No video

আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰ ।। Your Question and my Answer ।। Assamese ।। Episode - 16

  Рет қаралды 643,972

SUVARNALI স্বাস্থ্য With Dr. Sabita Laskar

SUVARNALI স্বাস্থ্য With Dr. Sabita Laskar

Күн бұрын

আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰৰ ষষ্ঠদশ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ,
For Appointment
Arogyam Clinic
Rukmini gaon, opposite hotel Shoolin grand
phone no : 9854041111
EG Nursing Home
Narengi Tiniali
phone no :9127807965
Ratna Mansion
Motoria,behind Downtown Hospital
Online Consultation : Find me on i cliniq app
Buy
post delivery shapewear : amzn.to/3c7yT11
menstrual cup : amzn.to/3mHJuDM
kurtas of my choice : amzn.to/36VSyi1
amzn.to/335uFUa
amzn.to/3fp0sEf
amzn.to/34VLwbZ
amzn.to/3nLHJqi
amzn.to/3jZehuu
saree of my choice : amzn.to/3dCcaL7
amzn.to/3iXVRcq
amzn.to/2H091IO
amzn.to/33WyXOp
hair conditioner : amzn.to/2G5DLbd
moisturiser : amzn.to/3iAclr... : amzn.to/2GeuNZ7
amzn.to/3jjE549
face wash : amzn.to/30pAA4T
lipstick : amzn.to/36hAtMC
amzn.to/3l2yzDz
lip liner : amzn.to/3l3iT33
amzn.to/34iJGBw
kajol : amzn.to/3n1vSEh
nail polish : amzn.to/2GlgVfk
Basal body temperature thermometer : amzn.to/3iAclrb
Ovulation kit : amzn.to/3cOn1AX
supporting belt : amzn.to/35z9FHb
pregnancy panty : amzn.to/2Ro3Hk3
breast shell : amzn.to/35tRiDt
nipple shield : amzn.to/2Rn5BS2
breast pump : amzn.to/3hlWI61
nipple puller : amzn.to/35xaQHc
feeding bra : amzn.to/3h5dtlF
pregnancy panty : amzn.to/323xnt5
sports bra : amzn.to/32Tt6Yn
: amzn.to/2Z5h78X
gear that i use for recording
my tripod : amzn.to/2Dw7qZO
my camera : amzn.to/2Grblbo
microphone : amzn.to/353Hv7a
watch next
থাইৰদৰ সমস্যাত ভুগিছে নেকি II Assamese II Hypothyroidism ,causes diagnosis and treatment
• থাইৰদৰ সমস্যাত ভুগিছে ...
সন্তানহীনতা অৰ্থাৎ Infertility ৰ কাৰণ II Assamese II
• সন্তানহীনতা অৰ্থাৎ Inf...
নৰমেল ডেলিভাৰীৰ বিষয়ে জানোঁ আহক II Assamese II
• নৰমেল ডেলিভাৰীৰ বিষয়ে ...
আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰ ।। Your Question and my Answer ।। Assamese ।। Episode - 8
• আপোনাৰ প্ৰশ্ন আৰু মোৰ ...
জৰায়ুৰ টিউমাৰ ।। uterine fibroid ।। Assamese।।
• জৰায়ুৰ টিউমাৰ ।। uteri...
প্ৰাকৃতিক গৰ্ভ নিৰোধক বিধি ।। Assamese ।।
• প্ৰাকৃতিক গৰ্ভ নিৰোধক ...
গৰ্ভপাতৰ বিভিন্ন প্ৰকাৰ,কাৰণ তথা নিৰাময় ইত্যাদি ।। Assamese ।I
• গৰ্ভপাতৰ বিভিন্ন প্ৰকা...
7th,8th, আৰু 9th month ৰ pregnancy ৰ যত্ন কেনেদৰে লব ||Assamese || Third Trimester Pregnancy Care
• 7th,8th, আৰু 9th month...
আপোনাৰ প্ৰশ্ন আৰু মোৰ উত্তৰ ।। Your Question and my Answer ।। Assamese ।। Episode - 5
• আপোনাৰ প্ৰশ্ন আৰু মোৰ ...
Ovarian Cyst কি, কিয় হয়? লক্ষণ লগতে ইয়াৰ চিকিৎসা ।। Assamese ।। Ovarian Cyst
• Ovarian Cyst কি, কিয় হ...
কিশোৰী বা যুৱতীৰ স্তনৰ পৰা গাখীৰ কিয় ওলায় || what is Galactorrhea || Assamese ||
• কিশোৰী বা যুৱতীৰ স্তনৰ...
4th,5th, আৰু 6th month ৰ pregnancy ৰ যত্ন কেনেদৰে লব ||Assamese || Second Trimester Pregnancy Care
• 4th,5th, আৰু 6th month...
সোনকালে গৰ্ভৱতী হবলৈ এই খিনি কথালৈ মন কৰিব ।।Assamese ।। How to get pregnant fast
• সোনকালে গৰ্ভৱতী হবলৈ এ...
গৰ্ভৱস্থাৰ প্ৰথম তিনিমাহৰ কিছুমান সমস্যা আৰু যত্ন Pregnancy Care in 1st Trimester II Assamese II
• গৰ্ভৱস্থাৰ প্ৰথম তিনিম...
