No video

পাক ঘৰটো উত্তৰ পশ্চিম দিশত, গেছটো পূব দিশত ৰাখিছোঁ কিবা অসুবিধা হ'ব নেকি??গেটখন দক্ষিণ পূব ত আছে

  Рет қаралды 58,183

PUHOR Live 8

PUHOR Live 8

Күн бұрын

অভিজ্ঞ বাস্তশাস্ত্ৰ অৰ্পণ দত্ত ৰ সৈতে চাওক আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তশাস্ত্ৰ
পাক ঘৰটো উত্তৰ পশ্চিম দিশত, গেছটো পূব দিশত ৰাখিছোঁ কিবা অসুবিধা হ'ব নেকি??
গেটখন দক্ষিণ পূব ত আছে ভাল নে বেয়া??
নতুন কৈ ঘৰ বনাইছো পানী টেংকিটো কোন দিশত হ'ব লাগে?

Пікірлер: 49
@anjalihazarika6383
@anjalihazarika6383 Жыл бұрын
দাদা বহুত বহুত নমস্কাৰ ধন্যবাদ ইমান ধুনীয়াকৈ বুজায় দিয়াৰ বাবে
@DiptiDevi-gr7og
@DiptiDevi-gr7og 3 ай бұрын
ছাৰ, মোৰ পাকঘৰটো উত্তৰ পূৱ দিশত। সলাব ও নোৱাৰো। কিবা উপায় জনাবচোন। অনুগ্ৰহ কৰি জনাব।
@PrabirJyotinath-fw6sv
@PrabirJyotinath-fw6sv 2 ай бұрын
Vl lagil..blg kismn mnhur mukht xulinto anekua lge jn notunk bnua ghr vngia felabo lgibo.
@bibhaborah1461
@bibhaborah1461 10 ай бұрын
Amar gharar uttar dikhat toylet ,bathroom ase .bathroomar panito pubdikha gai.kiba khati hobo neki.ghar khanat bhout kharas hoi.paisa jama karibo nuwaro.akhanti hoi thake.anser Pam buli akha thakil
@anitasarma9044
@anitasarma9044 Жыл бұрын
Dadar kotha bilakor logote khadharon upai bilak bor val lage.... thank you so much
@sawpna.hazarika8849
@sawpna.hazarika8849 11 ай бұрын
দাদা দক্ষিণ ফালে আমাৰ দুৱাৰ আছে । কিন্তু ঊপৰৰ মহলাত দক্ষিন ফালে তলত মহলাত পূব ফালে আছে ।উপৰৰ পৰা তললৈ নামি যাওতে দক্ষিন ফালে আছে । কিন্তু লৰাই এটাই সি আমাৰ কথাবোৰ বেছি নুশুনে । কিবা ঘৰৰ দোষ আছে নেকি । বুজাই দিব ছোন ।🙏
@abanidas6895
@abanidas6895 6 ай бұрын
আপোনাক ধন্যবাদ।
@DonKelar123
@DonKelar123 3 ай бұрын
Thanks 🙏🙏
@kabitachoudhury4954
@kabitachoudhury4954 Жыл бұрын
দক্ষিণ পূবৰ ৰূমটোৰ এখন দৰ্জা ক্ৰীম কালাৰ ক'লে নে pink colour বুলি ক'লে উচ্চাৰণটো ভালকৈ বুজি নাপালোঁ
@parulsarmah4586
@parulsarmah4586 2 ай бұрын
আপোনাৰ বাস্তুৰ কথাবোৰে আমাক ভয়মুক্ত কৰে।বেছিভাগ বাস্তুবিদে ভয় খুৱাই দিয়ে। আপোনাক ধন্যবাদ।
@paragsocial7156
@paragsocial7156 8 ай бұрын
Bor ভাল লাগিল
@rumalikarmakar
@rumalikarmakar 6 ай бұрын
Thank you sir , Upakrito halu
@user-hs4lv3ns2s
@user-hs4lv3ns2s 4 ай бұрын
বৰ ভাল লাগিল ।🙏🙏🙏
@chinmaymazumdar4971
@chinmaymazumdar4971 7 ай бұрын
ভাল লাগিল জানিবলৈ পায়
@jyotimaladeka3193
@jyotimaladeka3193 4 ай бұрын
Thank u,sir.
@manzilbodo2375
@manzilbodo2375 11 ай бұрын
আপোনাৰ talk show chaly ভাল লাগে।
@kanchanbaro2754
