Рет қаралды 98
only 1 Bishwanath পোৱা যায় । লেতেৰা পাত লেতেৰা গুটি। Villege video
#BinodBasumatarivlogs
লেতেৰা পাত ভাজি খাবলৈ ভাল, পাৰিলে দালিৰ লগত খাৰ দি তাতকৈ খোৱাদ ।
এই বিধি গছ বাৰু আপুনি দেখিব পাইছিল নে বা চিনি পায় নে
আমাৰ, Biswanath charali বহুতে এই গছক বা পাতক চিনি পায় । আৰু কিন্তু এই কথাটো জানি লওক, Biswanath town বা গাঁও বোৰত নাপাব । পাই মাত্ৰ আমাৰ (Arunachal ) অসম অৰুণাচল সীমান্তৰ গাওঁত বা কাষৰ জঙ্ঘলত পোৱা যায়
ধন্যবাদ
please my KZfaq channel Subscribe karidibo
thank you