Pregnancy test কৰাৰ নিয়ম ইত্যাদি || How To Do Pregnancy Test at home || Assamese ||
• Pregnancy test কৰাৰ নি...
Breast feeding ।। স্তন পানৰ ওপৰত এটি বিশেষ আলোচনা ।।
• Breast feeding ।। স্তন...
self examination of breast
• নিজৰ স্তন পৰীক্ষা কেনে...
বগাস্ৰাৱ
• বগাস্ৰাৱ II white disc...
ঋতুস্ৰাৱ ৰ পেটৰ বিষ
• মাহেকীয়া হলে পেট কিয় ব...
ipill বা unwanted72 খোৱাৰ নিয়ম
• Ipill/unwanted72কেনেদৰ...
abortion pill কেনেদৰে খাব লাগে
• Abortion pill, ব্যৱহাৰ...
কেঞ্চাৰ ৰ পৰা বাচিবলে এই টেষ্ট কৰক only 5 minutes needed
• কেঞ্চাৰৰ পৰা বাচিবলৈ এ...
What to eat during pregnancy, গৰ্ভাৱস্থাত কি আৰু কেনেদৰে খাব লাগে
• What to eat during pre...
#commongynaequestions
#commonhealthproblemsinwomen
MEDICAL DISCLAIMER:
The information provided in this video is intended to provide free education about certain medical conditions and certain possible treatment. It is not a substitute for examination, diagnosis, treatment, and medical care provided by a licensed and qualified health professional. If you believe you, your child or someone you know suffers from the conditions described herein, please see your health care provider immediately. Do not attempt to treat yourself, your child, or anyone else without proper medical supervision. You acknowledge and agree that my KZfaq channel is not liable for any loss or damage which may be incurred by you as a result of the availability of that information provided here, or as a result of any reliance placed by you on the completeness, accuracy or existence of any information provided by my KZfaq channel SUVARNALI.

Пікірлер: 918
@zubeelandzgargmusic2220
@zubeelandzgargmusic2220 3 жыл бұрын
বাইদেউ আপোনাৰ ভিডিঅ'বোৰ সঁচাই খুব ভাল লাগে । প্ৰায় ৫০ শতাংশ ডক্টৰেও যদি আপোনাৰ দৰে ৰোগীক বুজাব পৰা দক্ষতা থাকিল হেঁতেন তথা তেনেকুৱা মানসিকতাৰ হলহেঁতেন সকলো মানুহ উপকৃত আৰু ধন্য হলেহেঁতেন । কিন্তু আপোনাৰ প্ৰতি বেলেগ ধৰণৰ শ্ৰদ্ধা জাগি উঠে বাইদেউ ।
@dipugogoi5577
@dipugogoi5577 3 жыл бұрын
বা, আপোনাৰ চিকিৎসা উপদেশ কথাবোৰ যেনেকৈ বুজাই দিয়ে বহুত মৰম লাগে আৰু "থিক আছে হা" বুলি কয় যে শুনি ভাল লাগে।
@SriCCDas
@SriCCDas 3 жыл бұрын
বাইদেউ আপুনি প্ৰবন্ধটো সম্পূৰ্ণ সুন্দৰ ভাৱে কৈছে, আৰু আপুনি শিক্ষত্ৰী হোৱা হ'লে বৰ সুবিধা আছিল।
@prosantasarmah1993
@prosantasarmah1993 3 жыл бұрын
আপোনি দিয়া পৰামৰ্শ‌ই সকলোৰে জীৱনত এক নৱ জাগৰণ আনি দিছে বহুত নজনা কথা শিকিবলৈ পাইছো প্ৰতিটো ভিডিঅ'ত । ‌অশেষ ধন্যবাদ ‌আপোনালৈ 🙏🏻
@ranjanpator6808
@ranjanpator6808 3 жыл бұрын
বাইদেউ এই ভিডিও টো পৰা বহুত নজনা কথা জানিবপাৰিলো।। আপোনাৰলৈ অশেষ ধন্যবাদ 🙏🙏🙏
@MuhitKrNath
@MuhitKrNath 3 жыл бұрын
ধণ্যৱাদ,সূন্দৰভাৱে বুজাইছে বহুত কথাই জানিলো
@rabiulawal2004
@rabiulawal2004 3 жыл бұрын
বা আপোনি সকলো প্ৰশ্নোত্তৰ বোৰ অতি সুন্দৰকৈ বিশ্লেষণ কৰাৰ বাবে আপোনাক ধন্যবাদ
@dhirenpathak3488
@dhirenpathak3488 3 жыл бұрын
আপুনি এজনী ভাল শিক্ষয়িত্ৰীৰ দৰে কথাবিলাক বুজাই কব পৰাৰ দক্ষতা আছে
@prakashsahu9964
@prakashsahu9964 3 жыл бұрын
Nandni
@manojborah2522
@manojborah2522 3 жыл бұрын
👍👍👍
@Minakshisaikia02
@Minakshisaikia02 3 жыл бұрын
@@manojborah2522 al ap
@Minakshisaikia02
@Minakshisaikia02 3 жыл бұрын
@@manojborah2522 lpqlll aLl Lalllll
@Minakshisaikia02
@Minakshisaikia02 3 жыл бұрын
@@prakashsahu9964l l
@bobitaborah3071
@bobitaborah3071 3 жыл бұрын
আপোনাৰ কথাবোৰ শুনিলে শুনি থাকিব মন যায়....