@kanchanbaro2754 22 күн бұрын
Vhal lagel kotha khene hune
@parulsarmah4586
@parulsarmah4586 11 ай бұрын
আমাৰ ঘৰৰ ভিতৰলৈ দক্ষিণ পশ্চিম ফালেৰে প্ৰবেশ কৰিব লাগে।এইটো বেয়ানেকি?প্ৰবেশৰ অন্য ৰাষ্টাও নাই ।কিবা প্ৰতিকাৰ আছেনেকি?পৰামৰ্শ এটি দিলে আমি উপক‍ৃত হ'ম।
@binodsingha5133
@binodsingha5133 11 ай бұрын
Dada mur paghor tu dokhin posimot akhon dorja ase..tar pasotay logotay tubol tu uu ase, logote latrin bathroom ru ase...ghor khonot prai manuhor bemar hoi thake....kiba upai dibo neki?
@pallabiaxom6308
@pallabiaxom6308 Жыл бұрын
দাদা মোৰ ঘৰটো নতুন কৈ বনাই আছোঁ আমাৰ বাৰিখন চাৰি চুকীয়া ঘৰটো উওৰমূখী কৈ বঢ়িলে আৰু মেইন গেট খন উত্তৰ পশ্চিম ত পৰিলে আনফালে দিব পৰা সুবিধা নাই পাকখৰ টো দক্ষিণ পূবত আৰু বেট ৰোম টো দক্ষিণ পশ্চিম ত পৰিলে এতিয়া কথা হল লেটিন বাহৰোম টো কত দিলে ভাল হ'ব আৰু পানী টেংকি বা দমকল কোনফালে বঢ়াব পৰা যাব আৰু পাকঘৰটো পৰা বাহিৰলৈ ওলোৱা দৰজা এখন দক্ষিণ ৰ মাজ ভাগতে দিলো কিবা বেয়া হ'ব নেকি ভালকৈ বুজাই দিব চোন দাদা আপোনাৰ পৰা উওৰ পাম বুলি আশাৰে বাট চালোঁ।
@kushapator7479
@kushapator7479 Ай бұрын
Sir gari kun dikhot rokha val
@ranjitagoswami9839
@ranjitagoswami9839 Жыл бұрын
Thanks dada aji ata dangor kotha jani bo pare lu
@UsharaniMaina-os6gg
@UsharaniMaina-os6gg 3 ай бұрын
দক্ষিণ পশ্চিম দিশত ঘৰৰ দুৱাৰ থাকিলে শুভ নে অশুভ জনাবছোন
@PrabirJyotinath-fw6sv
@PrabirJyotinath-fw6sv 2 ай бұрын
Aur vdo si vl lgil...kismne j voi khuai anekua lge ghr vngibai lgbo atiya...
@jutikadas7871
@jutikadas7871 Жыл бұрын
Aamar gharot tiniota manuhorei bemar hoi thakei. Tar karon ki baru
@rebakalita8872
@rebakalita8872 Жыл бұрын
Val lagel kotha khe ne hune
@anamikadevi2224
@anamikadevi2224 Ай бұрын
উত্তৰ পূৱ দিশত শোৱা ৰুম হলে ভাল নে বেয়া জনাবচোন।
@sumidutta7295
@sumidutta7295 11 ай бұрын
ঘৰৰ দুৱাৰ কোন কোন দিশত থাকিব লাগে জনাব বুলি আশা কৰিলো
@jitenpathak9831
@jitenpathak9831 11 ай бұрын
Val lagil Dada
@user-sn1bn8mx9k
@user-sn1bn8mx9k 21 күн бұрын
Amar ghart poisa pati akhubidha hoise kyo janab sun
@bhargavofficialinyoutube9710
@bhargavofficialinyoutube9710 11 ай бұрын
আপোনাক ধন্যবাদ ছাৰ
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Xodai chau. Repeat korichai thakoo
@rupalihazarika263
@rupalihazarika263 6 ай бұрын
আমাৰ ঘৰটো দক্ষিণ মুখীয়াকৈ বনাবলৈ লৈছো, পশ্চিমত দৰ্জা এখন দিব পাৰিমনে
@user-fi8lh6iz7h
@user-fi8lh6iz7h 3 ай бұрын
দাদা আমাৰ উওৰ পূৱত আমাৰ লেটিনটো আছে।ইয়াৰ অপকাৰ হবনেকি? যদি হয় ইয়াৰ প্ৰতিকাৰ কি জনাবছোন
