lots of blessed 💚❤️💚❤️ Lady Don💪💪💪💚❤️💚❤️
@jonasarmabarua3835
@jonasarmabarua3835 2 жыл бұрын
Very good guest +good program jai ho Ojantrik.....
@user-qg9dt9zb1c
@user-qg9dt9zb1c 8 ай бұрын
বহুত ভাল লাগিল ।তোমালোকৰ ভাল হওঁক ।
@dipanjligogoi7808
@dipanjligogoi7808 2 жыл бұрын
অমৃতা বাৰ প্ৰতিটো কথাই খুব ভাল লাগিল । সাহসী হব লাগে সকলো সময়তে। Inspire ❤️
@bornalichutia3909
@bornalichutia3909 2 жыл бұрын
Hii মই বৰ্ণালী চুতীয়া প্ৰথমে মই অযান্তিকৰ দীঘায়ু কামনা কৰিলো । আপোনালোকৰ show টো যেন সদায় এই দৰে আগবাঢ়ি যায় । আজি বা ক এই show টো পায় বহুত ভাল লাগিল । ধন্যবাদ বা ক অনাৰ বাবে 🥰🥰
@daitydeka4681
@daitydeka4681 2 жыл бұрын
Bohut val lagil video tu sai...Xdai new episode r babe wait kori thaku...One of my favourite show Ojaantric...😌❤️
@barshasaikia4210
@barshasaikia4210 2 жыл бұрын
খুউব সুন্দৰ খণ্ড এটি,,,, অমৃতা গগৈ বাৰ মানসিকতা শলাগিবলগীয়া,,,, এনে মানসিকতা সকলোৰে প্ৰয়োজন,,,, স্পষ্টবাদি অভিনেত্ৰী গৰাকী আগৰ পৰাই ভাল লাগে যদিও তেঁওৰ কথাবোৰ শুনি, চিন্তাধাৰা দেখি আৰু বেছি ভাল লগা হৈ পৰিল।❤️
@Gitimoni11
@Gitimoni11 2 жыл бұрын
Finally... Amrita baa ahile... 🤩🤩😍😍
@Eitu_xitu
@Eitu_xitu 2 жыл бұрын
Kamal da r episode Tu porai sai ahisu.. Bor val lage. Jantrikotar majot ojaantric sai.. 🥰🥰fav show fav mnh
@geet8974
@geet8974 2 жыл бұрын
Ojantric or aitu episode olop u skip nokorakoi salu💜 bohut besi ae bhal lagil kotha khini huni Amrita baa
@jitumonibora3418
@jitumonibora3418 2 жыл бұрын
Aito family so hoi nhle kla kolu hoi mane moja dise lahe lahe gm puai pai gl ru n ud daa...lv u ❤️❤️❤️....lv frm Nagaon ❤️❤️❤️
@aninditakashyap3915
@aninditakashyap3915 2 жыл бұрын
I honestly like her attitude... She is so daring and honest....indeed She is beautiful 💕
@aninditadeka1998
@aninditadeka1998 2 жыл бұрын
Network r problem r babe time t show Tu sabo nohol. Amrita baa r ktha khini bor val lagile. Theatre r incident tut teo r perception tu jani val lagil. She is bold and amazing.