@bulbulanynewstory8082
@bulbulanynewstory8082 3 жыл бұрын
😂😂😂
@sikhamemories349
@sikhamemories349 3 жыл бұрын
শিশুৰ লালতি কিয় ওলাই বাইদেউ।মাকৰ পেটত থাকোঁতে কি কৰিব লাগে বা মাকবোৰে কিবা ভুল কৰে নেকি। অনুগ্ৰহ কৰি উওৰ দিব বাইদেউ আশাৰে বাট চাই ৰম উত্তৰলৈ।
@fozorali6024
@fozorali6024 3 жыл бұрын
Ki
@lakhyajitgogoi6685
@lakhyajitgogoi6685 3 жыл бұрын
সুন্দৰ প্ৰশ্ন। মইও জানিবলৈ বাট চাই আছোঁ।
@rahuldewri8551
@rahuldewri8551 3 жыл бұрын
হস্তুমৈঠুনৰ বিষয়ে বহু ভাল পৰামৰ্শ দিলে বাইদেউ কিছু কথা জানিব পাৰিলো । আপোনালৈ বহুত ধন্যবাদ।
@anilhazarika7580
@anilhazarika7580 3 жыл бұрын
Health
@prakashsahu9964
@prakashsahu9964 3 жыл бұрын
Ye sb krne ka age h kya ?
@narenhazarika7663
@narenhazarika7663 3 жыл бұрын
এজন পুৰুষ শক্তিশালী হ'বলৈ হলে ব্ৰহ্মচাৰী হোৱাতো প্ৰয়োজন । no faf এমাহলৈ কৰি চোৱা । তাৰ পাছত প্ৰমান পাবা ।
@deepasaikia4930
@deepasaikia4930 3 жыл бұрын
@@prakashsahu9964 qQA0
@bhugeswarmili8950
@bhugeswarmili8950 3 жыл бұрын
@@prakashsahu9964 ..
@bhabanandamedhi7774
@bhabanandamedhi7774 2 жыл бұрын
খুব সুন্দৰ বাইদেউৰ কথাবোৰ। আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।
@lakshyadeka8302
@lakshyadeka8302 3 жыл бұрын
বাইদেউ নমস্কাৰ,,,,, মোৰ বয়স এতিয়া ২৭ বছৰ ,মোৰ লিংগ অনুপাতে সৰু, ডাঙৰ দীঘল কৰা কিবা উপায় আছে নেকি আছে যদি জনাব চোন,,,,,
@jakibahmed7055
@jakibahmed7055 3 жыл бұрын
Baido apunar kotha khini e amak bohut upokar kore .kisuman monot bhahi fura question r answer pua jai. Aru montut kiba eta hookah pua jen lage. Please agoloiu apunar pora enedore diha-poramorkho pai thakim buli akha rakhilu.
@kamrupassam
@kamrupassam 2 жыл бұрын
ধন্যবাদ বাইদেউ আপোনাৰ পৰা বহুত কথা শিকিলোঁ
@rupjyotinath3222
@rupjyotinath3222 3 жыл бұрын
ধন্যবাদ বাইদেউ, আপুনি হস্থমৈথূন পৰামৰ্শ দিয়াৰ বাবে!
@ashokkonch978
@ashokkonch978 3 жыл бұрын
ফুনকৰিবা
@biplobnath4759
@biplobnath4759 3 жыл бұрын
বাইদেউ আপোনাৰ পৰামৰ্শ বোৰ সুবেই মনোগ্ৰাহী, ধন্যবাদ ।
@prituraj7021
@prituraj7021 Жыл бұрын
আপুনি ইমান ধুনীয়াকৈ বুজাই দিয়ে কথাবোৰ বহুত ভাল লাগে আপোনাক
@himanibanikya8168
@himanibanikya8168 3 жыл бұрын
বৰ ভাল লাগে আপোনাৰVoiceটু
@SimantaSaikiaFlute
@SimantaSaikiaFlute 3 жыл бұрын
ইমান ধুনীয়া বাইদেউ। শ্ৰদ্ধা জনাইছোঁ ।
@bhabantarabha8121
@bhabantarabha8121 3 жыл бұрын
আজি প্ৰথম চাইছোঁ আপোনাৰ ভিদিঅ।সঁচাই বহুত বেছি উপকাৰী আপোনাৰ ভিডিঅবোৰ।ধন্যবাদ বাইদেউ আপোনি অমাক এনেকুৱা ভিডিঅ উপহাৰ দিয়াৰ বাবে।
@rejinachutia4344
@rejinachutia4344 Жыл бұрын
প্ৰকাশভংগী সহজ সৰল।বহুত ভাল লাগে।
@bikashchetry5365
@bikashchetry5365 3 жыл бұрын
Bohut bohut ধন্যবাদ baideu ..last or question or answer tu eman val koi bujai diyar babe...🙏🙏🙏🙏
@sumitrabaruah3611
@sumitrabaruah3611 3 жыл бұрын
Thank you so must ma'am ,,mur prosnor uttor diya r babe.....aru apunar video bur sai moi bohut val pao.❤️
@hirakjyotivlogs1699
@hirakjyotivlogs1699 3 жыл бұрын
Hiii
@hirakjyotivlogs1699
@hirakjyotivlogs1699 3 жыл бұрын
Hii sumitra
@user-ow4vf2hl6t
@user-ow4vf2hl6t 3 жыл бұрын
@@sankar4535 তোৰ মাৰক সুধি চাচোন প্ৰথম জহৰা 😠😠
@biprajyotideka9347
@biprajyotideka9347 3 жыл бұрын
Apunar kotha bur xunile xuni thakibo mon jai .. aji moi prothom daisu apunar video..ajir pora moi xodai sam...ata video miss nkoru..bohut njona kotha janibo parisu....🙏
@dimpubora5738
@dimpubora5738 3 жыл бұрын
বাইদেউৰ মোৰ mane লিংগ টো চুটি কেৱল 5 inch মই ঘৰুৱা ভাবে কেনেকৈ দীঘল।কৰিব পাৰিম আৰু 15 ,20 মিনিট কৰিলেই বীৰ্যৰ ওলাই যায় 40,45 মিনিটলৈ কেনেকৈ বহাম কবচোন