@pranitabarma6875
@pranitabarma6875 11 ай бұрын
দাদা আমাৰ ঘৰটো উওৰমুখী কিন্তপুৱদিশেৰে অহায়োৱা কৰা হয়৷bedroom দুটা এটা উওৰ পশ্চিম কোনাত আনটো পশ্চিমদিশত পাগঘৰটো পুৱ দক্ষিণ দিশত গেছৰচুলা পুৱদিশত কুৱাটো দক্ষিণদিশত ৷Husbandৰ ব্যৱসায় বহুত খেলিমেলি এতিয়া phone নকৰা হল বন্ধু বৰ্গই৷আৰু আমাৰ চাৰিজন মানুহৰ বেমাৰ হৈয়ে থাকে মোৰ এটা এৰি এটা বেমাৰ হৈয়ে আছে ৷কিবা উপাই আছে নিকি দাদা চাই দিবচোন
@anjubezbaruah9999
@anjubezbaruah9999 Жыл бұрын
আপোনাৰ উপদেশে বহু সকাহ দিছে । ঘৰত বেমাৰে নেৰে মাথোঁ ।
@kalpanasenguptabaruah5180
@kalpanasenguptabaruah5180 Жыл бұрын
Oti jaruri diha
@pallabisaikia2687
@pallabisaikia2687 7 ай бұрын
আমাৰ ঘৰটো পূব মুখি উওৰত গেট দিব লাগে কিবা বেয়া হবনি জনাব
@binapanidas6368
@binapanidas6368 3 ай бұрын
ছাৰ ’ আমাৰ ঘৰৰ ওপৰলৈ যোৱা চিৰটো দক্ষিন পশ্চিম দিশত আছে কিবা অসুবিধা হ’ব নেকি জনাবছোন ৷
@m.dassamesevlog3090
@m.dassamesevlog3090 10 ай бұрын
Moi qutrt thaku kintu letrin bathroom utor pubot ase ki korim
@user-tr7ww2uu7g
@user-tr7ww2uu7g 2 ай бұрын
আমাৰ লেটিন পূবত আছে কোন দিশত বনাম জনাব ছোন
@jutikadutta9993
@jutikadutta9993 Жыл бұрын
❤🙏🏻🙏🏻🙏🏻
@simikalita5344
@simikalita5344 Жыл бұрын
Sir amr toilet bathroom south west t ase kiba problem hbo nki jonabo sun
@user-qe9ei4kp8h
@user-qe9ei4kp8h 3 ай бұрын
মৃতকৰ ফটো কোন দিশত ৰাখিম
@pallabisaikia2687
@pallabisaikia2687 7 ай бұрын
ছাৰ আমাৰ ছামৰা ছাবোলটো উওৰ পশ্চিমত কোণত বহালো কিবা বেয়া হবনি যদি বেয়া কিবা উপায় এটা দিব
@zomunarajbongshiyadav2
@zomunarajbongshiyadav2 3 ай бұрын
অৰ্পন চাৰ আপোনাক যদি আমাৰ ঘৰলৈ অহাৰ নিমন্ত্ৰণ কৰিলেই আহিবনে 🙏🏼🙏🏼🙏🏼 Ripley দিব বুলি আশা ৰাখিলোঁ
@Almanya2012dipak
@Almanya2012dipak 5 ай бұрын
দাদা আমি flat থাকো।kitcken to উত্তৰ পূৱ দিশত। সদায় কিবা নহয় কিবা বেমাৰ হয় থাকে। কিবা সামাধান আছে নেকি
@iraborah3791
@iraborah3791 11 ай бұрын
নমস্কাৰ, পূব দিশত toilet বনাব পাৰিবনে
@kidsruwadshow273
@kidsruwadshow273 8 ай бұрын
পৰাপক্ষত নবনাই ভাল
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 25 МЛН
Before VS during the CONCERT 🔥 "Aliby" | Andra Gogan
00:13
Andra Gogan
Рет қаралды 10 МЛН
Can This Bubble Save My Life? 😱
00:55
Topper Guild
Рет қаралды 87 МЛН
Gamusa Gogamukh New Collection 6000601557
16:16
GAMUSA GOGAMUKH
Рет қаралды 44
ৰাশি অনুযায়ী নিজক জানো আহক
4:58
Niva Baruah’s Palmistry & Astrology
Рет қаралды 3 М.
ISSEI & yellow girl 💛
00:33
ISSEI / いっせい
Рет қаралды 25 МЛН