@NDR_LIZA
@NDR_LIZA 2 жыл бұрын
প্ৰিয় অভিনেত্রী গৰাকীক মাতি অনা বাবে Thank You Ojaantric ❤❤❤ Love You Amrita Baa...ভাল লাগিল মনৰ কথা জানি,,, You Are Geart Baa 👍👍👍
@priyasaikia3075
@priyasaikia3075 2 жыл бұрын
Ojaantric khodai sau roi thaku episode r krane bht val lage sai .aru baa kotha2 kboi nalage bht val pau baa k. Aru mur falor pora disu ❤️❤️❤️
@dipshikhagogoi4702
@dipshikhagogoi4702 2 жыл бұрын
ঘৰৰ ওচৰৰ প্ৰিয় বা জনী। বহুুত ভাল লাগিল চাই😍🥰
@ananyakalita8846
@ananyakalita8846 2 жыл бұрын
প্ৰথম বাৰৰ বাবে যোৱাকালি ৰাতিপুৱা আপোনালোকৰ আযান্ত্রিকৰ এই খণ্ডটো চাইছিলোঁ,ইমানেই ভাল লাগিল বুজিব নোৱাৰো অনুভৱ খিনি,তেতিয়াৰ পৰা আজিলৈকে মাথোঁ আপোনালোকৰ video এ চাই আছোঁ youtubeত।। ud da আপুনি মোৰ বহুত আগৰ পৰায়েই প্রিয়,আপোনাৰ কথা কোৱাৰ style, ufff❤️ আৰু Oasis da আপোনাৰ মাতটো,হাঁহি আৰু চাৱনিত আন বহুতৰ দৰে মইও বৰ বেয়াকৈ প্ৰেমত প পৰিছো😍😍😍❤️❤️❤️❤️❤️।।।।ভালে থাকক সদায় আপোনালোক আৰু আযান্ত্রিক আৰু বহুত বহুত আগুয়াই যাওঁক তাকে কামনা কৰিছোঁ🤗🤗।।।।বহুত বহুত মৰম মোৰ ফালৰ পৰা
@chitrajitlahon6500
@chitrajitlahon6500 2 жыл бұрын
বহুত ভাল পাওঁ Ojaantric চাই,,,,, প্ৰথমৰ পৰায়ে চাই আছো,,,❤️❤️,, বহুত ভাল লাগিল আজিৰ episode,,, ❤️❤️ যোৰহাট
@palkimahanta3566
@palkimahanta3566 2 жыл бұрын
She has an unique personality ♥️ Keep shinning "Ojaantric"... Much love😍
@bishaldas7221
@bishaldas7221 2 жыл бұрын
Ata emn dhunia kotha kole Amrita baa a... Jodi kuneu mur karona nujujila, moi mur nijor karona jujilu... Bht hanghatic dialogue ☺
@kandorpakalita8788
@kandorpakalita8788 2 жыл бұрын
Ajir ai hahi ~ furtir a bhorpur episode tu sai bohut besi bhal lagil . Lots of love for the podcast cum adda ❤️ . Hodai hahi thakok apunaluka ru amak u hohuai thakok 💌 .
@sugandhiboruah
@sugandhiboruah 2 жыл бұрын
Aei shw tur babe bht agrohere bat sai thaku..thnq
@kakuneog2115
@kakuneog2115 2 жыл бұрын
She is my favorite ❤ what a strong personality, I admire her😍
@manmayuri2001
@manmayuri2001 2 жыл бұрын
Etu ep sai xosai bor vl lgise...vry nic ❤️ I really loved the personality of Amrita Baa 💞✨ she was amazing 😍 and so was UD Da and Oasis Da 🤗🤗
Ojaantric II Assamese Podcast ft. Moonmi Phukan II Udayan Duarah II Ep.29
56:33
ROCK PAPER SCISSOR! (55 MLN SUBS!) feat @PANDAGIRLOFFICIAL #shorts
00:31
Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96
1:01:56
Oasis Motion Films
Рет қаралды 138 М.
Ojaantric || Assamese Podcast ft. @Mantomanisaikia  || Ep.71
1:01:29
Oasis Motion Films
Рет қаралды 137 М.
Assamese PODCAST ft. Tanmoy Saikia || Episode:14 || @tanmoysaikia
1:08:41
UNTOLD by Aboyob Bhuyan
Рет қаралды 142 М.
Ojaantric || Assamese Podcast ft. @KussumKailash  || Ep.61
1:03:08
Oasis Motion Films
Рет қаралды 293 М.
Ojaantric || Assamese Podcast ft. @SubasanaDutta || Ep.78
1:11:49
Oasis Motion Films
Рет қаралды 204 М.
One Two Buckle My Shoes ! #spongebobexe #shorts
0:17
ANA Craft
Рет қаралды 31 МЛН
Парень со странностями помог мальчику 🥺 #фильмы #сериалы
1:00
DixyFilms - Фильмы и сериалы
Рет қаралды 5 МЛН