@barashanath9192
@barashanath9192 3 жыл бұрын
Aaponar video Bor Sao bht Vl lage,,lgte bht upokrit hoiso mem🙏
@pranjitborah274
@pranjitborah274 3 жыл бұрын
Insta t sms kora 1990_abhishek
@explorewithkhyatishmaan
@explorewithkhyatishmaan 3 жыл бұрын
আপোনাৰ অনুষ্ঠান সদায় চাওঁ খুব ভাল লাগে ।
@sajidurrahman1739
@sajidurrahman1739 3 жыл бұрын
সুন্দৰ নিদৰ্শন।কপ্ৰাসগ্নীক তথাপিও মাজত Covid 19 ৰ কথা অলপ বুজাই দিব।
@suvarnaliwithdr.sabitalaskar
@suvarnaliwithdr.sabitalaskar 3 жыл бұрын
তিনিটা vdo আছে
@pubgitdm9861
@pubgitdm9861 3 жыл бұрын
Bhut bhal ke বুজাই deya nice ,mur maiki joni delevary huwa 20 দিনৰ আগত অকল bleeding continue hoi hoi Last time voi lagel kole private medical niya nahole মানুহজনি বেছি bia habo , নিলো নিয়াত seajain korile kintu kesuwatu bosabo nuwarile . Kihor karune haitu hol baru plz muk jonabo
@syampawe5024
@syampawe5024 3 жыл бұрын
ধন্যবাদ,ভাল লাগিল,👍👍👍
@devidnath5672
@devidnath5672 3 жыл бұрын
বাইদেউ বহুত সময় মিলন কৰিব নোৱাৰো। পত্নী য়ে কয় আপুনি নোৱাৰে নেকি। বাইদেউ জনাবলৈ অনুৰোধ জনালোঁ
@asarbia5755
@asarbia5755 3 жыл бұрын
Shilajith kha
@staymotivated1232
@staymotivated1232 3 жыл бұрын
Use o- long drive oil
@Universe_Boss1
@Universe_Boss1 3 жыл бұрын
@@staymotivated1232 kot pai
@staymotivated1232
@staymotivated1232 3 жыл бұрын
Dhubri
@farazahmed9269
@farazahmed9269 3 жыл бұрын
@@staymotivated1232 dhubri r konto pharmacy t powa jabo?
@muningohain9832
@muningohain9832 2 жыл бұрын
মোৰ প্ৰথম সন্তান ছোৱালীজনীৰ ৯বছৰ হ'ল..কিন্তু বৰ্তমানলৈকে আকৌ গৰ্ভধাৰণ হোৱা নাই কিয় বাৰু ?
@utpaldas5888
@utpaldas5888 3 жыл бұрын
মই আজি আপোনাৰ ছেনেলতো প্রথম চালো কিবা এটা ভাল... আপোনি সকলো কথা ধুনিয়া কৈ বুজাই দিছে....
@ratuldhaba9131
@ratuldhaba9131 3 жыл бұрын
Val lage aapunar kothabur aapunar treatment val hobo nishoy
@bhrigumonidas6220
@bhrigumonidas6220 3 жыл бұрын
Bydew mr lingo2 bht horu milon kriboloi okhubidha hoi aru 1 minute man hy milon kribo paru. Bht hmy dhori milon kribar krne ki kriba lagibo upai ata dibo sn
@abhinashrajbangshi3051
@abhinashrajbangshi3051 3 жыл бұрын
Akerahe 14 bosor ..hator kam korila sage 🤣
@jayantakumarnath6373
@jayantakumarnath6373 3 жыл бұрын
.Mam,I have followed your medical advices and found its realy apprecible
@dhrubajyotikalita5629
@dhrubajyotikalita5629 3 жыл бұрын
Thankx mam lorar uparat bahut dangor poramorkho dile tar babe dhanyabad.🙏
@assamguwahati5265
@assamguwahati5265 3 жыл бұрын
Really great doctor 👏
@budhinborahbb2661
@budhinborahbb2661 3 жыл бұрын
Gas সম্পূৰ্ণকৈ নিৰাময়ৰ কিবা উপায় জনাব বাইদেউ।
@amitroy220
@amitroy220 2 жыл бұрын
Renatus nova product use kijiye,jabardast result milega
@khairulsinformationhub1713
@khairulsinformationhub1713 2 жыл бұрын
Ni
@biswajitgogoi6864
@biswajitgogoi6864 3 жыл бұрын
Baideu apunar kothabur bor hundor.. Eman hundor koi apuni answer bur bujai dise huni khub vl lgil..bohut nojona kotha aji jani hukhi holu.. Akha koru agoloiu anekua dhoranor question r homadhan dibo..dhonybad🙏
@bidyutbora3653
@bidyutbora3653 3 жыл бұрын
বাইদেউ নমস্কাৰ গ্ৰহণ কৰিব।আপোনাক কথা এটা সুধিম বুলি ভাবিছোঁ,বেয়া লাগিছে সুধিব বাবে বেয়া নাপাব সোধা বাবে।পুৰুষৰ গুপ্ত অংগ সৰু হলে মহিলা গৰাকী লগত মিলন কৰোঁতে মহিলা যিমান মনত সুখী হব লাগে,আচল সুখ অনুভৱ নাপাই নেকি।যদি নাপাই সঁচা কথাটো হয়, যিমান হব লাগে কেনেকৈ জোখৰ কৰিব পাৰি উপায় থাকিলে জনাব।
@pphukan931
@pphukan931 2 жыл бұрын
Rosi logai bandhi taani thakibo.
@parthaprotimhazarakia9672
@parthaprotimhazarakia9672 2 жыл бұрын
Use mithatel😁
@anantamili6214
@anantamili6214 3 жыл бұрын
পুৰুষৰ শুক্ৰানু কিমান হব লাগে।
@azadkumarpegu233
@azadkumarpegu233 3 жыл бұрын
Baideo Besikoi hastumoithun korile problem ase neki aru Ling kenekoi dangar koribo pari . jonabosun
@adrijagohain3633
@adrijagohain3633 3 жыл бұрын
Hastomoithun komkoi koribo.mithatel logai Mali's koribo.
@pranjalsensua5001
@pranjalsensua5001 3 жыл бұрын
@@adrijagohain3633 😂🤣
@user-sc6zs4tb4d
@user-sc6zs4tb4d 3 жыл бұрын
I lve yr advice , thank you so much mm.
@kuladippathak2197
@kuladippathak2197 2 жыл бұрын
ইমান ধুনীয়াকৈ কয় কথাবোৰ ❤
@pankajsarma1325
@pankajsarma1325 3 жыл бұрын
আজি first চালোঁ আপোনাৰ vdo মোৰ ও কিছুমান question আছে ।
@pranabsaikia2035
@pranabsaikia2035 3 жыл бұрын
বাইদেউ মই দিনত এবাৰ হলেও হস্তমেথুন কৰিবই লাগে পিছত কিবা অপকাৰ হব নেকি বাৰু
@terimerikahani1484
@terimerikahani1484 3 жыл бұрын
বিয়া পাত কেলা
@Growtheshorts
@Growtheshorts 3 жыл бұрын
Nohoi 56bar maribo para
@manabdas9631
@manabdas9631 3 жыл бұрын
Pist gheiniyere polabo tur
@ndw5127
@ndw5127 3 жыл бұрын
Mor same hoi ase
@pranabsaikia2035
@pranabsaikia2035 3 жыл бұрын
@H G kat lagaba lagiba
@user-rz9ji2ox6l
@user-rz9ji2ox6l 2 жыл бұрын
বহুত ধুনীয়া কথা কলে বাইদেউ
@pabitratudu5425
@pabitratudu5425 3 жыл бұрын
Baideo thank you so much aapunar kotha belak bahut val lage bahut gyan palu...
@jununaaj8135
@jununaaj8135 3 жыл бұрын
Mame apunar maat tu iman vaal Lage. Moi apunar ata video o Miss nokoru. Nojona kothabor jonar babe apunar video bor sao.
@mridulkalita2400
@mridulkalita2400 2 жыл бұрын
বাইদেউ মোৰ বীজ্ৰ বহুত সোনকালে বাহিৰ হয় ১মিনিত ও নহয়...মোৰ বিয়া যাব ২ বছৰ হ'ল, এতিয়া ও ঠিক হোৱা নাই. কি কৰিলে ভাল হব..মই বহুত চিংকিচা কৰিলো..এতিয়ালৈকে একো ফল পোৱা নাই..আৰু লিখিব ভালকৈ নাযানো কিবা যদি ভুলকৈ লিখিচু হ্মমা কৰি দিব বাইদেউ
@jyotishchoudhury2377
@jyotishchoudhury2377 2 жыл бұрын
Same problem
@ankurraj8350
@ankurraj8350 Жыл бұрын
Shilajit aaru ashwagandha ayurvedic khb laagib
@subhonanirmolia1069
@subhonanirmolia1069 2 жыл бұрын
Thank you so much for sharing this video
@binitadevi4993
@binitadevi4993 3 жыл бұрын
Thank you Maam reply diar karone.🙏🙏.last 1st mayt moi NT scan koralu..tate sob normal ahise.etia sac collection nai.vitamins tablets dise hemoglobin kom ase 10.7..
@babulali7506
@babulali7506 3 жыл бұрын
panitu patol hole kikoribo lagibo
@khargeswardeka8227
@khargeswardeka8227 3 жыл бұрын
মিলনত পুৰুষৰ বীৰ্য সোনকালে যোৱাটো কিবা বেমাৰ নেকি উপাই এটা দিব ছোন
@debojitsaha8017
@debojitsaha8017 3 жыл бұрын
Dr x 100 khabo
@pphukan931
@pphukan931 2 жыл бұрын
সেইটোৱেই আচলটো। এবাৰ হ'লে খতম আৰু
@dipankargohian6874
@dipankargohian6874 3 жыл бұрын
Mur manuh jonir logot Rati milon korile Blood kiyo ulai
@deltaone2882
@deltaone2882 3 жыл бұрын
লাহে লাহে কৰিব অলপ
@pushpadhardeka6071
@pushpadhardeka6071 2 жыл бұрын
Baidew thank u.karan bahut anekuwa timat purukh mahilla confuse hoi thake.
@hiteswardeka3984
@hiteswardeka3984 2 жыл бұрын
Good advice mem vedio tu sai bahut knowledge hol mur
@hiragoswami1877
@hiragoswami1877 3 жыл бұрын
Mem u r looking so beautiful and ur voice was so sweet.
@luchiyagogoi3871
@luchiyagogoi3871 3 жыл бұрын
Baideu mur 3 month loike baby heart beat nahil aru abortion hoi goise. Ki koribo lagibo next plan korile
@seemagogoi6422
@seemagogoi6422 3 жыл бұрын
Ma'am apunar kathabur huni bhut vl lge.
@bhaskarbarman2000
@bhaskarbarman2000 2 жыл бұрын
Muru
@bharatgeka9351
@bharatgeka9351 2 жыл бұрын
বাই দেউ আপোনাই কথা শুনি বৰ ভাল লাগি ধন্য বাদ
@salimuddin3213
@salimuddin3213 3 жыл бұрын
Mam kindny stone holy mankho aru mass khabo parim neki? Please jonabo mam🙏🙏🙏
@rishabhborah5347
@rishabhborah5347 3 жыл бұрын
মই দিনে তিনিবাৰকৈ চেস্ক কৰোঁ, মোৰ শৰিৰত কিবা অপকাৰ হ'ব পাৰে নেকি ।
@devmahanta198
@devmahanta198 2 жыл бұрын
😂😂😂
@pabanpandit899
@pabanpandit899 2 жыл бұрын
Mojaaaah
@pphukan931
@pphukan931 2 жыл бұрын
তোৰ মালত চেপতিক হ'ব
@ditimanbordololoi5923
@ditimanbordololoi5923 2 жыл бұрын
🤣🤣
@parthaprotimhazarakia9672
@parthaprotimhazarakia9672 2 жыл бұрын
Kom hoise.. Minimum 10 bar maan koribi.. Pani hukai jabo kla
@ponkojkarmakar5461
@ponkojkarmakar5461 2 жыл бұрын
Baideu good morning mur wife first time pregnancy asile suwali hoysil kintu jonmo hoy 1 ghonta maan thaki dhukale. Next 1 year pisot pregnancy hol kintu sijaring hol jodiu puwalitu suwali asil petote blooding hoy dhukale. Etya 3 rd time aakou pregnancy ase 6 month hoy ase mem checkup koralu kintu blood olop kom buli koy ase ki ki koribo lagibo please mem jonabo val upaai diyok. Aeu eta kotha jounangot boga boga pani ulai thake.
@plabitamahanta9751
@plabitamahanta9751 3 жыл бұрын
বাইদেউ মই দুবাৰ কনচিভ কৰিছিলো। এবাৰ নিজে নিজে বেয়া হৈ গ'ল। দ্বিতীয় বাৰ মলাৰ প্ৰেগনেঞ্চি হ'ল বাবে ডাঃ ৰে এবৰ্চন কৰাই দিলে। তাৰ পিছত বহুত টেষ্ট কৰাই জানুৱাৰী২৭ তাৰিখে laparoscopy এটা কৰা হ'ল। fallopian tube ত chest আছিল, উঠাই দিয়া হ'ল। ইয়াৰ পিছত একো প্ৰবলেম নাই বুলি ডাঃ ৰে সোনকালে আমাক প্লেন কৰিবলৈ ক'লে। আমি ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ট্ৰাই কৰিছিলো যদিও সফল হোৱা নাই। মোৰ ১৪ দিনত ovulation হৈছে, test কৰিছিলো। কিন্তু কনচিভ নোহোৱাৰ বাবে আকৌ চিন্তাত পৰিছো। উপায় এটা দিব বাইদেউ প্লিজ।
@bobitadutta21
@bobitadutta21 3 жыл бұрын
Mam mur ceseren delivery hua 1 months 15 days hoi say mur copper t logua ase kimn den or murot arubo parim jonabo please.. please
@jaiaiaxom3792
@jaiaiaxom3792 3 жыл бұрын
#_copper_mane_ki
@rimpiafren150
@rimpiafren150 3 жыл бұрын
Mamm mor juwa mahr prai 1k maht 2br ke periods hoise ki hoise jonaba sn ..
@pranjitborah274
@pranjitborah274 3 жыл бұрын
Insta t sms kora 1990_abhishek
@pranjitborah274
@pranjitborah274 3 жыл бұрын
@@LGCreation550 sms kora ai bosoi e bujai dim
@kukuji5131
@kukuji5131 3 жыл бұрын
Valkoi bujai diar babe apunak okhek dhonyobad mam.
@pradipchutia6743
@pradipchutia6743 2 жыл бұрын
নমস্কাৰ বাইদেউ মই গীতোমণি চুতীয়া মোৰ প্ৰথম বেবী তিনিমাহ প্ৰেগনেট আছিলোঁ। পিছত। পিছত গা ধুব যাওঁতেই পৰিলোঁ লগে লগে। মোৰ পছন্দ পেটৰ বিষ আহিল। মেডিকেল গলো উলট্ৰাচাই নত। ধৰা পৰিল বেবীটো তিযুৱত হৈছিল পৰাৰ কাৰণে পেটৰ ভিতৰতে ব্লাড হল অপাৰেছন কৰিব লগীয়া হল ডক্টৰে কলে এটা তিযুৱ বেয়া হৈছে এটাহে আছে। এতিয়া কথা হল। মোৰ চেকেন বেবি। ললে। কিবা অসুবিধা সবনেকি। বেবী লব পাৰিম নে কিমান দিনৰ পিছত লব পাৰিম ইয়াৰ বিষয়ত কিবা অসুবিধা সবনেকি অনুগ্ৰহ। কৰি জনাব বুলি আশা কৰিলোঁ
@patel1885
@patel1885 3 жыл бұрын
Baido mur ata problem ase bhtt dinor pora ges tikor prblm hoi ase olp jonabo xun🥺
@debajitray9260
@debajitray9260 3 жыл бұрын
Pani khabi bihane 4glass and ramkatholr pani khabi
@tanche9085
@tanche9085 3 жыл бұрын
@@debajitray9260 bihane 4glass and ramkatholr mane ki bhai
@debajitray9260
@debajitray9260 3 жыл бұрын
@@tanche9085 gorom pani khabi 4glass bihane uthi 2mash man gom pabi
@ankitaruroniyamon689
@ankitaruroniyamon689 3 жыл бұрын
Mam please mur prosnor uttor tu dibo Mur agote cyst r problem asil , so tripment koraute val hoise .. 1 year man regularly period hoi asil kintu aetu mah nai huwa... Mur last 24th March t hoisil aru aji 4 may atyaloi huwa nai aru bohu din dhori বগা স্রাব goi ase ... Mur age 18 years kihor karone hoise janibo parim Niki
@lizaduttabora7602
@lizaduttabora7602 2 жыл бұрын
I luv yr advice.... Thank u so much mem
@bikashboro93
@bikashboro93 3 жыл бұрын
khub bhal lagil bhobisote anekuwa swastho somporkio gyann pam...
@Xapon013-05
@Xapon013-05 3 жыл бұрын
ওখ হোৱাৰ মেডিকেল উপাই ১০০কাম কৰা... Plzzz jnaboson
@mintusrealfactspeech221
@mintusrealfactspeech221 3 жыл бұрын
Mor hatot Ase .11 to 18 years loike
@dibyabora6728
@dibyabora6728 2 жыл бұрын
@@mintusrealfactspeech221 22ageor babe kiman kamdiboneki plz jonabosun
@diptibaruah6554
@diptibaruah6554 3 жыл бұрын
Love u mam
@skdas9403
@skdas9403 3 жыл бұрын
বাইদেউ আপোনাৰ চেনেল আজি প্ৰথম চাইছো, আপোনাৰ বুজোৱাৰ কৌশল বহুত সুন্দৰ সহজে বুজি পোৱাত সুবিধা হৈছে ৷
@luckygogoi8593
@luckygogoi8593 3 жыл бұрын
Mam apunar khobor vhal na.....apunar saga monot nai....moi apunar a patient asilu....mur baby tu apuni a diya ata dhuniya gift..thank you Ma'am.....mur at problem hoisa ma'am mur...Subserosal uterine fibroids 22x16mm,Endometrial polyp 15x8mm,Bulky cervix...hoisa...ata USG...korutan dhora porisil.... kintu itya. Treatment koribola alop problem Hoi asa...deri hola problem hobo niki...
@sibadas7902
@sibadas7902 3 жыл бұрын
মোৰ,বীয্য, সোনকালেই,ৰায়, ইয়াৰ, উপায়, দিব
@junmonilifediaries
@junmonilifediaries 3 жыл бұрын
❤️❤️❤️❤️❤️❤️
@obettelhan9356
@obettelhan9356 3 жыл бұрын
Tumiyu Jani luwa vale hobo, 🤣🤣
@aaiseng8332
@aaiseng8332 3 жыл бұрын
আপোনাৰ পৰামৰ্শ বিলাক ভাল লাগিল
@subhasbarman8747
@subhasbarman8747 3 жыл бұрын
বাইদেউ মোৰ মিচেচৰ বেষ্ট এপেনটিকচৰ হমিও ঔষধ খাই খাই এতিয়া পেকনেকটচি নহয় মোৰ প্ৰথম ছোৱালী ৰ বয়স 9 বছৰ চলি আছে এতিয়া পেকনেকটচি নহয় কি কৰিম। পিলিচ বাইদেউ এতিয়া কি কৰিম জনাবো।
@pranjalsarmahx-raytechnici5422
@pranjalsarmahx-raytechnici5422 3 жыл бұрын
Apunr Answer bur huni val lgle ..khub hundor koi dise
@paragdeka1202
@paragdeka1202 3 жыл бұрын
বীয্য’ খালে কিবা probleem হয় নেকি ?জনাব চোন আপোনাৰ প্ৰতিটো video চাও ভাল লাগে🙏🏻
@pachaniaxom1155
@pachaniaxom1155 3 жыл бұрын
বীৰ্য খোৱা স্বাস্থ্যৰ পক্ষে ভাল জানো ? অনুগ্ৰহ কৰি জনাব।
@parthaprotimhazarakia9672
@parthaprotimhazarakia9672 2 жыл бұрын
Si si😁😁😁
@zharnadi2928
@zharnadi2928 3 жыл бұрын
Love you sister
@sarojinipatgiri7950
@sarojinipatgiri7950 Жыл бұрын
বহুত ভাল লাগিছে ।উপকৃত হৈছো
@paharkhan7717
@paharkhan7717 2 жыл бұрын
Mem thank you
@pompikalita8803
@pompikalita8803 3 жыл бұрын
Mamm dudin vitort palla pagnat hom Niki plzz msg Kori Kobo sun plz
@kamalnath8219
@kamalnath8219 3 жыл бұрын
M/c hua 17 dinor pst krle aku nhoi
@spoilerB
@spoilerB 3 жыл бұрын
Abur huni biya patibo voi lagise 😣
@nikhilsaikia3706
@nikhilsaikia3706 3 жыл бұрын
Mem really thank you so much for your all videos.....
@anantamoranvloge7255
@anantamoranvloge7255 3 жыл бұрын
আপোনাৰ লোকৰ যোগাযোগ নাম্বাৰ দিলে ভাল পাও। আমাৰ বিয়া হোৱা এবছৰ হ'ল কিন্তু এতিয়া পত্মিৰ পেগনেচি হৈছে কিন্তু এমচি হৈ থাকে,ভালকৈ ৰখা নাই কিবা থাকিলে সোনকালে জনালে ভাল পাওঁ। চিকিৎসক পৰামৰ্শ লৈছোঁ টেবলেট দিছে, সপ্তাহত এবাৰকৈ বেজিও ল'বলৈ দিছে।
@jyoutishmoydeka702
@jyoutishmoydeka702 3 жыл бұрын
বাইদেউ ছোৱালীবোৰে Blue flim চাই নে? আৰু হাত use কৰে নে? Mem Please জনাৱচোন
@jungogoi499
@jungogoi499 3 жыл бұрын
Kora Swali bura basi use kora
@jungogoi499
@jungogoi499 3 жыл бұрын
Use korila vlll tumiu koriba
@Assamesegirl52
@Assamesegirl52 3 жыл бұрын
Madam aapnor logat phone jogy kotha patibo parim nki
@rubulgogoi3100
@rubulgogoi3100 3 жыл бұрын
Murkh Tai Jani ki karibi. Gahori ,gril fd r lagat rumantik Kotha pati sabi
@prasantajorhat555
@prasantajorhat555 3 жыл бұрын
Dear Ma'am..Painless vaccination uport alop kobo buli akha korilu.🙏🏾
@mohanhazarikamohanhazarika8631
@mohanhazarikamohanhazarika8631 3 жыл бұрын
Dhonyobad baidew apunar kotha bur hui bohut val lagil
@borap1182
@borap1182 2 жыл бұрын
বাইদেউ সামূহিক ভাৱে নিজৰ সমস্যা কব ভাল নালাগে । মোৰ সমস্যা টো হল সম্ভোগ কৰা এক মিনিট মান পাছতে মোৰ বিজ্য ওলাই যায় । কিবা উপায় আছে নেকি সময় টো অলপ বাহিব বাবে
@rejengupit5121
@rejengupit5121 2 жыл бұрын
Hundor advice, Baidew. You r very talkative & your voice is s voice.
@rahuldas8
@rahuldas8 2 жыл бұрын
মই সদাই কৰো। নকৰা কৈ থাকিব নোৱাৰোঁ, কিবা অসুবিধা হব নেকি??
@bijilchetia9893
@bijilchetia9893 3 жыл бұрын
Hasta moithun kribole Mon nujua upai eta diyak baido...
@rajkumarupadhyay6735
@rajkumarupadhyay6735 3 жыл бұрын
😂😂😂
@ranjanchakraborty6413
@ranjanchakraborty6413 3 жыл бұрын
Najana katha ata janilo... Bahut Dhanayabad....
@subhashbania382
@subhashbania382 2 жыл бұрын
আপোনাৰ কথা বোৰ শুনি ভাল লাগিল
@pranabjyotiborah9061
@pranabjyotiborah9061 3 жыл бұрын
Mem apunr kotha khini bht val lagil.
managed to catch #tiktok
00:16
Анастасия Тарасова
Рет қаралды 47 МЛН
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 3,6 МЛН
Vaginal dryness ll Assamese ll
14:57
SUVARNALI স্বাস্থ্য With Dr. Sabita Laskar
Рет қаралды 222 М.
Loose Vagina ll kegel exercise ll Assamese ll
14:31
SUVARNALI স্বাস্থ্য With Dr. Sabita Laskar
Рет қаралды 290 М.
গৰ্ভাৱস্হাত মিলন কৰিব পাৰি নে নোৱাৰি ll Assamese ll
11:39
SUVARNALI স্বাস্থ্য With Dr. Sabita Laskar
Рет қаралды 642 М.
Top 10 fertility tips II Assamese II
16:23
SUVARNALI স্বাস্থ্য With Dr. Sabita Laskar
Рет қаралды 589 М.
Pregnancy test negative ,কিন্তু মাহেকীয়া হোৱা নাই ll Assamese ll
12:42
SUVARNALI স্বাস্থ্য With Dr. Sabita Laskar
Рет қаралды 267 М.